নাম প্ৰসঙ্গ

  Рет қаралды 40,600

জ্যোতিময় Jyotimoy

জ্যোতিময় Jyotimoy

Күн бұрын

#ভাগৱতপাঠ #pranjitgogoi #pranjalprotimborah

Пікірлер: 97
@munmihazarika779
@munmihazarika779 10 ай бұрын
কৃষ্ণ কৃষ্ণ বাপ আই সমস্ত। অতি সুন্দৰ প্রসংগ। শুনি থাকিবৰ মন। সকলোলৈকে আন্তৰিক অভিনন্দন জনালো কৃষ্ণ আপোনাৰ চৰণত শতকোটি প্রণাম প্রভু।
@mejongpanging3972
@mejongpanging3972 26 күн бұрын
কৃষ্ণ জয় গুৰু শঙ্কৰ 🙏🙏🙏🙏
@ramnathborah7356
@ramnathborah7356 4 ай бұрын
কৃষ্ণ, অতি মনোগ্ৰাহী নাম প্ৰসঙ্গ
@krishnakantadeka6936
@krishnakantadeka6936 10 ай бұрын
বাপ জনাৰ প্ৰসঙ্গ ভাগ যিমানে শুনিছো শুনি থাকিবলৈ মন যায়।নামাচাৰ্যবাপ জনাৰ নামটি জানিবলৈ হেপাহ জন্মিছে ।জানিব পৰা যাবনে বাপ! কৃষ্ণ।
@probinbora135
@probinbora135 Жыл бұрын
অতি সুন্দৰ প্ৰভু ভগৱন্ত নাম পৰিবেশন । দুৰৈ পৰা সেৱা আগবঢ়ালোঁ । সেৱকি সকলক ভগৱন্তই কৃপা কৰক ।
@junumech7558
@junumech7558 Жыл бұрын
🙏🙏 কৃষ্ণ কৃষ্ণ ৰাম হৰি ৰাম হৰি অমূত নাম সুন্দৰ লাগিল কৃষ্ণ কৃষ্ণ
@bhumitabora2496
@bhumitabora2496 Жыл бұрын
কৃষ্ণ কৃষ্ণ ৰাম ৰাম কৃষ্ণ কৃষ্ণ ৰাম ৰাম
@JogeshDas-oh8po
@JogeshDas-oh8po 2 ай бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏
@kumudgayan1664
@kumudgayan1664 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ। নাম প্ৰসংগ সুন্দৰ, নামাচায্য বাপ ঈশ্বৰৰ লগতে সৎসংগৰ সকলো ভকত বৈষ্ণৱলৈ আন্ তৰিক সেৱা যাচিলো। নিশ্চয়কৈ বিদেহী আত্মা য়োবৈকুণ্ঠত থিতাপি লওক এয়েই প্ৰভুৰ ওচৰত প্ৰাথনা জনালো। কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@horensaikia6988
@horensaikia6988 11 ай бұрын
কৃষ্ণকৃষ্ণ!!প্ৰসঙ্গভাগি আমাৰ অত্যন্ত মৰ্মস্পৰ্শী অনুভূত হৈছে।আগলৈও অধীৰ আগ্ৰহেৰে অপেক্ষাত ৰলো।কৃষ্ণকৃষ্ণ-বাপ!
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ
@debokantosaikia1369
@debokantosaikia1369 Жыл бұрын
নামাচায্য প্ৰভূ জনাৰ কণ্ঠ বৰ ভাল লাগিছে
@probhawotiboruah586
@probhawotiboruah586 Жыл бұрын
কৃষ্ণ কৃষ্ণ প্ৰণাম প্ৰভূ সমস্ত।নাম শুনি বহুত ভাল লাগিল নআমআচআয্য প্ৰভূজনালৈ ভক্তি ভৰা সেৱা জনালোঁ সকলো সুন্দৰ পৰিবেশন কৃষ্ণ জয় গুৰু শঙ্কৰ
@bhugeswarboruah2257
@bhugeswarboruah2257 Жыл бұрын
😮😅0m 6q🎉
@rewatideka7020
@rewatideka7020 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ প্ৰনাম জনাইছো 🙏🙏🙏
@kamalphukan1365
@kamalphukan1365 10 ай бұрын
কৃষ্ণ কৃষ্ণ 🙏 পৰম মঙ্গলময় প্ৰভূ ভগৱন্ত‌ৰ গুণনাম শ্ৰৱণ কৰি সেৱা ধৰিলো ! কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏
@karunadas7602
@karunadas7602 4 ай бұрын
Krishno hori ram
@lipikarajkonwar5654
@lipikarajkonwar5654 Жыл бұрын
কৃষ্ণ কৃষ্ণ সেৱা জনালোঁ🙏
@parthagogoi1049
@parthagogoi1049 Ай бұрын
Krisana
@junaleegogoi4851
@junaleegogoi4851 4 ай бұрын
কৃষ্ণ 🙏🙏🙏🙏
@jitulmorang8449
@jitulmorang8449 Жыл бұрын
পৃথিৱীৰ মানৱ সমাজৰ সম্ভৱ ক'তোৱেই ইমান সুন্দৰ মাঙ্গলিক অনুষ্ঠান নহয়। পৰম কৃপালু গুৰুজনাই অসমীয়া সমাজখনিক কিযে কৃপা কৰিলে। প্ৰসংশাৰ বহু উৰ্দ্ধত। বাপ-বান্ধৱ-ভকত -আইমাতৃ সকলো লৈ মোৰ শতকোটি প্ৰনাম। কৃষ্ণ -শঙ্কৰ -গুৰু।
@JogeshDas-oh8po
@JogeshDas-oh8po 3 ай бұрын
কৃষ্ণ, কৃষ্ণ
@debopratimdutta6275
@debopratimdutta6275 10 ай бұрын
অতি সুন্দৰ বাপ জনৰ প্ৰসঙ্গ, দুৰৈৰ পৰা সেৱা জনালোঁ কৃষ্ণ কৃষ্ণ
@bituldihingia2569
@bituldihingia2569 9 ай бұрын
কৃষ্ণ কৃষ্ণ সমস্ত বাপ আইৰ চৰণত ভক্তিভাৱেৰে সেৱা নিবেদিলো ।
@jitengogoi981
@jitengogoi981 Жыл бұрын
হৰিনামে হৰিনামে হৰিনামে সাৰ। ৰাম নামে কৰি আছে জগত উদধাৰ হে হৰি নাৰায়ণ ।
@rekhagogoi322
@rekhagogoi322 Жыл бұрын
কৃষ্ণ হৰি ৰাম ৰাম ৰাম ৰাম ।
@gobindadeka4956
@gobindadeka4956 9 ай бұрын
Sraban. Kari. Santi. Lavilo. Pravu. Mahaliapara
@manjuborah6639
@manjuborah6639 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@gobinhazarika3620
@gobinhazarika3620 5 ай бұрын
Krishna Krishna
@rikugogoi3759
@rikugogoi3759 Жыл бұрын
Sumitra Gogoi 💐Krishna Krishna Krishna Dhany Dhany Kali Kal Dhany Nartanu val Dhany Dhany Bharat Barikhe Krishna Sakalo Dharmar Opre bahiya Hari nanme Khalkhali Hahe Aai parakeet Bidehi Jeewa Aatmak Param Aatmai yen Uddhar karak iman sundar lagichhe Nam Prasngbhagi Krishna pranam janalo Bap Aai Samastak Krishna
@hemantabhuyan3120
@hemantabhuyan3120 Жыл бұрын
নামাচায্য বাপ জনা বৰ সুন্দৰ কণ্ঠ ।নাম ভাগ জনাব নেকি
@jituhazarika4021
@jituhazarika4021 Жыл бұрын
Krishna Ram Krishna Ram
@bantiborah4174
@bantiborah4174 10 ай бұрын
বৰ সুন্দৰ হৈছে।কৃষ্ণ🙏
@AnjaliBorah-z1d
@AnjaliBorah-z1d Жыл бұрын
বহুত ভাল লাগিল শুনি। কৃষ্ণ কৃষ্ণ কৃষ্ণ। বহুত বাৰ শুনিলো।
@daisyrabha2343
@daisyrabha2343 7 ай бұрын
Krishna Krishna 🙏🙏 oti xundor sewa janaiso Krishna 🙏🙏🙏🙏
@pranjoldutta7038
@pranjoldutta7038 Жыл бұрын
বহুত বহুত ধুনীয়া লাগিছে 🥰 জয় গুৰু শঙ্কৰ 🙏🏿
@arunsaikia3875
@arunsaikia3875 6 ай бұрын
কৃষ্ণ 👏
@horinamoramiyarokh3890
@horinamoramiyarokh3890 Жыл бұрын
মাধৱ মাধৱ কৃষ্ণ
@bhagabandas5776
@bhagabandas5776 10 ай бұрын
প্ৰভু ঈশ্বৰ আপোনি কি নাম গাইছে। ইয়াৰ মিঠা, শুৱলা, আনন্দময় নাম শুনি মন ভাল লাগিছে।
@keshabbora7742
@keshabbora7742 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই সকল কৃষ্ণ 🙏🙏🙏🙏🙏🙏🙏🙏
@jeutimalakar3204
@jeutimalakar3204 Жыл бұрын
❤❤krishna krishna
@naniborah2089
@naniborah2089 11 ай бұрын
জয় গুৰু শঙ্কৰ কৃষ্ণ🙏 কৃষ্ণ🙏
@prahladchetia4233
@prahladchetia4233 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ
@PalashBoruah-m3l
@PalashBoruah-m3l 10 ай бұрын
Jai guru Sankar 🙏🙏 hundor nam prakhong huni val lagil
@priyakheebora25
@priyakheebora25 11 ай бұрын
krishna
@mukutmech2822
@mukutmech2822 11 ай бұрын
কৃষ্ণ বহুত সুন্দৰ হৈছে অজিত শইকীয়া বাপ নহয় জানু
@krishnakantadeka6936
@krishnakantadeka6936 10 ай бұрын
প্ৰসঙ্গ ভাগ শ্ৰৱনে মনত বৰ আনন্দ দিলে বাপ।নমাচাৰ্য আৰু ভকত সকলোলৈ আমাৰ ভক্তিভৰা সেৱা জনালো। কৃষ্ণ।
@MukutNeog-bc4wn
@MukutNeog-bc4wn Ай бұрын
hundar,ati hundar
@bipulbora1787
@bipulbora1787 18 күн бұрын
অতি সুন্দৰ, ভাল লাগিল।
@LALITDEKA-y8t
@LALITDEKA-y8t 5 ай бұрын
🙏🙏
@manashtalukdar8848
@manashtalukdar8848 9 ай бұрын
🙏
@bipulchandraborah5970
@bipulchandraborah5970 9 ай бұрын
মধুময় হৰিনাম বুলি ভকত সকলে এনেই কয়নে? হৰিনামৰ ৰস উঠিল উঠিছে। সকলোলৈকে সেৱা জনাইছো। কৃষ্ণ কৃষ্ণ
@nirjurajgogoi319
@nirjurajgogoi319 10 ай бұрын
Bor bhal lagil naamkhar. Krishna.
@jurisaikia8501
@jurisaikia8501 Жыл бұрын
কৃষ্ণ।
@sanjaydeka4529
@sanjaydeka4529 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ ❤
@probinbo9316
@probinbo9316 11 ай бұрын
কৃষ্ণ কৃষ্ণ ৰাম।
@ghanakantagogoi5447
@ghanakantagogoi5447 2 күн бұрын
Beutiful bap jann kishna
@rimpisaikia1294
@rimpisaikia1294 Ай бұрын
🙏❤
@DeepBoruah-u6j
@DeepBoruah-u6j 11 ай бұрын
🙏🙏🙏🙏কৃষ্ণ কৃষ্ণ কৃষ্ণ বাপ আই 🙏🙏🙏🙏
@krishnasankar-7848
@krishnasankar-7848 Жыл бұрын
কৃষ্ণ
@ratulbhuyan9798
@ratulbhuyan9798 6 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏
@karunasarmah167
@karunasarmah167 Жыл бұрын
Bhal lagil .. Krishna Krishna
@barnalidas7784
@barnalidas7784 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ সেৱা জনালোঁ
@pankajkumarborah2808
@pankajkumarborah2808 10 ай бұрын
কৃষ্ণ। জয় গুৰু শংকৰ।
@dipjyotichannel1812
@dipjyotichannel1812 11 ай бұрын
মাজুলী
@gsbharalibharali7531
@gsbharalibharali7531 Жыл бұрын
Krishna Bap 🙏🙏🙏🙏
@khogeswarigogoi1902
@khogeswarigogoi1902 Жыл бұрын
নামত উপবিষ্ট হোৱা আই বাপ সকলৰ চৰণকমলত সেৱা নিবেদন কৰা হৈছে ঊ
@LALITDEKA-y8t
@LALITDEKA-y8t 5 ай бұрын
Krishna Krishna Krishna 🙏🙏🙏🙏
@a-zhappinessoflife3766
@a-zhappinessoflife3766 Жыл бұрын
কৃষ্ণ, বাপজনাৰ নাম জানিব পৰা পৰম সন্তোষ লভিলো হয়। কৃষ্ণ
@pranjoldutta7038
@pranjoldutta7038 Жыл бұрын
অজিত শইকীয়া। শিৱসাগৰৰ ডিমৌ্
@a-zhappinessoflife3766
@a-zhappinessoflife3766 Жыл бұрын
কৃষ্ণ
@JaanmoniSarat
@JaanmoniSarat 9 ай бұрын
Krishna bap ati sundar
@gunamaidevi4570
@gunamaidevi4570 Жыл бұрын
Krishna krishna Bap samast sotkowti pranam man pran sat pari gol krishna
@ajitkumarphukan9736
@ajitkumarphukan9736 Жыл бұрын
Homost jonoloi Vokti Vora sewa jonalu joy guru Sankara 🙏 Krishna ভগৱন্তই কৃপা কৰক কৃষ্ণ
@umeshknwr9667
@umeshknwr9667 Жыл бұрын
🙏🙏🙏 কৃষ্ঞ কৃষ্ঞ
@mukutmech2822
@mukutmech2822 11 ай бұрын
অসমীয়া কেইটা শুদ্ধকৈ লিখক কৃষ্ণ অপৰাধ বিনাশন
@pabanchandrasaikia9894
@pabanchandrasaikia9894 Жыл бұрын
Bhal lagil Krishna 🙏
@jyotimedhi3252
@jyotimedhi3252 Жыл бұрын
Borma loi 🙏
@ritamoninathbora5683
@ritamoninathbora5683 9 күн бұрын
🙏🙏😰
@padmakalita6061
@padmakalita6061 Жыл бұрын
Krishna Krishna pranam jonalu apunar Arun charonat
@sumitradeka3599
@sumitradeka3599 Жыл бұрын
🙏🙏🙏🙏🙏🙏
@swapnagogoi8702
@swapnagogoi8702 9 ай бұрын
Krishna Krishna probhu apunar choronot hoto kuti pronam jonaisu Krishna Krishna
@akhilgogoi1869
@akhilgogoi1869 5 ай бұрын
Krishna Krishna
@jeetasaikia7279
@jeetasaikia7279 Жыл бұрын
কৃষ্ণ 🙏
@jakerinahikeupam7623
@jakerinahikeupam7623 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@sasankaburagohain9917
@sasankaburagohain9917 9 ай бұрын
🙏🙏🙏🙏
@hemantabhuyan3120
@hemantabhuyan3120 Жыл бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@madhurjyabora5507
@madhurjyabora5507 Жыл бұрын
কৃষ্ণ কৃষ্ণ।
@manashjyotiborah6895
@manashjyotiborah6895 Жыл бұрын
কৃষ্ণ
@hemaprabhasaikia5321
@hemaprabhasaikia5321 Жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ সেৱা নিবেদিলো কৃষ্ণ।
@bituponboraassam9322
@bituponboraassam9322 Жыл бұрын
কৃষ্ণ 🙏
@ajoynagbonshi6795
@ajoynagbonshi6795 Жыл бұрын
কৃষ্ণ কৃষ্ণ
@UrmilaBorah-ck1pd
@UrmilaBorah-ck1pd Жыл бұрын
Krishna krishna
@Sunilbhaivlogs-zl1po
@Sunilbhaivlogs-zl1po 9 ай бұрын
Krishna Krishna Krishna
@mitalidutta1382
@mitalidutta1382 Жыл бұрын
🙏🙏🙏
@munmihazarika779
@munmihazarika779 10 ай бұрын
Krishna Krishna
@madhurjyagogoi6085
@madhurjyagogoi6085 Жыл бұрын
কৃষ্ণ
#Namprokhong# rajib chutia
1:01:49
JAKERI NAHIKE UPAM
Рет қаралды 82 М.
ПРИКОЛЫ НАД БРАТОМ #shorts
00:23
Паша Осадчий
Рет қаралды 6 МЛН
АЗАРТНИК 4 |СЕЗОН 3 Серия
30:50
Inter Production
Рет қаралды 978 М.
Самое неинтересное видео
00:32
Miracle
Рет қаралды 2,7 МЛН
1st Assamese Naam Prasanga VCD
1:05:07
Madhab Kalasatra
Рет қаралды 324 М.
Naam Prasang || Arun Bora || নাম প্ৰসঙ্গ || অৰুণ বৰা @bhakatibhandar-6378
53:06
BHAKATI BHANDAR -ভকতি ভাণ্ডাৰ
Рет қаралды 68 М.
Nagoan||শিঙিয়া ফুকন খাটগাওঁ@জ্যোতিময়Jyotimoy
1:34:11
শিলগোসাঁনী থান নলবাৰী@জ্যোতিময়Jyotimoy
50:46
জ্যোতিময় Jyotimoy
Рет қаралды 16 М.
ПРИКОЛЫ НАД БРАТОМ #shorts
00:23
Паша Осадчий
Рет қаралды 6 МЛН