আনাৰস সহজতে কেনেকৈ টাব বা বস্তাত উৎপাদন কৰিব পাৰি। (How to produce pineapple in Polly bag)

  Рет қаралды 859

Borah's Kitchen Garden

Borah's Kitchen Garden

Күн бұрын

Пікірлер: 12
@nonআমিষveg5348
@nonআমিষveg5348 4 ай бұрын
সুন্দৰ হৈছে। ময়ো ৰুইছিলো খাবলৈ অনা আনাৰসৰ তিনিটা আগ তাৰে দুটা ফুলিছে যত্ন নাই লোৱা বুলিয়ে কব পাৰি ভগা বাকেটত মাটি পুৰাই আগ কেইটা পুতি দিছোঁ ইমানেই!
@borahskitchengarden2487
@borahskitchengarden2487 4 ай бұрын
ভাল কথা। আগ্ৰহ থাকিলে সকলো কৰিব পাৰি। ধন্যবাদ।
@bishwajitdeka8778
@bishwajitdeka8778 4 ай бұрын
Madhuriam or kolom bimonabo Pari ni
@borahskitchengarden2487
@borahskitchengarden2487 4 ай бұрын
মাধুৰী আমৰ কলমৰ পদ্ধতি মোৰ (Borah's kitchen garden)channel ত দিয়া আছে।চাই ল'ব পাৰে। ধন্যবাদ।
@borahskitchengarden2487
@borahskitchengarden2487 4 ай бұрын
মোৰ এই channel টোতে আছে।চাই ল'ব পাৰে। ধন্যবাদ
@samarjitdas1166
@samarjitdas1166 4 ай бұрын
এডাল গছত এটা লগাৰ পিছত গছদাল কাটি দিম নে পিছত আৰু লাগিব।আৰু বস্তাটোত কি কি দিব লাগিব জনাবচোন দাদা
@borahskitchengarden2487
@borahskitchengarden2487 4 ай бұрын
পকাৰ পাছত লগা গছডালৰ গুৰিৰে পোখা ওলালে লগা গছডাল কাটি পেলাব লাগে। ধন্যবাদ।
@DineshChandraDas-uc7xy
@DineshChandraDas-uc7xy Ай бұрын
কোন মাহত ৰুব লাগে দয়া কৰি সেয়া প্ৰথমে জনাব।
@borahskitchengarden2487
@borahskitchengarden2487 Ай бұрын
@@DineshChandraDas-uc7xy দাস ডাঙৰীয়া, February, March আৰু September ত ৰুলে ভাল হয়। ধন্যবাদ।
@lipikaborah147
@lipikaborah147 4 ай бұрын
Moi apunar vdo sai dhania guti thoisilu aji 4 dnt k basi hol gojali ulua ni xun. rod paribo nalage nki bru olopo topula kaitat
@borahskitchengarden2487
@borahskitchengarden2487 4 ай бұрын
গুটিৰ টোপোলাটো মাটিৰ 1ইন্সি মান তলত সোমাই থব লাগিব। সদায় এবাৰকৈ পানী দিব লাগিব। যদি গুটি বোৰ ভাল, তেতিয়া গজালি ওলাবই। ৰ'দত ৰাখিলেও কথা নাই। ধন্যবাদ।
@lipikaborah147
@lipikaborah147 4 ай бұрын
@@borahskitchengarden2487 Dhainya bad kotha khini janai dia babe 🙏🙏
Every parent is like this ❤️💚💚💜💙
00:10
Like Asiya
Рет қаралды 21 МЛН
Running With Bigger And Bigger Lunchlys
00:18
MrBeast
Рет қаралды 129 МЛН
She's very CREATIVE💡💦 #camping #survival #bushcraft #outdoors #lifehack
00:26
Don't look down on anyone#devil  #lilith  #funny  #shorts
00:12
Devil Lilith
Рет қаралды 40 МЛН
EASY GUIDE TO OVERWINTER YOUR CHILLI PLANTS | OVERWINTER PEPPER PLANTS
14:03
Ali Raja Bagan Bari Uk
Рет қаралды 12 М.
আমাৰ আকৌ এইবাৰ লাইশাকৰ খেতি।
12:04
Diganta & Surbhi vlog(DS mix vlog)
Рет қаралды 6 М.
Every parent is like this ❤️💚💚💜💙
00:10
Like Asiya
Рет қаралды 21 МЛН