Nam Prasang || নাম প্ৰসঙ্গ || অৰুণ চন্দ্ৰ বৰা || Arun Bora

  Рет қаралды 110,278

BHAKATI BHANDAR -ভকতি ভাণ্ডাৰ

BHAKATI BHANDAR -ভকতি ভাণ্ডাৰ

3 жыл бұрын

ৰাগঃ কল্যাণ॥ তালঃ যতি
ধ্ৰুং॥ উদ্ধৱ বন্ধু মধুপুৰী ৰহল মুৰাৰু৷
কাহে নাহেৰি ৰহব অৱ জীৱন,
বন ভয়ো ভৱন হামাৰু॥
পদ॥ যাহে বিয়োগ আগি অঙ্গ তাৱয়
তিল একু ৰহয় নপাৰি৷
সোহি ব্ৰজ সুৰ দূৰ গয়ো গোৱিন্দ
দিশ দশ দিৱসে আন্ধাৰি॥
ভয়ো মৰণ ওহি সোহি হৰি চৰনকু
বিছুৰি ৰহয় নপাৰি৷
দেখত কালিন্দী গিৰি বিৰিন্দাবন
তনু-মন দহয়ে সদাই॥
ব্ৰজ জন জীৱন বাহুৰি নাহি আৱত
হামাকু কৰথ অনাথা৷
গোপিনী প্ৰেম পৰশি নীৰ ঝুৰয়
শঙ্কৰ কহু গুণ-গাথা॥
নামছন্দ:
কৃষ্ণ ৰাম কৃষ্ণ ৰাম ॥ ৮৫৩
কৃষ্ণ কৃষ্ণ ৰাম, জয় জয় ৰাম। ৮৫৪।
কৃষ্ণ হৰি ৰাম হৰি ৰাম ৰাম ৰাম ।
অনন্ত অচ্যুত সনাতন নাৰায়ণ প্রাণ। ৮৫৫।
গােবিন্দ গােবিন্দ গোবিন্দ।
গােবিন্দ ৰাম মুৰাৰি ।
অনন্ত কোটি ব্ৰহ্মাণ্ডৰ হৰি অধিকাৰী । ৮৫৬।
গােবিন্দ ৰাম মুৰাৰি মুকুন্দ ৰাম মুৰাৰি।
ভকতি ৰোচন, দুঃখ বিমােচন ভকতৰ ভয়- হাৰী। ৮৫৭।
পৰম পুৰুষ পৰম আনন্দ, পৰম গুৰু মুৰাৰি।
অনাদি অনন্ত, অচ্যুত গােবিন্দ, ভকতৰ ভয়হাৰী ॥ ৮৫৮।
জয় যাদৱ এ, মােৰে প্ৰাণ জীৱেৰ জীৱন নাৰায়ণ।
ভকতৰ ধন তযু অৰুণ চৰণ॥ ৮৫৯॥
দিহাঘোষা :
মুৰাৰি মুকুন্দ ৰাম, মুৰাৰি মুকুন্দ ৰাম
মুৰাৰি মুকুন্দ ৰাম জয় ।
সুমৰণে পাপক্ষয় মিলে মহা মহােদয়
দুখঃচয় গুচে শোক ভয় হৰি ৰাম ॥ ৯৬৫॥
ৰামকৃষ্ণ গােবিন্দ, ৰামকৃষ্ণ গােবিন্দ, ৰামকৃষ্ণ গােবিন্দ হৰি বনমালী বাসুদেৱ, পদ্মনাভ জনাৰ্দ্দন
মাধৱ মুকুন্দ মুৰাৰি হৰি ৰাম॥ ৯৬৬॥
মাধৱ মধুৰ মুৰুতি মধুসূদন দনুজ দমন দুঃখহাৰী।
পীতাম্বৰ ধৰ শ্যামসুন্দৰ হৰি
জয় জয় মুকুন্দ মুৰাৰি হৰি ৰাম ॥৯৬৭॥
চতুৰ্ব্বিংশতি অৱতাৰ !!দ্বিতীয় কীৰ্ত্তন!!
ঘোষা!!
যদুমনি যাদৱ যাদৱ যাদৱানন্দ হৰি!!২!!
পদ!!
ভৈলাহা পৰশুৰাম নামে অৱতাৰ!
প্ৰদক্ষিন কৰি ভুমি তিনি সাতবাৰ!!
ক্ষত্ৰিয়ক কাটিলা পৰশু কৰে ধৰি!
নিক্ষত্ৰিয় কৰিলা সমস্ত বসুন্ধৰী!!৭!!
শ্ৰীৰাম ৰূপে কৌশল্যাতে অৱতৰি!
বনবাস খপিলা পিতৃৰ বাক্য ধৰি!!
বিৰাধ কৱন্ধ মাৰীচৰ লৈলা প্ৰান!
খৰ দূষনক প্ৰভু কৰিলা নিৰ্য্যান!!৮!!
একপাট শৰে বালি সঙ্কলিলা জীৱ!
তোমাৰ প্ৰসাদে ৰাজা ভৈলন্ত সুগ্ৰীৱ!!
লঙ্কাত পশিলা সাগৰত বান্ধি সেতু!
বধিলা ৰাৱন সীতাহৰনৰ হেতু!!৯!!
মাৰিলা ৰণত আৰু ৰাক্ষস অনেক!
ভক্ত বিভীষনক কৰিলা অভিষেক!!
অগ্নিত পৰীক্ষা আনি কৰিলা সীতাক!
ব্ৰ্হ্মাদেৱে স্তুতিবাণী বুলিলা তোহ্মাক!! ১০!!
সম্বৰিলা সীতা দশৰথৰ বচনে!
অযোধ্যাক আসিলা সভাৰ্য্যে ৰঙ্গমনে!!
কৰিলাহা ৰাজ্য দশ হাজাৰ বৎসৰ!
লগে স্বৰ্গে নিলা সৱে অযোধ্যা নগৰ!!১১!!
ৰোহিণীত ভৈলা হলিৰাম অৱতাৰে!
দ্বিৱিদৰ প্ৰান লৈলা মুষ্টিৰ প্ৰহাৰে!!
প্ৰলম্ব মুষ্টিক ৰুক্ম দন্তবক্ৰ বীৰ!
লীলায়ে মাৰিয়া ভাৰ হৰিলা ভুমিৰ!!১২!!
বুদ্ধ অৱতাৰে বেদপন্থ কৰি ছন্ন!
বামানয় শাস্ত্ৰে মুহি আছা অজ্ঞজন!!
নিচিন্তে চৰন নাম নলৱে তোহ্মাৰ!
সদায়ে প্ৰমত্ত লোক পাষণ্ড আচাৰ!!১৩!!
কলিৰ শেষত হৈবা কল্কি অৱতাৰ!
কাটি মাৰি ম্লেছক কৰিবা বুন্দামাৰ!!
সবাকু বধিবা বৌদ্ধগন যত আছে!
কলিৰ সেষত সত্য প্ৰবৰ্ত্তাইবা পাছে!!১৪!!
প্ৰহ্লাদ চৰিত্ৰ॥ ষষ্ঠ কীৰ্ত্তন॥
ঘোষা॥
ৰাম ৰাম মুকুন্দ।
ত্ৰাহি ত্ৰাহি গোৱিন্দ॥ ২২॥
পদ॥
তোহ্মাৰ বচন স্বামী।
নুবুজিলো কিছু আমি॥
আপুনি ঈশ্বৰ হুয়া।
বোলাহো কৰিয়ো দায়া॥ ২৭৪॥
ত্ৰিজগতে কৰৈ সেৱ।
বোলা মোৰ বিপ্ৰে দেৱ॥
যত দেৱ দ্বিজ ভূমি।
সৱাৰো দেৱতা তুমি॥ ২৭৫॥
ধৰ্ম্মৰো পৰম গুহ্য।
তুমি জগতৰে পূজ্য॥
যাৰ ৰূপ হিয়ে ধৰি।
দুস্তৰ মৃত্যুক তৰি॥ ২৭৬॥
তাঙ্ক আনে কৰৈ দায়া।
কোনে বুজিবেক মায়া॥
মান্য কৰি ব্ৰাহ্মণক।
শিক্ষা দিয়া সামান্যক॥ ২৭৭॥
ধৰ্ম্ম পথ ৰক্ষা কৰি।
সৃষ্টি প্ৰৱৰ্ত্তাৱা হৰি॥
তযু পাৰিষদ দুই।
আঙ্কো শপো মুনি হুই॥ ২৭৮॥
কৰিলো দাৰুণ পাপ।
দণ্ডিয়ো জগত বাপ॥
এহি বুলি মৌন ভৈলা।
মাধৱে বুলিবে লৈলা॥ ২৭৯॥
মুনিগণ এৰা তাপ।
আমিসে দিয়াইলো শাপ॥
বৈৰভাৱে চিন্তি মোক।
দুনাই পাইবে এহি লোক॥ ২৮০॥
বোলো মহা মনতুষ্টি।
শুনি চাৰি সিদ্ধে উঠি॥
মাধৱক প্ৰদক্ষিণি।
প্ৰণামিলা বাৰ তিনি॥ ২৮২॥
লৈয়া তান্তে অনুমতি।
আকাশে কৰিলা গতি॥
বৈষ্ণৱৰ শ্ৰীক চাই।
মনে প্ৰশংসন্তে যাই॥ ২৮২॥
কৃষ্ণৰ কিঙ্কৰে ভণে।
শুনিয়োক সৰ্ব্বজনে॥
অন্তকে পাইলেক পৰা।
ৰাম হৰি বুলি তৰা॥ ২৮৩॥
#naamprasang #assamese #Srimanta_Sankardev_Sangha

Пікірлер: 151
@tarunloying7732
@tarunloying7732 2 ай бұрын
কৃষ্ণ বাপ ভাল লাগিল।
@nirmalbaruah3624
@nirmalbaruah3624 2 ай бұрын
কৃষ্ণ বাপ বহুত সুন্দৰ হৈছে
@dipamonibora9156
@dipamonibora9156 3 жыл бұрын
Krishna krishna oti hundor. Hewa ninedisu.
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ
@himanibanikya8168
@himanibanikya8168 6 ай бұрын
বাপ জনাক সেৱা জনালো বহুত সুন্দৰ 🙏🙏🙏🙏🙏❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@jackergaming1983
@jackergaming1983 2 ай бұрын
❤🎉🎉❤ krishna krishna ram ram❤🎉🎉❤ bina
@bantiborah4174
@bantiborah4174 5 ай бұрын
কৃষ্ণ🙏
@naavaa_
@naavaa_ 3 жыл бұрын
কৃষ্ণ ।বৰ ভাল লাগিল ।মনটোত শান্তি লাগি আহিল ।কৃষ্ণ কৃষ্ণ 🙏🏻🙏🏻
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ
@dulalsaikia9764
@dulalsaikia9764 2 жыл бұрын
@@krishnakakaty2624 নামৰ মহিমা অপাৰ ! মন প্ৰান জুৰ পৰি গল !
@manashjyotiborah6895
@manashjyotiborah6895 Ай бұрын
কৃষ্ণ
@RumiDutta-mg5ln
@RumiDutta-mg5ln Ай бұрын
কৃষ্ণ কৃষ্ণ ঈশ্বৰ নাম সদায় সুন্দৰ কৃষ্ণ কৃষ্ণ ভক্তি ভৰা সেয়া নিবেদিলো কৃষ্ণ
@user-yd1xw7sz2t
@user-yd1xw7sz2t 4 ай бұрын
Krishna Krishna....
@rupalikonwarhazarika5251
@rupalikonwarhazarika5251 3 жыл бұрын
Krishna
@mukulchetia5609
@mukulchetia5609 Жыл бұрын
বৰা বাপৰ নাম শুনি বৰ ভাল লাগে। কৃষ্ণ।
@ghanakantadas4186
@ghanakantadas4186 3 жыл бұрын
Bhal lagil, apunar naaman khuni, krishna krishna nap exhort, Good.
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ। জয় গুৰু শঙ্কৰ।
@dhirensaikia4740
@dhirensaikia4740 3 жыл бұрын
কৃষ্ণ প্ৰভু সমস্ত।
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ
@BRIGHTASSAM989
@BRIGHTASSAM989 3 жыл бұрын
কৃষ্ণ কৃষ্ণ
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ
@user-rm2gy9vq1j
@user-rm2gy9vq1j 5 ай бұрын
Ram Krishna. Bor. Bhal. Lagil❤ 😂. .....❤
@mukulnath1291
@mukulnath1291 3 жыл бұрын
সুন্দৰ হৈছে...কৃষ্ণ..
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ
@minakshisonowal9782
@minakshisonowal9782 2 жыл бұрын
কৃষ্ণ বৰ ভাল লাগিল
@tarinimohankalita8206
@tarinimohankalita8206 2 жыл бұрын
Krishna sankar guru suni bhal lagise Prrabhu eshWar krishna.
@bhakatibhandar-6378
@bhakatibhandar-6378 2 жыл бұрын
কৃষ্ণ। জয় গুৰু শঙ্কৰ
@PradipDas-eb6cu
@PradipDas-eb6cu 2 жыл бұрын
Val lagil krishna
@bhakatibhandar-6378
@bhakatibhandar-6378 2 жыл бұрын
কৃষ্ণ
@sarbanandasingh269
@sarbanandasingh269 3 жыл бұрын
কৃষ্ণ হৰি কৰিয়ো কৃপা প্ৰভূ্।
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ। জয় গুৰু শঙ্কৰ
@rajumonibaruah8389
@rajumonibaruah8389 Жыл бұрын
অভিভাৱক সকল অলপ সচেতন হ'ব লাগে প্ৰসঙ্গ ভাগি আৰম্ভ কৰাৰ লগে লগে নাম ভাগি শুনিব লাগে।নামলৈ আহি নামত মন দি শুনিব লাগে।
@bablugogoi3721
@bablugogoi3721 3 жыл бұрын
কৃষ্ণ জয় গুৰু শঙ্কৰ কৃষ্ণ
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ। কৃষ্ণ
@lalitsaikia4668
@lalitsaikia4668 3 жыл бұрын
কৃষ্ণ, কৃষ্ণ, জয় গুৰু শংকৰ। আৰু আশা থাকিল।
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ। জয় গুৰু শঙ্কৰ।
@konramdas9062
@konramdas9062 3 жыл бұрын
Dhunia Naam.
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ
@prodipchetia4168
@prodipchetia4168 3 жыл бұрын
কৃষ্ণ আই সকলৰ বৰ কোহাল শুনি বলৈ পোৱা গৈছে
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ। কৃষ্ণ 😅🙏
@dipgorge652
@dipgorge652 3 жыл бұрын
বহুত ভাল লাগিল ।শুনি হেপাহ নপলাই
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ। কৃষ্ণ
@DebenChDas-pw9sj
@DebenChDas-pw9sj 3 жыл бұрын
Suni thakibar mon goise
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ। জয় গুৰু শঙ্কৰ
@upamasaikia141
@upamasaikia141 3 жыл бұрын
Jai guru sankar
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ। কৃষ্ণ
@tulsiboruah4609
@tulsiboruah4609 3 жыл бұрын
কৃষ্ণ ভাল লাগিল
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
ধন্যবাদ। এনে ভিডিঅ' পাই থাকিবলৈ channelটো subscribe কৰিব। আৰু অনুগ্ৰহ কৰি share কৰিবলৈ সেৱা ধৰিছো। কৃষ্ণ
@Anupama065
@Anupama065 3 жыл бұрын
কৃষ্ণ কৃষ্ণ আমি সেৱা জনালোঁ সবাৰো চিৰি চৰণত 🙏🙏সুন্দৰ
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ। জয় গুৰু শঙ্কৰ।
@subarnaborah3378
@subarnaborah3378 3 жыл бұрын
ভাল লাগিল🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏🙏
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ। কৃষ্ণ
@harikantasaikia9570
@harikantasaikia9570 3 жыл бұрын
..00,,
@user-sw9qm6nq7v
@user-sw9qm6nq7v 8 ай бұрын
Krishna bap pranam
@pranjoldutta7038
@pranjoldutta7038 3 жыл бұрын
কৃষ্ণ বাপ সকল বৰ মনোৰম 👏 সেৱা গ্ৰহণ কৰিৱ,। নাম আচাৰ্য ‌বাপ জন বৰ
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ। জয় গুৰু শঙ্কৰ
@kalpanahazarika7631
@kalpanahazarika7631 3 жыл бұрын
Provu homosto krisno krisno.nomoskAr.
@bakulchutia8123
@bakulchutia8123 2 жыл бұрын
Krishna. Very nice. Hope agin we can hear.
@bhakatibhandar-6378
@bhakatibhandar-6378 2 жыл бұрын
Sure. Why not. Hail Lord Krishna.
@mukundab123
@mukundab123 3 жыл бұрын
🙏🙏🙏Bahut hundar
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ। জয় গুৰু শঙ্কৰ।
@dipakborah2755
@dipakborah2755 Жыл бұрын
Krishn, bhal lagiche bap.......!!!
@dulalsaikia9764
@dulalsaikia9764 2 жыл бұрын
কৃষ্ণ কৃষ্ণ সেৱাহে জনালো । আপোনাৰ নাম ভাগে মনত বৰ আনন্দ দিলে । ভগৱানে আপোনাক কুশলে ৰাখক । লগৰ সঙ্গী সকলোকো সেৱা জনালোঁ ।
@bhakatibhandar-6378
@bhakatibhandar-6378 2 жыл бұрын
কৃষ্ণ
@chittaranjanborah4722
@chittaranjanborah4722 2 жыл бұрын
বৰ ভাল লাগে এনেকৈ প্ৰসংগ শুনিলে, সবাৰো শ্ৰী চৰণত সেৱা জনালো, 🙏🙏🙏🙏
@bhakatibhandar-6378
@bhakatibhandar-6378 2 жыл бұрын
কৃষ্ণ
@mrs.lanimaphukankakoty4287
@mrs.lanimaphukankakoty4287 3 жыл бұрын
He bhokot boishonab apunahoboloi hewa jonalu.🙏🙏🙏
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ। জয় গুৰু শঙ্কৰ
@anandaramgogoi1409
@anandaramgogoi1409 2 жыл бұрын
Krishna prabhu
@bhakatibhandar-6378
@bhakatibhandar-6378 2 жыл бұрын
কৃষ্ণ
@karunakantagogoi7704
@karunakantagogoi7704 3 жыл бұрын
🙏👌কৃষ্ণ
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ। জয় গুৰু শঙ্কৰ
@nipulborah2734
@nipulborah2734 3 жыл бұрын
@@bhakatibhandar-6378 1963 1963 111111111111
@anandaboruah9997
@anandaboruah9997 2 жыл бұрын
কৃষ্ণ সুন্দৰ
@phukandutta2327
@phukandutta2327 Жыл бұрын
শুনি ভাল পালো
@prahladhazarika9956
@prahladhazarika9956 Жыл бұрын
অতি সুমধুৰ আৰু সুমঙ্গল হৰিনাম।
@bakulchutia8123
@bakulchutia8123 2 жыл бұрын
Khub bhal lagil. Krishna.
@bhakatibhandar-6378
@bhakatibhandar-6378 2 жыл бұрын
কৃষ্ণ
@dipalisaikia1801
@dipalisaikia1801 11 ай бұрын
🙏🙏🙏
@dipgorge652
@dipgorge652 3 жыл бұрын
0oom
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ। জয় গুৰু শঙ্কৰ
@bonti7955
@bonti7955 2 жыл бұрын
Naice
@daisyrabha2343
@daisyrabha2343 3 жыл бұрын
Krishna krishna bap sakal sewa janaisu krishna 🙏🙏🙏🙏❤️
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ। জয় গুৰু শঙ্কৰ।
@jayantabhuyan2935
@jayantabhuyan2935 3 жыл бұрын
কৃষ্ণ কৃষ্ণ । জয় গুৰু শঙ্কৰ সমস্ত জনলৈ সেৱা নিবেদন কৰিলো প্ৰভূজনা । ভাল লাগিল 🙏🙏
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ। জয় গুৰু শঙ্কৰ
@pranjoldutta7038
@pranjoldutta7038 3 жыл бұрын
Krishna bap jon bor monurom deiii ❤️
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ। কৃষ্ণ
@ritamonibhuyan1116
@ritamonibhuyan1116 2 жыл бұрын
A kamala Kanta kora kripa bhityar Sangay.ai bhag Diha ghusha dibsun bapjona.ami Nisei anbhigya.apunasabor joriyate name prasong siki asu.borgeet bhag Mur bohut priya.apuna sabor Sri saranat kouti kouti pranam jonaisu.name prasang bohut dhuniya hoise Amar Sri Manta sankardev sangh ak Saran hori Naam dharma Biswa r duwart jiliki uthak .prabhur saranat sewa nibedisu.
@bhakatibhandar-6378
@bhakatibhandar-6378 2 жыл бұрын
kzbin.info/www/bejne/hJ2wn2WMlNulfK8
@sriprasantasaikia2303
@sriprasantasaikia2303 3 жыл бұрын
কৃষ্ণ বাপ সুন্দৰ লাগিলে।
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ। জয় গুৰু শঙ্কৰ।
@atulokalita4134
@atulokalita4134 2 жыл бұрын
কৃষ্ণ কৃষ্ণ। অতি সুন্দৰ সুমধুৰ নাম
@bhakatibhandar-6378
@bhakatibhandar-6378 2 жыл бұрын
কৃষ্ণ
@pragyasaikia5261
@pragyasaikia5261 3 жыл бұрын
🙏🙏🙏সহস্ৰ সহস্ৰ প্ৰণাম ।
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ। কৃষ্ণ
@devimonimudoi3914
@devimonimudoi3914 2 жыл бұрын
কৃষ্ণ৷ শংকৰদেৱ সংঘৰ চৈধ্য প্ৰসংগ ভাগি আগবঢ়াব চোন৷
@bhakatibhandar-6378
@bhakatibhandar-6378 2 жыл бұрын
kzbin.info/www/bejne/gaO5l6SQgqmEd8k
@kusanudutta2237
@kusanudutta2237 3 жыл бұрын
সুন্দৰ হৈছে কৃষ্ণ বাপ
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ। জয় গুৰু শঙ্কৰ।
@kusanudutta2237
@kusanudutta2237 3 жыл бұрын
@@bhakatibhandar-6378 জয় গুৰু শংকৰ
@jaanhazarika9435
@jaanhazarika9435 3 жыл бұрын
বাপ বৰ শুন্দৰ হৈছে আগলৈ আৰু শুনিবলৈ পাম বুলি আষা কৰিলো,ভগৱন্তয় আপোনাক সহায় কৰক.....
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ। জয় গুৰু শঙ্কৰ।
@aparajitatamuli7273
@aparajitatamuli7273 3 жыл бұрын
🙏 Krishna Sankar Guru Hari Ram Ram Ram Ram 🙏🙏
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ। জয় গুৰু শঙ্কৰ
@kanakkalita3396
@kanakkalita3396 3 жыл бұрын
Bap sabaloi ram ram
@dipgorge652
@dipgorge652 3 жыл бұрын
সৰ্বোত্তম নাম প্ৰসংগ ভাগে মন প্ৰাণ পুলকিত কৰি এক কৃষ্ণময় পৰিবেশন !খুব ভাল লাগিল ! আগলৈকে এনেধৰণৰ নামেৰে আমাকো কৃতাৰ্থ কৰে যেন !🙏🙏কৃষ্ণ 🙏🙏
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ। কৃষ্ণ
@ritamonibhuyan1116
@ritamonibhuyan1116 2 жыл бұрын
Kun. jilar anshalik sakhar janiboloi Bor mon goise bap sakal.iman sundor prashang hoi ,prabhu bhagawanta saikhat sthiti hoi ase.boikunthapuri.dekhilu prabhu sakal.apuna sabor sarant sewahe jonalu.
@studywithsashiprava122
@studywithsashiprava122 2 жыл бұрын
@@bhakatibhandar-6378 t
@bhakatibhandar-6378
@bhakatibhandar-6378 2 жыл бұрын
@@ritamonibhuyan1116 গোলাঘাট জিলাৰ দৈয়াং আঞ্চলিক হয়। কৃষ্ণ
@chandrabhuyan4976
@chandrabhuyan4976 2 жыл бұрын
সুন্দৰ আৰু শ্ৰুতিমধুৰ ৷কৃষ্ণ৷
@nobingowala4117
@nobingowala4117 3 жыл бұрын
সবাৰো শ্ৰী চৰণত আমি সেৱা জনালো কৃষ্ণ🙏🙏
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ
@surujpratimbora9687
@surujpratimbora9687 3 жыл бұрын
@@bhakatibhandar-6378 5th
@durlabhsaikia7779
@durlabhsaikia7779 Жыл бұрын
তাল যোৰ উত্তৰ দিশে থব লাগে কাৰণ উত্তৰ ফালৰ পৰা নাম নামি আহিছে দক্ষিণ দিশ ফাল পৰা নাম নাই নমা স্থান বৰ্ণনাত লিখা আছে উত্তৰে আকাশী গংগা ভক্তি সৰোবৰ বুলি নাম সৰু বৰ উত্তৰ ফালে আছে আৰু চন্দ ঘোঘা গালে ন ঘোষা গাব লাগে ইয়াত নঘোষা নেগালে দেখোন
@ajitkumarphukan9736
@ajitkumarphukan9736 2 жыл бұрын
Krishna joy guru sankar nam ভাগি ভাল হৈছে V, D,O টোৰ আই বাপ সকলো দেখালে ভাল লাগিল হলে প্ৰভু ভগৱন্তই আপোনা লোকো কৃপা কৰক জয় গুৰু শংকৰ কৃষ্ণ 🙏
@nirjurajgogoi319
@nirjurajgogoi319 2 жыл бұрын
তেখেতৰ “ জয়হৰিগোবিন্দ “ নামষাৰ শুনিবলৈ পাম নেকি বাৰু ?
@digantahazarika4700
@digantahazarika4700 6 ай бұрын
নমস্কাৰ।নাম সাৰ বৰ ভাল লাগিল।কিন্তু বাহিৰা কথা বৰ্তাই disturb দিছে।
@konramdas9062
@konramdas9062 2 жыл бұрын
Nice
@bhakatibhandar-6378
@bhakatibhandar-6378 2 жыл бұрын
কৃষ্ণ
@bhupenhazarikabh8508
@bhupenhazarikabh8508 2 жыл бұрын
krishna.bap.hundar.haise.kawrijaktu.atrai.luahole.aru.bhalhal.heten.krishna.
@bhakatibhandar-6378
@bhakatibhandar-6378 2 жыл бұрын
কৃষ্ণ
@gajenborah4994
@gajenborah4994 3 жыл бұрын
Bap kishna bor val lageel
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ। কৃষ্ণ
@janmanipatar4871
@janmanipatar4871 2 жыл бұрын
কৃষ্ণ কৃষ্ণ বাপ
@upengogoi4699
@upengogoi4699 3 жыл бұрын
Krishna hari ram bapjana
@madhurjyagogoi6085
@madhurjyagogoi6085 3 жыл бұрын
Kisnor
@nipulborah2734
@nipulborah2734 3 жыл бұрын
গুৰু স্মৰণ দুবাৰ কৰিলে আৰু ঘোষা কেইজনা তিনি বাৰকৈ ঘোষিছে, কাৰণ টো বুজি নাপালো ।
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
'প্ৰসঙ্গ প্ৰণালী' চাই লবৰ বাবে সেৱা ধৰিলোঁ।
@pranjoldutta7038
@pranjoldutta7038 3 жыл бұрын
প্ৰসংগ প্ৰণালীত দিয়া আছে ‌।।। গুৰু ‌স্মৰণ কৰাৰ পিছত বৰগীত ভাগিৰ ৰাগ গাইছে
@latubhuyan8496
@latubhuyan8496 3 жыл бұрын
Akejon guru ye diya boisnab dharma Thai vede pathoikya dekha jai kio..
@ritamonibhuyan1116
@ritamonibhuyan1116 2 жыл бұрын
Hoi mou buji napalu bapjon.
@dipulchangmai9863
@dipulchangmai9863 2 жыл бұрын
KRISHNA
@bhakatibhandar-6378
@bhakatibhandar-6378 2 жыл бұрын
কৃষ্ণ
@runuhazarika9056
@runuhazarika9056 11 ай бұрын
কৃষ্ণ
@daisyrabha2343
@daisyrabha2343 2 жыл бұрын
Krishna Krishna prabhu sakal sewa janaisu Krishna🙏🙏🙏🙏
@bhakatibhandar-6378
@bhakatibhandar-6378 2 жыл бұрын
কৃষ্ণ
@aairumidutta3711
@aairumidutta3711 3 жыл бұрын
কৃষ্ণ কৃষ্ণ
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ। জয় গুৰু শঙ্কৰ
@manjulabhuyan5676
@manjulabhuyan5676 3 жыл бұрын
🙏🙏🙏
@bhakatibhandar-6378
@bhakatibhandar-6378 3 жыл бұрын
কৃষ্ণ। জয় গুৰু শঙ্কৰ
@jagatnath7560
@jagatnath7560 2 жыл бұрын
কৃষ্ণ
@bhakatibhandar-6378
@bhakatibhandar-6378 2 жыл бұрын
কৃষ্ণ
@anandaboruah9997
@anandaboruah9997 2 жыл бұрын
কৃষ্ণ কৃষ্ণ
@bhakatibhandar-6378
@bhakatibhandar-6378 2 жыл бұрын
কৃষ্ণ
Naam Prasanga || Rajiv Chutia || নাম প্ৰসঙ্গ || ৰাজীৱ চুতীয়া@bhakatibhandar-6378
59:26
MISS CIRCLE STUDENTS BULLY ME!
00:12
Andreas Eskander
Рет қаралды 18 МЛН
Smart Sigma Kid #funny #sigma #comedy
00:40
CRAZY GREAPA
Рет қаралды 13 МЛН
A little girl was shy at her first ballet lesson #shorts
00:35
Fabiosa Animated
Рет қаралды 14 МЛН
Gym belt !! 😂😂  @kauermtt
00:10
Tibo InShape
Рет қаралды 17 МЛН
#Namprokhong# rajib chutia
1:01:49
JAKERI NAHIKE UPAM
Рет қаралды 76 М.
MISS CIRCLE STUDENTS BULLY ME!
00:12
Andreas Eskander
Рет қаралды 18 МЛН