Most Beautiful home I have ever Seen - এনেকুৱা ঘৰ দেখা নাই

  Рет қаралды 710,835

Dimpu's Vlogs

Dimpu's Vlogs

Күн бұрын

Пікірлер: 1 200
@priyojonorbandhun
@priyojonorbandhun 5 ай бұрын
কঠোৰ কষ্টৰ ফলত এনেকুৱা ঘৰ এখন হয়।দেউতাক-মাকে সন্তানলৈ আৰুউঠি অহা প্ৰজন্মলৈ দিয়া আৰ্হি।বহুত অভিনন্দন যাঁচিলো দিম্পুৰ জৰিয়তে পৰিয়ালটোলৈ অভিনন্দন ।🙏🙏🙏❤❤❤
@moromiahmed3115
@moromiahmed3115 5 ай бұрын
@arifgaming2805
@arifgaming2805 5 ай бұрын
💙
@arifgaming2805
@arifgaming2805 5 ай бұрын
​@@moromiahmed3115❤
@priyojonorbandhun
@priyojonorbandhun 4 ай бұрын
@@moromiahmed3115 ধন্যবাদ।
@priyojonorbandhun
@priyojonorbandhun 4 ай бұрын
@@arifgaming2805 ধন্যবাদ।
@shraddhanjalisudhakanthalo9684
@shraddhanjalisudhakanthalo9684 5 ай бұрын
খৰালিৰ ধুলি-বালি বাৰিষাৰ বোকা, তাকোচোন গচকি ভাল লাগে একা, মাটিৰ মানুহ আমি মাটিৰ মৰম জাগিছে; মোক গাঁৱৰ মাটিয়ে মাতিছে৷ ঘৰটো ভাল লাগিছে৷ অভিনন্দন!
@indrajitbaruah1676
@indrajitbaruah1676 4 ай бұрын
❤❤❤❤ ❤❤ ❤
@TilottamaDevi-i1l
@TilottamaDevi-i1l Ай бұрын
Bajonir nam ki
@Withhprcreation
@Withhprcreation 5 ай бұрын
ভাল লাগিল বাইদেউৰ ঘৰখন....বহু কষ্ট আছে এইখিনিৰ আঁৰত। কিন্তু নাজানো ইমান বেছি কৃত্ৰিমতাৰ মাজত আৱৰি কেনেকৈ মানুহ থাকিব পাৰে....আমাক কিন্তু দিনটোত সেইজীয়া বতাহ লাগিবই...পথাৰৰ মাটি লাগিব লাগিবই ভৰিত....থকা কোঠাটোৰ কাষতে bathroom toilet আমাৰ অসমীয়াৰ কিন্তু পিছফালে যোৱা স্বভাৱ যাব লাগিবই....নাজানো দেখিবলৈ বৰ ধুনীয়া শান্তি যেন লাগিলেও কিন্তু বৰ দীঘলীয়া সময়ৰ বাবে শান্তিৰে থাকিব নোৱাৰি.... প্ৰকৃতিৰ প্ৰয়োজন থাকিবই ❤
@rajeshhazarika1663
@rajeshhazarika1663 5 ай бұрын
একেবাৰে সঁচা কথাটি
@manojkumarbarman8823
@manojkumarbarman8823 5 ай бұрын
Really
@iamJayantaBora
@iamJayantaBora 5 ай бұрын
Right 👍❤
@dgustudio3045
@dgustudio3045 4 ай бұрын
Thik koisa tumi..
@1nja__
@1nja__ 5 ай бұрын
Jimm dhuniya ghor nohowak kio.... Nijor ghor tu always best ...♥️✨
@BEING_rock
@BEING_rock 5 ай бұрын
Xohote blg r ghrt thoka nai nhoi... Xihotor nijorei ghr xeikhn😂
@Ronshoy.K
@Ronshoy.K 5 ай бұрын
😂😂😂😂😂😂😂😂😂😂😂😂
@মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন
@মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন 5 ай бұрын
@@BEING_rock আচলতে এওঁ ক'ব বিছাৰিছিল যে আনৰ ঘৰ ধুনীয়া হ'লেও কেতিয়াও নিজৰ নিজৰ থকা ঘৰখনৰ সমান হ'ব নোৱাৰে মানে এই ঘৰখনৰ গৰাকীৰ বাবে এই ৰাজ অট্টালিকা সুন্দৰ কিন্তু কিছুমান ৰ বাবে নিজৰ ভগা ঘৰখন ও স্বৰ্গৰ সুখ।
@user-wb6pb2df1z
@user-wb6pb2df1z 5 ай бұрын
Moi xoru ghorot thakihe vaal pau
@BEING_rock
@BEING_rock 5 ай бұрын
@@মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন Yes, I completely agree with you. I knew what he meant so I replied to him in a funny way using laughing emojis. But the thing is that if Dimpu showed any hotel or public property then his point would be justified otherwise not.
@মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন
@মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন 5 ай бұрын
ভাল লাগিল দীম্পু বৰুৱা এই ঘৰখন দেখি। সকলোৱে এনেকুৱা এখন ঘৰৰ আশা কৰিলেও বনোৱা সম্ভৱ নহয়। কিছুমানৰ আকৌ এইবোৰ দেখিলে ও বেয়া লাগে কিন্তু সুখৰ সংজ্ঞা প্ৰত্যেকৰে বাবে বেলেগ বেলেগ। কোনোবাজনে যদি উৰুখা পঁজাতে স্বৰ্গীয় সুখ অনুভৱ কৰিছে কোনোবাজনে শীত তাপ নিয়ন্ত্ৰিত কোঠাত থাকিও সেই সুখ অনুভৱ কৰিব পৰা নাই। আচলতে সুখী হ’বৰ বাবে ঐশ্বৰ্য ধন-সম্পত্তি বা বহুত টকা-পইচা নালাগে। হাজাৰ হাজাৰ টকা ব্যয় কৰিও মানুহে সুখ কিনিব নোৱাৰে। সুখ থাকে আমাৰ মনৰ মাজত; ইয়াক আমি অনুভৱহে কৰিব পাৰোঁ। সুখ মানেই হ’ল এক মানসিক শান্তি। যি কামৰ মাজেৰে মানসিক শান্তি লাভ কৰা হয় তেনে কামৰমাজেৰেই সুখবোৰ বৈ আহে স্বত্বঃস্ফুৰ্তভাৱে। সুখ আৰু দুখ কোনোটোৱেই আমাৰ জীৱনত স্থায়ী নহয় তথাপিও ভাৱ হয় দুখৰ দিনবোৰ যেন নাযায় নুপুৱায়। আমাৰ জীৱনত সুখ-দুখবোৰ আচলতে চক্ৰাকাৰে ঘূৰি থাকে, ঠিক ঋতুৰ দৰে। উচ্চাকাংক্ষা প্ৰত্যেক ব্যক্তিৰে থাকিব লাগে; কিন্তু অত্যাধিক উচ্চাকাংক্ষা বা প্ৰয়োজনতকৈ বেছি বিচাৰিলে সুখতকৈ দুখবোৰহে নামি আহে সেয়ে আমি যি পাইছোঁ তাতেই সন্তোষ লভিব লাগে। সদায় আমাতকৈ তলৰ খিনিলৈ চাব লাগে। সকলোৰে সুখ সমৃদ্ধিৰ বাবে পুৱাতেই প্ৰাৰ্থনা জনালোঁ কৃষ্ণ প্ৰভু 🙏 ( মণিমালা কলিতা,যোৰহাট)
@NitumoniBoro-zo6pj
@NitumoniBoro-zo6pj 5 ай бұрын
আপুনি কোন হয় নাজানো কিন্তু যি লিখিছে মোৰ মনৰ কথা লিখিছে দিম্পুই এই ভিদিও টো দ্বাৰাই বহুত দুখীয়া মানুহৰ মনত অলপ হলেও দুখ আনিছে । কেতিয়াবা দুখীয়া মানুহ বোৰ নো কেনেকৈ চলিছে অলপ দেখাব চুন খময় পালে
@shreyaskalita786
@shreyaskalita786 5 ай бұрын
Happiness r dhunia definition dise apuni ma'am
@মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন
@মণিমালাকলিতাচিৰচেনেহীমোৰভাষাজন 5 ай бұрын
নিতুমণি বড়ো, মই এগৰাকী সাধাৰণ নাৰী।লিখা মেলা মোৰ হবি। আচলতে পোৱা খিনি নাপালে দুখ লাগে হয় কিন্তু আমি কেতিয়াও দুখীয়া বুলি ভৱা উচিত নহয়।আম্বানী বা বিল গেইটছৰ দৰে লোকে ও মৃত্যু বা সুখক টকাৰে কিনিব নোৱাৰে। এটা সময়ত টকা মানুহৰ বাবে মূল্যহীন হৈ পৰে।মনৰ দুখীয়া হ'ব নালাগে। হাজাৰ টকা সম্পত্তিৰ মাজত ও যদি এখন ঘৰত হাই কাজিয়া হৈ থাকে তাত শান্তি নাই কিন্তু মানসিক শান্তি হ'লে নিমখ ভাত খাই ও অমৃত ৰ সমান হয়। ধন্যবাদ জ্ঞাপন কৰিছোঁ মতামত ৰ বাবে।
@Paragjyotiz28
@Paragjyotiz28 5 ай бұрын
I agree
@assamforever2582
@assamforever2582 5 ай бұрын
I'm Muslim but You have introduced the reality and I enjoy reading your poem❤❤
@dipankarborahvlogs6225
@dipankarborahvlogs6225 5 ай бұрын
ধুনীয়া ঘৰ বনাইছে ঠিকে আছে লগত মাক বাপেকক ৰাখি চে নে নাই
@Runjunborah-un5zk
@Runjunborah-un5zk 5 ай бұрын
জেগাত পৰিছে
@biswajeetbhumij6469
@biswajeetbhumij6469 5 ай бұрын
Dhunia kotha kola
@bibekmedhi8638
@bibekmedhi8638 5 ай бұрын
😂😂😂😂
@diya182d
@diya182d 5 ай бұрын
Mak bapekor karone gaot ghor bonaise😂😂
@saahidtanveer8b276
@saahidtanveer8b276 5 ай бұрын
8:55 aikhini saa abar manh ook kimn xohai kore
@samujjalsaikia3400
@samujjalsaikia3400 5 ай бұрын
লুকাভাকু খেলিবলৈ ভাল হ'ব। বৰ সুন্দৰ ঘৰ। 🌼
@么47-s6g
@么47-s6g 5 ай бұрын
Koti mara nisina ke
@subajgahatraj7388
@subajgahatraj7388 3 ай бұрын
😂😂😂
@NilotpalBardaloi
@NilotpalBardaloi 5 ай бұрын
Dream house of Every Middle class Boy❤
@talien1126
@talien1126 3 ай бұрын
Middle class ami nahu bhaiti 😂😂
@dharmikr6110
@dharmikr6110 5 ай бұрын
Sage এই জনমত এনেকুৱা ঘৰ কেতিয়াও বনাৱা অসম্ভব 🥲
@itzrinkuu_
@itzrinkuu_ 5 ай бұрын
Always think positive
@Xaratttbhaiii
@Xaratttbhaiii 5 ай бұрын
Pariba😊
@jahanurrahman1620
@jahanurrahman1620 5 ай бұрын
Tnekua ghrt humai sabo paribi nai haitu vab
@debajanisarma1673
@debajanisarma1673 5 ай бұрын
Monor xanti thakile jupuri holei hobo
@youu11
@youu11 5 ай бұрын
😢
@Dhrubatalukdar12
@Dhrubatalukdar12 5 ай бұрын
এনেকুৱা ঘৰৰ পিছত বহুত কষ্ট ত্যাগ জড়িত হৈ থাকে । সুন্দৰ ঘৰখন
@mohandeka1374
@mohandeka1374 5 ай бұрын
Tenekom katha nhoi poisa hole aku nii aibur
@JAHIRFF9
@JAHIRFF9 5 ай бұрын
Now I just feel like......god a amak xhokolu ke kio same nokorile.......aunty jonir lora suwali ketar life tut amar nisina emaan problem a nohobw nh........ru amai middle class manuh bor nijor life tu Better kribw loi try kurute kurute gote life tu end a hoi jai......
@FEEL949
@FEEL949 5 ай бұрын
😢
@TamannaNath
@TamannaNath 5 ай бұрын
Very true 🙌
@pranjalkalita3463
@pranjalkalita3463 5 ай бұрын
😑
@NobinSaha-n9j
@NobinSaha-n9j 5 ай бұрын
Hai jibon nu ki jot eku koribologiya nathakey jot hopun nathakey ....
@JAHIRFF9
@JAHIRFF9 5 ай бұрын
@@NobinSaha-n9j xhopon bor aadhorua kri dhukai juat koi xhopon nothoka a val neki 🙂
@EPIPHANY-1111
@EPIPHANY-1111 4 ай бұрын
That's a well-furnished house, undoubtedly. But no matter how well-designed these straight buildings are, it's always those classic bungalows that catch my attention!! Modern houses turn boring but those with antique touch gets better with time & the royal feeling is off the charts!
@magicprincessbrishti8799
@magicprincessbrishti8799 5 ай бұрын
ধুনীয়াকৈ পৰিকল্পনাৰে সজোৱা গৃহ ৷
@Gunajit
@Gunajit 5 ай бұрын
Watching from Taradekha Kheri ghor
@dized2203
@dized2203 5 ай бұрын
বেয়া বুলি কব নাই যোৱা but যিটো শক্তি নাই সেইটো চাই ও লাভ নাই ডিম্পু দা ❤😊
@TaijoaliTaijoali
@TaijoaliTaijoali 5 ай бұрын
Hoi vahi delse tumare kothay saport koru
@JuriTalukder-l8u
@JuriTalukder-l8u 5 ай бұрын
ধুনীয়াকৈ পৰিকল্পনা কৰি সজাইছে আপোনালোকে ঘৰখন।সচাকৈয়ে বহুত ভাল লাগিছে ।
@HridikeshKalita-y8e
@HridikeshKalita-y8e 5 ай бұрын
Dimpu da mojja. Xokolua anekuwa ghor ata bonabo para tare kamona korilu
@rulirahman1288
@rulirahman1288 4 ай бұрын
বহুত ভাল লাগিছে এক আন্তৰ্জাতিক নতুন ধৰণৰ সপোনৰ ঘৰ আশা কৰোঁ আগলৈ সুখ ত আৰু শান্তিৰে জিৰাই থাকক।❤❤😊😊😊
@runuma3940
@runuma3940 5 ай бұрын
So beautiful home..ba jonik khub dhuniya lagise
@A_Chhetri.
@A_Chhetri. 5 ай бұрын
Eman dhunia Ghor moi Porthom bar dekhi lu video bhanu wa karo nay dhonyobad Dimpu da ❤
@rupamchoudhury4050
@rupamchoudhury4050 5 ай бұрын
উম্ মজা তুমি ধুনীয়া ধুনীয়া ঘৰ দেখাই থাকা কিন্তু আজিৰ দিনত ও গছৰ তলত ৰাতি কটাই আছে অলপ পৰা যদি সহায় কৰিবা দাদা এইবিলাক ভিদেওৰ পৰা একো বস্তু শিকিব নোৱাৰি তোমাক বহুত ভাল ভাল ভিদেও আছে চাও আৰু চাম আগলৈ 😢😢😢😢
@iamJayantaBora
@iamJayantaBora 5 ай бұрын
Right 👍❤
@bibhadas5650
@bibhadas5650 3 ай бұрын
Akdom thik.aibilak dekhab loga ki ase?nije sai thak
@rajeevdas5472
@rajeevdas5472 5 ай бұрын
Enekua gharat thakile Moh maya eri duniya eri jabo beya lagibo pasot 😊😊😊
@NS.fBlogs
@NS.fBlogs 5 ай бұрын
😂😂😂😂
@SMKshorter
@SMKshorter 5 ай бұрын
কোনো দৰকাৰ নাই এনেকোৱা এটা building ঘৰৰ,,,, মাটিৰৰ ঘৰেই best . সুখ, অনুভূতি বোৰ যে অকল সেই পকী ঘৰবোৰতেই পোৱা যায় তেনে কোনো কথা নাই।। ঘৰ ডাঙৰ কৰি লাভ নাই হৃদয় খন ডাঙৰ কৰিব লাগে
@ViratKohli-dj3kc
@ViratKohli-dj3kc 5 ай бұрын
Tor doray mindset holi assam kono dinay উন্নতি কৰিব নোৱাৰে
@deepdj77
@deepdj77 5 ай бұрын
এইবোৰ কেৱল লিখি ভাল লাগে বাস্তৱ সম্পূৰ্ণ বেলেগ।
@bidyutboruah9827
@bidyutboruah9827 5 ай бұрын
Jar dorkar asa bonaise tur dorkar ni matit pori thk. Jibont unnoti kribola mon thakilha
@SabinaBegum-b6s
@SabinaBegum-b6s 5 ай бұрын
Kobloi bhut xohoj... J mati r ghore.. Best kesa ghore val... But in reality t sobore ata dream house thake aru sobore dream thakib Mon jai.. Xihote nijor dream house kosto Kori pura korise... Sobei nijor mehnot aru kosote nijor dream pura korib... Lage.. Apuna tenemuwa dream ny vl kotha but yaat teulukok xomalusona korile ki pab.... 😂
@SMKshorter
@SMKshorter 5 ай бұрын
@@ViratKohli-dj3kc অসমৰ উন্নতি মিঞাই কৰি আছে লাহে লাহে,,, দুদিন পিছত বাংলাদেশ বাত লব হিন্দু অসমীয়াই
@pryka4
@pryka4 5 ай бұрын
Dhuniya ghr ndkhab nlge ,val val kam kork dukhiya mnhr babe, apunk vgwane mongl krib 🙏🙏🙏
@Farhan99916
@Farhan99916 5 ай бұрын
17:52 best part 👍🏻🫠
@jinbross6768
@jinbross6768 5 ай бұрын
Ghr khon dhuniya. Logote Mantasha o khub dhuniya.
@Prakash__barman_
@Prakash__barman_ 5 ай бұрын
Dream house of every middle class boy❤
@_NE_07
@_NE_07 5 ай бұрын
Simple living high thinking!!
@TOP10-q8o9i
@TOP10-q8o9i 5 ай бұрын
13:30 তোমালোকৰ যিটো struggle আমাৰ তাতে সপোন শেষ। Yes we are lower middle class
@jesuslovesyou8021
@jesuslovesyou8021 5 ай бұрын
Below the stair if they put aquarium then it would look more beautiful 😍😍😍
@raktimjsarmah
@raktimjsarmah 5 ай бұрын
সুন্দৰ ঘৰ🥰কিন্তু চাইনো কি কৰিম!! ,কোটিপতি মানুহৰ কথা//
@motivesortz
@motivesortz 5 ай бұрын
Dimpu is the luxurious Man With luxurious life style,WOW
@BasumatarySushan
@BasumatarySushan 5 ай бұрын
Uuffh❤ Xhub Dhunia asile Lastot suali joni sai Video tu complete lagile thank you dimpu da dekhuar karone 😂❤
@KukiBora-vf3wq
@KukiBora-vf3wq 4 ай бұрын
Bht VL lgisa....bht dhuniya ghr2 ....❤....dimpi da thk u emn vl bstu ata dkhuar bba...
@its____kiron___saikia
@its____kiron___saikia 5 ай бұрын
❤❤❤😊 ekadam purana bahut bada
@urmilabora5103
@urmilabora5103 Ай бұрын
Hundr
@sofiqulislam6108
@sofiqulislam6108 5 ай бұрын
Jibonot akha ase je moi anekuya ata gor bonam Kam kori asho dimpu da ketiya ba loi ahim tumak
@Victoria11337
@Victoria11337 5 ай бұрын
Amazing house, the design is extraordinary 👌 😍
@ShabanaSiddique-q6l
@ShabanaSiddique-q6l 5 ай бұрын
Soo beautifull house...dream..❤❤
@axomiabuwari
@axomiabuwari 5 ай бұрын
সুন্দৰ লাগিছে 😮😮
@upamanyu.baishya
@upamanyu.baishya 5 ай бұрын
This is my personal opinion so please don't take it in a negetive way. This house is no doubt a well designed one but I don't like it much. It's too vibrant and distracting for taste. I like subtle and cosy interior. Like more greenery and less colors. Maybe have some nice wooden finish as an accent color. But I like the main theme to just black, white or monochrome. And have some nice light colored wooden interior. Have more open lightining and open space. And man this house has too many sofas. For me less is more.
@daily_dose_27897
@daily_dose_27897 5 ай бұрын
I agree....now a days this kind of tastes hardly liked by ppl.....it's so out dated....too gawdy and clumsy the house is looking
@upamanyu.baishya
@upamanyu.baishya 5 ай бұрын
@@daily_dose_27897 Asolutely true. The number of sofas in the house is outrageous. Also Dimpu is like a child, he really gets excited when he sees something that is new for him. Good for him I guess. But I have seen houses way better than this which aren't gaudy. They are just simple and peacefulll
@daily_dose_27897
@daily_dose_27897 5 ай бұрын
@@upamanyu.baishya u r right.......dimpu reacts too much.....zaroorat se zyada....but yes he is not that used to with such things......his luck clicked n he somehow became popular.....rather than that Bandar kya Jane adrak ka swad
@upamanyu.baishya
@upamanyu.baishya 5 ай бұрын
@@daily_dose_27897 I mean it's not like I don't like his vids but sometimes specially when he talks about philosophical stuff I really find it annoying. First of all his advices are very basic. Maybe cause it's not meant for me. But mostly it's just he giving his opinion. Also when he goes to foreign countries he only visits the most popular places. Hell stay at someone's house, go out to see the "touristic" places and never explore the real beauty of that country.
@daily_dose_27897
@daily_dose_27897 4 ай бұрын
@@upamanyu.baishya u notice so petty petty stuffs.......same like me....even I thought the same when he went to Dubai........he started collaboration with another youtuber there......I mean nothing khaas.....he could hv explore the city so nicely n could hv mk contents.....same during his Scotland tour .......rather exploring he went door to door finding ppl who are from Assam...maane jiti.
@rehenaahmed6132
@rehenaahmed6132 5 ай бұрын
Khubye dhunia lagise ghr tu
@akashdeepvlogs01
@akashdeepvlogs01 5 ай бұрын
Eke eke dui dimpu daa aponer video to juii 🔥 love from mangal grah ❤
@debashishkarmakar2739
@debashishkarmakar2739 5 ай бұрын
Not less than 3, start hotel... Very fortunate...❤❤
@NibeditaDutta-su9sz
@NibeditaDutta-su9sz 5 ай бұрын
Bor hundor ghr khn .val lagil dimpu.
@KalpanaBorah-kt4pd
@KalpanaBorah-kt4pd 5 ай бұрын
Very nice home 🏡 .... Congratulations 🎊 👏 💐 mam.. You are outstanding 🎉
@dipalidevi9536
@dipalidevi9536 5 ай бұрын
Khub sundor ghor dimpu da balag bonaisa ha
@rajubarman6176
@rajubarman6176 5 ай бұрын
Iman borhiya Ghor, logote automation aur AI hole ghoror electronics aru security control'r karo'e ...it would be more Woooow...❤
@AjitVlog009
@AjitVlog009 5 ай бұрын
Mor vlog sayok sun kengka hui se
@bikisingh3482
@bikisingh3482 5 ай бұрын
Bht dhuniya ghr khn
@AnantaRabha-f1f
@AnantaRabha-f1f 5 ай бұрын
Altimate wow 👍👍
@simanta-kalita
@simanta-kalita 5 ай бұрын
মই ভাবো ঘৰ এখনৰ ভাবে ইমান বস্তুৰ প্ৰয়োজন নাই....পইচা খতোৱাব জেগা নাথাকিলে দুখিয়াক দান দিয়ক
@baruah2490
@baruah2490 5 ай бұрын
Sobe nije kosto Kori bonaise kio lukok dibo...tumi tnte bike gare nlba dukhiak d diba sob...dukhiak mnuhk u dibo lge but nijor hopun u mnuh a puron koriboi
@simanta-kalita
@simanta-kalita 5 ай бұрын
Nijor laga khini lobo lage louk ...kintu অত্যাৱশ্যকীয় bostu loi manuhk dekhuai youtube koratke tare kisu dukhiak dieai vall 😊
@baruah2490
@baruah2490 5 ай бұрын
Sobr nijor life ji mon Jai kribo pare
@copycat9593
@copycat9593 5 ай бұрын
@@simanta-kalita Otyabshyakyio ki dekhile apuni....ji ji dekhuwale prtyektu bostuye proyojoniyo jen dekha palu moi....aru teolok hoyto KZbin korar karone ghorkhon bonua nai....xopun bulio eta kotha ase.....Aru dukhiak kiman dibo.... video tu valdore chaok xexoloi... teolokor group e mohilahokolor babe bohut khini kori ase...
@MouXumGoGoí
@MouXumGoGoí 5 ай бұрын
Direct kouk..apunar pokor jolise !
@saditali12
@saditali12 5 ай бұрын
Vl lgil bhut...👌👌masaallahh
@SusantaBiwash-e6i
@SusantaBiwash-e6i 5 ай бұрын
Love from Lakhipur..❤😊
@USER-RAJBONGSHI
@USER-RAJBONGSHI 5 ай бұрын
0:14 love at silchar @ dimpu da❤❤❤
@memeltd
@memeltd 5 ай бұрын
মোৰ ঘৰ খন বাঁহৰ হয় 😢 কিন্তু এনেকুৱা যিমানেই ভাল ভাল ঘৰ নেদেখুৱা কিয় আপোন ঘৰ খনৰ নিচিনা কেতিয়াও নহয় ❤😢
@TapashBarman-kc7qj
@TapashBarman-kc7qj 5 ай бұрын
Val ghr ekhn bonabole sesta kora te
@Style_with_Sagufta
@Style_with_Sagufta 4 ай бұрын
Ki dhuniya oo ghor khn ❤Wow koisu mne wow sale saiyei thakibo mon jai
@MaikelSarania-pn4gf
@MaikelSarania-pn4gf 5 ай бұрын
Love from tamulpur
@HarenPanging-f8w
@HarenPanging-f8w 3 ай бұрын
সুন্দৰ ৷বহুত ভাল লাগিল ৷
@RanjitBorah-ot9cm
@RanjitBorah-ot9cm 5 ай бұрын
Dimpu da apunaru bohut Toka ase bonai deok yetkeu dagor
@manalishatalukdar4523
@manalishatalukdar4523 5 ай бұрын
Ghorr tu bohutt dhuniyaa 🥺❤️kntu bstu bohut okoman jdi patol kri thol hoi tetiyaa bsi vl lgil hoi❤️
@NibirBora-s8l
@NibirBora-s8l 5 ай бұрын
nice house nice house😊😊😊😊
@PrakashBaishya-n9l
@PrakashBaishya-n9l 5 ай бұрын
Very Nice and beautiful house ❤
@pallabigohain6349
@pallabigohain6349 5 ай бұрын
চৰকাৰী চাকৰি কৰা মানুহৰ বাবে এইটো ঘৰ বনোৱা সম্ভৱ নহয় ! ইমান ধুনীয়া ঘৰৰ সপোনটো দেখা নাই আৰু নেদেখিমো চাগে কেতিয়াওঁ ! লিফট আছে নে নাই বাৰু বুঢ়া বুঢ়ী হলে চিৰি বগাবলৈ অসুবিধা হব গতিকে সুধিলো ! এক কথাত কবলৈ গলে ঘৰ কিন্তু তামাম বনাইছে
@SewaliRoy-n5n
@SewaliRoy-n5n Ай бұрын
Sosake bohut dhunia lagise Ghar tu
@parthajitdas9740
@parthajitdas9740 5 ай бұрын
A Moja
@HafijurRahman-i7s
@HafijurRahman-i7s 3 ай бұрын
Beautiful dream home ❤from uk
@BABLU_11177
@BABLU_11177 5 ай бұрын
I Love u Dimpu Da ❤
@amirahmed9088
@amirahmed9088 5 ай бұрын
Beautiful House ❤❤
@Asif-Vlogs-115
@Asif-Vlogs-115 5 ай бұрын
Dhunia
@DebapriyaDeb-sm8he
@DebapriyaDeb-sm8he 5 ай бұрын
Dhuniya ghar dream home
@Ordinarybloxplayer
@Ordinarybloxplayer 5 ай бұрын
আমাৰ মৰমৰ ৰুনা বাৰ ঘৰখন সচাই বৰ ধুনীয়া ❤ঘৰ লোৱাৰ দিনা আমি বহু অপৰুপাই বাৰ ঘৰত উপস্থিত আছিলো ।
@jioBaborvlogs786
@jioBaborvlogs786 5 ай бұрын
Wow next level vlog dimpu da 😊😊😊😊
@RukmaDekaVlogs420
@RukmaDekaVlogs420 5 ай бұрын
এনেকুৱা ঘৰৰ ভিডিঅ' চাই চোৰ দকাইতৰ সুবিধা হয়
@bedantachutia8891
@bedantachutia8891 5 ай бұрын
Joi zubeen da🎉🎉
@bidyutboruah9827
@bidyutboruah9827 5 ай бұрын
🙄🙄
@From_Morigaon_Boy-95
@From_Morigaon_Boy-95 5 ай бұрын
I love you Dimpu daa ... First comment dimpu da ... Dimpu da karone ata like ❤
@chinmoykalita..darrang.ass8788
@chinmoykalita..darrang.ass8788 5 ай бұрын
Beautiful home 🏡😊❤
@point3267
@point3267 5 ай бұрын
আপোনাৰ ভিদিওটোৱে অসমৰ জাতীয় জীৱন , সমাজ জীৱন , অৰ্থনৈতিক জীৱন , যুৱ প্ৰজন্মৰ নিবনুৱা সমস্যা , মূল্যবৃদ্ধিৰে জৰ্জৰিত দৰিদ্ৰ সমাজত গুৰুত্বপূৰ্ণ কিবা প্ৰভাৱ পেলাবনে ? কিছুমান অন্ধ ভক্তই আপোনাৰ অদৰকাৰী ভিদিও চাই খুব আমোদ পাই ।
@JadavBharali-mw6pn
@JadavBharali-mw6pn 5 ай бұрын
Right
@jinturajbongshi8881
@jinturajbongshi8881 5 ай бұрын
Right
@BhaskarJyotiBorah-sg6qw
@BhaskarJyotiBorah-sg6qw 5 ай бұрын
Toi kio saiso tente bc! Nije KZbin channel ata khuli video nobonao kele!?
@point3267
@point3267 5 ай бұрын
@@BhaskarJyotiBorah-sg6qw আপোনাৰ ব্যৱহাৰে আপোনাৰ মা-দেউতাৰ পৰিচয় ।
@hiramanibarman9206
@hiramanibarman9206 5 ай бұрын
Bohut dhunia
@anjantalukdar3494
@anjantalukdar3494 5 ай бұрын
বহুত বেছি হৈছে । ইমানো ভাল নালাগে বেছি হলে,টকা থাকিলেও আৰু মানুহ ।অত্যাচাৰ হৈছে
@SabinaBegum-b6s
@SabinaBegum-b6s 5 ай бұрын
Sobore ata dream thake drem house thake... Aru kheitu pabloi manuhe kosto kore... Khihoteu kosto kori ye nijor xopun tu pura korise... Aru Ami 2 dexi thaka ny xihote manuhok xohai kore ne nkore... Korib 2 pare xihote manuhok xohai... Jihet2 vdo tut bsideu joniye koisei Xihote ats NGO solai jot xihote manuhok xohai kore.... So xihote ata val ghor bonaise tat anor bea lagibloi ki ase...
@ragini_musical
@ragini_musical 3 ай бұрын
Hosakoi Bohut besi xundor ghor khon 😮❤❤❤
@1nja__
@1nja__ 5 ай бұрын
One like for gorab Gogoi an rahul gandhi ♥️✨
@jk_talk
@jk_talk 19 күн бұрын
I love this home❤❤
@bodoremembercreations7535
@bodoremembercreations7535 5 ай бұрын
Bhupen Hazarika dev r baabe like korok guy's ❤
@NihaRabha-z3y
@NihaRabha-z3y 5 ай бұрын
😮 wow dhuniya dhukhun amio je kun bela pam aneka ghor bonabo 🎉🎉🎉🎉
@sapunjyotidas6741
@sapunjyotidas6741 5 ай бұрын
ইমান ধুনীয়া নহয় এদিন মোৰ ঘৰত আহিব ইয়াত কৈ ও বেছি ধুনীয়া
@Bijoy44859
@Bijoy44859 5 ай бұрын
Yat koi besi dhuniya jodi.ai ghor khonot kiman toka goise kosun
@NurIslam-ex6ph
@NurIslam-ex6ph 5 ай бұрын
Assam r Mukesh Ambani 😂😂😂😂 tur KZbin r DP sai a gom pua goise baru😂😂
@copycat9593
@copycat9593 5 ай бұрын
Kot nu apunar ghor 😀 jabo paru nki edin alohi khabole 😂
@baruah2490
@baruah2490 5 ай бұрын
Hinkha hole lukor ghr khn dhunia nhy buli a koi...bht dhunia ghr hoi ankua ghr sob mnuh a bisare..dream house
@pranjal.borahpranjalborah7445
@pranjal.borahpranjalborah7445 5 ай бұрын
হব দে মই হাগিবলৈ আহিম ,,,,
@NS.fBlogs
@NS.fBlogs 5 ай бұрын
Ek line suno _Kya Leke Aya Ta Kya Leke Jaogy Doh Din Ka Mela❤. Ye sab dekar Udhas nahi hone ka sabhi bhai log ❤❤❤❤❤
@tenishdoley9925
@tenishdoley9925 5 ай бұрын
ডিম্পু দা পাৰিলে আমাৰ ঘৰ খনো দেখাবছোন বাহ বেদ কেৰেৰে সজা ঘৰ খন ।
@JehirulIslam-i2t
@JehirulIslam-i2t 3 ай бұрын
So cute lagise
@krishnabaruah4707
@krishnabaruah4707 5 ай бұрын
ধনী মানুহৰ ঘৰ চাই ভাল লাগে ধুনীয়া ঘৰ কিন্তু ওলপ সজোৱা হলে বেছি ভাল লাগিল হয় আমি অলপ আগত ভাৰা থাকো
@NIMARU225
@NIMARU225 5 ай бұрын
ki nu xojua nii
@NIMARU225
@NIMARU225 5 ай бұрын
Kimn xojabo ru
@akhomiyalora3110
@akhomiyalora3110 5 ай бұрын
Dimpu Dak June June vl Pai like koriba❤❤❤
@doleyvlog7076
@doleyvlog7076 5 ай бұрын
বালতো কৰিম তেওঁ বিনা টকাত vdoনবনাই।
@जयश्रीगणेश-स3ड
@जयश्रीगणेश-स3ड 5 ай бұрын
God give them more
@lborah9223
@lborah9223 5 ай бұрын
বনাৱলৈ মন যায় ও ,,কিন্তু টকা নাই
@Bhunomali
@Bhunomali 5 ай бұрын
Aibilak sob black money r pora ghor bonaise . Pise amer country IAS, IPS, IRs, IFS officer keita soon anekuwa dangor home tour bonaboi pora nai 😢 and guys this home tour construction only black money ka kamal hai🤑🤑🤑
@bidyutboruah9827
@bidyutboruah9827 5 ай бұрын
​@@Bhunomalitur imn purise kio. Toi income tax r manuh nki toi j sab gom pou. Hui thk bisonat.
@nayanjyotikachari82
@nayanjyotikachari82 2 ай бұрын
Apuni malik niki aikhon ghorr 😂😂 ​@@bidyutboruah9827
@MinaOzahborah
@MinaOzahborah 3 ай бұрын
Bohut val. Lagil
@ritubhumij5424
@ritubhumij5424 5 ай бұрын
Up coming One of the legend of Assam
@Jadibulexpress
@Jadibulexpress 5 ай бұрын
This is jindegi😮😊❤
@hiteswarlalung9197
@hiteswarlalung9197 5 ай бұрын
Suwali jni he muk lage 😣❤️bhut amir bon jawnga 🤣💀😚
@rajeshhazarika1663
@rajeshhazarika1663 5 ай бұрын
ইয়াতে চিঁয়ৰি থাক আৰু পায় যাবি😂
@gaganvlogs100
@gaganvlogs100 4 ай бұрын
Whatever I got, be happy with the hard work yourself. Then you will see how colorful life is.The long life is zero.
@freefiregaming9731
@freefiregaming9731 5 ай бұрын
Lagat ke besi dhani de vai ....😢😢ami aro bhanga ghor t a happy de
@bidyutboruah9827
@bidyutboruah9827 5 ай бұрын
Tate thaki jabi bhonga gharte. Unnoti ktib nlge bhoga gharte pori thka fotua mentality loi.
@Nirmavolgs321
@Nirmavolgs321 4 ай бұрын
ধুনীয়া লাগিছে 🥰🥰🥰
@abhijitbasfor8117
@abhijitbasfor8117 5 ай бұрын
Ghor tu bonawote kiman poisa lagil xudhi bo lagisil dimpuu daa??🙂
@AnimaDeka-k9v
@AnimaDeka-k9v 5 ай бұрын
30 crore man
Twin Telepathy Challenge!
00:23
Stokes Twins
Рет қаралды 83 МЛН
Long Nails 💅🏻 #shorts
00:50
Mr DegrEE
Рет қаралды 11 МЛН
Мама у нас строгая
00:20
VAVAN
Рет қаралды 10 МЛН
Assamese Podcast Ft. @DimpuBaruah  Opens Up About Life, Struggles, Relationship & Success
49:57
Kotha Studio কথা ( Pallabi Hazarika )
Рет қаралды 44 М.
Twin Telepathy Challenge!
00:23
Stokes Twins
Рет қаралды 83 МЛН