Rajen Gohain News : ডিব্ৰুগড়ৰ মিলন নগৰত এটা গৃহত ৰাজেন গোঁহাইৰ গোপন বৈঠক | N18V

  Рет қаралды 11,518

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Пікірлер: 32
@BinodPathak-dv9zj
@BinodPathak-dv9zj 10 сағат бұрын
ৰাজনীতিত পুৰনি নেতাই বহুক্ষেত্ৰত এলাগি হয়েই এইটো এটা স্বাভাবিক কথা বিভিন্ন কাৰণত এজন নেতা সদায় জনপ্ৰিয় হৈ নাথাকিবও পাৰে ৰাজেন গোঁহাইৰ ক্ষেত্ৰতো ... গতিকে ইয়াক মানি ল'ব লাগিব।
@dipenchetia-ij4mz
@dipenchetia-ij4mz 11 сағат бұрын
আমি শদিয়াত ৰৈ আছোঁ। দেৰি হ'লে কংগ্ৰেছত যোগ দিম। সিদ্ধান্ত লওক সোনকালেই................... ??????
@dipalisonowal8842
@dipalisonowal8842 16 сағат бұрын
Rail Minister hoi ki. Korile Assam t
@মহাকাল-ৰুদ্ৰ
@মহাকাল-ৰুদ্ৰ 15 сағат бұрын
Baal sigile 😂😂
@TirthajyotiGogoi-u4n
@TirthajyotiGogoi-u4n 13 сағат бұрын
🔔 bojale
@UdhabChNath-o7i
@UdhabChNath-o7i 16 сағат бұрын
ঠিকেই কৈছে।
@asomiaasom6008
@asomiaasom6008 15 сағат бұрын
পুৰনা প্ৰকৃত বিজেপি আৰু কংগ্ৰেছৰ পৰা অহা অপৰাধী প্ৰাক্তন কংগ্ৰেছী তথা ন-বিজেপিৰ মাজত সংঘাত ।বিজেপি দুভাগ হবই কাৰণ অপৰাধী প্ৰাক্তনতকংগ্ৰেছী কেইটাই ন-বিজেপি হৈ পুৰনি প্ৰকৃত বিজেপিক গুৰুত্তহীন কৰিছে ।
@kumudbaruah2001
@kumudbaruah2001 10 сағат бұрын
বিজেপি দলটো গান্ধী পৰিয়ালৰ মালিকানাধীন দলৰ দৰে পৰিচালিত নহয়। বিজেপি দলটো দলৰ সংবিধান মতে নিৰ্দিষ্ট কাৰ্য্যক্ৰমনীকাৰে চলে। কংগ্রেসৰ দৰে গান্ধী পৰিয়ালৰ মতামতেই দলৰ সংবিধান নহয়। বিজেপি দল খণ্ডিত হোৱাতো অবান্তৰ কথা।
@anupkrdas6798
@anupkrdas6798 16 сағат бұрын
আপুনি ৰেল মন্ত্ৰী হৈ থকা সময় ছোৱাত কিয় ৰেলৰ ইন্টাৰ ভিউ zone টো কাটি আনিব নোৱাৰিলে । সেইটো কাম অসমৰ নিবনুৱা ডেকা লৰাই বিচাৰিছিল ‌। কিয় আজি অসমীয়া লৰা ছোৱালী য়ে ৰেল বিভাগত চাকৰী নেপায় । আপুনি সেইটো কামহে কৰিব লাগিছিল । কিয় নোৱাৰিলে । যিকোনো ৰাজনৈতি দল এটাই যোগ্যজনকহে উচিত সময়ত নেতা বিধায়ক , মন্ত্ৰী হোৱাৰ বাবে পাৰ্থিত্ত দিয়ে ।
@ghanashyamborah1063
@ghanashyamborah1063 14 сағат бұрын
Right, Rajen Gohain is good for nothing.
@alamali773
@alamali773 10 сағат бұрын
Change to chief minister
@tutiurrahmantapadar9133
@tutiurrahmantapadar9133 16 сағат бұрын
Keep it on
@mainudavi9510
@mainudavi9510 14 сағат бұрын
কথা বিলাক সাপ মৰক লাঠি নাভাগক সেই সুৰত কৈছে কিবা পোৱাৰ লোভত।আপোনাৰ সচা সাহস নাই ,যদি আছে ছিধাকৈ অশোক শৰমাৰ দৰে কৈ পদত্যাগ কৰক ,আপোনি লোভত বিসমবাদ কৰি আছে।
@PabitraTeron-bi1xx
@PabitraTeron-bi1xx 12 сағат бұрын
বিজেপি দলৰ কিছুমান নেতাসকলে অসমৰ সকলো বস্তুৰ দাম বঢ়াই দি ৰাইজক দুখীয়া কৰি দিছে । আঁচনিৰ নামত ঋণ লৈ আছে ।
@deepbania1910
@deepbania1910 15 сағат бұрын
অকমন্যা ৰেল মিনিষ্টাৰ এজনে কি politics কৰিব আহিছেহে
@RanaSaikia-p1e
@RanaSaikia-p1e 16 сағат бұрын
🎉
@tapanjitdeka800
@tapanjitdeka800 16 сағат бұрын
Bjp দুভাগ হব নেকি
@DipakGogoi-d5j
@DipakGogoi-d5j 14 сағат бұрын
Tel nothoka chaki hoi....
@mukutnath1419
@mukutnath1419 15 сағат бұрын
Out of the date
@ghanashyamborah1063
@ghanashyamborah1063 14 сағат бұрын
Out dated, Mr. Gohain.
@pranabgogoi6283
@pranabgogoi6283 15 сағат бұрын
Take retirement from politics man !
@ronjitsaikia-wy3le
@ronjitsaikia-wy3le 14 сағат бұрын
Vaal bibekban jodi hoi BJP tyaag korok hunkale.
@lakhinathnarah2591
@lakhinathnarah2591 15 сағат бұрын
Kam nai 😂😂😂
@gupitjjjjpegu1175
@gupitjjjjpegu1175 12 сағат бұрын
Kam nai
@BinodChBoro-h1p
@BinodChBoro-h1p 15 сағат бұрын
Bhura hoise gharat bahi thakak rel mi hoi ki ghonta dili
@ghanashyamborah1063
@ghanashyamborah1063 14 сағат бұрын
Naam kritan kori thaķak, naam ghorolio jauk.
@ripankalita7414
@ripankalita7414 12 сағат бұрын
faltu i
OCCUPIED #shortssprintbrasil
0:37
Natan por Aí
Рет қаралды 131 МЛН
How to have fun with a child 🤣 Food wrap frame! #shorts
0:21
BadaBOOM!
Рет қаралды 17 МЛН
Who is More Stupid? #tiktok #sigmagirl #funny
0:27
CRAZY GREAPA
Рет қаралды 10 МЛН