Guwahati News: ড্ৰাগছৰ বাবে হাহাকাৰ কৰিছে খানাপাৰাৰ হাজাৰ হাজাৰ লোকে

  Рет қаралды 162,468

ND24

ND24

Күн бұрын

ড্ৰাগছৰ কৰাল গ্ৰাসত পৰি খানাপাৰাৰ হাজাৰ হাজাৰ লোকে হাহাকাৰ কৰিবলগীয়া হৈছে। অঞ্চলটোৰ প্ৰায় ২০ শতাংশ যুৱ প্ৰজন্ম আজি ড্ৰাগছ আসক্ত। আইন-আদালত-আৰক্ষীৰ ওপৰত ভৰসা হেৰুৱাই ওলাই আহিল ৰাইজ। অঞ্চলটোৰ পৰা খেদি পঠিয়ালে কেইবাঘৰো ড্ৰাগছ ব্যৱসায়ীক।
#assamesenews #nd24news #nd24live #nd24assamese #livenews
--------------------------------------------------------------------------------------------
Subscribe to ND24 for NEW VIDEOS every day and make sure to enable Push Notifications so you'll never miss a new video.
All you need to do is PRESS THE BELL ICON next to the Subscribe button!
ND24 is an Assamese News Channel. ND24's KZbin channel offers the latest news videos on politics, cricket, technology, entertainment, and much more.
Stay tuned for the latest updates from India and around the world!
𝐋𝐈𝐊𝐄, 𝐒𝐇𝐀𝐑𝐄, 𝐅𝐎𝐋𝐋𝐎𝐖 & 𝐒𝐔𝐁𝐒𝐂𝐑𝐈𝐁𝐄
▶️ 𝐖𝐞𝐛𝐬𝐢𝐭𝐞: www.newsdaily24.in
▶️ 𝐅𝐚𝐜𝐞𝐛𝐨𝐨𝐤: / nd24assam
▶️ 𝐓𝐰𝐢𝐭𝐭𝐞𝐫: / nd24_news
▶️ 𝐈𝐧𝐬𝐭𝐚𝐠𝐫𝐚𝐦: / nd24_news
▶️ 𝐋𝐢𝐧𝐤𝐞𝐝𝐈𝐧: / nd24assam
▶️ 𝐖𝐡𝐚𝐭𝐬𝐀𝐩𝐩 𝐂𝐡𝐚𝐧𝐧𝐞𝐥: whatsapp.com/c...
▶️ 𝐘𝐨𝐮𝐓𝐮𝐛𝐞: / @nd24assam
𝐃𝐎𝐍’𝐓 𝐌𝐈𝐒𝐒 𝐍𝐃𝟐𝟒’𝐒 𝐄𝐗𝐂𝐋𝐔𝐒𝐈𝐕𝐄 𝐒𝐇𝐎𝐖𝐒
▶️ আজিৰ পৰ্যৱেক্ষণ BY RAJDEEP BAILUNG BARUAH
• আজিৰ পৰ্যৱেক্ষণ | RAJD...
▶️ HASHTAG BY MANASH PRATIM DEKA
• HASHTAG | MANASH PRATI...
𝐂𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐟𝐨𝐫 𝐭𝐡𝐢𝐬 𝐜𝐨𝐧𝐭𝐞𝐧𝐭 𝐢𝐬 𝐞𝐱𝐜𝐥𝐮𝐬𝐢𝐯𝐞𝐥𝐲 𝐫𝐞𝐬𝐞𝐫𝐯𝐞𝐝 𝐟𝐨𝐫 𝐍𝐞𝐰𝐬 𝐃𝐚𝐢𝐥𝐲 𝟐𝟒. 𝐔𝐧𝐚𝐮𝐭𝐡𝐨𝐫𝐢𝐳𝐞𝐝 𝐮𝐬𝐞 𝐨𝐟 𝐭𝐡𝐢𝐬 𝐦𝐚𝐭𝐞𝐫𝐢𝐚𝐥 𝐢𝐬 𝐬𝐭𝐫𝐢𝐜𝐭𝐥𝐲 𝐩𝐫𝐨𝐡𝐢𝐛𝐢𝐭𝐞𝐝 𝐚𝐧𝐝 𝐦𝐚𝐲 𝐫𝐞𝐬𝐮𝐥𝐭 𝐢𝐧 𝐥𝐞𝐠𝐚𝐥 𝐚𝐜𝐭𝐢𝐨𝐧 𝐚𝐠𝐚𝐢𝐧𝐬𝐭 𝐜𝐨𝐩𝐲𝐫𝐢𝐠𝐡𝐭 𝐯𝐢𝐨𝐥𝐚𝐭𝐨𝐫𝐬.

Пікірлер: 244
@lailybegum5067
@lailybegum5067 2 ай бұрын
আজি এটা ভাল লগা নিউজ পালো।পদক্ষেপ ভাল হৈছে।
@jalaluddinahmed9888
@jalaluddinahmed9888 2 ай бұрын
অতি সুন্দৰ। প্ৰশাসনে কৰিব নোৱাৰিলে ৰাইজে নিজা ববীয়াকৈ কিছু কাম কৰিবলৈ বাধ্য।
@bulumoninath6956
@bulumoninath6956 2 ай бұрын
সুন্দৰ বহুত সুন্দৰ পদক্ষেপ ।পুলিছে কৰিব নোৱাৰা কাম ৰাইজে কৰি দেখালা।এতিয়া
@syedahassinaraislam5522
@syedahassinaraislam5522 2 ай бұрын
অসমৰ মানুহ এতিয়াও জীয়াই আছে। love you all.
@swapnaliboruah888
@swapnaliboruah888 2 ай бұрын
ভাল কৰিছে সুন্দৰ নিদৰ্শন আগবাঢ়ি আহক সকলো ৰাইজ
@MahesworDaimary
@MahesworDaimary Ай бұрын
Polic mar gooli sidai Mari pelab lage
@PahiPhukan-zl9zs
@PahiPhukan-zl9zs 2 ай бұрын
সঁচাই ৰাইজে নখ জোকাৰিলে নৈ বয়। এই বাক্য শাৰী জ্বলন্ত উদাহৰণৰ প্ৰকৃত সত্যতা আজি প্ৰমাণ হ'ল।
@dipanjalimohanta4800
@dipanjalimohanta4800 2 ай бұрын
এনে কৰিলেহে যি কোনো বেয়া কাম কিছূ পৰিমাণে কমিব বুলি ভাবিছো।এনে নিষিদ্ধ দ্ৰব্য তৈয়াৰ কৰা ঘাটিবোৰ প্ৰথমে ধ্বংস কৰিব লাগে বা সেইবোৰ বিচাৰি উলিওৱা আৰু ক'ৰপৰা সেইবোৰ আহে সেইটো বিচাৰি তদন্ত কৰি উলিয়াই লব পাৰিলেহে মাদক দ্ৰব্য বিক্ৰী কমিব আৰু খোৱাটো কমি যাব।এইবোৰ কাম কৰিলেহে ফলপ্ৰসু হ'ব যেন মনে ধৰে।
@mindrefresh715
@mindrefresh715 2 ай бұрын
সমাজৰ সকলোৰে দায়িত্ব তথা প্ৰশাসন পুলিছ ও কঠোৰ হব লাগিব।
@thepoliticalawareness1021
@thepoliticalawareness1021 2 ай бұрын
সৰু সৰু লৰা ছোৱালীয়ে ড্ৰাগছ বিচাৰি পায় কিন্তু পুলিচে একো বিচাৰি নাপায়। সেইটো হব পাৰে নেকি। অসমত আজিকালি পুলিচৰ সংখ্যা বহুত বাঢ়িছে, চৰকাৰে নতুন নতুন চাৰি চকীয়া বাহন, দুচকীয়া বাহন দিছে। দৰমহা বঢ়াই দিছে, ৰাইজৰ টকাৰে ঘৰ বনাবলৈ আৰু personal বাহন কিনিবলৈ subsidies loan দিছে চৰকাৰী কৰ্মচাৰীক। কিন্তু সমাজত অপৰাধ বহুত বৃদ্ধিহে হৈছে? ড্ৰাগছে বহু পৰিয়াল থান বান কৰি দিব।
@dipankarkakati7961
@dipankarkakati7961 2 ай бұрын
ৰাইজক ধন্যবাদ জনাইছোঁ।
@nayankalita8597
@nayankalita8597 2 ай бұрын
এইখিনি মানুহে পথ দেখুৱাইছে। এতিয়া যতেই ড্ৰাগছ, তাতেই এইটো কৰিব লাগে। সেৱন কাৰীক ধৰি লাভ নাই। সহজ ধনৰ লোভত বৰ বিহ বেচি সমাজ ধ্বংস কৰা বেপাৰী কেইটাৰ ওপৰত এনে ব্যবস্থা সকলোতে হলেহে যদি এইবিধ কমে । খনাপাৰাৰ ৰাইজে দেখুওৱা পথ সকলোৱে লওক, কিয়নো 140 কোটি মানুহৰ দেশ খনত সকলোকে চৰকাৰে নিয়ন্ত্ৰণ কৰি ৰখা সম্ভব নহয়। কিছু কাম ৰাইজে কৰিব লাগিব।
@gayatridevi6960
@gayatridevi6960 2 ай бұрын
খুব ভাল কাম কৰিছে। উপযুক্ত ব্যৱস্থা লৈছে।এনে লোকক সামাজিক ভাৱে বৰ্জন কৰিব লাগে।
@drpranabsarma2089
@drpranabsarma2089 2 ай бұрын
ৰাইজ সজাগ হোৱাটো ভাল হৈছে।
@amanboro6144
@amanboro6144 2 ай бұрын
উচিত বিচাৰ কৰা হৈছে আৰক্ষী নোৱাৰে ৰাইজে নিজেই নিজৰ কাম কৰিছে বহুত ভাল লাগিছে
@bohemian5964
@bohemian5964 2 ай бұрын
Hats off guys, You all are doing great❤
@susmitaboruah5070
@susmitaboruah5070 2 ай бұрын
সিঁহতে লোকৰ ঘৰ ধ্বংস কৰাৰ ফল ভৃগিছে।
@deepburagohain7763
@deepburagohain7763 2 ай бұрын
সুন্দৰ পদক্ষেপ।👍
@mousumichoudhury7409
@mousumichoudhury7409 Ай бұрын
বঢ়িয়া হৈছে। ৰাইজে নখ জোকাৰিলে নৈ বয়।
@mohendradohutia-dj5km
@mohendradohutia-dj5km Ай бұрын
সুন্দৰ পদক্ষেপ।আপোনাসৱলৈ অশেষ ধন্যবাদ জনাইছো।।
@bharatibarkataki7592
@bharatibarkataki7592 Ай бұрын
সুন্দৰ পদক্ষেপ , ৰাইজক অশেষ ধন্যবাদ ৷
@mitalibarman-bm7jt
@mitalibarman-bm7jt Ай бұрын
অতি সুন্দৰ পদক্ষেপ , প্ৰতিটো গাৱতেই এই পদক্ষেপ লব লাগে !!!
@mridulkumarrabha892
@mridulkumarrabha892 Ай бұрын
সমাজৰ প্ৰগতি আৰু শান্তিৰ এক অপূৰ্ব মিশ্ৰণ দেখা যায়।
@MDs-qh3km
@MDs-qh3km Ай бұрын
ধন্যবাদ জনালোঁ, অতি সুন্দৰ পদক্ষেপ লৈছে
@DipakBorah-v1e
@DipakBorah-v1e Ай бұрын
Thank you Bohut bohut val Kam Hoise
@dr.sauravkumardas8243
@dr.sauravkumardas8243 2 ай бұрын
Best news
@RanjitDeka-b9i
@RanjitDeka-b9i 2 ай бұрын
অসমতে হব লাগে এই ব্যৱস্থা |
@sonmonidas201
@sonmonidas201 Ай бұрын
❤❤❤❤❤ খুৱ ভাল পদক্ষেপ লৈছে ৰাইজে
@bubuldutta1888
@bubuldutta1888 Ай бұрын
মিচিং মানুহো ড্ৰাগছৰ ব্যৱসায়ত নামিলে নে। পিছে যিয়েই নহওঁক ৰাইজে উত্তম সিদ্ধান্ত ললে।
@NituSarma-k4u
@NituSarma-k4u 2 ай бұрын
100% right aase raij r....police k akha kori lav...so raij r sundor dicision
@utpalgoswami1990
@utpalgoswami1990 2 ай бұрын
সৰু সুৰা পুলিচক ১০/- টকা দিয়ে কিনিব পাৰি, ওপৰৰ সকলক মোটা অঙ্কৰে মেনেজ কৰে এতেকে--
@dibyakumartaid125
@dibyakumartaid125 Ай бұрын
সুন্দৰ পদক্ষেপ, সুন্দৰ নিউজ ।
@basantiray9364
@basantiray9364 2 ай бұрын
Very good decission
@JotinDas-n9i
@JotinDas-n9i 2 ай бұрын
Good dicision ❤❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@giasuddinahmed9756
@giasuddinahmed9756 2 ай бұрын
চৰকাৰে সামাজিক নীতি-নিয়ম আৰু অনুশাসনক আৱজ্ঞা কৰাৰ কাৰণে অসামাজিক কামবোৰ বেছিকৈ হবলৈ লৈছে।
@lovelyItzy-xk5ot
@lovelyItzy-xk5ot Ай бұрын
Dhanyawad raij
@SriCCDas
@SriCCDas Ай бұрын
অতি সোন্দৰ অতি জনপ্ৰিয়।
@binodsaikia9144
@binodsaikia9144 2 ай бұрын
বহুত ভাল কৰিছে tq
@DineshMedhi-bc3mc
@DineshMedhi-bc3mc 2 ай бұрын
সহজ লাভ বিছৰাৰ পৰিণাম।
@manashhazarika076
@manashhazarika076 Ай бұрын
অতি সুন্দৰ পদক্ষেপ
@gitanjaligoswami7908
@gitanjaligoswami7908 Ай бұрын
সুন্দৰ পদশেপ👍👍👍🙏
@bireshdas8907
@bireshdas8907 Ай бұрын
ৰাইজ সজাগ হৈ থাকিলে পুলিচৰ সহায় হ'ব আৰু আমাৰ ৰাজ্যৰ পৰা বেয়া কাম বোৰ নোহোৱা হ'ব।
@Village_vlock_786
@Village_vlock_786 2 ай бұрын
Good News🎉🎉❤
@bhupendeka3730
@bhupendeka3730 2 ай бұрын
Good decission
@SushilchDas-fn2ev
@SushilchDas-fn2ev Ай бұрын
ড্ৰাগছ খোৱা ল'ৰা ছোৱালীয় বোৰৰ প্ৰতি অতি গুৰুত্বপূৰ্ণ ভাৱে ব্যৱস্থা লোৱা উচিত।
@prabindeka5498
@prabindeka5498 Ай бұрын
🎉🎉 সুন্দৰ পদক্ষেপ 🎉🎉
@abhijitborthakur2716
@abhijitborthakur2716 2 ай бұрын
Superb
@pritamdas3592
@pritamdas3592 Ай бұрын
ভাল পদক্ষেপ
@nilutpaldas8659
@nilutpaldas8659 2 ай бұрын
সুন্দৰ পদক্ষেপ ।
@mahabhairabdtp262
@mahabhairabdtp262 2 ай бұрын
পুলিছৰ লাজ নালাগে..
@wajid281
@wajid281 Ай бұрын
Val lagil news tu..Gutai Axom ot anakua korebo lagai.
@sagarikaboroo2388
@sagarikaboroo2388 2 ай бұрын
Raije bhal kam korise hokolute hojag howk Deba Nagar raijok pronam aagbadi. Jaok
@lakhipriyachaudhury780
@lakhipriyachaudhury780 2 ай бұрын
Bhal korise,enekoi jodi raij xojag hoi xokolu khetrote tente kunu bea kaam hobo nuware
@ParthaKonwar-h8k
@ParthaKonwar-h8k Ай бұрын
Badhiya 👍
@ChabiniKalita-v1z
@ChabiniKalita-v1z Ай бұрын
Thanks
@JLI321
@JLI321 2 ай бұрын
Khub vl podokhep🎉
@KundonKondon
@KundonKondon Ай бұрын
ৰাইজে যি কৰিচে ভালেই কৰিচে। আইনৰ ওপৰত ভৰষা কৰিলে নহব।
@binodsaikia1882
@binodsaikia1882 2 ай бұрын
অতি ভাল খবৰ।
@Animadey419
@Animadey419 2 ай бұрын
Bahut val korise de🙏🏻🙏🏻
@Dawn2factHindi
@Dawn2factHindi Ай бұрын
Good Job....❤
@pranabrabha-vb5cr
@pranabrabha-vb5cr Ай бұрын
Very good👍
@kaluwa5946
@kaluwa5946 Ай бұрын
Excellent ❤❤ public sabas
@jurigogoi9213
@jurigogoi9213 Ай бұрын
Great
@sirajuddinahmed1013
@sirajuddinahmed1013 2 ай бұрын
প্ৰশাসন কঠোৰ হওঁক....
@bijoyaveryniceborah8304
@bijoyaveryniceborah8304 Ай бұрын
Bhut vl hoi se
@TiluDas-w6s
@TiluDas-w6s Ай бұрын
Very nice sister.to all are good diside.
@JunaliGogoi-lj7tr
@JunaliGogoi-lj7tr 2 ай бұрын
Val lagil
@sofiorrahman3819
@sofiorrahman3819 Ай бұрын
Excellent decision by the people for the people
@rumascorner4764
@rumascorner4764 2 ай бұрын
Good step 👏👏👏
@tirthaozah8321
@tirthaozah8321 Ай бұрын
এইখন দেশত IAS IPS ৰ অভাৱ হোৱা নাই অভাৱ হৈছে ভাল, সচেতন , আৰু সঁচা মানুহৰ। প্ৰশাসনে সকলো দেখে কিন্তু একো নেদেখে।
@lakhyajyoti4342
@lakhyajyoti4342 Ай бұрын
গুৱাহাটীত ড্ৰাগছ বিড়ি চাদৰৰ দৰে হ'ল। ৰাস্তাই ঘাটে মুকলিকৈ লৈ থাকে।
@BabitaMili-c8c
@BabitaMili-c8c 2 ай бұрын
Good dicision raij
@rioko_07
@rioko_07 Ай бұрын
Good news.
@nripenchandradas2482
@nripenchandradas2482 2 ай бұрын
Very good step
@nilakantabarhoi2386
@nilakantabarhoi2386 2 ай бұрын
Bohut val kam korise
@sofiaahmed5307
@sofiaahmed5307 Ай бұрын
👍
@sofiaahmed5307
@sofiaahmed5307 Ай бұрын
Six mile Radhanagar oncholotu ene podokkhep raize lobo lage. Ghor bonayu jaboloi xahoh nohoise.. street lights nai .sur, dacoits, drug addicts e pia pii di ase..proxaxonor xar xur nai!
@gaurangaroy592
@gaurangaroy592 Ай бұрын
Aty satya katha bolechen, ashes dhanyabad gyapon karchhi. Guwahati prtito gallite chali aachhe.
@4u206
@4u206 2 ай бұрын
its good
@kimjennie5870
@kimjennie5870 Ай бұрын
চাউল পোৱা নামত,ধম নামত ভোট দি,থাকিলে, লৰা লগতে আপোনলোকে শেষ হৈ যাব, বহুত দেৰি গৈছে, যেতিয়া বুজি পাব চব শেষ,পিশাচ পিশাচ ৰাইজ
@ZulfikBoruah
@ZulfikBoruah Ай бұрын
Good step
@G.KElectricalComputers
@G.KElectricalComputers 2 ай бұрын
Right
@krishnaprasaddeka8090
@krishnaprasaddeka8090 2 ай бұрын
Very good step 👍👍👍👍
@arabindachutia3948
@arabindachutia3948 Ай бұрын
Good action
@bishnuraibaruah2043
@bishnuraibaruah2043 Ай бұрын
খা আৰু মৰ,একো বেয়া হোৱা নাই😂
@pabitrabhuyan5266
@pabitrabhuyan5266 Ай бұрын
Best
@ChandanaMajani
@ChandanaMajani Ай бұрын
Good thinking 🤔🤔
@babitadutta6390
@babitadutta6390 2 ай бұрын
Moja
@Rishab-u3o
@Rishab-u3o 2 ай бұрын
Good
@dimbeswarKalita-b7v
@dimbeswarKalita-b7v Ай бұрын
Very good
@TultulDas-hs6ud
@TultulDas-hs6ud 2 ай бұрын
Xosa jodi.. Jodi Dirgh biboxai tente raijo xidhanto val hoise..
@himanisaikia1889
@himanisaikia1889 Ай бұрын
ৰাইজে নখ জোকাৰিলে নৈ বয়
@deepaliphukan9022
@deepaliphukan9022 Ай бұрын
Good steps
@KushalSaikia-bo8qq
@KushalSaikia-bo8qq 2 ай бұрын
পাহাৰ ভাঙি পাহাৰৰ ওপৰত এইবোৰ কাম ।
@rishikeshdeka8606
@rishikeshdeka8606 2 ай бұрын
Hats off to the public, damn great job.🔥🔥🔥🫡🫡🫡
@anjanasaikia8310
@anjanasaikia8310 Ай бұрын
Sundor prodakhap
@SavagemodeON973
@SavagemodeON973 Ай бұрын
কাৰ ছত্ৰ্ছায়াত এইবোৰ হৈছে । আৰক্ষী বিষয়াবোৰ এইবোৰৰ ওপৰত একো পদক্ষেপ নলয় কিয় । আৰক্ষী বেপাৰী একে বিলৰ মাছ নহয়তো
@Runjunborah-un5zk
@Runjunborah-un5zk 2 ай бұрын
আৰক্ষীৰ কাম নাই সিহতক অকল টকা লাগে
@dkdk5486
@dkdk5486 Ай бұрын
Bangladesh, pakistan r ISI and China r pora NE and border states t drugs r capital bonabo saise....amar politician o ase logot....Miya bengali, r through di besike ahe drugs 😮😮😮😮
@jyotidutta5335
@jyotidutta5335 2 ай бұрын
Bhuwt bhal kam koresa raijoloy mur bhuwt Bhuwt dhounobad
@GaurabBhattacharjee-w4d
@GaurabBhattacharjee-w4d 2 ай бұрын
😢
@RameshSharma-vu6si
@RameshSharma-vu6si 2 ай бұрын
Bahut Val korise
Long Nails 💅🏻 #shorts
00:50
Mr DegrEE
Рет қаралды 20 МЛН
When Cucumbers Meet PVC Pipe The Results Are Wild! 🤭
00:44
Crafty Buddy
Рет қаралды 63 МЛН
УДИВИЛ ВСЕХ СВОИМ УХОДОМ!😳 #shorts
00:49
Long Nails 💅🏻 #shorts
00:50
Mr DegrEE
Рет қаралды 20 МЛН