Thanks for your information 🙏🙏🙏🙏🙏 Sidhu is a great person who has showed people the right path.🎉🎉
@jinumoniduarah7243Ай бұрын
শ্রদ্ধা জনাইছো,লগতে পুৱাই কণী খোৱাৰ দৰে উপদেশ নিদিবলৈ অনুৰুধ জনাইছো নৱজোত সিদ্ধুদেৱে যথেষ্ট গৱেষণা আৰু অতি কঠোৰভাৱে এক প্রমাণিত খাদ্য পৰিকল্পনা গ্রহন কৰাৰ বাবেহে নিজ ডাক্তৰ পত্নীক আৰোগ্য কৰিবলৈ সক্ষম হৈছে যিসকল ডাক্তৰে এয়া সম্ভৱ নহয় বুলি কৈছে তেওঁলোকৰ কোনো গৱেষণা আৰু আধ্যয়ন নাই লগতে টেষ্ট আৰু ট্রিটমেন্টৰ নামত ৰোগী সর্বশ্রান্ত হ'লেও তেওঁলোকৰ কোনো চিন্তা নাই কেৱল চিন্তা এনেদৰে মানুহ আৰোগ্য হ'বলৈ হ'লে তেওঁলোকৰ টকা ঘটাৰ বাট বন্ধ হ'ব
@diptigogoi59926 күн бұрын
ধন্যবাদ। সুন্দৰ ভিডিঅ।
@prafullabasumatary-e8bАй бұрын
Namaskar sir, mur maiki joni overy cancer hoisil,Guwahati r notun Cancer hospital t 3bosor shikisa korilu 3 time oparetion hoigol 18L Toka gole kintut lastly tate mori thakile,tetya hole moiki bishasot lom Allopathic bhal buli.👏👏
@fakruddinjinna3628Ай бұрын
Right 👍
@sadhanasultanajehirblogs4600Ай бұрын
Bhal kotha kole sir. Patanjali , Hiims Dr BRC Sir. SUDHI Manish ji (Hiims ) , Late Dr Ashdev Pandey 3 Eye and Milet Men Dr Khader ayur khushathyor puhar hoi. Thank you sir.
@shikhalaskarАй бұрын
Thanks for information
@hemkantabaruah9049Ай бұрын
ব্যৱসায়িক মনোভাৱেৰে চিকিৎসকলে কোনো দিনেই জটিল ৰোগৰ উপসম ঘটাব নোৱাৰে , তেনে কৰিলে 🤔🤔🤔🤔🤔🤔🤔🤔 নিজৰেই খতি হব 🤔😭
@ধেৎতেৰি07Ай бұрын
Right
@jbmotivationl3284Ай бұрын
মই চাৰিবছৰ এই কাম কৰি হাপানি ভাল কৰিবলৈ সক্ষম হৈছো
@rupdhannath6894Ай бұрын
Haldhi (টাৰ্মেৰিক) is an anti oxidant food ,doctors also know that anti oxidant foods are very helpful for cancer patients,then why these doctors refused sidhu's claim
@JinuRabha-wx8fq28 күн бұрын
Doctor hoi toka ghotar dukankhon bondho hobo je.... that's why they fear.....
@lukerangdan8557Ай бұрын
#Fasting Main
@ayurvedawithtrishna144Ай бұрын
👌👌👌
@manojtalukdar664719 күн бұрын
এই বোৰ নুশুনিব, বৈজ্ঞানিক ভাৱে প্ৰমাণিত পদ্ধতিৰে চিকিৎসা কৰাব নহ'লে অন্যথা বিপদ অনিবাৰ্য,💯💯💯 @ সুস্থ থাকিবলৈ সুষম আৰু সহজে হজম হোৱা আহাৰ খাওক, সকলো খাদ্য বস্তুৰে ঔষধীয় গুণ আছে যিয়ে যিকোনো ৰোগ প্ৰতিৰোধ কৰিবলৈ সক্ষম হয় তথাপি নেমুৰ ৰস আৰু হালধিয়ে কেঞ্চাৰ ৰোগ নিৰ্মুল কৰিব নোৱাৰে 💯💯💯⁉️⁉️⁉️