MOROM JODI NAI // RANJAN CHUTIA // ASSAMESE GOSPEL SONG 2024 //

  Рет қаралды 22,023

Ranjan Chutia manik

Ranjan Chutia manik

Күн бұрын

WHPC gospel song
Singer Ranjan chutia
Financer: Monjula hazarika
Dubbing: Manik Chutia
Music composer :-Swapno jyoti moran
Edit:- Abhijeet phukan

Пікірлер: 199
@chandramohanborah1870
@chandramohanborah1870 9 ай бұрын
Amen Hallelujah Hallelujah
@neepasahu735
@neepasahu735 9 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক🙏 গীতটো বহুত ভাল লাগিছে । ঈশ্বৰে জগতক ইমান মহান প্ৰেম কৰিলে তেনেকৈ আমিও যেন সকলোকে প্ৰেমেৰে ব্যৱহাৰ কৰিব পাৰোঁ আমাক আশীৰ্বাদ কৰিবা প্ৰভু🙏❤️❤️❤️❤️❤️
@ranjumoniborah5560
@ranjumoniborah5560 9 ай бұрын
ঈশ্বৰৰ প্ৰশঙখা গৌৰব হওক 🙏🙏
@namitasaikia7730
@namitasaikia7730 9 ай бұрын
ঈশ্বৰৰ প্ৰশংসাৰ হওক আমেন ❤❤
@ranjitahazarika3743
@ranjitahazarika3743 9 ай бұрын
Eshwarr prakhongkha hoak amar mohan Guru dev tekhetok kuti kutibar dhonyabad jonaisu pravu Jesus dhonyabad 🙏🙏🙏
@dipikadoley1683
@dipikadoley1683 9 ай бұрын
Praise the Lord✝️🙏 amen🙏✝️✨ hallelujah 🙏✨✝️
@bishwajitboruah7488
@bishwajitboruah7488 9 ай бұрын
ঈশ্বৰৰ প্রশংসা হওঁক। অতি সুন্দৰ গীত পিতাই। ঈশ্বৰে সকলোকে আর্শীবাদ কৰক। আমেন Praise the lord🙏🙏🙏
@abhijeethdr5920
@abhijeethdr5920 9 ай бұрын
PRAISE THE LORD,THANK YOU DEAR 😍 LORD JESUS, DHANYABAD GURUPITA, HALLELUJAH AMEN❤
@gouravburagohain597
@gouravburagohain597 9 ай бұрын
ঈশ্বৰ প্ৰশংসা হওক হাল্লিলুয়া
@TinsukiaAssam-nb3up
@TinsukiaAssam-nb3up 9 ай бұрын
Praise the lord guru pati joi hoke 🙏🙏🙏🙏🙏🙏❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️❤️🙏
@RipaSahu-y5t
@RipaSahu-y5t 9 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক❤️🙏হে প্ৰভূ তোমাৰ এই সুন্দৰ গীতৰ যোগেদি আমাক সকলোৰে হৃদয়ত প্ৰেমৰ আশিৰ্বাদ দিবা❤️🙏🙏🙏আমেন প্ৰভূ🙏🙏
@mousumiboruah9661
@mousumiboruah9661 9 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏🙏🙏।পিতা আৰু মাৰ চৰণত সেৱা আৰু প্ৰণাম জনালোঁ 🙏🙏। প্ৰভূ তোমাৰ বাক্যৰে সদায় আমাক জীয়াই ৰাখিবা আমেন🙏।
@nirupoma5935
@nirupoma5935 9 ай бұрын
প্ৰভুৰ মহিমা, প্ৰশংসা আৰু গৌৰব হওক, 🙏✝️🛐
@sonjubawri2939
@sonjubawri2939 9 ай бұрын
Praise the lord hallelujah amen.🙏🙏🙏✝️
@dipakgogoi7283
@dipakgogoi7283 9 ай бұрын
Praise the lord pitai এই গীতটোৰ যোগেদি সকলো দাস দাসীক আশীবাদ কৰক আমেন ❤❤
@dhairjyalatadas8101
@dhairjyalatadas8101 9 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক আমাৰ মহান গুৰুজনালৈ বহুত বহুত ধন্যৱাদ জনাইছো। প্ৰভুৱে আপোনাক আৰু শক্তি দিয়ক ,সদায় আনন্দত ৰাখক ,কুশলে ৰাখক আমেন 🙏🙏🙏🙏
@subhalaxmiboruah9700
@subhalaxmiboruah9700 9 ай бұрын
Praise the lord hallelujah hallelujah hallelujah 🙌 🙏🏻 ♥️ ❤️ 👏
@TaralipangingMiliPanging-uc5xb
@TaralipangingMiliPanging-uc5xb 9 ай бұрын
হে সত্য ঈশ্বৰ তোমাৰ মহিমাৰে মহিমামবিত কৰি চয়তানৰ কবলৰ পৰা উদ্ধাৰ কৰা।অন্তজামি ঈশ্বৰৰ ইচ্ছাৰ বিপৰীতে আৰু আশীৰ্বাদৰ অবিহনেই আমাৰ জীৱনেই অসম্ভৱ। হে ঈশ্বৰ তোমাৰ হাতৰ মুঠিত আমাক ধৰি ৰাখিবা ।❤❤❤🙏🏻🙏🏻🙏🏻
@lakhigogoi5243
@lakhigogoi5243 9 ай бұрын
ঈশ্বৰৰ প্রশংসা হওঁক🛐 হে প্রভু গুৰুজনা এই আত্মাৰ গীতি যোগেদি গোটেই পৃথিৱীত মহিমা হওঁক🛐গুৰুজনা ইমান সুন্দৰকৈ আত্মাৰে গাইছে ঈশ্বৰে সকলোকে আশীর্বাদ কৰক ধন্যবাদ🛐🙏🛐 গুৰুজনা জয় হওঁক হালেলৈয়া হালেলৈয়া হালেলৈয়া হালেলৈয়া হালেলৈয়া🛐🛐🛐🛐
@bphukan9263
@bphukan9263 9 ай бұрын
Praise the lord ! Halleluajh ! Amen Amar guru pitar ai aatmar geetur jugedi Ishaworor hkolu dakh dakhi ke aakhirbaad korok
@popycarplace
@popycarplace 9 ай бұрын
Praise the Lord pita🎉🎉🎉🎉🎉🎉🎉❤❤❤❤❤❤❤❤❤❤❤🎉🎉🎉🎉🎉🎉🎉🎉
@trishnaranigogoi236
@trishnaranigogoi236 9 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏✝️🙏 এই গীতৰ যোগেদি যাতে ইজনে সিজনক প্ৰেম কৰে । আমাৰ সকলোৰে মাজত প্ৰেমৰ ভাৱ জগাই তোলে , ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক 🙏✝️🙏 আমেন 🙏
@bhanibalasaikia5176
@bhanibalasaikia5176 9 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হক আমেন গুৰু পিতা আৰু গুৰু মালৈ হিআ ভৰা ওলগ জনাইছোঁ যাতে ঈশ্বৰ পিতাই সকলোকে ভালে কুশলে ৰাখে ।এই মহান গীত টিৰ যোগেদি সকলোৰে অন্তৰ ত মৰমৰ সঞ্চাৰ কৰক।আমেন হালীলুইআ ।
@duttapartha5245
@duttapartha5245 9 ай бұрын
Praise the Lord pitai❤✝️🙏💐💐🙏🙏
@purabisaikia6483
@purabisaikia6483 9 ай бұрын
Praise the lord🙏🙏 hallelujah ✝️✝️
@DeepaGogoi-j3g
@DeepaGogoi-j3g 9 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হ ওক
@tulshirdas2985
@tulshirdas2985 9 ай бұрын
Praise the Lord🙏🙏🛐🛐🛐 Hallelujah amen🛐🛐🛐🛐🛐
@uttamborah2853
@uttamborah2853 9 ай бұрын
Praise the lord🙏🙏amen🙏🙏
@This__gurl
@This__gurl 9 ай бұрын
Praise the Lord 🙏🏻🙏🏻🙏🏻❤❤❤😭😭😭
@Kironmudi11
@Kironmudi11 9 ай бұрын
Praise The Lord, Halilujah and nice song thank you jesus.. Amen 🙏🏻
@TarunHazarika-j2f
@TarunHazarika-j2f 9 ай бұрын
Praise the lord.Halelujah
@priyamajumdar6648
@priyamajumdar6648 7 ай бұрын
Praise the Lord 🙏Hallelujah hallelujah ❤️❤️❤️ amen 🙏
@mridupabansaikia8647
@mridupabansaikia8647 9 ай бұрын
Praise the lord ✝️💒✝️
@nirojdeori7130
@nirojdeori7130 9 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক,❤❤ মহান গুৰু পিতা আৰু গুৰু মা ৰ চৰণত সেৱা জনাইছোঁ, আমেন ❤❤
@bhagyashreechliha9390
@bhagyashreechliha9390 9 ай бұрын
Praise the lord 🙌
@junmoni000
@junmoni000 9 ай бұрын
Praise the lord nice pitai ❤❤❤❤❤
@RanjanChutiaTestimony
@RanjanChutiaTestimony 9 ай бұрын
ঈশ্বৰৰ প্ৰেম; ঈশ্বৰৰ প্ৰতি প্ৰেম 1 ভাবি চাওক, পিতৃ ঈশ্বৰে আমাক কেনে প্ৰেম প্ৰদান কৰিলে, আমি যেন ঈশ্বৰৰ সন্তান বুলি অভিহিত হওঁ আৰু আমি হৈছোও!a এই বাবে জগতৰ মানুহে আমাক নাজানে, কাৰণ জগতে তেওঁক নাজানিলে৷ 2 হে প্ৰিয়সকল, এতিয়া আমি ঈশ্বৰৰ সন্তান; কিন্তু পাছত কি হ’ম, সেয়ে এতিয়ালৈকে প্ৰকাশিত হোৱা নাই। কিন্তু আমি জানো যে, খ্ৰীষ্ট যেতিয়া প্ৰকাশিত হব, তেতিয়া আমি তেওঁৰ নিচিনাই হ’ম৷b তেওঁ যেনেকুৱা আছে, তেনেকুৱাই তেওঁক দেখিম৷ 3 আৰু তেওঁৰ ওপৰত যি ব্যক্তিৰ এনে আশা বা আত্মবিশ্বাস আছে, তেওঁ যেনে শুচি, তেৱোঁ তেনেকৈ নিজকে শুচি কৰে। 4 যি কোনোৱে পাপ-আচৰণ কৰে, তেওঁ বিধান লঙ্ঘন কৰে; আৰু বিধান-লঙ্ঘন কৰাই পাপ। 5 আপোনালোকে জানে যে, পাপ দূৰ কৰিবলৈc তেওঁ প্ৰকাশিত হ’ল আৰু তেওঁত কোনো পাপ নাই। 6 যি কোনোৱে তেওঁত থাকে, তেওঁ পাপ নকৰে; যি কোনোৱে পাপ কৰে, তেওঁ তেওঁক দেখা নাই আৰু জনাও নাই। 7 হে প্রিয় সন্তানসকল, আপোনালোকক ভুলাবলৈ কাকো নিদিব; যি কোনোৱে ধাৰ্মিকতা আচৰণ কৰে, খ্ৰীষ্ট যেনে ধাৰ্মিক, তেৱোঁ তেনে ধাৰ্মিক হয়। 8 যি কোনোৱে পাপ-আচৰণ কৰে, তেওঁ চয়তানৰ;d কিয়নো চয়তানে আদিৰে পৰা পাপ কৰি আছে। চয়তানৰ কৰ্ম ধ্বংস কৰিবৰ কাৰণেe ঈশ্বৰৰ পুত্ৰ প্ৰকাশিত হ’ল। 9 যিজন ঈশ্বৰৰ পৰা জন্ম পোৱা হয়, তেওঁ পাপ-আচৰণ নকৰে; কাৰণ ঈশ্বৰৰ বীজ তেওঁৰ অন্তৰত থাকে৷ তেওঁ পাপ কৰিব নোৱাৰে; কাৰণ ঈশ্বৰৰ পৰা তেওঁৰ জন্ম হ’ল। 10 ইয়াতে প্রকাশ পায় কোন ঈশ্বৰৰ সন্তান আৰু কোন চয়তানৰ সন্তান! যি কোনোৱে ধাৰ্মিকতাৰ আচৰণ নকৰে, তেওঁ ঈশ্বৰৰ সন্তান নহয়। যিজনে নিজ ভায়েকক প্ৰেম নকৰে, তেৱোঁ ঈশ্বৰৰ সন্তান নহয়। 11 কিয়নো আমি যেন পৰস্পৰে প্ৰেম কৰোঁ, এই বার্তা আপোনালোকে আদিৰে পৰা শুনি আছে। 1যোহন:৩
@aparajitaborbora1668
@aparajitaborbora1668 9 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক, আমেন ❤️🙏
@abhijeethdr5920
@abhijeethdr5920 9 ай бұрын
AMEN❤
@junaliborsaikia9697
@junaliborsaikia9697 8 ай бұрын
হয় পিতাই।।।।। সকলো জানিও এনে কিছুমান সমস্যাই আগুৰি আছে আঁতৰি আহোঁ বুলি ভাবিলেও ওলাই আহিব পৰা নাই। চকুৰ আগত দেখি থাকিলে খং-ৰাগে আবৰি থাকে।।।প্ৰভু ৰোগ-দোষ , অভাৱ অনাটন থকাৰ উপৰিও ল'ৰা পঢ়া-শুনা কৰিবলৈ মন নকৰে আৰু যে অনেক তথাপি প্ৰভু আজি তোমাক জানিলো তুমি আমাৰ পাপৰ কাৰণে ক্ৰুচত হত হ'লা আৰু পিতাই বুলি মাতিব পৰাকৈ পবিত্ৰ আত্মাৰে বিভূষিত গুৰুজনাক দিছা। ইমান দুখ কষ্টেৰ মাজেৰে আজি লৈকে আমাক তেওঁ চলাই লৈ গৈ আছে । আমি পাপী অৰ্ধমীয়ে আজি ইমান সহজে সকলো পাইয়ো তেওঁৰ পথত আগবাঢ়িব পৰা নাই। ক্ষমা কৰিবা প্ৰভু , চলোমনক যিদৰে জ্ঞান-বুদ্ধি দিছিলা আমাকো দিয়া। আমাৰ মহান গুৰুজনা আৰু গুৰু মাক সু-স্বাস্থ্য ৰে ৰাখিবা । আমেন 🙏🙏
@bobitagogoigogoi7937
@bobitagogoigogoi7937 9 ай бұрын
Praise the lord 🛐 ✝️ Amen ❤️
@jyotibikashsaikia4683
@jyotibikashsaikia4683 9 ай бұрын
Praise The Lord🙏🏻✝️❤️
@minotisobor6069
@minotisobor6069 9 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 হে পিতা তোমাৰ মৰম সদায় আমাৰ লগত থাকক🙏💞💞 আমেন পিতা❤❤🙏🙏🙏🙏💞💞
@RuskinGogoi-sz1dx
@RuskinGogoi-sz1dx 9 ай бұрын
Praise the Lord 🙏🌹💖🎵🎸🎸🎸✝️🎸🎸🎸🎵💖🌹🙏
@rumenbegum8131
@rumenbegum8131 9 ай бұрын
praise the lord, amen.
@PIKUS-2Y
@PIKUS-2Y 9 ай бұрын
Praise the lord Jesus Amen 🙏🙏🙏
@JanakiRamchiary
@JanakiRamchiary 9 ай бұрын
Probhu esur Joy
@aparajitaborbora1668
@aparajitaborbora1668 9 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক, সুন্দৰ গীতৰ যোগেদি সকলোকে ঈশ্বৰে আশীৰ্বাদ কৰক,আমেন ❤❤❤
@BittuDas-ln2uj
@BittuDas-ln2uj 9 ай бұрын
Praise the lord Aman
@citumoniphukan4872
@citumoniphukan4872 8 ай бұрын
ঈশ্বৰৰ প্রশংসা হওঁক.. গীতটি যোগেদি সকলো দাস দাসীক আশীর্বাদ কৰক। আমেন🙏🙏❤🛐🛐🛐
@MadhobiSharma-d1k
@MadhobiSharma-d1k 9 ай бұрын
Praise the lord 🙏🙏🙏
@RajuNath-nu3lk
@RajuNath-nu3lk 9 ай бұрын
Praise the lord jesus provu joi hoke 🙏 halleluya 🙏 amen 🙏 ❤🎉🎉
@mrinmoytalukdar6601
@mrinmoytalukdar6601 9 ай бұрын
Pranam pita parmeshwar ❤❤❤ei ganere aamak aakhirbad kora ❤❤❤ Praise the lord🙏🙏🙏✝️✝️✝️
@MILANBORA-jl1bv
@MILANBORA-jl1bv 9 ай бұрын
Prase the lord Guru Pita,
@BibiPhukan
@BibiPhukan 9 ай бұрын
Praise the lord amen ❤❤❤
@ratonday8015
@ratonday8015 9 ай бұрын
ঈশৰৰ প্ৰশংসা হওঁক 🙏🙏
@julisaikia1798
@julisaikia1798 9 ай бұрын
Praise the lord of Jesus
@fitnessworkout7689
@fitnessworkout7689 9 ай бұрын
Praise the lord. 🙏🙏🙏🙏🙏🙏
@hasnasaikia9674
@hasnasaikia9674 9 ай бұрын
Prise the Lord Amen 🙏 🙌 ❤️
@SurengogoiSurengogoi-jj6jq
@SurengogoiSurengogoi-jj6jq 9 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক ৷🙏🙏🙏
@pramilakurmi8363
@pramilakurmi8363 9 ай бұрын
Praise the lord ✝️🙏🙏🙏🙏
@himantahazarikassonowal1188
@himantahazarikassonowal1188 9 ай бұрын
Pres the lord 🙏 amen pitai 🙏
@Junmonigogoi-be9fs
@Junmonigogoi-be9fs 9 ай бұрын
Praise the lord guru pitai 🙏🙏🙏
@papugogoipapu6473
@papugogoipapu6473 9 ай бұрын
Praise the lord guru pita. amen ✝️🙏
@pallavichetiapallavichetia6248
@pallavichetiapallavichetia6248 9 ай бұрын
Praise the lord 🙏🙏🙏🙏 amen
@bhonimohan6045
@bhonimohan6045 9 ай бұрын
Praise the lord. Amen
@gitanjoligogoi6279
@gitanjoligogoi6279 9 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏ঈশ্বৰৰ নতুন গীতটোৰ যোগেদি সকলোকে আৰ্শীবাদ কৰক 🙏🙏🙏
@mousumirajkonwarsonowal362
@mousumirajkonwarsonowal362 9 ай бұрын
Priase the Lord ❤
@BikramGuwala-u2n
@BikramGuwala-u2n 9 ай бұрын
🙏🙏🙏 persh the Lord 🌹🌹🌹 Good morning God blessings
@sumkidas500
@sumkidas500 9 ай бұрын
Praise the lord Amen hallelujah
@mylittleheartdristipratiks7470
@mylittleheartdristipratiks7470 9 ай бұрын
Praise the lord for Jesus... Amen
@juriphukan5855
@juriphukan5855 Ай бұрын
হে প্ৰভু যীশু মোৰ স্বামীক জ্ঞান বুদ্ধি শক্তি দিয়ক প্ৰাৰ্থনা কৰিছো আমেন
@jurismitasonowal9729
@jurismitasonowal9729 9 ай бұрын
Praise The Lord Amen ✝️🙏🏻❤️
@jonaligogoi572
@jonaligogoi572 9 ай бұрын
Praise.the.lord
@hemontauran5346
@hemontauran5346 9 ай бұрын
praise the Lord
@rikirajchitrakor7506
@rikirajchitrakor7506 9 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওক ❤❤❤
@nitumonihandique5579
@nitumonihandique5579 9 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক🙏পিতাইৰ গীততিৰ যোগেদি সকলোলে মহিমা হওঁক 🙏আমেন 🙏🙏🙏
@simaurang4390
@simaurang4390 9 ай бұрын
Praise the lord 🙏🙏🙏🙏🙏🙏🙏🙏
@monjulagogoi6480
@monjulagogoi6480 9 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক।🙏🙏🙏
@Spanish702
@Spanish702 4 ай бұрын
Probhu Daya kora babu jhyai Tula prabhu jesus praise the lord 🙏🙏😭🙏🙏😭🙏
@Spanish702
@Spanish702 4 ай бұрын
Probhu Daya kora babu jhyai Tula prabhu jesus praise the lord 🙏🙏🙏🙏😭😭🙏😭😭😭
@Rajumonigogoi890
@Rajumonigogoi890 9 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏
@mohonsaikia1433
@mohonsaikia1433 11 күн бұрын
Praise the lord 🛐🛐🛐🛐🛐🛐🛐🛐🛐🛐🛐🛐🛐🛐 Aamen ❤
@manideka2250
@manideka2250 9 ай бұрын
Pitai mor Pitai, Bajali Bhawanipur ++++++++++++++++++++++++++++++
@nitubarua3352
@nitubarua3352 9 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওক❤🙏✝️
@Chiranjib60
@Chiranjib60 9 ай бұрын
Praise the lord❤❤❤
@bububorah1727
@bububorah1727 9 ай бұрын
Praise the Lord🙏🙏🙏❤❤
@moromirisong5157
@moromirisong5157 9 ай бұрын
Praise the lord 🙏✝️🛐❤,🙏
@sanjaymajhi2948
@sanjaymajhi2948 9 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক🙏🙏
@P.kPrama
@P.kPrama 9 ай бұрын
Amen ,Halleluah❤❤
@ProgyaRajkhuwa
@ProgyaRajkhuwa 9 ай бұрын
Praise the Lord Gurupita Guruma Hallelujah Amen🙏
@ritagogoi9384
@ritagogoi9384 9 ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏🙏❤️❤️❤️
@NalinEnglengpi-lf6nf
@NalinEnglengpi-lf6nf 9 ай бұрын
Amen ❤
@risongnrisong9366
@risongnrisong9366 9 ай бұрын
Parse the lord
@manoojhazarika3909
@manoojhazarika3909 9 ай бұрын
Praise the Lord ❤❤❤...
@santoshsahu-pz3yy
@santoshsahu-pz3yy 9 ай бұрын
Praise the Lord ✝️🙏🏻
@jyotibikashsaikia4683
@jyotibikashsaikia4683 9 ай бұрын
Hallelujah🙏🏻✝️❤️
@DalimeMunda
@DalimeMunda 9 ай бұрын
Amen 🙏🙏🙏🙏Amen Amen
@GhanaChangmai-fo4ph
@GhanaChangmai-fo4ph 9 ай бұрын
Praise the lord
@Spanish702
@Spanish702 4 ай бұрын
Jesus christ Babu Daya kora probhu jhyai Tula prabhu
@DebajitKonwar-s5g
@DebajitKonwar-s5g 9 ай бұрын
Praise the loard pravu ❤❤❤❤
@lipikagogoi4434
@lipikagogoi4434 9 ай бұрын
Praise the Lord 🛐🛐🛐🛐🛐🙏🙏🙏🙏🙏🙏🙏
@bhobeshhazorika
@bhobeshhazorika 9 ай бұрын
Amen praise the lord
@babitabarmanborgohain4003
@babitabarmanborgohain4003 9 ай бұрын
Praise the lord pitay❤❤❤
He jesu tumi ketia ahiba // Ranjan Chutia // whpc // Assamese gospel song //
6:19
Dhudinke jibob Jana Ranjan chutia gospel song
5:44
Ranjan Chutia manik
Рет қаралды 37 М.
小丑教训坏蛋 #小丑 #天使 #shorts
00:49
好人小丑
Рет қаралды 54 МЛН
Правильный подход к детям
00:18
Beatrise
Рет қаралды 11 МЛН
黑天使只对C罗有感觉#short #angel #clown
00:39
Super Beauty team
Рет қаралды 36 МЛН
Notun Jibon (New Life) New Assamese Christian short Film
14:39
ABC PRODUCTION Golaghat
Рет қаралды 35 М.
Kihere Pujim Probhu
8:21
Ranjan Chutia - Topic
Рет қаралды 21 М.
AZAADI | HINDI GOSPEL SONG | SONIA BHATTACHARYA Ft. AAKHIKH WORSHIP |
5:22
Sonia Bhattacharya
Рет қаралды 19 М.
Mango To Mili Ranjan chutia gospel music song Whpc
5:11
Ranjan Chutia manik
Рет қаралды 23 М.
Aha ami atu pari //ranjan chutia//whpc//gospel song
6:42
Ranjan Chutia manik
Рет қаралды 35 М.
小丑教训坏蛋 #小丑 #天使 #shorts
00:49
好人小丑
Рет қаралды 54 МЛН