No video

MUR KESUWAI KANDISE - ZUBEEN GARG (Theatre Surya 2023-24) Ft. Mridul Bhuyan | Ajoy Ph | Abhijit Bh

  Рет қаралды 606,930

AC MULTIMEDIA

AC MULTIMEDIA

Күн бұрын

AC MULTIMEDIA Label Released "Mur Kesuwai Kandise" from Theatre Surjya 2023-24
Drama - Mur Kesuwai Kandise (Abhijit Bhattacharya)
Producer - Munindra Barman
🎵Audio Credits ::
◾Singer - #Zubeen_Garg
◾ Lyrics - Abhiit Bhattcharjya
◾ Music Composer - Ajoy Phukan
◾ Music Producer/Mixed - Rex Boro
🎥 Video Credits ::
◾ Director - Ashim Gogoi
◾ Cinematographer - Suman Duwarah
◾ Editor - Bitul Konwar
◾ Make-up - Biswa & Barbie
◾ Production Manager - Dipen Baruah
◾ Ad - Deep & Babusha
◾Cast - Mridul Bhuyan, Pallabi & Naba Kahyap
Child Artist - Kyangkshi Rabha
#Mur_Kesuwai_Kandise
©AC MULTIMEDIA
🔴Subscribe Us : bit.ly/2SAwoNZ
🔵Contact Us On Fb : bit.ly/2DCMMD7
🔵Contact Us On Instagram : bit.ly/2TNjIQb
🔴◾◾◾ Thanks ◾◾◾🔴

Пікірлер: 486
@palashbhuyan1503
@palashbhuyan1503 Жыл бұрын
Uffff হৃদয় চুই গ'ল😢 জুবিন দাক ভালপোৱা সকলে মোৰ কমেন্তত টিপ চহী এটা মাৰি যাব❤️
@BanajitThakuria
@BanajitThakuria 19 күн бұрын
জয় জুবিন দা ❤️❤️❤️❤️
@pallbarman9979
@pallbarman9979 Жыл бұрын
Zubeen da আপুনি মহান ... চাও আজি জুবিন দাক কিমান মানুহে ভাল পাই....1000 like hoine চাও ......9/7/23. Time 10.17
@jitdekaaxom7855
@jitdekaaxom7855 Жыл бұрын
গাৰ নোম শিও ৰি উঠিছে মোৰ গীততো চোৱাৰ পিছত ,এইবাৰ ৰ চাগে ভ্ৰাম্যমাণ থিয়েটাৰৰ সৰ্বশ্ৰেষ্ঠ নাটক এইখনেই।। Welcome to our village ( Athgaon)🙏🙏🙏
@parashpritam
@parashpritam Жыл бұрын
ভ্ৰাম্যমাণ জগতৰ সকলোতকৈ ভাল লগা এটা ৰোমাণ্টিক, সুন্দৰ আৰু তেযেদি গীত।
@sabitapatowary6821
@sabitapatowary6821 Жыл бұрын
o
@Mithu_das.
@Mithu_das. Жыл бұрын
জুবিন দা সদায় অসমীয়া সুৰৰ ৰজা love zubeen da 🔥❤️💗♥️♥️💫
@Jayantabora_026
@Jayantabora_026 9 ай бұрын
Right ❤
@mrigenkalita7961
@mrigenkalita7961 Жыл бұрын
ভূঞা দাৰ অভিনয় তথা আমাৰ সকলোৰে মৰমৰ জুবিন দা ৰ কণ্ঠৰ যাদুৰে উপচাই পেলোৱা অন্য এক সংগীত শুনিব পাই বহুত বহুত ভাল লাগিল, চকু পানী ওলাই আহিল গানটো শুনি, লাভ you জুবিন দা,
@muninmbcreation7720
@muninmbcreation7720 Жыл бұрын
মৃদুল দাদাৰ অভিনয় উফ❤️❤️❤️ জুবিন দাৰ কণ্ঠ সদায়ে প্ৰিয় 💞
@Frustratedmitu
@Frustratedmitu Жыл бұрын
আৰু কিমান হৃদয় ভঙাকৈ গাব আপুনি ? 😣😣💔 বুকুৰ কোনোবা এটা চুকত বৰ বেয়াকৈ খুন্দিয়াই গ'ল আকৌ এবাৰ 💔
@deepjyotimusical
@deepjyotimusical Жыл бұрын
Uff ki feel🥀........sui goise hridoy....❣️❣️❣️aru Zubeen da voice.....n humming🎧💖💖......... acting u...mojaa mridul da ..💖...n love you .. theatre surja...all members.... best of luck 🤞....saboloi...wait korim........ morigaon pora morom jasilu💖💖💖❤️❤️❤️
@nalbarirappa6036
@nalbarirappa6036 Жыл бұрын
ভ্ৰাম্যমাণত আজিলৈকে ইমান হৃদয় কপোৱা গান শুনা নাচিলো। ❤❤❤
@H.J.K.CREATION
@H.J.K.CREATION 10 ай бұрын
Ase . Joymoti gantu xunibosn abahan theatre or zuben dai gaisil
@happy_feeling100
@happy_feeling100 Жыл бұрын
"মোৰ কেচুৱাই কান্দিছে " প্ৰত্যেক মাক-দেউতাকৰ হৃদয়ত সোমাই গৈছে
@maastudio3565
@maastudio3565 Жыл бұрын
Thanks
@mrinalbaishya8836
@mrinalbaishya8836 Жыл бұрын
মৃদুল দাৰ অভিনয় আৰু জুবিন দাৰ কণ্ঠ লগতে আমাৰ Director - Ashim Gogoi দাই কি ধুনিয়াকৈ সাজাইছে মাক-দেউতাকৰ হৃদয়ত সোমাই গৈছে
@knowledgepower991
@knowledgepower991 Жыл бұрын
বহুত বহুত ❤❤❤❤❤❤❤গানটোৰ যোগেদি বহুত স্মৃতি সোঁৱৰাই দিছ ।। One of the best Legendary singer মৰমৰ জুবিন দা❤।। গানটোৰ লগত জড়িত সকলো কৰ্ম কৰ্তা লৈ👍।।।
@pkparag2688
@pkparag2688 Жыл бұрын
মা,দেউতা,আইতা, মাজনী, এইবাৰ আকৌ "কেঁচুৱা" ❤❤❤ দাদা আপোনাৰ মহিমা অপৰিসীম❤❤❤❤
@binmoychetia4957
@binmoychetia4957 Жыл бұрын
P
@nayanjyotikalita9886
@nayanjyotikalita9886 Жыл бұрын
Dadar nhy... Ajoy phukonor gaan. Credit to ajay phukon
@jayantahazarika4466
@jayantahazarika4466 Жыл бұрын
অজয় ফুকনৰ গান ও নহয় অভিজিৎ ভট্ৰাচায্য গান হয়।।
@pkparag2688
@pkparag2688 Жыл бұрын
​@@nayanjyotikalita9886কাৰ গান সেইটো কব যোৱা নাই, কণ্ঠ দান কৰা জনৰ কথা কৈছোঁ❤❤
@deepjyotideka4908
@deepjyotideka4908 10 ай бұрын
​@@nayanjyotikalita9886gaan jimane dhuniya nhwok kio bokaxure gaale beya e hb but gaan beya e howk zubeen dai gaale vl lgib e
@user-pj2iz3vc6m
@user-pj2iz3vc6m Жыл бұрын
Uff হিৰাই হিৰাই বৈ গৈছে অ শব্দ বোৰ।।। zubeen da গান ,মৃদুল দাৰ অভিনয় ufff❤️
@bhargavrajzero8617
@bhargavrajzero8617 Жыл бұрын
জুবিন দাই আৰম্ভণিতে যিখিনি Humming দিয়ে uffff দাদা আপুনি সদায় ভালে থাকক কাৰণ আপোনাৰ অবিহনে অসমীয়া সংগীত জগত শূণ্য ❤
@dilipsaikia7541
@dilipsaikia7541 Жыл бұрын
Ajiloike gotei Indiat ZG dare humming king paida howa nai aru nohoi.. ZG ❤
@manalishadas2421
@manalishadas2421 Жыл бұрын
মৃদুল দাৰ অভিনয় আৰু জুবিন দাৰ কণ্ঠ ❤❤❤❤💞😍😍
@gafurahmed4841
@gafurahmed4841 11 ай бұрын
জুবিন দা যুৱ প্ৰজন্মৰ হাৰ্থথ্ৰৱ অসমৰ আবেগ অসমীয়া সংগীত জগতৰ ৰজা হয় ৰজা ❤️🔥
@mintugogoi7878
@mintugogoi7878 10 ай бұрын
ZUBEENDAGBPGM
@ankurrajroy1854
@ankurrajroy1854 Жыл бұрын
জুবিন দাৰ গান আৰু মৃদুল দাৰ অভিনয় উফ ❤️🔥 🎈জুবিন দা সদায়েই LEGEND🎶🥀
@Lyrics_lover_57
@Lyrics_lover_57 Жыл бұрын
Zubeen lover Zubeen lover buli koi thakile nohoi like aru share koribo lage tending koribo lage song ❤
@H.J.K.CREATION
@H.J.K.CREATION Жыл бұрын
চকু পানী উলাই গল😭 লাভ ইউ জুবিন দা ❤️ আপুনি মোৰ বাবে ভগৱান হয় 🙏❤️
@jayantatalukdar1966
@jayantatalukdar1966 Жыл бұрын
জুবিন দা Voice Humming🔥🔥
@user-rf8pw8vf6t
@user-rf8pw8vf6t 9 ай бұрын
Hi
@buludas7921
@buludas7921 6 ай бұрын
❤❤❤❤❤
@nayanbaishya2303
@nayanbaishya2303 Жыл бұрын
গানটো খুৱ ধুনীয়া হৈছে ১০০ বাৰৰ ওপৰত সুনিলো হেপাহ পলোৱা নাই ❤️❤️🔥🔥🔥❤️❤️
@baponrock6343
@baponrock6343 Жыл бұрын
হয় নেকি?
@R.Creation143
@R.Creation143 Жыл бұрын
বেছি হল নেকি অকন..
@nayanmonibhuyan7721
@nayanmonibhuyan7721 11 ай бұрын
Mazza hoise gan2 ❤❤❤
@prakash78723
@prakash78723 Жыл бұрын
সচাই এখন বেলেগ দুনিয়ালৈ লৈ গল😢❤
@birajprotimborah
@birajprotimborah Жыл бұрын
থিয়েটাৰ বুলি কলেই জুবিন দাৰ অভূতপূৰ্ব গান বোৰ❤️
@chandankumarbarman3825
@chandankumarbarman3825 Жыл бұрын
সপোন সপোন লাগিছে বোৱাই হেঁপাহৰ নৈ... এজাক বতাহ বলিছে মনকে জোকাৰি থৈ... মৰম লগাই মাতিছে আদৰ লগাই হাঁহিছে কাৰে নো অবুজ অজান মাত... কৰি থৈ মোৰে হিয়াখনি সাত হালিছে জালিছে উলাহে দুলিছে খেলিছে দুলিছে বুকুৰে আদৰিছে মোৰ সপোনে হাঁহিছে ... মোৰ কেচুৱাই কান্দিছে... মোৰ কেচুৱাই কান্দিছে....(4) দুখকে পাহৰি... আনেনো আজুৰি থুনুক থানাক আদৰ সনা মাত.. ঐ চকুপানী মছি.. ধৰো নে খামুচি... কপাহী কোমল কোমল মাত.. ঘূৰিছে ফুৰিছে মৰমো উৰিছে... নাচিছে বাগিছে.. আকাশক কৈছে... মোৰ সপোনে হাঁহিছে ঐ.. মোৰ কেচুৱাই কান্দিছে... (4) উশাহকে গচকি.. আহিছো দৌৰি চুই চাও এপাহ বগা ফুল... ফুলিবিনে উজলি... জীৱনকে আৱৰি... যাওঁ মই বহু বহু দূৰ... নিদিবি নিদিবি... বিদায় নিদিবি.. সুধিবি সুধিবি.. মনকে সুধিবি... চিতাখন কিয় জ্বলিছে.... না....ৰা... না... ৰা... নাৰা... নাৰা....(2) মোৰ কেচুৱাই কান্দিছে.... (2)
@kankandutta4503
@kankandutta4503 Жыл бұрын
উফ হামিং🙏🔥💝সুৰ কণ্ঠ🤔😘😍
@dhirajnath
@dhirajnath Жыл бұрын
Brahmastra of Music Zubeen Garg da . . . Baap of Acting Mridul da
@riyanbarman1082
@riyanbarman1082 Жыл бұрын
Always s legendary voice 😊❤
@mridulthakuria6145
@mridulthakuria6145 Жыл бұрын
জুবিন দা আপোনাৰ গানৰ সুৰত যাদু আছে সুন্দৰ গীত
@ৰতননাথ
@ৰতননাথ 10 ай бұрын
জুবিন দাৰ গীতৰ কণ্ঠ আৰু মৃদুল দাৰ অভিনয়ে কলিজাখন চুই গল। 🥰 mridul da is the best actor in assam for me.
@manashbarman6549
@manashbarman6549 Жыл бұрын
Keneke je voice tu uliyai anekua gaanot dada ❤❤❤love u bossss
@Kaushik632
@Kaushik632 Жыл бұрын
এতিয়ালৈকে বহুবাৰ শুনিলো। বহুত ভাল লাগিছে গীতটি। নাটকখনো ভাল হ'ব, অপেক্ষা কৰি আছোঁ নাটক খনলৈ। ___মোৰ কেঁচুৱাই কান্দিছে__😢
@BikramTalukdar45
@BikramTalukdar45 Жыл бұрын
Moi toh 7 din sabo parim
@secretgrind8652
@secretgrind8652 8 ай бұрын
Mridul bhuyan ❤
@Assam-mixx
@Assam-mixx Жыл бұрын
Juwa kali song released kori dia timet asilo bohut dhunia hoise aru tat zubeen Dar voice
@gangabarman1963
@gangabarman1963 8 ай бұрын
কৱলে মোৰ ভাষা হেৰুৱাই গৈছে।। খুব সুন্দৰ এটা গানৰ আমোদ ললো আজি ৰাতিপুৱাই।। খুব সুন্দৰ অভিনয় কৰিছে মৃদুল দাই।। ধন্যবাদ সূৰ্য্য থিয়েটাৰ ধন্যবাদ অসমৰ প্ৰতিভাবান শিল্পী সকল।।❤❤❤❤❤❤ মোৰ ফালৰ পৰা মৃদুল দালৈ অজস্ৰ মৰম আশীৰ্বাদ থাকিল।।
@misskrishnajinarabha3824
@misskrishnajinarabha3824 Жыл бұрын
Jowa deobare Chandubit last shootingor kamkhini kori thoka dekhisilo he aji video tu dekhilowe bohut val lagise singer Zubeen daa🔥🔥🔥
@utpalchutia3042
@utpalchutia3042 Жыл бұрын
eman dhunia hoise,, zubeen da apuni hosai mohan,,, apunar matote jibon amr,, zubeen da besi din jiai thakok,,
@bharatzg25
@bharatzg25 Жыл бұрын
ZG always LEGEND👑❤
@debojitrava3398
@debojitrava3398 Жыл бұрын
😂😂❤❤
@bharatzg25
@bharatzg25 Жыл бұрын
@@debojitrava3398 hahib logia ki hl Bhai
@soundoflove2082
@soundoflove2082 Жыл бұрын
Mridul daar acting aru zubeen daar voice Uffs 💕
@gourabdeka8041
@gourabdeka8041 Жыл бұрын
Theater buli kole a zubeen daar gaan thakile ha val lage🥰
@debajitlahon7225
@debajitlahon7225 Жыл бұрын
Awesome, bhut vl lgil
@sboro1520
@sboro1520 10 ай бұрын
Zubeen দা আপোনাৰ দৰে সচাকৈ কোনোৱে হব নোৱেৰে ,আপোনি গানত অথ আছে ,আপোনি গানৰ ভগৱান ,আপোনাৰ গান শুনিলে বুকুখন ধপ ধপ কৰে ,সচাকৈ এতিয়া আপোনাৰ মাত টো সলনি হোনা নাই ❤
@jugantakumarborah8505
@jugantakumarborah8505 Жыл бұрын
Xundor❤️ vl lgil buku kopi goise 💥😊
@rintumaninath3313
@rintumaninath3313 Жыл бұрын
Trezedi king ru heartwarth r juti.... amazing
@rabhalora2004
@rabhalora2004 Жыл бұрын
জুবিন দা আপুনি জুই 🔥🔥💖 LOVE YOU 💖
@bhaskarjyotiborah290
@bhaskarjyotiborah290 Жыл бұрын
I love you Zubeen da ❤
@utpalchutia3042
@utpalchutia3042 Жыл бұрын
zubeen da always legend ❤❤❤
@gautamvlogs3853
@gautamvlogs3853 Жыл бұрын
জুবিন দাৰ কণ্ঠৰ যাদু লগতে অসমৰ ভ্ৰাম্যমান জগতৰ অভিনেতা গৰাকীৰ অভিনয় ,,,, খুব সুন্দৰ ।
@user-hw5ej4xn6v
@user-hw5ej4xn6v Жыл бұрын
Humming 🔥🔥
@its_me_nayan629
@its_me_nayan629 6 ай бұрын
Omg Unbelievable 😢 Mridul dar Acting ru Zubeen dar Voice ❤❤❤ Soku pani ulai gol natok khn Sai..
@simanta8047
@simanta8047 Жыл бұрын
মোৰ কিয় এনেকুৱা হয় নাজানো জুবিন দাৰ এনেকুৱা গান বোৰে বুকু চুই যায়❤🤌🏻🖇️😌 love you zubeen daa 😘😘
@Dipankarmedhi877
@Dipankarmedhi877 Жыл бұрын
মৃদুল ভূঞা ককাইদেউক বকো তাৰাবাৰীত আমাৰ ইয়াত লগ পাই বহুত ভাল লাগিছিল। নাট-১.ভুল নুবুজিবা ভূপেন দা। ২.সণোৰ খাৰু নালাগে মোক ৩.বৃদ্ধাশ্ৰমত জুই। আকৌ লগ পোৱা আশা আছে।
@khaninsarma5522
@khaninsarma5522 11 ай бұрын
Aikhon natok 1000 di o sabo pari.... Excellent story excellent acting.... Sakupani rakhibo nuarilom..... Bahut bahut bhal natok ....
@rajibray4691
@rajibray4691 Жыл бұрын
কবলে ভাষা নাই 😢😢😢 কিমান যে ভাল হৈছে গান টো 😢😢 চকুলো কেতিয়া নিগৰি ওলাই আহিছিল গমেই নাপালোঁ
@migomdoley752
@migomdoley752 Жыл бұрын
Omg unbelievable 😮 acting n singing 😧😮
@rohanchoudhuryofficial1458
@rohanchoudhuryofficial1458 Жыл бұрын
Love yu mridul da nd zubeen da voice❤
@wasifchoudhury7267
@wasifchoudhury7267 Жыл бұрын
Zubeen da,apunar voice tu xunia jeyai aso
@ManojGanju404
@ManojGanju404 Жыл бұрын
Zubeen Da🔥🔥🔥🔥🔥 Humming
@deepjyotideka8347
@deepjyotideka8347 Жыл бұрын
Gaan tu ratipuwa r pra xuni a asu ❤❤❤❤❤ nuxunua xompi khinot gaan tur kolibor Kant bazi ase💫💫💫❤️❤️❤️ bhtt bhtt vl. Lgisi gaan tu xuni ❤❤❤❤
@zgofficialassam7536
@zgofficialassam7536 Жыл бұрын
Zubeen da king 😢❤❤
@abhijitboruah143
@abhijitboruah143 Жыл бұрын
Zubeen Garg 💙
@NorthEast8TraderX
@NorthEast8TraderX Жыл бұрын
Mridul bhuyan❤❤🎉
@smitabaishya8122
@smitabaishya8122 Жыл бұрын
Bht dhunia lagise Gaan Tu ❤️😍
@samirankakati524
@samirankakati524 Жыл бұрын
Love you zubeen da ❤️❤️
@nitishdasa3896
@nitishdasa3896 Жыл бұрын
Dhuniya lagise Zubeen da ❤👌
@rituparnapathakgaming_5
@rituparnapathakgaming_5 Жыл бұрын
Bohut bhal lagil💕💕💕💕💕🥰🥰
@siddharthkakati1901
@siddharthkakati1901 11 ай бұрын
His voice "goosebumps" ✨️
@rituparnapathakgaming_5
@rituparnapathakgaming_5 Жыл бұрын
Moojjja💞💘💞💞💞💞💞💞
@sangitrabha3374
@sangitrabha3374 Жыл бұрын
Nice Sharing song Zubeen da ♥️♥️
@nurzamanhoque8994
@nurzamanhoque8994 Жыл бұрын
দুৰ্দান্ত অভিনয় মৃদুল চাৰ
@habibarrahman4058
@habibarrahman4058 Жыл бұрын
Majaa lagisa
@jitukalita5888
@jitukalita5888 Жыл бұрын
Ufffff ki shundor ❤❤❤❤ Love you zubeen Da❤❤
@gunuswargiary603
@gunuswargiary603 Жыл бұрын
Sweet song ❤❤❤❤❤ Zubeen da
@RiyaSarma70
@RiyaSarma70 Жыл бұрын
মৃদুল দাৰ অভিনয় সৰু ৰ পৰা প্ৰিয়❤ জুবিন দাৰ voice❤ufff🔥🔥
@bhaktadhadumia8683
@bhaktadhadumia8683 Жыл бұрын
Huniai asu huniai asu .aru huni thakim .jubeen dar ki kontho love uu jubeen da
@user-hw5ej4xn6v
@user-hw5ej4xn6v Жыл бұрын
অপেক্ষা ❤
@jumandasjumandas292
@jumandasjumandas292 Жыл бұрын
Joi Zubeen da ❤️🔥🔥🔥🔥🔥🔥
@adityaborah781
@adityaborah781 Жыл бұрын
Val lagil gaan2😍💕💕💕💕
@SimaDas-gb9rd
@SimaDas-gb9rd 3 ай бұрын
Dintot abar ai gan to nuxunile dinto adhoruwa Jen lage ....❤❤❤❤ Zubeen dar kontho aru mridul dar video ki akorshonio asorit kintu❤❤❤❤
@alakeshdas8978
@alakeshdas8978 Жыл бұрын
Awesome song ❤❤
@mintudasassam292
@mintudasassam292 Жыл бұрын
❤❤❤❤❤❤❤❤❤❤
@bikibarman4171
@bikibarman4171 Жыл бұрын
Mojjahhh song
@Mahantajoy
@Mahantajoy Жыл бұрын
Zubeen da ❤❤
@Phukansdiary
@Phukansdiary Жыл бұрын
Excellent choreography❤
@hridaykalita7678
@hridaykalita7678 Жыл бұрын
Apuni ane koi thaka dada❤️💯
@pranitadevi986
@pranitadevi986 Жыл бұрын
বহুত ধুনীয়া মৃদুল দা । সূৰ্য থিয়েটাৰলৈ শুভেচ্ছা থাকিল ।
@bhabenloying6652
@bhabenloying6652 Жыл бұрын
Zubeen ❤zubeen da
@kiranborahofficialvlogs1301
@kiranborahofficialvlogs1301 Жыл бұрын
Uffff zubeen da
@manojsaloi4487
@manojsaloi4487 Жыл бұрын
Zubeen dada nice❤❤❤
@manjitsutradhar-sl1dn
@manjitsutradhar-sl1dn Жыл бұрын
I ❤❤❤❤❤❤❤ song by Zubeen da
@pranjalbaruah2410
@pranjalbaruah2410 Жыл бұрын
Legend singer and Legend Actor❤❤❤। Love you Zubeen da And Mridul da
@damonsaikia8840
@damonsaikia8840 Жыл бұрын
Ke j moja gaan zubeen da , ❤❤❤
@smitabaishya8122
@smitabaishya8122 Жыл бұрын
Heart touching ❤️🥺
@DiamondAasamese
@DiamondAasamese Жыл бұрын
Uff his acting n Voice of our legend
@bikibarman4171
@bikibarman4171 Жыл бұрын
5:29 nice song ❤
@amitdas5302
@amitdas5302 Жыл бұрын
জুবিন দাৰ গান আৰু মৃদুল দাৰ অভিনয় বহুত ভাল লাগলে,,
@RakeshDas-kg3np
@RakeshDas-kg3np Жыл бұрын
Bohut abegic eta bhal loga song
@parthasonowalnewchennal1208
@parthasonowalnewchennal1208 Жыл бұрын
বহুত ভাল লাগিল
@jugalkishorbhuyan8114
@jugalkishorbhuyan8114 Жыл бұрын
গানটোৱে আৱেগিক কৰি তুলিলে❤️ নাটক খনৰ মাজতো কিৱা এটা নতুনত্ব প্ৰকাশ পাৱ যেন অনুভৱ হৈছে 👍
Underwater Challenge 😱
00:37
Topper Guild
Рет қаралды 46 МЛН
Чёрная ДЫРА 🕳️ | WICSUR #shorts
00:49
Бискас
Рет қаралды 7 МЛН
Hello Majoni - Zubeen Garg | Full Video | Itihash Theatre 2018-19
5:51
AC MULTIMEDIA
Рет қаралды 3,2 МЛН
Moromor Bandhobi Bidai Diya || Zubeen Garg || Bordoisila Theatre 2019-20
5:31
Underwater Challenge 😱
00:37
Topper Guild
Рет қаралды 46 МЛН