নতুন চৰকাৰী ঘৰ লাভ কৰাৰ কাৰণে কি কি প্ৰমান পত্ৰ পঞ্চায়তত জমা দিব লাগিব।আৰু কেতিয়া জমা দিব?

  Рет қаралды 163,764

MULTI KNOWLEDGE AXOM

MULTI KNOWLEDGE AXOM

Жыл бұрын

Пікірлер: 46
@ashadulislam6544
@ashadulislam6544 Жыл бұрын
Dada mobile ok hoisee
@multiknowledgeaxom
@multiknowledgeaxom Жыл бұрын
নতুন এটা আনিলো poco M4 ,Rs 15000
@highlighteditin
@highlighteditin Жыл бұрын
ভাল লাগিছে ধন্যবাদ
@multiknowledgeaxom
@multiknowledgeaxom Жыл бұрын
Thank you
@highlighteditin
@highlighteditin Жыл бұрын
জুৰণ ৰাভা বামুনডাঙা প্ৰথম খণ্ডৰ সদস্য আৰু উপ সভাপতি দ্বাৰকা গাওঁ পঞ্চায়ত ভাল লাগিছে ধন্যবাদ
@multiknowledgeaxom
@multiknowledgeaxom Жыл бұрын
সভাপতি ডাঙৰীয়া আপোনাকো ধন্যবাদ জ্ঞাপন কৰিছোঁ ।
@pankajgogoi5395
@pankajgogoi5395 Жыл бұрын
Thank you so much
@multiknowledgeaxom
@multiknowledgeaxom Жыл бұрын
Same to you bro
@momidey7635
@momidey7635 Жыл бұрын
Amar listot name nai 2018 jio Takot
@abdulrasid7080
@abdulrasid7080 Жыл бұрын
Amar pora jio tec korar homoyot 1500 koi toka bisarise
@ashadulislam6544
@ashadulislam6544 Жыл бұрын
DaDa apunar notun news naha kiyo
@multiknowledgeaxom
@multiknowledgeaxom Жыл бұрын
মোৰ মোবাইল টোৰ ইস্পিকাৰ বেয়া হ'ল voice দিব নোৱাৰোঁ কাৰনে video দিব পৰা নাই ভাইটি । নতুন মোবাইল লৈ ভিডিঅ' দিম । বহুত দিব পৰা content আছে ।
@superbossmatkafree6085
@superbossmatkafree6085 Жыл бұрын
Jio tag or link diok sir
@multiknowledgeaxom
@multiknowledgeaxom Жыл бұрын
This link is only for official use .
@tohidurrahman821
@tohidurrahman821 Жыл бұрын
2018 র আইডী 2022র তালিকাত নাই এইটো কি করিব
@multiknowledgeaxom
@multiknowledgeaxom Жыл бұрын
আছে কিন্ত rejecte list অত আছে ।ঘৰ পোৱাৰ যুগ্য ব্যক্তি হ'লে নাম ৰিজেক্ট লিষ্টত থাকিলেও ঘৰ পাব ।এই বিষয়ে ম ই ভিডিঅ'এটা দি থৈছোঁ চাব ।
@rumachinte2524
@rumachinte2524 Жыл бұрын
Mur20018চনত geo tech কৰিছিল তেতিয়া list nam asil photo marileকিন্তু এতিয়া নতুন লিষ্টোত নাহিলেগে নাম😭😭😭মোক কি dhni দেখিলে janu bohut beya lagise 😭😭😭😭😭
@multiknowledgeaxom
@multiknowledgeaxom Жыл бұрын
বাইদেউ আপোনাৰ নাম ৰিজেক্ট লিষ্টত পৰিছে ।কিহৰ ভিত্তিত/কাৰণে ৰিজেক্ট হৈছে পঞ্চায়ত ত গৈ আইডি নাম্বাৰ টো দেখুওৱালে ৰিজন টো কৈ দিব ।ৰিজেক্ট কি কাৰণে হয় সেই বিষয় লৈ ভিডিঅ'এটা দি থৈছোঁ চাব বাইদেউ ধন্যবাদ।
@GayatriKalita-ih7fv
@GayatriKalita-ih7fv Жыл бұрын
Dada ami bhut duxuiya kni 2 ami ghr ata puwa ni dada apuni sai jodi moi amar ghr to apunak photo kori dim amar ata thakibo ghr ni boroxun diye ami takibo Thai ni dada apuni jodi pare olp help kore
@rinadas5510
@rinadas5510 Жыл бұрын
আমার ঘরে টাকা পাই কিন্তু জবকাডে টাকা পাই না ইন্দ্র গর জিপিএকনমবর‌ওয়াড
@multiknowledgeaxom
@multiknowledgeaxom Жыл бұрын
পঞ্চায়তত গৈ খবৰ ল ওক ।job cardৰ বিল নিদিলে ঘৰৰ ফটো মাৰিব নিদিব ।
@haidarali432
@haidarali432 Жыл бұрын
@@multiknowledgeaxom q TV we wwaq1
@baharalikazi563
@baharalikazi563 Жыл бұрын
পঞ্চায়তৰ কৰ্মচাৰী ,পঞ্চায়ত সভানেত্ৰী,সভানেত্ৰীৰ স্বামী,সদস্য/সদস্যাৰ স্বামীয়ে ঘোচ খুজিলে তেওঁবিলাকক কি কৰিব লাগিব জনাব। ধন্যবাদ
@multiknowledgeaxom
@multiknowledgeaxom Жыл бұрын
আপোনাৰ হাতত উপযুক্ত প্ৰমাণ থাকিলে তেওঁলোকৰ বিৰুদ্ধে গোচৰ /কেছ কৰিব পাৰিব । আৰু যদি প্ৰকৃততে তেওলোক দোষী সাৱস্থ হয় । তেন্তে সাস্তি হ'ব । তথ্য নাথাকিলে এনেই কৈ লাভ নাই । সুন্দৰ কমেন্টৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ ।
@abhisckdutta2223
@abhisckdutta2223 Жыл бұрын
Hii
@pankajphukan4036
@pankajphukan4036 Жыл бұрын
Ki karone naam ohar pasotu kati diye
@multiknowledgeaxom
@multiknowledgeaxom Жыл бұрын
এই বিষয়ে ভিডিঅ'এটা দিম ।
@shanswrangbaro488
@shanswrangbaro488 Жыл бұрын
A bar natun ghoror paisa kiman ahibo.
@multiknowledgeaxom
@multiknowledgeaxom Жыл бұрын
এক লাখ ষাঠি/সত্তোৰ ৰ ভিতৰত হ'ব । এই বিষয়ে ভিডিঅ'এটা দি থৈছোঁ চাই ল'ব ।
@dipalimallik9787
@dipalimallik9787 11 ай бұрын
Dipali Id Dipaidas😂😂😂😂😂
@rumadas4729
@rumadas4729 Жыл бұрын
Ntun ghrt taka kiman ahibo
@multiknowledgeaxom
@multiknowledgeaxom Жыл бұрын
ভিডিঅ'দিয়া হৈ আছে
@anowaraanowara6618
@anowaraanowara6618 Жыл бұрын
Amar toh 2011 census ase tothapio amak ghor nidiye but kio?
@dhrubadeka275
@dhrubadeka275 Жыл бұрын
Physically handicapped a ghar pabo ne napai
@multiknowledgeaxom
@multiknowledgeaxom Жыл бұрын
দাদা আপুনি এটা অতি গুৰুত্বপূৰ্ণ যুক্তিসংগত প্ৰশ্ন কৰিছে । আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ । আপোনাৰ এই বিষয় লৈ অতি শিঘ্ৰে ভিডিঅ' এটা দিম ।
@multiknowledgeaxom
@multiknowledgeaxom Жыл бұрын
110% নিশ্চিত পাব ই ।
@ashadulislam6544
@ashadulislam6544 Жыл бұрын
Gio tak ktia hoi gonab
@multiknowledgeaxom
@multiknowledgeaxom Жыл бұрын
Ok gonam
@monuj1515
@monuj1515 Жыл бұрын
​@@multiknowledgeaxom
@fakrulislam8319
@fakrulislam8319 Жыл бұрын
Thank you
@indramurariindramurari7577
@indramurariindramurari7577 Жыл бұрын
Good news Sir
@juranali2832
@juranali2832 Жыл бұрын
Nice
@saratkalita6791
@saratkalita6791 Жыл бұрын
আমাৰ দেউতাৰ নাম ত ৰায়তী মাটি ৰ পৰমানপএ আছে। কিন্তু আমি বাস কৰাঠাইখিনি দেউতাৰ ভাই খুৰাৰনামত মিয়াদীহৈআছে। মোৰ এতিয়া কি হব? মই ঘৰ না পাম নেকি?
@multiknowledgeaxom
@multiknowledgeaxom Жыл бұрын
আপোনাৰ ঘৰ বনোৱাত আপোনাৰ খুৰাৰ আপত্তি নাথাকিলে বনাব পাৰিব ।ৰায়তী মাটি কাক কয় এই বিষয়ে ম ই নাজানো I Am sorry.অলপ বুজাই দিলে দাদা নিশ্চয় ভাল পাম । Thank you.
@RafikulIslam-vv8cp
@RafikulIslam-vv8cp Жыл бұрын
I.d.notoka.msnugona.ki.hobo
@multiknowledgeaxom
@multiknowledgeaxom Жыл бұрын
No ID no House . Thank you.
DO YOU HAVE FRIENDS LIKE THIS?
00:17
dednahype
Рет қаралды 84 МЛН
아이스크림으로 체감되는 요즘 물가
00:16
진영민yeongmin
Рет қаралды 36 МЛН
Пробую самое сладкое вещество во Вселенной
00:41
DO YOU HAVE FRIENDS LIKE THIS?
00:17
dednahype
Рет қаралды 84 МЛН