মুখ্যমন্ত্রীৰ বিৰুদ্ধে আক্রমণাত্মক বিধায়ক অখিল গগৈ

  Рет қаралды 21,218

Pratidin Time

Pratidin Time

Күн бұрын

মুখ্যমন্ত্রীৰ বিৰুদ্ধে আক্রমণাত্মক বিধায়ক অখিল গগৈ। অসমৰ মুখ্যমন্ত্ৰীগৰাকী কিমান সাম্প্ৰদায়িক কালিৰ দিনটোত প্ৰকাশ হৈছে। এজন সাংবাদিকক কৰ্তব্যৰত অৱস্থাত ধৰ্মৰ কথা কৈ তাক এটা সাম্প্ৰদায়িক ৰূপ দিয়াটো এটা সাংবিধানিক অপৰাধ।
#PratidinTime #assam #AkhilGogoi #HimantaBiswaSarma

Пікірлер: 52
@Mojahar677
@Mojahar677 21 күн бұрын
USTM Is very good University in INDIA❤❤❤
@kumudbaruah2001
@kumudbaruah2001 21 күн бұрын
USTM is a miya university and it should be situated in Afghanistan.
@mirzaimrul5830
@mirzaimrul5830 21 күн бұрын
​@@kumudbaruah2001 tur mura tu kuwa 😂 pagol hol tumi
@izazulhoque5625
@izazulhoque5625 21 күн бұрын
😂😂1500 tokia ​@@kumudbaruah2001
@nilutpaldas8659
@nilutpaldas8659 21 күн бұрын
অখিল গগৈ ডাঙৰীয়াই একদম সঁচা কথা কৈছে।
@Mojahar677
@Mojahar677 21 күн бұрын
Akhil gogoi zindabaad🌹
@rambalram2610
@rambalram2610 21 күн бұрын
আচলতে গছৰ গুৰি কৰবাত.... এটা controversy ঢাকি বলৈ আন এটা কৰিছে... সম্প্ৰতি মুখ্যমন্ত্ৰীৰ সম্পত্তিৰ তালিকা ৰাজহুৱা কৰাৰ লগতে, তেওঁৰ পিতৃৰ আৰু সহুৰেকৰ সম্পত্তি ও ৰাইজে ৰাজহুৱা কৰাটো বিচাৰিছে... গতিকে এই কথা মানুহৰ মগজুৰ পৰা মূচি পেলাবলৈ USTM ক টানি আনিছে বা সাংবাদিকক তেওঁৰ ধৰ্ম সোধি অন্য এক বিতৰ্কৰ সৃষ্টি কৰিছে....!!!! অসমীয়াত কয় নহই - অতি চালাকি... গলাই ফাঁচী..😅😅😅😅
@kanaktalukdar2847
@kanaktalukdar2847 21 күн бұрын
মুখ্যমন্ত্ৰীৰ মন্তব্য দুৰ্ভাগ্যজনক ,শিক্ষাৰ্থী সকলক লৈ ৰাজনীতি কৰা উচিত নহয় ।
@mukib8350
@mukib8350 21 күн бұрын
অখিল গগৈ অসমৰ সিংহ .… জয় আই অসম অখিল দা
@bijendas2690
@bijendas2690 21 күн бұрын
Akhil gogoi axmor atukura Hira.
@kumudbaruah2001
@kumudbaruah2001 21 күн бұрын
মানুহে কয় অখিল হীৰা হবৈয় নোৱাৰে। এঙাৰ হে। কিছুমানে চিনিব নাজানি এঙাৰকে হীৰা বুলি ভাবিছে।
@mamomusiccompany2929
@mamomusiccompany2929 21 күн бұрын
Akhil da zindabad
@user-uz2td8wm6y
@user-uz2td8wm6y 21 күн бұрын
সাংবাদিব বোৰ মাজে মাজে মেনেজ হৈ থকাৰ বাবে spot অত counter দিবলৈ সাহস নাই, আৰু সেইবাবে আপোনাক উচতাই আপোনাৰ জৰিয়তে কোৱায়।।😂😂😂😂
@mamomusiccompany2929
@mamomusiccompany2929 21 күн бұрын
Hosake akhil da natakile amar assam dhoko hole heten joi ai assam
@nathgallery2501
@nathgallery2501 21 күн бұрын
Good Ripley Sir 👍✌️✌️
@RanjitBorah-ec3uv
@RanjitBorah-ec3uv 21 күн бұрын
Bhal lagile
@user-nb8io6lk3l
@user-nb8io6lk3l 21 күн бұрын
Akhil da you are tiger❤
@hiraboruah3208
@hiraboruah3208 21 күн бұрын
অখিল গগৈ জিন্দাবাদ।
@TaniyaM-gq5jd
@TaniyaM-gq5jd 21 күн бұрын
পগলা cm or কাম নাই, অকিল গগৈ zindabad
@mukutarrahman201
@mukutarrahman201 21 күн бұрын
Himantai cm or jogya nohoi
@monowarabegum2265
@monowarabegum2265 21 күн бұрын
Right
@eyakubali336
@eyakubali336 19 күн бұрын
Akhil. Gogoi . Very good. U. Tiger. Real. Tigar. Very good . Akhil Gogoi. Zindabad. ....
@eyakubali336
@eyakubali336 19 күн бұрын
Right. Joy. Aai .Akhom. ..
@Kanishkadaimary-j5f
@Kanishkadaimary-j5f 21 күн бұрын
চৰকাৰ হলে বিজেপিৰ দৰে হব লাগে,কাকো ভয় নকৰে।বিৰোধীৰ মাথা বেয়া কৰি দিছে।
@user-dp2zy3ce8h
@user-dp2zy3ce8h 21 күн бұрын
Good
@gagandeka4188
@gagandeka4188 21 күн бұрын
Right da
@ajgar6297
@ajgar6297 21 күн бұрын
ক্ষমতা মূৰত ধৰিছে
@user-jhdk777j
@user-jhdk777j 20 күн бұрын
G a nohowk kio 26 ot ako Mama e ahibo assam ot 😂😂😂 Mama juntu dolot thake xaitu jikatu nissito 😂😂 Mark my word
@user-xr5xw5fg1r
@user-xr5xw5fg1r 21 күн бұрын
Ustm bondho hobo lage poisa loi MA t number dea Phd Kora dea poisa di Poisa di assistant professor hoi
@jugmajyoti7733
@jugmajyoti7733 21 күн бұрын
Akhil Gogoi k porha xuna r kotha xudhi ki laav 😂
@Shorts_.123
@Shorts_.123 21 күн бұрын
এই হিমন্তটো একদম গেলা পছা মানুহ হয় বে
@KaustubhKumarGogoi
@KaustubhKumarGogoi 21 күн бұрын
It is illegal to say that students those have passed from private institute, colleges, universities wii have to appear in a recruitment test for getting jobs in govt sectors inspite of the fact that these universities,institutes,colleges are recognised by u g c, n m r, I c m r etc all these are statutory bodies, if govt of assam wants to hold recruitment test for getting govt jobs then it will have to be for all, govt can not bring disparity in this regard,all of you know that if anything,action which goes against law will have to face challenge in a court of law.
@eyakubali336
@eyakubali336 19 күн бұрын
4:31 4:31 😂😂❤
@nirmalkutum2028
@nirmalkutum2028 21 күн бұрын
Assam police 😂😂😂 u
@KhruloraPatar-yt3cf
@KhruloraPatar-yt3cf 21 күн бұрын
Akhil ali
@SmilingBeachYoga-wb5wd
@SmilingBeachYoga-wb5wd 21 күн бұрын
Khomota mur ot uthise mukhya mantrir. teur poton nissito.
@abhishek41068
@abhishek41068 21 күн бұрын
School aru University r difference tu buji nupua akhiuddin miya r ktha huni lav nai
@thepoliticalawareness1021
@thepoliticalawareness1021 21 күн бұрын
1st Part. অসমৰ ৰাইজে শঙ্কৰদেৱৰ জন্মস্থান নগাঁও ৰ আলিপুখুৰী লৈ যোৱা উচিত। তাত অসমীয়া গাওঁ বোৰ কেনেকৈ নোহোৱা হৈ গল। কেনেকৈ বৰদোৱাত অসমীয়া মানুহ নোহোৱা হল? কেনেকৈ অসমৰ সিংহ পুৰুষ শৰৎ চন্দ্ৰ সিংহৰ বিলাসীপাৰাৰ পৰা অসমীয়া মানুহ নোহোৱা হল। এই বিলাক ঠাইত টো না বিজেপি আছিল না RSS আছিল। কেবল secular parties C...... আৰু অনান্য secular সংগঠন আছিল। ধিং, যমুনামুখ, লক্ষীমপুৰৰ নাওবৈচা, বৰপেটা আদি। তদুপৰি তৰুণ গগৈৰ দিনত কিমান Communal Violence হৈছিল? মিয়া আৰু বড়ো এইবাৰ সকলোৱে ধুবুৰীৰ বাংলাদেশী মূলৰ মানুহক প্ৰশংসা কৰা উচিত আৰু যোৰহাটৰ কিছুমান ৰাইজক অলপ সাৱধানৰ দৃষ্টিভঙ্গীৰে চোৱা উচিত। ধুবুৰীৰ বাংলাদেশী মূলৰ ৰাইজ তেওঁলোক জাতিৰ নায়ক হল ৰকিবুল হুছেইনক অভিলেখ সংখ্যক ভোটত বিজয়ী কৰাই আৰু হয়তো যোৰহাটৰ কিছুমান ৰাইজ জাতিৰ খালনয়ক হল গৌৰৱ গগৈক জিকাই। যোৰহাটৰ ৰাইজ শিক্ষিত। যোৰহাটৰ তৰুণ গগৈ Sir CM হৈ থাকোঁতে টকা লৈ APSC চাকৰি দিয়াৰ অভিযোগ উঠিছিল। কিছুমান ৰাইজে অসমক বাংলাদেশ বনাব বিচাৰিছে নেকি? আপোনাৰ বিশ্বাস হোৱা নাই যদি 1951 ৰ পৰা 2024 লৈ Voter List data আৰু land data compare কৰি চোৱা উচিত। এই সময়ত চোৱাত যোৰহাট সমষ্টিৰ দুজনে CM Post (তৰুণ গগৈ আৰু হিতেশ্বৰ শইকীয়া) ত আছিল। দুয়ো জনৰ শাসন কালত কিমান বাংলাদেশী মূলৰ গাওঁ হৈছিল এবাৰ চোৱা উচিত। ৰাতিৰ ভিতৰতে চৰকাৰী মাটি দখল কৰি এচাম লোকে গাওঁ বনাই দিছিল। কিমান অসমীয়া মানুহ সেই সময়ত অসমতে শৰণাৰ্থী ৰ দৰে ঘৰ বাৰি এৰি আহিব লগীয়া হৈছিল এবাৰ analyze কৰা উচিত। যোৰহাটৰ গাতে লাগি থকা আগৰ কলিয়াবৰ সমষ্টি চাওক। ৰাইজে এবাৰ চোৱা উচিত কিদৰে অসমত এচাম লোকৰ crime বৃদ্ধি হৈছিল। চোৰ, ডকাইতি, মহিলাৰ ওপৰত অপৰাধ আদি। এবাৰ অসমৰ জেল সমূহত গৈ চোৱা উচিত কিয় এচাম মানুহ ইমান অপৰাধী। কিছুমান secular লোকে কব শিক্ষাৰ অভাৱৰ কাৰনে তেওঁলোক অপৰাধী হৈছে, কিন্তু সেইটো সঁচা নহয় চাগে? France ত চাওক, Canada ত চাওক, London ত চাওক। যত মুছলিম শৰণাৰ্থীক আঁকোৱালি লৈছিল তাতে crime বৃদ্ধি হৈ গৈছে? অপৰাধ জনিত কাৰ্যকলাপ জিহাদৰ এটা অংশ চাগে, নহলে অন্য মানুহে ভয় কেনেকৈ খাব। আগৰ History যদি চাই তেতিয়াও দেখিব অন্য ধৰ্মৰ মানুহৰ ওপৰত অপৰাধ এটা strategic activity/জিহাদ চাগে? আমাৰ কথাত বিশ্বাস নকৰিব নিজে history analyze কৰক। ভাৰতত যেতিয়া ইছলামিক আক্ৰমণকাৰী আহিছিল তেওঁলোকে বহুত University ধ্বংস কৰি দিছিল। Nalanda University, Vikramshila University, Vallabhi University, Kanthalloor University, Sharda Peeth University, Takshashila University আদি। এইবাৰ atleast গাৰুখুতিৰ মাটি অসমীয়াৰ হাতত আহিল, পাভৈ বননিৰ মাটি বেদখল মুক্ত হল। হোজাই, কাজিৰঙাৰ বহুত মাটি বেদখল মুক্ত হল। বৰপেটা সমষ্টি যত অসমীয়া মানুহ Minority তাত অসমীয়া মানুহ জিকিল। কাজিৰঙা যিটো আগতে কলিয়াবৰ আছিল মূলত, যত এতিয়া অসমীয়া মানুহ কমি গল তাত অসমীয়া মানুহ জিকিল। বাংলাদেশী চিনাক্ত কৰা যথেষ্ঠ কঠিন। যদি ভুল হোৱা নাই, তেওঁলোকৰ NRC legacy data ত ককাকৰ নাম যদি আলি হয়, দেউতাকৰ নাম হুছেইন হব পাৰে, পুতেকৰ নাম হক হব পাৰে। তেওঁলোকৰ মাজত (1971 ৰ আগৰ আৰু পিছৰ) একতা সঁচাকৈ আকৰ্ষণীয়। অসমৰ Future Generation সংকটত আছে। ৰাভা ছোৱালী কেইজনীক কিদৰে হত্যা কৰি গছত ওলোমাই থৈছিল analyze কৰক? Secular মানুহৰ next target হল লখিমপুৰ, গোলাঘাট আৰু ধেমাজি চাগে। আমাক বিশ্বাস কৰিব নালাগে data analyze কৰক। এয়া কোনো কংগ্ৰেছ Vs বিজেপি নহয়। এয়া অসমীয়া Vs অসমিঞাৰ বিষয়। যিকোনো চৰকাৰ বনাবলৈ 30-35% ভোট লগে। অসমত এতিয়া বাংলাদেশী মূলৰ মানুহ প্ৰায় 40% হল চাগে। এই মানুহ খিনিক শোণিতপুৰ, গোলাঘাট, ধেমাজি, লখিমপুৰ আদিত আৰু অধিক সংস্থাপন কৰিব পাৰিলে অসমীয়া মানুহৰ হাতৰ পৰা অসম সৰ্বকালৰ বাবে গুচি যাব। লগতে অসম ভাৰতৰ ভিতৰতে আটাইকৈ বেছি জনসংখ্যা বৃদ্ধি হোৱা ৰাজ্যৰ ভিতৰত এখন কিন্তু অসমীয়াৰ জনসংখ্যা বৃদ্ধি হাৰ উদ্বেগ জনক ভাবে কমিছে। গতিকে এনেকৈ চলি থাকিলে অসমত অসমীয়াৰ জনসংখ্যা ২০% হব কেইবছৰ মান পিছত আৰু অসমিঞাৰ জনসংখ্যা ৮০% মান হব চাগে? *পুনৰ কৈছোঁ আমাক বিশ্বাস নকৰিব, নিজে data Analyze কৰক।* Note: *আপোনালোকে যদি মন কৰিছে তেনেহলে আপোনালোকে দেখিব আজিকালি অসমীয়া যুৱ চামৰ নিচা কৰাৰ প্ৰতি আসক্তি বহুত বাঢ়িছে। এইটো এটা চিন্তাৰ কথা অসমীয়াৰ কাৰনে আৰু উৎসহৰ কথা অসমিঞাৰ কাৰনে।* ৰাজনৈতিক দল জিকিব হাৰিব কিন্তু অসমীয়া জাতি হাৰিব অসমিঞাৰ হাতত?? কিছুমান Secular এ খুব উজনি অসমৰ কথা কয় কিন্তু আপুনি আচৰিত হব উজনি মানে কেবল যোৰহাট আৰু শিৱসাগৰ চাগে????? 2nd Part in reply section
@thepoliticalawareness1021
@thepoliticalawareness1021 21 күн бұрын
2nd Part. যেতিয়া ভাৰত স্বাধীন হৈছিল তেতিয়া অসম ভাৰতৰ এখন আগশাৰী ৰাজ্য আছিল Revenue দিশত। ডিব্ৰুগড় Asia ৰ দ্বিতীয় ধনী জিলা আছিল। কিন্তু আগৰ তেতিয়াৰ কেন্দ্ৰ চৰকাৰে অসমৰ টকাৰে বাহিৰৰ ৰাজ্যত কাম কৰিব ধৰিলে। তাৰ ফলত বাহিৰৰ ৰাজ্যত ভাল Highway হল, ৰেল হল, University হল, Research Institution হল, Industry হল। কিন্তু অসমৰ ৰাইজে Central University ৰ বাবেও আন্দোলন কৰিব লগীয়া হৈছিল। সেই সময়চোৱাত যিহেতু অসমীয়া মানুহে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতি মোহভংগ হৈছিল, সেইসময়ত Secular মানুহৰ মৰমৰ বাংলাদেশী মূলৰ মানুহ খিনি আগবাঢ়ি আহিছিল নিৰ্বাচনত সহায় কৰিবলৈ। অসমৰ ৰাইজে বিভিন্ন সমষ্টিত অস্বাভাবিক ভোটাৰ বাঢ়ি যোৱা দেখা পাইছিল? চৰকাৰী মাটি, বনাঞ্চলৰ মাটি, বিলৰ মাটি কতো বাদ নপৰিল দখল হবলৈ? ডুবাইত অথবা UAE ত তাৰ লোকেল মানুহ কেবল 11.6%। বাকী 88.4% বিদেশী। কিন্তু তেওঁলোকে কেতিয়াও citizenship নিদিয়ে বিদেশীক। আনকি ঘৰ/Flat কিনিলেও তাৰ ownership নাপাই। 99 years ৰ lease হে পাই। যদি বেয়া কাম কৰে তেনেহলে চৰকাৰে lease agreement cancel কৰি দিব পাৰে? আমাৰ অসমত অসমীয়াৰ জনসংখ্যা সাংঘাটিক কম গতিকে অসমত বাহিৰৰ মানুহক (হিন্দু + মুছলিম) Work Permit হে দিব লাগিছিল না কি Citizenship। বাংলাদেশত বৰ্তমান হিন্দু সকলক ৰাক্ষসৰ দৰে আক্ৰমণ কৰিছে কোনো কাৰণ নোহোৱাকৈ। ভাবি চাওক অসমত যেতিয়া অসমীয়াৰ জনসংখ্যা 50% ত কৈ কমি যাব তেতিয়াৰ পৰা কি হব। ভাৰত যদি Secular দেশ হল হয় তেনেহলে ভাৰতত কিয় Uniform Civil Code নাই। বাকী Secular দেশত UCC আছে আৰু Muslim Personal Law Board নাই। ভাৰতৰ দৰে Secular দেশত কিয় আছে? নে Secular শব্দ টো মানুহক বিভ্ৰান্তি কৰিব আছে নেকি? Secular মানুহক বুজাই একো লাভ নাই। জোৰ পুৰি হাত পালে, এতিয়া হাতো জ্বলি আছে তথাপিও। কিছুমান জাতীয়তাবাদী সংগঠনে ৪৫ বছৰ ৰাইজক কলে অসমত বাংলাদেশী আছে বুলি কিন্তু আজিকালি তেওঁলোকে ভোটৰ আশাত বাংলাদেশী আহিব হে বুলি কয়?2nd Part. যেতিয়া ভাৰত স্বাধীন হৈছিল তেতিয়া অসম ভাৰতৰ এখন আগশাৰী ৰাজ্য আছিল Revenue দিশত। ডিব্ৰুগড় Asia ৰ দ্বিতীয় ধনী জিলা আছিল। কিন্তু আগৰ তেতিয়াৰ কেন্দ্ৰ চৰকাৰে অসমৰ টকাৰে বাহিৰৰ ৰাজ্যত কাম কৰিব ধৰিলে। তাৰ ফলত বাহিৰৰ ৰাজ্যত ভাল Highway হল, ৰেল হল, University হল, Research Institution হল, Industry হল। কিন্তু অসমৰ ৰাইজে Central University ৰ বাবেও আন্দোলন কৰিব লগীয়া হৈছিল। সেই সময়চোৱাত যিহেতু অসমীয়া মানুহে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ প্ৰতি মোহভংগ হৈছিল, সেইসময়ত Secular মানুহৰ মৰমৰ বাংলাদেশী মূলৰ মানুহ খিনি আগবাঢ়ি আহিছিল নিৰ্বাচনত সহায় কৰিবলৈ। অসমৰ ৰাইজে বিভিন্ন সমষ্টিত অস্বাভাবিক ভোটাৰ বাঢ়ি যোৱা দেখা পাইছিল? চৰকাৰী মাটি, বনাঞ্চলৰ মাটি, বিলৰ মাটি কতো বাদ নপৰিল দখল হবলৈ? ডুবাইত অথবা UAE ত তাৰ লোকেল মানুহ কেবল 11.6%। বাকী 88.4% বিদেশী। কিন্তু তেওঁলোকে কেতিয়াও citizenship নিদিয়ে বিদেশীক। আনকি ঘৰ/Flat কিনিলেও তাৰ ownership নাপাই। 99 years ৰ lease হে পাই। যদি বেয়া কাম কৰে তেনেহলে চৰকাৰে lease agreement cancel কৰি দিব পাৰে? আমাৰ অসমত অসমীয়াৰ জনসংখ্যা সাংঘাটিক কম গতিকে অসমত বাহিৰৰ মানুহক (হিন্দু + মুছলিম) Work Permit হে দিব লাগিছিল না কি Citizenship। বাংলাদেশত বৰ্তমান হিন্দু সকলক ৰাক্ষসৰ দৰে আক্ৰমণ কৰিছে কোনো কাৰণ নোহোৱাকৈ। ভাবি চাওক অসমত যেতিয়া অসমীয়াৰ জনসংখ্যা 50% ত কৈ কমি যাব তেতিয়াৰ পৰা কি হব। ভাৰত যদি Secular দেশ হল হয় তেনেহলে ভাৰতত কিয় Uniform Civil Code নাই। বাকী Secular দেশত UCC আছে আৰু Muslim Personal Law Board নাই। ভাৰতৰ দৰে Secular দেশত কিয় আছে? নে Secular শব্দ টো মানুহক বিভ্ৰান্তি কৰিব আছে নেকি? Secular মানুহক বুজাই একো লাভ নাই। জোৰ পুৰি হাত পালে, এতিয়া হাতো জ্বলি আছে তথাপিও। সাংঘাতিক বিপদত আছে অসমীয়া সমাজ। কিছুমান জাতীয়তাবাদী সংগঠনে ৪৫ বছৰ ৰাইজক কলে অসমত বাংলাদেশী আছে বুলি কিন্তু আজিকালি তেওঁলোকে ভোটৰ আশাত বাংলাদেশী আহিব হে বুলি কয়?
@Shruti-fo6sx
@Shruti-fo6sx 18 күн бұрын
miya dalalee akhil gogoi
@devajitpegu7663
@devajitpegu7663 21 күн бұрын
Mama jindabad
@Rabiya-mr8rr
@Rabiya-mr8rr 21 күн бұрын
😂🤮
@sweetchildhood3479
@sweetchildhood3479 21 күн бұрын
Mama zindabad.
@surajgogoi1879
@surajgogoi1879 21 күн бұрын
😅😅😅😅😅😂😂😂😂😂
@kumudbaruah2001
@kumudbaruah2001 21 күн бұрын
​@@surajgogoi1879😂😂😂😂😂😂😂😂😂😂🎉🎉🎉🎉🎉🎉ধোৱা কোৱা হৈ গৈছে।
@Rabiya-mr8rr
@Rabiya-mr8rr 21 күн бұрын
Mama🤮👊
@sanjaykalita4464
@sanjaykalita4464 21 күн бұрын
Ustm bondho hobo lage
@Surajjamanprodhani
@Surajjamanprodhani 21 күн бұрын
Ustm r pisfale chai ahok blindvokto
@kumudbaruah2001
@kumudbaruah2001 21 күн бұрын
​@@Surajjamanprodhaniসেই খন আফগানিস্তানলৈকে লৈ যোৱাই ভাল হব। তাতে দাৰি, টুপি, গেট সকলো মিলি যাব। 😂😂😂😂😂
@Surajjamanprodhani
@Surajjamanprodhani 21 күн бұрын
Eyatkoi aru Val montobbo dibo noware
@Surajjamanprodhani
@Surajjamanprodhani 21 күн бұрын
Mandakata ahi chaok kiman pahar katise
Секрет фокусника! #shorts
00:15
Роман Magic
Рет қаралды 83 МЛН
Секрет фокусника! #shorts
00:15
Роман Magic
Рет қаралды 83 МЛН