ম্যানমাৰৰ পৰা অসমলৈ আহিল চুকাফাৰ বংশধৰ,বিহুৰ আনন্দত বিলীন হ’ল তেওঁলোক

  Рет қаралды 52,369

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Пікірлер: 91
@roujahmed3935
@roujahmed3935 11 сағат бұрын
অভিনন্দন ! টাই আহোম জনগোষ্ঠীলৈ লগতে ভোগালী বিহুৰ শুভেচ্ছা জনাইছোঁ !
@montukhanikar716
@montukhanikar716 11 сағат бұрын
Dhonyobad jonaisu bondhu..tumak aru tumar family loi magh bihur Bohut Bohut huvessa gyapon korilu 👍👍
@Pgamers8698
@Pgamers8698 5 сағат бұрын
Montu khanikar toi hijira neki re jonabisun 😂😂
@JayantiDas-y1j
@JayantiDas-y1j 5 сағат бұрын
Geda I ki koi aibilk
@apurbadas4151
@apurbadas4151 9 сағат бұрын
বড়ো জনগোষ্ঠী, যেনে সকলো খিলঞ্জীয়া কোঁচ, ৰাভা, তিৱা, মৰাণ, মটক, মিচিং, সোনোৱাল কছাৰী..... ইত্যাদি সকললৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছো, লগতে টাই আহোম আৰু টাই ফাকি সকললৈ ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালো!! সিহঁতে আমাৰ পৰম্পৰা সকল গ্ৰহণ কৰি নিজকে বৃহৎ অসমীয়া গোষ্ঠীৰ অভিভাৱক বুলি চিনাকি দিয়াৰ বাবে!
@Regional-i7b
@Regional-i7b 9 сағат бұрын
এতিয়া কোনে কব তাই আহোম সকলে origin অসমীয়া ? নিজৰ দুই নম্বৰি চিনাকি নিজে নিজে কৰি দেখুৱালে, দুই নম্বৰি কৰি অসমখন লুটি পুতি খালে কুকুৰ কেইটা।
@Xxyyzzoo-kl8cf
@Xxyyzzoo-kl8cf 12 сағат бұрын
Proud to be an Ahom 💪
@United-Tai-Land
@United-Tai-Land 8 сағат бұрын
Tai ppl need to unite, though we live in different countries, borders are different but country borders cannot separate us as a community, we need to unite. Tai organizations of all countries should work together for unity. Tai ppl have a population of more than 10cr all over the world, our population is frm Northeast India to Southeast China and Southeast Asia and this land is ours. Tai is a community and we will have to move forward together. Tai ppl long life.. (I am frm Thailand but my bf is from the Tai Ahom community of India. He told me that there are 7 Tai comm in Northeast India and the Tai ppl ruled the Northeast for 600 years. I am proud to be a Tai girl, the Tai are a great comm.) 🐉🐲🐉
@hkb1104
@hkb1104 10 сағат бұрын
ৰং বয় বয় , খ্ৰুপ তাং ৷ এনে মহান আদৰ্শেৰে আমাৰ পূৰ্ব পুৰুষ সকলক একত্ৰিত কৰাৰ প্ৰয়াসক স্বজাতিৰ এজন হৈ সন্মানীয় উদ্যোক্তা সকলক আন্তৰিক অভিনন্দন জনাইছোঁ ৷
@budhingogoi8444
@budhingogoi8444 11 сағат бұрын
সকলো বংশধৰ সকললৈ শুভেচ্ছা জনালোঁ। ভাল খৱৰ যে মাই বা চুম ফাই বিহু সময়ত অহাৰ বাবে।
@Regional-i7b
@Regional-i7b 9 сағат бұрын
এতিয়া কোনে কব তাই আহোম সকলে origin অসমীয়া ? নিজৰ দুই নম্বৰি চিনাকি নিজে নিজে কৰি দেখুৱালে, দুই নম্বৰি কৰি অসমখন লুটি পুতি খালে কুকুৰ কেইটা।
@puspadhardowarah1932
@puspadhardowarah1932 12 сағат бұрын
বংশধৰ সকললৈ শুভেচ্ছা জনালো!আশা ৰাখিছো আমাৰ সম্বন্ধ সদায়েই অটুত থাকে যেন!লগতে উদ্যোক্তা সকললৈওঅশেষ অশেষ ধন্যবাদ থাকিল।
@mukulbaruah1833
@mukulbaruah1833 9 сағат бұрын
পুষ্পধর দুবারা নকলি টাই আহোমে টাই আহোমক সম্ভাসন জনাই কোনো লাভ নাই। পৃথিবীর সকলো টাই মানুহ বৌদ্ধ। গতিকে প্রথম স্ব ধর্মলৈ ঘূরি আহিহে সম্ভাসন জনালে ভাল। বামুনর ভরির পানী খোবা এরি বিজ্ঞানবাদী যুক্তিবাদী বিছারধারাইহে আপোনাক মোক বছাব।
@mukulbaruah1833
@mukulbaruah1833 8 сағат бұрын
পুষ্পধর দোবরা মই আপোনাক দিয়া উত্তর চেনেলটোত থাকা মনুবাদী বামুনবাদী জাতিবাদী জেহাদী সন্তাসবাদী বিলাকে কাতি দিছে। আপোনি স্ব ধম্মলৈ উভতি আহক। বুদ্ধর অবিহনে গতি নাই। বামুণর কর্মকান্দি পাশন্দামী অন্ধবিস্বাস এরি মানবতালৈ ঘূরি আহক। বুদ্ধই যুদ্ধ নিবিছারে।
@premodharphukan1101
@premodharphukan1101 12 сағат бұрын
খ্ৰুপতাং ৷ বৰ ভাৰ খবৰ ৷ আমি তেওঁলোকলৈ আন্তৰিক শুভেচ্ছা জনাইছো ৷
@mukulbaruah1833
@mukulbaruah1833 10 сағат бұрын
পেমধর ফুকন প্রথম নিজর স্ব ধম্মলৈ ওভতি আহক। কারন সকলো টাই জাতি বৌদ্ধ (বিজ্ঞানবাদী হয়।
@mukulbaruah1833
@mukulbaruah1833 10 сағат бұрын
প্রেমধর ফুকন প্রথম কথা পৃথিবীর সকলো টাই মানুহ বৌদ্ধ। কিন্তু দূখর বিষয় আহোমে ধূরন্ধর বামুনর স্বার্থপর বিছারধারা কর্মকান্দী পাখন্দামীত পরি 630 বছর অসম শাসন করা 50 লাখ আটাই আহোমর আজি ধোবীর কুকুরর দরে পানীত হাহ নছরা অবস্হা। গতিকে টাই আহোমে নিজর স্ব ধর্মলৈ উভতি আহিলেহে বাছিম। দেশ তথা অসম ক কেবল বুদ্ধইহে বছাব।
@pulinsharma8826
@pulinsharma8826 11 сағат бұрын
ধুনীয়া পদক্ষেপ। টাই আহোম যুৱমহোৎসৱলৈ ভোগালী বিহুৰ অনুষ্ঠানৰ অভিনন্দন জ্ঞাপন কৰিলো
@hirendranathsarmah1144
@hirendranathsarmah1144 10 сағат бұрын
This is a good process for the Assamese society. Tai Ahom is the foundation of Assamese nation.It is an emotional scenery for us with thanking.
@BuragohainUTTAM
@BuragohainUTTAM 11 сағат бұрын
Ahom is always great
@MridulKolita-m8u
@MridulKolita-m8u 11 сағат бұрын
মৰ মৰমৰ অসমীয়া বন্ধু বান্ধৱী সকলোকে ভোগালী বিহুৰ হিয়া ভৰা শুভেচ্ছা জনালোঁ 🙏🙏🙏❤❤❤❤🫶🫶🫶🫶
@mukulbaruah1833
@mukulbaruah1833 11 сағат бұрын
মৃদুল কলিতা আপুনি হিন্দু নে অসমীয়া সেইতো ঠিক করক।
@MridulKolita-m8u
@MridulKolita-m8u 11 сағат бұрын
@mukulbaruah1833 অসমীয়া ৰ হয় এটো র বেংগলী হয়
@JayprioNath
@JayprioNath 9 сағат бұрын
সুন্দৰ পদক্ষেপ । চুকাফাৰ বংশধৰ টাই আহোম জনগোষ্ঠীলৈ অভিনন্দন জনাইছোঁ
@dipokkumargogoi8190
@dipokkumargogoi8190 10 сағат бұрын
উৎসৱৰ বতৰতে এটা খুউব ভাল খবৰ, সকলো বিদেশী অতিথিকে শুভেচ্ছা আৰু স্বাগতম জনাইছো ।
@ChaoKhamsengTaiThaoLung
@ChaoKhamsengTaiThaoLung 31 минут бұрын
অভিনন্দন ❤❤❤
@borsha__vlog-z7p
@borsha__vlog-z7p 10 сағат бұрын
Val lagil স্বৰ্গদেউৰ পৰিয়াল টো দেখি
@lohitchdeka3273
@lohitchdeka3273 11 сағат бұрын
Wel come to tai ahom n sukafa generation, nice n amazing
@jiusenmeck7859
@jiusenmeck7859 12 сағат бұрын
Amar bur enke gole news bonabo ne 😂
@HopunDithok-dg4tx
@HopunDithok-dg4tx 10 сағат бұрын
Ami goleu bonabo pre mne ami tai ahom hkl jdi jau....tate hahibo lga ki ase ...vl he pbo lge amr chukapha r bonxodhor hkl ahise imn duror pra aitu gourobr kotha 🙏
@07jeetblog85
@07jeetblog85 11 сағат бұрын
Welcome to Assam
@ranjitgogoi1031
@ranjitgogoi1031 10 сағат бұрын
অভিনন্দন। তাই জনগোষ্ঠীৰ হৈ আপোনালোকক আন্তৰিক অভিনন্দন
@Eve-d2e
@Eve-d2e 9 сағат бұрын
ভিন্ন জাতি, জনজাতিৰ মিলনভূমি অসম। সামূহিক অৰ্থত যদিও আমি অসমীয়া,প্ৰতিটো জাতি-জনজাতিৰ সুকীয়া সাংস্কৃতিক পৰিচয় একোটাও আছে। গতিকে,অসমীয়া হিচাপে দুয়োকুল ৰক্ষা কৰি চলিবই লাগিব।এই প্ৰক্ৰিয়াৰে চলি আহিছে সামগ্ৰিক অসমীয়া সংস্কৃতি। নিজস্বতা ৰক্ষা কৰিও 'ভিন্নতাৰ মাজত একতা' প্ৰক্ৰিয়াৰে অসমীয়া বৰনদীখন চিৰ প্ৰবাহমান। এই প্ৰক্ৰিয়াত উগ্ৰ সংকীৰ্ণতাবাদৰ অৰ্থই নাই। কাৰণ,আমি নিজস্বতা ৰক্ষা কৰিহে সামন্বয়িক প্ৰক্ৰিয়াৰে অসমীয়া পৰিচয় বহন কৰোঁ।
@DekaKishorkumar
@DekaKishorkumar 12 сағат бұрын
আদৰণি জনাইছোঁ,
@satyajitkumargogoi358
@satyajitkumargogoi358 12 сағат бұрын
খ্ৰুপতাং,জ্ঞাতী-বন্ধু সকল অতী সুখৱৰ , আমাৰ জ্ঞাতীসকল দক্ষিন পূৱ এচিয়াৰ পৰা আহি ওলাইছেহি বটবৃষৰ শিপা বিচাৰি।
@DwinaluV
@DwinaluV 7 сағат бұрын
❤❤❤❤🎉
@pranabgogoi6283
@pranabgogoi6283 7 сағат бұрын
Ami oxomia hokolu milijuli oxomia.
@Johncena100-n3x
@Johncena100-n3x 12 сағат бұрын
Welcome to assam 🙏🙏🙏
@BhadrakantaGogoi-g6m
@BhadrakantaGogoi-g6m 8 сағат бұрын
অতি ভাললগা কথা
@uttamdeka4204
@uttamdeka4204 9 сағат бұрын
Best of lack miyanmar turist
@Bimal-hv7sh
@Bimal-hv7sh 13 сағат бұрын
Wormly Welcome all of you .
@parthapratimgogoi5045
@parthapratimgogoi5045 10 сағат бұрын
Welcome 🙏🙏🙏
@ajitexplorer1382
@ajitexplorer1382 12 сағат бұрын
Tar manay ahom aru chukafa asomor nohoi bohiragotho
@santaliboysanu
@santaliboysanu 11 сағат бұрын
Hmm hihote thailendor chainar
@ankurzvlogz7753
@ankurzvlogz7753 11 сағат бұрын
Tar mane Bishnupriya Manipuri, original Meitei manipuri nhoi ,, Bengoli origin 🤣,,
@studyzone641
@studyzone641 11 сағат бұрын
Bohiragot 1228 ad pahar par hoi aha ....
@parthapratimgogoi5045
@parthapratimgogoi5045 10 сағат бұрын
Who are you???...Manipuri Asom r hoi neki???....get out from our land
@arunnarzary5955
@arunnarzary5955 9 сағат бұрын
😂😂😂 sobei bohiragoto, bon-jonghol burei asol nibaxi.
@bijoydeka9134
@bijoydeka9134 6 сағат бұрын
Good decision
@07jeetblog85
@07jeetblog85 11 сағат бұрын
Welcome hundar
@kapilgogoi-ml3dn
@kapilgogoi-ml3dn 7 сағат бұрын
🎉🎉মজা
@bikugogoi7877
@bikugogoi7877 11 сағат бұрын
Very Good.
@debench.handique6404
@debench.handique6404 11 сағат бұрын
অতি উত্তম পদক্ষেপ সদায় আদৰণিয়
@krishnagogoi1657
@krishnagogoi1657 11 сағат бұрын
অভিনন্দন জনালোঁ |
@SyedHaque-xr1or
@SyedHaque-xr1or 5 сағат бұрын
Hearty Welcome to the North East with great honour specially to the land of Axom. Where there is diversified cultures from all indigenous communities. Wishing you all A Very Happy Bhogali Bihu..🙏
@swapnagogoigogoi287
@swapnagogoigogoi287 11 сағат бұрын
Bahu Val Lagise
@rabiramhazowary3933
@rabiramhazowary3933 10 сағат бұрын
Aami koi ,Domachi. Boro hobdo ba vaka.
@puspadhardeka5665
@puspadhardeka5665 8 сағат бұрын
Aamar aalahi kejanak valdare shuakha Kariba de bhaihat.
@santanunath1983
@santanunath1983 11 сағат бұрын
Welcome to dibrugarh
@DigontaGogoi-u1s
@DigontaGogoi-u1s 9 сағат бұрын
Good news
@tulshigogoi7019
@tulshigogoi7019 9 сағат бұрын
Very good👍 program in the world Assam.
@tigerbarhai2454
@tigerbarhai2454 12 сағат бұрын
Tai people ❤❤❤ tai community
@Regional-i7b
@Regional-i7b 8 сағат бұрын
Please Mama take the action
@r.t.gassam45
@r.t.gassam45 9 сағат бұрын
খ্ৰুপ টাং , এনে প্ৰচেষ্টা অতিকে আদৰণীয় ।
@atitthaphukon1347
@atitthaphukon1347 11 сағат бұрын
❤❤
@ilovemyassam2447
@ilovemyassam2447 8 сағат бұрын
আহোম যুগত ভূঞাসকলে অসমীয়া সমাজৰ নেতা, যোদ্ধা, ৰক্ষক হিচাপে উল্লেখযোগ্য ভূমিকা পালন কৰিছিল। ভূঞাসকল আছিল সামন্তৰ দল যিয়ে প্ৰথমে আহোম সম্প্ৰসাৰণক প্ৰতিহত কৰিছিল যদিও পিছলৈ বিদেশী আগ্ৰাসনৰ বিৰুদ্ধে ৰাজ্য ৰক্ষাৰ ক্ষেত্ৰত সহযোগিতা কৰিছিল। কিছুমান বিশিষ্ট ভূঞা যোদ্ধা আৰু নেতাৰ ভিতৰত আছে- ১/ হৰদত্ত আৰু বীৰদত্ত ভূঞা আহোম ৰাজ্যৰ উত্থানৰ পূৰ্বে বাহ্যিক শক্তিৰ বিৰুদ্ধে প্ৰতিৰোধৰ বাবে পৰিচিত দুজন কিংবদন্তি ভূঞা ভাতৃ। ২/ কান চন্দ্ৰ ভূঞা আক্ৰমণকাৰী বাহিনীৰ বিৰুদ্ধে আহোম শাসকসকলৰ যুদ্ধত সহায় কৰা এজন বীৰ যোদ্ধা। ৩/ গোপাল ভূঞা সংঘাতৰ সময়ত কৌশলগত অৱদান আৰু অসমীয়া সাংস্কৃতিক পৰম্পৰা ৰক্ষাৰ বাবে কৰা প্ৰচেষ্টাৰ বাবে পৰিচিত। ৪/ চন্দ্ৰপ্ৰভা ভূঞা আৰম্ভণিৰ মোগল আগ্ৰাসন আৰু অন্যান্য আক্ৰমণকাৰীৰ বিৰুদ্ধে স্থানীয় প্ৰতিৰোধত অৰিহণা যোগোৱা এজন যোদ্ধা নেতা। আহোম যুগত ভূঞাৰ ভূমিকা আহোম বংশৰ প্ৰতিষ্ঠাপক সুকাফাৰ দৰে নেতাৰ অধীনত আহোম ৰাজ্যৰ আৰম্ভণিতে সুদৃঢ় হোৱাৰ সময়ত ভূঞাসকল অতি গুৰুত্বপূৰ্ণ আছিল। কালক্ৰমত তেওঁলোক আহোম ৰজাৰ বিশ্বাসযোগ্য মিত্ৰ হৈ পৰে, মোগল, চুতীয়া, ডিমাছা আদি ভাবুকিৰ পৰা ৰাজ্য ৰক্ষা কৰাত সহায় কৰে। তেওঁলোকৰ ব্যক্তিগত অৱদান সদায় আহোম সেনাপতিৰ দৰে ভালকৈ নথিভুক্ত নহ’বও পাৰে যদিও ভূঞাসকলে সামূহিকভাৱে অসমৰ প্ৰতিৰোধ ইতিহাসৰ এক জটিল দিশক প্ৰতিনিধিত্ব কৰে। তেওঁলোকৰ এই প্ৰচেষ্টাই অঞ্চলটোৰ ঐক্য আৰু প্ৰতিৰক্ষাৰ ক্ষেত্ৰত যথেষ্ট অৰিহণা যোগাইছিল। মই ভূঞা সম্প্ৰদায়ৰ মোৰ আহোম বন্ধুসকললৈ বিহুৰ শুভেচ্ছা থাকিল😊
@BKonwar-n9x
@BKonwar-n9x 5 сағат бұрын
চুকাফাৰ বংশধৰ কেনে হল? অকল ম্যানমাৰ পৰাই আহিছে।
@frasenggohain6548
@frasenggohain6548 11 сағат бұрын
Khruptang 🙏
@pinkuboruah2245
@pinkuboruah2245 12 сағат бұрын
🙏🙏🙏
@BabaDhan-rt4ud
@BabaDhan-rt4ud 10 сағат бұрын
Bortoman manmaror obostha akdom beya 😂
@mukulbaruah1833
@mukulbaruah1833 9 сағат бұрын
টাই আহোম কোনো কালেই হিন্দু(চাকর, গোলাম, তলতিয়া নাছিল)
@ramengogoi9741
@ramengogoi9741 12 сағат бұрын
Hubhesya thakil
@Himanta441
@Himanta441 8 сағат бұрын
বাংলাদেশেৰ পৰাও বহুত আহে কি ডাঙৰ কথা নো এইটো ।
@ProbhatDoley-p7f
@ProbhatDoley-p7f Сағат бұрын
Ahom are Burmese not a Chinese. Their are foreigners😂
@MGofficial495
@MGofficial495 11 сағат бұрын
খ্ৰুপটাং
@MauoChiyang12
@MauoChiyang12 11 сағат бұрын
টাই আহোম পেঞঙলে
@rumigogoi-tp4de
@rumigogoi-tp4de 11 сағат бұрын
🙏🙏
Enceinte et en Bazard: Les Chroniques du Nettoyage ! 🚽✨
00:21
Two More French
Рет қаралды 42 МЛН
We Attempted The Impossible 😱
00:54
Topper Guild
Рет қаралды 56 МЛН
СИНИЙ ИНЕЙ УЖЕ ВЫШЕЛ!❄️
01:01
DO$HIK
Рет қаралды 3,3 МЛН
Shri Mataji teaching Powada
6:52
Shri Mataji Nirmala Devi
Рет қаралды 10 М.
About #bodhgaya stupa BY AMCHI SKARMA
20:24
NAMGYAL KANJI
Рет қаралды 9 М.
Enceinte et en Bazard: Les Chroniques du Nettoyage ! 🚽✨
00:21
Two More French
Рет қаралды 42 МЛН