No video

নগাঁৱত বহুদিনৰ পৰা সন্ত্ৰাস সৃষ্টি কৰা বাঘটো জুৰীয়াৰ ৰমজান আলীৰ চোতালত প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে

  Рет қаралды 101

Bongaigaon Times

Bongaigaon Times

Күн бұрын

#NAGAON | নগাঁৱৰ জুৰীয়াকে আদিকৰি বিভিন্ন অঞ্চলত বহুদিনৰ পৰা সন্ত্ৰাসৰ সৃষ্টি কৰা বাঘটো জুৰীয়াৰ ২ নং বৰালিমাৰিৰ ৰমজান আলীৰ চোতালত যোৱা নিশা প্ৰত্যক্ষ কৰে স্থানীয় ৰাইজে। বৰ্তমানে ৰমজান আলীৰ তামোল বাগিচাত বাঘটোৱে আশ্ৰয় লৈ থকাৰ সন্দেহ কৰা হৈছে।
ইতিমধ্যে নগাঁও জিলা প্ৰশাসনে এই সন্দৰ্ভত সতৰ্কতা জাৰি কৰি কৰিছে। উল্লেখ্য যে যোৱাকালি জুৰীয়াৰ পুঠিমাৰীত পুনৰ বাঘৰ আক্ৰমণত এজন ব্যক্তি গুৰুতৰভাৱে আহত হৈছিল। বিভিন্ন অঞ্চলত এই বাঘটোৱে সন্ত্ৰাস সৃষ্টি কৰি ৪ জন মানুহক আহত কৰাত ৰাইজ ক্ষুব্ধ হৈ পৰিছে বন বিভাগ তথা জিলা প্ৰশাসনৰ বিৰুদ্ধে।
#bongaigaontimes #NewsUpdate #BreakingNews #news #nagaonassam

Пікірлер
Joker can't swim!#joker #shorts
00:46
Untitled Joker
Рет қаралды 39 МЛН
Kind Waiter's Gesture to Homeless Boy #shorts
00:32
I migliori trucchetti di Fabiosa
Рет қаралды 12 МЛН