নতুন যুৱ প্ৰজন্মৰ বিষয়ে এঞ্জেলা চাংমাই কি কলে |শিৱসাগৰ | গোৱাল গাঁৱ | দিখৌ মুখ | Angela sangmai

  Рет қаралды 1,154

DIYA VLOG

DIYA VLOG

Күн бұрын

Пікірлер: 2
@PradipGogoi-i7b
@PradipGogoi-i7b 9 күн бұрын
পৰিবৰ্তন শীল দেহ টোৰ কোনো স্থায়ী নহয়। আধুনিক চিকিৎসা বিজ্ঞানৰ মতে ও সত্য। জীৱ কোষ বিলাকৰ ক্ৰিয়া প্ৰতিক্ৰিয়াৰ ফলতে প্ৰতি মুহূৰ্ত্ততেই দেহটো পৰিবৰ্তন হৈ আছে। এই দৰেই দেহটোৰ বূদ্ধি আৰু বুঢ়া কাল হোৱাতো সম্ভৱ হৈছে। কিন্তু দেহ টোৰ আৰু মন টো ৰ নানান ভাৱে পৰিবৰ্তন হৈ থকাৰ স্বত্তেও তাত থকা আত্মা টো কিন্তু পৰিবৰ্তন নোহোৱাকৈ সদায় একে দৰেই থাকে পাৰ্থিৱ বস্তু আৰু অপাথিৱ আত্মাৰ ভিতৰত সেইয়েই পাৰ্থক্য । স্বভাৱতে দেহৰ একেৰাহে পৰিবৰ্তন হৈ আছে। নিত্য আত্ম টো কোনো পৰিবৰ্তন নোহোৱাকৈ সদায় একে দৰেই থাকে। যি বিলাক মানুহে সাকাৰ ভগৱানৰ অস্তিত্ব স্বীকাৰ কৰে আৰু যিসকলে নিৰাকাৰ অব্যক্ত বুলি মানে সেই উভয় বিধ তত্ত্বদশীয়েই নিত্য আত্মা আৰু অ নিত্য জড় পদাৰ্থৰ মাজত থকা উক্ত পাৰ্থক্য টো মানি লৈছে। এই কথাত স্থায়ী সৎ আৰু অস্থায়ী অসৎ পদ দুফাকিত চেতন আত্মা আৰু জড় পাৰ্থিৱ পদাৰ্থ বুজায়ছে। সকলো তত্ত্বদশীয়েই সেই দুটা পাৰ্থক্য কথা কেই কৈছে। পিছলৈ।
Гениальное изобретение из обычного стаканчика!
00:31
Лютая физика | Олимпиадная физика
Рет қаралды 4,8 МЛН