Jorhat News | যোৰহাটত BJPৰ সদস্যভৰ্তি অভিযানৰ মন্থৰ সন্দৰ্ভত হিতেন্দ্ৰ |নাথ গোস্বামীৰ মন্তব্য N18V

  Рет қаралды 10,262

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Пікірлер: 46
@DebanandaKaman
@DebanandaKaman Ай бұрын
অৰুণোদয় দিয়াৰ নামত ঘৰে ঘৰে প্ৰলুভিত কৰি সদস্য ভৰ্তি অভিযান কৰিলে আমাৰ গাঁও বোৰত।
@amritborah4276
@amritborah4276 Ай бұрын
যোৰ কৰি polubhan দি সদস্য ভৰ্তি কৰি লাভ নাই. আচল ছবি বহুত বেলেগ
@IftikharAhmed-ec8zu
@IftikharAhmed-ec8zu Ай бұрын
আপোনাৰ কথাত প্ৰমাণ হল যে যোৰহাটৰ শিক্ষিত মানুহখিনি বিজেপিৰ প্ৰতি আগ্ৰহী নহয়।😂
@taradoi7957
@taradoi7957 Ай бұрын
মোৰ দৃষ্টিৰে------------- দেশৰ বৃহত্তৰ স্বাৰ্থৰ খাতিৰত ৰাইজক মই আহ্বান জনাও যে আপোনালোকে বিজেপিৰ সদস্য নোহোৱাতোৱেই ভাল । দেশৰ এপদ এপদকৈ সম্পদ বিক্ৰি কৰি শেষ কৰি পেলালে । বাকী বেয়া কাম বোৰ আপোনালোকে জানেই ।গতিকে সজাগ হওক । সাৱধান হওক ।
@ranjitgowsami7891
@ranjitgowsami7891 Ай бұрын
আপুনি ৰাজনীতি বাদ দি বেলেগ কাম কৰক 😂
@zakirahmed9677
@zakirahmed9677 Ай бұрын
ছাৰ আপুনি ঠিক কথাই কৈছে আমাৰ যোৰহাট জিলা খন প্রায় ৯০%অধিক শিক্ষিত হৈ পৰা বাবে আমাৰ জিলাৰ খনৰ মানুহে পোন পতিয়াকৈ b j p ৰ হৈ ৰাজনীতি কৰিব নিবিচাৰে । প্ৰায় মানুহে জানে কৰ পৰা কলৈ গৈ আছে দেশ খন , কিন্তু আমি প্ৰায় আমাৰ যোৰহাটৰ বিধায়ক অৰ্থাৎ আপোনাক বহুত ভাল পাওঁ , আপোনাৰ চিন্তা ধৰা বহুত ভাল সকলোকে লৈ আপুনি চলিব বিচাৰে । আমি সদায় অনাতি কাললৈকে সন্মান কৰি যাম কিন্তু আপুনি ৰাজনীতি থাকিলেও বা নাথাকিলেও । ❤
@kishoridas6447
@kishoridas6447 Ай бұрын
ৰানা গোস্বামী ক'ত গ'ল?
@nishantakashyap4942
@nishantakashyap4942 Ай бұрын
অগপ দলটো তহতৰ নিচিনা দালালে শেষ কৰিলে! আচলতে বেয়া লাগে।
@rituparnasaikia1701
@rituparnasaikia1701 Ай бұрын
বুজা গ'ল শিক্ষিত জিলা। অৰুণোদয় লৈয়ো নিজৰ মাঠাটো কামত লগাইছে। বাকী বোৰ আহ ঐ আহ ধৰণৰ।
@UpenDeka-t9r
@UpenDeka-t9r Ай бұрын
ৰাইজে চিনি পাইছে বিজেপি চৰকাৰৰ পলোভন
@palpaldilkepas3566
@palpaldilkepas3566 Ай бұрын
কৃষক সন্মান নিধি আছনিৰ পইছাকে প্ৰকৃত কৃষকে নেপালে যোৰহাটত । কোনো দিনে খেতিলে গৈ নেপোৱা, কোৰ নাঙল কাক কয় চিনি নেপোৱা মানুহে পইছা লৈ খাই আছে , পঞ্চায়তৰ মানুহেই বাছি বাছি সেইবোৰ কৰিলে, কংগ্ৰেচ বিজেপি ভাগ ভাগ কৰি আছনি বিতৰন কৰিলে গতিকে মানুহে চব চায় থাকে সেইবোৰ । একোজন একোজন মানুহে তিনি বাৰকে এপ্লায় কৰিও নেপালে , সেইয়াই আৰু ………
@asish1096
@asish1096 Ай бұрын
Csc centre গৈ আকৌ apply কৰি দিয়ক
@palpaldilkepas3566
@palpaldilkepas3566 Ай бұрын
@@asish1096 আকৌ গ্ৰাম সেৱকৰ চহী, এদিচি ৰ চহী, গাওঁবুঢ়াৰ চহী, পঞ্চায়তৰ সচিবৰ চহি, এ ডি অৰ চহী এইবোৰ লাগিব, চব কৰাই জমা দিয়া পিচত দেখিবা চব ফুচ । এতাই কব চাৰ আজি চুতিত আছে , কোনোবা এতাই কব মই এতিয়ালৈকে চাৰ্জ লোৱাই নাই ,, আকৌ কোনোবা এজনে কব প্ৰথমে আমুকৰ চহীতো মৰাই আনক মুঠতে জামেলা বহুত শেষত কোনোবা এতাই ভঙাই দিব ।
@pankajaxom8521
@pankajaxom8521 Ай бұрын
Jorhat 99.99% Educated. So Andhvokt nohoi... so hei babe BJP k support nokore
@dilipmahanta8479
@dilipmahanta8479 Ай бұрын
টেঙা আম বুলি ভাৱিছেনেকি ৰাইজে।
@khargeswarbaruah8139
@khargeswarbaruah8139 Ай бұрын
মুঠতে সদস্য ভৰ্তি এটা Flop shaw
@Jyotishman-v8y
@Jyotishman-v8y Ай бұрын
সদস্য হ'লে ভোট নিদিয়ে, সুবিধাহে ল'ব জনা যায়।
@NiranjanDutta-s9n
@NiranjanDutta-s9n Ай бұрын
ছাৰ পঞ্চায়ত নতুন jiotak কৰক ভাল হব
@MithuPobonofficial
@MithuPobonofficial Ай бұрын
সদস্য সংখ্যা কমি আছে বাবেই কাৰণে অৰুণোদয় আঁচনি প্ৰলোভনেৰে বিজেপিত সদস্য ভৰ্তি কৰাইছে এইয়া হৈছে আপোনালোকৰ সদস্য ভৰ্তি অভিযান ধীক্কাৰ এই অভিজানক ।।
@NiranjanDutta-s9n
@NiranjanDutta-s9n Ай бұрын
৩০ নং পঞ্চায়ত পানিযোগান আচনি সম্পুৰ্ন হোৱা নাই
@prasannakumar9373
@prasannakumar9373 Ай бұрын
B j p vut nidibo
@kamaleswarbordoloi993
@kamaleswarbordoloi993 Ай бұрын
যোৰহাট প্ৰায়ে জাত পাত কংগ্ৰেছৰে পু-পুৱালি ।ৰক্তত আছে । মুখ্য মন্ত্ৰী সদায় উজনিৰ বিছাৰে ।বহুদিনিয়ি ক্ষমতা ভোগকৰি আছিল । গতিকে কংগ্ৰেছৰ ক্ষমতাচ্যুত নামনিৰ মুখ্যমন্ত্ৰী হোৱাত তেওঁলোকৰ মান সম্ভ্ৰমত আঘাট পাইছে । এই কাৰণেই যিয়েই যি নকৰক কংগ্ৰেছৰ প্ৰেমত এওলোক অন্ধ ।
@ahidulshek2607
@ahidulshek2607 Ай бұрын
কমেন বিলাক বেলেগ ধৰনৰ বিজেপ আসা নোকৰায় ভাল
@mirzanali3368
@mirzanali3368 Ай бұрын
Jorhat with gourab gogoi now.
@GoneshPatowary
@GoneshPatowary Ай бұрын
কেইদিন মান পিছত ১০০০০০০ হব
@TapanTamuli-uj7yh
@TapanTamuli-uj7yh Ай бұрын
মুখ্যমন্ত্ৰী হিমন্ত চৰকাৰ ভূমি কেলেংকাৰী ইস্মা মিটাৰ কেলেংকাৰী টকা বোৰ বানপানীৰ সমস্যা নাৰী সুৰক্ষা তল পেলাবলৈ বিজেপি নেতা মন্ত্ৰীয়ে মানুহক ঘৰে ঘৰে গৈ ভালকৈ দি সদস্য ভৰ্তি কৰাই আছে মুখ্যমন্ত্ৰীয়ে বিজেপি হতাও মুখ্যমন্ত্ৰী হতাও অসম বচাওক দুৰ্নীতি ভ্ৰষ্টাচাৰ ৰাজনীতি
@bubuldeka8138
@bubuldeka8138 Ай бұрын
১০০% right
@sikharbaruah8939
@sikharbaruah8939 Ай бұрын
Why this person is still a MLA? If he is not interseted to remain as a simple MLA, he should resign.
@technicalcreator7725
@technicalcreator7725 Ай бұрын
Ji xokole newly join hoise bjp t...tare 80% manuhe Congress ok vote dibo buli onuman hoi ...karon 80% manuhe bivinno asoni puwar axat he bjp join hoise buli manuhor mukht xunibo paisu....
@lakhikrchintey5693
@lakhikrchintey5693 Ай бұрын
লাজ লগা কথা
@barshagogoibarshagogoi3302
@barshagogoibarshagogoi3302 Ай бұрын
Ami ako pwa nai
@Mamoon577
@Mamoon577 Ай бұрын
He is admitting that because of high literacy rate in Jorhat, they are finding it difficult to fool people. Jorhat'ৰ মানুহ খীনি শিক্ষিত হোৱাৰ কাৰণে অলপ ধিকদাৰ হৈছে😅😂
@joshuamusharof7397
@joshuamusharof7397 Ай бұрын
Hubidha bor lok logote arunadoi lok, karon amar tokare arunadoi di ase, vote diar homoyot bibek vote dile hol, ami hole next CM hisape Gourav Gogaik bisaro
@pkvlogs1406
@pkvlogs1406 Ай бұрын
Bjp go back
@mridulborthakur652
@mridulborthakur652 Ай бұрын
Mr Goswami is a soft spoken but very cunning and opportunist person
@hyundaicar4509
@hyundaicar4509 Ай бұрын
Membership njr essa anju e hua nai😅 kunubai phn number di krise... Trpst verification code he ahise 😅😅😅... Jar mn jbo njei kribo aibr krb nlg2😂😂
@abhijitbaruah3421
@abhijitbaruah3421 Ай бұрын
বৰ্তমান স্মাৰ্ট মিটাৰৰ কথা পাতক,আপোনালোকে পিঠিত 100কেজি উঠাই দি আমাৰ ঘৰত ভাত খাবি আহ বুলি কৈছে ,কোন যাব, আপোনালোকে সেই বৃত্রিছৰ দিনৰ জন সাধাৰণ বুলি ভাবি আছে ।ভুল ধাৰণা
@bijitsaikia6971
@bijitsaikia6971 Ай бұрын
Mane,Hikhite nidiye,akhikhite dibo
@Patgiri12
@Patgiri12 Ай бұрын
He is speaking the truth . Poha xuna manuh . .. guru gadho eh Bjp kore . ❤
@jibankarmakar8575
@jibankarmakar8575 Ай бұрын
Smart metar vabi kiba koribo
@noushadalam6358
@noushadalam6358 Ай бұрын
Atiya gorom choli ase nohoi mohudoi.
Wait for it 😂
00:19
ILYA BORZOV
Рет қаралды 11 МЛН
Car Bubble vs Lamborghini
00:33
Stokes Twins
Рет қаралды 38 МЛН
Trick-or-Treating in a Rush. Part 2
00:37
Daniel LaBelle
Рет қаралды 43 МЛН