LIVE | Darrang News | দৰঙৰ পদুম পুখুৰী হাইস্কুলত ছাত্ৰৰ মাজত প্ৰচণ্ড মাৰপিট | এজন ছাত্ৰৰ মৃত্যু N18L

  Рет қаралды 123,461

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

LIVE | Darrang News | দৰঙৰ পদুম পুখুৰী হাইস্কুলত ছাত্ৰৰ মাজত প্ৰচণ্ড মাৰপিট | এজন ছাত্ৰৰ মৃত্যু N18L
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
n18_live #darrangnews #mangaldoi #assamweatherupdate
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/des... এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 481
@PunyaLahan-l7j
@PunyaLahan-l7j 9 сағат бұрын
আজিকালি কিছুমান ছাত্ৰ এনেকুৱা উদণ্ড হৈছে শিক্ষকেও শাসন কৰিলেও শিক্ষককে ওলোটাই দম দিয়ে । এনে ছাত্ৰক মাক দেউতাকে শাসন কৰা উচিত ।
@AkhtarHussain-gt1ze
@AkhtarHussain-gt1ze 6 сағат бұрын
আজি কালিৰ ছাত্ৰছাত্ৰী সকলে কথাই নুশুনে কাৰণ ছাত্ৰছাত্ৰী সকলক শিক্ষকৰ মাৰপিট কৰিবই নোবাৰে কৰিলেই অভিভাৱক সকলে শিক্ষককহে জগৰীয়া কৰে ৷সেই কাৰণেই শিক্ষক সকলে যাতে শাস্তি দিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে৷
@khargeswarnath2624
@khargeswarnath2624 3 сағат бұрын
@@AkhtarHussain-gt1ze একোজন শিক্ষকক কিন্ত্ত বাঘ যেন দেখে ,
@rupalideka5595
@rupalideka5595 3 сағат бұрын
Rasteket korib lagey
@lahorbhagawati4357
@lahorbhagawati4357 3 сағат бұрын
atia xahanar xamoi ni..ati jail t varua xamoi...but ati victim card kalib under 18 boli..
@raaftarofficial4714
@raaftarofficial4714 8 сағат бұрын
আটাইকেইখন শিক্ষকক নিলম্বিত কৰাৰ লগতে চাৰি নৰ পিশাছক চিৰজীৱন কাৰাদণ্ড হব লাগে । ইয়াত তদন্তৰ প্রয়োজন নাই। যিহেতু বিদ্যালয় চলি থকাৰ সময়তে হৈছে। সাক্ষী সকলো ছাত্র - ছাত্রী।
@samirondutta3742
@samirondutta3742 9 сағат бұрын
আটাইকেইজন শিক্ষকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে
@nitulnath9219
@nitulnath9219 6 сағат бұрын
একমত
@akki429
@akki429 6 сағат бұрын
Agree..
@kokilasaikiadeka6692
@kokilasaikiadeka6692 5 сағат бұрын
Right
@allvideo3996
@allvideo3996 2 сағат бұрын
No it is not good. The teacher can't stay all time behind the students sorry
@jeutiRay-ss2ee
@jeutiRay-ss2ee Сағат бұрын
Right
@manoveeborpuzari8656
@manoveeborpuzari8656 9 сағат бұрын
এই চাৰিটা অসভ্যক যাবতজীৱন কাৰাবাস দিব লাগে ।
@JanmoniDas-b5j
@JanmoniDas-b5j 7 сағат бұрын
দুশিক পাছতক উচিত শাস্তী হ'ব লাগে
@khargeswarnath2624
@khargeswarnath2624 3 сағат бұрын
@@manoveeborpuzari8656 কাৰাবাস নহয় প্ৰত্যেকৰে ভৰি এখনকৈ কাটি পেলাব লাগে , যাতে জীৱন থাকে মানে অনুশোচনাত ভুগি থাকে
@khargeswarnath2624
@khargeswarnath2624 10 сағат бұрын
শিক্ষকখিনিৰ চৰম দায়িত্ব হীনতাৰ কাৰণে এনে হ'ল , 😭😭😭
@bulbulisarmah1530
@bulbulisarmah1530 9 сағат бұрын
স্কুলৰ শ্ৰেণীকোঠাৰ ভিতৰত কেনেকৈ হব পালে শিক্ষক শিক্ষয়িত্ৰী কি কৰি আছিল গুৰুত্ব নাই কাৰনে হব পালে 😢😢😢
@syedsalimahmed7865
@syedsalimahmed7865 6 сағат бұрын
Class nokorar aituai proman
@anuragbaruah543
@anuragbaruah543 5 сағат бұрын
Write
@hareswardeka6155
@hareswardeka6155 4 сағат бұрын
@@bulbulisarmah1530 আজি কিছুদিন আগত যে ছাত্ৰই শিক্ষকক ছুৰি মাৰি হত্যা কৰিছিল যাননে।ঘৰত দৈত্য পুহি ৰাখিবি punishment হব মাষ্টৰৰ
@bulbulisarmah1530
@bulbulisarmah1530 9 сағат бұрын
চাএ বুলি এৰি নিদিব দোষীক উচিত শাস্তি দিয়ক
@Batihaloi18
@Batihaloi18 10 сағат бұрын
মাৰা যোৱাৰ পিছত মিৰ্গি বেমাৰ বূলি কৈই এৰি চলিছে স্কুল কৰ্তৃপক্ষই
@minativishwakarma3985
@minativishwakarma3985 9 сағат бұрын
Eibur sob misa Katha. Usit Punishment dibo Lage teachers aru authority k
@AdmiringFlowerBouquet-et5ij
@AdmiringFlowerBouquet-et5ij 9 сағат бұрын
Take mirgi bemar buli koi thoka teacher keitako jailt vorai thob lage karon ihote dukhik bosabobo bisari ase dangor hoi j xei lora kijone beleg manuhoko Maribo.xeito vabi suwali nai
@surenboruah3241
@surenboruah3241 9 сағат бұрын
উচিত তদন্ত কৰী ছাত্ৰ কেইজনক শাস্তি বিহিব লাগে,
@AnantaSonowal-w6x
@AnantaSonowal-w6x 8 сағат бұрын
মোৰ ফালৰ পৰা চৰকাৰক অনুৰোধ জনালো যে সকলো শিক্ষা অনুষ্ঠানত ৰাজ যোগ আৰু আধ্যাত্মিক জ্ঞান প্ৰশিক্ষণ দিয়া টো বাধ্যতা কৰক। অন্যথা আৰু ভঅংকৰ হব পাৰে। ধন্যবাদ 🙏
@GayatriChutiaDeori
@GayatriChutiaDeori 6 сағат бұрын
হয়। সঁচা কথা কৈছে। আধ্যাত্মিক জ্ঞান দিব লাগে ছাত্ৰ ছাত্ৰী বিলাকক , বিপথে নাজাবলৈ।
@birensharma7074
@birensharma7074 9 сағат бұрын
ভাষা নাই,বৰ লজ্জিত,শিক্ষক সকলকো তদন্তৰ আয়ত্বত আনিব লাগে
@sarojinidutta5058
@sarojinidutta5058 8 сағат бұрын
যদি মৃগী ৰোগ আছে লৰাটোৰ শিক্ষক সকল কিয় অৱগত নহয়,বৰঞ্চ শিক্ষকসকলে এই ক্ষেত্ৰত কিছু গুৰুত্ব সহকাৰে স্কুলৰ ছাত্ৰ -ছাত্ৰী সকলক অলপ বেলেগ ধৰণে তাৰ ওপৰত কিবা হলে সহায়-সহযোগীতা আগবঢ়োৱা কথাহে কব লাগিছিল,কি ধৰণৰ মানসিকতাৰ দ্বাৰা শিক্ষক আৰু অভিভাৱক সকল আজি সমাজত একোজন মানৱ দৰদী মানুহৰ পৰিচয় দিব।কি আচৰিত মানসিকতা লৰাটোৰ মৃগী বেমাৰ হৈছে গতিকে চাৰটা লৰাই কিবা জোকোৱাৰ নামতে ইমান মৰম লগা একমাত্ৰ লৰটোক চিৰদিনৰ বাবে তাৰ আশা, সপোন বোৰ নস্যাৎ কৰি বিদায় দিলে।নিতৌ নতুন নতুন ঘটনাৰ সৃষ্টি চমক কৰি ভৱিষ্যত সেই লৰা কেইটাই হত্যাকাৰীৰ ৰূপ ধাৰণ কৰি আৰু কি কৰিব কল্পনাৰো অগোচৰ।ওম শান্তি 🙏 আইন -কাণুনৰ আছে নে কিবা কাম।নৈতিক শিক্ষাৰ অভাৱ, আধুনিক জীৱন শৈলীৰ বাবে কেৱল টকাৰ পিছে পিছে দৌৰা একোটা যন্দ্ৰ।যাৰ ফলত দয়া,প্ৰেম, আন্তৰিকতা এইবোৰৰ অভাৱ হৈছে,কি নিষ্ঠুৰ,পাষাণ হৃদয় সিহঁতৰ।যদি চৰকাৰ সলনি নহয় নিচাজাতীয় দ্ৰব্য সেৱন ইত্যাদি এইবোৰৰ ফলত সিহঁত পশুলৈ ৰূপান্তৰ হৈ ভৱিষ্যতে আবেগ-অনুভূতি হীন জড় পদাৰ্থ হব সিহঁত,শেষত শোকসন্ত পৰিয়াললৈ সমবেদনা জনালোঁ।
@mikonkazi391
@mikonkazi391 4 сағат бұрын
কোনো মৃগী ৰোগ নহয় , এয়া শিক্ষক আৰু আন কিছুমানে আইনৰ পৰা বাচিবলৈ এটা পথ ।
@RahulJyotiBorah
@RahulJyotiBorah 7 сағат бұрын
অকল দৰং জিলাতে নহয় গোটেই অসমৰ শিক্ষানুস্থানত এনে দুষ্ট লৰা কিছুমান আছে যিয়ে শিক্ষানুষঠানত পঢ়ি থকা ভাল লৰা সকলক অশান্তি দিয়ে ? এই ক্ষেত্ৰত ভাৰত চৰকাৰে এখন আইন প্ৰস্তত কৰি দেশৰ শিক্ষানুস্থানবোৰ ত প্ৰয়োগ কৰিব লাগে যাতে এনে দুষ্ট লৰা বোৰে এনে কাম কৰিব লৈ ভয় কৰে !
@pulenmahanta948
@pulenmahanta948 7 сағат бұрын
হয় বৰা আপুনি থিকে কৈছে ৷ মোৰ লৰাটোৰ অবস্থা বেয়া কৰি দিয়ে সহপাঠীয়ে ৷
@dheneswakonwar4324
@dheneswakonwar4324 3 сағат бұрын
Apuni hosa khothai koise. Ane dusto lora burok thik koribo lage.
@KuddusAbdul-m9y
@KuddusAbdul-m9y 10 сағат бұрын
এই উদান্ত ছাত্ৰ কেইজনৰ লগতে তেওঁ লোকৰ মাক দেউতাকৰ ওপৰত উচিত ব্যৱস্থা লব লাগে। মাক দেউতাকে লৰা ছোৱালী কি শিক্ষা দিছে।
@tikendramazumdar1424
@tikendramazumdar1424 8 сағат бұрын
হত্যা কাৰি চাৰিটাক কিয় দেখুওৱা নাই ,সিহতৰ লগত কিবা মোটা ধনৰ অঙ্ক কৰিলে নেকি আপোনালোকে।
@khargeswarnath2624
@khargeswarnath2624 10 сағат бұрын
গোটেই শিক্ষক খিনিক বৰ্খাস্ত কৰিব লাগে
@ApurbaApurba352
@ApurbaApurba352 9 сағат бұрын
Right...
@UshaDevi-x6o
@UshaDevi-x6o 9 сағат бұрын
Yes.
@salamciputih
@salamciputih 9 сағат бұрын
Y? Every institute become political.No one is spared.
@Qari_ajmol-fg9no
@Qari_ajmol-fg9no 9 сағат бұрын
Are Hindu hoi 😂
@khargeswarnath2624
@khargeswarnath2624 8 сағат бұрын
@@Qari_ajmol-fg9no অপৰাধীৰ জাতি কিয় লাগে ? বুজিলো আপুনি কিমান গোৰা !
@UpenKalita-dx2cr
@UpenKalita-dx2cr 7 сағат бұрын
প্ৰধান শিক্ষকক চাকৰিৰ পৰা অব্যাহতি দিব লাগে। ল'ৰা কেইটাক জেললৈ প্ৰেৰণ কৰক।
@EverestTop-rk1ul
@EverestTop-rk1ul 9 сағат бұрын
সকলো স্কুল কলেজত এনে ধৰণৰ দুষ্ট প্ৰবৃত্তিৰ লৰা আছে কিন্তু চাৰ হঁতে নেদেখা ভাও লয়
@chitralekharajbongshi
@chitralekharajbongshi 9 сағат бұрын
দস্যু কেইটাক হাত ভৰি কাটি মৰি মৰি জীয়াই ৰাখক। কেছলৈ ভয় নকৰে ।আকৌ কৰিব ।
@eyajuddinchoudhury
@eyajuddinchoudhury 9 сағат бұрын
হেড মাষ্টাৰনীজনী গা এৰা দিয়া স্বভাবৰ।তাইৰ গুৰু শাস্তি হব লাগে।
@GopalSaikia-e8y
@GopalSaikia-e8y 6 сағат бұрын
Dekhat a koi aijonik val koi sua sita korebo nuware school khon at ki hoise eni eni dormoha khai ase sorkari
@surenkalita3491
@surenkalita3491 10 сағат бұрын
ঘটনাৰ বাবে শিক্ষক সমাজ দায়ী ।
@GopalSaikia-e8y
@GopalSaikia-e8y 6 сағат бұрын
Xosa kotha mastor kita uporat bebosta lobo lage palismen dibo lage
@halalbinudan9244
@halalbinudan9244 3 сағат бұрын
Hoy 100% matter2 teacher hokole agotei mimangha koribo parile hoy....makor kotha mote lora jonok bohut din dhori mentally Hara hasti di ahise...
@gyansagar.113
@gyansagar.113 8 сағат бұрын
এনে ছাএ বোৰক শাস্তি প্ৰদান কৰিব লাগে।
@dipankardeka6888
@dipankardeka6888 10 сағат бұрын
হেদ মষ্টৰেনী বিৰাট হৰামি
@utpaldas8512
@utpaldas8512 10 сағат бұрын
Taik arrest kribo lge
@UshaDevi-x6o
@UshaDevi-x6o 9 сағат бұрын
Yes.
@upengogoi5095
@upengogoi5095 6 сағат бұрын
চাৰিও জনক উচিত শাস্তি বিহিব লাগে। লৰা টো দেখিলে কিবা শোকত মাত নোলোৱা হৈ যায়।
@abdulhai1850
@abdulhai1850 6 сағат бұрын
নিহত ছাত্ৰজনৰ পিতৃ মাতৃক সমবেদনা জনাইছো। বিদ্যালয়ৰ প্ৰশাসনিক দিশত গাফিলতি আছে। ইয়াৰ সঠিক তদন্ত হবলাগে আৰু দোষী কেইজনৰ উচিত শাসতি হব লাগে।শিক্ষক সকলোকো তদন্ত ৰ আওতাত আনিব লাগে।
@bijoyagogoi6248
@bijoyagogoi6248 7 сағат бұрын
কি কৰিব আছিল শিক্ষক সকল ।ছাত্ৰ কেইজনক যাৱজীৱন কাৰাদণ্ড দিয়ক।
@farjinakhan5974
@farjinakhan5974 8 сағат бұрын
গোটেই শিক্ষক শিক্ষয়িত্ৰীক চাকৰি ল'ব লাগে
@manjulahazarika2216
@manjulahazarika2216 6 сағат бұрын
স্কুলখন বন্ধ কৰি দিব লাগে য'ত অনুশাসন বোলা কোনো শিক্ষা নাই।
@surujdeka8544
@surujdeka8544 5 сағат бұрын
আজিৰ চৰকাৰী শিক্ষা ব্যৱস্থাই ইয়াৰ বাবে দায়ী। শিক্ষকে অনুশাসন কৰিব গলে তিল টোকে তাল কৰে একাংশ অভিভাৱক,পৰ্টেল চেনেল, ছাত্ৰ ছাত্ৰীয়ে কৰে শিক্ষকৰ বিৰুদ্ধে আন্দোলন। শিক্ষকে এতিয়া অকল পঢ়াব লাগে, সময় মতে বিদ্যালয়ত উপস্থিত হব লাগে আৰু ঘৰত আহিব লাগে। Youtubot শিক্ষক সকলক দোষ দিয়াটোহে সহজ।
@hareswardeka6155
@hareswardeka6155 4 сағат бұрын
@@surujdeka8544 you are right ✅️
@dineshsaikia6570
@dineshsaikia6570 3 сағат бұрын
প্ৰিয় শিক্ষকবৃন্দ,অনুসাহন বজাই ৰাখিবলৈ অনুৰুধ জনাইছোঁ। নহ'লে অনাগত দিনবোৰত আৰু ইয়াতকৈ অতি ভয়াবহ ৰূপ ধাৰণ কৰিব পাৰে।
@tinkuviiiii
@tinkuviiiii 6 сағат бұрын
আটাইকেইজন শিক্ষকক চাকৰিৰ পৰা বৰ্খাস্ত কৰিব লাগে 😥😢😭
@tusharhere3038
@tusharhere3038 7 сағат бұрын
আটাইতকৈ কঠোৰ শাস্তি দিয়ক যাতে থাকে বা মানুহ মাৰিবলৈ ভয় কৰে।
@Ranudeka-w9o
@Ranudeka-w9o 10 сағат бұрын
😮gotei classroom or student OK jerakorok.sob olabo
@junaligogoijg4229
@junaligogoijg4229 9 сағат бұрын
ছাত্র কেইজনক উচিত শাস্তি দিবই লাগিব।
@dutta6224
@dutta6224 9 сағат бұрын
বাইদেউ ১৮ বছৰ তলৰ লৰা ছোৱালীক একো শাস্তি দিব নোৱাৰে
@Maitland-x7x
@Maitland-x7x 9 сағат бұрын
Te mora lora jon a Justice nopoakoi thakibo?​@@dutta6224
@DulalSaikia-v4y
@DulalSaikia-v4y 7 сағат бұрын
শিক্ষাৰ ব্যৱস্থা চৰকাৰ তথা শিক্ষা বিভাগে শেষ কৰি পেলাইছে ।
@HidoironjanBordoloi
@HidoironjanBordoloi 6 сағат бұрын
চাকৰি,,কৰা,,শিক্ষক,,বো,,গহৰি,,,,মাৰক,,শিক্ষক,,মাৰক,,কাম,নাই,শিক্ষক,,বো,,গৰু,😢😢😢😢😢😢
@LakhamiKarmakar
@LakhamiKarmakar 9 сағат бұрын
দুখিক,, শান্তি,দিয়ক
@thaneswarchangmai8623
@thaneswarchangmai8623 6 сағат бұрын
যাবত জীৱন কাৰাদণ্ড দিয়াতকৈ সেই কেইটাক কিবা প্রকাৰে মাৰি পেলাব লাগে। 😂
@NABABORPHUKON
@NABABORPHUKON 7 сағат бұрын
উচিত বিচাৰ কৰি ভাল শিক্ষা দিয়ক যাতে ভৱিষ্যতে আৰু এনে ঘটনা নহয় এই ক্ষেত্ৰত প্ৰধান শিক্ষক জগৰীয়া নোহোৱা নহয়।
@jayantadas657
@jayantadas657 8 сағат бұрын
বৰ দুঃখজনক বেদনাদায়ক। স্কুল কতৃপক্ষই হেমাহি আছে। কোন কোন শিক্ষক আৰু কৰ্মচাৰী উপস্হিত আছিল আৰু নাছিল তদন্ত হওক আৰু দোষীৰ শাস্তি প্ৰদান কৰক। দোষী ছাত্ৰ কেইজনৰ দৃষ্টান্তমূলক শাস্তিৰ লগতে ভুক্তভোগী পৰিয়ালটোক চৰকাৰৰ ফালৰ পৰাই আৰ্থিক সাহাৰ্য্য প্ৰদান কৰাৰ বাবেই টানি অনুৰোধ জনালো।
@luhittalukdar7202
@luhittalukdar7202 6 сағат бұрын
বৰ্তমানৰ শিক্ষাব্যৱস্থাৰ বাবেই বিদ্যালয়ৰ অনুশাসন নোহোৱা হৈছে। ইয়াৰ বাবে অভিভাৱক সকলো কিছু পৰিমাণে জগৰীয়া।শিক্ষা ব্যৱস্থাত নতুন চিন্তাৰ প্ৰয়োজন আছে।
@UdhabChNath-o7i
@UdhabChNath-o7i 8 сағат бұрын
জকোৱা কেইজনক উচিত শিক্ষা দিব লাগে।
@ruhirajput1751
@ruhirajput1751 10 сағат бұрын
Student buli Ari Debo nalage
@dutta6224
@dutta6224 9 сағат бұрын
Under 18 no law
@lakikonwar9101
@lakikonwar9101 7 сағат бұрын
আজিকালি শিক্ষক আৰু শিক্ষয়িত্ৰী য়ে বেছি ভাগ ছাত্ৰ আৰু ছাত্ৰীসকলে ৰোমত কাজিয়া লাগিলে যদি কাজিয়া লাগিলে বুলি কও তেতিয়া গালি দিয়াৰ সলনি ওথি নাহি মোবাইল চাইহে থাকে সেই কাৰণে এইবোৰ হ'বলৈ পাইছে কথাতো শুনিবলৈ পায় দুখ লাগিছে 😢😢
@GopalSaikia-e8y
@GopalSaikia-e8y 6 сағат бұрын
Xosa kotha
@lakikonwar9101
@lakikonwar9101 4 сағат бұрын
Tq❤
@SankarjitGogoi-z9j
@SankarjitGogoi-z9j 7 сағат бұрын
আজি কালি আমাৰ সমাজখন ক লৈ গতি কৰিছে ভাবিলে ই ভয় লাগে, আমাৰ লৰালিৰ সেই দিন কেতিয়াও নাহিব আৰু, এতিয়া আমি আৰু কি কি বেয়া ঘটনা দেখিম ভগবানেহে জানে,
@udayan0738
@udayan0738 4 сағат бұрын
Hosakoi amar dinbur val asil 1999 year
@RIZWANAHMED-cd2sm
@RIZWANAHMED-cd2sm 10 сағат бұрын
Master bilake ki dal kori asil ,master khakolok তদন্ত কৰিব লাগিছিল
@parbinsultana7672
@parbinsultana7672 7 сағат бұрын
আজিকালি শিক্ষক সকলেও ছাত্ৰ ছাত্ৰী সকলক শাসন কৰিব ভয় কৰে 😢
@GayatriChutiaDeori
@GayatriChutiaDeori 6 сағат бұрын
ভয় কৰিলে নহ'ব।
@lahorbhagawati4357
@lahorbhagawati4357 2 сағат бұрын
Voi nohoi darmaha kaita loi din zauk rati zauk kori taka
@nidhanbarman5857
@nidhanbarman5857 9 сағат бұрын
শিক্ষক শিক্ষয়িত্ৰীক বদলি কৰক
@tayyeburrahman7362
@tayyeburrahman7362 6 сағат бұрын
স্কুলৰ Head ক আৰু বাকী দায়িত্বত থকা শিক্ষকৰ ওপৰত 307 IPC ত গোচৰ ৰুজু হয় | পিতৃয়ে শিশুপুত্রৰ কথা মতে শিক্ষকক এটা গুৰুত্বৰ কথা নজনোৱাকৈ থকা এটা দায়িত্বহীন কাম
@pulenmahanta948
@pulenmahanta948 6 сағат бұрын
লৰাটোক মাৰি পেলোৱা লৰা কেইটাৰ পিতৃ কেইজন বৰ ভাল মানুহ নহয় ৷ ভাল মানুহৰ লৰাই এনে কাম নকৰে ৷
@GayatriChutiaDeori
@GayatriChutiaDeori 6 сағат бұрын
হয়। সত্য কথা ।
@babulborah9448
@babulborah9448 8 сағат бұрын
মাস্ত্বৰ mastornia ki fenor hawat টোপনি মাৰি আছিলে নেকি চাকৰি বহিষ্কাৰ kori dibo lage
@manjulahazarika2216
@manjulahazarika2216 6 сағат бұрын
শিক্ষক সকলক বখাস্ত কৰিব লাগে তেওঁলোকে শুই আছিল নেকি
@mridulkumarrabha892
@mridulkumarrabha892 5 сағат бұрын
ছাত্ৰ আৰু সমাজ জীৱনৰ বিভিন্ন পৰ্যায়ৰ কাহিনী বৰ্ণিত হৈছে অসমত।
@munmi3604
@munmi3604 6 сағат бұрын
এই নৰপশু কেইটাৰ মাক দেউতাকৰ ওপৰটো বিৱস্থা ল'ব লাগে। সেই কেইটাক ৰেহাই দিব নালাগে।
@PithirajLaram
@PithirajLaram 4 сағат бұрын
এজন ছাত্ৰক কিমান বিশ্বাসত গা জেন সকলে স্কুলত পথাই এজন ছাত্ৰ বা ছাত্ৰীৰ যদি মৃট্ৰো হব লগা হয় জীৱনৰ নিৰাপত্তা নুহুৱ এখন দায়িত্ব হিন শিক্ষ য়ক সকলক বিলম্বিত কৰিব লাগে আৰু নৰ পিখাছ কেইটাক জাবত্ত জীৱন জেললৈ পেৰণ কৰক তেতিয়াহে সমাজত এনেধৰণৰ বিহিপ্তৰ ঘটনাবোৰ নহব মুখ্য মন্ত্ৰলৈ অনুৰোধ থাকিল
@binaynath1248
@binaynath1248 3 сағат бұрын
প্ৰধান শিক্ষকৰ ভাষাৰ পৰা বুজা যায় যে বেমাৰৰ কাৰণে ল'ৰা জনে ঢুকাল শিক্ষক সকলৰ যে গাফিলতি আছে লুকাৱ বিচাৰিছে নহয় জানো
@AbulHashim-t3j
@AbulHashim-t3j 5 сағат бұрын
শিক্ষক সকলৰ গাফিলতিৰ কাৰনে এই ঘটনা হবলৈ পালে । অপৰাধীৰ উচিত বিচাৰ হব লাগে।
@majnu4448
@majnu4448 6 сағат бұрын
এনেকুৱা ছাত্ৰৰ ভৱিষ্যতে কোনো বিদ্যালয় বা চৰকাৰী প্ৰতিস্থানত সুবিধা দিয়াৰ পৰা বঞ্চিত কৰিবলৈ ব্যৱস্থা কৰাব লাগে
@KundonKondon
@KundonKondon 8 сағат бұрын
শিক্ষক শিক্ষয়ীতিয়ে কাৰ বাপেকৰ মুৰটো কৰি আচিলে। এটা লৰা মৰি যোৱাকে কাজিয়া লাগিচে। শিক্ষকে কি কৰি আচিলে।
@GayatriChutiaDeori
@GayatriChutiaDeori 6 сағат бұрын
হয়। শিক্ষক শিক্ষয়িত্ৰী সম্পূৰ্ণ জগৰীয়া।
@MKROFFICEAL
@MKROFFICEAL 6 сағат бұрын
আহিব লগা দিন বোৰত শিশুৱে শিশুৰ প্ৰাণ লব বুলি মই ভাবো ।
@trishnaupadhaya2439
@trishnaupadhaya2439 8 сағат бұрын
ক্লাছ 10 ছাত্ৰই 9 ৰ ছাত্ৰক মাজত ইমান ডাঙৰ কাজিয়া লগতেও গম নাপালেনে ক্ষিশক সকলে
@sumitrasaikia8388
@sumitrasaikia8388 9 сағат бұрын
অপৰাধিক এৰি দিব নালাগে ।
@majanikalita6025
@majanikalita6025 4 сағат бұрын
পবিত্ৰ শিক্ষানুষ্ঠানত এনেকুৱা অমানবিয় ঘটনা ঘটিবলৈ ধৰিলে। 😢😢 তেতিয়া হলে মদাহী,জুৱাৰী থকা ঠাইত মানুহ যাব পাৰিবনে বাৰু ? এই ঘটনাত অভিভাৱক আৰু শিক্ষক সমানেই দায়ী ।মৃত ছাত্ৰ জনৰ আত্মাৰ সদগতিৰ কামনা কৰিলো 🙏😭।
@DiptiSaikia-w4g
@DiptiSaikia-w4g 2 сағат бұрын
সেই ছাত্ৰ কেইজনে আগলৈ কেনে হব এতিয়াই জনা গৈছে ৷ সিহঁতক এনেকুৱা শাস্তি দিব লাগে যাতে আগলৈকে মনত থাকে ম
@TridipBaruah-f2k
@TridipBaruah-f2k Сағат бұрын
ছাত্ৰ হলেওঁ দোষীক শান্তি প্ৰদান কৰিব লাগে ৷মই নিজে এখন স্কুলত কাম কৰো একাংশ ছাত্ৰৰ উশৃিখলতা প্ৰায়েই ওচৰৰ পৰা প্ৰত্যক্ষ কৰি আহিছো ৷বৰ্তমানৰ ছাত্ৰই গুৰু গোঁসাই একো নমনা অৱস্থাৰ সৃষ্টি হৈছে ৷গতিকে শিক্ষকক “চিকনী“ দাল চৰকাৰে পুনৰ নিয়ন্ত্ৰণ সহকাৰে প্ৰয়োগৰ অনুমতি দিব লাগে ৷কাৰন কথাতে আছে বিদ্যা বোলে চিকনীৰ আগত থাকে ৷
@mrinalkalita3781
@mrinalkalita3781 3 сағат бұрын
জহৰা চাৰিটা। চকু কেইটা উলিয়ায় দি দে
@nitulnath9219
@nitulnath9219 6 сағат бұрын
এনেকুৱা শাস্তি বিহিব লাগে পাসন্দ কেইটাক আগলৈ যাতে এনে ঘটনা পুনৰাবৃত্তি নহয় ।
@liladas1146
@liladas1146 10 сағат бұрын
মাৰক নিয়া হঁত ৷এই বেয়া কথাবোৰ কিয় দিয়
@dimbeswardeka5995
@dimbeswardeka5995 8 сағат бұрын
অপৰাধী ছাত্র কেইজনৰ অভিভাবক সকলেই পকৃততে লাজ পাবলাগে কাৰণ তেওঁলোকৰ পৰা কি সংস্কার পাইছে যিহওক স্কুল কতৃপক্ষ দায়ূ বুসিব ৱোৱাৰি কাৰণ বহু ত কামৰ বাবে প্রধান গকাকূী বকামত থাকে
@rumidas4087
@rumidas4087 6 сағат бұрын
নৰ পিশাচ কেইটাক ফাচী দিব লাগে৷
@8876635810
@8876635810 8 сағат бұрын
সেই মাকৰ বুকুৰ উদং কৰা পিখাচ কেইটাক হাত ভৰি কাতি দিব লাগে। আৰু সিহতক কিয় দেখওৱা নাই
@RekhaDas-k4f
@RekhaDas-k4f Сағат бұрын
শিক্ষকে শ্ৰেণী কোঠাত পাঠ দান কৰি থাকোতে ভয়ংকৰ কান্দ কেনেকৈ হব পালে। ছাত্ৰ বঙলি ৰেহাই নিদিব। দোষীয়ে উচিত শাস্তি পাব লাগে। 😢😢😢
@HimankuKoch-z6x
@HimankuKoch-z6x 5 сағат бұрын
স্কুল কলেজত বেয়া লৰা থাকে কিন্তু কলেজত যিহেটো ডাঙৰ হয় তাৰ কথাটো অলপ বেলেগ হয় কিন্তু স্কুলত একপ্ৰকাৰ শিশু হৈ থাকে ভাল বেয়া একো নাযানে যি শিকাবা তেওঁলোকে তাকে শিকিব গতিকে ছোৱালী আৰু লৰাক একেলগে শিকাব নালাগে আৰু এজন প্ৰষিক্ষন প্ৰাপ্ত ক্লাছ কেপ্টেইন দিব লাগে আৰু বুদ্ধি কৌশল ছেভদিফেন্স শিকাব লাগে ।
@mustakahmed2461
@mustakahmed2461 8 сағат бұрын
আমি ৰাজনীতি পৰা আতঁৰি থাকিব লাগে। ৰাজ্যখনত শান্তি বাতাবৰণ আনিব লাগে। সমাজ খনক ভাল দিশত নিব লাগে।
@NandaSarmah-v9d
@NandaSarmah-v9d 5 сағат бұрын
এইজনী মেন কালপীঠ সকলো কথা মিছা মাতিছে কথাত বুজা যায় এইজনীক শাস্তি দিয়া উচিত।
@niranjanswargiary1082
@niranjanswargiary1082 6 сағат бұрын
Satro satri udanda huar prodhan karon hol sorkare bidyalayar prkhakhon byabostha uthai diyatowei Udahoron jodi chabo khuje dekhor pr0khakhon ek saptah uthai diyok tetiai promanit hobo Bidyoyot prokhkhon uthai diato sorkar kiman nirdukhi.
@RubulAli-y2e
@RubulAli-y2e 2 сағат бұрын
অতি সোনকলে শাস্তি দিব লাগে নহলে সকলো স্কুলত এনেকুৱা লৰা আছে
@rupakdas299
@rupakdas299 2 сағат бұрын
খৰুল'ৰা বুলি আইনৰ পৰা ৰেহাই দিলে বাকি লৰা-ছোৱালী বোৰে আৰু আশ পাব।গতিকে আইনখন কটকটীয়া হ'ব লাগে।
@SankarjitGogoi-z9j
@SankarjitGogoi-z9j 7 сағат бұрын
আপোনাৰ চুটচাই দেখি এই গেলা গৰমত আৰু জ্বৰ উঠি গৈছে, ছুট টাই নমৰাকে বাতৰি পঢ়িব নোৱাৰি নেকি
@WhatsthehellXyz
@WhatsthehellXyz 6 сағат бұрын
বিশেষণ, বিশেষণীয় বিশেষণ লগাই আৰু কিমান পেঘেনিয়াই থাকিব ?
@AbdulHakim-d7t
@AbdulHakim-d7t 7 сағат бұрын
ছাতৰজনৰ হততাকাৰী কেইজনক ফাঁচী দিয়া উচিত ।
@KamalDeka-gd4we
@KamalDeka-gd4we 10 сағат бұрын
Principal jogoriya
@bilahkonwar5865
@bilahkonwar5865 4 сағат бұрын
ইখন ইছকুলৰ শিক্ষকৰ লগতে ছাত্ৰ সকলৰ মাজৰ সম্পৰ্ক নাই কাৰণ শিক্ষা দিবলৈ শিক্ষকৰ দায়িত্ব পালন কৰিব লাগে উচিত সাষ্টী দিব লাগে নহ'লে আজিকালি ছাত্ৰৰ ছৰিএ বেয়া হৈছে গতিকে এছামে সাশন কৰিলে বেয়া পায় এই বিলাক ছাএক ইছকুলৰ পৰা উলিয়াই দিব লাগে
@rajdeepgogoi7043
@rajdeepgogoi7043 2 сағат бұрын
প্ৰথমতে শিক্ষক সকলক নিলম্বন কৰি,পাশণ্ড অধম পিশাছ কেইটাক উচিত শাস্তী দিব লাগে।
@irenicc223
@irenicc223 2 сағат бұрын
অনুশাসনৰ অভাৱত এনে ধৰণৰ ঘটনা ঘটি আছে। শিক্ষক শিক্ষয়ত্ৰী সকল ১০০% অপৰাধী😡😡 উচিত বিচাৰ কৰিব লাগে।
@princeeboroo6898
@princeeboroo6898 10 сағат бұрын
পাশান কেইটাক ৰাহায় দিৱ নালাগে
@dutta6224
@dutta6224 9 сағат бұрын
18 bosor tolor hle arrest koribo nuware according to supreme court
@tinytittoo8474
@tinytittoo8474 7 сағат бұрын
কেৱল ক্লাছ কৰিলেই জানো শিক্ষক ৰ দ্বায়িত্ব শেষ হয় 😢
@Joonmonipatar-p5d
@Joonmonipatar-p5d 6 сағат бұрын
মাষ্টৰ মাষ্টৰনি কি কৰি আছিল
@muhibarali8537
@muhibarali8537 31 минут бұрын
শিক্ষকৰ 100%দোযী punishment হ'ব লাগে
@girinkalita7134
@girinkalita7134 2 сағат бұрын
সকলো সজাক হব লাগিব 🔱🙏🔱 হৰ হৰ মহাদেৱ 😢😢😢
@khabirahmed2625
@khabirahmed2625 2 сағат бұрын
প্ৰধান শিক্ষয়ত্ৰীজনীৰ মন্তব্য দুৰ্ভাগ্যজনক । তদন্তৰ আওতাত অনা হওক বিদ্যালয় কতৃপক্ষক ।
@tapantapansarma
@tapantapansarma 9 сағат бұрын
Principal aru opradhi kejonk shasti Dib lage
@MoonTalukdar-lv4nx
@MoonTalukdar-lv4nx 8 сағат бұрын
Darrang districtot oporadh probonota bahut hoise
@highlighteditin
@highlighteditin 7 сағат бұрын
আজি সময়ত হে সাংবাদিক থকাৰ বাবে প্ৰচাৰ হল আগতে এই বিলিক ঘটনা হলেও জনাই নাছিল বহুত দুখ লগা ঘটনা মই সদায় মনত জাগি উঠে বন্ধু লৈ ভয় লিগে লগাৰ কাৰণ হল বন্ধু য়ে জানে তাৰ বাবে অভাৱক সজাগ হবৰ হল নেমৰাছং ধন্যবাদ ভূল হলে ক্ষমা কৰক।
@HidoironjanBordoloi
@HidoironjanBordoloi 6 сағат бұрын
শিক্ষক,,জেল,দিয়ক,,অল,শিক্ষক,,cm,,sar,😢😢😢😢😢😢😢
@DipikaMedhi-t8n
@DipikaMedhi-t8n 8 сағат бұрын
ছাত্ৰ কেইজনক পুলিচক গতাই দিব লাগে।
@rameshdeka6603
@rameshdeka6603 9 сағат бұрын
Mastanir deha dekha pale jar utha hal anekua teacherk schoolt rakhiba nalage teacher haba laga kono jyogata nai aor. Ai ako kaba noare
@AnarulIslam-um9pt
@AnarulIslam-um9pt 6 сағат бұрын
উচিত শাস্তি প্ৰদান কৰিব লাগে।
@muhibarali8537
@muhibarali8537 34 минут бұрын
বেয়া কাম কৰা ল'ৰাক গাৰজেন কঠোৰ শাস্তি দিব লাগে ফাঁচি দিয়ক শিক্ষক অৱহেলাত এনে কৰ্ম হব পালে?
@swapnaborah6079
@swapnaborah6079 9 сағат бұрын
Apuni bidai loboloi hol dei,ki report korise,karontu kobo lage,
Самое неинтересное видео
00:32
Miracle
Рет қаралды 2,8 МЛН