NB NEWSৰ ষ্টুডিঅ’ত ভাইৰেল বোৱাৰী তবী খঙীয়া বৰা

  Рет қаралды 222,940

NB News

NB News

Күн бұрын

Пікірлер: 188
@RekhaLalung-ui2gi
@RekhaLalung-ui2gi 5 ай бұрын
বৰ সুখী পৰিয়াল❤️❤️এইদৰে মিলি জুলি থাকা সকলোৱে, বোৱাৰী ক ছোৱালী ৰূপত লোৱা শাহুবোৰ বহুত মৰমৰ ❤️❤️
@nanghunpha
@nanghunpha 5 ай бұрын
শাহু শহুৰ ক বিশেষ ভাবে সলাগিছো ।
@ajitkumarphukan9736
@ajitkumarphukan9736 4 ай бұрын
বহুত গুণৰ অধিকাৰী একে বাৰে খোলা মনৰ বহুত বহুত আশীৰ্বাদ আগ বাঢ়ি যোৱা আশীৰ্বাদ
@BinitaDas-q4s
@BinitaDas-q4s 4 ай бұрын
Very very nice family ❤️❤️❤️👍
@ajitkumarphukan9736
@ajitkumarphukan9736 4 ай бұрын
অতি সুন্দৰ সুখী পৰিয়াল ভন্টি তোমাক ভগৱানে বহুত শক্তি দি
@kkmusically8590
@kkmusically8590 3 ай бұрын
Hundor voice hundor kontha hoklure arkhibad hodai ag barhi ja val lagil so to sai .....❤❤
@allone2175
@allone2175 Ай бұрын
great sasur , thanks
@PrashantaBarua-ol2wq
@PrashantaBarua-ol2wq 5 ай бұрын
Moja
@allone2175
@allone2175 Ай бұрын
salute to her sasury
@kumudgogoi4061
@kumudgogoi4061 4 ай бұрын
শাহু-শহুৰ আৰু তেখেতৰ স্বামীক শতবাৰ প্রণাম জনালোঁ।ছোৱালীজনীক ইমান মৰমেৰে ৰাখিছে
@gunaramdas131
@gunaramdas131 4 ай бұрын
ধুন সচা কৈ বহুত ভাল লাগিল! পৰিয়ালৰ সকলোকে ধন্য বাদ দিছোঁ!আগুৱাই যোৱা, শুভেচ্ছা আৰু আৰ্শীবাদ থাকিল!
@labanyadevi3172
@labanyadevi3172 5 ай бұрын
সুখী পৰিয়াল ❤❤❤
@ajitkumarphukan9736
@ajitkumarphukan9736 4 ай бұрын
N B,News hokolu লৈ বহুত বহুত আশীৰ্বাদ আগ বাঢ়ি যাওঁক আৰু ভাল হওঁক ভগ বন্তই কৃপা কৰক আপোনালোকৰ জয় হওঁক কৃষ্ণ
@bontibora4333
@bontibora4333 4 ай бұрын
Hosai bor val hahu hohur paisa tumi ❤❤❤
@birengogoi9499
@birengogoi9499 5 ай бұрын
ভৰি উঠাই বহা বাবে অকমান বেয়া দেখাইছে,,,,বাকি সকলো ভাল লাগিল 🙏
@protimadutta2890
@protimadutta2890 5 ай бұрын
এই কথাটো মোৰও চকুত পৰিছে
@juribokal6336
@juribokal6336 5 ай бұрын
শাহু গৰাকীলৈ অশেষ ধন্যবাদ।❤❤❤❤
@julisaikia9934
@julisaikia9934 5 ай бұрын
আমাক pohua বাইদেউ গৰাকী বৰ ভাল বোৱাৰী জনি আগত কৈ vl হল বহুত সৰুতে অহা আছিল
@julisaikia9934
@julisaikia9934 5 ай бұрын
শাহু গৰাকী প্ৰফেছাৰ আছিল
@hemalatachetia3765
@hemalatachetia3765 4 ай бұрын
ভৰি টো তলত থলে ভাল আছিল। ।মা '' দেউতাৰাই সুন্দৰ কৈ বহি আছে । বাকীবোৰ সুন্দৰ প্ৰদৰ্শন হৈছে ।
@dipaliborahsingha9039
@dipaliborahsingha9039 5 ай бұрын
Xundor ❤
@madonrajput3437
@madonrajput3437 5 ай бұрын
এই হাল তোমাৰ সাহু সহুৰ নহয় ভগৱান।আগ বাঢ়ি যোৱা 🎉
@spboruah8024
@spboruah8024 5 ай бұрын
বিহু প্ৰগেমটো কিমান বাৰ চালো হিছাব নাই।কিন্তু নিজৰ ঘৰ খনৰ কথা নকও এই অনুস্থানটিত অসমৰ ৰাইজ (বুলিয়ে কলো )দেখাকৈ সহু সাহুৰৰ সন্মোখত ভৰিৰ উপৰত ভৰি তুলাটোহে বেয়া লাগিল!
@protimadutta2890
@protimadutta2890 5 ай бұрын
নিজৰ শাহু--শহুৰ বা অন্য ডাঙৰ মানুহৰ আগত ভৰি উঠাই বহিব নালাগে---এই কথাটো---শাহু--শহুৰে বোৱাৰী জনীক ক'ব লাগে ।
@AnjoyRajkhowa
@AnjoyRajkhowa 4 ай бұрын
Val Laga Ahdarkha Asa
@kaustuvvlog3934
@kaustuvvlog3934 5 ай бұрын
আঐ দেহি মৰমৰ চকুলো উলাই উলাই গৈচে ❤❤
@BhawajitDoley
@BhawajitDoley 5 ай бұрын
Ideal family. Wishing a happy future life.
@pankojsaikia3343
@pankojsaikia3343 5 ай бұрын
সুখী হৈ থাকক সদায় ,,, গোটেই পৰিয়ালটো
@sinudevi1934
@sinudevi1934 5 ай бұрын
বহুত বহুত ধন্যবাদ অতিকৈ আদৰ্শ বান ব্যক্তি❤
@DipikaMedhi-t8n
@DipikaMedhi-t8n 4 ай бұрын
আপোনালোকৰ দৰে যাতে সকলো সাজু সুহুৰ এনেধৰনৰ হ'ব লাগে।আপোনালোকক ধনয় বাদ।
@kanikarayvlog8989
@kanikarayvlog8989 5 ай бұрын
বৰ ভাল লাগিলে চাই আদৰ্শবান পৰিয়াল এনেকুৱা শাহু শাহুূৰ পাবলে নাই আপুনি পাইছে ভাগ্য কৰি আগুৱাই যোৱা ভালকে থাকিবা❤❤❤🎉
@julisaikia9934
@julisaikia9934 5 ай бұрын
বহুত দিনৰ মূৰত বাইদেউ k dekha palu hs r 1 st yr nd 2 nd yr r din bur monot পৰিল দেই বৰ ষ্টাইল লিছ আছিল কিন্তু বাইদেউ সঁচাই বৰ মৰমিয়াল আছিল ভালে থাকক বাইদেউ বোৱাৰী জনি ভালে পালে দিয়ক
@sasankaburagohain9917
@sasankaburagohain9917 5 ай бұрын
সুন্দৰ 👍
@rinkusaikia7127
@rinkusaikia7127 5 ай бұрын
Amar Narayanpurr Gaurav❤Tate Malika ma'am as a teacher u bht moromial 😍😍
@pratimgogoi454
@pratimgogoi454 5 ай бұрын
Great 👌
@JyotiBorah-rt5qk
@JyotiBorah-rt5qk 5 ай бұрын
দেউতাক মাক দুয়োজনেই সুস্হ হৈ থাকক🙏🙏
@EduTechIndia-kg6db
@EduTechIndia-kg6db 5 ай бұрын
Happy family. God bless you
@HEMCHBORA
@HEMCHBORA 5 ай бұрын
প্ৰতিভা বিকাশ কৰিবলৈ সুবিধা দিয়াৰ বাৱে পৰিয়ালটিক ধন্যবাদ ।
@dancingborahsisters6964
@dancingborahsisters6964 5 ай бұрын
সঁচাকৈয়ে এটা আদশবান পৰিয়াল
@golapidas8323
@golapidas8323 5 ай бұрын
তোমাৰ দৰে পৰিয়াল পাবলৈ ভাগ্য লাগিব। তুমি খুব ভাগ্যৱতী তবী❤
@debajanikakoti7209
@debajanikakoti7209 5 ай бұрын
ভাল লাগিছে আপোনালোকৰ বোৱাৰীৰ প্ৰতি সৎ ব্যৱহাৰ কৰা কাৰণে । বিশেষকৈ সংস্কাৰি শাহু গৰাকী লৈ ধন্যবাদ থাকিল ।
@rubikoch5083
@rubikoch5083 5 ай бұрын
বীনোদ দা আৰু মলীকা বা বোৱাৰী বহুত ভাল লাগিছে
@minkusarmah591
@minkusarmah591 5 ай бұрын
শাহু আৰু বোৱাৰী দেখাত একে ❤
@audioandvideo922
@audioandvideo922 5 ай бұрын
Nice family ❤❤❤❤❤
@monjitadutta9588
@monjitadutta9588 5 ай бұрын
বহু সাধনাৰ ফলতহে চাগে এনে স্বামী, শহুৰ শাহুৰ লাভ কৰে এজনী ছোৱালীয়ে সদায় এনেদৰেই থাকিব দেই
@hiranyarajkhowa4119
@hiranyarajkhowa4119 5 ай бұрын
বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিলো। আগুৱাই যোৱা। তবী তুমি মনৰ হেঁপাহেৰে সুখী হৈ থাকক। তবীৰ লগতে পৰিয়ালৰ সকলোৰে সু-স্বাস্থ্য আৰু মঙ্গল কামনা কৰিলো।
@rrtlife1774
@rrtlife1774 5 ай бұрын
Asolote khub Kom tenekua porial ase ba dekhisu buwarir proti khahu khohur jiarir morom valpua thoka ❤❤ Val lagil apunalukr porialtuk dekhi . khodai mili juli thakib lge khokolue❤😊
@anjanahazarika2740
@anjanahazarika2740 5 ай бұрын
শাহু বোৱাৰী নহয় একেবাৰে মা জীয়েকৰ দৰে এনেকুৱা ই হব লাগে মই লেপালো দূখ লাগে আপোনালোক আদশ হওঁক
@birennath8618
@birennath8618 5 ай бұрын
An ideal family.
@SagorikaBoruah
@SagorikaBoruah 5 ай бұрын
প্ৰতিভাৰ গৰাকী❤🥰🥰❤
@barnalidutta7777
@barnalidutta7777 5 ай бұрын
Mallika baideo apuni hosai bahut val.. schooltu amak bahut morom disile.. love u mam❤
@pobitodas4019
@pobitodas4019 5 ай бұрын
আদৰ্শ পৰিয়াল ❤
@BarnaliKalita-p9j
@BarnaliKalita-p9j 5 ай бұрын
শাহু- শহুৰ ইমান মৰমীয়াল । বহুত ভাল লাগিছে
@bornalitamuli9229
@bornalitamuli9229 5 ай бұрын
@AjuHazarika-qj6zp
@AjuHazarika-qj6zp 5 ай бұрын
Bhut val lagil dei
@dilipsaikia2179
@dilipsaikia2179 5 ай бұрын
পৰিয়াল টোলৈ অভিনন্দন জনালো
@amitavdey2346
@amitavdey2346 5 ай бұрын
Liked 😅
@MadhumitaMedhiDas
@MadhumitaMedhiDas 5 ай бұрын
Bor val lagil xahu goraki . Ma apunarloi bohut dhnyabd kiyonu apunar nisina xahu puwar xokolure xovagya nathake. Baki xahu xohirr agot vori khon tuli bohar karone kiba uncomfortable lagile taku aikhon monsot so....
@Ayandeep_Musical.
@Ayandeep_Musical. 5 ай бұрын
Best Wishes Thakil Tobi ❤
@missrinku7697
@missrinku7697 5 ай бұрын
বহুত বেছি ভাল লাগিল বা ❤ vdo টো কেতিয়া শেষ হল গমেই নাপালোঁ 😢
@rubikoch5083
@rubikoch5083 5 ай бұрын
বীনোদ দা আৰু মলীকা বা বোৱাৰী বহুত ধুনীয়া লাগীছে
@parthanagogoi5997
@parthanagogoi5997 5 ай бұрын
সদায় দেখি আহিছো ঘৰ খন কিমান support কৰে মা দেউতাই মাইনা দা সঁচাকে tobee তই বহুত lucky. সদায় ভালে ৰাখক সকলো. তই আগুৱাই জা
@pallabiduttasaikia8587
@pallabiduttasaikia8587 5 ай бұрын
ইমান মৰম লগা পৰিয়াল❤❤❤
@pijumoniborah4473
@pijumoniborah4473 5 ай бұрын
বহুত ভাল লাগিল ।
@gitanjalinath6642
@gitanjalinath6642 5 ай бұрын
Sasu mais very beautiful
@parishmitagogoi6879
@parishmitagogoi6879 5 ай бұрын
Tobee baa agbahi juwa
@MukutGogoi-mq1yk
@MukutGogoi-mq1yk 5 ай бұрын
বিহু নাচােতে নাছনীয়ে যেতিয়া এখন হাত ককালত ৰাখি আনখন হাত মূৰত ৰাখে তাৰ মানে কি জানেনে ইয়াৰ বৈগানিক কাৰন হল নাছোতে যাতে ককালৰ বিষ নহয়।
@runuchetia1658
@runuchetia1658 5 ай бұрын
কৃষ্ণ কৃষ্ণ🙏🙏🙏🙏সন্তোষ পালোঁ দেখি❤️❤️
@PinjuGogoi-j1g
@PinjuGogoi-j1g 5 ай бұрын
Val lagil taulukor porealtu hodie adora thakea jan❤
@dhrubazubeen4546
@dhrubazubeen4546 5 ай бұрын
দেউতাকৰ আগত ভঢ়িখন নমাই বহিব লাগিছিল
@bonditakalita8656
@bonditakalita8656 5 ай бұрын
Nijor mak deutakot koyu bohut besi mrm valpuwa buwari poti, bohut bohut dhoinbad apunalukoloi, 🙏
@akashassam3280
@akashassam3280 5 ай бұрын
এতিয়া কথা বিলাক অলপ বেচিলে গল গে 😂
@gitaligogoi8920
@gitaligogoi8920 5 ай бұрын
Bohut morom loga tumi logota tumr family hodi hukhi thaka❤
@LovelyCells-qe6bj
@LovelyCells-qe6bj 5 ай бұрын
Anekuwa family dekhile monbur bor val lagi jai o❤❤❤
@okhimbhai
@okhimbhai 5 ай бұрын
Bwo joni iman cute hoi❤
@gariyoshi1253
@gariyoshi1253 5 ай бұрын
ভৰিৰ ওপৰত ভৰি উঠাই বহিব নালাগে। ডাঙৰক সন্মান কৰিব লাগে।
@jarjinasaikia7473
@jarjinasaikia7473 5 ай бұрын
এটি আদৰ্শ পৰিয়াল🙏🙏
@jaankonwar8961
@jaankonwar8961 5 ай бұрын
Tuma hahu hohu bohut vl aru age bahe juya God bless you❤❤❤❤❤
@momidutta7038
@momidutta7038 5 ай бұрын
Supar se upar❤❤❤❤
@manjumoniphukan9199
@manjumoniphukan9199 5 ай бұрын
🎉🎉Ghorr manuhbur val ase
@madhukrishnagogoi4070
@madhukrishnagogoi4070 5 ай бұрын
eman val sinta sorsa teulukor❤️eman moromial hohur hahu paboloiu vagya lagibo.vgbane vale rakhok hokolu jonoke❤🙏
@NiruDeka-q2b
@NiruDeka-q2b 5 ай бұрын
ইমান ভাল শাহু শহুৰ তোমি সঁচাকৈয়ে বৰ ভাগ্য বান
@PapariNeog
@PapariNeog 5 ай бұрын
ভাল লাগিল দেই নবৌ ❤❤সময় পালে মোৰ video বোৰো চাব
@rambalram2610
@rambalram2610 5 ай бұрын
আৰু কি চলাবি... এইবাৰ ভাইৰেল বোৱাৰী উলিয়ালি...😮😮😮😢😢 ভাল শিক্ষা দীক্ষা, জ্ঞান দৰ্শনৰ কথা বা আলোচনা পাতিবলৈ টো তহঁত নিজেই অশিক্ষিত...😮😮😮 গতিকে ইয়াকে নকৰি আৰু কি কৰিবি...😮😮😮😮😢😢
@NumalKhongiadigital
@NumalKhongiadigital 5 ай бұрын
আৰু তুমি/আপুনি আৱৰ্জনা ৰ বাহিৰে একোৱেই নহয়,,,
@rambalram2610
@rambalram2610 5 ай бұрын
তইনো কি...? এই ফকতিয়আ, সস্তীয়া নিউজৰ বেপাৰী বিলাকৰ চামচা...??? কত বোকা দান্স হল, কত ফাইৰ দন্স হল, কত হেলমেট দাঞ্চ হল, কত বোৱাৰী ভাইৰেল হল.... তাৰ বাহিৰে আৰু ইহঁটি বা তহঁতে জান কী...?? মানুহ কোন যুগতেই চন্দ্ৰ পালেগৈ... এতিয়া মঙ্গল লৈ ওলাইছে... Artificial Intelligence আহিল.. অসমীয়া কীতাই কি কৰিছে...??? বাংগালোৰ, মাদ্ৰাছ, হাইদৰাবদত আদি মহানগৰীত চিকিউৰিটি, ঘৰ মূচা, হোটেলৰ ৰান্ধনী, বাচন ধোৱাৰ কাম....?? এই বোৰ দেখুৱাই থাকিলে তাতেই থাকিবী আৰু একো নহও....!!!! যেনে কৰ্ম তেনে ফল...!!! শুই থকা শীয়ালে হাঁহ ধৰিব নোৱাৰে....!!!!
@LilyDhekial-nu3zb
@LilyDhekial-nu3zb 5 ай бұрын
Very good
@jutishmitadas3430
@jutishmitadas3430 5 ай бұрын
বহুত ভাল লাগিল। পিছে ভৰিখন নমাই থোৱা।
@RinkumoniDas-u3u
@RinkumoniDas-u3u 5 ай бұрын
ভাল লাগিছে তেওঁৰ শাহু আমাৰ শিক্ষা গুৰু
@ManikaHatiboruah
@ManikaHatiboruah 5 ай бұрын
Val lagil Sai.
@junaligogoi9387
@junaligogoi9387 5 ай бұрын
ভৰি খন নমাই থোৱা হলে ভাল লাগিলে হেঁতেন
@rashmibora6160
@rashmibora6160 5 ай бұрын
Moza
@monurup-mz3ol
@monurup-mz3ol 5 ай бұрын
Anekwa hahu pabo vaigo lagibo 🥰 apuni agiyai jawk
@PriyankaBoruah-s7w
@PriyankaBoruah-s7w 5 ай бұрын
Oh ma eman dhunia family vale thakok
@gitashreesaikia5284
@gitashreesaikia5284 5 ай бұрын
Moliika mam k egoraki hahu Ma hisape puwatu tumar kopal. Mam hosai egoraki khub aadorshobadi mohila 2ta bosore mam k paisilu Nrp HS t egoraki Mak r dore ammak pohuwaisile n tumi aaru aaguwai juwa al d best
@pakghorthefoodhub7059
@pakghorthefoodhub7059 5 ай бұрын
Bohut val lagil sai ❤❤❤👍
@nabajyotisaiki945
@nabajyotisaiki945 5 ай бұрын
Tobi bor hunkale biya hola Tumar nas bohut dhunia. Notun bihu samragi buror logot homane fer maribo parila heten. Imn dine bihu samragi hola hoi. Sobtke val tumare hoise. God bless u keep it ip
@ManakhiBorah-i9w
@ManakhiBorah-i9w 5 ай бұрын
Tobi agoraki hundor buwari.... Hokolu potivare adhikari moromial buwari.... Super...
@SwapnaMili-on6gv
@SwapnaMili-on6gv 5 ай бұрын
Baideu hosako ATA homoyot mur bohut priyo asil,,vale thakok hoday,,,,
@sacreativeandcrazy953
@sacreativeandcrazy953 5 ай бұрын
Happy family
@minakshi.chetia
@minakshi.chetia 5 ай бұрын
বৰ ভাল লাগিলে চাই, আদৰ্শ পৰিয়াল ।
@parthanahazarika5965
@parthanahazarika5965 5 ай бұрын
Bor khundor poriyal dai bohut vl lagil sai
@ajitborborah8523
@ajitborborah8523 5 ай бұрын
সুন্দৰ পৰিয়াল এটি আদৰ্শ পৰিয়াল । যি সকলে চাইছে উপকৃত হব ।
@kongkon-is9jd
@kongkon-is9jd 5 ай бұрын
Val lagil
@Unmonachutia
@Unmonachutia 5 ай бұрын
Nasoni baa tumi tu vale tumar porial tu aru Val aguwai juwa tumi hodai
@tbcreation9391
@tbcreation9391 5 ай бұрын
Tobee ba tumi jui
@parthanagogoi5997
@parthanagogoi5997 5 ай бұрын
আমাৰ tobee❤aguwai ja toi xodai
Кәсіпқой бокс | Жәнібек Әлімханұлы - Андрей Михайлович
48:57
Это было очень близко...
00:10
Аришнев
Рет қаралды 6 МЛН
龟兔赛跑:好可爱的小乌龟#short #angel #clown
01:00
Super Beauty team
Рет қаралды 69 МЛН
Кәсіпқой бокс | Жәнібек Әлімханұлы - Андрей Михайлович
48:57