Mur Bipodor Kalot // @Ranjan Chutia // WHPC // Gospel song //

  Рет қаралды 185,561

Ranjan Chutia manik

Ranjan Chutia manik

Күн бұрын

//world healing prayer centre//
singing : Ranjan Chutia
compose : Manik Chutia
Mix/Master : Swapnajyoti Moran
video edit : Abhijeet Phukan
praise the lord 🙏💐

Пікірлер: 421
@chutiayoutubevideos4709
@chutiayoutubevideos4709 Жыл бұрын
Probhu moi bahut Miss kotha Koisu aru নকবলৈ hikim প্ৰভো tumi muk দৈয়া কৰিবা প্রভো। এতিয়া লৈকে যিমান মিছা কথা কৈছোঁ কোনোদিনে ধৰা nprilei হল আৰু প্ৰভু । Amen
@bhairabhazarika4182
@bhairabhazarika4182 2 жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওক। প্ৰাৰ্থনা গীতটি শুনি ভাল লাগিল লগতে গুৰুদেউতালৈ অশেষ ধন্যবাদ জনালোঁ।আমেন।
@user-ll8el4dc8t
@user-ll8el4dc8t 2 жыл бұрын
Praise the lord . Thank you gurudev .
@pranabjyotigogoiflutemusic9493
@pranabjyotigogoiflutemusic9493 2 жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🛐 বহুত সুন্দৰ গীত ভাল লাগিল 🛐🛐
@swarnalataboruah8368
@swarnalataboruah8368 Жыл бұрын
ঈশ্বৰ প্রশংসা হওক, এই গীতৰ যোগেদি সকলোকে কুশলে ৰাখক তাৰেই কামনা কৰিলে৷ ধন্যবাদ প্রভূ পিতা 🙏🙏🙏🙏🙏
@chaitanyakalita1687
@chaitanyakalita1687 Жыл бұрын
Praise the lord Amen
@sumpisaikia3968
@sumpisaikia3968 10 ай бұрын
@@chaitanyakalita1687 , to ,, aa ke r SE A of uu hi y , লৈ হ'ব মহা ভো
@ConfusedHorseRacer-hq2wo
@ConfusedHorseRacer-hq2wo 10 ай бұрын
Porishmitakoya😊🤗🤗😘🥰🥰🥰✨✨✨🌄🌌🌌🌌🦚🦩🕊️🏆🏆🌫️🌬️
@purnimagogoi1777
@purnimagogoi1777 8 ай бұрын
​😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😊😅😅😅😅😊😅😅😅😅😅😅😅😅😅😅😊😊😊😊😊😊😅😊😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😊😅😅😅😅😊😅😊😊😊😊😊😊😅😊😊😅😅😅😅😅😅😊😊😅😅😊😊😊😊😊😊😊😅😅😅😅😅😅😅😅😅😅😅😅😅😅😅😊😅😅😅😅😅😅😊😊😊😊😊
@maikelkumar4328
@maikelkumar4328 Жыл бұрын
Praise the lord haleluya Amen 🙏🙏❤️❤️ isoror isore hohay kore dhoino jisu haleluya
@sumkidas500
@sumkidas500 2 жыл бұрын
Praise the Lord Amen
@lakhigogoi5243
@lakhigogoi5243 2 жыл бұрын
ঈশ্বৰৰ প্রশংসা হওঁক গুৰুজনা চৰনত সেৱা জনাইছোঁ🛐 এই অমূল্য বাক্য গীতটি শুনিবলৈ বহুত বহুত ভাল লাগিলে ,ঈশ্বৰে এনেকৈয়ে নতুন নতুন গীত- গান গাবলৈ গুৰুজনাক আশীর্বাদ কৰক, আৰু এই গীতৰ জৰিয়তে আমাক সকলোকে জ্ঞান শক্তি আৰু আশীর্বাদ কৰক ধন্যবাদ🙏 🛐🛐🛐🛐🙏
@bhanibalasaikia5176
@bhanibalasaikia5176 2 жыл бұрын
ঈশ্বৰৰ প্ৰশঙসা হক গুৰু দেৱ আৰু গুৰু মালৈ হিয়া ভৰা ওলগ জনালোঁ, আমেন হালীলুইয়া।
@indukhanikar5457
@indukhanikar5457 Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক । হালেলুইয়া হালেলুইয়া। গুৰুদেউতা প্ৰণাম । আৰু সুন্দৰ সুন্দৰ ঈশ্বৰৰ গীত আমাক আপোনাৰ যোগেদি যিহোৱাই আমাক দিয়ক । আমেন ।
@dipikamahapatra215
@dipikamahapatra215 2 жыл бұрын
ঈশ্বৰক‌ ধন্যবাদ ‌ জনাইছো‌ আৰু‌ লগতে‌ পিতাইকো‌ ধন্যবাদ ‌ জনাইছো,‌ সুন্দৰ‌ গীত‌ সদাই‌ যেন‌‌ শুনিবলৈ‌ পাওঁ।‌ ঈশ্বৰৰে‌ পিতাইক‌ কূশলে‌ ৰাখক‌ ।‌ হাল্লেলূইয়া,‌ আমেন🙏🙏
@suru6540
@suru6540 2 жыл бұрын
🙏 ঈশ্বৰৰ প্ৰঙ্খসা হওঁক গুৰু পিতা আৰু গুৰু মা লৈ মোৰ কৌটি কৌটি প্ৰণাম 🙏🙏 সকলো কৰে ঈশ্বৰে আশীৰ্বাদ কৰক 🙏 আমেন 🙏🙏
@rekhamonibharali383
@rekhamonibharali383 2 жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক। ঈশ্বৰক শতকোটি ধন্যবাদ জ্ঞাপন কৰিলো। হে যীচুপিতা ইমান অৰ্থপূৰ্ণ গীত।আমাৰ পৰম পূজনীয় গুৰুদেৱৰ কন্ঠত সুন্দৰ গীতেৰে আমাৰ মন আনন্দিত কৰি তুলিলা। তোমাক শতকোটি প্ৰণাম ধন্যবাদ জনালো।হে পিতা শক্তি দিয়া গোটেই জীৱন তোমাৰ পথত চলিব পাৰো।আমেন আমেন আমেন প্ৰভু যীচুৰ জয় হওক 🙏🙏🙏💐🙏🙏🙏
@user-sf8uk6js5n
@user-sf8uk6js5n 2 жыл бұрын
মোৰ বিপদৰ কালত তেওঁলোকে মোক আক্ৰমণ কৰিছিল, কিন্তু যিহোৱা মোৰ উপকাৰক হ’ল। 20 তেওঁ মোক বহল ঠাইলৈ উলিয়াই আনিলে৷ তেওঁ মোক উদ্ধাৰ কৰিলে, কিয়নো তেওঁ মোত সন্তোষ পালে। 21 যিহোৱাই মোৰ ধাৰ্মিকতা অনুসাৰে মোক পুৰস্কাৰ দিলে৷ মোৰ হাতৰ শুদ্ধতাৰ দৰে মোক ফল দিলে। 22 কিয়নো মই যিহোৱাৰ পথত চলিলোঁ, আৰু কুকৰ্ম কৰি মোৰ ঈশ্বৰক এৰা নাই৷ 23 কাৰণ তেওঁৰ সকলো শাসন মোৰ সন্মুখত আছে; মই তেওঁৰ বিধিবোৰ মোৰ পৰা দূৰ কৰা নাই৷,2,চমুৱেল, 22,19-23
@pallabibaruahbaruah4334
@pallabibaruahbaruah4334 2 жыл бұрын
Pitai mor Pitai, Bajali Bhawanipur Balarjan 😭🙇🙏
@aparajitaborbora1668
@aparajitaborbora1668 2 жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক! আমেন 🙏
@manoojhazarika3909
@manoojhazarika3909 2 жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 👏👏💖💖।। ঈশ্বৰৰ দ্বাৰা দিয়া হোৱা ৰচিত গীতে সকলোকে আশীৰ্বাদ কৰক, গুৰুজনা আৰু গুৰুমাক সেৱা‌ জনাইছোঁ।। সুন্দৰকৈ সংগীত পৰিচালনা কৰা ধূনৰ লগতে সংগীবৃন্দক ঈশ্বৰে আশীৰ্বাদ কৰক।।আমেন
@neepasahu735
@neepasahu735 2 жыл бұрын
আমেন প্ৰভু🙏🙏❤️
@mousumiboruah9661
@mousumiboruah9661 2 жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏🙏
@mainagogoi4836
@mainagogoi4836 2 жыл бұрын
হে প্ৰভু যীচুপিতা গোটেই পৃথিৱীত তোমাৰ মহিমা হওক তোমাৰ জয় হওক।
@ripasahu3584
@ripasahu3584 2 жыл бұрын
🙏ঈশ্বৰৰ প্ৰশংসা হওঁক🙏 হে প্ৰভূ তোমাৰ পবিত্ৰ চৰণত সশ্ৰদ্ধে সেৱা জনাইছো ❤️🙏🙇‍হে প্ৰভূ তুমি আমাৰ সকলো দুখ-বিপদত সাহস দি থিৰে ৰাখিলা এইদৰে শেষলৈকে আমাক ধৰি ৰাখিবা প্ৰভূ আমেন❤️❤️🙏🙏🙇‍
@pareshhandique9783
@pareshhandique9783 2 жыл бұрын
ইশ্বৰ প্ৰশংসা হক মোকআৰু পত্নীক উদ্ধাৰ কৰা প্ৰভূ(বেমাৰ অজাৰ পৰা)
@radhikasahu2802
@radhikasahu2802 2 жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 হে প্ৰভু তুমি আমাক সকলো বিপদৰ পৰা ৰক্ষা কৰি আহিছা আৰু শেষৰলৈকে আমাক ধৰি ৰাখিবা হে প্ৰভু তোমাৰ পবিত্ৰ চৰণত সেৱা জনাইছো 👏👏👏👏
@pradipgogoi3182
@pradipgogoi3182 2 жыл бұрын
সৰ্ব প্ৰথমে প্ৰভু ঈশ্বৰৰ প্ৰশংসা হওক। সৃষ্টি কৰ্তা ঈশ্বৰৰক ধন্যবাদ জনাইছো।হে প্ৰভু পবিত্ৰ আত্মা ওচৰত শতকুতিবাৰ সেৱাহে জনাইছো। আমাৰ সকলোকে ৰুগৰ পৰা, সমস্যা পৰা উদ্ধাৰ কৰিব।আমেন, আমেন।
@indrajitgogoi6205
@indrajitgogoi6205 2 жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏✝️ ঈশ্বৰে গুৰুজনাক আশীৰ্বাদ কৰক আমেন ✝️🙏
@hemontauran5346
@hemontauran5346 2 жыл бұрын
পিতাই সেৱা জনাইছো। মোৰ বিপদৰ সময়ত মোক সহাই কৰিলা পিতাই। ঈশ্বৰে আপোনাক সদায়ে কুশলে ৰাখক👏👏👏🙏🙏🙏🙏
@Bharativlogs102
@Bharativlogs102 Жыл бұрын
ঈশ্বৰৰ প্ৰসংশা হওক ✝️🙏 প্ৰভূ আমাৰ গুৰু পিতাক সদায় কৌশলে ৰাখিবা অসীম শক্তি প্ৰদান কৰিবা। এনেদৰে তোমাৰ প্ৰসংশাৰ সুন্দৰ সুন্দৰ গীত গান গুৰু পিতাৰ দ্বাৰা যে আমি শুনিবলৈ পাওঁ । ধন্যবাদ প্ৰভূ ধন্যবাদ গুৰু পিতা 🙏🛐✝️
@anamikagogoi6624
@anamikagogoi6624 2 жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক !
@kunjalatasonowal7387
@kunjalatasonowal7387 Жыл бұрын
Praise the Lord, Thank you Jesus, Thank you so much pitai, Amen 🙏🙏🛐🛐
@manjitabhuyanhandique9006
@manjitabhuyanhandique9006 2 жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক, দেউতা লৈ মোৰ সেৱা জনাইছোঁ 🙏🙏🙏 আপোনাক ঈশ্বৰে আৰু অধিক শক্তি দিয়ক । আপোনাৰ গীতৰ মাজেৰে আমাৰ সকলো ঈশ্বৰৰ দাস দাসীক আশীৰ্বাদ কৰক আৰু দেউতাৰ সু-স্বাস্থ্য কামনা কৰি প্ৰাৰ্থনা কৰিছোঁ 🙏🙏🙏
@priyakshiarandhara4551
@priyakshiarandhara4551 Жыл бұрын
Loki..iiki.,j,mm ..
@trolakyaborah2894
@trolakyaborah2894 Жыл бұрын
Praise The Lord, Hallelujah hallelujah hallelujah amen, Thank you Jesus.
@pallabibaruahbaruah4334
@pallabibaruahbaruah4334 2 жыл бұрын
Pitai mor pitai, Bajali Bhawanipur Balarjan 😭🙇🙏
@JSBMCreativeAngel
@JSBMCreativeAngel 2 жыл бұрын
ঈশ্বৰৰ প্ৰসংশা হওক 🙏✝️ ধন্যবাদ প্ৰভু 🙏✝️ গুৰুজনাৰ জয় হওক 🙏 ধন্যবাদ গুৰূপিতা 🙏 এই গীতৰ যোগেদি সকলোকে ঈশ্বৰে আৰ্শীবাদ কৰক 🙏✝️
@ranjumoniborah5560
@ranjumoniborah5560 2 жыл бұрын
ঈশ্বৰৰ প্ৰশঙখা হওক , কোটি কোটি বাৰ প্ৰণাম জনাইছো গুৰুজনাক , আমেন 🙏 হালেলুইয়া 🙏
@minotisobor6069
@minotisobor6069 2 жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 হে পিতা তুমি মোৰ বিপদৰ বন্ধু আজি লৈকে চম্ভালি ৰাখিছা তেনে আগলৈও ধৰি ৰাখিবা পিতা সদায় তোমাৰে জয় জয় হওঁক 🙏🙏💗💗
@bikramhd369
@bikramhd369 Жыл бұрын
🙏 প্ৰভু যিশু মোক বিপদ পৰা ৰক্ষা কৰক 🙏
@nirmaliiii7659
@nirmaliiii7659 2 жыл бұрын
He pita prmeswar tumi j amar hklu bipdr pra hdai je dre parthona kru hei drei rkhya kri ahisa pita. Je bisaru takei disa provu. Tumar hridoyt amak thai diya pita. Amen amen amen. Haleluyah
@neepasahu735
@neepasahu735 2 жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক🙏হে আমাক বিপদৰ পৰা উদ্ধাৰ কৰোঁতা প্ৰভু তোমাক সহস্ৰ কুতিবাৰ সেৱা আৰু ধন্যবাদ জনাইছো🙏হে প্ৰভু তোমাৰ সকলো নতুন নতুন গীতৰ যোগেদি ঈশ্বৰৰ জীৱন্ত বাক্যবোৰ প্ৰকাশ কৰি আমাক আত্মিক জীৱন লৈ আগুৱাই যাবলৈ যি সহায় কৰিছা প্ৰভু তোমাক হৃদয়েৰে ধন্যবাদ জনাইছো। হে প্ৰভু এই গীতবোৰৰ যোগেদি সকলোৱে আশীৰ্বাদ প্ৰাপ্ত হওঁক🙏আৰু গোটেই পৃথিৱীত তোমাৰ মহিমা প্ৰকাশ হওঁক🙏🙏 ঈশ্বৰৰ নাম যুগে যুগে চিৰ কাললৈকে ধন্য হওঁক।আমেন🙏🙏❤️
@monishaborgohain85
@monishaborgohain85 2 жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক🙏
@thabanrongmei7130
@thabanrongmei7130 Жыл бұрын
All glory and praise be to God. God bless you.
@tiluttamasaikia5868
@tiluttamasaikia5868 2 жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওক 🙏🙏🙏✝️
@lakhigogoi5243
@lakhigogoi5243 10 ай бұрын
ঈশ্বৰৰ প্রশংসা হওঁক🛐 গুৰুজনা জয় হওঁক🛐🛐 হে প্রভু মোক শক্তি দিয়া🛐😭😭😭🛐
@mousumiboruah9661
@mousumiboruah9661 2 жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏🙏
@sanjaymajhi2948
@sanjaymajhi2948 2 жыл бұрын
Praise the lord jay jesus jay mahan guru jona jay hok🙏🙏🙏✝👏
@lakhigogoi5243
@lakhigogoi5243 11 ай бұрын
ঈশ্বৰৰ প্রশংসা হওঁক🛐 গুৰুজনা এই আত্মাৰ গীতটী যোগেদি আমাক বহুত বহুত শক্তি দিয়ে সেই বাবে সকলোৱে আশীর্বাদ পাব ঈশ্বৰৰ মহিমা হওঁক গুৰুজনা জয় হওঁক🛐🛐🛐🛐🛐🛐🛐🛐🛐🛐🛐🛐🛐🛐🛐🛐🛐🛐
@priyashreepegu5635
@priyashreepegu5635 2 жыл бұрын
Praise the lord...pabhu jihuai amak bipodar kal hdai hongi hoi....amen
@juriphukan5855
@juriphukan5855 2 жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক প্ৰভু যীশু জয় হওঁক গুৰুদেউতাআৰু গুৰুমাক সেৱা জনাইছো
@runuchetiagogoiofficial7626
@runuchetiagogoiofficial7626 2 жыл бұрын
Praise the Lord 🛐🛐🛐 Mind blowing song 🎶🎶🎶💖💖💖🙏🙏🙏
@tarunchetia3135
@tarunchetia3135 2 жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক ।গুৰু দেউতা চৰণত সেৱা জনাছোঁ ।গীত টি যেন আশীবাদ দিয়ে আমেন
@janardonbharali8018
@janardonbharali8018 2 жыл бұрын
Praise the lord.amen
@JitulChutia-xp9bk
@JitulChutia-xp9bk 2 жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক ✝️🙏
@mainurajkhowa8355
@mainurajkhowa8355 Жыл бұрын
Pitai muk mur porialot hodai rakhaya kori ahise amen pravur prakhanghka houk
@Anjaliphukan778
@Anjaliphukan778 Ай бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 হে প্ৰভু গুৰুজনাৰ এই আত্মাৰ গীতটি যোগেদি গোটেই মহিমা হওঁক ✝️✝️🙏🙏
@dibyajyotiboruah6959
@dibyajyotiboruah6959 Жыл бұрын
He probho muk hontan ati diba.pitai Heua jonaiso. Probho jesu karone aji mo hahokh pau.voi vab nalage .rokhya koriba hodai.probho.praise the Lord. Amen
@pallabimoran9955
@pallabimoran9955 2 жыл бұрын
Praise the lord , 🙏.praise the lord.praise the lord 🙏 praise the lord 🙏🙏🙏
@rajibdohutira567
@rajibdohutira567 2 жыл бұрын
ঈশ্বৰৰ প্রশংসা হওক আমেন
@dipgogoi7094
@dipgogoi7094 2 жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক
@anjukalita3876
@anjukalita3876 Жыл бұрын
Hi friend hob moi back dim ha
@MonimalaMura
@MonimalaMura 4 ай бұрын
Apuni hosake poritran paisene aji ba Kali morile
@namitasaikia7730
@namitasaikia7730 2 жыл бұрын
ঈশ্বৰৰ প্ৰশংসাৰ হওক ✝️✝️✝️🛐🛐
@monishagogoi4596
@monishagogoi4596 2 жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏🙏✝️✝️✝️✝️ আমেন
@minudey7657
@minudey7657 Жыл бұрын
Praise the Lord Jesus Amen pita🙏🙏🙏✝️✝️✝️
@pahidulia6323
@pahidulia6323 2 жыл бұрын
🕊️🕊️🕊️ praise the Lord 🙌👏🕊️🕊️🕊️🕊️
@jinuborboruah3691
@jinuborboruah3691 2 жыл бұрын
Praise the lord 🙏🙏🛐🛐🛐✝️
@chandangogoi1924
@chandangogoi1924 2 жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক।আমেন🙏🙏🙏✝️
@rekhaburagohain2699
@rekhaburagohain2699 2 жыл бұрын
Praise the Lord,
@gitanjalisarmah9482
@gitanjalisarmah9482 2 жыл бұрын
Praise the lord.Thank you jesus.Amen
@jaysreebharali8090
@jaysreebharali8090 Жыл бұрын
Thankyou for everthing God. Praise the Lord
@himajya5100
@himajya5100 Жыл бұрын
Praise the Lord oh pravu Eshwarr pita dhya kora kripa kora pravu tumi amak gutei pithibi manuhe poritran paok aru Gutei pithibite tumar mohima prakhash hoak dhonyabad 🙏🙏🙏🙏
@dharaninath4960
@dharaninath4960 Жыл бұрын
Dhanyabad probhu Jesu dhanyabad hundar geet bhal lagise god bless you Amen
@mousumisaikia4093
@mousumisaikia4093 Жыл бұрын
Yes amen Thank you Lord Jesus Christ 🙏 In the name of Jesus 🙏 Praise the lord Jesus 🙏 Hallelujah hallelujah hallelujah 🙏 amen God bless you father always 🙏
@lakhigogoi5243
@lakhigogoi5243 Жыл бұрын
ঈশ্বৰৰ প্রশংসা হওঁক🙏 গুৰুজনা জয় হওঁক ধন্যবাদ🙏🛐🛐🛐🛐🙏
@debabratdas5420
@debabratdas5420 2 жыл бұрын
Praise the lord 🙏🏻 🙏🏻🙏🏻
@littleknowledge3455
@littleknowledge3455 Жыл бұрын
Praise the Lord. Amem. .. Amen..,. Hallelujah.... .
@tulshirdas2985
@tulshirdas2985 2 жыл бұрын
ঈশৰৰ প্রশংসা হওকঁ🙏🙏🙏🛐🛐 গুৰুজনাৰ চৰনত সেৱা আৰু প্রনাম জনাইছো ঈশৰে সকলোকে আশিবাদ কৰক ধন্যবাদ যিচু পিতা🙏🙏🙏🙏 ঈশৰে গুৰুজনাৰ আৰু শক্তি দিয়ক🙏🙏 হালেলুয়া🙏🙏🙏 আমেন🛐🛐🛐
@lipikagogoi4434
@lipikagogoi4434 2 жыл бұрын
Praise the Lord,আমাৰ বিপদৰ কালত পিতা তুমি আমাৰ মাজত থাকি আমাক সেই বিপদৰ পৰা উদ্ধাৰ কৰি আহিছা আৰু আগলৈও আমাৰ লগতে থাকিবা পিতা ,গুৰুপিতাই গুৰুমাৰ চৰণত ইয়াৰে পৰাই সেৱা জনাইছোঁ ,তোমাক কোটি কোটি বাৰ ধৈন্যবাদ পিতা🙏🙏🙏🙏🙏
@user-jw2hk6qg6i
@user-jw2hk6qg6i Жыл бұрын
Praise the lord 🙏mind blowing song♥️
@bikramgowala6362
@bikramgowala6362 2 жыл бұрын
🙏🙏🙏Persh the Lord ✝️✝️✝️
@junuboruah9791
@junuboruah9791 2 жыл бұрын
Praise the Lord .
@SamsungJ-dn4uj
@SamsungJ-dn4uj 3 ай бұрын
ৰক্ষা কৰা 🙏 প্ৰভু চকু মেলি চোৱা প্ৰভু 🙏 তোমাৰ চৰণত 👏👏 জনালোঁ
@gayatriburagohain899
@gayatriburagohain899 2 жыл бұрын
Praise the lord 🙏🙏
@dipaliborah1592
@dipaliborah1592 Жыл бұрын
Praise the Lord.Amen 🙏🙏🙏💖💖💖
@alakabaruah4991
@alakabaruah4991 Жыл бұрын
যাতে হে পৰমেশ্বৰ ৰ ওচৰত 🙏 কৰি শাক্ষ দি বলৈপাৰো যেন বিশ্বাস আৰু দুগুণ বঢ়াই তুলিলে কামতো কৰি দিলে পুৰষ্কাৰ হিচাপে কাম কৰিছিল,ময়ো প্ৰস্্সা হওক, ধন্যবাদ জ্ঞাপন কৰিছো যিচু পিতাক
@rumenbegum8131
@rumenbegum8131 Жыл бұрын
praise the lord, hee probhu pitai aru guru mar logote gutei porialtuk xanti aru anandare thakiboloi xodai kripa aru axirbad kori thakibo logote amaku xanti dibo , axirbad koribo. amen.
@monujsarkar7448
@monujsarkar7448 2 жыл бұрын
Praise the lord 🙏🙏🙏🙏🙏 Amen
@nibeditachutia4403
@nibeditachutia4403 2 жыл бұрын
Preaise the lord 🙏 পিতাই তোমাক ধন্যবাদ দিছো ঈছৰে তোমাক আৰু আশীৰ্বাদ কৰক 🙏🙏
@junaliborsaikia9697
@junaliborsaikia9697 2 жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক 🙏 গুৰুজনাৰ জয় হওঁক 🙏🙏🙏
@manashpratimgohain210
@manashpratimgohain210 2 жыл бұрын
Praise the Lord ❤
@lalitmililalitmili3505
@lalitmililalitmili3505 2 жыл бұрын
Praise the lord 🙏 I love you Jesus 🙏 Thank you pitai 🙏 Amen
@nijaragogoi2552
@nijaragogoi2552 2 жыл бұрын
Praise the Lord pitai apunak eshore aru arkhibad korok 🙏✝️🛐🙏
@dibakarbora4150
@dibakarbora4150 Жыл бұрын
Praise the lord. Hallelujah
@manabkhanikar3639
@manabkhanikar3639 2 жыл бұрын
Praise the lord
@sunitadeka7687
@sunitadeka7687 Жыл бұрын
Praise the lord 🙏mur sokolu bemar ajar naikia kori Diya probhu🙏
@praneshnarzary5185
@praneshnarzary5185 2 жыл бұрын
Really awesome spiritual song. Be blessed abundantly ahead dada.
@niranjansonowal5300
@niranjansonowal5300 Жыл бұрын
Praise the lord.mur bipodot rakhya Kariba.
@parashmonichutia2671
@parashmonichutia2671 2 жыл бұрын
Praise the lord 🙏
@dibyagogoi3701
@dibyagogoi3701 Жыл бұрын
Praise The Lord Jesus. Amen 🙏
@beypipreety6168
@beypipreety6168 Жыл бұрын
Praise the Lord Amen ❤️
@Bhaskarjp11
@Bhaskarjp11 2 жыл бұрын
Praise The Lord🙏💝
@duttapartha5245
@duttapartha5245 2 жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হ‍ওঁক। গুৰু পিতা আৰু গুৰু মা শ্ৰীচৰনত প্ৰনাম জনাইছো।🙏🙏🙏✝️✝️✝️
@binuhazarika2535
@binuhazarika2535 2 жыл бұрын
ঈশ্বৰৰ প্ৰশ‍ংসা হ‌ওক 🛐🛐✝️✝️🛐🛐🙏
@aniltaye5574
@aniltaye5574 8 ай бұрын
Praise the Lord probhu halleluyah🛐🛐🛐🙏🙏🙏
@rumenbegum8131
@rumenbegum8131 Жыл бұрын
praise the lord jejus, hallilujah, hallilujah, hallilujah amen.
@user-gl3nm7yy1j
@user-gl3nm7yy1j 2 ай бұрын
ঈশ্বৰ প্ৰসংশা হওঁক প্ৰভু ❤
@rdeviassamndia1057
@rdeviassamndia1057 2 жыл бұрын
Praise The Lord 🙏🙏 love you Jesu🙏🙏
@user-ir1tl2ux4m
@user-ir1tl2ux4m 9 ай бұрын
Praise the loard pravu ❤❤❤
@rinamout4494
@rinamout4494 Жыл бұрын
Praise the Lord pitai hallelujah amen
@monjulagogoi6480
@monjulagogoi6480 Жыл бұрын
ঈশ্বৰৰ প্ৰশংসা হওঁক।পিতাই প্ৰাৰ্থনা জোগেদি সকলোকে বিপদৰ পৰা উদ্ধাৰ কৰক।
MONOR KOTHA BUR // Ranjan Chutia // New  Gospels song // WHPC
7:04
Ranjan Chutia manik
Рет қаралды 259 М.
when you have plan B 😂
00:11
Andrey Grechka
Рет қаралды 51 МЛН
МЕБЕЛЬ ВЫДАСТ СОТРУДНИКАМ ПОЛИЦИИ ТАБЕЛЬНУЮ МЕБЕЛЬ
00:20
Parthona- Kihere Pujim Provu || Prayer ||
8:21
Swapnajyoti Music
Рет қаралды 2,9 МЛН
Sunday worshipping jesus song
10:14
Ranjan Chutia
Рет қаралды 6 М.
Jisu mur doyar hagor
5:29
Assmis Christian Song
Рет қаралды 129 М.
Bipodor bondhu //Ranjan chutia// gospel song WHPC
7:19
Ranjan Chutia manik
Рет қаралды 30 М.
Sunday parthona /worship/ Ranjan chutia new song
10:49
Ranjan Chutia /Testimony
Рет қаралды 24 М.
KOTONU JATONA // RANJAN CHUTIA // WHPC // ASSAMESE GOSPEL SONG //
7:05
Ranjan Chutia manik
Рет қаралды 43 М.
when you have plan B 😂
00:11
Andrey Grechka
Рет қаралды 51 МЛН