মৃত তফজ্জুল আৰু ধৰ্ষণত অভিযুক্ত তফজ্জুল দুগৰাকী পৃথক যুৱক কেনেকৈ?

  Рет қаралды 16,252

The CrossCurrent

The CrossCurrent

Күн бұрын

Пікірлер: 87
@drkknath
@drkknath Ай бұрын
বহু দুখ লগা কথা।
@nujrulHoque-yb1hf
@nujrulHoque-yb1hf Ай бұрын
এই পুলিচ কেইটাকো মৃত্যু দণ্ড দিৱো লাগে, যদি গঠনাটো সত্য হয়
@ApurbaApurba352
@ApurbaApurba352 Ай бұрын
Right
@jrtune1795
@jrtune1795 Ай бұрын
অসমৰ পুলিচবোৰ এলেহুৱা। দহজন পুলিচৰ হাতৰ পৰা এজনে কেনেকৈ পলাব পাৰে ?????
@mijanurmusiccompany4194
@mijanurmusiccompany4194 Ай бұрын
পুখুৰীত পৰাৰ লগে লগে কিয় পুলিচে চেষ্টা নকৰিলে বচাবলৈ। ইয়াৰ কাৰণ কি। ধন্যবাদ
@ajimabegum5683
@ajimabegum5683 Ай бұрын
যদি এই ঘটনা ৰচনা কৰা তেনে পুলিচকো মৃত্যু শাস্তি দিব লাগে
@mijanurmusiccompany4194
@mijanurmusiccompany4194 Ай бұрын
এতিয়া হিন্দু ৰ কমেন্ট বোৰ ক'ত। এতিয়া ইয়াৰ কি বিচাৰ হ'ব। ধন্যবাদ
@saddikurrahman7617
@saddikurrahman7617 Ай бұрын
তাৎক্ষণিক ন্যায় কেতিয়াও সুস্থ গণতান্ত্ৰিক এখন দেশৰ বাবে শুভ লক্ষণ হ'ব নোৱাৰে 😢😢😢
@jalaluddinahmed9888
@jalaluddinahmed9888 Ай бұрын
লাহে লাহে আৰক্ষী প্ৰশাসনৰ ওপৰত মানুহৰ আস্হা নাইকীয়া হব।
@rajkumardihingia2331
@rajkumardihingia2331 Ай бұрын
যদিহে মূত তফজ্জোল নিৰ্দোষী,দোষী তফজ্জোল কত,,,,পুলিচৰ শাস্তিও অতি ভয়ানক হব লাগে.....
@IndianSecularBABA
@IndianSecularBABA Ай бұрын
তাৎক্ষণিক ন্যায় কেতিয়াও সুস্থ গণতান্ত্ৰিক দেশৰ বাবে শুভলক্ষণ নহয়৷
@abdullatifamibharaterassam493
@abdullatifamibharaterassam493 Ай бұрын
Thank you the cross curent
@moinulakter519
@moinulakter519 Ай бұрын
Rulling of Modern Hitlar...
@dianuddinahmed5046
@dianuddinahmed5046 Ай бұрын
HOME MINISTER IS RESPONSIBLE FOR ALL KINDS OF ACTIVITIES... COURT HAS TO TAKE APPROPRIATE ACTION.
@entertainmentandexercies415
@entertainmentandexercies415 Ай бұрын
আৰক্ষী অকলে দেখিলেই মুঠতে গণপ্রহাৰ বা গাহৰি মৰা দি মাৰি থব লাগিব।তেতিয়াহে লাইনত আহিব।আইন আদলত থাকোতে আৰক্ষীয়ে আইন হাঁতত তোলা প্রয়োজন নাই গনতান্ত্রিক দেশত।কিছুমান ঠাইত ইনেই উদণ্ড যুৱকে বটল নাভাঙে নহয় মুৰত কৰবাত আকৌ যুৱতীৰ চেণ্ডেলৰ চৰ।
@mosudurrahman907
@mosudurrahman907 Ай бұрын
Investigation kora police officer r uporot case koribo lage.Police giri ulai jabo
@HappyKnittingYarn-wx1pw
@HappyKnittingYarn-wx1pw Ай бұрын
এতিয়া মুখ্য মন্ত্ৰী আৰু আৰক্ষী প্ৰধানে কাৰ গালৈ দোষ ঠেলিব ?
@anilgoswami2238
@anilgoswami2238 Ай бұрын
কংগ্ৰেছৰ !!!!!!!!!
@mostafizurrahman4553
@mostafizurrahman4553 Ай бұрын
পুলিচ কেইটাক অতি সোনকালে মৃত্যুদণ্ড দিব লাগে যদি ঘটনাটো সঁচা হয়
@ajimabegum5683
@ajimabegum5683 Ай бұрын
হিমন্তই কি ক'ব এতিয়া
@jayantadutta1024
@jayantadutta1024 Ай бұрын
😂😂😂
@njyotinjyoti7541
@njyotinjyoti7541 Ай бұрын
হিমন্ত্ৰৰ চক্ৰান্ত এয়া
@AsadurRahman-b1h
@AsadurRahman-b1h Ай бұрын
Right
@junvlogs1967
@junvlogs1967 Ай бұрын
মুখ্য মন্ত্ৰী আৰু assam police এই ঘটনাৰ দাই
@jrtune1795
@jrtune1795 Ай бұрын
বৰ বেয়া কথা দে।
@SaddamHussain-he6yt
@SaddamHussain-he6yt Ай бұрын
মামা এইবোৰ কি হৈছে
@sokirahmed555
@sokirahmed555 Ай бұрын
Right
@SaddamHussain-he6yt
@SaddamHussain-he6yt Ай бұрын
ফাঁচী দিয়ক
@litysa4236
@litysa4236 Ай бұрын
Arajagata over the rules
@prabitachutia448
@prabitachutia448 Ай бұрын
এই বিলাক বাতৰি সচা নে আকৌ এখন নতুন নাটক , যদি সচা হয় তেনেহলে আমি কোন খন দেশত বাস কৰি আছোঁ ? কম নহয় দেই ! স্মাৰ্ট পুলিচৰেই কাম নে এইবোৰ , কৃষ্ণ কৃষ্ণ প্ৰভূ
@anilgoswami2238
@anilgoswami2238 Ай бұрын
স্মাৰ্ট ৰজাৰ কাম !!!!!!!!!
@Bigbossjhvfuik
@Bigbossjhvfuik Ай бұрын
এনেকুৱা একেই কাহিনী এটা চিনেমা এখন চাইছিলো পাই😂😂😂
@AnilDutta-l5s
@AnilDutta-l5s Ай бұрын
Over smart Assam police
@SobikuIslam-wk9bf
@SobikuIslam-wk9bf Ай бұрын
এতিয়া যি ন্ ন্ তথ্য আহিছে যদি নিৰ্দোষী প্ৰমাণ হয়। তথাকথিত সংগঠন তথা এচাম মানুহ লৈ মোৰ প্ৰশ্ন পাৰিবনে তফজ্জুলৰ জইবনটো ঘোৰাই দিব?
@somiulbegg6082
@somiulbegg6082 Ай бұрын
উচিত বিচাৰ লাগে
@tayyeburrahman7362
@tayyeburrahman7362 Ай бұрын
একো নাই আচল তফজুলক আগৰ তফজ্জুলৰ দুৰে হাত দুখন বান্ধি(Photo ত মৃতদেহৰ হাত দুখন বন্ধা অবস্থাত আছিল) পেলাই দিলেই( নিজে পানীত জপিওৱা) হল | ৰাইজ হাত চাপৰি বজাবলৈ Ready আছে।
@akhilgoswami1140
@akhilgoswami1140 Ай бұрын
If really yes ? Assam police hopeless.
@n.musiccompany9670
@n.musiccompany9670 Ай бұрын
তৎকালীন ন্যায় কথাটো যিমানে ভাল লাগে কিন্তু সিমানেই বেয় প্ৰভাৱ পেলায়। তদন্ত কৰিলে প্ৰতিটো ইনকাউন্টাৰ পিছত একোটা কৈ কাহিনী আছে। যিবিলাক অবৈধ গৰু বেপাৰী, ড্ৰাগছ বা বেআইনী কাম কৰা সৰু সৰু চেলা 500/1000 টকাৰ বাবে কাম কৰে । সেই লোকক গুলি কৰি হত্যা কৰিছে। যদি এই অপৰাধী বিলাকক ধৰি তদন্ত কৰিলে হেতেন তেনেহলে হয়তো বহু ৰৈ বৰালি বিলাক ওলাই পৰিলে হেঁতেন।
@abdullatifamibharaterassam493
@abdullatifamibharaterassam493 Ай бұрын
Hakolu natok asil
@utpalchutia6664
@utpalchutia6664 Ай бұрын
সেইটো নাছিল যদি এতিয়া পুলিশে আৰু দুটামান তফজ্জুল ধৰি আনি হে:হে:হে:হে; কৰি দিব লাগে।
@irvideos
@irvideos Ай бұрын
Waiting for Karma.
@julfikarislam9371
@julfikarislam9371 Ай бұрын
পুলিচৰ এই য়া ৰচনা আৰু আছে , যেনে কোলা লৰা
@monuwarabegam5708
@monuwarabegam5708 Ай бұрын
ফতা ধুল বজাই থাকিল খঙ বাদ মাধ্যমে এটিয়া নাক তু গুৰিতে কাতিলে
@Abdulrazak-so2jq
@Abdulrazak-so2jq Ай бұрын
Everyone should know that, encounter is an act of retailation in self defence, otherwise that is not amounted to be enconture, you should be clearify the definatin before custing the news,
@NazimuddinAhmed-w2f
@NazimuddinAhmed-w2f Ай бұрын
Investigate the matter properly.
@jayantahazarika1796
@jayantahazarika1796 Ай бұрын
Nerative news kora bad diyak
@Bigbossjhvfuik
@Bigbossjhvfuik Ай бұрын
৯০% coment কাৰ আহিছে তলত পঢ়ি জনাওক😂😂😂😂😂
@AZUD-eq6sx
@AZUD-eq6sx Ай бұрын
লাজ থাকিব লাগে.. অমানুহ সকল সদায় অন্ধ হয়.. ৰামায়নত সত্যৰ জয় হৈছিল আৰু তুমি সত্যক স্বীকাৰ কৰিবলৈ টান পাই আছা..
@lastbreathff2136
@lastbreathff2136 Ай бұрын
90 percent comment kar ahise emn dorkar niki kla
@zahidulhaque6452
@zahidulhaque6452 Ай бұрын
Ki hobo? Unbelievable
@Vloggernazrul
@Vloggernazrul Ай бұрын
Police r sarajonto ase mirtu bakti r logot
@moinulakter519
@moinulakter519 Ай бұрын
Worst chapter in Assam's history...
@JusnaraBegum-og3uh
@JusnaraBegum-og3uh Ай бұрын
Atiya Polis kinik faci diya hok
@rejaulshorts7
@rejaulshorts7 Ай бұрын
Police or ane bur kandok jetitao bah bah jonabo nalage....ain ase ain police a hatot luwa tu bhotanok gutei Assam or karone...
@PronabDeori-xt1wc
@PronabDeori-xt1wc Ай бұрын
Mrinal deka aps,a tren ta niriho lorak siro dinor karone ghunia korile.
@KutubUddin-ur6gt
@KutubUddin-ur6gt Ай бұрын
Siladitya Satya Ranjan comments?
@abdulsahad8615
@abdulsahad8615 Ай бұрын
Bharotion hongbidhanor annused 21 anujayei tatkhonik hasti bichar nuhuwake hobo nuware.
@minudas7981
@minudas7981 Ай бұрын
সিদিনাখন বাপেকৰ ভাষ্য বেলেগ আছিল। কিন্ত পিছত বাতৰি বেলেগ ধৰণৰ হৈছে।তফজ্জুল আলী কত
@MDRekibulAli2.0
@MDRekibulAli2.0 Ай бұрын
Atiya Hemanto mamai ki kore😂😂😂
@SelimaKhatun-g6n
@SelimaKhatun-g6n Ай бұрын
Thank you so much the cross current
@Jyotishman-v8y
@Jyotishman-v8y Ай бұрын
মীয়া বিলাকৰ নাম এনেবোৰ থাকেই
@tarapali6829
@tarapali6829 Ай бұрын
Hare aru kiman din cholibo aibur......news canel buro bhal dhore sabo lage
@KutubUddin-ur6gt
@KutubUddin-ur6gt Ай бұрын
Where is that Tafajul Ali?
@Vloggernazrul
@Vloggernazrul Ай бұрын
Gotei police keiak fasi diok 😂
@MUSA-qj9ve
@MUSA-qj9ve Ай бұрын
handcuff lagau ejon manu kenekoi pukrot dubi morijay moy atiya o bujipuwa nai hai kotatu
@awalassam5288
@awalassam5288 Ай бұрын
Hindur comment nai je
@Bigbossjhvfuik
@Bigbossjhvfuik Ай бұрын
৯০% coment কাৰ আহিছে তলত পঢ়ি জনাওক😂😂😂😂😂
@imtiyazhussain3360
@imtiyazhussain3360 Ай бұрын
Right
Mia Boyka х Карен Акопян | ЧТО БЫЛО ДАЛЬШЕ?
1:21:14
Что было дальше?
Рет қаралды 10 МЛН
СОБАКА ВЕРНУЛА ТАБАЛАПКИ😱#shorts
00:25
INNA SERG
Рет қаралды 2,9 МЛН
Mia Boyka х Карен Акопян | ЧТО БЫЛО ДАЛЬШЕ?
1:21:14
Что было дальше?
Рет қаралды 10 МЛН