বিজন মহাজন-আল্পনা মহাজনৰ প্ৰেম কাহিনী? বিজন মহাজনৰ কি দোষে আমনি কৰে পত্নীক?

  Рет қаралды 33,519

NB News

NB News

Күн бұрын

অপৰাধীৰ বাবে আতংক, নিৰ্দোষীৰ বাবে ত্ৰাণকৰ্তা তেওঁ। পত্নীৰ বাবে কেনে অনুভৱ স্বামীৰ এই সফলতা? কেনেদৰে আৰম্ভ হৈছিল বিজন মহাজন-আল্পনা মহাজনৰ প্ৰেম কাহিনী? বিজন মহাজনৰ কি দোষে আমনি কৰে পত্নীক?
#nbnews #nbnewsdigital #aarormanuhgoraki #bijonmahajon #lawyer #lifestyle
A bilingual news channel from North-Eastern India based in Guwahati, Assam. We bring you the latest news 24x7.
Facebook: / nbnewstv
#NBnews
#NBtv
#NBnewsassam
#NBnewstv
#Satellitechannel
#NBNews

Пікірлер: 13
@manibankalitanath3648
@manibankalitanath3648 28 күн бұрын
খুব ভাল লাগিল দেই। বিজন মহাজন এজন বিশেষ ব্যক্তি, তেওঁৰ জীৱন সংগী গৰাকীক দেখিলোঁ , শুনিলোঁ ... ইমান সহজ সৰল , শিক্ষিত এগৰাকী নাৰী আমাৰ আদৰ্শ। পুৰুষ গৰাকীক আগুৱাই লৈ গৈ তেওঁৰ ত্যাগ শলাগিব লগীয়া । দুয়োগৰাকীৰ সু স্বাস্থ্য কামনা কৰিলোঁ।
@nayanbarman9909
@nayanbarman9909 Ай бұрын
Madam is such a simple lady and Sir is also a very hardworking person.
@bborpatragohain722
@bborpatragohain722 27 күн бұрын
Best advocate 🎉
@keshabdas451
@keshabdas451 Ай бұрын
Wah bahut Val lagil god bless.
@krishanasaikia9414
@krishanasaikia9414 Ай бұрын
Katuphan kotha. Bohut val lagisha ❤
@snigdhasaikia5737
@snigdhasaikia5737 20 күн бұрын
Many people might not know, but Bijan Mahajan sir feed the local street dogs near Gauhati high court every day. I have also seen so many cats and dogs near his house who are being fed regularly .
@KiranPhukon-f4z
@KiranPhukon-f4z Ай бұрын
দাদা আমাৰ গৌৰৱ ।দাদাৰ দৰে ইংৰাজী ক'ব পৰা মানুহ হয়তো নোলাব। কিন্তু বাইদেউয়ে খুব কম কথা কয়। দাদা সদায় ভালে থাকক ভগবানৰ ওচৰত প্ৰাথনা জনাইছো।
@pubaligogoi2351
@pubaligogoi2351 Ай бұрын
উশাহ নসলোৱাকৈ কথাবোৰ সুধিছে, কিছুমান কথা কাট খাই গৈছে
@rudrahandique81
@rudrahandique81 11 күн бұрын
🎉🎉🎉🎉
@AnilBarman-ld7lc
@AnilBarman-ld7lc 17 күн бұрын
Kotha Bokaro khooni birha bhag se❤❤
@shahrukjaman4908
@shahrukjaman4908 Ай бұрын
সাংবাদিক জনীয়ে নিজেই বেছি কথা ক'লে। উত্তৰ বিলাক শেষ নহওতে বেলেগ প্ৰশ্ন কৰিলে। সাংঘাতিক 😮
@mayurimainusvlog6796
@mayurimainusvlog6796 28 күн бұрын
Moiye anchor asilu. শুনক যেতিয়া অতিথি গৰাকী অলপ কম কথা কোৱা বা কেমেৰাৰ পৰা আতৰত থকা হয়, তেওঁ সহজ কৰিবৰ বাবে আমি কথা ক'ব লগা হয়, নহলে মানুহে চাই আমোদ নাপায়, যিহেতু তেখেতে এটা এটা শব্দত উত্তৰ দিয়ে গতিকে আমি প্ৰশ্ন বোৰ অলপ তেনেদৰে কৰিব লগা হয়। সততে মই কমেণ্ট নিদিও আপোনাক দিলোঁ কাৰন আপুনি সাংঘাতিক নে কি বুলি ক'লে যে, এটা সাক্ষাৎকাৰ কৰি দেখুৱাবচোন চাম আমি কি কি শিকিব পাৰোঁ। আৰু সাংঘাতিক মানে কি? আমাৰ বৃত্তি টোক সন্মান কৰিব নাজানে যদি অসন্মান নকৰিব। মানুহে ভাল কাম কৰিলে ট্ৰল বা উপলুঙা কমেণ্টেৰে ডাউন দিবলৈ বিচৰা আপুনি এটা সমাজৰ সাংঘাতিক।
@priyankabaruah2311
@priyankabaruah2311 26 күн бұрын
Bht bosoror puroni sinaki name kintu durvagya Abaroloi dekha krbo naipora.
Миллионер | 3 - серия
36:09
Million Show
Рет қаралды 2 МЛН
Молодой боец приземлил легенду!
01:02
МИНУС БАЛЛ
Рет қаралды 1,8 МЛН
Миллионер | 3 - серия
36:09
Million Show
Рет қаралды 2 МЛН