Nalbari ৰ মুকালমুৱাত অভিভাৱকে মিলি উত্তম মধ্যম সোধাই শিক্ষকক | N18V

  Рет қаралды 810,094

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Пікірлер: 459
@parthyojitflutekalita5099
@parthyojitflutekalita5099 4 ай бұрын
শিক্ষক জনে ওলোটাই কেছ দিব লাগে। এই কেইজন অধমে নিজৰ সন্তানক উপৰত উঠাইছে আৰু এদিন সেই সন্তানেই ইহঁতে কৰা অত্যাধিক মৰমৰ বাবে বৃদ্ধাশ্রমত থৈ আহিব
@puspadhardowarah1932
@puspadhardowarah1932 8 ай бұрын
ঘ টনাটো শুনি দেখি বহুত দুখ পালো।এনে"কাণ্ড ভবিষ্যতে নহওক। ছাত্ৰী কেইগৰাকীৰ পৰা একো বেয়া মন্তব্য শুনা নাপালো।কোনো"প্ৰমাণ নোহোৱাকৈণযদি শিক্ষকক মাৰ ধৰ কৰিছে তেন্তে ছাত্ৰ ছাত্ৰীৰ বাবে অতি মাৰাত্মক হব।মাৰ ধৰ নকৰাকৈ সমস্যাটো সমাধান কৰিব পাৰিলে"হেতেন। অভিভাবকে শিক্ষকক অপমান কৰা মানেই নিজৰ লৰা-ছোৱালী ধ্বংস কৰা।এনে কিছু শিক্ষক আছে লৰা-ছোৱালীক লৈ ধেমালি বা আনন্দ"উপভোগ কৰে।
@rinadeka1681
@rinadeka1681 7 ай бұрын
Ll
@umolaghar8438
@umolaghar8438 4 ай бұрын
Ulali ata ukil
@LovelyLightning-ep7jz
@LovelyLightning-ep7jz 4 ай бұрын
L
@kananadijanajatilpschool9920
@kananadijanajatilpschool9920 11 ай бұрын
অন্য সঙ্গঠন হোৱা হলে মানুহ জনক বচাবলে মাৰ বান্ধি থিয় হল হেতেন ।শিক্ষকৰ একতা নই ।
@ranjitduttaey3967
@ranjitduttaey3967 11 ай бұрын
আইন হাতত লোৱা টো ভাল নহয়, সন্দেহৰ ভিত্তিতে আইন হাতত লোৱা পদক্ষেপক গৰিহণা হে দিব , কাৰণ পাঁচ গৰাকী ছাত্ৰী থকাৰ উপৰিও সন্দেহৰ ভিত্তিতে আইন হাতত লোৱা টো সকলোৱে ধিক্কাৰ দিব
@pranabbarman9255
@pranabbarman9255 11 ай бұрын
সত্যতা উদ্ঘাটন নোহোৱাকৈ.. সন্দেহৰ ভিত্তিত এনে অপমান কৰাটো উচিত নহয়
@zakirhussainmazumder519
@zakirhussainmazumder519 11 ай бұрын
@MerijaBegum-oc5jl
@MerijaBegum-oc5jl 8 ай бұрын
Ki bal k o laj laji kela aji Muslim hb lagisil bari Kati dili hoi
@slayergaming1851
@slayergaming1851 8 ай бұрын
Thikei koise
@jalalali1864
@jalalali1864 6 ай бұрын
ইষ্ট ইগ'ঞঞ্জ❤​দৰে ছয়@@zakirhussainmazumder519
@jaaan6669
@jaaan6669 5 ай бұрын
Right bro Aagot aapuna loke suwali bilak kot khudi bo lage actual ghotona na tu ki aasil..anei sandehot anekuwa kora tu baal nasil. Ejon hikhok .. udahoron exam ott jetiya answer tu bhul hoi tetiya mark naa pai sothik answer tu holei mark pabo, tene hole aapuna loke sathik bichar tu karibo bo lage actual ghotona tu ki heitu suwali bilak ok khudi bo bhal ke tar pisot niyaijo decision luwa uchit
@শ্ৰীসঞ্জীৱ
@শ্ৰীসঞ্জীৱ 11 ай бұрын
কেৱল সন্দেহৰ ভিত্তিত এজন শিক্ষকক এনে কৰাটো ভাল হোৱা নাই । ছাত্ৰী কেইজনীক সোধিলে হয় দেখোন । স্কুলৰ সময়ত খানা খোৱাবলৈ অন্য ঠাইত লৈ যোৱাটো ভুল হৈছে কিন্তু প্ৰমাণ নোহোৱাকৈ মাৰ ধৰ আৰু মিডিয়া মাতি এনে কৰাটো একপ্ৰকাৰে ভুল সিদ্ধান্ত ।
@RahulPatar-lf5ps
@RahulPatar-lf5ps 11 ай бұрын
Xmi thakute action lbo lage borxun juar pishot japi bisahri ki lav headmastere nije koiseh gom nupuwar kotha tumar mote kiba eita nuhuwaloi roy thakibo lageh neki xompurno news tu shai loihe coment koriba eine ji ti coment nokoribah
@Najir-husain
@Najir-husain 11 ай бұрын
Public a bohut beya krise, Public k uporot action labo lage...
@শ্ৰীসঞ্জীৱ
@শ্ৰীসঞ্জীৱ 11 ай бұрын
@@RahulPatar-lf5ps মই যি তি কমেন্ট কৰা হয় এজনেওঁ মোৰ কমেন্ট টোত লাইক নকৰিলে হয় ।
@Regional-i7b
@Regional-i7b 11 ай бұрын
Eijon Renda hoi teacher nohoi, Rapist hoi kla, toi kun hoi murkho kla ?
@Najir-husain
@Najir-husain 11 ай бұрын
@@Regional-i7b Tuk o rap krisil nki
@trikenhaloi5116
@trikenhaloi5116 11 ай бұрын
ছোৱালী কেইজনিক কথা বোৰ সোধিলে সকলো ওলাই পৰিব কিয়াও মাৰিব লগা হৈছে
@MubarakAli-iu2gt
@MubarakAli-iu2gt 11 ай бұрын
মই এজন শিক্ষক মই' জানো এজন শিক্ষকে ছাত্ৰ/ছাত্ৰীক নিজৰ সন্তানতকৈয়ো অধিক মৰম কৰে।
@MerijaBegum-oc5jl
@MerijaBegum-oc5jl 8 ай бұрын
Kio morom korar vag ase alie kora hole bari kat hathe korile aku nai amar jhrhra bilak ktha moril coment koribo buja gl amar manuhe vabe hl aru kiba bul buja
@ssengmanchey9591
@ssengmanchey9591 7 ай бұрын
Love for only 4 to 5 female students is very suspicious...and please dont try to lecture about loving students more than your child utter nonsense...
@PriyashreeKhound
@PriyashreeKhound 7 ай бұрын
Dhet ki faltu parents o ....
@miduldutta8798
@miduldutta8798 6 ай бұрын
মানুহ বোৰৰ কলি প্ৰভাৱ ভাদ দৰে পৰিছে , জনা গৈছে আৰু, জয় শ্ৰী ৰামমমমমমমমমমমমমমমম 🙏🙏🙏
@dhanjitrabha5809
@dhanjitrabha5809 11 ай бұрын
আইন হাতত তুলি লোৱাটো কাৰো বাবে উচিত নহয়।
@alexboy_yt
@alexboy_yt 8 ай бұрын
Thikei koise
@maotsetung243
@maotsetung243 4 ай бұрын
but how is it right to do the crime.
@junurajbongshi8153
@junurajbongshi8153 11 ай бұрын
মানুহক এনেকৈ একো নাজানাকৈ ইমান বেয়াকে শাস্তি দিব নালাগে
@MerijaBegum-oc5jl
@MerijaBegum-oc5jl 8 ай бұрын
Toi ko sun Ali hole ki Koli hoi khei karone vagabane maje maje Ane Kam kori diye jate hahibo nuwra
@ParthapratimBaruah-r8i
@ParthapratimBaruah-r8i 11 ай бұрын
মোৰ মতে ছোৱালী কেজনী হৰামি আছে শিক্ষক মাৰি ভূল কৰিছে
@bringerofdeath1818
@bringerofdeath1818 9 ай бұрын
sutmarani nijor manhu karne bosai aasa na rendir putek
@debakumardatta9529
@debakumardatta9529 9 ай бұрын
Don't blame the girls students Whether parents and Head master allowed the teacher to do that
@Khagendaimari123
@Khagendaimari123 8 ай бұрын
Tur suwali joni asil nki😂
@lofiboy2k-4b
@lofiboy2k-4b 6 ай бұрын
Toi jano ki hoise
@as-imusiccompany3442
@as-imusiccompany3442 11 ай бұрын
aku beya kotha nohoi . Jot 5jon satri akeloge tat kuno beya kam huwa hombob nohoi. .. ❤ aiyat hikhokor kuno beya lokhon nai
@ansulabrahma6730
@ansulabrahma6730 2 ай бұрын
training di aase koti maara chances loi aase, kio noare ,thar formula khela, he ssdibo
@PradipKumarDas-w7m
@PradipKumarDas-w7m 8 ай бұрын
প্ৰধান শিক্ষক জনৰ ভূল আছে স্কুল চলি থকা সময়ত কেনেকৈ চাৰিজনী ছোৱালী যাৱ পাৰে।গতিকে প্ৰধান শিক্ষক জনৰ ওপৰতো কিবা বেৱষ্টা লৱ লাগে
@Assamese_girl_jonali
@Assamese_girl_jonali 2 ай бұрын
ইমান ভদ্ৰ ? এনে কিছুমান ঘটনাৰ বাবে ছাত্ৰ/ ছাত্ৰী সকলে লায পাই এনেকুৱা ঘটনাৰ বাবেই ছাত্ৰ /ছাত্ৰী মাৰামাৰি কৰিব সুবিধা পায় মই নিজই এজন ছাত্ৰ দুখ পালোঁ এইবোৰ দেখি
@apurbathakuria6457
@apurbathakuria6457 4 ай бұрын
ছাৰ ভূল হৈছে যদি ক্ষমা খুজিব, সন্দেহ সকলোৰে মূল নহয়।উচিত প্ৰমাণৰ প্ৰয়োজন। কাৰণ শিক্ষক এগৰাকী শিক্ষা আৰু সমাজৰ মূল সুঁতিৰ প্ৰতিষ্ঠাপক।
@rtamuli8511
@rtamuli8511 11 ай бұрын
এইয়া কোনো প্ৰমাণ নোহোৱাকৈ সন্দেহৰ ভিত্তিতে অপমান কৰাটো যুক্তি কত?
@kidscartoon_46
@kidscartoon_46 5 ай бұрын
Tomar manu bea lage
@Getreadytofight-p9c
@Getreadytofight-p9c 11 ай бұрын
Ki bhul hol moi buji pua nai....khana khuai meli olop furabo loi goise. Ki nu beya kaam korile. Horu bacchak moromot e khana khuaise aru furaise. Students burok hudhilei hol kiba beya kaam korise jodi. Aku hua nai, misake phosaise.
@Regional-i7b
@Regional-i7b 11 ай бұрын
Rape koribo bisarisil suwali k
@Bastab_jyoti
@Bastab_jyoti 11 ай бұрын
The point❤
@ApulicaOfficial
@ApulicaOfficial 11 ай бұрын
স্কুলৰ সময়ত নিয়া অনুচিত।
@tapanuzir5713
@tapanuzir5713 8 ай бұрын
Vul public r hy . teacher nhy .
@ssengmanchey9591
@ssengmanchey9591 7 ай бұрын
But why only few female students thats the question everyone should think about
@AbdulHamid-em4ky
@AbdulHamid-em4ky 11 ай бұрын
শিক্ষকে নিজৰ দায়িত্ব আৰু কতব' সঠিক ভাৱে কৰিব লাগে, অতিমাত্ৰা কৰিবলৈ গলে এনে দশা হব |
@MerijaBegum-oc5jl
@MerijaBegum-oc5jl 8 ай бұрын
Very good baki bilak coment saisane kintu apunak 100 disu
@FILMYDUNIA-o1m
@FILMYDUNIA-o1m 8 ай бұрын
Tik koisa....
@arunkumarnath94
@arunkumarnath94 5 ай бұрын
ৰাইজে হাত তুলিব নালাগিছিল। শিক্ষকজনক তদন্তৰ আওঁতালৈ আনিব লাগে। এনেদৰে কৰ্তৃপক্ষৰ অজ্ঞাতসাৰে ছাত্ৰীক লৈ যোৱাটো সন্দিহান।
@Gangster-u7g
@Gangster-u7g 10 ай бұрын
বাকী শিক্ষক সকলে পুকৰ মৰা মাৰি কৰি আছিল নেকি
@Khagendaimari123
@Khagendaimari123 8 ай бұрын
Thik nai turu maile nki?
@Rupagogoi-rn8vr
@Rupagogoi-rn8vr 9 ай бұрын
তেওঁ এজন শিক্ষক তেওঁক কোনো সন্দেহৰ ভিত্তিত তেওঁৰ এনে অপমান কৰাটো কোনো ভাল কাম কৰা হোৱা নাই বাকী এনে সমাজ আৰু সাংবাদিক থকাটো আমাৰ বাবে অতি চিন্তনীয় ।
@Chanakyahukai
@Chanakyahukai 8 ай бұрын
শিক্ষক জন ভালে কৰিছেনে ভূলে কৰিছে সেই ছোৱালী কেইজনিক সুধিলে গম পোৱা যাব । কিন্তু বিনা কোনো প্ৰমাণ নোহোৱাকৈ এজন শিক্ষকক এনেদৰে অপমান কৰাটো আচলতে উচিত হোৱা নাই ।
@pritilotaswargiary-ec8np
@pritilotaswargiary-ec8np 7 ай бұрын
O tarmane kiba koratu rokhi thakiba lagisil,Huna nai agor porai character loos buli kowatu,Manu galot hat d rokhi thakiba lagisil ketiya amar suwali hokolot rape kore buli,tarmane tumalokor jiyek nai
@NazrulIslam-hp3jh
@NazrulIslam-hp3jh 11 ай бұрын
অসমীয়া মানুহৰ সুৰাটো জাতীয় খাদ্য হৈছে। শিক্ষক জনক কিয় মাৰিছা? একো হোৱা নাই যদি।
@Najir-husain
@Najir-husain 11 ай бұрын
Oii Miya..
@paroshbaishya9860
@paroshbaishya9860 11 ай бұрын
Toi mia maksudu ... Bangladesh ja
@paroshbaishya9860
@paroshbaishya9860 11 ай бұрын
Axomia kobo jani lai toi axomia nohoi kela ... Monoto thobi mia maksudu
@rajibdeka8554
@rajibdeka8554 11 ай бұрын
Tar vul ho c ba be mrsi
@infiniteworld2708
@infiniteworld2708 11 ай бұрын
Sudharu mastor ulaise neki?
@OMNOMOSHIVA444
@OMNOMOSHIVA444 7 ай бұрын
Moi ajon teacher hoi... Ketiaba moromot kiba bostu dila ba kiba khula etu negative vabibo nalaga.. Bcz sob teacher or mind set same nohoi teacher ajon huwa tu bhut kosto
@prabinrabha6855
@prabinrabha6855 4 ай бұрын
মনত ৰাখিব বিদ্যালয়ত চাত্ৰ ছাত্ৰীক লিখা পৰহা কৰিবলৈ পথোৱা হয়, খানা বনাব নহয় । মনত ৰাখিব
@sunilkonwar3376
@sunilkonwar3376 4 ай бұрын
Decision এটাই হ, ব লাগে প্ৰকৃত কাৰণ নজনাকৈ একপক্ষীয় ভাবে আইন হাতত তুলি লোৱাৰ বাবে তঁহতকো চোচৰাই থানা লৈ নিব লাগে।
@rajulaskar2964
@rajulaskar2964 4 ай бұрын
Very good, ajone haasti pale belegu hudhariba
@Najir-husain
@Najir-husain 11 ай бұрын
Teacher jonok mari beya krise.. Tenekua dukh dekha pua nai... Public bilake MIYA teacher hole maribo himmat korile heten janu....
@bidyutbikashgogoi5722
@bidyutbikashgogoi5722 7 ай бұрын
এইটো ডাঙৰ ভুল কৰিছে অভিভাৱকে। সত্যটো বিচাৰি ভালকৈ পদক্ষেপ লোৱা হ'লে ভাল আছিল।
@অঞ্জনজ্যোতি
@অঞ্জনজ্যোতি 4 ай бұрын
🙏
@rajibdeka8554
@rajibdeka8554 11 ай бұрын
Ghotona tu val koi tdnto kribo lge..vul hoi2 teacher jnr nhobou pre..
@jitumonisarma3575
@jitumonisarma3575 4 ай бұрын
সত্য টো নাজানাকৈ বহুত অভদ্ৰামি কৰা হৈছে শিক্ষকজনক
@AkitulLxshorts
@AkitulLxshorts 11 ай бұрын
Morom kora bhal kintu otirikto morom khotir sabi katio hoi jab pare like this. hondeh kori opaman korile bogobanew hojjo korib nuware so hottotu olab sesta korib lage.kiba bhul kole muk khoma kori dib thank you .
@Iamladu
@Iamladu 4 ай бұрын
এখন বিদ্যালয়ত শিক্ষাৰ প্ৰয়োজনীয়তা হৈছে । 😢
@satishdeka3132
@satishdeka3132 7 ай бұрын
এইসকল লোক ওপৰত আইনগত ব্যবস্থা লব লাগে।
@Highlightsmusic123
@Highlightsmusic123 11 ай бұрын
Beya kaam korise police k diyok jiye ji nahawk he ajon teacher hoi, horu horu lora suwalir agot teacherk anekoi pita tu bhal huwa ni
@RashidaKhatun-vi1wu
@RashidaKhatun-vi1wu 4 ай бұрын
এই অভিভাৱকসকলক কঠিন বিচাৰ কৰিব লাগে।
@dichuchshiksankendra8436
@dichuchshiksankendra8436 4 ай бұрын
ছাত্ৰ-ছাত্ৰীৰ আগত এনেদৰে মাৰিব নালাগে । কাইলৈৰ নিজৰ সন্তানক এয়া উচিত শিক্ষা দিয়া হোৱা নাই ।
@nayankakatinayankakati6939
@nayankakatinayankakati6939 11 ай бұрын
মাষ্টৰ হয় চুৰ নহয়, কিয় মাৰিছে ,,,সকলো কে বেয়া বুলি ভাবিব নোৱাৰে, নিউজবিলাক হাৰামি
@rajborborua8689
@rajborborua8689 8 ай бұрын
Mastor baad diya, aaji kaali Professor oku bisaaxh koribo nuwaari. Dibrugarh University'r Maths'or Professor monot ase nohoi??..
@bautista4426
@bautista4426 7 ай бұрын
​@@rajborborua8689hei buli sob mastor beya nohoi,
@ekramulhussain3228
@ekramulhussain3228 6 ай бұрын
right dicison
@ytreposting.channel
@ytreposting.channel 7 ай бұрын
শিক্ষককৰ গাত হাত দিয়া কেইজনৰ ওপৰত আইন খন আছে নাই বাকী শিক্ষক কত গল নিলাজ কেইটা
@nogengogoi6835
@nogengogoi6835 4 ай бұрын
শিক্ষক জনক কোনো বিচাৰ নকৰাকৈ এনে দৰে মাৰ ধৰ কৰাটো ভাল হোৱা নাই ।
@Nirumoni4336
@Nirumoni4336 10 ай бұрын
শিক্ষককে ৫ জেনী ছাত্ৰীক মাতি নি খানাহে খুৱাইছে কাৰনে শিক্ষকজনে একো ডাঙৰ ভুল কৰা নাই, যিইকেইজন গুণ্ডায় সিক্ষকজনক মাৰপিট কৰি আইন খন হাতত তুলি লৈছে হেই গুণ্ডা কেইজনে শিক্ষকজনৰ বিৰুদ্ধে ছাত্ৰী কেইজনীৰ লগত কুনোদৰন চৰিত্ৰ হিন বেয়া বেব্যহাৰ কৰা বুলি প্ৰমাণ দিব পৰা নাই আৰু আগলৈ যদি শিক্ষকজনৰ বিৰুদ্ধে কুনোদৰনৰ প্ৰমাণ দিব নোৱাৰিলে শিক্ষকজনে আদালতৰ কাসহ চাপি গুণ্ডা কেইজনৰ নামত ১০.০০০০০ লাখ টকাৰ মানহানী কেচু গোচৰ জাপি দিলে হ'ল
@pritilotaswargiary-ec8np
@pritilotaswargiary-ec8np 7 ай бұрын
Teacher Jodi akoi nokoril hoi atiya loike kiba action lol hoi tai kiba nohoi kiba eata korise eman gorom hoba nalage ro toyo hei somoyot toyo nasil moyo nasil kunewo nasil
@pabitrabiswas8476
@pabitrabiswas8476 11 ай бұрын
So sob teacher just teaching he koribo lagibo . students ok morom o koribo nuwari ...hai god
@AlauddinAhmed-wv7wm
@AlauddinAhmed-wv7wm 7 ай бұрын
পাঠদান নকৰি খানাৰ আয়োজন কিয় ? উচিত তদন্তৰ প্ৰয়োজন ।প্ৰধান শিক্ষকজনকো তদন্তৰ আওতালৈ অনাৰ প্ৰয়োজন ।
@pritilotaswargiary-ec8np
@pritilotaswargiary-ec8np 7 ай бұрын
Apuni tkike koise
@traderbhai6470
@traderbhai6470 11 ай бұрын
Tharki masterji 👍😅
@amu536
@amu536 7 ай бұрын
সন্দেহৰ ওপৰত এনে ধৰণে আইন হাতত তুলি লোৱাটো ভুল
@hemalatachetia3765
@hemalatachetia3765 10 ай бұрын
প্ৰধান শিক্ষক জনে নিজৰ বিদ্যালয়ত কি হৈছে নাজানে ????,তেওঁ বিদ্যালয়ত উপস্থিত নাথাকে নেকি ????
@savinayesmin4352
@savinayesmin4352 9 ай бұрын
Ako dhanda ni ..... Apuner suwali nije bonam kri asa ....laj nlage Sir ...ma'am nijor lra suwali koi ooo student bhut besi Val ... Amar Sir ma'am bhut besi Val ❤
@assamese7068
@assamese7068 9 ай бұрын
Student যে নেদেখুৱালে তাহাঁতৰ মতামত জনাওক
@julhaz3336
@julhaz3336 7 ай бұрын
Characterless=Teacher=Mantu Medhi=Indigenous.
@BimalaGhimire-kw2eb
@BimalaGhimire-kw2eb 4 ай бұрын
তেওঁ এখন ঘৰৰ পিতৃৰ হয় ইমান অত্যাচাৰ কৰিব নালাগিছিল, ল'ৰা হ'ল বুলি বেয়া হ'ব ক'ত লিখা আছে আমাৰ দিনতো চাৰৰঘৰত কিবা পাতিলে মাতিছিল আমিও গৈছিলো
@khirudgogoi578
@khirudgogoi578 6 ай бұрын
শিক্ষকে বিভিন্ন ধৰণৰ কাৰণ নিবগ্ৰ্য পাৰে। যিহেতু ‌এটা দ'ল ত গৈছিল।ই এটা project ও হ'ব পাৰে। এগৰাকী ক নিয়া হ'লেও বেলেগ আছিল।
@kusumbaruah2336
@kusumbaruah2336 3 ай бұрын
নিজৰ লগত ছোৱালী ৰাখক মাষ্টাৰ জন মাৰাৰ adhikar কোনে দিলে। ভালকৈ বুজি পালো মানুহে মানুহৰ মৰম বেয়া কথা বুলি কঠোৰভাৱে ভাৱে
@manjitborah191
@manjitborah191 11 ай бұрын
Bisar nokorake aku nojonake anekoi mardhor koratu bhul hoise...please justice
@bodosa1948
@bodosa1948 8 ай бұрын
Eiye raijyo bisar......harami hikhok.
@kanboro3224
@kanboro3224 9 ай бұрын
Jone ji karma karib tar fal pabai, bhal kamar bhal fal beya kamar beya fal, kiba target kari asil bahu dinar pora, nahale nu okal pach janik saraswati pujat garit uthoa aru akle khana khua....... Aru je ki ki target asil kijani.kono nejane....kono mastore ai kam kora dakha nai aijanak he dekhilo, gatike bhal khasti dib lage aitu jate daangar udahaaran dib jate agloi kunoa ai kaam karar aagote 1000 bar sinta kare....
@guideinfo474
@guideinfo474 8 ай бұрын
Atia vale house.pisoloi aru baiahe holhaten. Kune baru schoolorpora mati poisa khoros kori khana khuai tako sowali kaijonik lorakio nai.khuaise jodi soboke khua Saraswati pujat garit kune uthai loi ghurifure aitu mastoror loikhon holne baru.....
@nogengogoi6835
@nogengogoi6835 4 ай бұрын
নিজৰ লৰা ছোৱালী দৰে ভাবিলেও বিপদ সাৱধান শিক্ষক সমাজ।
@bandanakonwar664
@bandanakonwar664 11 ай бұрын
ছাত্ৰী কেজনেক সদো পুচ ক কৰক তাৰ পিছত একচন লব লাগে নৰভ
@dipalisharma5442
@dipalisharma5442 11 ай бұрын
ঘটনাৰ সত্যতা লৈ চাকৰি নিলম্বন কৰিলেহে গম পাব যে আচলতে শিক্ষকতা কৰাৰ যোগ্য ই নহয়।
@mukutbaruah2354
@mukutbaruah2354 4 ай бұрын
Kono praman nohowakoi Actions lowato vl kotha howa nai. Xowali keijoni k Vl koi (marm kori ) sodh post korilei sampurna kotha khini gm pb. Pratek jon backtiai vhabana beleg belag , gatike pl...
@mridulkumarborah4181
@mridulkumarborah4181 11 ай бұрын
Sokhalo sikhake udaharanar para gyan love karak. Thanks.
@gunakantabaruah6243
@gunakantabaruah6243 7 ай бұрын
বহু কথা থাকিব পাৰে। চৰিত্ৰ হীন বুলি কোৱাৰ আগতে ছাত্ৰী কেইগৰাকীৰ মন্তব্য দৰকাৰ।হেডমাসটৰ ও সহকাৰী শিক্ষকৰ বদলি কৰি ও বাকী শিক্ষা বিভাগৰ উদধতন কৰতিপক্ষৰ কঠোৰ নিয়ম বান্ধি দিব লাগে। শাস্তি তদন্ত মতে হ'ব লাগে।
@gbassam6789
@gbassam6789 4 ай бұрын
সত্য নজনাকৈ, এনে কাণ্ড কৰাটো সঠিক হোৱা নাই।
@bodosa1948
@bodosa1948 8 ай бұрын
Dhurondhor manuh....aru dibo lage ei soritrohin hikhok tuk.
@basantanath2647
@basantanath2647 7 ай бұрын
Without proper evidence physically assault a teacher is very pathetic
@badiurzaman7247
@badiurzaman7247 4 ай бұрын
Tali ekhon hatere nobaje
@nitu8486
@nitu8486 7 ай бұрын
Teacher or eman opoman only ei bjp govt ot hoice manuh rat din pori tet teacher hoy, manuh loi dhemali kore tet or master ..shikkokor aur reputation tu nosto kori dile govt ey vabuki di..aj flood duty Kali covid duty daily school ahi photo maribo lage . Photo marote hokulu time gusi jay ako mid day meal or nhiphoto ..kunodin gass or photo kunodin mohapurush or photo daily eta photo session take teacher ketiya porbao tet pass korar agote hokulu val student acil tet cakuri pai beya student hoile etu ki govt policies to defame teacher..
@narjinaparbin7406
@narjinaparbin7406 4 ай бұрын
নিশ্চয় ষ্টাফ মিল নাই,খনা খোৱা বেয়া নহয়,বাকী কেইজন নিমন্ত্ৰণ পোৱা নাই ।
@tanche9085
@tanche9085 11 ай бұрын
Akhom khon akhomiyar nahoi aro jen lagise
@AmirHamza1amir.
@AmirHamza1amir. 11 ай бұрын
Bodanam raije korise Jodi teacher jon beya tetiya suwali keijoniye kobo lagisil.
@zahangirkhan10
@zahangirkhan10 4 ай бұрын
ময়ো তো একদিন ৬ জন ল'ৰাক খানা খুৱাইছিলো, কোনো দোষৰ কথা নহয় তো চাগে? কি যে পৰিবেশ, আপোন ভালেই সকলো ভাল।
@daimary2597
@daimary2597 8 ай бұрын
Intention val dekha nai manuhjonor. Student keijonk valkoi hudi teacher jonk legal action lobo lage under POSCO act.School pathdan korar pariborte khana khua vojuhu bonaboloi hikaisile nki aru School tymot sualikeijonik school bahirot loi jaboloi aan teacher gom nopoakoi bahirot loi jaboloi kot courage pale.Teacher jonr against complaint registered koribo lage upor maholot n Immediate teacher jonk punishment transfer dibo lage.
@niranjanrahang153
@niranjanrahang153 9 ай бұрын
Student bilakr agt Ane Kam kori val hikkha dse apunaluke.....😡
@MJToonz11
@MJToonz11 7 ай бұрын
Mnuh bilak bodmaas, beleg manuhor iate kiba swartha jorito ase. Lora sowalik mprom korato beya kaam nohoi aru.
@suvasish477
@suvasish477 11 ай бұрын
😢😢😢
@DanabendraBoro
@DanabendraBoro 11 ай бұрын
সন্দেহ জনক কথা হৈছে আৰু
@TheCondorman792
@TheCondorman792 11 ай бұрын
শিক্ষকটো মিঞা হোৱা হ'লে কোনেও একো ভূৱে নাপাল হেতেন , গোটেই ঘটনাটো তেনেই তল পৰি থাকিল হেঁতেন।
@assam2006
@assam2006 11 ай бұрын
মণ্টু আলিৰ ভূল।
@banasmitadas8169
@banasmitadas8169 7 ай бұрын
Ami ou school porhi ahisu ketyaba kunai dusto korili techer a student k mare xitu xosa tare public Manuh bor sun kane kuwa ankoi techer k opoman koribo karon teacher amar guru hoi 😓🙏 bya kam korili police ot dibo ankuwa mar pet nokoribo please apunalok gang or Manuh a dokhi jiy teacher k xonman koribo najane xonman koribo najanili opoman nokoribo
@DipakDas-ep8lm
@DipakDas-ep8lm 11 ай бұрын
Maramat teo kharu suwali nijor suwali buli vabi o khana khuwabo pare ghurabo pare . Boro sodmarana hot tohte Gela bikri kori koti bikri kori bepar kori asa aru tahote ki vall dekhibi
@MithunDas-tb7gn
@MithunDas-tb7gn 8 ай бұрын
Legal action lobo lge.
@DipakDas-ep8lm
@DipakDas-ep8lm 11 ай бұрын
Medical kor api kaitak ki hoise ha ni
@bbsgaming5156
@bbsgaming5156 11 ай бұрын
কি মানে মৰম কৰাটো অপৰাধ ?
@utpalboro9880
@utpalboro9880 11 ай бұрын
Jierek moram koriba de
@bbsgaming5156
@bbsgaming5156 11 ай бұрын
@@utpalboro9880 তোৰ মন্তব্যই বুজাই দিছে তই কি? মনত ৰাখিবি এই মন্তব্যৰ উত্তৰ তোক ঈশ্বৰে নিশ্চয় দিব ৷
@apudas910
@apudas910 7 ай бұрын
Ajoni suali nhoi..5 joni suali..so akelge 5 joni r logt beya thanda ketia o kribo nuare. Sir jon bohut kumol antoror aru moromial karne aji teo vuktovugi.
@RaghuKaman-t1q
@RaghuKaman-t1q 11 ай бұрын
নিজৰ মৰ্য্যদা বুজি পোৱা উচিত নহলে বিপদৰ ৰাস্তা মুকলি থাকে
@GhanashyamSarma-h7g
@GhanashyamSarma-h7g 6 ай бұрын
The said teacher is not fit to hold the post of a teacher
@hdmovieclips458
@hdmovieclips458 4 ай бұрын
amar xomiit sir hote okonmani puali swalik moromote suma khaisil loraku khaisil baru ..ajikali ako ghotona buror karone sob khikhoke durote thoka hoise
@atikurrahman4079
@atikurrahman4079 9 ай бұрын
অতিৰজ্ঞিত সকলোৰে বেয়া ।
@AchyutRabha-e1w
@AchyutRabha-e1w 11 ай бұрын
Very good
@arfanalisikdar8083
@arfanalisikdar8083 6 ай бұрын
ছাত্ৰী কেই গৰাকীৰ সাক্ষাৎকাৰ লৱ লাগিছিল ।
@puspadhardeka5665
@puspadhardeka5665 8 ай бұрын
Habalagia bipadar para basi gol.
@rajuboroo6657
@rajuboroo6657 9 ай бұрын
Khusa khusi korible loi goisil sage
@khargeswarkalita4630
@khargeswarkalita4630 6 ай бұрын
একো তথ্য নোহোৱাকৈ এইবোৰ কৈ থকা অৰ্থহীন। ভগৱানে জানে বুলি কৈ শাস্তি দিয়া টো অনাগত দিনৰ বাবে সকলোৰে বাবে ভয়াবহ হব গৈ আছে
@factkiearth460
@factkiearth460 7 ай бұрын
Alert howa val ,thike korise
@jyotish5022
@jyotish5022 11 ай бұрын
June june Mar Dhar koricha case dibo lage
@ratuldas2156
@ratuldas2156 11 ай бұрын
Thik korise anekua manuhok piteb lage
@bipulojah1522
@bipulojah1522 4 ай бұрын
অভিভাবক সকলৰ কি সৈছে। কোনো প্রমান নাই। In future student will be destroyed.
@doctorsdiary8741
@doctorsdiary8741 8 ай бұрын
At least proof Tu kora, tar pisot punishment dibi
@bhairabideka2023
@bhairabideka2023 7 ай бұрын
ভালকৈ একো নাজানে তেওঁলোকে। একো নজনাকৈ কিয় মাৰে
Jaidarman TOP / Жоғары лига-2023 / Жекпе-жек 1-ТУР / 1-топ
1:30:54
Хаги Ваги говорит разными голосами
0:22
Фани Хани
Рет қаралды 2,2 МЛН
Jaidarman TOP / Жоғары лига-2023 / Жекпе-жек 1-ТУР / 1-топ
1:30:54