নাম প্ৰসংগ || sandhya prasang || BarunBivor Saikia || সন্ধ‍্যা প্ৰসঙ্গ || বৰুণবিভোৰ শইকীয়া

  Рет қаралды 39,903

BHAKATI BHANDAR -ভকতি ভাণ্ডাৰ

BHAKATI BHANDAR -ভকতি ভাণ্ডাৰ

Күн бұрын

Пікірлер: 70
@nayanmoniduarah4739
@nayanmoniduarah4739 2 жыл бұрын
Krishna bap bohut hundar hoise
@indranilkakati6780
@indranilkakati6780 3 жыл бұрын
॥ কৃষ্ণ শঙ্কৰ গুৰু হৰি ৰাম ৰাম ৰাম ৰাম ৰাম ॥ ভকত-বৈষ্ণৱৰ শ্ৰীচৰণত ভকতি সেৱাভাগ নিৱেদন কৰিছোঁ। কৃষ্ণ ৰাম॥ 🙏
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ। জয় গুৰু শঙ্কৰ
@parthanaboruah9554
@parthanaboruah9554 2 жыл бұрын
কৃষ্ণ, আই বাপ সমস্ত 🙏
@bhakatibhandar-6378
@bhakatibhandar-6378 2 жыл бұрын
কৃষ্ণ
@pabansaikia4845
@pabansaikia4845 4 жыл бұрын
সুন্দৰ হৈছে । তাল জোৰ সৰু হোৱাৰ বাবে চেৰচেৰাই গৈছে ।
@sunitborahdo342
@sunitborahdo342 4 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ সেৱা ভাগ আগ বহালো | দুখ মৰিখন প্ৰভূ |
@ajitkumarphukan9736
@ajitkumarphukan9736 3 жыл бұрын
Krishna joy guru sankar প্ৰভু ভগৱন্তই আপোনাক লোকক কৃপা কৰক জয় গুৰু শংক কৃষ্ণ,বহুত ভাল লাগিল। 👍 ,🙏
@tankasaikia9730
@tankasaikia9730 3 жыл бұрын
Po
@tankasaikia9730
@tankasaikia9730 3 жыл бұрын
P
@ANUBHOB_AAKASH
@ANUBHOB_AAKASH 3 жыл бұрын
অতি সুন্দৰ । তালযোৰ অলপ গধুৰ হব লাগে । পাতল হোৱা বাবে উৰি গৈছে ।
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
গানিকাৰ তাল সদায় পাতল হ'ব লাগে।
@DulumoniDutta-y9i
@DulumoniDutta-y9i Жыл бұрын
কৃষ্ণ কৃষ্ণ🙏🙏🙏
@pranabdewri9505
@pranabdewri9505 2 жыл бұрын
কৃষ্ণ বাপ পৰ্ভো 🙏 নাম ভাগ বৰ ভাল লাগিল কৃষ্ণ 🙏🙏🙏🙏
@nakuldutta6204
@nakuldutta6204 2 жыл бұрын
বাপ সুন্দৰ হৈছে আপোনা ৰবালৈ সেৱা জনালোঁ ।
@dipulchangmai9863
@dipulchangmai9863 3 жыл бұрын
KRISHNA
@dwipenphukon7460
@dwipenphukon7460 2 жыл бұрын
ভকত সমস্তক দেখি থকাহেতেন আৰু ভাল লাগিলহেতেন , তালৰ শব্দটো হেডফোনত শুনি ভালেই লাগিছে , তথাপিও আৰু অলপ ওজন হোৱাহেতেন আৰু মিঠা লাগিল হেতেন , বাকী সকলো সুন্দৰ হৈছে -- কৃষ্ণ......
@Chinmoy_kohli_18
@Chinmoy_kohli_18 Жыл бұрын
মইয়ো অকলশৰে থাকি গাওঁখনলৈ, গাওঁৰ নামঘৰটোলৈ মনত পেলাই পেলাই শুনিলো।। মনটো বৰ ভাল লাগিছে।। 🙏জয় গুৰু শংকৰ🙏
@dhrubagogoi1781
@dhrubagogoi1781 3 жыл бұрын
সুন্দৰ ়শুনি ভাল লাগিল। কৃষ,
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ
@lalitgogoi1984
@lalitgogoi1984 4 жыл бұрын
শ্ৰদ্ধাৰ ধৰ্মপ্ৰাণ বাপ সমস্ত, আপোনাসবৰ চৰণত শতকুতি প্ৰনাম 🙏🙏🙏🙏
@bhakatibhandar-6378
@bhakatibhandar-6378 4 жыл бұрын
কৃষ্ণ। জয় গুৰু শঙ্কৰ
@kanakchsaikia7382
@kanakchsaikia7382 2 жыл бұрын
Krishna krishna hari ram.
@kanakchsaikia7382
@kanakchsaikia7382 2 жыл бұрын
Krishna krishna hari ram
@aairumidutta3711
@aairumidutta3711 3 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ সেৱা ৰে
@pranjoldutta7038
@pranjoldutta7038 4 жыл бұрын
Krishna bap jon bor monurom deiii ❤️ Krishna
@bhakatibhandar-6378
@bhakatibhandar-6378 4 жыл бұрын
কৃষ্ণ। কৃষ্ণ
@akmotivation8429
@akmotivation8429 Жыл бұрын
ইমান স্পীড ৷ কৃষ্ণ
@jitubharali5086
@jitubharali5086 2 жыл бұрын
কৃষ্ণ কৃষ্ণ
@ritamonibhuyan1116
@ritamonibhuyan1116 3 жыл бұрын
Krishna Krishna ,
@krishnakantanazira1390
@krishnakantanazira1390 4 жыл бұрын
কৃষ্ণ কৃষ্ণ হৰি ৰাম
@bhakatibhandar-6378
@bhakatibhandar-6378 4 жыл бұрын
কৃষ্ণ। জয় গুৰু শঙ্কৰ
@bijitsaikia5021
@bijitsaikia5021 Жыл бұрын
কৃষ্ণকৃষ্ণ
@kamalbharali1964
@kamalbharali1964 3 жыл бұрын
Prothomor bhatimar para lilamalaloi eman khar je korbaloi jaboloi gen polom hoise. Srimanta sankardeb sangha mote huwa nai amar uthi oha bhakate anedore nokoriba. KRISHNA.
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
বাদ্য বিশাৰদ ঁযোগেশ্বৰ বৰদলৈদেৱৰ দ্বাৰা প্ৰাপ্ত প্ৰশিক্ষণ অনুসৰি প্ৰসঙ্গ কৰা হৈছে। ভুল হৈছে বুলি ক'লে প্ৰশিক্ষক জনৰ ওপৰত আঙুলি উঠোৱাৰ দৰে হয়।
@akmotivation8429
@akmotivation8429 Жыл бұрын
সচাকৈয়ে
@JaanmoniSarat
@JaanmoniSarat Жыл бұрын
Krishna bap kaoti pranam
@samujjalgogoi8480
@samujjalgogoi8480 2 жыл бұрын
Krishna🙏
@bhakatibhandar-6378
@bhakatibhandar-6378 2 жыл бұрын
কৃষ্ণ
@dulumonidutta6933
@dulumonidutta6933 2 жыл бұрын
Krishna Krishna
@bhakatibhandar-6378
@bhakatibhandar-6378 2 жыл бұрын
কৃষ্ণ
@anantabhuyan
@anantabhuyan Жыл бұрын
কৃষ্ণ বাপ
@happyboy4288
@happyboy4288 4 жыл бұрын
Love from USA
@bhakatibhandar-6378
@bhakatibhandar-6378 4 жыл бұрын
কৃষ্ণ। জয় গুৰু শঙ্কৰ
@phuleswarkalita5267
@phuleswarkalita5267 3 жыл бұрын
Khundar haise bapkhakalalay namskar
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ। জয় গুৰু শঙ্কৰ
@rupamdas4885
@rupamdas4885 3 жыл бұрын
জয় শংকৰ সংঘ
@bedantaborah2548
@bedantaborah2548 2 жыл бұрын
Manumóha nam.
@pranjoldutta7038
@pranjoldutta7038 3 жыл бұрын
নাম আচাৰ্য ‌বাপ জনৰ ইমান স্পষ্ট উচ্ছাৰণ কৰিছে সচাঁকৈ প্ৰসংশনীয় হে বাপ জন কৌটি প্ৰণাম তোমাৰ চৰণত 👍👍👍👍এই চেনেলৰ বাপ জনক সেৱা জনালোঁ অনুগ্ৰহ কৰি নাম আচাৰ্য ‌বাপ জন নামটো উল্লেখ কৰিব নেকি 🙏🏿 কৃষ্ণ 🙏🏿🙏🏿 বৰুণ বিভুৰ শইকীয়া বাপ জন নেকি বাৰু (মই আনুমান কৰিছোঁ 🙏🏿🙏🏿
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
kzbin.info/www/bejne/oJTLeISAl9GWeKs ভিডিঅ'টো চাব।
@pranjoldutta7038
@pranjoldutta7038 3 жыл бұрын
@@bhakatibhandar-6378 হয় বাপ জন চালোঁ 🙏🏿🙏🏿শ্ৰৱণ সদায় কৰোঁ 🙏🏿🙏🏿 কৃষ্ণ 🙏🏿🙏🏿🙏🏿
@sumandeka1188
@sumandeka1188 4 жыл бұрын
কৃষ্ণ
@bhakatibhandar-6378
@bhakatibhandar-6378 4 жыл бұрын
কৃষ্ণ। জয় গুৰু শঙ্কৰ।
@jadavchetia5498
@jadavchetia5498 4 жыл бұрын
Fantastic. Why someone dislike
@bhakatibhandar-6378
@bhakatibhandar-6378 4 жыл бұрын
Welcome. Thanks. They know.
@JaanmoniSarat
@JaanmoniSarat Жыл бұрын
🎉😂 16:06
@jadavchduttajadavchdutta5854
@jadavchduttajadavchdutta5854 3 жыл бұрын
Guru bhatima basi khar haise. Laha lahe gaboli jatna koriba..
@sunitborahdo342
@sunitborahdo342 4 жыл бұрын
কিতাপ চাই লৈছে মুখস্ত নাই | কৃষ্ণ |
@bhakatibhandar-6378
@bhakatibhandar-6378 4 жыл бұрын
কৃষ্ণ বাপ। প্ৰসঙ্গৰ পৰা ৰেকৰ্ডিং কৰি দিয়া হৈছে। কিতাপ চাই লোৱা নহয়। কিয়বা আপোনাৰ কিতাপ চাই লোৱা যেন লাগিল? channel টো subscribe কৰি ল'ব। এই প্ৰসঙ্গৰ ভিডিঅ'ও আপলোড কৰা হ'ব।
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
kzbin.info/www/bejne/pGm2mXivhKdqg6s
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
kzbin.info/www/bejne/oJTLeISAl9GWeKs
@ritamonibhuyan1116
@ritamonibhuyan1116 3 жыл бұрын
Bap jona Khama korib.bakya Ashar likhisu.prashang kora Bor tan.moi murhmotiye shiki asu.sahaje iman khini monot Rakha bohut jotil tekhetor Khor holeu bohut sundor hoise.krishna bap dukh nadharib amak ,aparadh binashan taju name Narayan Jani name poshilu Saran.krishna.
@debojitbora6195
@debojitbora6195 6 ай бұрын
😂
@madhurjyagogoi6085
@madhurjyagogoi6085 3 жыл бұрын
Kisnor
@dinanathbezboruah6615
@dinanathbezboruah6615 2 жыл бұрын
কিন্তু, শঙ্কৰ অ_-গুৰু উচ্চাৰণ নহয় নেকি?
@bhakatibhandar-6378
@bhakatibhandar-6378 2 жыл бұрын
শঙ্কৰ অ' গুৰু নহয়, কৃষ্ণ শঙ্কৰ গুৰু হয়।
@hrishikeshneog
@hrishikeshneog 4 жыл бұрын
অচ্য়ুত নে অচৈত ?
@bhakatibhandar-6378
@bhakatibhandar-6378 4 жыл бұрын
অচ্য়ুত, অচৈত একোৱেই নহয়। অচ‍্যুতহে হয়।
@hrishikeshneog
@hrishikeshneog 4 жыл бұрын
@@bhakatibhandar-6378 ভকতে কিয় অনন্তঅ চৈত সনা বুলি কিয় গায়?
@ANUBHOB_AAKASH
@ANUBHOB_AAKASH 3 жыл бұрын
অনন্ত অচ্যুত সনাতন নাৰায়ণ প্ৰাণ । অ চৈত নহয় ।
Sandhya Naam Prasang || Arun Bora || নাম প্ৰসঙ্গ || অৰুণ বৰা @bhakatibhandar-6378
1:09:10
BHAKATI BHANDAR -ভকতি ভাণ্ডাৰ
Рет қаралды 48 М.
Правильный подход к детям
00:18
Beatrise
Рет қаралды 10 МЛН
BAYGUYSTAN | 1 СЕРИЯ | bayGUYS
37:51
bayGUYS
Рет қаралды 1,7 МЛН
路飞做的坏事被拆穿了 #路飞#海贼王
00:41
路飞与唐舞桐
Рет қаралды 27 МЛН
Naam Prasang || Barunbibhur Saikia
1:13:04
BHAKATI BHANDAR -ভকতি ভাণ্ডাৰ
Рет қаралды 43 М.
#Namprokhong# rajib chutia
1:01:49
JAKERI NAHIKE UPAM
Рет қаралды 88 М.
NAMGHOSA * DR. ANIMA CHOWDHURY.
42:29
Dynasty concert
Рет қаралды 888 М.
Правильный подход к детям
00:18
Beatrise
Рет қаралды 10 МЛН