অসমৰ ভোটাৰ সকলে একো জনানাই মই হে সকলো জানো,জনানাই আৰু কোনো।প্ৰতি গৰাকী ভোটাৰৰ বিষয়ে ও ময় জানো। অকল ময় নজনা কথাটো ইমানেই যে মোৰ নিজ কিডনীৰ অন্তৰ্নিহিত অবস্থাটো, মোৰ লিভাৰৰ অন্তৰ্নিহিত অবস্থা, মোৰ শৰীৰৰ তেজৰ অবস্থা,মোৰ ব্ৰেইনৰ অন্তৰ্নিহিত অবস্থাটোকেই অকল নাজানো বাকী বিশ্বৰ সকলো জানো। গতিকে মোৰ জয় অনিবাৰ্য।
@khargeswarkalita46307 күн бұрын
Cong এ বা বিৰোধী এ caa খন হব নালাগে বুলি কৈছে অসমৰ ৰাইজে caa বিচৰা নাই সেইবোৰত হিমন্তই kia মানি লোৱা নাই। গৰু অসমৰ সমস্যা নহয় কিন্তু caa খন অসমৰ সমস্যা আছিল আছে আৰু থাকিব
অখিল দা আপুনি কিমান নিকা আমি জানিব লগা নাই। আপুনিয়েই ঈদৰ সময়ত ঈদ পালন কৰি গো মাংস খাইছিল চাগে, নামাজ পঢ়ি শেষ কৰি।
@NabajitDas-eo5wz7 күн бұрын
Pglr dore ktha koisa
@rupak.pathak-c1c7 күн бұрын
Pagol ghenta Akhil Gogoi
@dipankargogoi215 күн бұрын
Toi pagol nki
@Bot2-i3c4 күн бұрын
তুমি গো-মূত্ৰ খোৱা পোহনীয়া প্ৰজাতি
@tarapali32502 күн бұрын
100%right
@bkdthsolution95502 күн бұрын
ভাৰতৰ সংবিধানে সকলোকে সম অধিকাৰ দিছে।কোনে কি খাব কোনে কি পিন্ধিব সেইটো চৰকাৰে নিৰ্দ্ধাৰণ কৰিব নোৱাৰে।
@DaimariBrihot5 күн бұрын
Thnks 🎉Pradin time for your kind information and response updates news for everyone 👍 in a Secular Democratic republic Country in peace ✌️ unity diversity in Northeast India.
@jehiruddinahmed51814 күн бұрын
এক কথা - এজন চিকিৎসকে পৰামৰ্শ দিব পাৰিব যে ৰুগীজনে গো মাংস খাব পাৰিব নে নোৱাৰে, ইয়াৰ বাহিৰে আন কোনেও ইয়াৰ সিদ্ধান্ত ল'ব নোৱাৰে।
Amitab borthakur daday 100%right kotha koise" kunu jibo jantuk hotya kora karo adhikar nai" ji sritikorta kebol teurei adhikar ase shristi kora ba hotya kora" jibo hotya mohapap khakolo dharma granthar mul kotha ba ukti
@bishalsarma53067 күн бұрын
Mama ক ভোট নিদিওঁ আৰু ছেট
@farukahamedahamed88354 сағат бұрын
গৰুৰ মাংস খায় কাৰু বেমাৰ হোৱা নাই ❤
@NiyarikaPeguКүн бұрын
Akhil very good speaker
@OskarBeck2 күн бұрын
Good speech okhal gogoi
@lalmohanrava73895 күн бұрын
সকলো মাছ মাংস সামাজিক ভাৱে বন্ধ কৰা ভাল
@AyubAliMandal-i9o2 күн бұрын
Right sir Akhil gogoi
@NurulIslam-xe1vc7 күн бұрын
অখিল গগৈ ডাঙৰীয়া সুন্দৰ উপস্থাপন কৰিলে মূল্য বৃদ্ধির উপৰত সিদ্ধান্ত লওক চৰকাৰে যদি সচা ৰাজনীতি বিধ হয়
অখিল গগৈ ডাঙৰীয়া আপুনি মুখ্য মন্ত্ৰীক পগলা বুলি কৈছে আপুনি নিজেই বহুত ভাল বুলি ভাবে নেকি আপুনি কি কেতগেৰিত পৰে।
@SemsonTerang-x1n19 сағат бұрын
Akhil gogoi zindabad
@JayantaDas-s4v6 күн бұрын
We request Hemanta Bishwa Sarma, Gaurav Gogoi, Bhupen Nora, Rakibul Hussain, Akhil Gogoi to Nitin Gadkari MP of Nagpur. Because he express his good works publicly what he had done, what he is doing and what he will do for people. His slogan is " Waste to Well " .
@Sandhan_3 күн бұрын
সকলো মাংস নিষিদ্ধ কৰিব লাগে। এই খন হিন্দু ৰাষ্ট্ৰ।
@Jai-p8q6 күн бұрын
Good Decision.
@AbdulLatif-qj9ki5 күн бұрын
সামপ্রদায়িক মতানৈক্য সৃষ্টি কৰাত পাকৈত।
@hassangulaf9597Күн бұрын
Good okhil sir
@______________Ss237 күн бұрын
মুঠতে বিজেপি জিন্দাবাদ 🇮🇳 গাহৰি মেইন✊
@rafiqulislam47023 күн бұрын
Hoy dei GAHORI...... ...... Main😂😂😂😂
@nawanitapator35727 күн бұрын
হিন্দু মানুহে গৰুক পূজা কৰে গতিকে গৰুক পৱিত্ৰ বুলি গণ্য কৰি কোনোৱে গৰু মাংস নাখালে ভাল হয়.
@AbulHussain-dl6og7 күн бұрын
100% support korisu logote Permit puwa modor dukanor pora Gutei oxombakhye mod kini xuwa korile 200% support korim 🍾🍾🍶
ভাৰতৰ সংবিধানে মানুহক কোনে কি খাদ্য খাব তাৰ অধিকাৰ দিছে ৷ কিন্ত তাৰ অৰ্থ এইটো নহয় যে আনৰ ধৰ্মীয় অনুভূতিত আঘাত কৰি খাদ্য খাব পাৰিব ৷ আনহাতে, আমি গাই গৰুক মাতৃ বুলি ভাবো ৷ অথচ গো মাংসৰ আন্তৰ্জাতিক বজাৰলৈ সৰ্বাধিক গৰু ভাৰতৰ পৰাই ৰপ্তানি হয় বুলি খবৰ কাকতত পঢ়িবলৈ পাইছো ৷ ঠিক যেন স্ববিৰোধী এটা অৱস্থা ৷ সেয়ে গো মাংস নিষিদ্ধ কৰা বা নকৰা বিষয়টোৰ সন্দৰ্ভত সমগ্ৰ দেশত একে ধৰনৰ আইন হ’ব লাগে ৷ ২০১২ চনৰ পশুধন লোকপিয়ল অনুসৰি ভাৰতত মাইকী গৰুৰ মুঠ সংখ্যা ১৯ কোটি যাৰ ভিতৰত ১৫ কোটি ১০ লাখ থলুৱা হোৱাৰ বিপৰীতে ৩ কোটি ৯০ লাখ বৰ্ণ সংকৰ প্ৰজাতিৰ ৷ মতা গৰুৰ সংখ্যা নাজানো যদিও ভাৰতৰ জনসংখ্যা অনুপাতে গৰুৰ মুঠ সংখ্যা যথেষ্ট নহয় ৷ আচল কথা হ’ল -বিজ্ঞানসন্মতভাৱে স্বাস্থ্যসন্মত খাদ্য খাব লাগে বুলিহে চৰকাৰে ৰাইজক সচেতন কৰিব লাগে ৷ আৰু কোনোবাই কিবা খাদ্য খাই যাতে কাৰোবাৰ ধৰ্মীয় অনুভূতিক আঘাত কৰিব নোৱাৰে সেই সন্দৰ্ভত কঠোৰ SOP জাৰি কৰিব লাগে ৷
@pnameswar95 күн бұрын
গগৈ ডাঙৰীয়াই কথাতো ঠিকেই কৈছে
@anirudhadas25433 күн бұрын
Cm jindabad
@jayantdeka93067 күн бұрын
অসমত বেলেগ আলোচনা নাই নিকি সংবাদ মাধ্যমৰ।
@ShajahanAli-df7sc7 күн бұрын
গৰু মা্্স বন্ধ কৰিব লাগে
@DILIPBORI-ck8mu4 күн бұрын
মাঘত আমাৰ দহা আছে। গাহৰি ১২টা মাৰিম। পাৰ যদি বন্ধ কৰিবলৈ আহিবা।
@BirajKalita-t6k5 сағат бұрын
ভুপেন কাই কিমান লাট মাৰিলে ।তই দায়িত্বশীল CM এজনক পাগল কব পৰা মানুহজন নিজে পাগল হয় ।তই কিমান লাজ থকা মানুহ। হেমন্তৰ লগত তোৰ কি ফালৰ পৰা তূলানা হয়।
Himantai Tar Family tur Namot Duplicate koi kora Poisa, Mati, Company bor sob RAIJok vogai deok...Aami teok Xodai CM patim
@nurnaharahmed44974 күн бұрын
Akil gagoi jindabadh
@JayantaDas-s4v6 күн бұрын
Nitumani Da. We really like you but you have to invite these over talking leaders to express publicly what development they had done, what present strategy they are taking.
@Fakharuddinahmed-ll6oh2 күн бұрын
আ,সাম নিরামীষ ভূজী হক
@abanidas68957 күн бұрын
Jay Shree Ram. ❤❤❤❤
@PANKAJSHARMA-yi4ys5 күн бұрын
Goru Gahori 😂😂😂😂 aru😂😂😂😂😂
@ShirajulHoque-s9q2 күн бұрын
20:03 😊 20:03
@caborah58745 күн бұрын
চাকৰি বোৰ কোনে দি আছে। দেখা নাই নি। চৰ কাৰে বহুত ভাল কাম কৰি আছে। তহতৰ একো কাম নাই।
@SharifAlom-e9s4 күн бұрын
ব্রয়লার টু যে কেতিয়া বন্ধ হব, amar bazar r broylar bepari keita r lbl bsi hoise 😂😂😂
@SumiBabu90496 күн бұрын
Akhil Gogoi Xosa kotha koise.
@abubakkarsiddique12317 күн бұрын
Ami khamei, ki hoi hobo, sarkaror kaam nai neki,
@Babul-v6v4 күн бұрын
কণী,পিলেটট,বিছ,টকা,বাৰিছে
@MonofAli7 күн бұрын
Oukiel gogi very good
@BhubaneswarSaikia-q4t7 күн бұрын
Babul saika. Akhil eta garu hoi
@lokengogoi50075 күн бұрын
We people Elect our Representives for do work for our people not for self respect