Mon Moina//New Assamese short film by Assamese boy Sagar Bora

  Рет қаралды 3,970,414

Assamese boy Sagar Bora

Assamese boy Sagar Bora

Күн бұрын

Mon Moina // "মন মইনা"
Muuchstac Sea Breeze FFW (SBFW):-
Amazon : bit.ly/e8237az...
Flipkart : bit.ly/e8237fk...
Muuchstac Sea Breeze Foam Face Wash Combo:-
Amazon : bit.ly/e8237az...
Flipkart : bit.ly/e8237fk...
Website : bit.ly/F9233wa...
Call Muuchstac customer care (9892599660)
Muuchstac Instagram: bit.ly/Muuchstac
_________________________________
Mon Moina // "মন মইনা"
🔴 Direction/Script : Sourabh Sagar Bora
🔴 DOP & Editing : Ankan Gogoi
🔴 Asst Camera : Zaaiseng Gogoi
🔴 Music & SFX : Sourabh Sagar Bora
🔴 Casting : Sourabh Sagar Bora, Akangkhya Mahanta, Dulumoni Bora, Ankan Gogoi, Zaaiseng Gogoi & Songram Bora
🔴 Thumbnail : Sourabh Sagar Bora
🔴 Song : Gajang Gajang
🔴 Singer : Jyotishma Chetia
🔴 Music collection from assamese short film : "Abeg,Eyes for you" by Pinkal Pratyush, "Pagoli" by Neel Barman.
🙏 SPECIAL THANKS TO 🙏
Maa,Papa, Akangkhya's Parents,Junaak Milon (Dhwani Music), Abhi Junack Phukan,Neel Barman,Nabajyoti Boruah,Ananta Gogoi, Somprity Bora,Moyuri Saikia and our all best wishers.
For any kind of information
Contact us on :
Instagram : Sourabh Sagar 2.O ...
Akangkhya Mahanta : ...

Пікірлер: 6 600
@assameseboysagarbora9176
@assameseboysagarbora9176 Жыл бұрын
Muuchstac Sea Breeze FFW (SBFW):- Amazon : bit.ly/e8237azsbfw Flipkart : bit.ly/e8237fksbfw Muuchstac Sea Breeze Foam Face Wash Combo:- Amazon : bit.ly/e8237azslosbfw Flipkart : bit.ly/e8237fkslosbfw Website : bit.ly/F9233wasbfw Call Muuchstac customer care (9892599660) Muuchstac Instagram: bit.ly/Muuchstac নমস্কাৰ🙏 বহু কষ্টৰ শেষত আজি আমি আপোনালোকৰ মাজলৈ " মন মইনা " চুটি ছবি খন আগবঢ়ায় দিছোঁ।❤️সকলোৱে মৰম আশীৰ্বাদ কৰিব বুলি আমি আশাবাদী❤️
@junmoniborman7724
@junmoniborman7724 Жыл бұрын
Dada next part ketiya ahibo
@MrBalcast
@MrBalcast Жыл бұрын
Akdom 🔥
@lashmitadas2981
@lashmitadas2981 Жыл бұрын
সচাকে কʼব ভাষা নাই ❤ ✨
@meghamainaboruah5442
@meghamainaboruah5442 Жыл бұрын
Bht bht Vl lagil sai ❤️❤️❤️❤️
@bhabeshsonowal4523
@bhabeshsonowal4523 Жыл бұрын
Moja
@ashwinlophang5845
@ashwinlophang5845 Жыл бұрын
ৱাহ ৱাহ 👏👏 ইমান কম বয়সত কি সাংঘাতিক অভিনয় ❤
@moinabohagi4261
@moinabohagi4261 Жыл бұрын
Hosa Kota de
@abhiag2225
@abhiag2225 Жыл бұрын
ছোৱালী জনীৰ অভিনয় বহুত সুন্দৰ হৈছে। ভাল লাগিল সকলো আগুৱাই যোৱা তাৰে কামনা কৰিলোঁ।
@pkvlogs...0982
@pkvlogs...0982 Жыл бұрын
😊lookp
@debasishboruahvlog8962
@debasishboruahvlog8962 Жыл бұрын
ভাল অভিনয় কৰিছে অসমৰ চলচ্চিত্ৰ চুটি ছবিখন আৰু বনাই যোৱা বহুত ভাল লাগিছে চাই।।
@priyakhiBora-bb9zw
@priyakhiBora-bb9zw 10 сағат бұрын
❤❤❤❤❤❤❤❤❤❤❤😂😂😂😂😂😂😂😂😂🎉🎉🎉🎉🎉🎉😮😮 😮😢😢 😢😅😅😊
@pkbvassam2980
@pkbvassam2980 Ай бұрын
এইজনি সঁচাকৈ পগলা কৰিব। ইমান সুন্দৰ অভিনয়। অকণো অভিনয় যেন নালাগে। সঁচাকৈ যেন কৈ আছে কাৰোবাক। সাগৰ আকাংক্ষা লগত আকৌ অভিনয় কেতিয়া কৈ পাম চাবলৈ।।।
@ajoydas5624
@ajoydas5624 Жыл бұрын
হৃদয় চুই গ'ল 😢। ছোৱালীজনীৰ অভিনয় সচাকৈ ধুনীয়া হৈছে। আগবাঢ়ি যোৱা।❤
@gamesvip959
@gamesvip959 7 ай бұрын
Nice video ❤❤❤❤❤❤❤
@Souanki88120
@Souanki88120 Жыл бұрын
Ufff❤🥺🥺বুজাব নোৱাৰা এক অনুভৱ,মন❤মইনা অভিনয় সুন্দৰ,আগুৱাই যোৱা সকলো❤
@priyakhiBora-bb9zw
@priyakhiBora-bb9zw 10 сағат бұрын
🎉🎉🎉🎉🎉😢😢😮😮😮😅😅😅😊😊😊😂😂❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@BikiBordoloi-ee7bo
@BikiBordoloi-ee7bo 3 ай бұрын
Short film হ'লে এনেকুৱা হ'ব লাগে। সুন্দৰ কাহিনী আৰু সুন্দৰ অভিনয়। চাই চাই হেঁপাহ নপলাই । তাতে আৰু গাঁৱলীয়া সুন্দৰ দৃশ্য ❤❤❤
@HirakDekaHero
@HirakDekaHero Жыл бұрын
এদিন দুয়ো ভাল অভিনেতা হ’ব! শুভেচ্ছা৷
@debasishkalita5774
@debasishkalita5774 Жыл бұрын
Ultimate team work কোনোজন শিল্পী কোনোজনতকৈ কম নহয়। অপেক্ষা কৰিম ২য় খণ্ডলৈ
@pkbvassam2980
@pkbvassam2980 4 ай бұрын
মন মইনা ৰ অভিনয়ে সঁচাকৈ অন্তৰ চুই গল । মইনা ৰ অভিনয় 🙏🫡🔥
@Sanjivanofficial
@Sanjivanofficial Жыл бұрын
সঁচাকৈয়ে মোৰ হৃদয়খন চুই গ’ল। পৰৱৰ্তী খণ্ডৰ বাবে অপেক্ষা কৰি আছো। মন আৰু মইনা 💞
@entertainmentbdvlogs9301
@entertainmentbdvlogs9301 Жыл бұрын
Prt 2ahise na nai
@Cunu-Tv
@Cunu-Tv Жыл бұрын
2 nd part pls loi aha honkale
@krishnaborah5343
@krishnaborah5343 Жыл бұрын
Very nice ❤❤💐👰
@hirokjyotigogoi2436
@hirokjyotigogoi2436 Жыл бұрын
সঁচাকৈয়ে অভিনয় আৰু কাহিনীয়ে হৃদয় চুই গ'ল। সকলোলৈকে শুভকামনা জনালো।
@TheActingJourney
@TheActingJourney Жыл бұрын
জন্মৰ পৰা ইমাণ দিন এনেকুৱা চুটি ছবি ছোৱা নাছিলো,, মোৰ হৃদয়ৰ সমস্ত মৰম আপোনালৈ দিলো,, আগুৱাই যোৱা এনেকৈয়ে 😊❤❤
@Richan-official
@Richan-official Жыл бұрын
😊
@LokhaswerRajkhuwa
@LokhaswerRajkhuwa 10 ай бұрын
Moja lagil da Sai mon moina ❤❤❤
@RIPUNKACHARI
@RIPUNKACHARI Жыл бұрын
চকুৰ পানী উলিয়াই দিলা অ অভিনয় খুউব সুন্দৰ❤তোমালোক আৰু আগুৱাই যোৱা🥰 সকলোলৈকে মৰম আৰু শুভেচ্ছা থাকিল। (তিতাবৰ)
@BarnilAssam
@BarnilAssam Жыл бұрын
Short Film হ’লে এনেকুৱা হ’ব লাগে ৷ সুন্দৰ কাহিনী আৰু সুন্দৰ অভিনয় ৷ চাই চাই হেঁপাহ নপলাই ৷ তাতে আৰু গাঁৱলীয়া সুন্দৰ দৃশ্য ❤❤❤
@TinaDas-tk2bk
@TinaDas-tk2bk Жыл бұрын
Acting সকলোৰে বহুত ধুনীয়া হৈছে❤....বহুত ভাল লাগিল চাই ....
@Heydostto
@Heydostto 11 ай бұрын
Mon aru moina tumalokor video bur sai bor dhuniya lge 😊❤ dhuniya acting hy ❤
@ahomxuwali
@ahomxuwali Жыл бұрын
Next episode ৰ কাৰণে অপেক্ষা কৰিছো,, হৃদয় চুই গল তোমালোকৰ অভিনয়,,,
@nayanvlogs1121
@nayanvlogs1121 Жыл бұрын
বহুত বহুত ধুনীয়া হৈছে আজিলৈকে চাৰিবাৰ চালু এনেকুৱা কৈ কোনো এখন sort flim চোৱা নাই । আগলৈ আৰু যাতে এনেকুৱা ভাল ভাল sort flim চাব পাও ধন্যবাদ all team ❤❤❤❤❤❤
@raktimofficial9121
@raktimofficial9121 Жыл бұрын
তোমালোকৰ অভিনয় কিন্তু বৰ ধুনীয়া । চালে চাই থাকিব মন জাই। মন মইনা ৰ প্ৰথম episode টো বহুত ভাল লাগিল । দ্বিতীয় episode তুলৈ অপেক্ষা কৰিছোঁ । 🎉❤🫂
@khanikarprachurjya1137
@khanikarprachurjya1137 10 ай бұрын
❤❤❤বৰ সুন্দৰ হাতে বৰ ভাল লাগিল চাই
@rituponsaikia8423
@rituponsaikia8423 Жыл бұрын
ধুনীয়া হৈছে video to
@mongogoi6695
@mongogoi6695 Жыл бұрын
Perfect experience ❤ বহুত বহুত ভাল সৈছে। সদাই আগুৱাই যোৱা তাৰে কামনা কৰো । পাঠ 2 কাৰণে অপেক্ষা কৰিম মৰম জাচিলো ডিব্ৰুগড় পৰা ❤
@daijibhuyan235
@daijibhuyan235 Жыл бұрын
😊
@daijibhuyan235
@daijibhuyan235 Жыл бұрын
😊😊😊
@gogoipuwali6230
@gogoipuwali6230 Жыл бұрын
বহুত ধুনীয়া লাগিলে চাই ❤❤ part 2 লাগে
@pompidutta9640
@pompidutta9640 Жыл бұрын
তোমালোক দুয়োজনৰেই অতি সুন্দৰ অভিনয় ❤❤
@prasantarabha8808
@prasantarabha8808 Жыл бұрын
অতি সুন্দৰ হৈছে । সহজ সৰল গাওঁৰ পৰিবেশ । শুভ কামনা জনালো আতাইলে ❤❤❤
@apurbadutta3700
@apurbadutta3700 Жыл бұрын
kzbin.info/www/bejne/nn-lmpSKh9uVo6ssi=81VbhjUW6bl3a2dY বহু অপেক্ষা পাছত আপোনালোকৰ মাজলৈ আমাৰ চুটি চবি "আবেগ" আগবঢ়াই দিলোঁ । আপোনালোকে আমাক মৰম দিব বুলি আশা থাকিল। Do share 💕 #abeg #assameseshortfilm
@chandanborah1388
@chandanborah1388 Жыл бұрын
বহুত প্ৰতিভা আছে তোমালোকৰ আগুৱাই যোৱা সদাই উজ্জ্বল ভৱিষ্যত কামনা কৰিলো
@nijaoradas9934
@nijaoradas9934 Жыл бұрын
বহুত ভাল লাগিছে ❤️❤️❤️😭😭
@samirandeka5873
@samirandeka5873 Жыл бұрын
Dhuniya gaoliya poribekh...aru duyotaare obhinoy borhiya 🤚..hats off to the whole team
@PranjalSaikia-zn3nc
@PranjalSaikia-zn3nc 11 ай бұрын
এই মইনাৰ দৰে সকলো ছোৱালী হব লাগে😊😊
@SleepyParrotfish-ld3xw
@SleepyParrotfish-ld3xw 10 ай бұрын
❤😂🎉😢😅😢😮😅😊😅😊😊😊😢
@gautamphukon9626
@gautamphukon9626 Жыл бұрын
কাহিনী খুব ভাল লাগিল।পৰৱৰ্তী খণ্ডলৈ অপেক্ষাৰত!
@mdshorts129
@mdshorts129 Жыл бұрын
হৃদয় চুই গল ❤ইমান দুখৰ 😢খুবেই ধুনীয়া লাগিল short film 🎥 খন। আগলৈকো এনেকৈ য়ে আমাৰ মাজলৈ এনেদৰে আগবঢ়াই যাবা । 🎉
@debajitchetia9491
@debajitchetia9491 Жыл бұрын
Moina jui অভিনয় কৰিছে moina karona100%❤❤❤moina karona ata like
@PahibharaliPahibharali-c6z
@PahibharaliPahibharali-c6z 5 ай бұрын
❤❤ সুন্দৰ লাগিছে
@kristisayatamuli2988
@kristisayatamuli2988 Жыл бұрын
বহুত ভাল লাগিল চাই ❤ দুইজনে বৰ ধুনীয়া কৰিছা বহুত মৰম দুইজনলৈ 2nd part ৰ বাবে অপেক্ষা কৰিম😘🥹
@AbShortsStore_
@AbShortsStore_ Жыл бұрын
Ki xundor video 😮❤
@horichsutrodhorhorich7368
@horichsutrodhorhorich7368 Жыл бұрын
@manobbasumatary3020
@manobbasumatary3020 11 ай бұрын
@chandanbora720
@chandanbora720 Жыл бұрын
Bohut vall lagil Sai ❤mind blowing performance ❤🎉
@SulekhaBasumatary-is2rj
@SulekhaBasumatary-is2rj 4 ай бұрын
Bohut val lage Dada baido tohotor video sai😘😘
@dhrubajitgoswami2686
@dhrubajitgoswami2686 Жыл бұрын
কবলৈ একো ভাষা নাই ,,,,,,,,,,,,,,♥️♥️♥️♥️♥️♥️♥️ বহুত ধুনীয়া লাগিল 👌👌👌👌👌 Good job bro Love you ❤️❤️❤️❤️
@sasanka06
@sasanka06 Жыл бұрын
বহুত ভাল লাগিল দুইজনে ধুনীয়া কৈ Acting কৰিছা, আশা কৰোঁ আগলৈয়ো এনেকুৱা ভিডিঅ'বোৰ পাই থাকিম । বহুত শুভেচ্ছা থাকিল দুয়োজনলে আৰু তোমালোকৰ সকলো Team ৰ লৈকে । ☺️❤️
@ankurbangthai3754
@ankurbangthai3754 Жыл бұрын
বহুত বহুত ধুনীয়া হৈছে । দ্বিতীয় পাৰ্টৰ বাবে অপেক্ষা থাকিল
@Hghatowar
@Hghatowar 2 ай бұрын
বহুত ভাল হৈছে মন ভাল লাগি গল আৰু মনক হস্পিটেল নি বচাই দিয়ে যেন মোৰ এটি বিশেষ অনুৰূদ ধন্যবাদ থাকিল।
@expolresomethingelse8865
@expolresomethingelse8865 Жыл бұрын
Respect team.. ইমান ধুনীয়া ❤️❤️ "হাঁহি এটি" আৰু "মন মইনা" সচাকৈয়ে কবলৈ একো নাই 🥰 সুখী"" শুভকামনা বহুত বেছি। আৰু ভাল ভাল কাম হওঁক।। ❤️ ❤️ ❤️
@AbinashSaikia-wz7uc
@AbinashSaikia-wz7uc Жыл бұрын
Assmessong
@kushalbora2553
@kushalbora2553 Жыл бұрын
অভিনয়ৰ লগতে কেমেৰা editing সকলো খিনি সুন্দৰ হৈছে বিশেষকৈ পৰিবেশটোয়ে এটা অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে ❤
@poranboruah9386
@poranboruah9386 Жыл бұрын
সহজ সৰল গাঁও পৰিবেশৰ এই ছবি খন সঁচাই বৰ ধুনীয়া হৈছে । আশা কৰোঁ আগলৈ আৰু এনেকৈয়ে চাব পাম ।...অলপ মান মৰম্ শিৱসাগৰ চৰাইদেউ পৰা 🤌💚
@ShrimantaBorah-z8r
@ShrimantaBorah-z8r Жыл бұрын
Hosake eman kom yearsot bohut val avinoi korisa val gale❤❤
@bora.gaming.9678
@bora.gaming.9678 Жыл бұрын
মনৰ পৰা কৈছোঁ সঁচাই বহুত ভাল লাগিল ❤❤ আৰু আগুৱাই যোৱা ❤️😘🌏
@Indrani-w2c
@Indrani-w2c Жыл бұрын
বহুত বেছি ভাল লাগিল তোমালোকৰ অভিনয়। আগুৱাই যোৱা আৰু। আজি first তোমালোকৰ flim খন চাই কিবা মনটো বেয়া লাগি গল। বাকী আগুৱাই যোৱা দুইটা। মৰমৰ যোৰহাটৰ পৰা ❤❤❤❤
@tinavlogs446
@tinavlogs446 Жыл бұрын
বহুত ভাল লাগিল চাই 👍🏻 হৃদয় চুই গ'ল 😢
@HarkantaDas-xp1yn
@HarkantaDas-xp1yn 6 ай бұрын
বহুত ধুনীয়া হৈছে আগূৱায় যোৱা তুমালক তাৰেই কামনা ❤❤❤
@প্ৰিয়মজ্যোতিগগৈ
@প্ৰিয়মজ্যোতিগগৈ Жыл бұрын
আকাংক্ষ্যা ৰ অভিনয় একেবাৰে নিপুণ অউ 📍 বাকী সৌৰভ ভাই জুই লগাই থাকা এনেকেই...শুভকামনা এসোপামান !
@AnamikaDeka454
@AnamikaDeka454 Жыл бұрын
🎉❤😢😮😅😊🎉😂❤❤🎉❤
@bipulsaikia2527
@bipulsaikia2527 Жыл бұрын
Val lagil hosakoi
@TiluttamaBorah
@TiluttamaBorah Жыл бұрын
হৃদয় চুই গৈছে😢 সঁচাই বহুত ধুনীয়া অভিনয় কৰিছে । ❤
@rantu6117
@rantu6117 Жыл бұрын
হৃদয় চুই গল...❤ পিছৰ খণ্ডৰ বাবে অপেক্ষা কৰিছোঁ.....
@RituRaj-x9f
@RituRaj-x9f 6 ай бұрын
এয়া অসমীয়া এক পৰিচয়। সুন্দৰ হৈছে অভিনয় ❤❤❤❤
@Kakopother_Boy
@Kakopother_Boy Жыл бұрын
তোমালোকৰ ভিদিঅ চাই বহুত‌ বহুত বহুত বেছি ভাল লাগে ❤ অন্তৰ চুই যোৱা কৈ ❤❤ আৰু এনে ভিদিঅ বনাই যাৱা বহুত ভাল লাগে❤❤ কাকপথাৰ পৰা মৰম যাচিলো ❤
@RanjitDas-in1cy
@RanjitDas-in1cy Жыл бұрын
বৰ ধুনীয়া লাগিল ।সুন্দৰ অভিনয় সুন্দৰ সংলাপ। আগবাঢ়ি যোৱা ।দুয়োজনৰ কাহিনী চাবলৈ আকৌ ৰৈ আছো ।😘❤
@munnaahmed8661
@munnaahmed8661 Жыл бұрын
হৃদয় চুই যোৱা অভিনয় অভিনয়ৰ প্রসংশা কৰিবলৈ নোৱাৰোঁ ইমানেই ভাল হৈছে❤
@rupambora7372
@rupambora7372 4 ай бұрын
Bohut Bohut val lagil mon maina ☺️💕💕❤️❤️❤️
@Dibyajyoti916
@Dibyajyoti916 Жыл бұрын
দুয়োৰে অভিনয় বৰ ধুনীয়া হৈছে আৰু Videography একদম Next level. Keep it up ❤
@PrafullaBasumatary-or8qy
@PrafullaBasumatary-or8qy Жыл бұрын
সঁচাকৈ বহুত মৰম লগা এটা love story ❤ ধেমাজিৰ পৰা মৰম জাচিছো❤
@MicroStarFF
@MicroStarFF Жыл бұрын
👇Respect Button For This Team ❤
@tankeswardas-ir4ti
@tankeswardas-ir4ti Жыл бұрын
Very nice story❤
@JuriGogou-xy1hk
@JuriGogou-xy1hk Жыл бұрын
Hunkale 2nd part sabo bisaru...
@chinkujod5686
@chinkujod5686 Жыл бұрын
Editor jod
@AKASHgaming-te8gv
@AKASHgaming-te8gv Жыл бұрын
Beharbari t tumar bor k comment dekhu
@MicroStarFF
@MicroStarFF Жыл бұрын
@@AKASHgaming-te8gv um
@bimanphukan
@bimanphukan Жыл бұрын
ছবিখনৰ লগত জৰিত সকলোকে বহুত বহুত ধন্যবাদ,ইমান সুন্দৰ ছবিএখন আগবঢ়ায় দিয়াৰ বাবে, ছবিখন চাই খুব ভাল লাগিল।
@sgogoi459
@sgogoi459 Жыл бұрын
মন মইনা🔥🔥সুন্দৰ কাহিনী,ধুনীয়া হৈছে, আগুৱাই যাওঁক..👌❤❤সকলোৰে অভিনয় বহুত ভাল হৈছে ,হৃদয় চুই গৈছে❤❤ শুভেচ্ছা থাকিল সকলো অভিনেতা অভিনেত্ৰীলৈ.... আৰু ধুনীয়া ভাল ভাল চুটি ছবি যাতে আগলৈ আমাক উপহাৰ দিয়ে।
@sayanikahazarika8065
@sayanikahazarika8065 Жыл бұрын
বহুত বহুত মৰম দুয়োটালৈ❤.. তোমাক এনেকুৱা ৰূপত চাবলৈ অলপ বেয়া লাগে সোণ 😢..... Baki Ankani kintu 🔥🔥
@assameseboysagarbora9176
@assameseboysagarbora9176 Жыл бұрын
ধন্যবাদ সোণ🥰। তোমাৰ দৰে এজনি লগৰী পোৱাৰ বাবে সুখী মই🥰 । বাকী " মৰম" আহিব 😜
@sayanikahazarika8065
@sayanikahazarika8065 Жыл бұрын
​@@assameseboysagarbora9176নাহে দেইই মৰম
@moinabora3196
@moinabora3196 5 ай бұрын
মন মইনা ধুনিয়া
@jitumonidekadeka2631
@jitumonidekadeka2631 Жыл бұрын
Heart touching performance, ❤❤ dhuniya hoise dei duijonore acting, আৰু আগুৱাই যোৱা তোমালোকে ❤❤❤
@sumongogoi1138
@sumongogoi1138 Жыл бұрын
"Assamese Boy Sagar Bora" ৰ সকলো কলা কুশলী লৈ শদিয়াৰ পৰা এসাগৰ মৰম ❤️🥰 যাঁচিছো। সকলোৰে অভিনয় খুব সুন্দৰ হৈছে। "মন মইনা" দ্বিতীয় খণ্ডৰ অপেক্ষাৰে....
@ritudevil8319
@ritudevil8319 Жыл бұрын
Mohakhoi thike koisa
@debajitsaikia8325
@debajitsaikia8325 Жыл бұрын
মন ❤মইনা❤
@PuspolotaBorah
@PuspolotaBorah 4 ай бұрын
Mojja story ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤👍👍👍👍👍👍👍👍👍
@deepjutigogoi6479
@deepjutigogoi6479 Жыл бұрын
শেষৰ মুহূৰ্তত বহুত দুখ প্ৰকাশ কৰিলোঁ ।সঁচাকৈ হৃদয় চুই যোৱা কাহিনী সুন্দৰ এক্টিং সকলো সদস্য আগুৱাই যোৱা।ধন্যবাদ ❤🥺
@pradipborah3546
@pradipborah3546 Жыл бұрын
বহুত ভাল লাগিল চাই ❤️ দুইজনেই বৰ ধুনীয়া কৰিছা বহুত মৰম দুইজনলৈ ২nd part ৰ কাৰনে অপেক্ষা কৰিম. 😮
@Deepudas714
@Deepudas714 Жыл бұрын
Pure and smooth acting can't wait for second part
@Adventurez949
@Adventurez949 6 ай бұрын
Khub dhunia ovinoi protijon hilpi a❤ really appreciative
@deep5302
@deep5302 Жыл бұрын
Wow. Iman dhuniya cinematography and acting first time Assamese shortfilmot dekhilu. Bohut bhal lagil sai.❤️
@biswajitsaikia7815
@biswajitsaikia7815 Жыл бұрын
মাকচম মজা বনাইছে❤তাই জনীয়ে হৃদয় কঁপাই যোৱা অভিনয় কৰিছে❤❤শুভকামনা আৰু শুভাশীষ থাকিল❤❤
@theneel772
@theneel772 Жыл бұрын
Omg finnally ahi gol de return videotu ❤ bohut dhukhot porisilu o dada and love you so much sagor da ❤❤ 😘
@probinnath7674
@probinnath7674 5 ай бұрын
বহুত বহুত ভাল লাগিল
@parthaprotim11
@parthaprotim11 Жыл бұрын
The story and your acting skills.. just love it ❤
@mr.bairagi9342
@mr.bairagi9342 Жыл бұрын
Next level acting 🔥🔥🔥🔥 this will hit 1 million+ soon 🪄 mark it 🎉
@b.jentertainment6892
@b.jentertainment6892 Жыл бұрын
মোৰ হৃদয় চুই গৈছে । মোৰ জীৱনটো ৰ লগত মিলি গৈছে আৰু তোমালোকৰ অভিনয় সঁচাই বহুত ভাল হৈছে আগবাহি যোৱা ভগবানৰ ওচৰত পাৰ্থনা জনাইছোঁ 🙏🙏🙏
@SumuDekaraja
@SumuDekaraja 5 ай бұрын
Baa joni ovinoe vl lagil❤❤❤🎉🎉🎉🎉
@dipankartalukdar2049
@dipankartalukdar2049 Жыл бұрын
বহুত ভাল লাগিলে দেই....চকু পানী ৰখাব নোৱাৰিলোঁ 😢❤
@sumki4054
@sumki4054 11 ай бұрын
💖💖💖💖💖💖💖💖🐔🙏🙏
@nipunkardong2033
@nipunkardong2033 Жыл бұрын
বৰ ধুনীয়া অভিনয় আৰু কাহিনী ❤ অভিনন্দন জনালোঁ ।
@koushikbora6487
@koushikbora6487 Жыл бұрын
তুমালোকৰ অভিনয় সচাকৈয়ে অতুলনীয় তুমালোকৰ এই প্ৰতিভাই অসমীয়া চিনেমা জগত খন এখোজ আগুৱাই নিব ❤আন্তৰিক শুভেচ্ছা থাকিল 🎉
@Reshmishah435
@Reshmishah435 11 ай бұрын
Video tu say bor vl lagil xeujiya prokritite bhora 😊
@DimbeswarLungki-ny6wp
@DimbeswarLungki-ny6wp Жыл бұрын
অপেক্ষা মাটো মন মইনা 2লৈ ❤️❤️❤️❤️❤️💯💯💯💯💯💯💯💯💯💯💯
@hepah2691
@hepah2691 Жыл бұрын
সদায় দেখি থকা আমাৰ ল'ৰা ছোৱালী দুটাৰ কামে সুখী কৰিছে দেই.. শুভেচ্ছা, গৈ থাকা পোহৰৰ বাটে❤
@axomardeka8173
@axomardeka8173 Жыл бұрын
Kon jegar hoi kob neki sinaki sinaki lagise location bor
@junborah744
@junborah744 Жыл бұрын
বৰ ধুনীয়া অভিনয় আৰু কাহিনী❤ অভিন্দন জানালো next part চাবলৈ অপেক্ষা❤❤
@HemsonRongpi
@HemsonRongpi 6 ай бұрын
সুন্দৰ অভিনয় আৰু কাহিনী ও বহুত ভাল লাগিছে ❤❤❤❤❤❤
@Mr_Deep_official_
@Mr_Deep_official_ Жыл бұрын
Story and acting 🔥❤️🥺😢........ Awesome ❤.......Love from Morigaon ❤️😢
@manalishadas2421
@manalishadas2421 Жыл бұрын
হৃদয় চুই গল 😢 ইমান দুখ লাগিলে শেষত😢❤
@pk07status72
@pk07status72 Жыл бұрын
সচাকৈ 😢🥺
@achyut3834
@achyut3834 Жыл бұрын
Unbelievable story ❤❤ unbelievable acting. Keep it up brother 🎉🎉🎉
@MontuKalitaKalita
@MontuKalitaKalita 5 ай бұрын
Nice bry ❤❤❤❤❤
@madhuadhikari66
@madhuadhikari66 Жыл бұрын
বহুত ধুনীয়া লাগিল, অতি সুন্দৰ অভিনয় সকলোৰে, শুভেচ্ছা যাছিলো আগুৱাই যাওক ❤❤❤❤🙏🙏 দ্বিতীয় খণ্ড অপেক্ষাত
@durgadeka7793
@durgadeka7793 2 ай бұрын
❤😢
@rontudas7414
@rontudas7414 Жыл бұрын
Moina's acting is superb ❤❤.....I really like it..... Waiting for the next episode 😊
@dipamonigogoi3508
@dipamonigogoi3508 Жыл бұрын
বহুতেই ভাল লাগিল ❤বৰ মৰম লাগে অ তোমালোকক ❤এইদৰে আগুৱাই যোৱা👍চকুপানী ওলাই গল😢দ্বিতীয় খণ্ডলৈ অপেক্ষা মাথো❤
@BitupanDewri-d6g
@BitupanDewri-d6g 4 ай бұрын
Eman vll lgil aru alp digolya hb lgisel❤❤❤❤
@jitubarman2337
@jitubarman2337 Жыл бұрын
অতি সুন্দৰ হৈছে মনমইনা দললৈ শুভেচ্ছা থাকিল next part চাবলৈ অপেক্ষাত থাকিলো ❤️
@ddhemali2.040
@ddhemali2.040 Жыл бұрын
আজি প্ৰথম তোমালোকৰ short film চালোঁ। বিৰাটেই ভাল লাগিল। অভিনয়ো খুবেই ধুনীয়া হৈছে। আগবাঢ়ি যোৱা সদায় এনেদৰে।❤️
Mon Moina Part2/official release/new Assamese short film by Assamese boy Sagar Bora
17:45
Ful Video ☝🏻☝🏻☝🏻
1:01
Arkeolog
Рет қаралды 14 МЛН
요즘유행 찍는법
0:34
오마이비키 OMV
Рет қаралды 12 МЛН
আলহীৰ বিলৈ🤣😅full comedy
12:26
JIMPI BORA
Рет қаралды 823 М.
Moromor Thikona/new Assamese short film by Assamese boy Sagar Bora #new_assames_short_film
19:54