My living room tour | গ্ৰাম্যনুভূতি এক অনন্য সুখ ।২০২১ত মোৰ ড্ৰয়িং ৰুমটো কিদৰে থৈছো 200K Special 🙏

  Рет қаралды 141,496

Taru Phukan

Taru Phukan

Күн бұрын

Пікірлер: 632
@kamalagogoi1073
@kamalagogoi1073 2 жыл бұрын
সকলোবোৰৰ ৰেচিপিৰ ভিতৰত তোমাৰ খিনিয়েই ভালকৈ চাঁও ।
@AssameseVloggerDG
@AssameseVloggerDG 4 жыл бұрын
Bohut bhal lagil. Khub dhuniake hojaise. Asomiya purona bostuburok ek notunotto prodan kori atumtukarikoi hojai rakhise. Bohut bhal lagile Baidew. 😍 sofa set jur hosai birat bhal lagil.
@monimalakolita3267
@monimalakolita3267 4 жыл бұрын
বাইদেউ আজিকালি এক শ্ৰেণীৰ মানুহে অসমীয়া কৃষ্টি সংস্কৃতি পাহৰি গৈছে। এইবোৰ ধৰি ৰাখিলে মানুহ আউট ডেটেট বুলি গণ্য কৰে। অসমীয়া ভাষা নাজানো বুলি গৌৰৱ কৰে। কিন্তু আপুনি ব্যতিক্ৰম। কলাসূলভ ভাবে ঘৰখন সজাব পৰাটো গৃহিণী গৰাকীৰ সুন্দৰ মনৰ পৰিচায়ক। ইয়াতেই তেওঁৰ পাৰদৰ্শিতা ফুটি উঠে।আপোনাক অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান সুন্দৰ কৈ সজোৱা ঘৰখন দেখুওৱা বাবে। কিতাপ ৰ পোক মই।কিতাপৰ আলমিৰাটো দেখি মনটো উৰা মাৰিছে যেন খুচৰি মই নপঢ়া কিতাপ কেইখন বিচাৰি লম।
@golapibaro9961
@golapibaro9961 2 жыл бұрын
মই আজি লৈকে যিমান দ্ৰয়িং ৰুম দেখিছোঁ তাৰ ভিতৰত অতি সুন্দৰ দ্ৰয়িং ৰুম আজি প্ৰথম দেখিলোঁ । আপোনাক বহুত বহুত ধন্যবাদ জনালো ।
@bidishahazarika8182
@bidishahazarika8182 4 жыл бұрын
আমি আধুনিক হ’বলৈ গৈ নিজক পাহৰিছো কিন্ত আপুনি ব্যতিক্ৰম ..এখন সুন্দৰ সংস্কৃতিবান ঘৰ দেখি অভিভূত ..সকলো কলাৰে গৰাকী আপুনি..আচৰিত হও আপোনাৰ প্ৰতিভা দেখি৷ইশ্বৰে আপোনাক কুশলে ৰাখক
@bhanudeka5386
@bhanudeka5386 4 жыл бұрын
হয়
@jintisworld6959
@jintisworld6959 4 жыл бұрын
হয় মই ও এই কথাটো ভাৱো বাইদেউ সকলো কামতে নিখুঁ‌ট
@mitalilaskar2356
@mitalilaskar2356 4 жыл бұрын
Apuni mur monor katha tuke koise
@bidishahazarika8182
@bidishahazarika8182 4 жыл бұрын
@@mitalilaskar2356 Thanks
@manjubarman8824
@manjubarman8824 4 жыл бұрын
সচাঁকৈ মেম ব।। বহুত ধুনীয়া লাগিছে । বাহিৰত থাকিলেও নিজক পাহৰি যোৱা নাই।বহুত ধন্যবাদ ।
@runudevi588
@runudevi588 2 жыл бұрын
বাইদেউ, আজিৰ যুগত তথ্য প্ৰযুক্তি ৰ সহায়ত আপুনি আমাৰ জন কৃষ্টি আৰু জীৱনশৈলীৰ সপোন যেন লগা দৃশ্য আৰু বচন সমূহ প্ৰকাশ কৰাত আমি আপোনাক অশেষ ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ ।
@asomiyasuwalirekha-231
@asomiyasuwalirekha-231 4 жыл бұрын
খুব ভাল লাগিল চাই
@rakhirajkhowaborgohain2600
@rakhirajkhowaborgohain2600 4 жыл бұрын
বহুত ধুনীয়াকৈ সজাইছে
@dulumonidas3097
@dulumonidas3097 4 жыл бұрын
বৰ ভাল লাগিছে বহুত ধুনীয়া কৈ সজাইছে
@kakolisaikia1571
@kakolisaikia1571 3 жыл бұрын
Bohut very lagil❤️ khub hundor koi hojaise
@porinitadutta9837
@porinitadutta9837 4 жыл бұрын
Bohut dhuniya. Val lagil👌👌
@deijinaakhter4594
@deijinaakhter4594 4 жыл бұрын
আপুনি এগৰাকী সফল নাৰী, সফল মাতৃ আৰু সফল পত্নী। আপোনাৰ দৰে এগৰাকী সফল নাৰী হ'বলৈ আমাৰো মন যায়। আপোনাৰ "পিল" কেইটাৰ ৰং আৰু ডিজাইন খুব সুন্দৰ। আপোনাৰ বাঁহৰ কেটলি আৰু বটাটো ইমান ধুনীয়া ।
@saswatibordoloi9595
@saswatibordoloi9595 4 жыл бұрын
Bohut besie dhuniya sufajur..logote apunar room khojua style tu khub val lagise....
@sumborah144
@sumborah144 3 жыл бұрын
Bht besi vl lagil ❤️❤️❤️❤️
@preranakonwar4215
@preranakonwar4215 4 жыл бұрын
বাইদেউ আপোনাৰ প্ৰতিভাৰ কথা কবলৈ ভাষা নাই ।কি কম ।এনেকুৱা অনুভব হৈছে মই যেন আমাৰ পৰম্পৰাগত মিউজিয়াম দেখিছো ।বহুত ধন্যবাদ ।নিজকে নিজে লাজ লাগিছে বহু টকাৰ প্ৰয়োজন নাই এখন ঘৰ সুন্দৰকৈ সজোৱাৰ কলাৰ প্ৰয়োজন ।
@bandanadas216
@bandanadas216 4 жыл бұрын
বৰ সুন্দৰকৈ সজাই থৈছে বাইদেউ। অসমীয়া সংস্কৃতিৰ সামগ্ৰীবোৰ সচাই অনন্য। আপোনাৰ গৃহসজ্জাই সংস্কৃতিবান মনটোৰ পৰিচয় দাঙি ধৰিলে। এইবাৰ Indoor plant সংৰক্ষণৰ ভিডিঅ'ৰ অপেক্ষাত ৰৈছো। মৰম আৰু শ্ৰদ্ধা জনালো বাইদেউ।
@tulikagogoi6467
@tulikagogoi6467 4 жыл бұрын
Baidew,bohut bhal lagil,Apuni bohut gunor adhikari,Bhogomane Apunak kukhole rakhok🙏❤️🙏
@purnimadas3965
@purnimadas3965 4 жыл бұрын
Bor dhuniya lagise baideu...👌👌
@CookingwithSangita97
@CookingwithSangita97 4 жыл бұрын
Bohut bhal lagile..eman dhuniak rakhise hokolukhini😍
@demonpandayt2479
@demonpandayt2479 4 жыл бұрын
Bohut dhuniya lgise sai apunar ghorkhon😍😍
@kabitahazarika179
@kabitahazarika179 4 жыл бұрын
Bohut dhuniya lagil apunar drowing roomtu
@nivasaikia5281
@nivasaikia5281 4 жыл бұрын
অসমৰ সংস্কৃতি দীৰ্ঘস্থায়ী হৈ উঠক আপোনাৰ দৰে এগৰাকী সংস্কৃতিবান নাৰীৰ জড়িয়তে। আপোনালৈ অশেষ ধন্যবাদ 🙏🙏
@kalpanadasbarman9636
@kalpanadasbarman9636 4 жыл бұрын
আপোনাৰ হাতৰ নিপুণতা দেখি ‌তবধ মানিছো। বহুত ভাল লাগিল।
@sinkiborah5959
@sinkiborah5959 4 жыл бұрын
Hosakoi baa jenkoi apunar bonua khaido bilak hokolutkoi beleg tenedare apunar ghorkhnu hokolutkoi beleg dharanere xojua..hosakoi montu bohut val lagil gol ....bohutei dhuniaa baaa
@meenagogoiborgohain4170
@meenagogoiborgohain4170 4 жыл бұрын
Bohut bhal lagil...eman puroni ghor jen nalage.
@juntiborah4610
@juntiborah4610 3 жыл бұрын
সুন্দৰৰ পূজাৰী আমি ; সংস্কৃতি আমাৰ স্বাভিমান।সচাকৈয়ে মুগ্ধ হলো বাইদেউ। আপোনাৰ কলা সুলভ মনটোৰ পৰিচয় বৰ সুন্দৰ ৰূপত ফুটি উঠিছে।
@gayatreegogoi3212
@gayatreegogoi3212 4 жыл бұрын
অসমীয়া সংস্কৃতিৰ এটা সুন্দৰ ৰূপ আপোনাৰ কোঠাটোত প্ৰতিফলিত হৈছে,ধন্যবাদ বাইদেউ । আপোনাৰ পৰা বহুখিনি শিকিব পাৰিছো আৰু অনুপ্ৰাণিত হৈছোঁ।আপুনি অসমীয়া সমাজৰ এগৰাকী আদৰণীয় ব্যক্তি তথা সম্পদ।
@rupamsarma1802
@rupamsarma1802 4 жыл бұрын
Baprey aapuni Iman bostu hojai rakhise oti nipun vabe.....dhunia dhunia randhi o thke ru Iman dhunia koi hojaio rakhe..kenekoi Iman somvale....aagoloi enek thakok vale thakok baideu🥰
@dipabora8037
@dipabora8037 3 жыл бұрын
আপোনাৰ ঘৰ দুৱাৰ দেখা পায় অভিভূত হৈ পৰিছো।ইমান ধুনীয়া লাগিল চোফা চেট যোৰ। আপোনাৰ আটি্চ মনোভাৱ টো ব্যতিক্ৰমী। ধন্যবাদ আপোনালৈ 🙏🙏
@tanishkawithmomassam4832
@tanishkawithmomassam4832 3 жыл бұрын
Bohut val lagil.eman dhuniakoi hojaise💕😊
@JMRsmaya
@JMRsmaya 3 жыл бұрын
বহুত সুন্দৰকৈ সজাইছে বাইদেউ আপোনাৰ দ্ৰইংৰূমতো।
@arupchetia7403
@arupchetia7403 3 жыл бұрын
ভাল লাগিল বাইদেউ। আপুনি ঘৰটো বৰ ধুনীয়া কৈ সজাইছে।
@mitalilaskar2356
@mitalilaskar2356 4 жыл бұрын
Baidow apunar collection bur dekhi emn apluta holu je vasare barnana koriba nuarilu i proud of u mam
@SankarDas-um3uf
@SankarDas-um3uf 4 жыл бұрын
বহুত বহুত ধুনীয়া ইমান ধুনীয়াকৈ সজাইছে সকলো খিনি বহুত ধুনীয়া লাগিছে বাইদেউ
@indragohain1595
@indragohain1595 4 жыл бұрын
Hosai Bor hundor hoise,....
@pallabigautam8316
@pallabigautam8316 4 жыл бұрын
Val lagisai baidow, apuni iman dhuniakoi rakhisai.. Xasai bahut dhunia.. Sofa jur bahut dhunia lagisa😘😘
@sikhabaruah7472
@sikhabaruah7472 3 жыл бұрын
আপোনাৰ মাতটো ইমান ধুনীয়া।আপোনাৰ স্পষ্টাবাদিতা মোৰ প্ৰিয়।
@seemashree7812
@seemashree7812 4 жыл бұрын
Apuni xosai bohut onukoroniyo baidew.Bohut vaal lagil .
@madhusmitamech8830
@madhusmitamech8830 4 жыл бұрын
Bohut val lagise. .protitu bostu emn hundor koi hojai thoise. .amar karne aiya ek inspiration. .lots of love aunty 💞💞💞💞
@bobybora500
@bobybora500 4 жыл бұрын
Khub sundar ghar ....mur bahut val lagil sai
@dhunumoran6712
@dhunumoran6712 4 жыл бұрын
Khoo val lagil... anoinya rupot hojaise room2..❤️❤️❤️
@BornaliGogoi
@BornaliGogoi 4 жыл бұрын
Bor hundorkoi hojai rakhise baideu.hosai bor val lagil..
@kalpanasaikia4849
@kalpanasaikia4849 4 жыл бұрын
Bhut dhunia.. Val lagil
@sabitaborah1300
@sabitaborah1300 4 жыл бұрын
Bohut bohut xundar ke rakhise mur bohut val lagise
@aarhivolgs4859
@aarhivolgs4859 4 жыл бұрын
সচাকৈয়ে বহুত ধুনীয়াকৈ সজাইছে
@monjitbora1622
@monjitbora1622 3 жыл бұрын
Eman dhuniakoi hojai rakhese koboloi hobdo nai Just ❤️❤️❤️❤️❤️❤️❤️
@lgogoi3446
@lgogoi3446 4 жыл бұрын
Bohut besi dhunia baideo.....
@jayamoniborah3928
@jayamoniborah3928 3 жыл бұрын
Congratulation baideu..bohut val lagil sai..
@tapansaikia4271
@tapansaikia4271 4 жыл бұрын
সচাই ইমান ধুনীয়া বৰ ভাল লাগিল
@minuchetia3699
@minuchetia3699 4 жыл бұрын
Bht dhuniya baidew pratitu bostwe bht dhuniyakoi hojaise 🙏🙏
@afrinislam2187
@afrinislam2187 4 жыл бұрын
Khub hundar....Bes poripati ghor khon
@Disha10805
@Disha10805 4 жыл бұрын
Bor dhunia lagil baa....
@debajanibaruah330
@debajanibaruah330 4 жыл бұрын
বাইদেউ সকলো বস্তু ইমান ধুনীয়াকৈ সজাই থৈছে ।অতি মনোৰম।বৰ ভাল পালো যাবলৈহে মন গৈছে আপোনাৰ ঘৰলৈ।
@aniladas1589
@aniladas1589 4 жыл бұрын
আপুনি সঁচাই বৰ ভাগ্যৱতী। কাৰণ ইমান সুন্দৰ চিন্তা ভগৱানে আপোনাক দিছে । বহু ভাল লাগিল , বহু শিকিলোঁ । ধন্যবাদ ।
@neetagoswami2665
@neetagoswami2665 4 жыл бұрын
Khub dhuniya lagil Baideu.
@IDBmathspoint
@IDBmathspoint 4 жыл бұрын
khub xundor koi xojai rakhise..val lagil sai
@pallabisaikia0591
@pallabisaikia0591 4 жыл бұрын
Bohut bohut dhuniya lagise apunar droing room2 baa
@bandanadas1098
@bandanadas1098 4 жыл бұрын
সচাকৈ বহুত ভাল লাগিল
@astha0732
@astha0732 4 жыл бұрын
বহুত বহুত বহুত ....... ধুনীয়া কৈ সজায় ৰাখিছে তৰু বা 🙏🏼 আপোনী সকলো ফালে পাকৈত আপোনাৰ কথা কৈ শেষ কৰিব নোৱাৰি 💕💕💕💕
@kabitagogoi1385
@kabitagogoi1385 4 жыл бұрын
বহুত ধুনীয়া তৰু বা ,অভিভূত হলো
@rekhamoniborua4675
@rekhamoniborua4675 4 жыл бұрын
Bohut val lagise dei sai..eman dhuniak rakhise
@rinkubegum5584
@rinkubegum5584 4 жыл бұрын
Congratulations baideu 200k subscribe huwar babe aru aguwai jauok baideu. Eman dhuniya koi khojaise room Tu bohut dhuniya lagise💓💓💓💓
@assamesvlogertulika343
@assamesvlogertulika343 4 жыл бұрын
আপুনাক ধন্যবাদ দিবলৈ ভাষা নাইকিয়া হৈ গৈছে ।বহুত ধুনীয়াকৈ সজাইছে ।মুখেৰে বা বা উলাই গৈছে।আপুনাক শতকৌতি প্ৰনাম🙏🙏🙏।
@AssameseKitchen
@AssameseKitchen 4 жыл бұрын
খুব ধুনীয়াকৈ সজাইছে আপুনি ৰুমটো, খুব ভাল লাগিলে।
@dhanashribaishya8806
@dhanashribaishya8806 4 жыл бұрын
Bhut dhunia lgise baa...iman dhuniakoi khojai rakhise hosakoi bhut vl lgise...
@monjulahon7712
@monjulahon7712 2 жыл бұрын
বহুত সুন্দৰ ।
@pronitahazarika6516
@pronitahazarika6516 4 жыл бұрын
Bhal lagil baideo
@jilimonidas2801
@jilimonidas2801 4 жыл бұрын
Val lagise Baideu dhuniya
@dharitriroy1333
@dharitriroy1333 4 жыл бұрын
সুন্দৰ বাইদেউ
@hemasonowalgohain2001
@hemasonowalgohain2001 4 жыл бұрын
ইমান ধুনীয়া কৈ সজাই ৰাখিছে ঘৰখন
@mukeshburagohain8350
@mukeshburagohain8350 4 жыл бұрын
Bahut base bhal lagil ba
@sukumardas1498
@sukumardas1498 4 жыл бұрын
Bohut sundar apunar khothali tu.aru apunar vab sinta bor
@Greengardenassam
@Greengardenassam 4 жыл бұрын
Bohut val lagise apunar gharhani ,eman dhuniyakoe rakhisa 💫💫👍👌
@pahari703
@pahari703 4 жыл бұрын
Sobotkoi dhunia home tour
@dimplebaruah2102
@dimplebaruah2102 4 жыл бұрын
Very beautiful Mam. Aapuni hosakoi bohut dhuniyake ghorkhon hojaise.
@rimakalita2108
@rimakalita2108 4 жыл бұрын
Bahut bahut bahut dhunia lagise amar Assamese culture khub val lage aru apuni iman dhunia k hojai rakhise
@bhanudeka5386
@bhanudeka5386 4 жыл бұрын
বাইদেউ আপোনাৰ প্ৰতিভা দেখি অভিভূত ‌হৈছো । আপুনি এগৰাকী সুন্দৰ সংস্কৃতিবান‌ আৰু সকলো ক'লাৰ অধিকাৰী । আপোনাৰ প্ৰতিভা বোৰ দেখি এটা সৰু মিউজিয়াম দেখা ‌যেন লাগিল। ভগৱানে ‌আপোনাক কুশলে ৰাখক আৰু আগুৱাই যোৱাত সহায় কৰক।অ, আপোনাৰ চোফাজোৰ সুন্দৰ। অতি ধুনীয়া।❤️👍
@kashmiribordoloidutta4895
@kashmiribordoloidutta4895 4 жыл бұрын
Baidew ghorkhon bohut dhunia koi hojai rakhise...dekhi asorit hoisu kenekoi apuni imankhini koribo parise...Bhagobane apunak vale rakhok amak anekoi uthah di jaboloi.....🙏
@doligogoi3932
@doligogoi3932 4 жыл бұрын
Khub dhuniya koi hojaise room2
@sharmab4913
@sharmab4913 4 жыл бұрын
আপোনাক কি বুলি কম ভাষা নাই বাইদেউ।।।।।আপোনাৰ ঘৰ খন,আপোনাৰ মনটো অতুলনীয় সঁচাই।।।।।ভগৱানে আপোনালোকক ভালে কুশলে ৰাখক।।।।🙏🙏🙏🙏
@garimaboruah1444
@garimaboruah1444 4 жыл бұрын
Baidow apune hosake Bor lakhami.apunak 🙏🏻🙏🏻🙏🏻🙏🏻.gha to Bor val lagil.
@kaberigoswami786
@kaberigoswami786 4 жыл бұрын
বহুত বহুত বহুত সুন্দৰ আপোনাৰ ড্ৰয়িং ৰুম
@binapanisaikia4910
@binapanisaikia4910 3 жыл бұрын
অতি ধুনীয়া.....
@smritibora8876
@smritibora8876 4 жыл бұрын
বহুত ভাল লাগিল চাই
@rimapathak3737
@rimapathak3737 4 жыл бұрын
বৰ সুন্দৰ হৈছে বাইদেউ
@madhumitabhuyan3396
@madhumitabhuyan3396 4 жыл бұрын
ইমান সুন্দৰ ভাৱে আৰু পৰিপাতিকৈ ৰাখিছে,, দেখিয়েই ভাল লাগিছে 😍😍 খুউব সুন্দৰ বা 👌👌 চায়ে হেঁপাহ নপলাই।।
@sikhasarma1105
@sikhasarma1105 4 жыл бұрын
Bahut dhunia koi sajai rakhise drawing room to .Aaponar sristisil monto k sasake bahut dhanyabad.❤❤❤
@meghnab3767
@meghnab3767 4 жыл бұрын
Khub sunder👍🏻👍🏻best assamese vlog and channel..eman dhuniya kae apuni kotha khini koi😊
@pampibarman6958
@pampibarman6958 4 жыл бұрын
Bohut dhunia hoi.....
@karabisworld6532
@karabisworld6532 4 жыл бұрын
বাইদেউ আপোনাৰ হাতৰ পৰশত অসমীয়া সংস্কৃতি জীপাল হৈ উঠা ড্ৰয়িং ৰূমটো দেখি মুগ্ধ হলো । কবলৈ ভাষা নাই .... চাইয়ো হেঁপাহ নপলায় ।
@MissaiYT
@MissaiYT 4 жыл бұрын
বহুত ধুনীয়াকৈ ৰাখিছে ভাল লাগিল
@nabasmitadeka1883
@nabasmitadeka1883 4 жыл бұрын
Bahut dhunia lagise baideo
@anuradhamuga4740
@anuradhamuga4740 4 жыл бұрын
খুব সুন্দৰকৈ সজাইছা তৰু,, বৰ ভাল লাগিল,, তোমাৰ সংস্কৃতিবান মনটোৰ পৰিচয় বৰ ধুনীয়া কৈ ফুটি উঠিছে
@nilakshibora4483
@nilakshibora4483 4 жыл бұрын
অতি সুন্দৰ তৰু
@seemaranikalita7357
@seemaranikalita7357 4 жыл бұрын
বহুত ধুনীয়া কৈ ৰাখিচে বা ।
@jimpyphukon1753
@jimpyphukon1753 4 жыл бұрын
Bohut val lagil ba..
@jimisaikia1851
@jimisaikia1851 4 жыл бұрын
বহুত ভাল লাগিল বাইদেউ।বহুত ধুনীয়াকৈ সজাইছে।
@beautyhazarika6016
@beautyhazarika6016 4 жыл бұрын
Khub hundor lagile dei 👌👌
@ritabora196
@ritabora196 4 жыл бұрын
বহুত ধুনীয়া লাগিছে।।
@DiptiSharmaBaruah
@DiptiSharmaBaruah 4 жыл бұрын
খুউব ভাল লাগিল বাইদেউ
@mrkitchenmrvlogsmrkmrv8125
@mrkitchenmrvlogsmrkmrv8125 4 жыл бұрын
Ba bohut xundorkoi xojaise.....
@nirugogoi4440
@nirugogoi4440 3 жыл бұрын
ভাল লাগিল বাইদেউ
@quineephukan9773
@quineephukan9773 4 жыл бұрын
বহুত ধুনীয়া
@daijeemedhi6501
@daijeemedhi6501 3 жыл бұрын
সচাকৈ অভিভূত হৈছো...মোৰো মন যায় এনেকৈ সজাবলৈ..
@tcollection1530
@tcollection1530 4 жыл бұрын
Bht dhunia lgise baido xokolu bur..
How Strong Is Tape?
00:24
Stokes Twins
Рет қаралды 96 МЛН
Umuwi na ng India ang Byenan Ko! // Filipino Indian Vlog
14:18
Singh and Sarah
Рет қаралды 59 М.
Tengge  Rûn ah thilpek a thleng leh ta... A va ropui thin em..
20:39
Mapuia YT Official
Рет қаралды 17 М.