Рет қаралды 2,384,660
মইনাজান (Moinajaan) - Tavreed & Ritom Borah | Pritom Nath | Hirak Jyoti Sarma | Official Visualiser
Audio Credits :
Song : Moinajaan
Vocals : Ritom Borah
Music : Tavreed
Lyrics / Composition : Pritom Nath
Guitars : Hirak Jyoti Sarma
Additional Composition : Ritom Borah
Mix/Master : Tavreed
Flute : Ritom Borah
Illustration & Visuals : Rituporn Gogoi
Distribution Partner : EAHB Media
Follow Us
Tavreed : ...
Ritom Borah :
/ @ritomborahmusical2994
...
Pritom Nath : ...
Hirak Jyoti Sarma : ...
Rituporn Gogoi : ...
Lyrics :
হৰিণী নয়নী চকুৰে
নাচাবা চোন তেনেকে,
লাজে লাজে মোৰো চোন
প্ৰেমত পৰো পৰো লাগে l
তুমি কাষতে ৰ'লে
জানানে এনে লাগে,
তোমাৰেনো মৰমতে
মোৰে অভিমানী মনে
পিছলি পৰিব খোজে তোমাতেই.....
অ' মৰম সাঁচিছো তোমালে
মৰম হিয়াৰে কোণতে,
অ' মৰম আহিবা ল'বলে
মৰম বুকুৰে মাজলে,
জানৈ জান জানৈ জান
মৰমৰ মইনাজান l
লাজুকী খোজেৰে লাহেকৈ
যৌৱনা মৰমবোৰ বুকুত লৈ,
আহিবানে তুমি কাষলৈ
নিভাঁজ হিয়াখনে আছে ৰৈ,
অ' লাহে লাহে তুমি কাষলে আহি
মোলৈ চায় মাৰিবা মিচিকি হাঁহি,
অ' ৰাখিছোঁ জানানে তোমাকেই ভাবি
বুকুৰে মৰমবোৰ তোমালে সাঁচি l
অ' মৰম সাঁচিছো তোমালে মৰম হিয়াৰে কোণতে,
অ' মৰম আহিবা ল'বলে
মৰম বুকুৰে মাজলে,
জানৈ জান জানৈ জান
মৰমৰ মইনাজান ll