মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’| Part 4

  Рет қаралды 22,973

Pratidin Time

Pratidin Time

Күн бұрын

একালৰ বৃন্দাবন একালত পৰে ছন
এক ঐতিহাসিক ৰায় ৰাজ্যৰ বিশেষ ন্যায়াধীশৰ
বক্রপথে চাকৰি লৈ দোষী সাব্যস্ত হ’ল ২৯গৰাকী ADO
প্রায় ৬ বছৰজোৰা বিচাৰ প্রক্রিয়াৰ অন্তত দোষী সাব্যস্ত
পুনৰ কাৰাগাৰলৈ ৰাকেশ পাল, বসন্ত দলে, ছামেদুৰ ৰহমান
ADOৰ নিযুক্তি প্রক্রিয়াৰ বিশ্বাসযোগ্যতাক নস্যাৎ আদালতৰ
কালিলৈকে চৰকাৰী বিষয়া আৰু আজি কাৰাগাৰৰ অতিথি
বিপদত পৰিব নেকি ২০১৫ বৰ্ষত উত্তীৰ্ণ আনসকল ADO?
কেনেকৈ দোষমুক্ত হ’ল কেলেংকাৰীত অভিযুক্ত দালাল?
৯ বছৰে পদোন্নতি, ৰাজকোষৰ ধন উপভোগ কৰিলে দোষী বিষয়াই
দোষী সাব্যস্ত হোৱা বিষয়াৰ পৰা ঘূৰাই লোৱা হ’বনে ৰাজকোষৰ ধন?
ঘোচ দি চাকৰি লৈ এতিয়া চকুত চকুপানী একালৰ ৰাজপত্রিত বিষয়াৰ
কি শাস্তি হ’ব দোষী সাব্যস্ত হোৱা ৩২গৰাকী বিষয়াৰ?
কাৰাবন্দিত্ব নে মুকলি আকাশৰ তললৈ ওলাই আহিব পাৰিব?
মুখ্য সম্পাদক নিতুমনি শইকীয়াৰ সৈতে ‘অভিমত’| Part 4 #pratidintimelive
#pratidintime #nitumonisaikia

Пікірлер: 36
@user-hw6ul5ut2j
@user-hw6ul5ut2j Ай бұрын
হিমন্তই এপইণ্টমেন্ট দিয়া বোৰ লুকুৱাই থৈছে এতিয়া , ফচে বুলি ?
@sanidulislam4977
@sanidulislam4977 Ай бұрын
যোৱা বছৰ যে জালুকবাৰীৰ ৫২ বছৰীয়া আইতাই চাকৰি পালে সেইটো কি আছিল ?
@SanjayKumar-td9um
@SanjayKumar-td9um Ай бұрын
BJP ৰ এইদালক কিয়নো মাতে? স্পস্টকৈ একো কবই নোৱাৰে ৷
@jayantdeka9306
@jayantdeka9306 Ай бұрын
সৰ্বানন্দ দিনত কেইজনমান জেলত সোমাল। কিন্তু হিমন্তৰ দিনত সেইটো নহ'ল
@TulendraSaikia-tj1hn
@TulendraSaikia-tj1hn Ай бұрын
জয়ন্ত গোস্বামী অভিগ্য ব্যক্তি,এশ শতাংশই সছা
@SatyajitGogoi-ft8wn
@SatyajitGogoi-ft8wn Ай бұрын
চৰকাৰ সলনি হলে সকলো ঠিক হৈ যাব
@bitupanhazarika8172
@bitupanhazarika8172 Ай бұрын
Main mastermind may be H B sharma because of at that time H B sharma education minister....so.....
@TCF573
@TCF573 Ай бұрын
Himmur looka vaku 😅😅😅
@jayantdeka9306
@jayantdeka9306 Ай бұрын
চাকৰী পোৱা বেছিভাগ ব্যক্তিক ৰৌ বৰালীয়ে দিয়া। গতিকে সিহতৰ একো নহয়। আৰু এটা কথা আইন, নিয়ম কানুন সাধৰণ ব্যক্তিৰ বাবে হে অসমত।
@7gc970
@7gc970 Ай бұрын
কংগেছ চৰকাৰ অসমত হলে পুনৰ এনেকুৱা কাহিনীৰ হব । সোণোৱাল ডাঙৰীয়া অসমৰ মুখ্যমন্ত্ৰীৰ হৈ থকাৰ হলে এই সকলোবোৰ চাকৰিৰ গল হেতেন আৰু জেলৰ ভাত খাই থাকিল হেতেন ।
@ArunKumarPhukan
@ArunKumarPhukan Ай бұрын
Pick and Choose Policy to save some
@TulendraSaikia-tj1hn
@TulendraSaikia-tj1hn Ай бұрын
কংগ্ৰেছে ৰাকেশপালৰ দুৰ্নীতিৰ বিষয়ে জানি লুপ্ত ৰখা কথাবোৰ উঠিলে লুকোৱাব বিছাৰে কিয়
@user-rj4si1bl3j
@user-rj4si1bl3j Ай бұрын
সমাজ ভাল কৰিবলৈ জয়ন্ত গোস্বামীৰ দৰে মানুহৰ কিবা দৰকাৰ আছে বুলি ভাবেনে?
@JakirHussain-nh7ho
@JakirHussain-nh7ho Ай бұрын
নাভাবো দেই
@pgoswami5378
@pgoswami5378 Ай бұрын
শৰ্মা দেৱে যদি বিজেপিত সঁচাকৈয়ে কিবা চেঁপা খাই আছিল,ওলাই গৈ ৰক্ষা পৰিল বুলিয়ে ধৰিব পাৰি।
@jogenkalita4268
@jogenkalita4268 Ай бұрын
এই জনসাংবাদিকে যতে খায় ততে হাগে
@NRJ19888
@NRJ19888 Ай бұрын
Tar mane ki kobo bisarisa.....sarbanandotkoi 100% besi himanta korise mane......?tumaluk tole tole sarbanandok tol pelabo bisarisa neki
@nayankaibarta3206
@nayankaibarta3206 Ай бұрын
Credit for both bjp cm sarbananda and cm sarma
@sdoley-1982
@sdoley-1982 Ай бұрын
Bjp hai hai
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh Ай бұрын
BJP Sarkar very Kam nai go back
@nayanmsaikia2507
@nayanmsaikia2507 Ай бұрын
Anekoa sporkhokator bikhoir uprt hothik alosona.hokolu exam ai clean hobo lage.
@PromodBora-mj9mr
@PromodBora-mj9mr Ай бұрын
Sai. List. Khonot. Hariar. Mana. Sarma. S. P. Name assana. Ki. Sabo. Laga
@dipuldas3249
@dipuldas3249 Ай бұрын
Assam t aji 20 basare ajan manuh r babe development o hai ase equally tat Kai besi durniti o hai ase.Gohai gharat kon Mai kol khowa nai niti soli ase
@ranjitbhattacharjee6433
@ranjitbhattacharjee6433 Ай бұрын
জয়ন্ত গোস্বামীৰ কথাবোৰ ভাল নালাগিব, দালাল যেনহে লাগিল ।
@dilipkrsharmah3384
@dilipkrsharmah3384 Ай бұрын
APS aru ACS xokolor uporot thoka gusor ki hol
@TCF573
@TCF573 Ай бұрын
Bohutu bikhoya aji mookoli akakhor tolotei ase
@TCF573
@TCF573 Ай бұрын
Joyonta chup 😅😅😅
@bhaskarnath9487
@bhaskarnath9487 Ай бұрын
Why your govt silent in NEET UG 2024 scame?
@gobindagoswami5017
@gobindagoswami5017 Ай бұрын
Kone ki kai dhariba nowari.
@jagadishsarma4189
@jagadishsarma4189 Ай бұрын
J goswami pl maintain discipline
@user-mp4lc9nn9j
@user-mp4lc9nn9j Ай бұрын
BJP sorkar dalali
@user-vc3wd8lu2g
@user-vc3wd8lu2g Ай бұрын
Aan kunu nahay aata khel punor bar joot hami koron.Dah bosor par hoy hool nij sako re. Atta track ba gan bo jabo pare biro dho dal hongothon,De Bhaban de 2026,kopal puhulay de...
@bisheswarborah4141
@bisheswarborah4141 Ай бұрын
Jayanta Goswami eta pagol ....
这三姐弟太会藏了!#小丑#天使#路飞#家庭#搞笑
00:24
家庭搞笑日记
Рет қаралды 121 МЛН
At the end of the video, deadpool did this #harleyquinn #deadpool3 #wolverin #shorts
00:15
Anastasyia Prichinina. Actress. Cosplayer.
Рет қаралды 17 МЛН
So Cute 🥰
00:17
dednahype
Рет қаралды 46 МЛН
МЕБЕЛЬ ВЫДАСТ СОТРУДНИКАМ ПОЛИЦИИ ТАБЕЛЬНУЮ МЕБЕЛЬ
00:20
这三姐弟太会藏了!#小丑#天使#路飞#家庭#搞笑
00:24
家庭搞笑日记
Рет қаралды 121 МЛН