KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
মনৰ Negative দূৰ কেনেকৈ কৰিব ? দীপক ব্ৰহ্ম বাপ | Dipak Barhma | কৰঙা
35:49
ভাগৱত পাঠ ও ব্যাখ্যা | ব্যাখ্যাকাৰ- দীপক ব্ৰহ্ম বাপ | Bhagwat Bakhya | Dipak Barhma | জৰাবাৰী
1:05:18
REAL or FAKE? #beatbox #tiktok
01:03
Что будет если украсть в магазине шоколадку 🍫
00:39
Леон киллер и Оля Полякова 😹
00:42
Quando A Diferença De Altura É Muito Grande 😲😂
00:12
নামঘৰৰ মাহ-প্ৰসাদত চাউল মুঠি দিয়াৰ মহত্ব কি ? দীপক ব্ৰহ্ম বাপ | Dipak Barhma | নাৰায়ণপুৰ
Рет қаралды 99,897
Facebook
Twitter
Жүктеу
1
Жазылу 74 М.
Kalindee Bhomora
Күн бұрын
Пікірлер: 298
@manjuranisaikia7496
2 ай бұрын
অতি সুন্দৰ বিশ্লেষণ, প্ৰণিপাত জনালো..
@dipaligogoi8932
Ай бұрын
শত কৌটি প্ৰণাম জনালোঁ বাপ জন 🙏 বৰ সুন্দৰ আৰু সাৱলীল ব্যাখ্যা I উপকৃত হলোঁ I কৃষ্ণ
@anjaligogoichangmai3272
Ай бұрын
ইমান ভাল লাগিছে। কেতিয়াকৈ শ্ৰীমন্ত শংকৰদেৱৰ সংঘৰ সংগী হ'ব পাৰিম নাজানো, মানুহ জনক কেতিয়া কৈ বুজাব পাৰিম !
@HemenBora-fu3et
2 ай бұрын
আপোনাৰ বহুমূলীয়া ভাষণ শুনি ভাল লাগিল জয় গুৰু শঙকৰ
@kushalbhuyan1456
Ай бұрын
বৰ সুন্দৰ ভাষন।মন প্ৰাণ জুৰ কৰি দিলে। বাপ জনাক শত কৌটি প্ৰণাম। কৃষ্ণ কৃষ্ণ।
@MoheswarGogoi-gy9fl
2 ай бұрын
শুণি অতি আনন্দ পালো জয় গুৰু শংকৰদেৱৰ
@tarunmedhi8907
24 күн бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏🙏 প্ৰনাম বাপ প্ৰভু সেৱা জনালোঁ
@hiranyadas3255
Ай бұрын
অতি সুন্দৰ উপস্থাপন কৰিছে সত্য আৰু সঁচা কথা জয় শ্ৰীকৃষ্ণ ৰাম হৰি বিষ্ণু নাৰায়ন হৰি জয় গুৰু শ্ৰীমন্ত শঙ্কৰদেৱ জয় শ্ৰীকৃষ্ণ ৰাম ৰাম হৰি হৰি 🪔🌷🌹🌺🪷💯🇮🇳🌺🙏
@palkihazarika
22 күн бұрын
শুনি বহুত ভাল লাগিল।আপোনাক শতকৌতি প্ৰণাম🙏🙏
@RamDas-ru6wl
2 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু অতি সুন্দৰ বিশ্লেষণ উপস্থাপন কৰিছে, বাপ আপোনাৰ শ্ৰী চৰন প্ৰঙ্কঁজত সশ্ৰদ্ধাৰে শতকোটি সেৱা নিবেদিছো কৃষ্ণ 🙏🙏🙏🙏
@kalindeebhomora6395
2 ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@makanbharali9388
Ай бұрын
Apunar ai. Bohumulia. Vasonti. Amar bohut val lagil adin log puar asare. Krishno
@jodumonibora409
9 күн бұрын
Very interesting video so many many thanks Sir 👍💐🙏
@SarbeswariSaikia
Ай бұрын
বহু ত, বহু ত,ভাল, লাগিল,🙏🙏🙏
@ranuhazarikanayak9601
2 ай бұрын
কৃষ্ণ, বহুত ভাল লাগিল 👏👏
@pranitachoudhury-my4do
Ай бұрын
কৃষ্ণ কৃষ্ণ বাপ কৃষ্ণ 🙏
@sanskritaboro239
2 ай бұрын
কৃষ্ণ কৃষ্ণ বৈজ্ঞানিক দৃষ্টিভঙ্গীৰে গুৰুজনাৰ অৱদানৰ বিষয়ে আগবঢ়োৱা মহা মূল্যবান বক্তব্য ই আমূল পৰিবৰ্তন আনক। তাৰেই কামনাৰে কৃষ্ণ কৃষ্ণ।
@Indra-i4o
2 ай бұрын
বৰ সুন্দৰ ব্যাখ্যা কৃষ্ণ কৃষ্ণ
@atulbhuyan1863
2 ай бұрын
সম্পূৰ্ণ বৈজ্ঞানিক ভিত্তিত বিশ্লেষণাত্মক তথ্য সমৃদ্ধ ভাবে আগবঢ়োৱা বক্তব্যৰ বাবে অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ ,,,কৃষ্ণ
@mr.cartoonboy761
2 ай бұрын
BRAHMA BAP JANOLOI SAYA AG BAHALU. KRISHNA.
@kalindeebhomora6395
2 ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@kalindeebhomora6395
2 ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@BijoyPawandasBijoyPawandas
2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🏻🕉️ নমোঃ ভাগৱতেই বাসুদেবাই 🙏🏻🕉️ নমোঃ নাৰায়ণ নাৰায়ণ 🙏🏻 হৰি হৰি 🙏🏻 বহুত বহুত ভাল উপস্থাপন কৰিছে বাপ আপোনাৰ শ্ৰী চৰনত ভক্তি ভৰা সেৱা নিবেদিছু 🙏🏻 জয় কৃষ্ণ শংকৰ মাধৱ দুজনা গুৰু 🙏🏻 সুপ্ৰভাত 🙏🏻
@bipulsaikia4260
2 ай бұрын
কৃষ্ণ বাপ,জয় গুৰু শঙ্কৰ।
@kalindeebhomora6395
2 ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@ayotriphukonmohan5638
21 күн бұрын
সুন্দৰ বিশ্লেষণ
@mousumiborah93
2 ай бұрын
কৃষ্ণ কৃষ্ণ বাপজন কথাখিনি শুনি আমি নিজকে ধন্যমানিছো❤❤❤❤ ইমান সুন্দৰ ব্যাখ্যা সুনিব পাৰিছো।
@jugalbaruah6541
2 ай бұрын
Excellent speech excellent explanation. Jai shreekrishna Jai Guru SANKARA. We need you.All Assamese must listen to your speech. You are great.
@kalindeebhomora6395
2 ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@TulshiGogoi-br5iu
4 күн бұрын
বহুত ভাল লাগিছে প্ৰভু কৃষ্ণ কৃষ্ণ কৃষ্ণ
@buhachaporimeschool1014
2 ай бұрын
গুৰুত্বপূৰ্ণ তত্ব কথা। ভাল লাগিছে বাপ।
@NitumoniBorah-s7n
2 ай бұрын
কৃষ্ণ 🙏বাপজনাৰ শ্ৰীচৰণত শতকোটি সেৱা নিবেদিছো 🙏
@kamalpayeng4938
2 ай бұрын
কৃষ্ণ🙏জয় গুৰু শংকৰ মাধৱ🙏আপোনাৰ আধ্যাত্মিক জ্ঞান আৰু বিজ্ঞান আৰু গুৰু জনাৰ বিষয়ে বহুত নজনা কথা বুজি পালোঁ৷আপোনাৰ মহান ভক্তিতা শুনি বহুত ভাল লাগিল কৃষ্ণ🙏💐👏 ৰাম কৃষ্ণ🙏🎉 জয় জগত গুৰু শংকৰ মাধৱ 🙏 আপোনাৰ চৰনত দৰি কোটি কোটি প্ৰনাম গুৰু বাপ 🙏💐👏৷
@punyakonwar41
2 ай бұрын
কৃষ্ণ, কৃষ্ণ কৃষ্ণ | শুনি সঁচাকৈয়ে আপ্লুত,,,🙏🙏🙏
@lakshidas4763
2 ай бұрын
দীপক বাপজনালৈ শতকৌটি প্ৰণাম জনালো । কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@NomalBordoloi-s4s
2 ай бұрын
সুন্দৰ ভাষণ বাপজন, শতকৌটি প্ৰণাম জনালোঁ ।
@binitaborah9125
Ай бұрын
বৰ ভাল লাগিল বাপ, বহু নজনা কথা শিকিব পালো ধন্য হ'লো... জয় গুৰু শঙ্কৰ🙏🙏🙏🙏
@Krishanu1344
2 ай бұрын
কৃষ্ণ। বাপজনাৰ ভাষণে সঁচাকৈ আপ্লুত কৰিছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বিজ্ঞ পণ্ডিত সকলৰ আধ্যাত্মিক আলোচনাবোৰ যাতে সদায় প্ৰচাৰ কৰা হয় তাৰবাবে আপোনাক আমাৰ ফালৰ পৰা সেৱা ধৰিলো। কৃষ্ণ।
@kalindeebhomora6395
2 ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@bhantichoudhury9335
2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ হৰি ৰাম 🙏🙏🙏🙏🙏🙏🙏🙏
@ProbhatBoraBora
2 ай бұрын
কৃষ্ণ বাপজনায়ে অমৃত পান কৰালে আৰু বহুত নজনা কথা শ্ৰৱণ কৰি ধন্য হ'লো ।
@bhugeswargogoi5209
2 ай бұрын
বৰ সাৰুৱা প্ৰবচন শুনিবলৈ অহৰহ মন যায়। তদুপৰি তেখেতৰ ভাযনত যেন অনাকাঙ্কখিত ভাবে আহোম বিদ্যেশ বিশ্লেযিত প্ৰতিফলিত হৈছে।
@kalindeebhomora6395
2 ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏🙏
@NabinKachari
Ай бұрын
বৰ সুন্দৰ উপস্থাপন কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏
@akshaydas3990
2 ай бұрын
কৃষ্ণ বাপ, শুনি ধন্য হ'লোঁ।সময়োচিত ব্যাখ্যা আগবঢ়াইছে।
@kalindeebhomora6395
2 ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@babulborah5253
Ай бұрын
মহাভাগৱত কৃষ্ণ ।
@RatulMech-mf4uw
2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏কৃষ্ণ।
@binubora1268
Ай бұрын
বৰ সুন্দৰ হৈছে আপোনাৰ ভাষণ কৃষ্ণ কৃষ্ণ।
@SarbeswariSaikia
Ай бұрын
হে, কৃষ্ণ, প্ৰভু,দয়াময়, আপোনাক,কোন, মাতৃ য়ে, জন্ম, দিলে ইমান ধুনীয়া কৈ, ভগবানৰ, কথা, আৰু, মানুহৰ, সমাজৰ কথা, কবলৈ জ্ঞান,পালে
@RumiBasumatary-y8x
Ай бұрын
কৃষ্ণ কৃষ্ণ 🙏🙏 সেৱা জনালোঁ বহুত ভাল লাগিল।
@pallabikagohain5720
2 ай бұрын
জয় জগত গুৰু শ্ৰীমন্ত শঙ্কৰদেৱৰ। কৃষ্ণ কৃষ্ণ বাপ জনা আপোনাৰ চৰণত সেৱা জনালোঁ কৃষ্ণ
@RukmiGogoi
2 ай бұрын
কৃষ্ণ কৃষ্ণ ❤ ❤ ভাল লাগিল
@nirmaldeori4218
2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🎉🎉🎉🎉
@kalindeebhomora6395
2 ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@DeboramKonwar
2 ай бұрын
@@kalindeebhomora6395❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤ hi😊😊😊😊❤❤❤❤❤❤❤❤❤❤
@murulimuruli6816
Ай бұрын
বৰ সুন্দৰ বাপজন সেৱা নিবেদিলো
@NARAYANCHNATH-r8x
28 күн бұрын
অশেষ ধন্যবাদ
@renumalakar9046
Ай бұрын
বাপ জনলৈ সশ্ৰদ্ধা প্ৰণাম জনালোঁ 🙏
@Putupravagogoi-mw8kf
Ай бұрын
অতি উৎসাহী পবছন।ভাল লাগিলে
@putulchgayan
2 ай бұрын
🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏কি সুন্দৰ ও যুক্তিপূৰ্ণ বক্তৃতা 🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@kalindeebhomora6395
2 ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@putulchgayan
2 ай бұрын
@@kalindeebhomora6395 কৃষ্ণ 🙏🙏🙏
@mrinalmedhi8346
2 ай бұрын
প্ৰভূ জনাৰ শ্ৰী চৰণত প্ৰণিপাত জনাইছোঁ। আপোনাৰ জ্ঞানৰ বিশালতা সঁচাকৈ অতুলনীয় 🙏🙏🙏
@girishch.boruah5582
Ай бұрын
কৃষ্ণ কৃষ্ণ বাপ সেৱা জনালে
@janakikhaklari9508
Ай бұрын
Pronam jonaisu aapuni eman sunder kotha koise bohut bhal lagise , Krishna Krishna Krishna🙏🙏🙏
@ShribaneeBaishya-r8o
Ай бұрын
বাপজনাক প্ৰনাম জনালোঁ জয় গুৰু শংকৰ
@rekhamoniPhukon-u9e
Ай бұрын
কৃষ্ণ বাপজনাই ইমান সুন্দৰ কথা কৈছে এতিয়া চৰকাৰে বিদ্যালয় ত এপিএল বিপি এল কৰি বিভেদ কৰি পেলালে মেট্ৰিক পৰীক্ষা ৰ বাবে ফৰ্ম ফিলাপ কৰোঁতে এপিএলে 1500rs দিব লাগে বিপিএলে 1500rs দিব নালাগে ছাত্ৰ-ছাত্ৰী ৰ মাজত বৈষম্য সৃষ্টি কৰি দিলে
@AtulKalita-r8r
Ай бұрын
অতি সুন্দৰ বক্তব্য। কৃষ্ণ কৃষ্ণ।
@dipabailung5240
2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ব্ৰহ্ম দেৱ বৰ ভাললাগিল
@r.ctalukdar1659
Ай бұрын
বাপ জনালৈ সেৱা ধৰিলো।। আপোনাৰ পৰ্যালোচনা অতি সুন্দৰ হৈছে। মন্তব্য সমূহ অসমীয়া লিপিৰে লিখিবলৈ সেৱা ধৰিলো যিহেতু আমাৰ মাতৃভাষা অসমীয়া। ৰোমান লিপি ৰে লিখা টো অশোভনীয় দেখা যায়। আমাৰ নিজস্ব মাতৃভাষাৰ লিপি আছে গতিকে বিদেশী ৰোমান লিপি ৰে আমি কিয় লিখিম। অপ্ৰিয় হ'লেও সত্য কথা কৃষ্ণ। অপৰাধ বিনাষন তযু নাম নাৰায়ণ জানি নামে পশিলো শৰণ,,,,,,,,,,,,,,,,,,,,,,।
@PratimaBoraKalita
2 ай бұрын
Krishna Krishna provu apunar ai Amrit banie mon pran dhanya korile,
@nibeditachangmai9527
Ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ
@manjuboruh3385
2 ай бұрын
কৃষ্ণ কৃষ্ণ বাৰজন , আপোনাক শতকোটি সেৱা জনালোঁ🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@rakhihandique1701
Ай бұрын
Krishna Bap apunar how sathyar kamona korilu Krishna 🙏🙏🙏
@MonimaGogoi-ws6fr
2 ай бұрын
জয় জয় শ্্কৰদেৱ কৃষ্ণ কৃষ্ণ।
@NiranjanKonwar-y9e
Ай бұрын
Krishna Krishna bap apunak hota kuti pranam janaisu....🙏🙏🙏🙏
@padumkakati2938
2 ай бұрын
খুব ভাল পালো আমাৰ দাৰেই।
@pahigogoi2076
24 күн бұрын
🎉🎉🎉🎉❤❤❤❤❤issare.arkhibad.karak.dhanybad.janaisu..jinumoni.boruah..gogoi❤ 21:14
@NiruDevi-td3hn
Ай бұрын
Krishna krishna bap pranam janalo krishna krishna 🙏🙏🙏🙏❤️
@haliramrabha9126
2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ । জয় গুৰূ শংকৰ সৰ্বা গুনা কৰ যাক এৰি নাহীকে উপাম তোহাৰী শৰনে শত কৌতি বাৰেক কৰো প্ৰনাম । সছাকৈ বৰ আনন্দিত হলো আপুনি বৈজ্ঞানিক ধাৰনাৰে বিশ্লেষণ কৰি দিয়াৰ বাবে। আপোনাৰ এনে ধৰণৰ বিশ্লেষণ বা উপস্থাপ নে সকলোকে ও পকৃত কৰিব। জগত গুৰূ শংকৰ মাধৱ দেৱ গুৰূ দূজনাৰ প্রতি মনো নিবেষ হব। আপোনাৰ এনে সুন্দৰ বিশ্লেষণে মোৰ অন্তৰে গদ গদ কৰিলে৷ দীপক বাপ জনালৈ ধন্য বাদ হে যনালো। কৃষ্ণ কৃষ্ণ কৃষ্ণ ৰাম ৰাম ৰাম। 🙏🙏🙏
@kalindeebhomora6395
2 ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@monujgogoi6111
2 ай бұрын
বহুমূলিয়া অনন্য বিশ্লেষণ।অভিনন্দন-শলাগ ললো।
@darshanachakraborty9105
Ай бұрын
Krishna Krishna Krishna Krishna Krishna Krishna Krishna ❤❤❤❤❤❤❤
@chitrakumarhazarika6622
Ай бұрын
কৃষ্ণ বাপ। ফলমূলকে ধৰি মগু ইত্যাদিৰ উপকাৰী গুণসমূহ সৰল ভাষাৰে ৰাইজক জনাই দিলে বহুত ভাল লাগিল। বাকী ভাগৱতীয় ব্যাখ্যা ভাল লাগিল। গুৰুজনাৰ আদৰ্শৰ বিৰুদ্ধে অপপ্ৰচাৰ হোৱা কথাবোৰৰ বিৰুদ্ধে সচেতন ভাৱে ৰাইজক বুজাই দিছে আপুনি। বহুত সুন্দৰ ভাষণ। সেৱা জনালোঁ।
@kalpananath3093
2 ай бұрын
বাপজনালৈ শত কোটি প্ৰণাম জনালোঁ। কৃষ্ণ কৃষ্ণ
@kalindeebhomora6395
2 ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@kamaleswarswargiary4499
2 ай бұрын
ৰাম কৃষ্ণ
@lalmohanrava7389
18 күн бұрын
কৃষ্ণ 🙏
@anjanaduttaneogmaditatio5459
2 ай бұрын
অতি সুন্দৰ বিশেষণ । আগলৈ আৰু জনাবচোন 🙏🙏
@rupamonibora8900
Ай бұрын
বাপ , বহুত ভাল লাগিল।
@subornaroy9303
2 ай бұрын
কৃষ্ণ কৃষ্ণ সুপ্ৰভাত সমস্ত জনৰবাবে কৃষ্ণ কৃষ্ণ প্ৰভু ।সেবা নিবেদিলোবাপজন
@kalindeebhomora6395
2 ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@ranju_saikia211
2 ай бұрын
কৃষ্ণ কৃষ্ণ ❤ ❤
@rajat3563
Ай бұрын
Krishna krishna Ram Ram🙏🙏
@KabitaDas-d8g
2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ ❤❤🙏🙏🙏🙏
@kalindeebhomora6395
2 ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@TilokGogoi-d3k
2 ай бұрын
হে বাপ জনা আপোনাক ভক্তি ভৰা সেৱা জনালো । 🙏🙏🙏
@JunuDutta-js8yp
Ай бұрын
কৃষ্ণ ৰাম ৰাম
@kalpananath3301
2 ай бұрын
Krishna Krishna Krishna ❤❤❤
@kalindeebhomora6395
2 ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@dipurajkonwar869
2 ай бұрын
Ram Krishna Ram Krishna 🙏💙🙏
@mamoniborah8806
2 ай бұрын
কৃষ্ণ বাপ্ আপোনাৰ বাখ্যা শুনি জিৱনটো ধন্য হলো যেন অনুভৱ কৰিলো আকৌ শুনি বনলৈ পাম যে কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ।
@DipamoniBora-s6s
2 ай бұрын
কৃষ্ণ, বহুত আনন্দ পালোঁ।
@dipalidutta2939
2 ай бұрын
কৃষ্ণ কৃষ্ণ কৃষ্ণ প্ৰভূ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🙏🙏🙏
@bontiborgohainneog9320
Ай бұрын
বৰ ভাল কথা, নাম লব লাগে
@PalashDhekialphukan
2 ай бұрын
Krishna Krishna Ram
@bobymuktiar4753
Ай бұрын
Krishna krishna pravu pranam
@sambarukumardas1357
Ай бұрын
অতি সুন্দৰ ।
@ujjalbora9810
2 ай бұрын
কৃষ্ণ বাপ 🙏 জয় গুৰু শঙ্কৰ
@medakkashmiri9838
10 күн бұрын
Brahma Bap apunaloi sewa nivedilu
@bhubenthakuria9006
Ай бұрын
কৃষ্ণ কৃষ্ণ ৰাম কৃষ্ণ প্ৰভু।
@mrinalassamnk.3365
2 ай бұрын
কৃষ্ণ 🙏🙏🙏🌹🌹
@binapanichetia582
2 ай бұрын
বৰ সুন্দৰ লাগিল ❤❤❤
@ritamoni3934
2 ай бұрын
কৃষ্ণ কৃষ্ণ প্ৰভু ,, আপোনাৰ কন্তেক টো পামনে?
@NogenKoiriNogen
2 ай бұрын
কৃষ্ণ প্ৰভু হত কোটি বাৰ প্ৰণাম 🙏🙏🙏🙏🙏🙏🙏🙏🙏 🙏🙏🙏🙏🙏🙏
@kalindeebhomora6395
2 ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@bipulkalita6116
2 ай бұрын
বাপ জনলৈ সেৱা নিবেদিছো 👏👏👏👏👏
@kalindeebhomora6395
2 ай бұрын
কৃষ্ণ কৃষ্ণ ♥️🙏
@pramilakalita4827
2 ай бұрын
🎉 কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ কৃষ্ণ 🎉🎉🎉🎉🎉🎉🎉😢😢😢😢
35:49
মনৰ Negative দূৰ কেনেকৈ কৰিব ? দীপক ব্ৰহ্ম বাপ | Dipak Barhma | কৰঙা
Kalindee Bhomora
Рет қаралды 7 М.
1:05:18
ভাগৱত পাঠ ও ব্যাখ্যা | ব্যাখ্যাকাৰ- দীপক ব্ৰহ্ম বাপ | Bhagwat Bakhya | Dipak Barhma | জৰাবাৰী
Kalindee Bhomora
Рет қаралды 40 М.
01:03
REAL or FAKE? #beatbox #tiktok
BeatboxJCOP
Рет қаралды 18 МЛН
00:39
Что будет если украсть в магазине шоколадку 🍫
Miracle
Рет қаралды 3,2 МЛН
00:42
Леон киллер и Оля Полякова 😹
Канал Смеха
Рет қаралды 4,7 МЛН
00:12
Quando A Diferença De Altura É Muito Grande 😲😂
Mari Maria
Рет қаралды 45 МЛН
1:19:45
ৰাসৰ মূল তত্ব কি জানো আহক | ৰিজু পাঠক | পুনিল হাজৰিকা গৃহত | ভাগৱত পাঠ | bhagwat path | riju pathak
UTTAM SIVASAGAR
Рет қаралды 27 М.
24:09
ভাগৱত বাখ্যা #pranjitgogoi #jyotimoi #Niyorjibonআধ্যাত্মিক #kamalagogoi #dihanam #vairalvideo #2024
NIYOR JIBON AADHYATMIK
Рет қаралды 147 М.
1:34:10
সন্তান কিয় বিকলাংগ, নপুংসক আৰু অন্ধ হয় ? দীপক ব্ৰহ্ম বাপ | Dipak Barhma | শিলাগুটি
Kalindee Bhomora
Рет қаралды 26 М.
1:51:56
নাম-ঘোষা পাঠ ও ব্যাখ্যা | ব্যাখ্যাকাৰ- মৃণাল কুমাৰ বৰুৱা | Naam Ghosa Bakhya | Mrinal Kumar Boruah
Kalindee Bhomora
Рет қаралды 103 М.
33:20
ভাগৱত পাঠ আৰু ব্যাখ্যা|প্ৰথম খণ্ড|জগত বণিয়া বাপ|Bhagawat Path Aru Bakhya|Jagat Bania|@ikklive5333
IKK Live
Рет қаралды 96 М.
1:03:53
নগাঁও ||মাধৱগুৰু জনাই শংকৰ গুৰুজনাৰ শ্ৰাদ্ধ তিথি কিয় পাতিলে
জ্যোতিময় Jyotimoy
Рет қаралды 135 М.
42:58
খঙৰ বাক্যয়ে আত্মাক আঘাত কৰিব পাৰে নে ? দীপক ব্ৰহ্ম বাপ | Dipak Barhma | কৰঙা
Kalindee Bhomora
Рет қаралды 4,7 М.
37:09
খণ্ড ২ || নাৰদক কিয় মহাগুৰু বুলি কোৱা হয় || ভাগৱতৰ শ্ৰেষ্ঠ শ্ৰৱণকর্তা কোন || @riju pathak Mahant
ভক্তিৰ সাগৰ Bhaktir Sagor
Рет қаралды 153 М.
53:39
ভাগৱত ব্যাখ্যা | জগত বণিয়া বাপ | Bhagawat Bakhya | Jagat Bania Bhagawat Bakhya | Vagawat Bakhya
Culture of Assam
Рет қаралды 245 М.
1:03:32
ভাগৱত পাঠ ও ব্যাখ্যা | ব্যাখ্যাকাৰ- দীপক ব্ৰহ্ম বাপ | Bhagwat Bakhya | Dipak Barhma | চিৰাং
Kalindee Bhomora
Рет қаралды 23 М.
01:03
REAL or FAKE? #beatbox #tiktok
BeatboxJCOP
Рет қаралды 18 МЛН