No video

নেমুৰ গছ বিন্ধোৱা পোকৰ পৰা কেনেকৈ বছাব (How to Save Lemon Plant from Insects)(Citrus Stem Borer)

  Рет қаралды 4,752

Borah's Kitchen Garden

Borah's Kitchen Garden

Күн бұрын

Пікірлер: 27
@nabajyotiborah4234
@nabajyotiborah4234 Жыл бұрын
Xundor information ❤
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
ধন্যবাদ
@jayantasaikia1607
@jayantasaikia1607 3 ай бұрын
Khura..bhut kothai hikilo
@borahskitchengarden2487
@borahskitchengarden2487 3 ай бұрын
বহুত বহুত ধন্যবাদ।
@mrinalkumarnath882
@mrinalkumarnath882 Жыл бұрын
Apunar video sai vhal laage...apuni kuar dorei korisu...vhal phol paisu
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
প্ৰেৰণা যোগোৱাৰ বাবে বহুত বহুত ধন্যবাদ
@incredible4449
@incredible4449 11 күн бұрын
Sun aru ki guri koribo lage?buja nai
@borahskitchengarden2487
@borahskitchengarden2487 11 күн бұрын
@@incredible4449 চুন আৰু তুতীয়া গুৰি কৰি সমান পৰিমাণত মিহলাব লাগে। ধন্যবাদ।
@sewalidevi1858
@sewalidevi1858 2 күн бұрын
Spray machine tur dam kiman
@borahskitchengarden2487
@borahskitchengarden2487 2 күн бұрын
@@sewalidevi1858 নাৰ্চাৰী দোকানত বিভিন্ন দামৰ sprayer পোৱা যায়।মোৰটোৰ দাম ৩৫০টকা। ধন্যবাদ।
@sewalidevi1858
@sewalidevi1858 Күн бұрын
​@@borahskitchengarden2487ধন্যবাদ।
@jaansaikia9308
@jaansaikia9308 Жыл бұрын
Val kothaa kole Dal singaa kothaa To moi u kali Katim Ase tenekuwaa...
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
তেনেকুৱা ডালবোৰে গছৰ ক্ষতি কৰে। সেই বোৰ কাটি পেলাব লাগে। ধন্যবাদ।
@nbhuyan4044
@nbhuyan4044 5 ай бұрын
টুটীয়া ক'ত পায় বা আৰু ইয়াৰ কিবা বেলেগ নাম আছে নেকি জনাবচোন
@borahskitchengarden2487
@borahskitchengarden2487 5 ай бұрын
ভূঞা ডাঙৰীয়া, টুটীয়া বজাৰৰ মচলা দোকান বোৰত পোৱা যায়। ধন্যবাদ।
@PPPEXPERIMENT
@PPPEXPERIMENT Жыл бұрын
Dada spray machine tur buy link tu lagisil 😊
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
সকলো বোৰ ডাঙৰ নাৰ্চাৰী দোকানত পোৱা যায়। গুৱাহাটীত বৰা চাৰ্ভিচত Fertico আৰু Pestokon নামৰ দুখন নাৰ্ছাৰী দোকান আছে আৰু তাতে পোৱা যায়। ধন্যবাদ।
@user-vg7nx8ug1u
@user-vg7nx8ug1u Жыл бұрын
টুটিয়া কি বোজানাই দাদা
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
টুটিয়া এবিধ ঔষধি গুণ থকা দ্ৰব্য। মচলাৰ দোকানত পায়। নাৰ্চাৰী দোকানতো পোৱা যায়।
@amlanshome100
@amlanshome100 8 ай бұрын
টুটীয়া বুলি যি পদাৰ্থ বিধৰ নাম কলে সেই পদাৰ্থ বিধক ইংৰাজীত কি বুলি কয়নো আৰু সেই পদাৰ্থ বিধ ক'ত পায় অলপ দয়া কৰি জনালে উপকৃত হ'লো হয়।
@borahskitchengarden2487
@borahskitchengarden2487 8 ай бұрын
টুটীয়া (tutia) ইংৰাজী শব্দই। অসমীয়াটো ব্যৱহাৰ কৰা হয়। ইয়াৰ chemical name কপাৰ চালফেট (cuso4). টুটীয়া ডাঙৰ মচলাৰ দোকান বোৰত পোৱা যায়। ইয়াৰ লগত চূণ মিহলাই বৰ্ডো mixture বনোৱা হয়। ধন্যবাদ।
@jaansaikia9308
@jaansaikia9308 Жыл бұрын
Gosor pulit Ruwar Agot ba pisot Xukan masor Guri Dibo pari ne nai moi di asu Full houk Loaow houk xobote...DOP...aru Uriyaa..Xuraton..Akeloge mix kori di low mati khini Tar pisot Pani sotiyai keidin man rokhar pisot puli logaow...Pulibur Thike ase atiyaa loike...Atiyaa laow puli kori asu Jati loaw aru Rongaa laow..r..aibar Bostat logam atiyaa jot korisu tat pani uthibo...
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
মাছৰ গুৰি সৰিয়হৰ খলিহৈ আৰু নিমৰ খলিহৈৰ লগত মিহলাই দিলে আৰু ভাল হ'ব। chemical সাৰ দিলে লগে লগে পানী দিব নালাগে। আপুনি যিহেতুchemical সাৰ দিছে, তাৰ লগত অধিক পৰিমানে শুকান গোবৰ আৰু পচন সাৰৰ লগত প্ৰতিটো বস্তাৰ বাবে 100গ্ৰাম মানকৈ সৰিয়হৰ খলিহৈ মিহলাব।কাৰণ বস্তাত কৰিলে মাটি যথেষ্ট সাৰুৱা হ'ব লাগিব। পানী উঠিলে বস্তাটো ডুবি থাকিলে জেকা লাগিব।বস্তাৰ গুৰি ওখ হ'ব লাগিব। ধন্যবাদ
@jaansaikia9308
@jaansaikia9308 Жыл бұрын
@@borahskitchengarden2487 Hoi thike ase Kholihoi pab tan amar yat kesu xar pai baro Dio maje maje...
@AbdusSalam-ns2lk
@AbdusSalam-ns2lk Жыл бұрын
Aponi bsi kotha koi
@borahskitchengarden2487
@borahskitchengarden2487 Жыл бұрын
বিষয় এটা ব্যাখ্যা কৰিলে অলপ ক'ব লগীয়া হয়। কিছুমানে আকৌ ভালদৰে বুজাই দিয়াটো বিচাৰে।কি কৰিব আৰু? কোৱা নোকোৱা এই দুয়োটাৰ মাজতে চলিব লাগিব। মন্তব্যৰ বাবে ধন্যবাদ।
Dad Makes Daughter Clean Up Spilled Chips #shorts
00:16
Fabiosa Stories
Рет қаралды 2,3 МЛН
If Barbie came to life! 💝
00:37
Meow-some! Reacts
Рет қаралды 77 МЛН
白天使选错惹黑天使生气。#天使 #小丑女
00:31
天使夫妇
Рет қаралды 14 МЛН
Dad Makes Daughter Clean Up Spilled Chips #shorts
00:16
Fabiosa Stories
Рет қаралды 2,3 МЛН