Himanta Biswa Sarma on Sumi Borah : চুমি বৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া | N18V

  Рет қаралды 326,940

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Пікірлер: 251
@jonoyt8991
@jonoyt8991 2 ай бұрын
মায়াক চুমিয়ে চুমা খাই টকা এগালমান দিলে সকলো ঠিক হৈ যাব।মামাতো এনে চিণ্ডিকেটৰ ওস্তাদ।
@perigeeporisaikia7035
@perigeeporisaikia7035 2 ай бұрын
কথাৰ বলতে তিকি আছে এখেত।তেহে মামীৰ সম্পত্তিও লুকাই থাকিব।
@NilaSarmah
@NilaSarmah Ай бұрын
1000% correct
@mrinalnath1283
@mrinalnath1283 Ай бұрын
Xosai o
@shimangshulangsong3390
@shimangshulangsong3390 Ай бұрын
​@@NilaSarmah0:35 0:35 0:35 0:36 😮😊
@jannat2532
@jannat2532 Ай бұрын
Thik kotha koise
@thepoliticalawareness1021
@thepoliticalawareness1021 2 ай бұрын
CM Sir পুলিচৰ কাৰনে প্ৰণাম আঁচনি লোৱা উচিত। তেওঁলোকে যিহেতু Case solve কৰিব নোৱাৰে গতিকে তেওঁলোকে ঘৰত থাকিব মাক দেউতাকৰ লগত ফটো upload কৰিব আৰু চৰকাৰে দৰমহা দিব। কাম নকৰি দৰমহা ললেও ৰাইজৰ লাভ হব। কিয়নো বস্তু বাহিনীৰ দাম কমি যাব পাৰে? সমাজখন ধৰি ৰাখিবৰ বাবে পুলিচ আৰু ন্যায় ব্যবস্থাৰ বিশেষ ভূমিকা আছে। কিন্তু এতিয়া ওলোটা হে হৈছে।ক্লাছ 9 ক্লাছ 10 ৰ লৰা ছোৱালীয়ে Drugs ৰ কবলত পৰিছে। CM Sir এ কয় আজিকালি অপৰাধী সকলে বেলেগ বেলেগ উপাই লৈছে কাৰনে পুলিচ সফল হোৱা নাই Drugs Mafia ৰ বিৰুদ্ধে? যদি CM Sir এ এটা বিফলতাৰ নিদৰ্শন দাঙি ধৰা বিভাগ এটাক যদি safeguard দিয়ে তেতিয়া সেই বিভাগটোৰ মানুহ সকলে আৰু বেছি উৎফুল্লিত হব? অসমৰ সমাজ ব্যবস্থাৰ বাবে আৰু ডাঙৰ বিপদ আহি আছে। অসমত চোৰ, ডকাইতি, Chain চোৰ, Rape, মাৰপিট, মদাহীৰ উৎপাত সব বাঢ়িছে আৰু আগলৈ ভয়ংকৰ বৃদ্ধি হব?
@aswinimajumder1553
@aswinimajumder1553 2 ай бұрын
আমি বোৰে আত্মসমালোচনা নকৰি আনক দোষ দিয়াত অভ্যস্ত হৈ গৈছো। ভাৱি চাওক চোন, এই ধৰণৰ সহজতে অধিক ধন ঘটাৰ মুৰ্খামী ২০/৩০ বছৰৰ পৰাই চলি আহিছে। তথাপিও শিল্পী, সাহিত্যিক মূধাফুটা ডাক্তৰ , যদু মধু সকলো সেই 'বেগ পাইপাৰৰ' কাহিনী টোৰ নিচিনাকৈ বাহী বজোৱা মানুহ কেইটাৰ পিছত দৌৰি ফুৰিছে। অসমৰ বীৰ সেনা বাহিনী কেইটাই বহিৰাগত ক সমজুৱা ভাৱে আঠু লোৱা কাহিনী ওৰ নপৰোতেই এই কাহিনী। কি থিক, বহিৰাগত কেইটাই অসমীয়াৰ মুখত চূন ঘহিবলৈকে ভৰিৰ তলৰ পৰা কাৰপেট খন টানি নিলে?
@rituparnabhardwaj760
@rituparnabhardwaj760 2 ай бұрын
ধৰক ধৰক অসম পুলিচে অতি সোনকালে চুমি বৰাক...!
@VABIRGOLPO-x4q
@VABIRGOLPO-x4q Ай бұрын
Kash Agar MIA hote
@njyotinjyoti7541
@njyotinjyoti7541 2 ай бұрын
কথা ক'ব জানা তাতে পাৱাৰত আছে টো মিছা কথা ও সছা হৈ যায়।
@dipman9923
@dipman9923 Ай бұрын
Toiyo sik Ki baal sirai aasa😂😂😂😂
@njyotinjyoti7541
@njyotinjyoti7541 Ай бұрын
@@dipman9923 যহৰা তই‌ ঘান্তা কৰি আছ অসমিয়া লিখিব নাজান
@মনযায়-স৮জ
@মনযায়-স৮জ 2 ай бұрын
আপুনি টু বহুত মাটি কিনিলে আপোনাক কোনে ধৰিব
@MikealPran
@MikealPran Ай бұрын
Kiman din powert thakibo. Hitler r nisina duniya xekh kori xontrakh sristi Kari aji kot matit mohili.
@nassimuddinahmedchoudhury1031
@nassimuddinahmedchoudhury1031 Ай бұрын
Edin eituo Jail jabo
@samsulali4266
@samsulali4266 2 ай бұрын
ভুলটো ৰাইজৰ,কাৰন জমা থব নালাগিছিল।
@prosenjitpegu-fp6li
@prosenjitpegu-fp6li 2 ай бұрын
এটা কথা তোমাৰ পৰা বাৰু কোনোবাই দুদিন পাছত ঘুৰাই দিম বুলি কৈ পইচা লৈছে আৰু পাছত পইচাটো খাই সি পলাল তেতিয়া মানে তোমাৰে ভূল হ'ব নহয় জানো ।
@sauravchandradas9599
@sauravchandradas9599 Ай бұрын
True
@AnupamBara-be9pu
@AnupamBara-be9pu 2 ай бұрын
চিবিআই ক নিদিব।জোনমনি ৰাভাৰ নিচিনা হ'ব। আমাৰ পুলিচেই বিচাৰি উলিয়াওক।মৌমিতাৰ কেচটোত চিবিআই ৰ একটিভিতি মন কৰক।
@PrasantaKonwar-m3t
@PrasantaKonwar-m3t Ай бұрын
Ri GH ht
@lambitgogoi4835
@lambitgogoi4835 2 ай бұрын
এখেতৰ বহুৱালী কথাৰ শুনাৰ ধৈৰ্য নাই দেই, ভুল হ'লেও ক্ষেমা কৰিব😁😁😁
@nayankumarpawe2671
@nayankumarpawe2671 2 ай бұрын
এখেতৰ মহিমা অফাৰ কেতিয়া কি কৈ তাৰ কোনো মুখৰ গেৰান্তি নাই ৱাৰেণ্টি নাই। খন্তেকতে ইমান ডাঙৰ কেলেংকৰি এটা সৰু কৰি পেলালে।
@mrinalnath1283
@mrinalnath1283 Ай бұрын
Haha thikei vai
@mrinalnath1283
@mrinalnath1283 Ай бұрын
Uporor mal
@hiteshdeka153
@hiteshdeka153 2 ай бұрын
চুমী বৰা ওপৰৰ মাল। Anticipatory bail পোৱাৰ পাছত বিচাৰি পাব।
@gyanalbert1184
@gyanalbert1184 2 ай бұрын
মামা আপোনাৰ চুলিখিনি কিন্তু কিছু বনালে দেই ? মানিব লাগিব আপোনাক ! আচৰিত কৰ পৰা কি হৈ গল ! মানিব লাগিব আপোনাক ৷
@r.d.creator8235
@r.d.creator8235 2 ай бұрын
Keneke notun ke gojile moi o asorit hoisu😮
@MrMedhi-dx6br
@MrMedhi-dx6br 2 ай бұрын
Adivasi oil🫠
@r.d.creator8235
@r.d.creator8235 2 ай бұрын
@@MrMedhi-dx6br xosa ne?
@humanswargiary5202
@humanswargiary5202 Ай бұрын
😂😂😂
@Samazinnervoice5322
@Samazinnervoice5322 Ай бұрын
Seriously monei kora nasilu. Suli kenekoi gojil,😮 hanghatik chamatkari😅
@swaminath7698
@swaminath7698 2 ай бұрын
আপোনাৰ পুলিছে ধৰিবই পৰা নাই Ford বোৰক ... মৃদুপৱন নেওগক আজিলৈকে ধৰিব নোৱাৰিলে অলপ টিঙৰ পৰা নামক
@saku7945
@saku7945 2 ай бұрын
Hauk diyok congress or dint aku huwai nasil tun apunakor mote.... Assam ot asomiya asomiyar xatru.....tat ke aru dukhr bihoi k...dhui
@DhanJr-oz4yu
@DhanJr-oz4yu 2 ай бұрын
Agote Apuni fraud spelling tu hikhi lo.. Ford bule🤣🤣
@dipankardas9267
@dipankardas9267 2 ай бұрын
মামাৰ ঘৰত চুমি মামি লোকাই আছে 😅
@nabinbordoloi8854
@nabinbordoloi8854 2 ай бұрын
তাৰমানে চিধাকৈ কৈ দিয়ক আপুনিয়েই ৰক্ষনাবেক্ষন দি আছে
@PrasantaHazarika-e4h
@PrasantaHazarika-e4h Ай бұрын
হীমন্তই😂 টকা খাবলৈ পালে খোৱা মানুহ তদন্ত কৰক
@pujahazarika5456
@pujahazarika5456 2 ай бұрын
Mama tumi kintu kotha kuat bht expert dei 😘
@Heyu23hjk
@Heyu23hjk Ай бұрын
Um hoi xei expert kothate tuhote vuli howa 😂
@chandrasekharsarmah3010
@chandrasekharsarmah3010 2 ай бұрын
বঙালীত কিয় লিখি দেখুৱাই আছে বুজি পোৱাৰ বাহিৰত।
@raydorius6786
@raydorius6786 Ай бұрын
Today you said at right treck. Good boy.
@miduldutta8798
@miduldutta8798 Ай бұрын
Thik kotha koise c/m sir ❤❤❤
@Sahinurislam-ig9yi
@Sahinurislam-ig9yi 2 ай бұрын
Just Imagine Ei Mohila Goraki Jodi Miya Hol Heten 😂
@arnabtv4446
@arnabtv4446 Ай бұрын
Apuni Miya neki?
@bijitkumarbharali3530
@bijitkumarbharali3530 Ай бұрын
ইমাজিন বুলি কথা নাই দুনিয়াৰ বেয়া কাম মিঞাই কৰে, এইটো যেনিবা কৰা নাই।
@rahil8680
@rahil8680 2 ай бұрын
এৰেষ্ট কিয় কৰিব পৰা নাই
@channelabcreation
@channelabcreation 2 ай бұрын
শ্ৰদ্ধাৰ ৰাকেশ পাল দেৱ মহাসয়ৰ ভ্ৰাতৃ?!!! আজিয়ো .."ধৰাত".. নপৰিল???
@prabhatchutia
@prabhatchutia 2 ай бұрын
🙏🙏🙏
@dulumoninath9989
@dulumoninath9989 2 ай бұрын
Ji goraki mohila mane sereng koi baido 😂 mama apuni sini napai neki😂
@rajudax681
@rajudax681 2 ай бұрын
Right dada
@ChandanChutia-m6e
@ChandanChutia-m6e 2 ай бұрын
Thikai koise
@MrDax-dy7wu
@MrDax-dy7wu 2 ай бұрын
7000 crore scam kra jonor khbr noloi nki kuno..... deepankar barmanor
@spiraltandoorigahori
@spiraltandoorigahori 2 ай бұрын
Exactly, haitu case manuhe pahorile
@amarsharma7332
@amarsharma7332 Ай бұрын
Pagol hola ni? 7000 crore kiman hoi jana ne? Media ki baat mat sun beta. Vishal ne bhi 2000 crore ka scam nahi kiya but jada amount bolenge tabhi toh log jada news dekhenge 👈
@ManzzurOfficial
@ManzzurOfficial 2 ай бұрын
Mama r kotha huni aji cm r nisina lagise ..... Proud of our mama ❤
@hillmiriarunachal4680
@hillmiriarunachal4680 Ай бұрын
Good
@northeastmarijaan
@northeastmarijaan 2 ай бұрын
DGP ছাৰে সছাতো কৈছে তেওতো আইনৰ মানুহ ভাল কথাই কৈছে আইনে এভিদেন্ছ বিছাৰে কিন্ত যদি চুমিয়ে কেছত লেন দেন কৰিছে যদি কেনেকৈ এভিদেন্ছ পাব
@mixtvne6684
@mixtvne6684 2 ай бұрын
Enekoi serious kotha dhuniake koi soli ase😂😂
@pradipbarman6150
@pradipbarman6150 2 ай бұрын
Sir catch up ,
@ArjunRajbongshi-ht2xs
@ArjunRajbongshi-ht2xs Ай бұрын
মুখ্যমন্ত্ৰী এজনৰ মুখৰ কথা।।
@Unknownman-i6k
@Unknownman-i6k Ай бұрын
আপোনালোকৰ সম্পত্তিৰ হিচাপটো কোনে কৰিব৷
@BhaskarGogoi-m6p
@BhaskarGogoi-m6p Ай бұрын
Bah ustaad kobo lagib.....
@PulinBora-w6d
@PulinBora-w6d Ай бұрын
যদিহে কোনোবাএজন লোকে কাৰোবাৰ পৰা কৌশলেৰে টকা লৈ টকাখিনি শেষ নোহোৱা পৰ্যন্ত আত্মগোপন কৰি যদি থাকিবই পাৰে তেনেহলে পুলিচক অৱগত কৰাৰ একো লাভেই নহব দেখোন।টকাখিনি শেষ কৰাৰ আগতেই ধৰিব পাৰিব বুলি আশা কৰিহে আমি পুলিচক অৱগত কৰোঁ।অপৰাধীজনৰ টকা শেষ হৈ আত্মসমৰ্পণ কৰালৈকে ৰখি থাকিবলৈ নহয়।
@nagenrabha4682
@nagenrabha4682 2 ай бұрын
Mondol aru circle officer bilakok betan nidiye neki apuni ,toka nidile kaam nokore. Mondol groundot ahile 3000 Land permission 12000 , Mondol +Co Batoara 8000 , Mondol + Co E bilak kio dekha nai, Sab commission pai ase sage...
@nanditachoudhury5316
@nanditachoudhury5316 Ай бұрын
Right kotha koise apuni .
@RajuKalita-r1q
@RajuKalita-r1q Ай бұрын
মচলা 2 হাজাৰ কোটি মহাসয় মই অকৰা বিছাৰি কিয় পোৱা নাই মোৰ টকা মোক লাগিব কিন্তু নহ'লে কথা বেয়া হ'ব
@MikealPran
@MikealPran Ай бұрын
হিটলাৰৰ নিচিনা প্ৰৱল প্ৰতাপী একনায়ক্ত বাদী শাসকে বিশ্বক ত্ৰাহী মাম ত্ৰাহী মাম কৰাইছিল। মামা সময় সদায় একে নাথাকে। আশা নকৰোঁ আপোনাৰো এদিন বিজয় মালীয়াৰ দৰে দিন নাহক।
@MineeboruahGogoi
@MineeboruahGogoi Ай бұрын
Hoi sri
@NirupamaSaikia-s6j
@NirupamaSaikia-s6j Ай бұрын
আপুনি সকলো ফালৰ পৰা প্ৰস্তুত হোৱাৰ পাছত চান্দাৰ কৰি দিবলৈ পথিয়ালেই আহি কৰি দিব। তাহাত নিিৰ্ভয়ে আছে কাৰণ আপুনি লগত আছে। আপোনাৰ লোকেচন দি থাকে।
@Amrit.bani12
@Amrit.bani12 2 ай бұрын
জমা থোৱা সকলে চৰকাৰ নাইবা পুলিচ মুৰ ঘুৰাই লাভ নাই. জমা থোৱা সকলে সজাগ নহয়
@Sivasagar04
@Sivasagar04 Ай бұрын
মামা আৰু জি পি সিংৰ পকেতত ১০০ কোটিৰ পৰা ৫০/১০০ কোটি সোমালেই ইহঁতক পুলিচে ধৰি আনিব পাৰিব 😅
@FIRUjAli-w9o
@FIRUjAli-w9o 2 ай бұрын
হেমনতৰ। বিচ। চৰমা। কঠা। শুনি। ভালনালাগে
@archanasaikia9763
@archanasaikia9763 Ай бұрын
চুমিয়ে এতিয়াও ইমান ডাঙৰ ডাঙৰ কথা কবলৈ সাহস কৰিব পাৰিছে যে🙄 আচৰিত
@dhritimandas3527
@dhritimandas3527 2 ай бұрын
Ai2 case CBI ED loike jabo lage. Karon okol sumi Bora ba bishal phukan a nhoi. Ehote okole ketiao koribo nuare eman kam. Eate bhut aru involved hoi ase
@GunamoniDas-s1m
@GunamoniDas-s1m Ай бұрын
Yes real kotha
@Jaiaiaxom12
@Jaiaiaxom12 2 ай бұрын
Pora poisa khala ❤❤❤ dai
@nabindas7409
@nabindas7409 2 ай бұрын
Ai a smart police naki... Gorib manuh hole NXT day dhorile hoi. Rou, Borali olabo neki.
@Bastabbhuyan3118
@Bastabbhuyan3118 2 ай бұрын
Gorib mnuh hle anke polai furibo u nuarle hoi...
@PatrickBatemanJr0007
@PatrickBatemanJr0007 Ай бұрын
Gorib manuh kiman dur polabi😂 tini ali leke
@rohillatimungpi4848
@rohillatimungpi4848 Ай бұрын
Himanta next pm of india. Tuliram Ronghang next cm of Assam.
@bhabapait3478
@bhabapait3478 Ай бұрын
Good voice sir
@azaharhussain941
@azaharhussain941 2 ай бұрын
আগৰ দিনৰ খুড়া,আইতা গাৱলীয়া ভাষাত এষাৰ কথা কৈছিলে বাছা তাৰ মুখ খন মৰিলে ও কতি খন নমৰে😂😂😂😂
@Bindasslife32
@Bindasslife32 Ай бұрын
মামা আপুনি মাথাত কি লগাই ছে চুলি গজি গৈছে
@dostireactionatoz
@dostireactionatoz Ай бұрын
Sudi bora anei bodnaam krise😂😂 Dhoni hoboloi raije poisa dile tatei ki hol Atiya sudi borak lage😂😂😂
@K35586
@K35586 2 ай бұрын
Minister familyr illigal money property bur CBI enquiry kribo lge 🙏
@indianoverdrive6507
@indianoverdrive6507 2 ай бұрын
Sumi-Bishal r logt politician ase
@GitaDevi-e8u
@GitaDevi-e8u Ай бұрын
Ejon byoktiyk 90 pager question sheet photo capture koriboloi minimum 10-15min time lage.. Jodi Question capture koribo parile jetiya . Answer Shett o tu fill up nokorile buli kenekoi Bisakh korim... Dokhi Byokti jonor mobile jobda kori ki labh? photo Capture korar Time Dekhabo lage jonotak..
@DipankarDey-h7o
@DipankarDey-h7o Ай бұрын
Next PM sure
@PapuPapu-uh6jh
@PapuPapu-uh6jh Ай бұрын
No🙈🙉🙊
@saifullahSheikh123
@saifullahSheikh123 Ай бұрын
Trading কৰি পইছা লৈ থকা অৱস্থাত ধৰিব লাগে এতিয়া পলাই গল পুলিচে একো কৰিব পৰানাই ।
@ArunSaikia-ol2kw
@ArunSaikia-ol2kw Ай бұрын
Mama এতিয়া ‌কি ইছু উলিয়াব
@PobitraMorang-y4c
@PobitraMorang-y4c Ай бұрын
Mama jodi apuni jodi sumì bora bosale aami ?
@GaneshRay-np6bj
@GaneshRay-np6bj Ай бұрын
Riniki jonik kune dhoribo
@MrMrinmoy87
@MrMrinmoy87 Ай бұрын
সাংবাদিকে হাজাৰ কোটি লুন্ঠন ককি পলাই যোৱা DB STOCK তথা দিপাঙ্কৰ বৰ্মনৰ ওপৰত প্ৰশ্ন কৰা নাই কিয় ?
@bihurguti5769
@bihurguti5769 2 ай бұрын
মই জানো ইয়ালৈ বহুত মানুহ Comment পঢ়িব আহিব। মানে মোৰ পুৰণা চাইকেল এখন বিক্ৰী কৰিবলগীয়া আছে। যদি কোনোবাই কিনিবলৈ আগ্ৰহী তেন্তে মোক inbox ত জনাব!!! অতি কম দামত দিম। 😊
@Demonss-k3o
@Demonss-k3o 2 ай бұрын
Mur car khon sell koribo asil
@kusumsarma6702
@kusumsarma6702 2 ай бұрын
😂😂😂
@alwayssmile7390
@alwayssmile7390 Ай бұрын
Uporor manuh a support Kori ase sage
@uttanka
@uttanka 2 ай бұрын
Sir eaibur thikei ase, culprit ejonok dhorok db stock and sumi bora. It will give confidence to general people. It all happened becoz of the financial illiteracy of the region.
@SunilKalita-p2h
@SunilKalita-p2h 2 ай бұрын
Atiya poisa bure kune Dhurai dibo mama
@RajuAli-e7u7y
@RajuAli-e7u7y Ай бұрын
চুমিক বিজেপিয়ে টিকট দিয়াটো চিয়ৰ
@rituponborah7394
@rituponborah7394 Ай бұрын
অসম পুলিচ ঘোচ খোৱা 😂😂😂😂
@শেয়ারবাজারশিক্ষা
@শেয়ারবাজারশিক্ষা Ай бұрын
আসাম কবে স্বাধীন হবে? স্বাধীন দেশ উন্নত হয় তাড়াতাড়ি
@bidyutbikash7668
@bidyutbikash7668 2 ай бұрын
Mama beleg kn2🎉🎉
@bishnurajkhowa756
@bishnurajkhowa756 2 ай бұрын
মামা কিমান সোমাল জেপত😅
@ujjwaldas2497
@ujjwaldas2497 Ай бұрын
Mama hosake tai ghuri ahil poisa hekh hol sage
@bipulboruah3353
@bipulboruah3353 Ай бұрын
মামা মাটি আৰু কিনিলে হেনো
@ezazulhoquemollah857
@ezazulhoquemollah857 2 ай бұрын
May God bless u sir
@inglishvlogs1015
@inglishvlogs1015 2 ай бұрын
একেই চোৰ,
@pankjdas8139
@pankjdas8139 Ай бұрын
Ki koi ase mama
@s_tv2312
@s_tv2312 2 ай бұрын
Who is investing should also be looked upon . It will really help understand why vishal was chosen as the investment guy and not any professional apps like grow or zerodha
@Sanoydutta
@Sanoydutta 2 ай бұрын
Apuni kiman percent loise
@pranjalujha7645
@pranjalujha7645 Ай бұрын
❤mama media in money manage😮
@PolashiBorahofficial
@PolashiBorahofficial Ай бұрын
Janu pai! Asol rohosya tu buji puwa nai kintu
@TapanDeka-jg2os
@TapanDeka-jg2os Ай бұрын
Aap. Ne. Assam. Ka. Bolo
@swapnalihazarika6145
@swapnalihazarika6145 2 ай бұрын
Oooo sir...... Aamak enekoe tupi pindhai jawk aru ami pindhi thakim aru deok😂
@PahadiGaming-o1z
@PahadiGaming-o1z Ай бұрын
1:35 Surrender korla Sumi e Mama r kotha xosa hol
@equityresearch1995.
@equityresearch1995. 2 ай бұрын
Police a surrender koribo buli roi ase😅😅😅Ki Bakwas😅
@Bastabbhuyan3118
@Bastabbhuyan3118 2 ай бұрын
Hei2 kua nai baba koise poisa ses hoi gle...nije dhra dbo hi...tar meaning ei2 nhoi j police e hei2 hu le roi ase..
@tilakdeka9071
@tilakdeka9071 2 ай бұрын
মানুহে invest কৰিব লাগে ,য’ত মূলধন secured হৈ থাকে ৷Bank FD , LIC ,Post office ৰ বাহিৰে কোনেও গেৰাণ্টি দিব নোৱাৰে ৷Share ,mutual fund ৰ investment ও নিৰাপদ ৷প্ৰচুৰ ক’লা টকা থাকিলে মাটিত invest কৰক ,ব্যৱসায় প্ৰতিষ্ঠান খুলি অসমীয়া লৰাক সংস্থাপিত কৰক, বিশ্বাসী builders সৈতে কাম কৰক ,মাহিলী ১০% আশা কৰি আনৰ পেট নভৰাব ৷ Idiot বোৰ !
@moromiboro1489
@moromiboro1489 Ай бұрын
Sar reson kart ketiya hobo
@PobitraMorang-y4c
@PobitraMorang-y4c Ай бұрын
Moi sam likhi aasu
@puspalatabarman3080
@puspalatabarman3080 Ай бұрын
Dipankar Barmanok bisari ulauk. 7000 cror loi polale😂
@pratimabora3929
@pratimabora3929 Ай бұрын
News bsi kori ase...
@ajgaming7510
@ajgaming7510 2 ай бұрын
Mridupawan neog aru Rajib pal kt mama.....?
@pallabirg5312
@pallabirg5312 2 ай бұрын
Why a person like CM getting into all these ?
@Babu_bhaiya_786_is
@Babu_bhaiya_786_is 2 ай бұрын
Poisa kaita khek hoa pisot dhorile ki hobo ami kot pam poisa bor😂😂
@PapuPapu-uh6jh
@PapuPapu-uh6jh Ай бұрын
🙊🙉🙈
@humanswargiary5202
@humanswargiary5202 Ай бұрын
Joonmoni rabhai nyai napale kintu ajiloi
@PapuPapu-uh6jh
@PapuPapu-uh6jh Ай бұрын
😡
@RonnyflyingBoy
@RonnyflyingBoy 24 күн бұрын
Assam police jyada mehnat salary bhut komm
@sanjibbarua6403
@sanjibbarua6403 2 ай бұрын
kobo nuari mama, bahut poisa aase sumi vishal or, police minister mla mp kini lobo.
@lkjhgfdsa09
@lkjhgfdsa09 2 ай бұрын
😂😂😂😂😂mama is great
@chandankn
@chandankn 2 ай бұрын
#UnsubscribeDimpuBaruah
World’s strongest WOMAN vs regular GIRLS
00:56
A4
Рет қаралды 21 МЛН
小路飞还不知道他把路飞给擦没有了 #路飞#海贼王
00:32
路飞与唐舞桐
Рет қаралды 68 МЛН
World’s strongest WOMAN vs regular GIRLS
00:56
A4
Рет қаралды 21 МЛН