ন-বিজেপিৰ বিপদঘণ্টা ! হঠাৎ সুৰ সলনি হ’ল মুখ্যমন্ত্ৰীৰ, অসমত সুদিন আহিব পুৰনি বিজেপিৰ

  Рет қаралды 74,918

NV Live

NV Live

Күн бұрын

Пікірлер: 83
@mohangogoi9685
@mohangogoi9685 2 ай бұрын
ন বিজেপি ওপৰৰ মালকেইটা বাবেই বিজেপি পতন হোৱাটো খাটাং ।
@jibonjyotidutta622
@jibonjyotidutta622 2 ай бұрын
হিমন্ত পিয়ুয জয়ন্তমল্ল আদিৰ বাবে বিজেপি শেষ হবলৈ বেচি দিন নাই
@hemantamahanta5578
@hemantamahanta5578 2 ай бұрын
নতুন বি জে‌‌‌‌‌‌ পি নেতাকেইজনে মন্ত্ৰীত্ব পাই আকাশত তপিনা লগাই শৌচ কৰা আৰম্ভ কৰিছে ।
@masrafali927
@masrafali927 2 ай бұрын
অহংকাৰী মন্ত্ৰীৰ পাখি কাটি দিলেই বিজেপি ঠিক হৈ যাব
@rajivgogoiwarrens6290
@rajivgogoiwarrens6290 2 ай бұрын
পুৰণি সকলক খুব কামত লগাব। হাৰিব বুলি জনা কিছু আসনত পুৰনি বিজেপি দুই এজনক নিৰ্বাচন খেলাব আৰু হৰুৱাই দিব। তাৰ পাছত ন বিজেপিৰ ৰাম ৰাজ্য আকৌ আহিব।
@debenkonwar8367
@debenkonwar8367 2 ай бұрын
মাহৰ মাৰ দেখি তিলে বেতমেলা কথাটো সত্য প্ৰমানিত হ'ল ।
@mrinalmedhi8346
@mrinalmedhi8346 2 ай бұрын
নিৰ্লজ্জ,নিধক
@DilipChaudhury-qi9ge
@DilipChaudhury-qi9ge 2 ай бұрын
জয়ন্ত আৰু পিযুষ এই উপৰত মাল দুটাক চাইট kori দিয়ক তেতিয়া হে BJP দলৰ ভাল দিন আহিব
@dipakbaruah8987
@dipakbaruah8987 2 ай бұрын
ইহঁতক ভাল বুদ্ধি দি কিবা লাভ আছে ?
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 2 ай бұрын
ওপৰৰ মাল কেইটাৰ পাখি কাটিলেই সকলো ঠিক হৈ যাব ।
@Grbora94953
@Grbora94953 2 ай бұрын
সেইকেইটাক পুৰণিবোৰে গতিয়াই বাহিৰ কৰি দিয়াই ভাল।
@sivanathbhuyan-go9zq
@sivanathbhuyan-go9zq 2 ай бұрын
ন বিজেপি সকলে পদবী এৰিব জানো
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 2 ай бұрын
আৰে কংগ্ৰেছৰ পৰা আহি বিজেপিত যোগদান কৰি এতিয়া কংগ্ৰেছকে গালি পাৰি থাকে ৰাম ৰাম কতেই মৰো ।
@baikunthabarman2623
@baikunthabarman2623 2 ай бұрын
ন বিজেপি নেতা সকলক 2026 ত এজনকো টিকেট নিদিয়ে ।
@saratkalita7685
@saratkalita7685 2 ай бұрын
ন বি জে পি ক 26 টিকট নিদিলে জোলোঙাৰ মেকুৰী ওলাই পৰিব
@TridipSaikia-od3ko
@TridipSaikia-od3ko 2 ай бұрын
ন বিজে পি ৰ পদবি বোৰ এৰি দিবলাগে
@ImranHussain-d5i
@ImranHussain-d5i 2 ай бұрын
এই ফটো কপি বহুত কষ্ট কৰি পাইছে চাগে।
@anuppathak21
@anuppathak21 2 ай бұрын
Vle hoise
@user-ko9ie1gk9s
@user-ko9ie1gk9s 2 ай бұрын
সৰ্বানন্দ সোনোৱালক মুখ্যমন্ত্ৰী পাতিব লাগে।কংগ্ৰেছৰ পৰা অহাকেইজনক বিদায় দিব লাগে।
@jibonjyotidutta622
@jibonjyotidutta622 2 ай бұрын
@@user-ko9ie1gk9s সৰ্বানন্দ সোনোৱাল উপযুক্ত মুখ্যমন্ত্রী আছিল তেখতক পুনৰ মুখ্যমন্ত্রী পাতিব লাগে তেতিয়াহে অসম বাচিব |
@ripunjoygohain8164
@ripunjoygohain8164 2 ай бұрын
Mama, Jayanta and Prijush what is your dadagiri to day.
@dipendrasinghadeka5608
@dipendrasinghadeka5608 2 ай бұрын
Thanks for sharing the facts
@dipenchetia-ij4mz
@dipenchetia-ij4mz 2 ай бұрын
ন -বিজেপিয়ে সকলো আঁচনী লৈ ল'লে। প্ৰথমে হিতাধীকৰী লিচসমূহ কটন কৰি নতুন লিচ তৈয়াৰ কৰা।নহ'লে লিদাৰ থাকিব ভূটাৰ কিন্তু নাথাকে বিজেপিত খাটাং।
@puspadhardowarah1932
@puspadhardowarah1932 2 ай бұрын
ন-বিজেপি ক হে টাগেট;পুৰণি বিজেপি নহয়।
@rajivgogoiwarrens6290
@rajivgogoiwarrens6290 2 ай бұрын
ন বিজেপি🎉ক নোৱাৰে। এনেই নামত পুৰণিক কিবা কিবি দুই এটা দায়িত্ব দি ৰাখিব আৰু। । মামাৰ বুদ্ধি বহুত।
@JamalUddin-il2nt
@JamalUddin-il2nt 2 ай бұрын
মহাৰাজা মামা হিমন্তৰ ৪/৫ জন সেনাপতিয়ে আপনাৰ শৈনিক সকলক মাৰি পেলাব যেন লাগিছে আপুনি চকু মেলি চাউক
@pareshchboruah8633
@pareshchboruah8633 2 ай бұрын
Good
@jugalsonowal9065
@jugalsonowal9065 2 ай бұрын
Right
@BikashBorah-p1q
@BikashBorah-p1q 2 ай бұрын
আগতীয়াকৈ
@ripunjoygohain8164
@ripunjoygohain8164 2 ай бұрын
Mama what happened to day for Old BJP.
@satyendrabaishya8809
@satyendrabaishya8809 2 ай бұрын
নৌকা ডুবিবলৈ আৰু বেছিদিন নাই..
@Bipin-v8y
@Bipin-v8y 2 ай бұрын
এতিয়া ভালৰি লগাই লাভজনক নহ'ব।
@lakhairay2456
@lakhairay2456 2 ай бұрын
সৰু ল'ৰাৰ দৰে কথা
@KimHaany
@KimHaany 2 ай бұрын
ওপৰ মাল মাছ বেপাৰী আৰু moluwa বান্দৰ জয়ন্ত malla বৰুৱা ৰ কি হব এতিয়া l
@NabaKamal-vy6rj
@NabaKamal-vy6rj 2 ай бұрын
hi hi hi hi hi hi
@jagadishsarma4189
@jagadishsarma4189 2 ай бұрын
Pitanit paril ou basudebaya namah
@DhaneswarBarman-p8o
@DhaneswarBarman-p8o 2 ай бұрын
Aru.bohut.horu.hoi.jabo
@DebojitkrboraBora
@DebojitkrboraBora 2 ай бұрын
।।নেপালো মানে একো ফালৰ পৰাই একো আঁচনিৰে গেন্টা কেলা একো নাপালোঁ।।
@sanibdoley525
@sanibdoley525 2 ай бұрын
ন BJP সকলে নিজৰ ধন সম্পদ,ক্ষমতাৰ বাবে দলক ৰাইজৰ ওচৰৰ পৰা দূৰলৈ নিছে ।
@ranjitgowsami7891
@ranjitgowsami7891 2 ай бұрын
মামা আপুনি কিমান দিন BJP ত থাকিব সন্দেহ আছে 😂
@KhalilurRahman-dd6oc
@KhalilurRahman-dd6oc 2 ай бұрын
তোমাৰ তো ধাৰণা ঢে ৰ তুমি ধাৰণা কৰা মানুহ
@tapanchandrakalita6420
@tapanchandrakalita6420 2 ай бұрын
কেইদিনমানৰ বাবে
@mostafask6440
@mostafask6440 2 ай бұрын
Mojja
@arupgogoi7760
@arupgogoi7760 2 ай бұрын
26 ta by by hb
@gh12138.
@gh12138. 2 ай бұрын
Mama thokaloi new bjp a main😂😂😂😂😂 Old bjp new bjp r chakor😂😂😂😂
@debenkonwar8367
@debenkonwar8367 2 ай бұрын
বহুবল্কি মাটিত পৰিল মানে হাইথা মাটিত পৰিল ।
@harshitkishorlaskar
@harshitkishorlaskar 2 ай бұрын
গৰুৰ প্ৰলাপ !
@jaychankarboro4439
@jaychankarboro4439 2 ай бұрын
Nonsense BJP
@niranjantalukdar8578
@niranjantalukdar8578 2 ай бұрын
Atia tel mari love nai
@SonaliSengupta-l8g
@SonaliSengupta-l8g 2 ай бұрын
Hari o BJP
@Surajjamanprodhani
@Surajjamanprodhani 2 ай бұрын
Eok nalage
@ProbirSaikia
@ProbirSaikia 2 ай бұрын
Hi
@ponasaikia9612
@ponasaikia9612 2 ай бұрын
Bodmas ai bur BJP hatau from our motherland immediately
@ripunjoygohain8164
@ripunjoygohain8164 2 ай бұрын
Don't issue Ticket to New BJP year 2026 please.
@harshitkishorlaskar
@harshitkishorlaskar 2 ай бұрын
গৰুৰ পাল
@RijumoniAli
@RijumoniAli 2 ай бұрын
2026 B J P by by hoi jab khtang.
@NumalChanda
@NumalChanda 2 ай бұрын
Ai keinone ata xundor party xes korile
@dipankarkhargharia9952
@dipankarkhargharia9952 2 ай бұрын
SURE NERE SUR PRKITI KUKURE NERE SAI BULI KOTHA ETA ASE
@NivaManiDas-v4f
@NivaManiDas-v4f 2 ай бұрын
Aru besi din saull ni cm or
@allone2175
@allone2175 2 ай бұрын
V j p ata third class party
@beria842
@beria842 2 ай бұрын
Mcdonalds
@ranjanpds7245
@ranjanpds7245 2 ай бұрын
Piyush aru joyonto natakile 2026 himonto CM chair takibi
@umeshchetiya1340
@umeshchetiya1340 2 ай бұрын
Nasolibo
@neerajdas347
@neerajdas347 2 ай бұрын
Jayantamalla boruar dehor pas litar tejor sari litarei conggrasor
@UtpalTalukdar-z8x
@UtpalTalukdar-z8x 2 ай бұрын
You are driving based on idea. Now, what is your idea on 26
@NivaManiDas-v4f
@NivaManiDas-v4f 2 ай бұрын
Tell marise gadir voy😅
@HarinathPegu-j5f
@HarinathPegu-j5f 2 ай бұрын
Hiyalor soritro
@dipankarboro1109
@dipankarboro1109 2 ай бұрын
B J P dol bosabw Lage le Hemanta jayanta digonta pejuse bahbes aikaijon kok Hatabw lagebw .
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh 2 ай бұрын
Kam nai
@mukutnath1419
@mukutnath1419 2 ай бұрын
Piyus and Jayanta 's gesture is irritating
@durlovgogoi5946
@durlovgogoi5946 2 ай бұрын
Axomor cm bodoli hobo lagea
@masrafali927
@masrafali927 2 ай бұрын
অহংকাৰী মন্ত্ৰীৰ পাখি কাটি দিলেই বিজেপি ঠিক হৈ যাব
@shivapatar9679
@shivapatar9679 2 ай бұрын
Good
didn't manage to catch the ball #tiktok
00:19
Анастасия Тарасова
Рет қаралды 34 МЛН