SC,ST Reservation | 'পিতৃয়ে ST SCৰ সুবিধা ললে সন্তানে সেই সুবিধা লোৱাটো অনুচিত'-উচ্চতম ন্যায়ালয় N18V

  Рет қаралды 166,848

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Пікірлер: 1 200
@DipakBorah-c7y
@DipakBorah-c7y 3 ай бұрын
জাতিগত ভাৱে পিছপৰা মানেই দুখীয়া নহয় ৷ অথ্‌‘নৈতিক ভাৱে পিছপৰা সকল হে Original পিছপৰা৷
@prkashkrry9207
@prkashkrry9207 3 ай бұрын
Tarulata babe EWS ase to
@MrWankde
@MrWankde 3 ай бұрын
EWS candidates kuno age extension aru number of attempts, fees exemption napay... ​@@prkashkrry9207
@dr.babulchandradas6127
@dr.babulchandradas6127 3 ай бұрын
Ei raydane samossya samadhan koribo nuware,aru jatilotar he sriti koribo.
@anupamborah9726
@anupamborah9726 3 ай бұрын
​@@prkashkrry9207atia nai. uthai dile
@jkarmakar
@jkarmakar 3 ай бұрын
❤❤❤
@Gyaani007
@Gyaani007 3 ай бұрын
উচ্চ জাতিৰ লোকে যে ভুৱা SC,ST certificate লৈ চাকৰি কৰি আছে। সেইটো কি হ'ব। Reservation নালাগে, কিন্তু ভুৱা SC,ST, certificate লাগে। আৰু, বহুতো ধনী ধনী, কোটি পতি পৰিয়ালৰ লোকে ভুৱা EWS certificate লৈ যে চাকৰি খাই আছে। লাজ নালাগে। তাৰোপৰি, General caste ৰ মানুহে reservation নালাগে, নালাগে বুলি যে 10% reservation লৈ ললে সেইটো কোনোবাই বিচাৰ কৰিছেনে? আনহাতে, General caste ৰ মানুহৰ ১০% reservation অনুসূচিত জাতিৰ reservation ত কৈ ৩% বেছি। ইয়াৰ বাবে অনুসূচিত জাতিৰ লোকচান হোৱা নাই নে?
@purabitalukdarbarman2677
@purabitalukdarbarman2677 3 ай бұрын
Sobei bisare xubidha, gotike bindho korile sob xoman
@niranjansarma8106
@niranjansarma8106 3 ай бұрын
Xeikaronei tu reservation uthai dbo lge.....SB thik hb
@tanumoydas8327
@tanumoydas8327 3 ай бұрын
@@Gyaani007 লাখ টকাৰ কথা কৈছে, মেক্সিমাম জেনেৰেল আৰু OBC কাষ্টৰ মানুহেই SC ৰ certificate বনাই আছে। তেতিয়া সিহঁতৰ লাজ নেলাগে, খালী fb আৰু ইউটিউব ত আহি চিঞৰি ফুৰিব reservation ৰ বিৰুদ্ধে।
@sanjayd6686
@sanjayd6686 3 ай бұрын
​@@purabitalukdarbarman2677 sob homan nohoi karonei reservation dea hoise. Upper Caste biased hoi amak ketiau uthibo nedea.
@ranjansarkar9219
@ranjansarkar9219 3 ай бұрын
Right ​@@tanumoydas8327
@juntiphukan494
@juntiphukan494 3 ай бұрын
এই ৰায়টো গ্ৰহণযোগ্য ৷ অৰ্থনৈতিক ভাৱে পিছপৰি থকা সকলে সুবিধা পাব ৷
@hemkantaborah7434
@hemkantaborah7434 3 ай бұрын
আজি ৬০ শতাংশ এচ টি, এচ চিৰ ঘৰত প্ৰায় সকলো মানুহেই চৰকাৰী চাকৰি কৰে। কিন্তু সাধাৰন জাতিৰ ৩০ শতাংশ মানুহ আজি পথৰ ভিক্ষাৰী
@burningtopicbodo
@burningtopicbodo 3 ай бұрын
Ak mot hbo nuwarilu.... Olop research korile anondito hom
@anupamborah9726
@anupamborah9726 3 ай бұрын
​@@burningtopicbodoDada.... doridrotar vittit manuhok hubidha dibo lage. dukhia manuhe hubidha pabo lage. he lage ji Jati a nohok.
@ArchanaGogoi-wq9sd
@ArchanaGogoi-wq9sd 3 ай бұрын
Ki kotha kobo ahe.... Mur bhaiti Engineering Electric dpt.... Or 1st class hoi.... S. T buli taak tu ajiloike sakori kunu dya nai Alap sai meli kotha kole bhal....
@P.S-d2p
@P.S-d2p 3 ай бұрын
​@@burningtopicbodo Who cares
@subhradeepsinha2
@subhradeepsinha2 3 ай бұрын
​@@ArchanaGogoi-wq9sdMerit domot pabo.. reservation r against t pabo buli kio vabe
@pritom21
@pritom21 3 ай бұрын
মই ST হয়। উঠাই দিব লাগে এই চিষ্টেম। আমি কি নোৱাৰিম নেকি general ৰ লগত competition কৰিব। পাৰিম। পাৰিব লাগিব✊✊
@PRIYNOJEDITZ
@PRIYNOJEDITZ 3 ай бұрын
@user-ro7wk3ib7u
@user-ro7wk3ib7u 3 ай бұрын
Toi ani koisa 🤬 toi general hoi pritom
@pritom21
@pritom21 3 ай бұрын
@@user-ro7wk3ib7u মই ঠেঙাল কছাৰী হয়। ST মই এনেকৈ কোৱাৰ কাৰণ আছে। কিমান লোকৰ কথা শুনি থাকিম, যে তই ST তোৰ একো problem এ নাই, চাকৰি fix
@ajaymech5797
@ajaymech5797 3 ай бұрын
​@@pritom21 gadho tuk st nidile o kobo janajati gahori khai letera buli.. Heibabe reservation diya hoisil jate representation koribo pare.
@pritom21
@pritom21 3 ай бұрын
@@ajaymech5797 atcha
@DARSHAPRAN-Unofficial
@DARSHAPRAN-Unofficial 3 ай бұрын
এইটো ভাল ৰায় । অন্যথা সুবিধা পোৱাই পায়েই থাকে আৰু নোপোৱাই নাপায় ।
@trishnadas7500
@trishnadas7500 3 ай бұрын
@@DARSHAPRAN-Unofficial apuni kenekoi jane hubidha kunbai paise kunbai poa ni .. agor aain mote toh pispora sc st o hubidha pbo logote ji bilake porhi huni educated hoice hihoteo pbo .. apunalokr mote porha huna jone hubidha pabo nalage nk
@DARSHAPRAN-Unofficial
@DARSHAPRAN-Unofficial 3 ай бұрын
@@trishnadas7500 হয়, যোগ্য জনে পাব লাগে । যাৰ দেউতাকে ডাঙৰ চাকৰি কৰে তেওঁলোকৰ সন্তানে পঢ়া শুনা কৰাৰ সুবিধা আৰু সমল তুলনাত্মকভাৱে বেছি পায় । অৰ্থাৎ দৰিদ্ৰ নিচলা পৰিয়ালৰ সন্তানৰ দৰে পঢ়া শুনা কৰা বা নিজকে বিকশিত কৰাৰ প্ৰত্যাহ্বান নাথাকে । গতিকে দৰিদ্ৰতাৰ গ্ৰাসত পৰি থকা পৰিয়ালৰ সন্তানতকৈ চাকৰি কৰি থকা অভিভাৱকৰ সন্তান নিয়মিত শিক্ষা তথা প্ৰশিক্ষণেৰে অধিক উপযুক্ত হিচাপে বিবেচিত হোৱাৰ সম্ভাৱনা বেছি থাকে । আনহাতে সংৰক্ষণৰ চৰ্ত আছিল ১০ বছৰীয়া পৰিক্ৰমাৰ মাজেদি সকলোকে সবলীকৰণ কৰা যি সম্ভৱ নোহোৱাৰ অন্যতম কাৰণ হৈছে প্ৰচুৰ পৰিমাণৰ সংস্থাপনৰ যোগাৰ দিব নোৱাৰা অথবা সমল আৰু সুবিধা আদায় দিব নোৱাৰা । ইয়াৰ লগতে আনটো কাৰণ হৈছে সুবিধা পোৱাই পাই থকা । যদিও উৎকোচ সমৰ্থন নকৰোঁ তথাপি প্ৰসংগক্ৰমে কব লাগিব আজিও সমাজত চাকৰি, উচ্চ শিক্ষাৰ আসন মনে মনে বিক্ৰী হৈ আছে যাক কিনাৰ ক্ষমতা কাৰ থাকিব ? গতিকে, এবাৰ সুবিধা লাভ কৰাজনৰ ওপৰত আমাৰ হিংসা হোৱা নাই পিছে বঞ্চিত যাতে কোনো নহয় তাক লৈহে চিন্তা । আপুনি তোলা প্ৰশ্নৰ উত্তৰ মই নিশ্চিতভাৱে দিব পাৰিম । অৱশ্যে আপুনি কেইখনমান গাঁৱলৈ গই ভালকৈ চালে নিজেই দেখিব - সুবিধা পোৱাইহে পাই আছে আৰু নোপোৱাই নাই । কিয়নো এবাৰ সুবিধা পালে তেওঁ নোপোৱা সকলৰ তুলনাত শক্তিশালী হৈ পৰে । ধন্যবাদ ।
@ayushimanta3141
@ayushimanta3141 3 ай бұрын
Kosto koribo pora bilake pabo a , June jenke kosto korise teneke paise khubidha lage buli bohi thakile mukhote sob ni dibo Lage nki
@dimplehazarika9609
@dimplehazarika9609 3 ай бұрын
উচ্চতম ন্যায়ালয়ক ধন্যবাদ ।অলপ উশাহ লব পাৰিম ।
@debendrakumarnath9286
@debendrakumarnath9286 3 ай бұрын
সংৰক্ষণ বহুত হল।এতিয়া এই ব্যবস্থা আঁতৰাব লাগে।অৰ্থনৈতিক ভাবে পিছপৰা সকলৰ বাবে সংৰক্ষণ কৰিব লাগে।
@LovelyBeachHammock-lx5se
@LovelyBeachHammock-lx5se 3 ай бұрын
Right
@অসমীয়াজোবান
@অসমীয়াজোবান 3 ай бұрын
সংৰক্ষণ উঠাই কোনো দিব নোৱাৰে
@MammaToy
@MammaToy 3 ай бұрын
​@@অসমীয়াজোবান দিব পাৰে আৰু দিলেই। সংবিধানত লিখা আছে কেতিয়ালৈকে সংৰক্ষণ আছিল।
@SaikeeDas
@SaikeeDas 3 ай бұрын
কোনোবাই দুখীয়া হলে চাকৰি কিয় পাব লাগে? ফ্ৰী চিকিৎসা আৰু শিক্ষা বিচাৰক
@MammaToy
@MammaToy 3 ай бұрын
@@SaikeeDas তাকেই টো কোৱা হৈছে যে কোনোবা দুখীয়া সংৰক্ষণ কিয় লাগে।
@yamunaYtube
@yamunaYtube 3 ай бұрын
St Sc সকলে বেছিকৈ সুবিধা পোৱা কথাটো আচলতে নামতহে ,সঁচাকৈ কবলৈ গলে এই সম্প্ৰদায় ৰ লোকে সুবিধা লাভে কৰানাই আজিলৈকে ......দেশৰ উন্নতিৰ দণ্ডলেখ ডাল পৰীক্ষা কৰি চালে গম পাব st sc ৰ কেইজনে চাকৰি পাইছে কিমান সুবিধা পাইছে।
@AjitThongam-zx1bl
@AjitThongam-zx1bl 3 ай бұрын
Hard work koribo lagibo chakori karone bohi thakile nohobo
@SwapnaRaniBasumatary
@SwapnaRaniBasumatary 2 ай бұрын
Right
@letmetry4337
@letmetry4337 3 ай бұрын
সুন্দৰ পদক্ষেপ লৈছে। সঁচা অৰ্থত যিসকলৰ বাবে quota ৰ প্ৰয়োজন তেওঁলোকে সুবিধাখিনি পাওক যেন।
@kritirajtaw8962
@kritirajtaw8962 3 ай бұрын
উচ্চ জাতি বুলি মনত এতিয়াও ধম্ভালি মাৰে আৰু st ,sc বুলি মনে মনে নিশ্চ জাতি বুলি গণ্য কৰা ব্যক্তিয়ে reservation system উঠাই দিবলৈ কয়।উচ্চ নিশ্চৰ মানসিকতা হেৰুৱালে এনেই reservations উঠি যাব।
@crystal-lq4eo
@crystal-lq4eo 3 ай бұрын
Exactly kole akou hihhte laj py.😂 Gyan dbo ahe
@JUG2023
@JUG2023 3 ай бұрын
Ghenta usso jati
@carshorts7621
@carshorts7621 3 ай бұрын
একমত।
@bkp9774
@bkp9774 3 ай бұрын
@@JUG2023 ধৈত কেলা , সিহঁতে চবেই গাহৰি খাই, আমাৰ চাৰিআলিৰ বজাৰত আমি ভাগেই নেপাও,😄😄😄
@ajaymech5797
@ajaymech5797 3 ай бұрын
@@bkp9774 hoxa kotha kobo napai... 😆 hihote mone mone he khai
@amreetkumar7568
@amreetkumar7568 3 ай бұрын
বহুদিনৰ অপেক্ষাত এটি সময়োপযোগী ৰায় ৷ স্বাগতম জনাইছোঁ ৷
@jemsrabha1083
@jemsrabha1083 3 ай бұрын
We are tribal people. Our population is not that large either. That is where we are lagging behind. In such a situation if the reservation is cancelled, we will fall further behind . How many great man have you seen among the tribal people ? ST সকলক অইনৰ লগত তুলনা নকৰিব
@himakshiboro1155
@himakshiboro1155 3 ай бұрын
Yesssss
@MrWankde
@MrWankde 3 ай бұрын
Stop this randiroona.. We all are one and equal,,, we're Indian no tribalism no plainism no such division... This is the era of competition, so be prepare yourself well.. Enough privileges were given now it's time to pull the ropes. Yess to counter income inequality,, there should be only one reservation i.e.purely based on financial basis. Otherwise all must be counted as equal candidates... Article 14...
@kuldeep1559
@kuldeep1559 3 ай бұрын
Thike koisa baaru
@kuldeep1559
@kuldeep1559 3 ай бұрын
​@@MrWankdeLet it be bro,u will never understand that is why u r saying all this,this sentences r nice in book but not in reality,when u have to suffer for something related to this then u will understand
@anjimagoyary8559
@anjimagoyary8559 3 ай бұрын
We were deprived from education in first place. Still our places are neglected by government... We can't get opportunities which generals do receive.. How many tribals could go abroad to study..only general do as they financially more sound ..India is nowadays governed by elite Brahmins who are anti reservation.
@jitensarma1210
@jitensarma1210 3 ай бұрын
Most welcome. সঙৰক্ষণ ব্যৱস্থাই জেনেৰেল caste ৰ বহুতো মেধাৱী ল'ৰা ছোৱালী জীৱন শেষ কৰিছে ।
@rahulbora23
@rahulbora23 3 ай бұрын
Bapor muratu bhim rao ambedkar Kun cast asil sudubhai gom napai niki
@aayushpritam7214
@aayushpritam7214 3 ай бұрын
​@@rahulbora23 Bhum rao😂
@Assamkaladka-01
@Assamkaladka-01 3 ай бұрын
oi tohote amak boro kasari rava buli ko and amak beleg njorore dexo and amak beya ke ko xeibilak Kune kobo ha reservation ক্ষেত্ৰত হলে সকলো সমান হা বাকী যে স্কুল হক বা বাকী কামত আমাক বড়ো কছাৰী ৰাভা etc buli কোৱা and যুকুৱা আৰু কিমান কি কি কৰা আমাৰ লগত বিয়াত ক্ষেত্ৰত অ হক সকলোতে সেইবিলাক কোনে কব হা
@crystal-lq4eo
@crystal-lq4eo 3 ай бұрын
Aru kimn St SCr success hoise .ktha sa
@NEXIUSGAMING661
@NEXIUSGAMING661 3 ай бұрын
Right
@prachujyasonowal9216
@prachujyasonowal9216 3 ай бұрын
St sc buli nu post katanu dea hoi sorkare ....aji kali ..obc ..t koiu st sc r cut off besi thake General t koi mathu 1 , 2 no kom thake tate post thake ObC r 50 ta thakile st sc r 5 ta 6 ta thake ...tate imn soku ooo ... CASTE SYSTEM EI Uthai dbo lage Sob general hbo lage
@ajourneyofathousandmilesak3233
@ajourneyofathousandmilesak3233 3 ай бұрын
Hoi nki kot dekhili toi.. Moha pandit
@bjoy304
@bjoy304 3 ай бұрын
​@@ajourneyofathousandmilesak3233😂
@NEXIUSGAMING661
@NEXIUSGAMING661 3 ай бұрын
Tetia gom paba general ki
@MunmiBora-uv8yn
@MunmiBora-uv8yn 3 ай бұрын
ST SC বুলি কোনো কথা নাই।সকলো সমান হব লাগে ।
@bkp9774
@bkp9774 3 ай бұрын
@@MunmiBora-uv8yn কথাটো হয় , বিয়া হবা নেকি মোৰ বন্ধু এজনৰ লগত, বড়ো কছাৰী হয়, বড়ো আৰু বৰা আমি চব একেই, সমান সমান।
@jzjsjddi
@jzjsjddi 3 ай бұрын
OBC বিলাকৰ কি হব 😂
@ajaymech5797
@ajaymech5797 3 ай бұрын
@@bkp9774 hihotr nakot loga koi dibo napai.. 😂 dukh pai jbo...
@yutfufty
@yutfufty 3 ай бұрын
​​@@bkp9774 moja disa Bhai.
@3rnglish
@3rnglish 2 ай бұрын
OBC hokoloru reserved seat thake heiburot ST, SC Hokole humabo nuware jiman marks thakilew..hei kothatu kio vabi napai manuh bure... sob homan hole every post general caste a loi jabo heituwe kolu
@premvidyarnavmusical
@premvidyarnavmusical 3 ай бұрын
বহত দেৰি হৈ গৈছে। ৫০ বছৰ আগতে কৰিব লাগিছিল। সকলো সমান হব লাগে।
@Assamkaladka-01
@Assamkaladka-01 3 ай бұрын
oi tohote amak boro kasari rava buli ko and amak beleg njorore dexo and amak beya ke ko xeibilak Kune kobo ha reservation ক্ষেত্ৰত হলে সকলো সমান হা বাকী যে স্কুল হক বা বাকী কামত আমাক বড়ো কছাৰী ৰাভা etc buli কোৱা and যুকুৱা আৰু কিমান কি কি কৰা আমাৰ লগত বিয়াত ক্ষেত্ৰত অ হক সকলোতে সেইবিলাক কোনে কব হা
@premvidyarnavmusical
@premvidyarnavmusical 3 ай бұрын
@@Assamkaladka-01 this is your mentality.we respect all person as a human being.Only boro rabha is not st.
@Assamkaladka-01
@Assamkaladka-01 3 ай бұрын
@@premvidyarnavmusical aare bro this is not my mentality this is true 😔 and only st sc realised this And comments are not written just like that we respect everyone in real you can see who does what
@Mridupratik
@Mridupratik 3 ай бұрын
​Apuni ejon hubidhabadi neki​@@Assamkaladka-01
@Assamkaladka-01
@Assamkaladka-01 3 ай бұрын
@@Mridupratik মানে বুজি পোৱা নাই ভাল কে কক
@lorishsambharalibharali5770
@lorishsambharalibharali5770 3 ай бұрын
Eku nai OBC , SC, ST mili ami sorkar change kori dim tension nai😊
@jemsrabha1083
@jemsrabha1083 3 ай бұрын
Yaa
@learnenglisheasily522
@learnenglisheasily522 3 ай бұрын
যদি ST , SC ৰ কৰিছে তেতিয়াহলে OBC ৰো কৰিব লাগে কাৰণ ST SC ৰ দৰে OBC ৰো প্ৰায় সমানেই সুবিধা দিয়া আছে , অকমানহে ST SC ৰ বেছি ।
@monjitmedak3807
@monjitmedak3807 3 ай бұрын
আন্দোলন লাগে জনজাতি হবলৈ😅
@monjitlahon2607
@monjitlahon2607 2 ай бұрын
​@@monjitmedak3807htu kotha nhoi ami OBC amr general homan e hoi
@ranjitkrgogoi5190
@ranjitkrgogoi5190 2 ай бұрын
Please read and listen carefully, you will come to know there are sub categories in OBC already....
@wooodlandd
@wooodlandd 2 ай бұрын
already creamy layer, non-creamy layer implementation aase
@dilipmandal9523
@dilipmandal9523 2 ай бұрын
st sc মানুহক generalমানুহে পাত্তাই নিদিব ।sc st মানুহ আৰু পিছুয়াই যিভ ।
@author150
@author150 3 ай бұрын
আজিৰ সমাজতো ট্ৰাইবেলবোৰক লেই লেই চেই চেই কৰে এতিয়া সংৰক্ষনত খিনিলৈ টুপনি নহা হল এতিয়া বাংলাদেশৰ নিচিনা হব যেন পাইছো
@akashsvideos1166
@akashsvideos1166 3 ай бұрын
স্বাধীনতাৰ 75 বছৰ পিছতো সংৰক্ষণৰ ব্যবস্থা থকাটোৱেই অনুচিত
@trishnadas7500
@trishnadas7500 3 ай бұрын
@@akashsvideos1166 then maa deutak kba jaat paat sai bia napatiboloi
@KKVlogsMedia
@KKVlogsMedia 3 ай бұрын
​​@@trishnadas7500indirectly government a manuhok jati ved van monot aniboloi udgoni jonaise reservation system r dyara . Sorkare law ulaik j sob xoman ajir pora ved vab rakhile ba jat Sai jodi bia cancel hoi aain mote sasti pabo tetia amio raji asu karon amar monot jati ved nai . Sorkarehe he udgoni jonai ase reservation system rakhi
@trishnadas7500
@trishnadas7500 3 ай бұрын
@@KKVlogsMedia bia patote manuhe reservation nasai nhoi jat pat he sai ... So jetia ai jat pat gotro sai discrimination kora complete nil hobo tetia kba reservation aibilkr dorkar ni buli bcz reservation is not based on economic conditions its based on discrimination... Moi o Msc korisu middle class hoi but muk o caste r babe reject korise general caster manuhe bujila.. but muk reject koribo logia ako reason nasil blg
@ajaymech5797
@ajaymech5797 3 ай бұрын
@@akashsvideos1166 jati bebosta thoka Tu ho le usit ne... Aami kalita, sarma, pathak higher caste... Pabitra manu 😅
@pratimasarma1737
@pratimasarma1737 2 ай бұрын
১০ বছৰৰ বাবে হে এই ব্যৱস্থা ৰখা হৈছিল, সেই য়াই যুগ যুগ ধৰি ৰাখিব বিচাৰে।
@susilmahato6276
@susilmahato6276 3 ай бұрын
ধন্যবাদ জনাইছো মহা মান্য আদালতৰ ৰায় দানক।
@Assamkaladka-01
@Assamkaladka-01 3 ай бұрын
oi tohote amak boro kasari rava buli ko and amak beleg njorore dexo and amak beya ke ko xeibilak Kune kobo ha reservation ক্ষেত্ৰত হলে সকলো সমান হা বাকী যে স্কুল হক বা বাকী কামত আমাক বড়ো কছাৰী ৰাভা etc buli কোৱা and যুকুৱা আৰু কিমান কি কি কৰা আমাৰ লগত বিয়াত ক্ষেত্ৰত অ হক সকলোতে সেইবিলাক কোনে কব হা
@DipsikhaPhangsu
@DipsikhaPhangsu 2 ай бұрын
মই একমত 😊
@usermridul41
@usermridul41 3 ай бұрын
সুন্দৰ ।অথৈনৈতিক ভাৱে পিছপৰা সকলৰ বাদে অন্য সকলোকে আতৰ কৰাটো আজিৰ সময়ত অতি প্ৰয়োজন বুলি ভাবোঁ ।
@ajoybarua4288
@ajoybarua4288 2 ай бұрын
বহুত ভাল সিদ্ধান্ত 🙏🏻 আদৰণি জনাব লাগে, দুখীয়া-অতিপিছপৰা অগ্রাধিকাৰ দিব লাগে।
@RupamSenapati14
@RupamSenapati14 3 ай бұрын
উচ্চ-নিচ জাতি ভেদা-ভেদ এইবোৰ আগতে আঁতৰাব লাগে তেতিয়া caste এনে আঁতৰি যাব
@mkr123
@mkr123 3 ай бұрын
Hoi xokolu manuhor upadhi atai hobo lage saikia nhole bora jikunu atai hb lage
@chandra5578
@chandra5578 3 ай бұрын
😂😂​@@mkr123
@Defencelover-1176
@Defencelover-1176 3 ай бұрын
খৰো শ্ৰেণীৰ মানুহ বুলি হাহে যে সেইটো
@priyamT1992
@priyamT1992 3 ай бұрын
​@@mkr123 saikia borah nhoi mahanta ba sharma hbo lage.. kene
@priyamT1992
@priyamT1992 3 ай бұрын
Ji hokol caste a st sc k horu nimno khapor caste buli obohela korisile hei hokole atya st scr suwa selekibo loise kiman gaurvor kotha st sc r babe
@kukheswargogoi9117
@kukheswargogoi9117 2 ай бұрын
জাতিৰ সংখ্যা অনুযায়ী সংৰক্ষণ হ'ব লাগে ।
@VishnuRavii-vt7ql
@VishnuRavii-vt7ql 3 ай бұрын
বহুত ভাল হৈছে । মোৰ মতে ST/SC এইবোৰ উঠাই দিব লাগে । ST আৰু SC এটা বিকলাংগ প্ৰথা ।
@Laskar_king
@Laskar_king 3 ай бұрын
Hmm. General walo ko job, admission milne mein kitna dikkat hota sirf general walo ko pta hai
@jitulgogoi8493
@jitulgogoi8493 3 ай бұрын
Right
@jogeshkachari880
@jogeshkachari880 3 ай бұрын
Don't worry STs, it will make you competitive.
@Samiran93
@Samiran93 3 ай бұрын
Okl sc st he lgi ase je obc to o kobo lge
@PRIYNOJEDITZ
@PRIYNOJEDITZ 3 ай бұрын
🤣
@artworld6596
@artworld6596 3 ай бұрын
Subclassification a equal nokore besi tolot he pelabo aru tolor caste r manuh burok
@ranasharma1259
@ranasharma1259 3 ай бұрын
বহুত ভাল সিদ্ধান্ত দিছে মহামান্য আদালতে,, চেলুট জনাইছো
@MonjitSaikia-k9p
@MonjitSaikia-k9p 3 ай бұрын
Assam st raijyo Kun hokolor babe nohol jonabosun? Haihokolor babe aagi Assam bidekhir soroniya pother ,
@bkp9774
@bkp9774 3 ай бұрын
বেয়া পৰিস্থিতি হব কিন্তু।
@SukanyaBoro-l3g
@SukanyaBoro-l3g 3 ай бұрын
Gahori khowa ne nai tomi sarmah😅😅😅😅😅
@NortheastExpress2
@NortheastExpress2 3 ай бұрын
Etiya gahori mangso khuwa buroku ghin kora baad dibo lagibo. Ajir pora bamun suwali line mara start kori dim karon aami sob ekei etiya 😂😂😂😂
@bkp9774
@bkp9774 3 ай бұрын
@@NortheastExpress2 আৰে ভাই, বামুনৰ ছোৱালীক লাইন মাৰি লাভ নাই, সিহঁতে মিয়া বোৰক হে সুবিধা দিয়ে, তোৰ দৰে চেপেটা নাকৰ মানুহক, নহব ।
@bhaskarjyotisaikia7290
@bhaskarjyotisaikia7290 3 ай бұрын
Tribals are the indigenous people and land son of a place. If you don't keep reservations for them in govt job, land, politics then the migrated people will take power and rule them, make them minority in their own place. The migrated Hindu or Muslim Bangladeshis in Assam are now in every sector, government departments, police, administration, politics, business, agriculture, etc. Tribals should get reservations in their own land. Otherwise Assam is better to be included with Bangladesh and Tripura.
@arabindabaro2350
@arabindabaro2350 3 ай бұрын
নকল ST/SC, OBC certificate, EWS certificate লৈ আৰু ধনৰ বলত চাকৰি লোৱা বোৰৰ বাবে মান সন্মানৰ কথা আহি নপৰে। আত্ম সন্মান আৰু সততা অকল সৰু জাতিৰ বাবেহে।
@NirmalChBaro
@NirmalChBaro 2 ай бұрын
ধন্যবাদ ভাল আইন প্ৰণয়ন কৰিছে।
@babulrava9706
@babulrava9706 3 ай бұрын
অতি সুন্দৰ পদক্ষেপ
@MajidulIslam-u7y
@MajidulIslam-u7y 3 ай бұрын
General বিলাকে 80%পায় ও চাকৰি নাপায় আৰু ইফালে মাত্ৰ 50বা55%পায় চাকৰি কৰে sc st obc বিলাকে
@angana3955
@angana3955 3 ай бұрын
Don't say about Obc as obc and general has not much difference. If General need 80% obc need 75-78 % You should not compare Obc with Sc/St.
@rinakalita927
@rinakalita927 2 ай бұрын
সংৰক্ষণ বহুত হ’ল ৷ উচ্চতম ন্যায়ালয়ক ধন্যবাদ ৷ অৰ্থনৈতিক ভাৱে দুৰ্বলসকল সুবিধা পাব লাগে
@madhavdeka5926
@madhavdeka5926 2 ай бұрын
এটা জনগোষ্ঠীয়ে যুগ যুগ ধৰি এছ টি, এচিৰ সুবিধা প্ৰদান কৰি থকা টো গ্ৰহণযোগ্য বুলি মানি ল'ব নোৱাৰি।
@imthareingti-eo4ic
@imthareingti-eo4ic 3 ай бұрын
ST long live
@air33-ias53
@air33-ias53 3 ай бұрын
Atia long live koi labh nai 😂😂😂
@nishthasteptowardslight7521
@nishthasteptowardslight7521 3 ай бұрын
Ghonta
@missionmedico1155
@missionmedico1155 3 ай бұрын
@@air33-ias53 Kiyo lav nai. Just subcategory he create kribo koise. Mathat mal nai neki?
@jitupegu8209
@jitupegu8209 3 ай бұрын
Sudirvai​@@air33-ias53
@ffpgl5382
@ffpgl5382 3 ай бұрын
​@@air33-ias53ghrr goi katim laura
@artworld6596
@artworld6596 3 ай бұрын
Aitu koribo nelage karon akou agor nisina hobo tolor jatir manuh buror uporot oithashar barhi jabo aru etia o bohut jegat bohut tolor soku re jai jiman a sakori nokorile u tolor caste r manuh burot...aitu korile bohut onnai kora hobo tolor srenir manuh buror logot Aibur korile xoman nohoi boronso tolor srenir manuh burok aru besi tolotia kori rakhibo...etia reservation diyar pisot u kisumn jegat tolor srenir manuh burok uporr srenir manuh bure eman insult diye torture kore mentally mangalik xubo kam buror pora duroit rakhe aru reservation uthai dile ba creamy layer dile tu oithasar t thakibo nuara hbo tolor shrenir manuh khini a uporr shrenir manuh buror utpatot
@BH19555
@BH19555 3 ай бұрын
Instead of reservation right to education should be introduced. Like national food security act a national education security act should be introduced.
@bhaskarsharma2300
@bhaskarsharma2300 3 ай бұрын
সুন্দৰ বিচাৰ।
@mukulbaruah1833
@mukulbaruah1833 3 ай бұрын
Bhaskr sarma jetia kebol 3% monubadi, bamunbadi, jatibadi jehadir khilonjian Usswatam ntayalay t bisar khampanna habo tetia tahote kebol sweepwer,Dhubi,Napit, Muchi, Tyre pomcer dukan, mass bepari, mangkha dukan aibilak kariba pabi. Obc,St,Sc(Khilonjia samaj) a Nyapalika,Karyapalika, Bidhaini(Rool sason), khongbad madhyam, Industryr malik,Contact, Sikssa khakal u kebol Obc,St,Sc r hatot thakiba.
@Pgamers8698
@Pgamers8698 3 ай бұрын
H​@@mukulbaruah1833 oi bokasuda ki boki aso ha mental tezpur ja toi maksudai
@mukulbaruah1833
@mukulbaruah1833 3 ай бұрын
Bhashkar sarma toi Bamun ne Hindu pratham kheitu spsta kr. Jodi Hindu tenehole ata u jodi Hindu birudhi(Obc,St,Sc) birudhi coment kora tar parinam bikham habo.
@kumudbaruah2001
@kumudbaruah2001 3 ай бұрын
​@@mukulbaruah1833nonsense comment with endless negativity.
@suravi23
@suravi23 3 ай бұрын
Akdom ri8 aibor st sc uthai dibo Lage
@nkvlog8919
@nkvlog8919 3 ай бұрын
General cust বিলাক মৰি জোৱাই ভাল
@Ishubaa
@Ishubaa 3 ай бұрын
😂
@lifeofpritam6436
@lifeofpritam6436 3 ай бұрын
Cast r spelling njona xokole ST holeu ekudal kribo nware 😅😅😅😅😅
@aneswaripawe440
@aneswaripawe440 3 ай бұрын
Mori jaa
@JakariaAhmed-oy2kr
@JakariaAhmed-oy2kr 3 ай бұрын
Andolon krbo lge catagory sob uthyai dibo lge,nohole reservation % komai dyaa ,
@Vahhajjk
@Vahhajjk 3 ай бұрын
@@nkvlog8919 caste word tu lkhb njna jne 90% reservation dleo life t aku ghotitu krb nuare🤣
@dhritirekhadas2757
@dhritirekhadas2757 3 ай бұрын
উচ্চতম ন্যায়ালযে সঠিক ৰায়দান কৰিছে ৷ তিনিটা চাৰিটা পুৰুষ ধৰি ST , SC ৰ সুবিধা দিয়াটো এটা বৈষম্যমূলক কথা ৷ আৰ্থিকভাৱে আৰু ভৌগলিক ভাৱে পিছপৰা সকলৰ ক্ষেত্ৰত যিটো ন্যায়সংগত সেইটো সুবিধা দিয়া উচিত ৷ creamy layer ব্যৱস্থা ST , SC সকলৰ ক্ষেত্ৰতো প্ৰযোজ্য হোৱা উচিত ৷
@Assamkaladka-01
@Assamkaladka-01 3 ай бұрын
oi tohote amak boro kasari rava buli ko and amak beleg njorore dexo and amak beya ke ko xeibilak Kune kobo ha reservation ক্ষেত্ৰত হলে সকলো সমান হা বাকী যে স্কুল হক বা বাকী কামত আমাক বড়ো কছাৰী ৰাভা etc buli কোৱা and যুকুৱা আৰু কিমান কি কি কৰা আমাৰ লগত বিয়াত ক্ষেত্ৰত অ হক সকলোতে সেইবিলাক কোনে কব হা
@AIMysticTales
@AIMysticTales 3 ай бұрын
EWS uthai dibo lage karon FAKE ews ulua moi janu
@Pain237_
@Pain237_ 3 ай бұрын
কোনে জোকালে অ ভাই তোক?​স্কুল কলেজ ত নে?তহঁতি সংৰক্ষণ পা।পাব নালাগে কোৱা নাই।কিন্তু তহঁতৰে মাজত যিখিনি আৰ্থিক অৱস্থা একদমেই বেয়া সেইখিনি যদি পাই।ভালহে পাব লাগে তহঁতৰ আৰ্থিকভাৱে পিছপৰা মানুহখিনি উঠিব। আজি Bolero, Fortuner, iPhone থকাখিনিয়েই যদি সংৰক্ষণ পায়েই থাকে লাভ কি? ফলটো সেই মানুহখিনি কাৰণেহে।কিন্তু ধনীকেইটাই খাই থাকে@@Assamkaladka-01
@Assamkaladka-01
@Assamkaladka-01 3 ай бұрын
@@Pain237_ yes bro and মই সকলোকে কোৱা নাই কোৱা বুলি যি সকলে কৈছে সেই সকলক হে কৈছো যোনে caste system to withdraw কৰাৰ কথা কৈছে and I'm talking about perticular people and people torture anywhere
@r.aclasses7694
@r.aclasses7694 3 ай бұрын
​@@Assamkaladka-01sc / st uthai dia e val. Nohole ami sakori e napam
@crazygirl8574
@crazygirl8574 3 ай бұрын
Good discussion
@guliathasda8786
@guliathasda8786 3 ай бұрын
পোনপ্ৰথমে উচ্চ ন্যায়ালয়ৰ এই ৰায়ক আদৰণিৰ জনাইছো। ST, SC ৰ মাজত শ্ৰেণী বিভাজন হব লাগিব। অসমৰ ক্ষেত্ৰত ST ৰ মাজত শ্ৰেণী বিভাজন অতি দৰকাৰ আছে। কিয়নো ৭০ বছৰ ধৰি সংৰক্ষণত থকা সত্বেও কিছুমান জনগোষ্ঠী একেবাৰেই পিছ পৰি আছে আৰু কিছুমানে জনগোষ্ঠীয়ে সকোলো ক্ষেত্ৰতে বহুতো আগবাঢ়িছে। পিছ পৰি থকা জনগোষ্ঠী সকোলক সামাজিক ব্যৱস্থাত উন্নত আৰু মূল সুতিত আনিবলৈ চৰকাৰ আৰু উচ্চ ন্যায়ালয়ক দায়িত্ব আছে। উক্ত ৰায়দানৰ বাবে গভীৰ অন্ত কোণৰ পৰা উচ্চ ন্যায়ালয়ক ধন্যবাদ দিছোঁ।ST ত Creme layar হব লাগে আৰু উন্নত জাতি বিলাকক জনজাতি মৰ্যদাৰ পৰা কৰ্তন কৰিব লাগে। আৰু পিছ পৰা জনগোষ্ঠী বিলাকক অন্তৰ্ভূক্ত কৰিব লাগে।
@ghanaborah6763
@ghanaborah6763 2 ай бұрын
Goodldls
@Bitupan228
@Bitupan228 3 ай бұрын
ST long live, amak lagiboi reservation & relaxation ✊
@rishirajomivaidya5648
@rishirajomivaidya5648 3 ай бұрын
Nijor uport bissakh nai nkn..mori nja kyo
@Assamese932
@Assamese932 3 ай бұрын
Moi tuk stmrni buli kom mak sudai.. Dom ase jdi competition kor st certificate loi kla hibidha nhoi
@aslamhussain891
@aslamhussain891 3 ай бұрын
Very good done.... Congratulations 🎉
@abinathhazarika5636
@abinathhazarika5636 3 ай бұрын
St ,sc, obc, general r bhag botora korat koi eligible canditae r karone sob xoman koribo lage. Plain area aru hikl area hisape rakhibo lage
@Assamkaladka-01
@Assamkaladka-01 3 ай бұрын
oi tohote amak boro kasari rava buli ko and amak beleg njorore dexo and amak beya ke ko xeibilak Kune kobo ha reservation ক্ষেত্ৰত হলে সকলো সমান হা বাকী যে স্কুল হক বা বাকী কামত আমাক বড়ো কছাৰী ৰাভা etc buli কোৱা and যুকুৱা আৰু কিমান কি কি কৰা আমাৰ লগত বিয়াত ক্ষেত্ৰত অ হক সকলোতে সেইবিলাক কোনে কব হা and amak je কিছুমান লোকে mentally torture কৰা হৈ সেইবোৰ কোনে কব
@hiragoswami4636
@hiragoswami4636 2 ай бұрын
Yes thanking
@KSC9353
@KSC9353 3 ай бұрын
Borhiya khub bhal khbor
@dusmantasaharia9883
@dusmantasaharia9883 2 ай бұрын
এতিয়া তেওঁলোক বহুত আগুৱাই গ"ল। এইবিলাকে ছাত্ৰ ছাত্রীৰ মন ভাঙি দিয়ে।
@paragthakuria1995
@paragthakuria1995 3 ай бұрын
Reservation policy ৰ কোনো দৰকাৰ নাই। সকলোবোৰ General (UR) category হোৱা উচিত। Always stand for general (UR) category. Support for General (UR) category ###############
@ajaymech5797
@ajaymech5797 3 ай бұрын
@@paragthakuria1995 hoi diyok... Biya babe suwali ase jdi khbr dibo.. Schedule tribe hoi.. Jodihe laj napai
@DilipEngleng-r1t
@DilipEngleng-r1t 2 ай бұрын
ST SC caste certificate jugedi Bangladeshi manu Pakistani manu buli dhoribo pariboh .amar karbi anglong yot.
@anupkrdas6798
@anupkrdas6798 3 ай бұрын
SC আৰু ST কোটা উঠাই নিদিলে সাধাৰন শ্ৰেণীৰ লোকৰ অবস্থা একেবাৰে শোচনীয় । এচ চি আৰু এচ টি মানুহৰ ঘৰে ঘৰে চাকৰী । তাতকৈ বিপদজনক কথাটো হৈছে স্বাস্থ্য বিভাগত সাধাৰন শ্ৰেণীৰ বাবে যদি ৯৫ % লাগে তেন্তে SC আৰু ST ৰ বাবে 55 - 60 % পালেই Medical পাই । ভাবক ৯৫% পোৱাটোৱে ভালকৈ বেমাৰ ধৰিব পাৰিব নে 55-60% পোৱাটোৱে পাব । ব্ৰেনৰ catching capacity বোলা এটা কথা আছেই নহয় । এনে ক্ষেত্ৰত ৰোগীৰ জীয়াই থাকিব নে মৰি যোৱাৰ আকাংক্ষাই অধিক ।
@Monelasink
@Monelasink 3 ай бұрын
Tur bapere koisil 50-60 t st. Sc ye sit pai buli
@dharanidharbasumatary506
@dharanidharbasumatary506 2 ай бұрын
যেতিয়া লৈকে Parliamentত bill পাছ নকৰে তেতিয়ালৈকে courtৰ order implement নহয়!
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 5 күн бұрын
Reservation of ST and SC should be among poorest of the poor people.
@Prasenjit-LeoDas5055
@Prasenjit-LeoDas5055 3 ай бұрын
SC & ST ৰ সুবিধাবোৰ থাকোতেও দুৰ্নীতিৰ বাবে প্ৰাপ্য সকলে বঞ্চিত হৈ আহিছে। এতিয়া আকৌ আৰু দুৰ্নীতি হ'ব। OBC ত creamy layer ৰ নামত, General ৰ EWS ত বহুতে ভূৱা চাৰ্টিফিকেট উলিয়াই সুবিধা লৈ আছে । এইবোৰ কিয় ঠিক নকৰে। SC ৰ ১৫%, ST ৰ মাত্ৰ ৭.৫% কিন্তু জনসাধাৰণে এনেকোৱা দেখুৱাই যে অকল ইহতেই সকলো সুবিধা লৈ আছে। আনফালে পিছপৰা শ্ৰেণী বুলি তিৰষ্কাৰ কৰাত পিছত নাথাকে। Govt. এ চাকৰি দিব‌ নোৱাৰে আনফালে, ওপৰত উল্লেখ কৰা দুৰ্নীতিবোৰ ঠিক নকৰে। আন উদাহৰণ :Ex-service person এ EWS ৰ চাৰ্টিফিকেট লৈ যে চাকৰি লৈ আছে সেইবোৰ কিয় ঠিক নকৰে।
@sabiuls31bro71
@sabiuls31bro71 2 ай бұрын
Kio tumalukor free free job lage neki generl or kunubai 75% pai job napai aku sc,st r 55 pai job pai reservation system uthai dele tumar t kunu xubida nohoi
@Prasenjit-LeoDas5055
@Prasenjit-LeoDas5055 2 ай бұрын
@@sabiuls31bro71 free.....kuntu logikot kotha koise
@Prasenjit-LeoDas5055
@Prasenjit-LeoDas5055 2 ай бұрын
@@sabiuls31bro71 Aru tumaluke jodi SC,ST e free te soli ase buli vaba pise tumaluke job lua pisotu tene lukor val kaam ketiao nokora.Already mind t set kori loisa j ihot bur jugya nohoi lagile tar major pora val deserving candidate,hardwork kora nulai kio. Amar yar ZPC joniye moi matric t val result korute ZPC fund r pora 400/- rupees d koisil tur bapere tuk podhabo paribo janu. Athoso 5000-10000Rs r minimum fund eta asil bakikhini toka tai khai thole. But apunar dore mentality thoka manuhor karone ami hubidha napao.Tar pasot ako Bangladeshi hundu burok nijor bonai yat saran diye.
@Bidyadhar29
@Bidyadhar29 3 ай бұрын
Best video.
@Happygirl94-v6y
@Happygirl94-v6y 3 ай бұрын
Moi nije ST hoi, but moi caste system abolish hua 2 bisaru karon, ami ST hokole jodi general categorit2 pass koru amak ultimately ' Oh, toi ST hoi quotat e sakori2 paiso ba seat paiso buli koi ' , so ultimately ami eke agor dore discrimination face koru. Moi aibur face korisu karone sob atiya unreserved categorit e apply koru aru unreserved't pass o kori ahisu. (P.S- personal point of view)
@pritom21
@pritom21 3 ай бұрын
Right..
@Assamkaladka-01
@Assamkaladka-01 3 ай бұрын
​@@pritom21oi tohote amak boro kasari rava buli ko and amak beleg njorore dexo and amak beya ke ko xeibilak Kune kobo ha reservation ক্ষেত্ৰত হলে সকলো সমান হা বাকী যে স্কুল হক বা বাকী কামত আমাক বড়ো কছাৰী ৰাভা etc buli কোৱা and যুকুৱা আৰু কিমান কি কি কৰা আমাৰ লগত বিয়াত ক্ষেত্ৰত অ হক সকলোতে সেইবিলাক কোনে কব হা
@pritom21
@pritom21 3 ай бұрын
@@Assamkaladka-01 oi moi Thengal Kachari hoii. ST
@King12c
@King12c 3 ай бұрын
Gahori khwa jaat , danav okhur buli kole val pai no
@crystal-lq4eo
@crystal-lq4eo 3 ай бұрын
Oh really? Accept nkre hihhte .karon hihhte njk ussho jat buli domvali fure kintu hubidha lble suror nsna nkli certificate ulabo aru jtya successful nhoi joli Puri gali dbo lgle general categoryr a cut off loi pass nkra kio .kintu ktha hunaboi gtike ek hboi nlge .hihhte njr majote kamura kamuri lge aru tribals 😂😂nkou aru
@priyachakraborty3125
@priyachakraborty3125 3 ай бұрын
Sc,st,OBC,General buli differentiate nokori soboke nijor talent aru education or uporotei chakori dibo lage.
@dharanipam2854
@dharanipam2854 3 ай бұрын
এই সিদ্ধান্ত দিয়া সাত জন বিচাৰকৰ ভিতৰত কেইজন SC,ST সম্প্ৰদায়ৰ হয় তাকো জানিব পাৰিলে ভাল। সেই বিচাৰপীঠত SC,ST সম্প্ৰদায়ৰ প্ৰতিনিধি বিচাৰক থকাটো বাঞ্চনীয় বুলি ভাবোঁ।
@anuvideosandshorts3204
@anuvideosandshorts3204 3 ай бұрын
Right
@ajaymech5797
@ajaymech5797 3 ай бұрын
Hoi ata o ni tat ki ghanta gom pabo sc/st bikhoye
@jemsrabha1083
@jemsrabha1083 3 ай бұрын
Thik kotha koise apuni
@TryingLifexoxo
@TryingLifexoxo 3 ай бұрын
Thik koise😊
@autovive4605
@autovive4605 3 ай бұрын
😂😂😂.. joli thaka
@mubashirahmed4600
@mubashirahmed4600 3 ай бұрын
ST.. father IAS.. MOTHER IAS, 2 SISTERS IAS 😂😂😂 malai khao 😂😂
@pgoswami5378
@pgoswami5378 3 ай бұрын
অবিচি ৰ মাজতো কেইবাটাও জাতি/ উপজাতি সোমাই আছে। এই ক্ষেত্ৰত এচটি আৰু এচচি ৰ দৰে একে নিয়ম খাটিব নে?ভাল বিচাৰ হৈছে। তেলিৰ মূৰত তেল বুলি কথাষাৰৰ কিছু পৰিৱৰ্তন হব পাৰিব।
@mukulbaruah1833
@mukulbaruah1833 3 ай бұрын
P Goswami tahot 3% monubadi, bamunbadi, jatibadi jehadi khilonjiar babe British bidekhitkoi Lakh goon a maratmak khingkhatmak bidekhi. Samay bor bisthur, sudhari ja. 90% r babe 3% chatni u nahobi. Mondirat 100% resurvesion kune loi thoise. Collegium sysytem kari kebol 300 Bamun parialrpora he judge hoi khakalu khilonjiar biruddhe ji rai di asey, aitu adin khandodaholoi rupantr habo.
@mukulbaruah1833
@mukulbaruah1833 3 ай бұрын
P Goswami toi Bamun ne Hindu kgeitu spsta kr. Jodi Hindu tente atau Hindur birddhe coment karibi tar parinam bikhom habo. maksudu Obc,St,Sc kebol vote diboloihe Hindu niki?
@mukutbora6706
@mukutbora6706 2 ай бұрын
Verry good. Done
@777-j2q
@777-j2q 3 ай бұрын
ST, SC reservation tu Economic survey uport hbo lage..Arthat jodihe teu economically low and ST Sc belongs kore dn xubidha pabo lage..Nhole ST,Sc r xujug pai xakalu xubidha ekanxo dhani xreniye upavug koribo pai..
@Assamkaladka-01
@Assamkaladka-01 3 ай бұрын
oi tohote amak boro kasari rava buli ko and amak beleg njorore dexo and amak beya ke ko xeibilak Kune kobo ha reservation ক্ষেত্ৰত হলে সকলো সমান হা বাকী যে স্কুল হক বা বাকী কামত আমাক বড়ো কছাৰী ৰাভা etc buli কোৱা and যুকুৱা আৰু কিমান কি কি কৰা আমাৰ লগত বিয়াত ক্ষেত্ৰত অ হক সকলোতে সেইবিলাক কোনে কব হা
@NabserAliProdhani
@NabserAliProdhani 3 ай бұрын
ST.SC যদি নতুনকৈ কৰিব পাৰে তেনেহলে নতুন পেঞ্চন নীতি বাতিল কৰি পুৰণি পেঞ্চন কৰিব লাগে।কাৰণ যিহেতু এখন দেশ এখন আইন বহুতো আইন সংশোধনী কৰি নতুন নতুন আইন বনাই আছে সেই গতিকে আইন সংশোধনী কৰি NPS বাতিল কৰি OPS কৰিব লাগে।
@gunamonibordoloi5613
@gunamonibordoloi5613 3 ай бұрын
নানত হে সংৰক্ষণ আছিল কামত নাই যিকোনো এটা খালি পদত ৬, ৭,১২, এনেকৈ সংৰক্ষণ থাকে এটিয়া ভাল হৱ।
@herokbora3916
@herokbora3916 3 ай бұрын
ST আৰু SC ৰ নামত সুবিধা লৈ আছিল । ST SC মানেই দুখীয়া নহয় ।
@BODOiq747
@BODOiq747 3 ай бұрын
Only Assamese people are against to ST & SC reservation in India....They don't know Reservation is that Equality but they think opposite to it...
@amarj213
@amarj213 3 ай бұрын
ST/SC সংৰক্ষণ OBC ৰ দৰে Creamy Layer/Non Creamy Layer system প্ৰযোজ্য হ'ব লাগে।
@JakariaAhmed-oy2kr
@JakariaAhmed-oy2kr 3 ай бұрын
Very gd discussion and thnk u SC ,final aito krbo lge ST/sc jodi father and mother government job pai ttia hole ter family SC or ST catagory uthyai dibo lgee
@rumivlogs2373
@rumivlogs2373 2 ай бұрын
খুব ভাল পদক্ষেপ।
@biman.CISF.lover.sonowal3617
@biman.CISF.lover.sonowal3617 3 ай бұрын
আগতে যেনেকৈ আছে তেনেকৈ থাকিব লাগে
@b17212
@b17212 3 ай бұрын
Apuni st, sc cast r hoi sage..hei karone aneke koise
@PRIYNOJEDITZ
@PRIYNOJEDITZ 3 ай бұрын
Yes 🙃
@Pharmacist_for_vilagers
@Pharmacist_for_vilagers 3 ай бұрын
​@@b17212aru apuni general hoi sagey kheibabey vukiii ase
@b17212
@b17212 3 ай бұрын
@@Pharmacist_for_vilagers obc..beyake kbole mn nasile koisu tothapiu.. reply 2 dekhi..apunalukor general,obc r lgt homane bohible juigota ny..ami kua ny system a niom bonaise..uporor jati,tolor jati..biya hokamot logot bohi nakhau uthi dim
@MonjitSaikia-k9p
@MonjitSaikia-k9p 3 ай бұрын
Hoi too
@pratikshasaikia5548
@pratikshasaikia5548 3 ай бұрын
Val lagise. 🙏
@nabajyotisarmah9027
@nabajyotisarmah9027 3 ай бұрын
If it is really implement then India will definitely super power ...,I request Government to follow the verdict.
@mukulbaruah1833
@mukulbaruah1833 3 ай бұрын
Navajyoti sarma tum pehle ye tai karo tum Brahmon ya Hindu. Agar tum Hindu hw tw ek bhi Hindu virudhi(Obc,St,Sc virudhi coment mot karo, worna bahot bura haal hoga.
@hkb964
@hkb964 3 ай бұрын
First uderstand the verdict.Reservion will continue,only a percentage of reservation will be given to more backward sc,st.
@dhaniramteron9827
@dhaniramteron9827 2 ай бұрын
Bharot hongroikhonor namot ST, SC homprodair luk hokolok ukho sapor tene shreni bibhogtyo Korar karyot Ami ST SC homprodair luk ami ketio mani nolow. gotike ji hokol jijai ST, SCr uporot puh Kota karyo tu bondho korok. jodi tene puh kota Koryo bondho nokore tene hole ST SC hokolok atma hoitya kora nisina he hobo goi. Jodihe ST SCr uporot tene shreni bibhoktyo koribo bisare tene hole, ji hokol Luke ST, SCr poromporar niyom niti kola hongskriti eri teoluke dharma holoni kore belek an kunuba upo ucho dharma loi convert kore, hei tene lukor karone he ST ba SCr khamotar pora boncit kora tu ucit, tenei jdi kore tat ami kunu ST, SC ye ami mat matiboloi nayao . dhainobad
@mkr123
@mkr123 3 ай бұрын
Jikunu sakorit amar sc r pod bohut komai die 7%,5% thake kintu blg cast r bohut thake amarpod bur bohai dibo lage
@gitarthahandique1325
@gitarthahandique1325 3 ай бұрын
Mozaaa
@JoyHonumanji123
@JoyHonumanji123 3 ай бұрын
সুন্দৰ পদক্ষেপ
@dilumonibaruah1741
@dilumonibaruah1741 3 ай бұрын
ঠিকেই সকলোৰে কাৰনে সমান সুবিধা পাব লাগে।
@jungleftness
@jungleftness Ай бұрын
এই মজা 👌👌👌
@dhanjitkalita9791
@dhanjitkalita9791 3 ай бұрын
Good step
@priyamT1992
@priyamT1992 3 ай бұрын
Khela hobe atya... Valei hbo diya aneu st r post bohut kom hoi so obc general post t besi vacancy pam... Competition hbo.. jiye nokorok voi nokoru.. asli mard ji kunu situation handle kore.. tribals always tiger ban k rahega
@PK07896
@PK07896 3 ай бұрын
মাৰোৱাৰী ৰ দৰে হব শিকক reservation ৰ সুবিধা তেওলোকক লব দিয়ক।।।reservation লৈ মুখ মেলি চাই থাকিলে ভিখাৰী এ হৈ থাকিব
@KNBasu
@KNBasu 3 ай бұрын
Reservation for SC and ST is not poverty alleviation measure. It's a measure to protect the backward communities from exploitation by dominant higher castes and for better representation. It's irony that despite reservation till now all important positions are held by higher castes. There is still and will always be discrimination on the tribals for being tribals.
@MrWankde
@MrWankde 3 ай бұрын
In a family starting with Grand father to grandchild all using the same SC certificate and availing reservation in UPSC exam, getting selected despite having low score, enjoying 5 years age extension, number of attempts, and fee exemption, earning a very decent 6 digit salary and living a fantastic life... And the irony is that still they cry for caste discrimination 😂😂😂😂😂😂😂😂..
@hridaykalita2959
@hridaykalita2959 3 ай бұрын
​@@MrWankdecorrect bro they don't want to compete with general cuz they know. They will fail.... Reservation must be in basis of income
@Neetasp240
@Neetasp240 3 ай бұрын
Really, it's an irony that despite of reservation you are lagging behind. NEET mai gen ko 600 main seat nahi mil raha and sc St ko 450 main mil jayega, 450 marks uthane k liye thoda padhne se hi hota hai, tab bhi agar you are lagging behind that's not the lookout for general candidates. It's your FAILURE.
@DilipEngleng-r1t
@DilipEngleng-r1t 2 ай бұрын
ST, SC TU THAKIBO LAGIBO AMAR KARBI HOKOLE ASSAMOT PROTHOM AHA JATI. PROTHOM AHA JATI HOLEYU KOP JONOHONGKHA JATI ARTHA HORU JATI BULIYU KOBO PARA JAI.KARBI HOKOLE ST HOLEYU ST(H) HOI ,ST(P) NOHOI.
@ShivantaIndian
@ShivantaIndian 2 ай бұрын
Right 👍
@IRakeshVlogs
@IRakeshVlogs 3 ай бұрын
ST t jiman post thake ST under t aai competition hoi so balg caste r kita tika kio fate
@PRIYNOJEDITZ
@PRIYNOJEDITZ 3 ай бұрын
Thik koisa bhai police running korib gole st st vitorote competition korai karone jane je belege bole nuware buli
@AmritjyotiRajbongshi
@AmritjyotiRajbongshi 3 ай бұрын
Free te je sob pau amar horu horu kiba eta purabole u 100.150lage । Hetu ki amar ghrt hunor chamus ase neh ki
@ajourneyofathousandmilesak3233
@ajourneyofathousandmilesak3233 3 ай бұрын
Kiman aru ST/SC kori advantage loi thakibi.. Tumar jodi capacity ase eneo job ba jikunu khetrot success hobai..
@IRakeshVlogs
@IRakeshVlogs 3 ай бұрын
@@ajourneyofathousandmilesak3233 te tumi loi thaka tumar jegat amar jegat amar ST t aai competition besi nijor majot aai nije, agot bahir r manhu k dhor
@ajourneyofathousandmilesak3233
@ajourneyofathousandmilesak3233 3 ай бұрын
@@IRakeshVlogs hei aakha batde aru reservations r xubida bohut khini pai aahisa kintu aahibo logiya dinot napao aru..Nijor majot competition kori bohut khini xubida loli, etiyao lahe lahe sob uthi jabo..
@Dipa-z9x
@Dipa-z9x 3 ай бұрын
Good SC/ ST. News update Kora baby
@jibondutta4394
@jibondutta4394 2 ай бұрын
Right desison
@bijoylaxmikakaty
@bijoylaxmikakaty 3 ай бұрын
আজিৰ যুগত জাতিৰ ভিত্তিত অস্পৃশ্যতা আৰু অন্যায় নহয় ধন সম্পত্তিৰ ভিত্তিত হে হয়। যাৰ হাতত ধন আছে তেওঁৰ এ শক্তি আৰু সন্মান আছে।।
@ajaymech5797
@ajaymech5797 3 ай бұрын
@@bijoylaxmikakaty hoi ne.. Apuni kot ase o... Bad diyok apuni family kunuba suwali thakile kobo.. Single o hoi ase.. Higher caste ajoni pale... Hamu olop hbo kakati biya korale koi.. 😂
@akankumarsarma9350
@akankumarsarma9350 2 ай бұрын
Very fine
@hiteswarboro6011
@hiteswarboro6011 3 ай бұрын
Fultu korise aigila* jodi st r eman devlope hoise* tribal manoh dukhia nathakilei hoi dekhon* mor mote kisoman 1ta community r manohe sc., obc, aru general 3 ta category te reserve/ sakori pai* kheibilak soko nai**
@jemsrabha1083
@jemsrabha1083 3 ай бұрын
Thik a koisaa vai. Faltu kaam koril eta
@SajidAhmed-vr9kf
@SajidAhmed-vr9kf 3 ай бұрын
ST SC certificate লাগে যদি ভাৰতৰ সকলো সম্প্ৰদায়ৰ লোকক SC ST প্ৰদান কৰিব লাগে তেতিয়া ভাল হব
@shaanali6072
@shaanali6072 3 ай бұрын
Very good
@NirmolRay1996
@NirmolRay1996 3 ай бұрын
সকলো এক হব লাগে।।।সংখ্যাগুৰু আৰু সংখ্যালঘুহে থাকিব লাগে।।।বাকী একাকাৰ কৰিব লাগে।।।
@Assamkaladka-01
@Assamkaladka-01 3 ай бұрын
oi tohote amak boro kasari rava buli ko and amak beleg njorore dexo and amak beya ke ko xeibilak Kune kobo ha reservation ক্ষেত্ৰত হলে সকলো সমান হা বাকী যে স্কুল হক বা বাকী কামত আমাক বড়ো কছাৰী ৰাভা etc buli কোৱা and যুকুৱা আৰু কিমান কি কি কৰা আমাৰ লগত বিয়াত ক্ষেত্ৰত অ হক সকলোতে সেইবিলাক কোনে কব হা
@ProgressMedak
@ProgressMedak 2 ай бұрын
এইটো কেনেকুৱা আইন,একে পৰিয়ালৰে ভাই ককাইৰ মাজত ক্লাচিফিকেচন হ'ব।ঘৰৰ এজনে এচটি হৈ থাকি যাব আনজনে হাই ক্লাচলৈ প্ৰমোচন হ'ব।
@tanumoydas8327
@tanumoydas8327 3 ай бұрын
BJP ৰ মূল কথা হল যে SC আৰু ST ৰ quota উঠাই দিব লাগে। BJP ৰ প্ৰধান লক্ষই আছিল এইটো SC আৰু ST ৰেচৰ্ভেচন উঠাই লোৱা। কিন্তু সমাজত থকা উচ্চ জাতি - নিচ জাতি এইবোৰ ভেদাভেদ ৰ বিষয়ে মাত দিব নোৱাৰে আৰু লগতে জেনেৰেল আৰু OBC কাষ্টৰ মানুহ বোৰে ভুৱা নথি পত্ৰ দি SC আৰু ST ৰ certificate বনাই আছে সেই বিষয়ে মাত মতিব সাহস নাই চৰকাৰৰ।
@bikashbaishya-bl5fr
@bikashbaishya-bl5fr 3 ай бұрын
# remove reservation
@tanumoydas8327
@tanumoydas8327 3 ай бұрын
@@neeldiarystudio3307 এইটো নিয়ম ত আগৰ পৰাই বিদ্যমান। OBC এই টো টকাৰ হিচাব ৰাখে 🤣🤣
@tanumoydas8327
@tanumoydas8327 3 ай бұрын
@@bikashbaishya-bl5fr #Remove Castism
@Laskar_king
@Laskar_king 3 ай бұрын
​@tanumoydas8327 yes both caste and reservation should be removed. Only merit basis job, admission anything
@golaprossrongpi5960
@golaprossrongpi5960 3 ай бұрын
Right bro
@mrinalibaroowah7753
@mrinalibaroowah7753 3 ай бұрын
Xosake orhota sai he porhar sits pabo lage..logote job bur u...
@rony5584
@rony5584 3 ай бұрын
সুন্দৰ পদক্ষেপ।🎉 নহলে আমাৰ general/obc বিলাক পিছ পৰি গৈছে ।
@nasir123mandal
@nasir123mandal 3 ай бұрын
মেধাৰ পৰিচয় দিয়ক। Reservation এ দেশখনৰ মানুহক পঙ্গু কৰিছে।sc,st ৰ মানুহ বোৰ লাখ পতি কেতিয়াই হল।
@bkp9774
@bkp9774 3 ай бұрын
@@nasir123mandal বাপেৰৰ মূৰটো কেলা মণ্ডলৰ জাত, ঘোষ খোৰ মণ্ডল, তই যে ঘোষ খাই কোটি পতি হলি সেইটো নকও
@sashidhar555
@sashidhar555 3 ай бұрын
Kr pra ai data tu pali 😂
@bkp9774
@bkp9774 3 ай бұрын
@@nasir123mandal 1977 ত মেট্ৰিকত 1st division লৈ চু, তেতিয়া PU ত 2nd division লৈ BA 2nd class পাইছিলো , 2nd division পোৱা লগৰ প্ৰদীপ মহন্ত ডাক্তৰ হল , বহুত কষ্ট কৰি মহন্ত চৰকাৰৰ দিনত LP স্কুলৰ মাষ্টৰ এটা হলো, আমাৰ গাঁওৰ 120 ঘৰ মানুহৰ 18 জন গ্ৰেজুৱেট আছিল, কোনেও পিয়নৰ চাকৰি এটাও নেপালে। কাৰণ আমাৰ গাঁওৰ মানু্হ বোৰ ট্ৰাইবেল। এইবোৰ পলিটিকেল extortion হয় নে নহয়।
Wait… Maxim, did you just eat 8 BURGERS?!🍔😳| Free Fire Official
00:13
Garena Free Fire Global
Рет қаралды 9 МЛН
They Chose Kindness Over Abuse in Their Team #shorts
00:20
I migliori trucchetti di Fabiosa
Рет қаралды 10 МЛН
1, 2, 3, 4, 5, 6, 7, 8, 9 🙈⚽️
00:46
Celine Dept
Рет қаралды 63 МЛН