Рет қаралды 2,868
২৭ বছৰৰ পিছত দিল্লীত পুনৰ বিজেপি চৰকাৰ
তচনচ হৈ গ’ল AAPৰ সকলো প্রচেষ্টা
ৰণত পৰিল স্বয়ং অৰবিন্দ কেজৰিৱাল, মনীষ ছিছ’ডিয়াৰ দৰে নেতাও
তৃতীয়বাৰলৈ ধাৰাবাহিকভাৱে এখনো আসন নাপালে কংগ্রেছে
অত্যধিক আত্মবিশ্বাসেই কাল হ’ল নেকি অৰবিন্দ কেজৰিৱালৰ?
দেশৰ ৰাজধানীখনতেই কংগ্রেছৰ এই ধাৰাবাহিক বিপৰ্যয়ৰ মূল কাৰণ কি?
AAP আৰু কংগ্রেছৰ যুঁজত বিজেপিৰ কপাল ফুলিল নেকি?
কোন হ’ব এতিয়া দিল্লীৰ নতুন মুখ্যমন্ত্রী?
দিল্লীৰ নিৰ্বাচনৰ পিছত অসমৰ বিৰোধীয়ে কিবা শিক্ষা ল’বনে?
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’ |Part 2 #pratidintimelive