Bhupen Borah News: মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক কটাক্ষ কৰাৰ পাছতেই ভূপেন বৰাৰ প্ৰতিক্ৰিয়া

  Рет қаралды 18,652

ND24

ND24

Күн бұрын

‘কংগ্ৰেছক ধমকি দিবলৈ চেষ্টা নকৰিব, যুজঁ হ’ব’৷ মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছক কটাক্ষ কৰাৰ পাছতেই ভূপেন বৰাৰ প্ৰতিক্ৰিয়া...
#assamesenews #nd24news #nd24live #nd24assamese #livenews
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24 KZbin channel offers the latest news videos on Politics, Cricket, Technology, Entertainment and a lot more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
▶️ ৰাজপাট কাৰ?
• ৰাজপাট কাৰ? | 2024 Lok...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Пікірлер: 119
@dbhargab
@dbhargab Ай бұрын
ৰাইজে মাত্ৰ এতিয়া বিকল্প বিচাৰি আছে ,গৌৰৱ গগৈক মুখ্যমন্ত্ৰী প্ৰক্ষেপ কৰক ভোট দি জয়যুক্ত কৰাৰ দায়িত্ব আমাৰ ।জাতি,ধৰ্ম,বৰ্ণ ,দল নিৰ্বিশেষে ভোট দিম আমি গৌৰৱক ।
@sidharthatamuli1561
@sidharthatamuli1561 Ай бұрын
Ami gorobore Gurobk vote dimei
@user-mp2vi7ho2t
@user-mp2vi7ho2t Ай бұрын
@@dbhargab গৌৰৱ মুখ্যমন্ত্ৰী হলে অসম শেষ হব
@dbhargab
@dbhargab Ай бұрын
@@user-mp2vi7ho2t অসমৰ লোক মুৰ্খ বাবেই মেৰুকৰণৰ সুবিধা লৈছে একাংশই ,গৌৰৱক ৫ বছৰ সময় নিদিয়াকৈ এনে কথা কোৱা ভূল ,কি ঠিক তুমি ভৱাৰ দৰে তেওঁ নহবওঁ পাৰে ।
@prabinmallabaruah8845
@prabinmallabaruah8845 Ай бұрын
অসমৰ দৰে ৰাজ্য এখনৰ মূখ্যমন্ত্ৰীয়ে নিজকে এটা বলীয়া কুকুৰৰ লগত তুলনা কৰি সকলোকে আচৰিত কৰিছে । এনে বক্তব্য ৰাখি তেওঁ সকলোকে দুখ দিছে।
@muylabotimoran9586
@muylabotimoran9586 Ай бұрын
সবল নেতৃত্বৰ শকটীশালী প্ৰত্যুত্তৰ। ভাল লাগিল, ধন্যবাদ।
@nirmalpegu2841
@nirmalpegu2841 Ай бұрын
Congress zindabad
@nayankumarpawe2671
@nayankumarpawe2671 Ай бұрын
বি.জে.পি নেতা কেইজন যেনুকুৱা অহংকাৰী কংগ্ৰেছৰ আপুনি এজন অহংকাৰী নেতা ভিতৰি ভিতৰি হিমন্ত লগত মিলি থকা যেন লাগে।
@JunAhmed-el5cu
@JunAhmed-el5cu Ай бұрын
Right
@bipulkalita9799
@bipulkalita9799 Ай бұрын
Thanks Bhupen Da
@dsaikia8980
@dsaikia8980 Ай бұрын
বঢ়িয়া ।
@pranabbaruah7687
@pranabbaruah7687 Ай бұрын
যুদ্ধ আৰম্ভ হৈছে,কৰ মানুহ দলত লব গৈ আছে সাৱধান হব।
@samsulislam4666
@samsulislam4666 Ай бұрын
Right
@gunjalkalita7187
@gunjalkalita7187 Ай бұрын
Next CM of Assam gourav Gogoi 🙏🙏🙏❤❤❤
@jibonjyotidutta622
@jibonjyotidutta622 Ай бұрын
কংগ্রেছ জিন্দাবাদ | হিমন্ত বিশ্ব শৰ্মাৰ দিন চমু চাপিছে বিজেপি 2026 ত ইতিহাস হব |
@PurnanandaTaid-ll2yw
@PurnanandaTaid-ll2yw Ай бұрын
সুন্দৰ প্রতুত্তৰ।। কংগ্রেছ জিন্দাবাদ❤❤❤
@bharatbaruah5702
@bharatbaruah5702 Ай бұрын
মামাৰ ভয় বেছি হৈছে
@pkvlogs1406
@pkvlogs1406 Ай бұрын
Congress workers 🎉🎉🎉🎉🎉🎉🎉 jindabad 🙏
@narakantachutia4369
@narakantachutia4369 Ай бұрын
হেৰৌ বোপাই আগতে জিকি লোৱা আৰু নিজৰ পদ বচাই লোৱা। তোমাৰ কংগ্ৰেছৰ দিনত অসমত ডেকা লৰা ছোৱালী বিলাকৰ কি হৈছিল সেই বিলাক কথা আমাৰ নিচিনা মানুহে মৰিলেও পাহৰিব নোৱাৰো। টকা লৈ চাকৰি লোৱা সকলৰ এতিয়া কি অবস্থা হৈছে খবৰ এটা লৈ লবা পাছত ফতা লেকচাৰ মাৰি থাকিবা।
@sanjeep_04_bharadwaj
@sanjeep_04_bharadwaj Ай бұрын
tetiya congress jun asil etiya hei soor bur BJP 😂😂😂
@lakhikrchintey5693
@lakhikrchintey5693 Ай бұрын
সকলো কাম হিমন্ত্ই কৰিছিল
@narakantachutia4369
@narakantachutia4369 Ай бұрын
@@lakhikrchintey5693 সকলো কাম হিমন্তই কৰিছিল বুলি কিবা প্ৰমাণ আছে নেকি ?
@mukutnath1419
@mukutnath1419 14 күн бұрын
Bravo, what a impressive bite! Go ahead and come out victorious
@madhablahon7478
@madhablahon7478 Ай бұрын
আপুনাৰ দুটা টাম বিধায়কৰ কায্যকালত কোন পঞ্চায়তৰ পৰা কিমান টকা ৰ্কমিচন লৈছিল আৰু এটা এটা চাকৰিৰ বাবত কিমান টকা লৈছিল সেয়া সমষ্টি বাসিয়ে কেতিয়াও পাহৰিব নোৱাৰে।
@lakhikrchintey5693
@lakhikrchintey5693 Ай бұрын
হি সমষ্টিৰ পৰা ললে হিমন্ত্ই গোটেই অসমৰ পৰা লুটিছে
@dbhargab
@dbhargab Ай бұрын
@@madhablahon7478 আমি কোন অখিল গগৈ ,কোন ভূপেন বৰা ,কোন লুৰিনজ্যোতি গগৈ সেইবোৰৰ লগত আমাৰ কথা নাই ,মাত্ৰ গৌৰৱ গগৈক লাগে মুখ্যমন্ত্ৰী হিচাপে ।
@jahirulislam4311
@jahirulislam4311 Ай бұрын
ভূপেন বৰা ডাঙৰীয়া প্ৰথমে কব লাগিছিল যে ৰাইজৰ দল তথা অখিল গগৈ ডাঙৰীয়া ভয় নকৰে বুলি । তাৰ পিছত আপোনালোকৰ দলৰ কথা কব। তাৰ কাৰণ আজিৰ চৰকাৰৰ প্ৰায়বোৰ নেতাই বিজেপি দলৰ ভয়ত কংগ্রেছ দলৰ পৰা বিজেপি দললৈ গৈছে আৰু আজি চৰকাৰ চলায় আছে।
@jayantakalita8278
@jayantakalita8278 Ай бұрын
বৰা দা আপনি একো কৰিব নোৱাৰে
@junbora3558
@junbora3558 Ай бұрын
ফটা ঢোল বজোৱা বিজেপিয়ে আনৰ নেগুৰত ধৰিহে যেনে তেনে ধাৰলে চৰকাৰ গঠণ কৰিছে । নীতিশ নাইডুক ধাৰ পৰিশোধ কৰিব পাৰিলেহে চৰকাৰ বৰ্তি থাকিব। কথাবোৰ বহল ভাৱে চিন্তা কৰিব লাগে। মুখ্যমন্ত্ৰীয়েও কঙ্গৰেছৰ ৰাজনীতিতে জন্মগ্ৰহণ কৰিছিল।
@user-op2or6dp8q
@user-op2or6dp8q Ай бұрын
উৰহী তলেৰে পাৰ হল নেকি
@7gc970
@7gc970 Ай бұрын
মিঞাৰ কেইটাক খোৰক্ষা কৰি ৰাজনীতিৰ কৰি থাকিলে হল । কংগেছ দলে অসমত বহুত বিদেশীক থাকিব থাই দিলে । কংগেছ দলে খিলঞ্জীয়াৰ সপক্ষে চিঞৰ বাখৰ কৰাৰ দেখা নেপালু দুৰ্নীতিৰ কৰিব আকৌ সুবিধাৰ অসমৰ ৰাইজে নিদিব ।
@juwelali8143
@juwelali8143 Ай бұрын
Bush
@lakhikrchintey5693
@lakhikrchintey5693 Ай бұрын
হিমন্তক জেইলৰ পৰা বছাইলক
@7gc970
@7gc970 Ай бұрын
@@juwelali8143 দাতঁ চাৰিৰ পাৰি হব লাগিব জেলত ভৰাব লে।
@7gc970
@7gc970 Ай бұрын
@@lakhikrchintey5693 বৰ ধুনীয়া কৈ হাহি বলে পালো হিমত লাগিব ।
@7gc970
@7gc970 Ай бұрын
@@lakhikrchintey5693 হিমত নাই ।
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA Ай бұрын
ৰাতি হল শুই থাকা😂
@janardanbora2803
@janardanbora2803 Ай бұрын
শিয়ালৰ যৌৱনিকা পৰিব 2026 চনত😅😅😅
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA Ай бұрын
@@janardanbora2803Sivasager r bodon ahi gol😄
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA Ай бұрын
@@janardanbora2803 aru tatia miya r pokor selakebi😄
@janardanbora2803
@janardanbora2803 Ай бұрын
@@SANATANI_AXOMIA_NABA যোৰহাটত কেনে লাগিল অই গৰু খোৱা পক টো ভাল কৈ মাৰি দিলে টোৰ লগৰ 1500 টকীয়া কেইটা দেখোন নোলোৱা হল
@alokdutta5907
@alokdutta5907 Ай бұрын
​@@SANATANI_AXOMIA_NABATohoti bjp ye he atiya miyar koti seleki vote loi aso bujili johora hot
@Knowledgemuni-ou3qs
@Knowledgemuni-ou3qs Ай бұрын
Very good speech
@debangamoran7459
@debangamoran7459 Ай бұрын
Mojaaaaa
@Real12976
@Real12976 Ай бұрын
15 bosore apunaluke 6 jonogusti bikhoye ki kora hol....apunalukor dinot hazira kiman asil...dormoha kiman asil... interview keita patisil admit kiman ahisil😂😂😂😂😂😂😂😂 3050 ot congress or 3 ta pora 4 ta hbo diyok😂😂😂😂
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA Ай бұрын
@@Real12976 congress❤ miya
@alokdutta5907
@alokdutta5907 Ай бұрын
​@@SANATANI_AXOMIA_NABABjp mane hoise hindu Bangladeshi Bangal bujili jodha murkho
@baharali8785
@baharali8785 Ай бұрын
Right.
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA Ай бұрын
বেদখলকাৰী মিয়া
@alokdutta5907
@alokdutta5907 Ай бұрын
​@@SANATANI_AXOMIA_NABAJohora bongal
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA Ай бұрын
@@alokdutta5907 address??...?...
@ImranKhan-wr1tm
@ImranKhan-wr1tm Ай бұрын
Good leader b বৰা
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA Ай бұрын
মিয়া কুকুৰ বেদখলকাৰী জাত
@bhaskarmaanu9823
@bhaskarmaanu9823 Ай бұрын
Moja dai😅
@NumalKhongiadigital
@NumalKhongiadigital Ай бұрын
নিজেই দুৰ্নীতি আৰু দুৰ্নীতিৰ কথা কয়,,, আৰু লেতেৰা ইতিহাস কংগ্ৰেছৰ নুশুনো আৰু আহি থকা প্ৰজন্মকো নুহুনাও,,, অাৰু ২৬ ত বিজেপি কো আঁতৰাই আঞ্চলিক দলৰ চৰকাৰ গঠন কৰিবলৈ ৰাইজক আহ্বান জনালোঁ,,,
@ForidulIslam-jp1nv
@ForidulIslam-jp1nv Ай бұрын
Absolutely right,sir Bhupen Bora ,
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA Ай бұрын
বাংলাদেশ কেতিয়া যাবি??
@Real12976
@Real12976 Ай бұрын
Miya hodai Congress premi ei😂😂😂😂😂😂😂😂
@sanjeep_04_bharadwaj
@sanjeep_04_bharadwaj Ай бұрын
​@@SANATANI_AXOMIA_NABA santan mane BJP nohoi.. santani nam lolei nohoi sanatani ki hoi alop gyan lobo first.. hindu muslim sanataniye nokore
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA Ай бұрын
@@sanjeep_04_bharadwaj Sanaatan is the way to live a life.... Aru name tu holai ahile kunu Axomia hoi najai. Miya puwali 😇
@janardanbora2803
@janardanbora2803 Ай бұрын
​@@Real12976 মুখা খোল খোৱাৰ বাবে লাজ লাগিছে নেকি অন্ধ ভক্ত 😅😅😅
@alokdutta5907
@alokdutta5907 Ай бұрын
"नास्त्यहंकार समः शत्रु"- চাণক্যই কৈছিল অহংকাৰৰ সমান কোনো শত্ৰু নাই,অহংকাৰৰ দৰে কোনো ৰোগ নাই,এতিয়া সেই ৰোগতে অসম ৰাজ্যিক বিজেপি আক্ৰান্ত ।
@prasantarai3921
@prasantarai3921 Ай бұрын
Baad diok Bora da.
@BabulKakati-gv5fm
@BabulKakati-gv5fm Ай бұрын
Yes khangress was full bhastasari next congress will be missing
@rjuro4963
@rjuro4963 Ай бұрын
Kamnai mukhot ha kamto nokorya.... 2011 Assam Meghalaya Gondogol ..... Aro kiman gondgol hysl... Yat kako support kora nai junta khosa uta kysu.... Aro rasta ghat kamn bya asl akhn bht vl hol... Agte amr edi rasta kiman poisa oly khyse...ane muk bajay lav nai agr ktha ky... Joa 15 bsrt ki kril uta ko...... Aro government sakre krne kita exm patla agt dkhn gome npy na advertisement nai . . . Sob vtre vtre manage hysl akhn open kre dil ami nsna dukhiya manu akhn gm pai try krba para hlu
@ditulhazarika4082
@ditulhazarika4082 Ай бұрын
Laj nothoka mnuh asame hari loi imn dangor kotha koi thake .nak tu kti palabo lge
@ranjitadoley6613
@ranjitadoley6613 Ай бұрын
কাম নাই 2026 আপোনাৰ 00
@pkplusaxom3164
@pkplusaxom3164 Ай бұрын
কংগ্ৰেছৰ মুখত দুৰ্নীতি কথা শোভা নাপায় ,,,,গোটেই দেশ তথা অসমক গেলাই গৈছে,,,,,
@lakhikrchintey5693
@lakhikrchintey5693 Ай бұрын
দুৰ্নীতি বস্ত্ৰাছাৰি হিমন্ত্ই কৰিছিল কঙগেৰেছে কৰা নাই
@dbhargab
@dbhargab Ай бұрын
@@pkplusaxom3164 দুৰ্নীতি দলে নকৰে ,কেইজনমান মানুহেহে কৰে আৰু আমি সকলোৱে জানো সেইকেইজন কোন । কংগ্ৰেছ বেয়া হ’লে ভাৰতবৰ্ষৰ জনগণে কংগ্ৰেছক ইমান বছৰ দেশৰ শাসনভাৰ নিদিলে হয় ,উদাহৰণ স্বৰূপে অসমত তৰুণ গগৈ দেৱকে চাই লব পাৰে ।কংগ্ৰেছৰ কৰিবলগীয়া বহুত আছে মোৰ বোধেৰে ,সীমান্ত চীল কৰি শুদ্ধ NRC এখন প্ৰস্তুত কৰক আৰু বিদেশী হস্তান্তৰৰ ব্যৱস্থা কৰক ,লগে লগে Two Child Policy আইন প্ৰযোজ্য কৰিব লাগিব দেশত ।বিজেপিয়ে ধৰ্মনিৰপেক্ষ সংবিধানৰ শপত লৈ দেশত ধৰ্মৰ নামত ঘৃণা বিয়পাই আছে ।
@pkplusaxom3164
@pkplusaxom3164 Ай бұрын
@@lakhikrchintey5693 আমি জানো দিয়া ,,,কংগেছৰ দিনৰ দুৰ্নীতিৰ কথা,,,,,যদি হিমন্ত বিশ্ব শৰ্মাই কৰিছিল তেতিয়া হলে 15 বছৰে কংগ্রেছৰ মানুহ বোৰে কি কৰি আছিল ,,,কিয় তদন্ত নকৰিলে ,,,,
@sanjitvlogsas0799
@sanjitvlogsas0799 Ай бұрын
Next time c m aapone hobo val kam kork
@SANATANI_AXOMIA_NABA
@SANATANI_AXOMIA_NABA Ай бұрын
😂
@Real12976
@Real12976 Ай бұрын
😂😂😂😂😂
@voyager5015
@voyager5015 Ай бұрын
Miya-r hoke nijor bukur sola phala, Axom-ot vote bank bonaboloi aboidho probojon-kari Miya-k bor pira paari bahuwa, 856 jon nirdox axomiya-k guluwai mara congress-or rajyik xophapoti Bhupenuddin-or bor bor kotha.
@user-sn1cu6rx5l
@user-sn1cu6rx5l Ай бұрын
Congress zindabad Buben bora zindabad
@mdnasar7754
@mdnasar7754 Ай бұрын
No one will say himself a mad dog.
@bishnuramrabha4714
@bishnuramrabha4714 Ай бұрын
Osobhyo BJP, RSS...
@user-lm6ih9lk9p
@user-lm6ih9lk9p Ай бұрын
Congress zindabad zindabad zindabad zindabad zindabad zindabad zindabad zindabad zindabad zindabad zindabad zindabad zindabad zindabad zindabad zindabad zindabad zindabad
@bhoveshpathak9782
@bhoveshpathak9782 Ай бұрын
কংগ্ৰেছ বি জে পি RSS ক ভয় নকৰে কগ্ৰেছে বাংলাদেশী মিঞাক ভয় কৰে
@technicalaxom424
@technicalaxom424 Ай бұрын
😂😂😂😂 durnitir pahar bonuwa dolei tu congrass Vakhon diye ako😂😂
@munindragoswami4875
@munindragoswami4875 Ай бұрын
Apuni bohut durniti mukta korar kotha koy aponalokor sarkaror dinot durnitire bhori asil toka nidile sakori napai aji komse kom bohut dukhiya ghoror lora chowaliye porikhya d sakori paise.aponalokor dinot apsc ghotala raijor monot ase dada.
@dipankusaika5754
@dipankusaika5754 Ай бұрын
,আপুনি অসমীয়াৰ মানুহৰ তেজ খোৱা নেতা আপোনাৰ কাম নাই? ৰাজনীতি কৰি কৰি শেষ কৰিলে অসমীয়া মানুহক
@wonderfuldream5584
@wonderfuldream5584 Ай бұрын
Beai din nai... ahi ase din....
@user-pd1ue6xq2j
@user-pd1ue6xq2j Ай бұрын
Congress go back in Assam...
@alokdutta5907
@alokdutta5907 Ай бұрын
Bjp go back,bjp murdabad
@bhupenkumar8191
@bhupenkumar8191 Ай бұрын
BJP jetia kukurak legam lagab pare , kintu ami janamar parai kukurak legam lagua dekha nai.
@apurbabhuyan8121
@apurbabhuyan8121 Ай бұрын
BJP ❤️🎉❤🎉❤ only
@jitendas1790
@jitendas1790 Ай бұрын
Bhupen borah dangoriya apunar aku kam nai karone belekok buki thake dhet
@user-mp2vi7ho2t
@user-mp2vi7ho2t Ай бұрын
কংগ্ৰেছে BJP একো দাল কৰিব নোৱাৰে
@lakhikrchintey5693
@lakhikrchintey5693 Ай бұрын
কিয় বিজেপি ত সন্ত্ৰাসবাদী আছেনেকি
@paragdas9337
@paragdas9337 Ай бұрын
BJP zindabad
@lakhikrchintey5693
@lakhikrchintey5693 Ай бұрын
বিজেপি মুৰদাবাদ
@asomiaasom6008
@asomiaasom6008 Ай бұрын
সাবধান কংগ্ৰেছ পগলা হিমন্ত কুকুৰে কামুৰিব মাৰি পেলাব মানবেন্দ্ৰ শৰ্মাৰ দৰে ।অসমীয়াই পগলা কুকুৰ এটাকহে ভোট দি মুখ্যমন্ত্ৰী পাতিছেনে ?বৰ ভয়ংকৰ কথা
@user-yz9if9jw4g
@user-yz9if9jw4g Ай бұрын
Congress jindabad
At the end of the video, deadpool did this #harleyquinn #deadpool3 #wolverin #shorts
00:15
Anastasyia Prichinina. Actress. Cosplayer.
Рет қаралды 16 МЛН