নগাওঁৰ ডিফলুত উদযাপিত হোৱা ৰাস খন চাওঁক ll Rash Leela 2024 ll Ritturaj Life And Vlogs

  Рет қаралды 2,400

Ritturaj Life And Vlog's

Ritturaj Life And Vlog's

Күн бұрын

Пікірлер: 5
@junumoniborah431
@junumoniborah431 19 күн бұрын
অতি সুন্দৰ❤
@dimpiborah7887
@dimpiborah7887 19 күн бұрын
Dhuniya 🙏🏻
@mondeepfreefire4068
@mondeepfreefire4068 19 күн бұрын
Dhuniya vl lgil
@gayaprasadsarmah4740
@gayaprasadsarmah4740 18 күн бұрын
ৰাস বা ৰাসক্ৰীয়া নাটৰ অভিনয় বুলিলে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিৰচিত ৰাসক্ৰীয়া বা কেলিগোপাল নাটভাগৰ গীত নৃত্য বাদ্য সংলাপ আৰু আছূতীয়া পৰিবেশন কলা খিনিহে বুজিছিলোহঁক। আপোনালোকৰ গীত অতিশয় শুৱলা সুৰীয়া আৰু মনপৰশা হৈছে, শলাগিছো। অৱশ্যে ইউটিউবত শব্দবিলাক অস্পষ্ট হৈছে - যিটো স্বাভাৱিক। মহাপুৰুষ জনাৰ ৰচনাৰ নহয় - এনেকুৱা গীতসমূহ কেৱল মনোৰঞ্জনৰ বাবে আজি কালি চৰ্চা পৰিবেশন বহুলভাৱে কৰা হবলৈ ধৰিছে। আচলতে এনে ধৰণৰ গীতসমূহকে ৰাসলীলা বা ৰাসক্ৰীয়াৰ গীত বুলি চলাই দিয়া হৈছে আৰু নতুন প্ৰজন্মই শিকিছেও। মন কৰিব - এনেদৰেই মহাপুৰুষজনাৰ মহান সৃষ্টিৰাজী আমি পৰিবৰ্তন কৰা আৰম্ভ কৰিলোৱেই। কেৱল মনোৰঞ্জনৰ বাবে এনে কৰা হ'লে অদূৰ ভৱিষ্যতে যিকোনো পুঁজিপতিয়ে বৃহৎ পুঁজি বিনিয়োগ কৰি নিত্য নতুন গীত ৰচনা কৰি, নিত্য নতুন কলা-কৌশল প্ৰয়োগ কৰি, অধিক মুনাফাৰ আশাত, ৰাসলীলা বুলি ব্যৱসায়িক নৃত্য গীত বাদ্য সংলাপ আদি চলাই দিলে কিহৰ ভিত্তিত কোনে বাধা দিব পাৰিব? তেনেকুৱা লাভৰ বাবে হোৱা প্ৰতিযোগিতাৰ পৰিস্থিতিত পবিত্ৰ সত্ৰ সমুহে নিঃস্বাৰ্থভাবে ৫/৬শ' বছৰ ধৰি মাতৃ যশোদাই প্ৰাণকৃষ্ণক বুকুত বান্ধি লালন-পালন কৰাৰ দৰে সত্ৰীয়া সংস্কৃতিভাগ ধ্ৰুপদী সংগীতৰ এটি স্বকীয় বৈশিষ্ট্যতাপূৰ্ণ সুকীয়া থূল হিচাপে পৰিগণিত কৰোৱাই ৰাষ্ট্ৰীয় স্বীকৃতি প্ৰাপ্ত কৰোৱালেহি সেই সত্ৰীয়া সংগীতৰ অন্তৰ্ভুক্ত মহাৰাসৰ স্বকীয়তা বৈশিষ্ট্যতা কিবা বাকী থাকিবগৈনে? আজি কালি ইউটিউবতে মানুহৰ সন্মুখতে মানুহৰ পৰা চকুৰ পচাৰতে পক্ষী-জন্তু, পক্ষী-জন্তুৰ পৰা মানুহ হৈ যোৱা যাদু প্ৰদৰ্শন হৈ আছে। নিজ চকুৰে তেনে পৰিবেশন চোৱাৰ পাছত সত্ৰীয়া সংস্কৃতিৰ মুখা শিল্প চাবলৈ কোনোবা আহিবনে? নিজৰ স্বকীয়তা ৰক্ষা কৰি মহাপুৰুষীয়া নাটভাগৰে গীত নৃত্য বাদ্য অভিনয়, সংলাপেৰে ৰাস উদযাপন কৰি জগতক প্ৰদৰ্শন কৰিব নোৱাৰিনে? ইত্যাদি ভাবিবৰ সময় হৈ গ'ল। আৰু বৰ্তমানৰ পৰিবেশন বিলাকৰ পৰা বাছি কাৰ ভাগ মহাপুৰুষজনাৰ সৃষ্টি ৰাসক্ৰীয়া নাট অবিকৃত শুদ্ধ পৰিবেশন বুলি অন্যলোকক দেখুৱামহঁক??
@Anakiyai-Ao4d
@Anakiyai-Ao4d 19 күн бұрын
Bhal hua nai nas
Арыстанның айқасы, Тәуіржанның шайқасы!
25:51
QosLike / ҚосЛайк / Косылайық
Рет қаралды 700 М.
How to treat Acne💉
00:31
ISSEI / いっせい
Рет қаралды 108 МЛН
СИНИЙ ИНЕЙ УЖЕ ВЫШЕЛ!❄️
01:01
DO$HIK
Рет қаралды 3,3 МЛН
Арыстанның айқасы, Тәуіржанның шайқасы!
25:51
QosLike / ҚосЛайк / Косылайық
Рет қаралды 700 М.