অতীত হ’ব জখলাবন্ধা, থাকিব কেৱল নীৰৱতা

  Рет қаралды 132,558

NB News

NB News

Күн бұрын

Пікірлер: 306
@utpaldas8326
@utpaldas8326 2 ай бұрын
যোঠা খাদ্যা খুৱাই এওঁ লোকে , ভালে হৈছে । ধন্যবাদ অসম চৰকাৰ ।
@lalaliza506
@lalaliza506 2 ай бұрын
Kintu heibuli, pothar gos godi Kati pelabo. Environment aspect tu u sabo lagibo no ami
@AnupB932
@AnupB932 2 күн бұрын
@@lalaliza506 heibuli posa khana khai manuh moribo nki. Adal gas kati tasta bonai 10 dal planting korok.
@monozaxom9308
@monozaxom9308 2 ай бұрын
মই কোনো দিন নৰও জখলাবন্ধাত। তাৰ হোটেলৰ সমান থাৰ্ড ক্লাছ হোটেল অসমৰ ক'তোৱেই নাই। খাদ্য একেবাৰে বেয়া আৰু ব্যৱহাৰ বহুত বেয়া।
@missionias7894
@missionias7894 2 ай бұрын
জখলাবন্ধাত কি খানা খুৱাই ৰাইজে জানে। বহুত লুতিলে।
@kongkonsaikia9626
@kongkonsaikia9626 2 ай бұрын
1 no ফটুৱা খানা দিয়া জেগা হৈছে জখলা বন্ধা। চৰকাৰে উচিত সিদ্ধান্ত লৈছে। নতুন ঠাইত নতুন ব্যৱসায়ীয়ে সুবিধা পাওক
@Rahul-tk6lo
@Rahul-tk6lo 2 ай бұрын
Rajapara is the best 😅
@RAHUL1975AMIN
@RAHUL1975AMIN 2 ай бұрын
Right
@MoinaDimpi
@MoinaDimpi 2 ай бұрын
Right
@k.kgamingvideo4229
@k.kgamingvideo4229 2 ай бұрын
Aei facebook t mak bapeke uparjon kora tokare khai facebook t coment kora kisuman fatuwa manuh ase dei nije income korile he gom pabo kiman kosto koribo Lage coment bilak salei gom powa jai
@jituhazarika859
@jituhazarika859 2 ай бұрын
Right
@Nature8400
@Nature8400 2 ай бұрын
বহুত বেয়া খাদ্য খোৱাই দাম বেছি কৈ লয়। ভাল হল ধন্যবাদ অসম চৰকাৰ।
@k.kgamingvideo4229
@k.kgamingvideo4229 2 ай бұрын
Belegok jodi xohai koribo noware thatta nokoribo
@jugendersaikia4176
@jugendersaikia4176 2 ай бұрын
একদম সঁচা।
@jibanmech4950
@jibanmech4950 2 ай бұрын
Right
@Manashjyotiborah-ye4lp
@Manashjyotiborah-ye4lp 2 ай бұрын
Yes
@HirujPator
@HirujPator 2 ай бұрын
ভাল ভাল বহুত ভাল হৈছে বেয়া বেয়া খানা ডাঙৰ ডাঙৰ কথা সিহঁতৰ উটপাদ কি চাবি
@zaved2008
@zaved2008 2 ай бұрын
১০০ টকাত নিম্ন মানৰ খাদ্য খুৱাই বহুত লুতিলে জখলাবন্ধাৰ হোটেলবোৰে। একো বালৰ আবেগ নাই এই হোটেলৰ বাবে।
@papulhazarikapapulhazarika4024
@papulhazarikapapulhazarika4024 2 ай бұрын
গৰু খানা দিয়ে হোটেল বিলাকত..দাইভাৰ হেনদিমেনৰ বাবে most খানা... একো কবই নোৱাৰি মালিক আৰু বয় বিলাকক.. পাবি মজাহত এতিয়া... অসম চৰকাৰক ধন্যবাদ
@ranadowari9260
@ranadowari9260 2 ай бұрын
২নং খাদ্য। ভেজাল। সুৱাদ নথকা। ঠান্ডা। নিজে ভূক্ত ভূগি
@ratulrajbongshi928
@ratulrajbongshi928 2 ай бұрын
কি অদ্ভূত মাত্্্্্্ প্ৰথম শব্দটো শুনিলেই খঙ উঠে।
@digantajyotibordoloi5528
@digantajyotibordoloi5528 2 ай бұрын
ভাল লাগিল চৰকাৰৰ সিদ্ধান্ত লোৱাৰ বাবে ৰাতি হোটেল বিলাকে গ্ৰাহক ক খুব বেয়া খানা খুৱাই কলে গালি শাপনি পাৰে ড্ৰাইভাৰ হেণ্ডিমেন বিলাকক ভিতৰত মদে মাংস মাছ ভাত খুৱাই কোনো এজন সাংবাদী কে গোপন কেমেৰা লৈ ফটো মাৰি প্ৰকাশ কৰিবচোন নতুন ঠাইৰ মাজেৰে গলে বৰঞ্চ নতুন ঠাই উন্নতি হব
@Jeevanchetry924assam
@Jeevanchetry924assam 2 ай бұрын
Jakhalabandha nathakile rati 2 bojat kune publicok sah khuabo....kheitu kotha baad diok.. koliyabor Jakhalabandha elekat din duporote dokaiti hobo je kheitu 100% khosa kotha, aaru bahut manuh moribo yaat aakou mohabharotor nisina juddha hobo
@NavajyotiKalita-s1y
@NavajyotiKalita-s1y 2 ай бұрын
জখলাবন্ধা ৰ হোটেল কেইখনে মানুহক ৰাতি বহুত বেয়া খাদ্য খুৱাই আৰু বহুত টকা লয় এতিয়া আপোনালোকৰ হোটেল কেইখন বন্ধ হলে বহুত ভাল লাগিব
@pratimasarma1737
@pratimasarma1737 2 ай бұрын
কি ঠেক গণ্ডীৰ মানুহ।
@haritj3915
@haritj3915 2 ай бұрын
​@@pratimasarma1737 hotel khn tumar ni
@Assameseofficial-hq2ul
@Assameseofficial-hq2ul 2 ай бұрын
​@@pratimasarma1737Apunaru hotel ase neki tate
@travellerdhruba7952
@travellerdhruba7952 2 ай бұрын
​@@pratimasarma1737tuk pokor kio jolise duniyar bakwash khana khuai ei hupai.
@3rnglish
@3rnglish 2 ай бұрын
​@@pratimasarma1737khana khale bujibi goru
@AnupB932
@AnupB932 2 ай бұрын
হোটেলত মানুহক ঠগোৱা বন্ধ কৰক আগতে।
@drivingyoucrazy5314
@drivingyoucrazy5314 2 ай бұрын
এটা কথা গম পালো,ঢলুৱা মানুহৰ দোকান তাত নাই
@ranjitgoyary5101
@ranjitgoyary5101 2 ай бұрын
জখলাবন্ধাৰ হোটেল সমুহ ডকাইত
@RAHUL1975AMIN
@RAHUL1975AMIN 2 ай бұрын
Right
@KhairulIslam-hv5np
@KhairulIslam-hv5np 2 ай бұрын
Yes 100% right .
@bijitbikashhandque2853
@bijitbikashhandque2853 Ай бұрын
News t pua nai je😂
@dhritirekhadas2757
@dhritirekhadas2757 2 ай бұрын
4 লেন হবলৈ বহল ঠাই দৰকাৰ ৷ জখলাবন্ধাৰ মাজেৰে 4 লেন গ’লেতো হোটেলবোৰ এনেয়েও ভঙায় যাব ৷ আজিকালি এভাৰত চৰকাৰে ৰাস্তাবোৰ গ্ৰীণফিল্ড সজাত গুৰুত্ব দিছে যাতে ভৱিষ্যতৰ বাবেও বহলকৈ মাটি ৰাখি থব পিৰি ৷ কেইখনমান হোটেলৰ স্বাৰ্থতকৈ দেশৰ সমগ্ৰ জনতাৰ স্বাৰ্থতহে কাম কৰা উচিত ৷
@Assameseofficial-hq2ul
@Assameseofficial-hq2ul 2 ай бұрын
Right
@rahulchakroborty3364
@rahulchakroborty3364 2 ай бұрын
Right
@ujjalchaliha2793
@ujjalchaliha2793 2 ай бұрын
আমনিত হোটেল বোৰত যি ভাত খোৱাই সেইয়া গৰু দানাৰ দৰে,খাবলৈ ভাল নহয় টকাহে লোটে।
@parthanagogoi5997
@parthanagogoi5997 2 ай бұрын
বহুত দাম লয়. ভালে হৈছে
@pranabjyotihazarika1479
@pranabjyotihazarika1479 2 ай бұрын
মানুহক গেলা পচা খাদ্য খুৱাই টেতু চেপি লোৱাৰ ফল ভোগ কৰিব লগীয়া হৈছে। ঈশ্বৰে যি কৰে ভালেই কৰে ।
@Sivasagar04
@Sivasagar04 2 ай бұрын
জখলাবন্ধাত বহুত লেতেৰাকে ভাত-পানী খোৱায় আৰু সৰু দোকানবোৰত বস্তুবোৰৰ বহুত দাম,খাদ্যমন্ত্ৰীয়ে যদি ৰেট্ মাৰে তেতিয়াই গম পাব কিমান লেতেৰাকে শাক-পাচলিবোৰ ৰাখে
@abhijitbordoloi9070
@abhijitbordoloi9070 2 ай бұрын
Right dicision Assam government ❤❤❤❤❤
@RajuMedhi-s7q
@RajuMedhi-s7q 2 ай бұрын
ভাল হোটেল এখন নাই তাত, বেয়া খাদ্য খুৱাই, মালিক, কৰ্মচাৰী সকলোৰে বেয়া ব্যৱহাৰ
@bijitbikashhandque2853
@bijitbikashhandque2853 Ай бұрын
Roboi nalage
@proaddproadd4275
@proaddproadd4275 2 ай бұрын
Val সিধান্ত চৰকাৰৰ ❤
@Onlineaxomnew
@Onlineaxomnew 2 ай бұрын
Good Decision 👍👍👍👍
@gogoiaircel1386
@gogoiaircel1386 2 ай бұрын
পথাৰ মাটি গৈছে একো নাই কম খৰছ হব জখলাবন্ধা মাজৰে গলে বহুত যে কোটি কোটি পাব আমাৰ লোকচান হব, এতিয়া ভালে হৈছে 😊
@parthasarathidas3179
@parthasarathidas3179 2 ай бұрын
Good step.
@devdeepdey6308
@devdeepdey6308 2 ай бұрын
Dokaait Hotel..khub bhaal hoise...
@alokranjanbaruah3418
@alokranjanbaruah3418 2 ай бұрын
একালৰ বৃণদাবন একালত পৰে চন;ভালেই হৈছে
@cooloil2863
@cooloil2863 2 ай бұрын
Bahut val khabar
@bhrigumaniroy7516
@bhrigumaniroy7516 2 ай бұрын
জখলাবন্ধা হোটেল মালিকৰ পাপ সীমা চৰাইছে। পছা ভাত খূৱাই খূৱাই ধনী হৈছে।
@papugogoi128
@papugogoi128 2 ай бұрын
চৰকাৰে ঠিক সিদ্ধান্ত লইচে
@pratimasarma1737
@pratimasarma1737 2 ай бұрын
খেতি পথাৰ আৰু চাহ বাগিছাৰ মাজেৰে হে চাৰি লেন পথ হ'ব বুলি কোৱা হৈছে।
@Nature8400
@Nature8400 2 ай бұрын
@@pratimasarma1737 কিবা বেয়া হৈছে নেকি।
@nirupamjyotisaikia3560
@nirupamjyotisaikia3560 2 ай бұрын
এনেকে কবিতা আবিৰ্ত্তিৰ দৰে বাতৰি পঢিলে আমনি লাগে ।
@SonjibMohan-pm5ut
@SonjibMohan-pm5ut 2 ай бұрын
Right👍
@sahilislam2349
@sahilislam2349 2 ай бұрын
Right decision
@ranamorang3154
@ranamorang3154 2 ай бұрын
Mojja juii
@banjitchangmai4047
@banjitchangmai4047 2 ай бұрын
বৰ ভাল কথা,,,, আজি 15 বছৰ আগতে,,, সঁচা ভাত নাখালে তাত কিবা মন ভাল্ নালাগে,, কিন্তু আজি কালি,,, পানী বতল এতা বাহিৰে একো নাখাওঁ,,,, বিহাৰী মাৰোৱাৰী কেইটা হোটেল আছে অসমীয়া বেছি নাই নহয়,, maharaja hotel,,, এই বোৰ নাম,, বৰ ভাল্ কৰিছে
@pinkuhazarika8331
@pinkuhazarika8331 2 ай бұрын
Good decision.
@pankajsarma3637
@pankajsarma3637 2 ай бұрын
Mojja good decision.
@mbharali2627
@mbharali2627 2 ай бұрын
বহুত লোকৰ অভিযোগ আহিছে যে খাদ্য ভাল নিদিয়ে আৰু অধিক দাম লয়। গতিকে মোৰ মন্তব্য স্থগিত ৰাখিবলৈ বাধ্য হৈছো।
@Assameseofficial-hq2ul
@Assameseofficial-hq2ul 2 ай бұрын
😀
@Anjaalii-123
@Anjaalii-123 2 ай бұрын
😂
@rajb5595
@rajb5595 2 ай бұрын
😂
@biswajitgogoi7747
@biswajitgogoi7747 2 ай бұрын
Good decision....Sarkarok akhekh dhonyobad disu...💖🙏
@Angellina.prasenjit
@Angellina.prasenjit 2 ай бұрын
Bor Dhunia hoise
@monjildeka8492
@monjildeka8492 2 ай бұрын
Bohut bhal hoise
@the7.123
@the7.123 2 ай бұрын
Good Deceision👍
@bijitbikashhandque2853
@bijitbikashhandque2853 Ай бұрын
News to good..... Kam eku aag borhaa nai....
@angshumangoswami6290
@angshumangoswami6290 2 ай бұрын
100 toka roti plate. Bohut val paisu
@pareshnath8845
@pareshnath8845 2 ай бұрын
ভালেই হৈছে জহৰা হতৰ দাদাগিৰি আৰু নাথাকৈ
@chintamonibordoloi4666
@chintamonibordoloi4666 2 ай бұрын
Agote val khana khouak যাত্ৰী সকলক
@rahulindia6931
@rahulindia6931 2 ай бұрын
Good step
@nipolborah537
@nipolborah537 2 ай бұрын
Jakholabodha fotuwa khana jaga... bohut val hoise ...
@bijitbikashhandque2853
@bijitbikashhandque2853 Ай бұрын
Ekudaal hua nai
@SonjitSaharia
@SonjitSaharia 2 ай бұрын
বহুত ভাল খৱৰ কৰ্ম ৰ ফল ভুগিব ই লাগিব😅
@davidbarman221
@davidbarman221 2 ай бұрын
Well done assam govt👏
@BijayBorah-bm5dn
@BijayBorah-bm5dn 2 ай бұрын
Bohut bhal kotha Ihote raijok bohut beya khana khuwai
@bijitbikashhandque2853
@bijitbikashhandque2853 Ай бұрын
Rokhiboi nalage jani buji
@JhunuTamuli
@JhunuTamuli 2 ай бұрын
ভাল সিধান্ত লৈছে চৰকাৰে❤
@BorthakorAkash
@BorthakorAkash 2 ай бұрын
Val hoise hotel buror khana bohut beya
@Ccc47373
@Ccc47373 2 ай бұрын
Great News. Experienced sometimes very bad food there
@psbabagaming445
@psbabagaming445 2 ай бұрын
Sention hoise ....eyat halla kori aku love nii ..
@bijitbikashhandque2853
@bijitbikashhandque2853 Ай бұрын
Kagoje kolome hoise kamot hua nai
@PinkyRaktimBorah
@PinkyRaktimBorah 2 ай бұрын
উজনত কিন্তু যি কোনো বস্তুৰ দাম বহুত হয়, ঠিকেই আছে বাকী বোৰ মানুহ অ উন্নতি কৰক ভিতৰুৱা মানুহ বহুত দূৰ অৱস্থাত থাকে, বহুত ভাল খবৰ ধন্য আমাৰ মামা গুৰু 🙏
@DivyaChutia
@DivyaChutia 2 ай бұрын
বহুত ভা ল হৈছে । জখলাবন্ধা হোটেলৰ মালিক হক বা পান দোকানৰ মালিক কথাই কব নোৱাৰি যিটো লেবেল ।
@Sagar-Saikia
@Sagar-Saikia 2 ай бұрын
ভাল খৱৰ❤ একো বাল আৱেগ নাই😂😂 গাহৰিৰ দানা পায় হোটেলত🤧🤧🤬🤬
@bijitbikashhandque2853
@bijitbikashhandque2853 Ай бұрын
Take manuhe khai.... Daily jkb t day night milai 100 + super rokhe
@UtpalVlogs-zu2zg
@UtpalVlogs-zu2zg 2 ай бұрын
Val hoise bondho hobo lage
@PranabJyotidas-b9p
@PranabJyotidas-b9p 2 ай бұрын
Yes dokait hy jaga2
@khokansarkar1483
@khokansarkar1483 2 ай бұрын
অতি সুন্দৰ পদক্ষেপ লৈছে চৰকাৰে।
@nabajyotidutta8115
@nabajyotidutta8115 2 ай бұрын
Ji hoise vale hoise
@rikisaikia4196
@rikisaikia4196 2 ай бұрын
Aiii mojaa...
@PrashantaBora-jc9xo
@PrashantaBora-jc9xo 2 ай бұрын
Bohut val shidanta loise sokare.
@rajibhillsman1577
@rajibhillsman1577 2 ай бұрын
Good discussion 😊
@ChintuSarma-c6t
@ChintuSarma-c6t 2 ай бұрын
Monopoly market solai ase, bhalei hoise. Logat ke besi hoi goi ase!
@jharnachutia5396
@jharnachutia5396 2 ай бұрын
চৰকাৰে নতুন কিবা পৰিৱৰ্তন অনাৰ পৰিকল্পনা কৰিছে ঠিকেই হৈছে
@mridulkumarsarma1679
@mridulkumarsarma1679 2 ай бұрын
All should stay United.
@NumalKhongiadigital
@NumalKhongiadigital 2 ай бұрын
দৰকাৰ নাই, মুঠতে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত থকা সকলো ধৰনৰ ব্যৱসায় বানিজ্য ঘৰ বোৰত বলদেজাৰ চলাই চাফ কৰক,, এই বোৰ মৰিলেও দুখ নালাগে,, অজান বন্য প্ৰাণীৰ সুৰক্ষাৰ ক্ষেত্ৰত,,, আৱৰ্জনা চাফা হব লাগে,,,, সুন্দৰ হৈছে
@DragonRider9
@DragonRider9 2 ай бұрын
100% agree with you ...
@bijitbikashhandque2853
@bijitbikashhandque2853 Ай бұрын
Kajironga t mamir new resort ase
@sanatanrajbongshi1981
@sanatanrajbongshi1981 2 ай бұрын
জখলাবন্ধা বন্ধ হৈ যাওক, কি আছে তাত, কি যে খাদ্য খুৱাই মানুহক, সিহত সুবিধাবাদী হয়, ভগৱানে এবাৰে দিয়ে বাৰে বাৰে নিদিয়ে, বহুত ভাল কাম হৈছে।
@jituhazarika859
@jituhazarika859 2 ай бұрын
Ekdom hosa kotha bohut val hbo bondho hole.
@bijitbikashhandque2853
@bijitbikashhandque2853 Ай бұрын
Aru 5 years lagibo 4 lane hoboleo
@jaansaikia9308
@jaansaikia9308 2 ай бұрын
Khub val kaam korise assam govt puraa luti asil Publiceok.jihee fotuwa khanaa diye nakhaleow nahoi..Buss t jiho xakol jaii xei xakolee gom paisee... aku koribo nuwaree Rastaa hoboi ..
@pranabgogoi6283
@pranabgogoi6283 2 ай бұрын
Khub bhal hobo. Karon eyar hotel khonot emanei joghonya khana diae , Ami upai napai takae khabo lagae. Monopoly salai asae. Tatkoi bukakhatot bohut bhal khana diae
@RatulKalita-n1d
@RatulKalita-n1d 2 ай бұрын
Bohut vl hoy si
@BirenBharali-v6v
@BirenBharali-v6v 2 ай бұрын
Right
@Nagaon0
@Nagaon0 2 ай бұрын
ভালেই হৈছে মাৰুৱাৰী বোৰৰ অলপ দাদাগিৰি বোৰ কমিব।
@NabaKamal-vy6rj
@NabaKamal-vy6rj 2 ай бұрын
moja
@gogoi100
@gogoi100 2 ай бұрын
Good
@NINJAff0800R
@NINJAff0800R 2 ай бұрын
Ekdin Din hole Rati O tu aahib. Ji karila korila. Sei Lebel aru nuhuwa hol aaponakokor. Bhal lagise hosakoi
@bijitbikashhandque2853
@bijitbikashhandque2853 Ай бұрын
Kamot eku hua nai..... Already aamoni shifting..... Hotel..... Aakou log pabo aapuni😅
@bhaskarsarmah8177
@bhaskarsarmah8177 2 ай бұрын
Mojja
@dhritipritam4838
@dhritipritam4838 2 ай бұрын
N B news k mur ata a request... Ihotor hotel hopa eneu bondho hobo lage... Kionu tat bohut gahori dana nisina khna manuh a badhyot pori khbo loga hoisil. Ketiau bhl khna aru tat napalu. Eibur news apunaloke kio nedekhuai.
@bijitbikashhandque2853
@bijitbikashhandque2853 Ай бұрын
Aapuni video + photo ase jdi update diyok khanar
@prankamarjyotidasvideo6272
@prankamarjyotidasvideo6272 2 ай бұрын
100 toka ekhaj নিয়ামি ভাত
@nipolborah537
@nipolborah537 2 ай бұрын
Ak plate hukan ruti rati 90 tola loi
@ritupornaboruah1657
@ritupornaboruah1657 2 ай бұрын
Good decision.val hoise jakhlabnda food iman baya ki koribo atia val hoise
@ranjitgogoi2
@ranjitgogoi2 2 ай бұрын
Khuar namot Borbih khuai Jakhalabandhat, Eibilak sob bondh koribo lage.
@B-ry1oh
@B-ry1oh 2 ай бұрын
Raijok je beya aahar khuwai taloi soku nidia kio ? poisa pura loi . atorai se bhal korise.
@biplabbhuyan262
@biplabbhuyan262 2 ай бұрын
good 👍
@simantamudoi3672
@simantamudoi3672 2 ай бұрын
News tu korute homework koriba lage. Jodi town khonor majedi four lane tu loi jai compensation diute govt. band baji jaba and plus double koros. Jaga bur thaka buliding bur vagiba lagiba than ako bonaba lagiba and heibur land price besi. Whereas tea garden and pothar majedi loi jaute just land fill kori bonai dile hol. Govt. Karone easy hoba and hunkale hoba kam tu. So govt. Town majedi loi jua nai. Common sense...
@pdmusically
@pdmusically 2 ай бұрын
Moja😂😂😂
@abinashgogoi7849
@abinashgogoi7849 2 ай бұрын
Mojjaaa
@krishnagogoi1657
@krishnagogoi1657 2 ай бұрын
ৰাইজৰ লগত একমত |
@Nature8400
@Nature8400 2 ай бұрын
বহুত বেয়া খাদ্য খুৱাই মই নিজে ভুক্ত ভুগী।
@lakhidoley135
@lakhidoley135 2 ай бұрын
Hotel r khana vl nhoi
@bijitbikashhandque2853
@bijitbikashhandque2853 Ай бұрын
Restaurant..... Dhaba r khana kenekua???
@PopySaikia-x9m
@PopySaikia-x9m 2 ай бұрын
Val kotha
@bituponkakopothar730
@bituponkakopothar730 2 ай бұрын
Bhejal khanar thai 🤣🤣
@JITUSaikia-sb2de
@JITUSaikia-sb2de 2 ай бұрын
Vale hoi ji dam
@samablaj
@samablaj 2 ай бұрын
Iat gari rokhai kio . Iman beya quality nuhua khadyo bur pai.
@budhinsaikia6300
@budhinsaikia6300 2 ай бұрын
একো আৱেগ নাই ৷ গাড়ী ৰখালেই গা-টেঙাই ৷ গাড়ীৰপৰা যাত্ৰী নামিলেই যাত্ৰীৰ অনুপাতে দাইলত গৰমপানী ঢালে বোধকৰোঁ 😅 যদি দুখন বাছৰ যাত্ৰীৰ জোখাৰে বনাই , দহখন বাছ ৰাখিলেও আটি যায় - খোৱা সকলেহে গম পাই কেনেকুৱা খানা দিয়ে ৷ দুই এখন ব্যতিক্ৰম নোহোৱা নহয় অৱশ্যে৷ লোভ 😂!! ফুটপাথত চাউমিন খাওঁ ৷ অৱশ্যে থলুৱা ব্যবসায়ী সকলৰ ব্যৱসায় বন্ধ হোৱাটো কামনা অন্তৰৰপৰা নকৰোঁ৷ হোটেল সমূহৰ খানা অলপমান উন্নত হোৱা বিচাৰোঁ কিন্ত ৷
@kkproduction4961
@kkproduction4961 2 ай бұрын
Bom fokotiya khana khuai ihote .... Kebal meggi khabo pari.... Aru pesab kribo pari just... Valei hoise..
@jituhazarika859
@jituhazarika859 2 ай бұрын
Moi 4 bosor man hoi gol jokholbondhat hotel nuhumua tar hotel bure okol poisa sini pai manuhok ji beya bostu khuai aru dam bohut loi bondho hole valei hbo.aru tate thoka hotel bur besi vag ona axomiya r hotel hoi tewluke bahirr pora ahi axomiya manuhk beya bostu khuai okol poisa lutibo ahise bondho holei val pawm.gutri axomor manuhe jane je jokholabondhat beya khaidya die buli kintu ajiloike tar local manuh bure mat nematile.aru tar dukani burr ji beya bebohar.hekarone moi tat norokhue.bokakhate bohut val.
@bijitbikashhandque2853
@bijitbikashhandque2853 Ай бұрын
Bokhakhat only for day........ Jakhalabandha day night.....
@arundas240
@arundas240 2 ай бұрын
Khub bhal. Dhoinnobaad Axom Sarkar. Letera, Bahi khuwa bur khuwai eihote khub anondo paisu news tu huni
@HirakDas-q7t
@HirakDas-q7t 2 ай бұрын
jokholabondhat dekhun sob belegor hotel.oru dokan..amar axomiyar dokan nai tat...
@bijitbikashhandque2853
@bijitbikashhandque2853 Ай бұрын
Aapuni dyar mon ase jdi welcome..... Ahibo.... Help korim
@HirakDas-q7t
@HirakDas-q7t Ай бұрын
@@bijitbikashhandque2853 moy free nai bro..moy soru ata defance r sakori he kori asu just...2028 t free hom..
@dishantadutta9
@dishantadutta9 2 ай бұрын
Best way is to make flyover like system in Jakhalabandha . This will solve the problem of water logging too.
Good teacher wows kids with practical examples #shorts
00:32
I migliori trucchetti di Fabiosa
Рет қаралды 13 МЛН
😜 #aminkavitaminka #aminokka #аминкавитаминка
00:14
Аминка Витаминка
Рет қаралды 1,8 МЛН
НАШЛА ДЕНЬГИ🙀@VERONIKAborsch
00:38
МишАня
Рет қаралды 2,8 МЛН
А что бы ты сделал? @LimbLossBoss
00:17
История одного вокалиста
Рет қаралды 10 МЛН
Good teacher wows kids with practical examples #shorts
00:32
I migliori trucchetti di Fabiosa
Рет қаралды 13 МЛН