Afternoon News | "কংগ্ৰেছ দলে প্ৰতাৰণাৰে সিদ্ধান্ত লৈছে | সন্মিলিত মৰ্চাক বিশ্বাসঘাতকতা কৰিছে" |

  Рет қаралды 19,502

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Пікірлер: 54
@nitudeka-ks1sc
@nitudeka-ks1sc 2 сағат бұрын
মূৰ্খ কিছু মানে কই কংগ্ৰেছ দলটো গান্ধী পৰিয়ালৰ কিন্তু বিজেপি দলটো যে আদানি পৰিয়ালৰ সেইটো কিয় পাহৰি যায় ।
@jnanendrasingha8398
@jnanendrasingha8398 4 сағат бұрын
ভাল সিদ্ধান্ত। কংগ্ৰেছ দলটো হ'ল গান্ধী পৰিয়ালক মূখ্য কৰি কেইটামান পৰিয়ালৰ মালিকানাধীন দল । এই দলটোত সমানাধিকাৰ বোলা বস্তুটো নাই।
@lachitgogoi5670
@lachitgogoi5670 4 сағат бұрын
Jai modi jai bjp jai Himanta Bishwa sarmah jai Bihali
@madhabhazarika6278
@madhabhazarika6278 3 сағат бұрын
ভাল সিধান্ত
@phanindradevagoswami4635
@phanindradevagoswami4635 34 минут бұрын
মাৰ্ঘেৰিতা মানে ধনৰ পৰ্বত নে বিজ্ঞলোক নে বিশ্বাসঘাতকী অভিধানত পোৱা নাই।কোনোবাই বোজাই দিলে ধন্য হ'ব।
@narakantachutia4369
@narakantachutia4369 Сағат бұрын
এইটো কংগ্ৰেছৰ আজিৰ কথা নহয় আগৰ পৰাই তেওঁ লোকৰ নিজৰ মতেই চলে। অন্য দলৰ লোকে এনেই কংগ্ৰেছৰ লগত উলমি থাকে।
@BharatPegu-t2u
@BharatPegu-t2u 3 сағат бұрын
ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে ভাৰত পেগু
@BharatPegu-t2u
@BharatPegu-t2u 3 сағат бұрын
ভাল সিদ্ধান্ত গ্ৰহণ কৰিছে
@shajamal6104
@shajamal6104 2 сағат бұрын
উচিত শিক্ষা দিছে। গগৈ গগৈ কেনে মজা গগৈয়ে দিছে গগৈ ক শিক্ষা।
@KhanjanSaikia-c3q
@KhanjanSaikia-c3q 2 сағат бұрын
বিজেপি ৰ ৰাজনীতি তুলনাহীন ৷ ২০২৬ ৰ আগতেই থানবান চৰকাৰ গঠনৰ ৰাতিৰ সপোন দেখা বিৰোধী ৷ আচলতে ২৬ ৰ আগতে বিজেপিত কোনে যোগদান কৰিব তাৰ প্ৰতিযোগিতাহে চলিছে ৷ কাৰণ চৰকাৰ বিজেপিয়েই গঠন কৰিব সেইটো সকলোৱে জানে ৷
@junaliborah6353
@junaliborah6353 Сағат бұрын
Public akmot Hobo.lage Mathu amar akmot
@JatinchandraBoruah
@JatinchandraBoruah Сағат бұрын
দুইটা গোটৰ এইয়া হথকাৰি সিদ্ধান্ত। এতিয়াও ভাবি চাওক। দুয়ো পক্ষৰ লোকচান।
@rajusaikia2328
@rajusaikia2328 2 сағат бұрын
CPM ক টিকট নিদি Congress ক টিকট দিয়াত Congress জিকৰ সম্ভাৱনা বেছি
@prasannasaikia3225
@prasannasaikia3225 3 сағат бұрын
ফটুৱা কংগেছৰ লগ লাগিলে ইয়াতকৈও বেয়াহব
@ranudas593
@ranudas593 2 сағат бұрын
Gogoi da apunaluke congresr abihone karu pra hubidha napai ,milere thakok congresr lgt,belegr usutoni nuhunibo🙏
@nitudeka-ks1sc
@nitudeka-ks1sc 3 сағат бұрын
কিছুমানে আচল কথা অসমত কেইজন মান আছে সিহঁতৰ বক্ত্যব শুনিলে চৰিআই ( থাপৰ ) দিব মন যায় ।
@KafiluddinAhmed-l6l
@KafiluddinAhmed-l6l 3 сағат бұрын
বিৰুধী মৰ্চা ৰ বিষয় ববিয়া সকললৈ মোৰ বিনমৰ অনুৰোধ জিটু সিধান্ত লৈছে কোব ভাল সিধান্ত, বি, জে, পি, দেশ জিকিব নোৱাৰে। মই এজন 75 বছৰীয়া এজন কঙেছ কৰ্ম ।
@Immantu
@Immantu 3 сағат бұрын
অসমীয়া ভাষা লিখা শিকি ল্ওক আগতে
@umeshkardong6116
@umeshkardong6116 2 сағат бұрын
বাকী অন্য চাৰিটা সমস্তিত কি কৰিব লুৰিণে ?
@BharatPegu-t2u
@BharatPegu-t2u 3 сағат бұрын
ভাল সিদ্ধান্ত
@MojmulHoque-sd3zf
@MojmulHoque-sd3zf 3 сағат бұрын
Good decision
@GulapsunuwalGulap
@GulapsunuwalGulap 2 сағат бұрын
Congress zindabad .
@surenkalita3491
@surenkalita3491 2 сағат бұрын
দল বাগৰা নেতাক ভোট দি লাভ নাই ।
@sunandaborah8177
@sunandaborah8177 9 минут бұрын
ৰাইজৰ দল জিন্দা বাদ ।
@RomenHazarikaRomen
@RomenHazarikaRomen 3 сағат бұрын
জয়ন্ত বড়া কোনহয় ? চেহেৰাটোত MLA নাই ঘাটোৱাৰৰ১০০% জয় নিশ্চিত ।
@longkiengti4919
@longkiengti4919 2 сағат бұрын
Jamise, bhal jamise.....
@surenkalita3491
@surenkalita3491 Сағат бұрын
গৌৰব তোৰ একো কাম নাই ।
@ranjitboruah769
@ranjitboruah769 2 сағат бұрын
😊
@nurislamali3616
@nurislamali3616 4 сағат бұрын
Cpim zindabad
@abhilekhR1
@abhilekhR1 3 сағат бұрын
Dhuniya Prabitra Dangoriga hosa koise
@thedevogramstory7483
@thedevogramstory7483 3 сағат бұрын
Bhl desicion hoisa.. Congress lgt aru nimiliba
@santanudas824
@santanudas824 4 сағат бұрын
Correct discission. Nijor gravity eri dibo nalage.aponaloke nijor domot agbarhok.lahe lahe support pabo
@sisirsarkar8477
@sisirsarkar8477 3 сағат бұрын
Besyra.. Hiro hobo khujise.. Nuarise.. Moja
@Immantu
@Immantu 3 сағат бұрын
😂😂😂 খোৱা কামোৰা আৰম্ভ হৈ গল
@jaharuddin6693
@jaharuddin6693 2 сағат бұрын
Akow abar bjp government
@pulakkalita8165
@pulakkalita8165 3 сағат бұрын
Buje pala😮
@ranjankumarphukon5576
@ranjankumarphukon5576 2 сағат бұрын
Congress niom ankuai ni?
@ArabindaDas-w2k
@ArabindaDas-w2k 3 сағат бұрын
Sanmilit morshai bihali t candidate dibo Lage! Result as huriana
@user-nk2fi6db7z
@user-nk2fi6db7z 3 сағат бұрын
Laj Naikiar kotha Aibur
@prasannakumar9373
@prasannakumar9373 4 сағат бұрын
Tumi B j p ktha vaba
@KhagenKhagen-mz8fe
@KhagenKhagen-mz8fe Сағат бұрын
Cam ni
@BharatigayonGayon
@BharatigayonGayon 4 сағат бұрын
Maximum dolar bogori Raije dolar bogoriburok bishwakh kio kore gobekhonar projon aache
@budheswarsaikia3103
@budheswarsaikia3103 2 сағат бұрын
Jutia karbar matra du tai ase, (1) bo korot mora aru (2) dehuti mora, kihor morsa?
@diliplahan4467
@diliplahan4467 3 сағат бұрын
Birodhi eko niti nai sakalowe nijar dalar nitit chle
@ChandraSarmah
@ChandraSarmah 3 сағат бұрын
26 th. Gaurab gogoi hariba.
@lakshmibarman4280
@lakshmibarman4280 3 сағат бұрын
G gagoi alap besi karise 6:37
@AbdulRahman-ye5cw
@AbdulRahman-ye5cw 3 сағат бұрын
দুই মহৰ যুঁজত বিৰিনাৰ মৰন।এতিয়া বিজেপিৰ বাবে বাট মুকলি হৈ গৈছে।
@DF1111DM
@DF1111DM 3 сағат бұрын
😂😂😂😂😂😂😂
@amarjyotigogoi8059
@amarjyotigogoi8059 3 сағат бұрын
Good decision.
How to whistle ?? 😱😱
00:31
Tibo InShape
Рет қаралды 18 МЛН
Mom had to stand up for the whole family!❤️😍😁
00:39
Will A Basketball Boat Hold My Weight?
00:30
MrBeast
Рет қаралды 109 МЛН
龟兔赛跑:好可爱的小乌龟#short #angel #clown
01:00
Super Beauty team
Рет қаралды 70 МЛН
How to whistle ?? 😱😱
00:31
Tibo InShape
Рет қаралды 18 МЛН