অখিল গগৈক কোনো কাৰণেই বিশ্বাস নকৰিব বিৰ লাচিত সেনাই।বিৰ লাচিতৰ কাৰণে অখিল গগৈ জয় হৈছিল, আজি যদি বিৰ লাচিত সেনাই এই ব্যৱস্থা নকৰিলে হলে ,অখিল নিমাত থাকিল হলে ।
Eise logo ko direct #BOYCOTT karna sahiye. Jo bhi kharidna he Assamese dukandaro se kharida karo. Dam thoda jyada hoga, thoda din taklif hoga magar future ke liye acchha hoga. Dhire dhire Assamese log Business karna sikh lega.
@vivekhazarika2 ай бұрын
Why only selective few states, all assam must have same land purchase n sell power restriction rule.
ককাইদেউ আপোনাক এটা অনুৰোধ, অকল শিৱসাগৰটেই যে বহিৰাগতক ভূমি বিক্ৰী কৰিব নোৱাৰে তেনে নহয় গোটেই অসমতেই যাতে কোনো বহিৰাগত মানুহেই ভূমি ক্ৰয় কৰিব নোৱাৰে তাৰ বাবে আইন এখন অতি সোনকালে প্ৰয়ণয়ন কৰিব লাগে।
@tumonbaruah12 ай бұрын
❤❤অখিল গগৈ জিন্দাবাদ
@nityamorang26652 ай бұрын
Sir,,Lakhimpur ,Dhemaji এৰিলে যে,,,?
@himnextgen30932 ай бұрын
Joi ai akhom
@ripunjoygohain81642 ай бұрын
I support the people of Sivasagar. Other Dist ie Lakhimpur, Dhemaji,Biswanath and Sonitpur also protest like Sivasagar.
@krishnamkalita50002 ай бұрын
Lower Assam kam nai nixor tu he sini pai Axom geli gel
দিয়াৰ সম্পূৰ্ণ সুযোগ হিমন্ত বিশ্ব শৰ্মা মহোদয়ৰ চৰকাৰৰ দিনত নালাগে বুলি কেন্দ্ৰক জনালে ! অসম চৰকাৰ অসুস্থ !
@dhanti18902 ай бұрын
জিলা নহয় ৰাজ্যৰ কথা ক'ব লাগে
@carshorts76212 ай бұрын
@@dhanti1890 অসমৰ সকলো জিলাৰ মানুহে এক হৈ এটা গণতান্ত্ৰিক আন্দোলন কৰিব লাগে যে খিলঞ্জীয়াৰ ভূমি অধিকাৰ, ৰাজনৈতিক অধিকাৰ সকলো খিলঞ্জীয়াৰ হাতত যাতে আহে।কিয়নো দেশৰ সংবিধানতো এই অধিকাৰ সন্নিৱিষ্ট হৈ আছে।