ম্যানমাৰৰ সামৰিক শিবিৰত আলফা স্বাধীনৰ বিহু

  Рет қаралды 685,022

NKTV PLUS

NKTV PLUS

Күн бұрын

Пікірлер: 1 300
@TunesAsom
@TunesAsom Жыл бұрын
বেয়া লাগিল মনটো...কুঁশলে থাকক সকলো সেনা তথা আমাৰ ভাই-ককাইহত... জয় আই অসম
@jyotishkumarnath9101
@jyotishkumarnath9101 Жыл бұрын
Join a kori diw nki
@joker-l4y2b
@joker-l4y2b Жыл бұрын
Assames মানু্হ ভয়াতুৰ হয়, কাৰণ একতা নাই
@DigantaKonwar-x5t
@DigantaKonwar-x5t 10 ай бұрын
0😊😊)❤❤😂🎉😢😮😮😅😊​@@jyotishkumarnath9101
@sewalisaikia643
@sewalisaikia643 Жыл бұрын
প্ৰকৃত অসমীয়া বিপ্লৱী বীৰ। প্ৰতিটো শব্দই হৃদয় স্পৰ্শী । সকলো ভালে থাকক । চৰকাৰ আগ বাঢ়ি আহিলে এই সকল তেজাল অসমীয়া ডেকা আপোন ঘৰখন শুৱনী কৰি থাকিব।
@kishorhaloi5563
@kishorhaloi5563 Жыл бұрын
এইবোৰ টো অসমীয়া লৰা ছোৱালী ইহঁতৰ কি মনত দুখ নাই ইমানবোৰ ত্যাগৰ পিছত মুখত বিহুৰ গীত কিবা অন্তৰ খুন্দিয়াই দিছো সচাকৈ অসমৰ অসমীয়া আমি অলপ গভীৰ ভাবে ভাবক সমুখত বহুত ঘাট প্ৰতিঘাত তাৰ পিছতে ইমানবোৰ আশাৰ সঞ্চাৰ কি কম ধন্যবাদ এইবোৰ লৰা ছোৱালীৰ অসমৰ অসমীয়া
@Doleypuneswar222
@Doleypuneswar222 Жыл бұрын
🥲
@dipankarphukanofficial8902
@dipankarphukanofficial8902 Жыл бұрын
Bohut dukh lagil sai dada tokt nij dada nholau 😭🙏👌♥️
@angcheng6562
@angcheng6562 Жыл бұрын
হৃদয় চুই যোৱা বিহু গীত........ আপোনালোকৰ সু স্বাস্থ্য কামনা কৰিলোঁ.....জয় আই অসম..... লগতে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ ।।
@199gamerf.f8
@199gamerf.f8 Жыл бұрын
আপোনা লোকৰলৈ ৰঙালী বিহু বহুত বহুত শুভেচ্ছা থাকিল ❤
@Danirojasfc6
@Danirojasfc6 Жыл бұрын
জয় আই অসম। আলফা আছে কাৰণেই অসম আৰু অসমীয়া জাতিটো জীয়াই আছে। Love you 💚 আলফা। সঁচাই গানত গভীৰ শব্দ সোমাই আছে লগতে মাতটো অতি সুন্দৰ। অসমীয়া ৰাইজে বুজিব লাগিব।
@bdas8539
@bdas8539 Жыл бұрын
Yes
@sensepoint07
@sensepoint07 Жыл бұрын
ULFA ❤ "জ়য় আই অসম"
@gyandeepsaikia6613
@gyandeepsaikia6613 Жыл бұрын
Hói hósa koisa
@sensepoint07
@sensepoint07 Жыл бұрын
এশ শতাংশ সঁচা আলফা আছে বাবেই বহুতেই শান্তিত আছোঁ ! আলফা নথকা হলে অসম খন 90% বাংলাদেশীৰেই ৰাজপাট চলিলে হেঁতেন ! "জয় আই অসম" আলফা জিন্দাবাদ ❣️
@sankarbaruah5968
@sankarbaruah5968 Жыл бұрын
Ulfa jindabat
@Ig_simanta_yt
@Ig_simanta_yt Жыл бұрын
স্বাধীন চিন্তাৰ উপৰত তেওঁলোক অসমীয়া সমাজ জীয়াই ৰাখিছে ❤
@ranadeeprobidas3974
@ranadeeprobidas3974 Жыл бұрын
Ji dekht Alfa nai tat mane nijar homajor sadhin nai ne .??
@NewGovernmentJob-bg1fx
@NewGovernmentJob-bg1fx Жыл бұрын
Kam nai aru
@jaydebdas8552
@jaydebdas8552 Жыл бұрын
Hoy moi assim
@MRRAHULGAMING100
@MRRAHULGAMING100 Жыл бұрын
​@@NewGovernmentJob-bg1fx If no
@bosubhai1848
@bosubhai1848 Жыл бұрын
❤😂 Oh buji. X😮😮
@bhairabdas3102
@bhairabdas3102 Жыл бұрын
বিহুৰ গীত শুনি আনন্দ তে চকুৰ পানী নিগৰী যায়‌।' জয় আই অসম ' ।
@debasis892
@debasis892 Жыл бұрын
How?
@ontheway8555
@ontheway8555 Жыл бұрын
💝❣️জয় আই অসম✊❤বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল 💝ভাই সকল❣️😘
@bhagabatjyotibora7509
@bhagabatjyotibora7509 Жыл бұрын
এক আবেগিক মূহুৰ্ত ❤️ তেওঁলোক সকলো লৈকে ৰঙালীৰ আন্তৰিক শুভেচ্ছা জাছিলো। জয় আই অসম ❤️🫂
@dboyz6796
@dboyz6796 Жыл бұрын
আলফা স্বাধীন জিন্দাবাদ ❤
@pk07status72
@pk07status72 Жыл бұрын
বেয়া লাগিল তেওঁলোকৰ বিহু নামৰ শব্দবোৰ শুনি🥺😥,ভালে থাকক তেওঁলোক 🙏❣️,জয় আই অসম।
@jitulkalita4455
@jitulkalita4455 Жыл бұрын
আপোনালোকে যত আছে শুখ শান্তিৰ জীয়াই থাকক , ৰঙলীৰ বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ আপোনালোকলৈ , বিহু গীততো শুনি বহুত ভাল লাগিছে ,
@mauchumibharali5063
@mauchumibharali5063 Жыл бұрын
😂😂😂
@pabanborahmusicalpb683
@pabanborahmusicalpb683 Жыл бұрын
বিহু গীত গোৱা দাদা জনৰ মাত টো বহুত ধুনীয়া, গীত কেইটা শুনি বহুত দুখ লাগিছে , ভগবানে সকলোকে ভালে ৰাখে যেন , তাৰ কাৰণে পাৰ্থনা কৰিছোঁ , শুভ ৰঙালী বিহু দাদা সকল , মই অসমীয়া লৰা হৈ বিহু ক লৈ গৌৰব কৰোঁ ।
@dsvlog8750
@dsvlog8750 Жыл бұрын
তেওঁলোকৰ বিহুৰ নামবোৰৰ শব্দ বোৰ শুনি আবেগিক হৈ পৰিলোঁ সকলো ভালে থাকক।🥺🥺
@geetashreeborgohain6334
@geetashreeborgohain6334 Жыл бұрын
Hovhaka❤
@dsvlog8750
@dsvlog8750 Жыл бұрын
@@geetashreeborgohain6334 Hovhaka অৰ্থ কি হয়?
@geetashreeborgohain6334
@geetashreeborgohain6334 Жыл бұрын
@@dsvlog8750 hochaka buli koisu
@msdhruabhira718
@msdhruabhira718 Жыл бұрын
@@geetashreeborgohain6334 Hii
@dsvlog8750
@dsvlog8750 Жыл бұрын
@@geetashreeborgohain6334 ok
@raani443
@raani443 Жыл бұрын
দাদা জনৰ সুৰটো বৰ ধুনীয়া। কিছুমান সস্তীয়া গায়কতকৈ বহু ওপৰত। সকলোকে পলম কৈ হলেও বিহুৰ শুভেচ্ছা জনালোঁ ❤
@ratnagogoi4089
@ratnagogoi4089 Жыл бұрын
Hosa kotha dada
@jayantasaikia2369
@jayantasaikia2369 Жыл бұрын
কুশলে থাক ককাই হত,,, 🤗🤗🤗🤗🤗🥳 ৰঙালী বিহুৰ বহুতো শুভেচ্ছা জনালোঁ 💕
@PD-gj7ot
@PD-gj7ot Жыл бұрын
তেওঁ লোকৰ বিহু গীতৰ কথা বোৰে অন্তৰত কোনোবা এটা ঠাইত দ কৈ খুচ মৰিছে... মৰমৰ ককাইদেউ আৰু ভাইটী হতলৈ ৰঙালী আন্তৰিক শুভেচ্ছাঁ দিলো | নেদেখা জনে সকলোকে কুশলে ৰাখক তাৰে কামনা কৰিলো |
@NIBIR-p4r
@NIBIR-p4r Жыл бұрын
খাটি অসমীয়াৰ চিনাকি❤ বিহুটো সুন্দৰকৈ জীয়াই ৰাখিছে, দেখি ভাল লাগিল!! সকলোকে অসমীয়া নৱবৰ্ষৰ লগতে ৰঙালী বিহুৰ ওলগ জনালোঁ!!🎉❤
@monujkumarkutum2077
@monujkumarkutum2077 Жыл бұрын
❤😂😂
@bikulborah2100
@bikulborah2100 Жыл бұрын
আবেগিক হৈ পৰিলোঁ । সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ । ভগৱানে সকলোকে কুশলে ৰাখক ❤❤❤
@moondas8775
@moondas8775 Жыл бұрын
জয় আই অসম ভাই ককাই সকলক ভালে ৰাখিবলৈ ভগৱানক প্ৰাথ‌ণা জনাইছো জয় আই অসম
@rajkumarbarman2129
@rajkumarbarman2129 Жыл бұрын
বুজাব নোৱাৰা আবেগ অনুভৱ কৰিলোঁ দে। সকললৈ ৰঙালী বিহুৰ শুভেচ্ছা থাকিল। সকলোৱে যেন ভালে কুশলে থাকে তাৰে কামনা কৰিলোঁ। জয় আই অসম।
@zubeenboliyamoirinku
@zubeenboliyamoirinku Жыл бұрын
আমাৰ মৰমৰ ককাইদেউসকল ❤️ 🙏।।কূশলে থাকিবা,, হুঁচৰি ৰ পাঠক জনৰ শব্দ বোৰ বহুত বেছি ভাল লাগিছে ,, আপোনালোকৰ ইমান‌ কামত ব্যস্ত থকাৰ পিছতো অসমীয়া ৰ প্ৰানৰ বিহুতি আদৰাৰ‌ বাবে 🙏 অশেষ ধন্যবাদ জনাইছোঁ 🙏❤️
@hemalatachetia3765
@hemalatachetia3765 Жыл бұрын
তোমালোকে য'তে আছা ভালে,কুশলে থাকা আমাৰ মৰমৰ পোনাহ'ত ।।মাতৃ হিচাপে বিহু গীতৰ অৰ্থ বোৰে 😭😭আবেগিক কৰিছে ।।
@ranudas593
@ranudas593 Жыл бұрын
ভগৱানে তোমালোকক কুশলে ৰাখক 🙏🙏🙏🙏🙏
@asomiaasom6008
@asomiaasom6008 Жыл бұрын
উপনিবেশীয়ে হৰণ কৰা অসমীয়াৰ অধিকাৰ ঘুৰাই পাওক বিপ্লৱ সফল হওক আৰু যতেই আছে তাতে সকলো স্বাধিকাৰ বিপ্লৱী যুজাৰু বীৰ সকল কুশলে শান্তিৰে থাকক ,সবলৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ ।জয় আই অসম ।
@kalponakirankashyap5037
@kalponakirankashyap5037 Жыл бұрын
শ্ৰদ্ধাৰে নতুন বছৰৰ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল সকলোলৈকে ।ককাই-ভাইৰ আৰু বাই-ভনী সকলৰ সদায় সকলো দিশতে কুশলতা কামণা কৰিলোঁ, জয় আই অসম ✊💐🙏
@muninborgohain3452
@muninborgohain3452 Жыл бұрын
বহুত সুন্দৰ হৈছে। ভাল লাগিল, অন্তৰ চুই গৈছে।আপোনালোক যতে আছে কুশলে থাকক।জয় আই অসম।
@pegurock421
@pegurock421 Жыл бұрын
বহুত বেয়া লাগিছে দেখি আজিৰ দিনত আমাৰ অসমীয়া ডেকা গাভৰু সকলে হাতত বন্ধুক লৈ বিহু পালন কৰিব লগীয়া হৈছে।
@rajibkumarnath5591
@rajibkumarnath5591 Жыл бұрын
তেওঁ লোকে যে বাহিৰত থাকি বাপুতিখাহুন টো জীয়াই ৰাখিছে ভাল 😂লাগিছে। আমাৰ অসমত থাকি কিছুমানে আকৌ বিহুতো ............
@tanche9085
@tanche9085 Жыл бұрын
2mi gandu
@Doleypuneswar222
@Doleypuneswar222 Жыл бұрын
🥲🥲
@Trends_only07
@Trends_only07 Жыл бұрын
বহুত বহুত শ্ৰদ্ধা থাকিল সকলোলৈ । মোৰ দেউতাও এজন প্রাক্তন আলফা আছিল.. তেওঁৰ মুখত সৰু পৰাই আপোনালোকৰ দেশপ্রেম, সাহসৰ কথা শুনি আহিছো। আপোনালোকৰ লগতে আপোনালোকৰ পৰিয়াল ভালে থাকক লগতে সকলোলৈ ৰঙালী বিহুৰ উলগ যাচিলো। বহুত বহুত মৰম❤ জয় United liberation Front of Assam (ulfa) ❤
@papariborah3393
@papariborah3393 Жыл бұрын
চকুৰ পানী ওলাই আহোঁতে হে গম পালো মই কান্দি আছোঁ । মনটো কান্দি উঠিল বিহু শুনি । ভালে থাকক আপোনালোক ।
@matuuboruah9770
@matuuboruah9770 Жыл бұрын
জয় আই অসম আজি বিহু দিনা বহুত মিছ কৰিছো তোমালোকক আপোনালোকে গোয়া গানটোয়ে হিয়া ছুই গৈছে | ৰঙালী বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন থাকিল জয় আই অসমী
@morandiganta7173
@morandiganta7173 Жыл бұрын
সঁচাকৈ আবেগিক হৈ পৰিলোঁ। এটা দৰ্শক অতিক্ৰম কৰি অহা মনটোক খুণ্ডামাৰি দিছে । অতাইলৈ আন্তৰিক শ্ৰদ্ধা আৰু শুভেচ্ছা জনালোঁ। লগতে coment দিয়াবোৰ পঢ়ি ভাল লাগিছে।
@minatirajkumari2410
@minatirajkumari2410 Жыл бұрын
সকলোকে ৰঙালী বিহুৰ শুভেচ্ছা যাচিলো, ভগৱানে সকলোকে ভালে ৰাখক
@sanjibkonwar8717
@sanjibkonwar8717 Жыл бұрын
সকলোলৈকে অযোত মৰম আৰু বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল..
@mantudas3746
@mantudas3746 Жыл бұрын
অন্তৰ চুই গৈছে মই আলফাত জাৱলৈ বহু চেষ্টা কৰিও জাব নোৱাৰিলো তথাপিও আলফালৈ মৰম শ্ৰদ্ধা ওঁ ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিলো
@nayanmanirajbongshi57
@nayanmanirajbongshi57 Жыл бұрын
ৰিনিকি ৰিনিকি গান ত কৈ বহু বেছি ভাল হৈছে। মন জুৰ পৰি গল। জয় আই অসম❤
@rupamsutradhar6006
@rupamsutradhar6006 Жыл бұрын
জয আই অসম.সচাকৈ বহুত আপলুত হৈছো আমি.বহুত বহুত ভাল লাগিল.সঁচাইআমি অসমীয়া বুলি গৌৰৱ কৰো.
@pranjalborahcreation9745
@pranjalborahcreation9745 Жыл бұрын
ভালে থাকিবি । ভগৱানে তহতঁক মঙ্গল কৰক। বিহুৰ বহুত বহুত শুভেচ্ছা থাকিল।
@moinajaanyt
@moinajaanyt Жыл бұрын
Bhal lagiseda ja i assam
@Thelearning3
@Thelearning3 Жыл бұрын
মজা , ইমান কঠিন আৰু ব্যস্ততা মাজটো অসমীয়া পৰম্পৰাগত ৰীতি-নীতি প্ৰতি যি শ্ৰদ্ধা । ইয়াক সন্মান জনাই আপোনাৰ লোককো ৰাঙলী বিহুৰ শুভেচ্ছা জনালোঁ। জয় আই অসমৰ 🎉🙏🏾
@utpalnath123
@utpalnath123 Жыл бұрын
ৰঙালী বিহুৰ শুভেচ্ছা থাকিল।
@ajoyrajkonwar1739
@ajoyrajkonwar1739 Жыл бұрын
তোমাৰ লোক থকা লৈকে অসমৰ ভাষা সংস্কৃতি ৰক্ষা হৈ থাকিব , ভাল লাগিল নিজৰ জাতি , ভাষা , সংস্কৃতিৰ ৰক্ষা বাবে নিজকে অৰ্পণ কৰি , বিনা নিজৰ স্বাৰ্থ নথকা কৈ উলাই গলা , ভালে থাকক সকলো❤❤❤ ❤
@jitenkonwar2942
@jitenkonwar2942 Жыл бұрын
মনতো বৰ দুখ পালো।। দাদা হতক ভগৱানে কৃপা কৰক।
@as02ranjuvlogs29
@as02ranjuvlogs29 Жыл бұрын
কোটি কোটি প্ৰণাম তোমালোকলৈ ককাইদেউ সকল। এই হেপা৺হৰ ৰঙালী বিহু টোত তোমালোকক এনেকে দেখি বৰ দুখ লাগিছে। ভগবানে কুশলে ৰাখক সকলোকে আৰু প্ৰতি জন তেজাল ডেকা লৈ মোৰ বিহুৰ শুভেচ্ছা থাকিল। যদি পাৰা ঘুৰি আহা তোমালোক ।
@anirbanbaruah867
@anirbanbaruah867 Жыл бұрын
সুন্দৰ বিহু গীত জয় আই অসম
@পইতাভাতগগৈ
@পইতাভাতগগৈ Жыл бұрын
জয় আই অসম🙏🙏🙏 ৰঙালী বিহু শুভেচ্ছা থাকিল। ইমান ধুনীয়া লাগিছে নহয় কবলে ভাষা নাই আৰু সঁচাই দেই। ভালে থাকক সকলো আশীৰ্বাদ কৰিছোঁ। বিহু গীত শুনি হৃদয় চুই গৈছে।
@vreeguchangmai3355
@vreeguchangmai3355 Жыл бұрын
অসমৰ বিপ্লৱ জোৱান সকল জিন্দাবাদ।।জয় আই অসম।।।
@ranaborboruah4380
@ranaborboruah4380 Жыл бұрын
আলফলৈ নতুন বছৰটো ভালে থাকিবলৈ মোৰ আন্তৰিক মৰম জাচিলো জই আই অসম আলফা /আমাৰ অসম চৰকাৰৰ দুখত আমাৰ ধুনীয়া লৰা ছোৱালী ভোৰ হাতত অস্ত তুলি লৈ হাবি মাজলে গৈছে কিয় জানে নেকি নিজৰ আই মাটিক সুৰক্ষা দিবলৈ আৰু আমাৰ সমাজক আলফা নহলে আমাৰ অসম খন এদিন মুছলিম ৰাজ্য হল হলে আৰু বাংলাদেশী হল হলে /জয় আই অসম আলফা
@priyam_borgohain2167
@priyam_borgohain2167 Жыл бұрын
ককাইহত ভালে থাক বিহু শুভেচ্ছা থাকিল😊
@bhubanchutia1142
@bhubanchutia1142 Жыл бұрын
নতুন বছৰৰ ৰঙালী বিহুৰ আন্তৰিক হীৰা ভৰা শুভেচ্ছা জাছিলো। আশাকৰোঁ আপোনালোক সকলোৱে সদায়েই যেন সুখত থাকে। তাৰেই কামনা কৰিলো।বিহুতি চাই বহুত ভাল লাগিছে।আৰু আগলৈকে আগুৱাই যায় যেন।
@babuhaloi4942
@babuhaloi4942 Жыл бұрын
খাতি অসমীয়া ❤
@bhupendas9350
@bhupendas9350 Жыл бұрын
ৰঙালী বিহুৰ লগতে নৱ বৰ্ষৰ বহুত বহুত শুভেচ্ছা জনালোঁ। আটাইৰে মংগল কামনা কৰিলোঁ।
@babulborah8602
@babulborah8602 Жыл бұрын
বিহুৰ শুভেচ্ছা থাকিল ভাই হত ❤ জয় আই অসম ✌️
@kutibhai2.752
@kutibhai2.752 Жыл бұрын
ভগৱানক প্ৰাৰ্থনা কৰিম তোমালোকক সদায়ে মংগলৰে ৰাখক যেন । সদায়ে এই ‌দৰে থাকিবা জয় আই অসম 🙏🙏🙏🙏🙏🙏🙏🙏
@lohitrohitofficial5887
@lohitrohitofficial5887 Жыл бұрын
জয় আই অসম 😘😘😘😘😘। অসমীয়া নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ।ককাইহঁতৰ সু-স্বাস্থ্য, আৰু দীৰ্ঘায়ু আন্তৰিকতাৰে কামনা কৰিছোঁ।
@assamfirebase6892
@assamfirebase6892 Жыл бұрын
আপোনালোক আৰু আপোনালোকৰ পৰিয়াল সমূহক ভগৱানে কুশলে ৰাখক | আৰু ভগবানক পাৰ্থনা কৰিছো সোনকালে যাতে এই সমস্যা সমাধান হয় | জয় আই অসম
@prabalhazarika3088
@prabalhazarika3088 Жыл бұрын
জয় আই অসম ককাইদেউ সকল সুখত থাকক ভগৱানে মঙ্গল কৰক তাৰে কামনা🙏
@bhupendas2426
@bhupendas2426 Жыл бұрын
ভালে ৰাখক সুখেৰে থাকক তাকে কামনা কৰিলো ভগৱানৰ উচৰত বিহুলৈ আটাইকে স্বাগতম
@JayantaBaruah-sg2pq
@JayantaBaruah-sg2pq 11 ай бұрын
ঘৰ সংসাৰ এৰি এনেকৈ এখন অজান দেশত নিজৰ পৰম পৰা ৰক্ষা কৰি আছ গৈ তনহঁতে। কুখলে থাক। জয় আই অসম
@a.d119
@a.d119 Жыл бұрын
❤ জয় আই অসম ❤ o God গা বিজ-বিজাই গল আৰু অলপ emotional hoi golu 😢😢😢❤জয় আই অসম❤
@zgofficialassam7536
@zgofficialassam7536 Жыл бұрын
জয় আই অসম ❤
@deepnath8266
@deepnath8266 Жыл бұрын
Zubin da love you 😍
@zgofficialassam7536
@zgofficialassam7536 Жыл бұрын
@@deepnath8266 tq so much
@Evil._.Rider_07
@Evil._.Rider_07 Жыл бұрын
Ami join koribo but kirokom korbo join
@devtaid2070
@devtaid2070 10 ай бұрын
😂​@@deepnath8266
@MoinaBora-of2iv
@MoinaBora-of2iv 9 ай бұрын
😊😊
@darpandeka5141
@darpandeka5141 Жыл бұрын
আলফা স্বাধীনলৈ ৰঙালী বিহুৰ শুভেচ্ছা যাচিছো। ভালে কউশলএ থাকক । সপোন বাস্তৱ হক ।
@nipulburagohain4333
@nipulburagohain4333 Жыл бұрын
বহুত ভাল লাগিল। বিহুৰ শুভেচ্ছা জনালো ককাইদেউ সকললৈ।
@jd1963
@jd1963 Жыл бұрын
Bihu huni sokupani ulaise eman dhuniake gai#ebupaihot valethakok vhogobanor usorot pray jonaisu👌❤💘
@shivampoultryfarmandhatche9580
@shivampoultryfarmandhatche9580 Жыл бұрын
সুন্দৰ প্রদর্শন। ❤❤❤❤
@krishnakantalahon6167
@krishnakantalahon6167 Жыл бұрын
পোন প্ৰথমে অসমীয়া বীৰ ককাইদেউ সকললৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জনালোঁ ৷ ❤❤অতি সুন্দৰ হৈছে...আৱেগিক হৈ পৰিলো 🥺🥺চকুপানী ওলাই গ'ল ৷ ভালে থাকক সদায়🥺❤ জয় আই অসম ❤✊
@Akah337
@Akah337 Жыл бұрын
ঘৰ ,,পৰিয়ালৰ মৰম চেনেহ,এৰি,,ম্যানমাৰ শিবিৰত থকা,সকলো ,,সেনা সকল বিহুৰ ,শুভেচ্ছা জাচিছো,,,🥺🥺🥺🥺💝💝,,, জাতি স্বাৰ্থ ত নিজকে ত্যাগ কৰা, বিপ্লৱী মহান ব্যক্তি সকল লৈ ,মোৰ পৰা বহুত শুভেচ্ছা।,, জয় আই অসম ❤️❤️❤️
@Dhasu-Gamer-----------6115
@Dhasu-Gamer-----------6115 Жыл бұрын
অন্তৰ খন খুন্দিয়াই গল।।।। প্ৰতিটো শব্দ এ মনটো ভাঙি পেলালে।।।।
@PRANJALMECH-cn2no
@PRANJALMECH-cn2no 5 ай бұрын
জয় আই অসম ককাই হত ✊❤️
@sonitsaikia1884
@sonitsaikia1884 Жыл бұрын
আজি ৰণাঙ্গনত নামিছে সূৰ্যৰ শকতি লৈ, অজেয় মুক্তি বাহিনী.....বিহুটি শুনি মন ৰাই-জাই কৰা আপোনালোক সকলোলৈকে ৰঙালী বিহু ও নৱ বৰ্ষৰ শুভেচ্ছা জনালো আৰু য'তে আছে ভগৱানে কুশলে ৰাখক।
@Rocksmusicianofficial
@Rocksmusicianofficial Жыл бұрын
দাদা'সকলক ৰঙালী বিহু মৰম আৰু শুভেচ্ছা যাছিলো......👏 লগতে দাদা সকল যাতে ভালেই থাকে তাই কামনা কৰিলো 🙏
@jintuarandhara6724
@jintuarandhara6724 Жыл бұрын
সচাই অতি সুন্দৰ❤..জয় আই অসম
@NeekhitaPhukan
@NeekhitaPhukan 7 ай бұрын
জয় আই অসম 🙏 ৰঙালী বিহু শুভেচ্ছা থাকিল ককাইহঁত।
@Debajitdr2ex
@Debajitdr2ex Жыл бұрын
বশুত সুন্দৰ হৈছে কি কৰিবা তোমালোক অসম দেশৰ বাবে ঘৰৰ সকলোককে এৰি আহি অসমী আইৰ বাবে ওলাই আহিছা ।। আৰু মই ও দেশমাতৃৰ বাবে ঘৰৰ সকলোককে এৰি আহিছো এই বিহুৰ সময়ত কিন্তু অলপ বেলেগ মই আৰ্মীত আশীৰ্বাদ কৰিছোঁ সকলোৱে ভালে থাকে জয় আই অসম
@balidhardowarah4652
@balidhardowarah4652 Жыл бұрын
“জয় আই অসম” ৷বিহুৰ আন্তৰিক শুভেচ্ছা থাকিল বিপ্লৱী সেনানীসকল ৷
@dadugogoi5548
@dadugogoi5548 Жыл бұрын
ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ।🙏🙏
@donsaloilifestyle5090
@donsaloilifestyle5090 Жыл бұрын
ভালদৰে কুখলে থাকা সকলো 😢❤❤❤❤
@khargeswarkalita4630
@khargeswarkalita4630 Жыл бұрын
গাঁৰ নোম শিয়ৰি গল। ভগৱানে মঙ্গল ৰাখক।অসম আৰু অসমীয়াৰ হৈ তোমা লোকক বিহুৰ শুভেচ্ছা jaasilu
@likhongogoiofficialvlogs7455
@likhongogoiofficialvlogs7455 Жыл бұрын
সকলোৱে ভালে থাকক তাৰে প্ৰৰ্থনা জনাইছো।। জয় আই অসম।। ❤❤❤❤
@simantanaginisimantanagini6780
@simantanaginisimantanagini6780 Жыл бұрын
ৰঙালী বিহুৰ শুভেচ্ছা থাকিল পৰেশ বৰ্তা আৰু আমাৰ বিপ্লৱী সেনা সকল। লগতে মুল সুতিলৈ ঘুৰি আহব বোলি আশা থাকিল।
@biswajitgogoi7747
@biswajitgogoi7747 Жыл бұрын
চকু যুৰি সেমেকি গ'ল। সকলো কুশলে থাকা তাৰেই কামনা কৰিলোঁ...ভাই ককাই হত।😢😢
@gautomsarmah7782
@gautomsarmah7782 Жыл бұрын
বহুত দুখ লাগিছে।অসম ৰ কাৰণে ঘৰ দুৱাৰ এৰি থাকিব লগা হৈছে।😢😢
@kobitadutta8960
@kobitadutta8960 Жыл бұрын
সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জনালোঁ
@ManjuNiranath
@ManjuNiranath 7 ай бұрын
অতি ধুনীয়া জয় আই অসম
@adityakalita5560
@adityakalita5560 Жыл бұрын
তেখেতসকললৈ ৰঙালী বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলো।
@hemkantaborah7434
@hemkantaborah7434 Жыл бұрын
অতি সুন্দৰ বিহু। আপোনালোক সকলোকে চিৰসুন্দৰ ভগৱানে কুশলে ৰাখক।
@chandanbhuyan5174
@chandanbhuyan5174 Жыл бұрын
তহতলৈ বিহুৰ আন্তৰিক শুভেচ্ছা আৰু ওলগ জনালোঁ, ভালে থাক তহতি 😢
@KamalBorah-s8u
@KamalBorah-s8u 7 ай бұрын
সকলোলৈকে ৰঙালী বিহুৰ আন্তৰিক ওলগ জ্ঞাপন কৰিলোঁ ।
@bitupangogoi6353
@bitupangogoi6353 Жыл бұрын
খাটি অসমীয়া❤️❤️ জয় আই অসম❤️❤️
@vaiindian6797
@vaiindian6797 7 ай бұрын
জয় আই অসম ❤ সকলোকে মোৰ ফালৰ পৰা ৰঙালী বিহুৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো ❤❤❤
@munindradihingia
@munindradihingia Жыл бұрын
অতি সুন্দৰ । জয় আই অসম ।
@volgs902
@volgs902 Жыл бұрын
তোমালোক সদায় ভালে থাকা ❤️ অন্তৰ চুই গল গান টু শুণি🤣🤣❤️❤️ জয় আই অসম 🚩🚩❤️❤️
@junekoch2692
@junekoch2692 Жыл бұрын
ৰঙালী বিহুৰ শুভেচ্ছাৰে সকলোকে ,জয় আই অসম 👍👍👍
@jonakjonakiaxommedini2898
@jonakjonakiaxommedini2898 Жыл бұрын
জয় আই অসম ❤ এওঁলোক আছে মানে স্বাধীন অসম খন আমি অসমীয়া হিচাপে স্বীকৃত পাইছোঁ ❤ বিহু গীতৰ শব্দ শুনি আবেগিক হৈ গলোঁ... আকৌ চিঞৰি চিঞৰি কওঁ জয় আই অসম ✊️✊️✊️
@mafiyvlog
@mafiyvlog Жыл бұрын
ভগবানো আপুনালুকক কুখলো ৰাখক 🙏🙏🙏🙏🙏🙏🔥🔥❤️❤️
@rajivbora454
@rajivbora454 7 ай бұрын
বিহুৰ শুভেচ্ছা থাকিল আলফা সদস্যলৈ
@manuramamoran5964
@manuramamoran5964 Жыл бұрын
শব্দবোৰ শুনি চকুৰ পানী ধৰি ৰাখিব নোৱাৰিলোঁ 😭 আপোনালোকক বিহুৰ শুভেচ্ছা জনালোঁ, ভগৱানে আপোনালোকক কুশলে ৰাখক 🙏 🙏🙏❤ জয় আই অসম
@MANSUMANKASHYAP
@MANSUMANKASHYAP 11 ай бұрын
Joii Aaii Axom.. Axom or krne hodai ag bahi jam.. Kokaideu hokool apunaluk bhalke thakok
@B.C204
@B.C204 Жыл бұрын
আলফা জিন্দাবাদ❤️ জয় আই অসম🚩🚩🚩🚩🚩
@jankrishnogbgld3547
@jankrishnogbgld3547 7 ай бұрын
সকলো অসমৰ বাসী ৰাইজলৈ মোৰ ফালৰ পৰা ৰঙালী বিহু আৰু অসমিয়া নববর্ষৰ আন্তৰিক শুভেচ্ছা গিয়াপন কৰিলোঁ জয় আই অসম
Из какого города смотришь? 😃
00:34
МЯТНАЯ ФАНТА
Рет қаралды 2,7 МЛН
Quilt Challenge, No Skills, Just Luck#Funnyfamily #Partygames #Funny
00:32
Family Games Media
Рет қаралды 12 МЛН
Увеличили моцареллу для @Lorenzo.bagnati
00:48
Кушать Хочу
Рет қаралды 8 МЛН
Creative Justice at the Checkout: Bananas and Eggs Showdown #shorts
00:18
Fabiosa Best Lifehacks
Рет қаралды 16 МЛН
Ong Bak | Fight Club Scene
15:05
Cinewatch
Рет қаралды 79 МЛН
DNLA MILLITANTS TO SURRENDER AND JOIN MAINSTREAM
8:30
Prag News
Рет қаралды 2,5 МЛН
Небо. Захват ССО главаря террористов.
11:45
Режиссер монтажа - Виталий Виноградов
Рет қаралды 11 МЛН
Из какого города смотришь? 😃
00:34
МЯТНАЯ ФАНТА
Рет қаралды 2,7 МЛН