Sir dihanamt tal bojiwa video dibosun.uponr video sai a mai negera bojai asu dhoynobad sir.negerar pratham taltu mor valkoi oha ni sir .
@PankajBora.Official2 жыл бұрын
Diya ase saoksun🙏👍
@runubaruah61432 жыл бұрын
Sir guru ghar tu likhito akare dile val asil
@hiranyadas2522 жыл бұрын
🙏🙏🙏🙏🙏🙏🙏🙏💐💐💐💐🙏🙏🙏🙏🙏🙏
@PankajBora.Official2 жыл бұрын
🙏🙏🙏❤️
@BNP12522 жыл бұрын
Zing zing amazing brother
@PankajBora.Official2 жыл бұрын
Thank you brother ❤️❤️
@JhanjhaOja2 жыл бұрын
Khulor gurughat Tu dibo sun
@PankajBora.Official2 жыл бұрын
Baru..
@parashborgohain71072 жыл бұрын
এই নাগাৰা জোৰ জন্ম আৰু উৎপত্তি বিষয়ে জনাতো অতি প্ৰয়োজনীয় ।কাৰণ আমি অকল নতুন চাপৰ ,সুৰ লগাই বজাবলেহে শিকিছো ।ওজনি অসমৰ নাগাৰা বেলেগ আৰু নামনি অসমৰ নাগাৰা বেলেগ ।গতিকে নাগাৰা বিষয়ে জনাব
Sar moi ak saporitu bojabo para nai plz Dekhi dibo sun
@PankajBora.Official3 ай бұрын
ভিডিঅ’ দিয়া আছে চাবচোন !
@sinmoystudio65072 жыл бұрын
চাৰ আপোনাৰ ভিডিঅ' সমূহ চাই মই গম পাইছো যে উজনি অসমৰ আপোনি এজন ভাল নেগেৰা বাদক তথা দিহানামৰ দিশত আপোনি যথেষ্ট জ্ঞাত গতিকে আপোনাৰ পৰা এটা কথা জানিব বিচাৰো যে যোৱা অলপ দিন আগত মৰিগাঁও জিলাৰ ৰাজামায়ং নামৰ এখন ঠাইত উজনি অসমৰ এগৰাকী বাইদেৱে স্পষ্টকৈ কৈছিল যে নগাঁও, মৰিগাঁও, হোজাই মানে আমাৰ মধ্য অসমৰ দিহানামবোৰ তথা সুৰ-সঞ্চাৰবোৰ ভোল। মই এটা কথা জানিব বিচাৰো যে যিহেটো দিহানামৰ কোনো লিপিবদ্ধ সংবিধান নাই গতিকে আপোনাৰ পৰা জানিব বিচাৰো যে আমাৰ মধ্য অসমৰ দিহানামবোৰ, সুৰ-সঞ্চাৰবোৰ তথা মধ্য অসমত প্ৰচলিত বাজনাবোৰ ভোল নেকি? মোক কক! কাৰণ এটা কথা চাৱক ঠাই বিশেষে যদি ভাষা সলনি হ'ব পাৰে তে দিহানামৰ সুৰ-সঞ্চাৰবোৰ সলনি হোৱাটো স্বাভাৱিক আৰু এটা কথা আমি সৰুৰ পৰা যি ভাষা শুনি আহো সেই ভাষাই শিকো বা কবলৈ লওঁ ঠিক তেনেদৰেই আমি ককা- আইতা হ'তৰ দিনৰ পৰা যি দিহানাম শুনি আহিছো সেই দৰেই আজিও তেনেদৰেই আমাৰ ইয়াত প্ৰচলিত হৈ আহিছে আৰু আগলৈয়ো থাকিব গতিকে এজন অভিজ্ঞ ব্যক্তি তথা জ্যেষ্ঠ হিচাপে আপোনাৰ মতটো জানিব বিচাৰো কৃষ্ণ🙏
@PankajBora.Official2 жыл бұрын
নমস্কাৰ । প্ৰথম কথাটো হ’ল আপুনি ভবাৰ দৰে মই কোনো পাকৈত নেগেৰা বাদক নাইবা দিহানামৰ বিশেষজ্ঞ নহওঁ । কিন্তু লোক সংগীত ভাল পাওঁ বাবে সময় ওলিয়াই মাজে সময়ে চৰ্চা কৰো । আচৰিত কথাটো হল নগাওঁ, মৰিগাওঁ, হোজাই অথবা মধ্য অসমৰ দিহা নামৰ সুৰ সঞ্চাৰ ভুল বুলি তেখেতে কি সাহসত, কি যুক্তিত ক’লে । কাৰণ প্ৰতিটো বস্তুৰে নিজা নিজা কিছুমান আঞ্চলিক বৈশিষ্ট থাকে, যিটো সেই অঞ্চলৰ পূৰ্বজ সকলৰ দিনৰ পৰা তেনেকৈয়ে চলি অহা । গতিকে কোনো এটা অঞ্চলৰ আঞ্চলিক বৈশিষ্ট নজনাকৈ ভুল বুলি কি যুক্তিৰে কলে তেখেতেহে জানিব । হয়তো লোক সংগীতৰ বৈশিষ্টৰ বিষয়ে তেখেত ভালদৰে জ্ঞাত নহয় ।এনেধৰণৰ কিছুমান ব্যক্তিৰ বাবেই আজি বিহু, দিহানাম,ভাওনা সকলোতে বিভ্ৰান্তিৰ সৃস্টি হৈছে । গতিকে তেনেবোৰ ব্যক্তিৰ পৰা ভবিষ্যতে সাৱধান হোৱা ভাল । বাকী নিজৰ অঞ্চলৰ, পূৰ্বজ সকলে দেখুৱাই যোৱা আদৰ্শেৰে , বিকৃত নকৰাকৈ কৰি যাওক । 🙏🙏
@sinmoystudio65072 жыл бұрын
ধন্যবাদ বাপ আপোনাৰ মতটো পাই ভাল লাগিছে কৃষ্ণ 🙏
@alakasonowal38442 жыл бұрын
Likhi dille basi bhal aashile gurudev
@PankajBora.Official2 жыл бұрын
লিখি দিয়া হৈছে চাবচোন !
@ujjalflutesinger31532 жыл бұрын
Dada tinisapor dibosun
@PankajBora.Official2 жыл бұрын
Dim hunkale.
@mrinalidutta20062 жыл бұрын
পংকজ বৰা আপোনাৰ নেগেৰা চাপ বজোৱা চাই মই বাছো কিন্তু কূৰুলীটো বজাব পৰা নাই কি কৰিলে অনুমান বুজা দিব নি। কাৰণ নেগেৰা বজাবলৈ বৰ আশা আছে
@PankajBora.Official2 жыл бұрын
Tar uporot bideo diya ase saoksun aru
@pankajphukan6468 Жыл бұрын
সোমনাথ বৰা ডাঙৰীয়াৰ এটা ভাষণত নেগেৰাৰ গুৰুঘাট আছে বুলি পালো।
@ChampaBhuyan-d2o2 ай бұрын
আৰু কিবা যোগ কৰিব পাৰি নেকি?
@ChampaBhuyan-d2o2 ай бұрын
নেগেৰাৰ চেউবোৰ লিখি দিব পাৰিব নেকি?
@digantadeka72012 жыл бұрын
Mozza
@dipalihatimuriaakash51552 жыл бұрын
Akonman sutikoribo pari neki
@PankajBora.Official2 жыл бұрын
Nisooy. Hokolure babe hohoj huake beleg eta dim bulihe vabisu.