কৃষ্ণ মনি দা আপোনাৰ আৰু জুবিন দাৰ। গান বোৰ শুনি শুনিয়ে আমি সৰুৰ পৰা ডাঙৰ হৈছো। বহুত ভাল পাওঁ আপোনা লোক দুয়ো জনকে।
@jitubmoniray36342 жыл бұрын
জান ঐ এই যে সুৰ তু শুনিবৰ কাৰনেই ময় বাৰে বাৰে গান তু শুনো জান ঐ ও ও ও ও ❤️❤️❤️🙏 গান লিখা জনলৈ আৰু শুৰ দিয়তা জনলৈ ধন্যবাদ আৰু জুবিন দা কৃশ্নমনি দা লৈ গান তো আৰু সুন্দৰ কৈ গাই আমাক দিয়া বাবে
@RinkuDeka-u3v Жыл бұрын
এই গানবোৰ শুনিলেই কিবা অসুবিধাৰ পৰা বা বিপদৰ পৰা মুক্তি পোৱা জেন লাগে সুখ সান্তি ৰে ভৰি থকা জেন লাগে কি কম কবলৈ ভাষা নাই
@miranshvlogs922 Жыл бұрын
সচাঁ কথা কৈছে কিন্তু এইবোৰ গীত শুনিলেই বুকু ফাটি যায় কিন্তু ❤❤❤
@dipjyotibhuyan36943 жыл бұрын
জুবিন দা তুমি সদাই অন্তৰত, এই বোৰ গান শুনিলে ভিতালী বা লে মনত পৰে,, অতীতৰ স্মৃতি, সৰুতে কিমান যে শুনিলো, আমনি নালাগে
@PutulPutuldas10 ай бұрын
Asomot Zubin bosaie rakhise bihu nhli bihu ki buji napalu hoie Zubin daa a bihu nogoya hole❤
@pilingadeka Жыл бұрын
উফ জেগাত লাগি গৈছে মোৰ❤ ane dhoror geet bur hunile deha xat pori jai mon pran sui goise mon tu kiba kiba lagijai birat moja palu bohriya boria সুন্দৰ
@eigoxigo71073 жыл бұрын
ভিটালি বা তুমি অবিহনে বিহু আধৰুৱা 😭😭😭 তোমাৰ বিদেহী আত্মাই চিৰ শান্তি লাভ কৰক ঔম শান্তি 🙏🙏🙏
@utpaldas52244 жыл бұрын
এই গীতবোৰ শুনিলে হৃদয় খন কপি উঠে, সচাকৈ ,
@assamesereels44302 жыл бұрын
Ekdom
@AdityaKashyap-yc7nl9 ай бұрын
Xosa a de buku kopi jai pai ...
@RejinaBegum-pz8un14 күн бұрын
6ik
@RejinaBegum-pz8un14 күн бұрын
M kmi mmm huh t 2:38 ki 😮🎉ccç😮j a u
@RejinaBegum-pz8un14 күн бұрын
Huu. 8i. J 8 iii iii kllllllll😢I am I mi me I mi. Jjjjjji. Ooo9. M. I8 i8m ki 8iti
@nishithkumardas22053 жыл бұрын
মোৰ অন্যতম প্ৰিয় বিহুগীত এইটো ৷ দুখৰ কথা আজিকালি এনে বিহুৰ সৃষ্টি নোহোৱা হ'ল ৷