Рет қаралды 5,667
📌নাৱতেই আহি নাৱৰ পৰাই বানাক্ৰান্তক বাই বাই দি গুচি গ'ল ধুবুৰীৰ সাংসদ ৰকিবুল হুছেইন। বানপানীত ককবকাই থকা বন্যাৰ্তক এষাৰি মাতো নিদিলে ৰকিবুলে। ৰকিবুল হুছেইনক তীব্ৰ ককৰ্থনা সমষ্টিবাসীৰ।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/