Public detained A Policeman In Digboi | গৰু গাড়ীৰ পৰা ধন সংগ্ৰহ কৰাৰ অভিযোগত ডিগবৈত আৰক্ষীক আটক N18V

  Рет қаралды 472,063

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Пікірлер: 538
@HRDS-at6
@HRDS-at6 6 ай бұрын
ৰাইজ এনে ধৰনে সজাগ হোৱাৰ প্ৰয়োজন। ধন্যবাদ ব্যক্তি জনক ।
@DebrajBose-zv6wd
@DebrajBose-zv6wd 6 ай бұрын
ছুডমাৰ্ছন তই লৈছা .
@DebrajBose-zv6wd
@DebrajBose-zv6wd 6 ай бұрын
মামাই ইমাণ power.দিছে নে.
@selenghatborah4042
@selenghatborah4042 6 ай бұрын
অসমৰ কিছুমান পুলিচ কৰ্মী ৮০ % চুৰ হয়,ইহঁতে সাধাৰণতে চুৰ ডকাইত কৰিবলৈ চাকৰি কৰি আছে, অসমৰ কিছুমান মানুহক লুণ্ঠন কৰা এটা বিশেষ বিভাগ
@purnenduchanda2712
@purnenduchanda2712 6 ай бұрын
😂😂😂😂
@SiddikHussain-do2pe
@SiddikHussain-do2pe 6 ай бұрын
@RishNarzary-gb2yb
@RishNarzary-gb2yb 6 ай бұрын
Right kota
@dharmendradas2825
@dharmendradas2825 6 ай бұрын
Really👌👌👌
@rajudeka4679
@rajudeka4679 5 ай бұрын
৯০ % চোৰ হয়
@vfs9685
@vfs9685 6 ай бұрын
ই এটা মস্ত লেবেল মাষ্টাৰ,,, খুব ভাল পাইছোঁ ধৰা পৰা দেখি,,, চাকৰি পুলিচ ৰ কৰে কিন্তু fashion show পাতি লেভেল মাৰি ফুৰে, তাৰ চাগে fashion show পাতিবলৈ পইছাৰ দৰকাৰ পৰিছিল সেয়েহে গৰু গাৰি পৰা পইচা তুলিছিল
@ima-mara-6011
@ima-mara-6011 6 ай бұрын
মই কেনেবাকৈ এদিন হলেও অসমৰ মুখ্যমন্ত্ৰী হ’ব পালে প্ৰথম কামেই হ’ব অসমৰ পৰা পুলিচ বিভাগটো আটৰাই পেলোৱা❤❤
@ChendorKuli-zl5dg
@ChendorKuli-zl5dg 6 ай бұрын
Police natakile ki hbo heitu babhi luwa...blg bibosta lombbuli ko
@AnkaraMessi10Alien
@AnkaraMessi10Alien 6 ай бұрын
Very Intelligent 🧠, That's why you're not even Night Chokidar 😂
@sashibhatta5198
@sashibhatta5198 6 ай бұрын
2026 ত আপোনাক মুখ্যমন্ত্ৰী পাতিম ৷ তাৰ পূৰ্বে যাদুমন্ত্ৰ শিকি তাৰ সহায়ত টিকট এটা লওক আৰু দলৰ আটাইকে জিকাই আনক ৷
@nilutpaltimung1662
@nilutpaltimung1662 5 ай бұрын
Baperor mathatu Koribi😂
@utpalbora8507
@utpalbora8507 4 ай бұрын
Ek din police e duty nkrile gm pabi crime kiman hbo.
@RejekAli-ux7gj
@RejekAli-ux7gj 6 ай бұрын
পুলিচৰ অৱস্থা ।লাজ লাগিল।
@amritkalita7315
@amritkalita7315 3 ай бұрын
হে ভগৱান মানুহ কোনদিশে গতি কৰিছে ।ক্ষমতাৰ অপ ব্যৱহাৰ হায় প্ৰশাসন ।
@bkp9774
@bkp9774 6 ай бұрын
দে দে, টকা বোৰ অকল তাৰ হাততেই নেথাকে, ওপৰলৈ ও যাই ।
@rahulgoswami6913
@rahulgoswami6913 6 ай бұрын
Right 👍🏾👍🏾
@jugendersaikia4176
@jugendersaikia4176 6 ай бұрын
তোৰ দৰে মূৰ্খ বোৰৰ বাবে খাকী মানে গুণ্ডা লাইচেন্স।​@@rahulgoswami6913
@AmarjyotiRabha4657
@AmarjyotiRabha4657 6 ай бұрын
G P... Singh r Smart police....
@ima-mara-6011
@ima-mara-6011 6 ай бұрын
অসম পুলিচ আৰু কি কৰিবলৈ বাকি নাই 😅😅বিক্ষাৰীৰ জুলুঙাটো খুচুৰিব এদিন😅😅😅
@rajenrabha1914
@rajenrabha1914 6 ай бұрын
টকা খোৱা পুলিচ
@muned6442
@muned6442 6 ай бұрын
চৰকাৰী টকাই পেট নভৰে অসম পুলিচৰ ঘোচ খোৰ গৰু পিতন দিব লাগে ইয়াক
@tapanchandrakalita6420
@tapanchandrakalita6420 6 ай бұрын
হায় হায় অসমৰ আৰক্ষী বিভাগ
@basantaborgohain5372
@basantaborgohain5372 6 ай бұрын
নিলাজ পুলিচ, সৱজি বজাৰ অলপ কৰি পঠাই দে, ডকাইত তোক।
@nilimborah1978
@nilimborah1978 6 ай бұрын
গৰু চোৰ আৰু কিছুমান পুলিচৰ মাজত ভাল এটা সম্পৰ্ক আছে
@asmigomgaming7960
@asmigomgaming7960 6 ай бұрын
DGP Sir চাকৰি পৰা বৰ্খাস্ত কৰক এজন পুলিচৰ খৰনে অসম পুলিচৰ ভনদাম তেওঁ চাকৰি পৰা বৰ্খাস্ত কৰক এতিয়া এৰিনিদিবি DGP sir
@dasgc3133
@dasgc3133 6 ай бұрын
অসম পুলিচ কি হব পইছাৰ ললাছ
@buddhadev4032
@buddhadev4032 6 ай бұрын
কাষত থকা পুলিচবোৰ নিমাতী কইনা দেখুন তাৰমানে অংক বুজিবলৈ ৰাইজৰ বাকী নাই আৰু
@inglishvlogs1015
@inglishvlogs1015 6 ай бұрын
তাক বান্ধি থৈ এচ পিক খবৰ দিব লাগে,
@bimalboro401
@bimalboro401 6 ай бұрын
ই নিশ্চিত ভাবে ঘোচ দি চাকৰি লৈছে ।
@vfs9685
@vfs9685 6 ай бұрын
প্ৰদ্যুৎ বৰদলৈ marghritar MLA থাকোতে তেল মাৰি মাৰি চাকৰি পোৱা
@ArunKumar-kl2jw
@ArunKumar-kl2jw 6 ай бұрын
নিজৰ নামটো এনেদৰেই বিখ্যাত কৰিছে। নহ'লেনো কেনেকৈ কৰিব ?
@bhabendoley6151
@bhabendoley6151 6 ай бұрын
যিমান নিয়ম চৰকাৰে বনাব, ইমান পুলিচৰ লাভ। বিনা কাৰণত জৰিমনা মই দি পাইছোঁ ডিব্ৰু ত।
@krishnaphukan6834
@krishnaphukan6834 6 ай бұрын
নতুনকৈ চাকৰিত যোগদান কৰিছে হপাই....সেইকাৰণে অলপ তেল ফাটিছে.....কিন্তু যি হলেও আমাৰ মহাশয় গৰাকীক দুটামান পূৰ্ণহতিয়া চৰৰ প্ৰয়োজন আছিল
@vfs9685
@vfs9685 6 ай бұрын
20 বছৰ বেছি হল ইয়াৰ চাকৰিৰ,, PSO ASIL বিভিন্ন ৰাজনৈতিক লোকৰ,, মহা ফালটো ইহ দুনিয়াৰ ছোৱালীৰ লগত খেল কৰি ফুৰা ৰেকৰ্ড আছে ইয়াৰ
@chakradharboro6308
@chakradharboro6308 6 ай бұрын
পইচা লোৱা চাকৰি- অৰ্থাত এটা শব্দত পুলিচ।
@jaydoley3782
@jaydoley3782 5 ай бұрын
Assam police Kam nyyy😊
@premanandadeka8469
@premanandadeka8469 6 ай бұрын
কেৱল পোছাকযোৰ পিন্ধিলেই আৰক্ষী নহয়। আৰক্ষী আৰু জীৱনৰ প্ৰকৃত অৰ্থ বুজা জনে টকাৰ কাৰণে এনেকুৱা অতি নীচ কাম কেতিয়াও নকৰে। আৰক্ষীৰ নামত কলংক। চাকৰি এটা পোৱা ইমান কঠিন আৰু চাকৰিটো পোৱাৰ পিছতো চাকৰিটোৰ প্ৰতি অলপো সন্মান নাই।
@jayadass2681
@jayadass2681 6 ай бұрын
আৰক্ষীয়ে কালিলৈ বজাৰ থাকিলে আজি‌ গৰু চেক গেট লগাই এই টো সত্য।
@junbora3558
@junbora3558 6 ай бұрын
আমাৰ ঘৰটো পুলিচ আছে, নেম্ প্লেট নথকা পুলিচ নহয় ।ইয়াক কাণত ধৰাই ৰাস্তাৰ মাজত ৮ ঘন্টা থিয় কৰাই থব লাগে।
@jobforassam10
@jobforassam10 6 ай бұрын
ইয়াক ধৰি কা‌ণতলীয়া এটা দিব লাগিছিল
@asvolgs7221
@asvolgs7221 6 ай бұрын
Dhet tri 400 tokate fosile 😂😂😂..moja moja raij Ankoi dohrok hubidah palai dhork
@ManakhiBorah-i9w
@ManakhiBorah-i9w 6 ай бұрын
😂😂
@anjugogoi6536
@anjugogoi6536 6 ай бұрын
হায় হিমন্ত চৰকাৰ 🤔 আপোনি কিমান টকা পালে গৰু গাঢ়ীৰৰ পৰা ? ? ? 😂😂😂😂😂
@babulbaruah2845
@babulbaruah2845 6 ай бұрын
Limit paar কৰিছে .
@jehirulhuda3147
@jehirulhuda3147 6 ай бұрын
মিঞাই উজনি অসমৰ পৰা যে অহৰহ truck এ truck গৰু যে নি আছে সেইবোৰ নধৰে কিয়? ইয়াৰ লগত কোন কোন ৰাজনৈতিক দলৰ মানুহ জড়িত হৈ আছে? (এইবাৰ ৰাজমাই বজাৰত কোৰবানীৰ গৰু কিনিবলৈ যাওঁতে মানুহে পাতি থকা শুনা মতে )নগাঁৱৰ বেপাৰীৰ লগত মিলি নগাঁৱৰ পৰা বাংলাদেশলৈকে গৰু supply (অবৈধ ভাবে) হয়। এই বেপাৰীবোৰৰ প্ৰতি চৰকাৰ ইমান নৰম কিয়? গৰু বজাৰ বোৰত মিঞা বেপাৰী আৰু নগাঁৱলৈ গৰু কঢ়িওৱা গাড়ীৰ সংখ্যা দেখিলেই বহু কথা অনুমান কৰিব পাৰি। হাঁয় মিঞা বেয়া পোৱা চৰকাৰ।
@mathurarabha7029
@mathurarabha7029 6 ай бұрын
Mur mate police darkar nai assamt. Police keita eman beya kam kore je.
@ndhrama
@ndhrama 6 ай бұрын
Tor nijor naam tu a dexun miya sala nam sur 😂
@arunkumarbrahma2090
@arunkumarbrahma2090 6 ай бұрын
Gupon buja buji
@GamingFamily-vr2un
@GamingFamily-vr2un 6 ай бұрын
Mojjjja mojjjja amr yar Dibrugarh district or nahorkoteya homostir joypura thana ahupa policesea pat gari pora poisa loi gari kagos pati ok thoka folotu poisa loi zode nedeyea kiba ajuhat Dekhi salaln katea বিয়লি ৩ ta pora ৭ta loikea poisa tulea
@digbijoyneog4950
@digbijoyneog4950 6 ай бұрын
Jetia leke ei prithibi khon thakibo ..tetia leke police poisa khaboi
@হালোৱাৰপুতেকমই
@হালোৱাৰপুতেকমই 6 ай бұрын
৪০০ কোটি মাৰি ফচিলেও ভাল লাগে ৷ কেলা এই পুলিচবোৰৰ উৎপাতত মানুহে ব্যৱসায় কৰিব নোৱাৰা হৈছে ৷ খাহী মাংসৰ ১ কেজি দাম ও ওলিয়াব নোৱাৰিলে হা হা হা ৷
@JakirHussain-nh7ho
@JakirHussain-nh7ho 6 ай бұрын
এই বোৰ হে অৰজিনেল দিন দকাইত
@rantuali6074
@rantuali6074 6 ай бұрын
😢😢😢 ইহঁতক একো নকব সুবিধা পালে ভৰাই থব 😢😢
@jaiaiakhom3926
@jaiaiakhom3926 6 ай бұрын
Ehetok suspended koribole lage cm sir k mur falor pora aanurudh
@rebulali1210
@rebulali1210 6 ай бұрын
এই চব জাগাত গৰু গাড়ী ৰ পইছা ল ই পুলিচে।এনে গৰু গাড়ী বিলাক তিনিচুকীয়া শদিয়াৰ ডুমডুমা পৰা নগাও কেনেকৈ যাব পাৰে।পইছা নিদিলে কেনেকৈ যাব পাৰিব। পাবিলিকে ও চাই থাকে গম পাই নাই আপোনালোকে। আজিকালি পাবলিক সজাগ হল
@AnimekhLahon-mp5pe
@AnimekhLahon-mp5pe 6 ай бұрын
ই আহোমৰ প্রথম ৰজা, চ্যুকাফা হয় ,এৰি দিয়ক।
@jyotishbaro933
@jyotishbaro933 6 ай бұрын
অসম পুলিচ চুৰ ওপৰত চুৰ পুলিচ মামা😂😂😂😂😂
@BinudaDihingia-rl6we
@BinudaDihingia-rl6we 6 ай бұрын
লবয়ে কাৰন ৰাইজে গঠন কৰা চৰকাৰ মানুহ তেও
@jayaborah2926
@jayaborah2926 6 ай бұрын
কয় মৰিল এই পুলিচটৌ , দেখাত লুটূকণৰ সতে একে। হাতৰ কোঠাৰ মাৰিলি নিজৰ ভৰিত।
@kPDH9530
@kPDH9530 6 ай бұрын
লোভে‌ পাপ পাপে মৃত্যু।
@RahulDutta-qp1od
@RahulDutta-qp1od 6 ай бұрын
False case registar Kori poisa lua Assam police
@popstylen
@popstylen 6 ай бұрын
Good public 🙏
@vfs9685
@vfs9685 6 ай бұрын
ইয়াৰ এখন baleno আছে, এখন new model Scorpio ase, ekhon bolero ase,,ghy t mati kinise, Margherita t tu asei baru নিজৰ ঘৰ, bike tu change kori a thake,,, kun jon police constable r eman দৰমহা আছে j eman k সম্পত্তি গোটাব পাৰে??
@budheswarnath6516
@budheswarnath6516 6 ай бұрын
হায় হায়... লাজেই নাই ইহতঁবোৰৰ 😊😊😅
@Lalit-ug3yn
@Lalit-ug3yn 6 ай бұрын
মাছুলৰ নামত এইবোৰ কৰিব নোৱাৰিবা আৰু দেই। কেবিনেটট সিদ্ধান্ত হয় গল।
@nakibali4475
@nakibali4475 6 ай бұрын
পুলিচ ওঁ জে চুৰ আছে আজিহে গম পাইছো দেই 😮
@jayantadas463
@jayantadas463 6 ай бұрын
Police jon aibar sutit ghorot gole gao r manuhe 😂😂😂
@KhanindraDas-pc2md
@KhanindraDas-pc2md 6 ай бұрын
Moja 😂😂😂😂
@Rahul-l1l1e
@Rahul-l1l1e 6 ай бұрын
বেলেগ ৰাজ্যৰ পুলিচ ধৰ ধৰ চুৰ আহিছে , আৰু আমাৰ ধৰ ধৰ বাইক আহিছে 😂😂
@BiswajitPuwali
@BiswajitPuwali 5 ай бұрын
Anekua police k Department a rakhe kihor karone,,,Nijei Thik nai,,anok ki hikabo eaibure.. Assam Police or Khaki pusak jur pindhi eaibur kribo laj jjj lga nai.eai2k suspension kribo lage
@kalamali8883
@kalamali8883 6 ай бұрын
ঈদৰ আগত সকলো ঠাইতে পয়ছা লৈছে 😂
@DeepprotimGogoi
@DeepprotimGogoi 2 ай бұрын
Moja ..aru je ki ki dekhim??ai bure kori thako no .policor nam dubaisa..
@monuprovadas8301
@monuprovadas8301 6 ай бұрын
Right 👍 Amar raij
@trishnabaruah
@trishnabaruah 6 ай бұрын
আৰু কি দিন আহিব বাকি আছে ঐ
@oscarregon9160
@oscarregon9160 6 ай бұрын
ভালকৈ একশ্যন লব লাগে।।
@dilipsaikia718
@dilipsaikia718 6 ай бұрын
All India ka police Sur he
@RoseKumaridas
@RoseKumaridas 6 ай бұрын
Assam police poisa lovia
@padmadharboruah8589
@padmadharboruah8589 6 ай бұрын
কিন্তু,,,ডিগবৈ আশে-পাশে বালিজান,মামৰণী গাঁওৰ আদি গাঁওত গৰু চুৰি কৰি শেষ কৰিলে,সেয়ে গৰু ভৰ্তি গাড়ী দেখিলে খং দুখ বহুত লাগে।
@hiteshwardeuri4890
@hiteshwardeuri4890 6 ай бұрын
Hoi amar Lakhimpur Narayanpurt 100 taru adik goru heral ajiloike kunu sure dora pelabo nuwarile assme police se eyat hompurna police jorito ase buli anuman koru....
@নুবুজিলোছাৰনুবুজিলোছাৰ
@নুবুজিলোছাৰনুবুজিলোছাৰ 6 ай бұрын
Jonai t bohut besi aibur tu bohut hadharon kotha
@PRIYNOJEDITZ
@PRIYNOJEDITZ 5 ай бұрын
Police sakori salary kom khei karone 😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂😂
@বিভূতি_ঠেঙাল
@বিভূতি_ঠেঙাল 6 ай бұрын
Up t hobo lagisil ❤
@TamenNarzary
@TamenNarzary 2 ай бұрын
হয অ চি ৰ ভাগ থাকে।
@abborovlogs4233
@abborovlogs4233 6 ай бұрын
Jailot diba lage
@mridupawanborpatragohain5808
@mridupawanborpatragohain5808 6 ай бұрын
Police = goru suror friend
@ima-mara-6011
@ima-mara-6011 6 ай бұрын
সাধাৰণ জনতাক দকাইত কৰিবলৈ অসম চৰকাৰে কোটি কোটি ৰাজহৰ পইছা দৰমহা দি পুহি ৰাখিচে
@prabhatkrgogoi8153
@prabhatkrgogoi8153 6 ай бұрын
গৰু গাড়ী নধৰিব হাত লেতেৰা হব ৷
@SanjibBora-st2uo
@SanjibBora-st2uo Ай бұрын
Hi Hi ......
@HarikrishnaPegu-fo4jo
@HarikrishnaPegu-fo4jo 19 күн бұрын
নিয়ম মানি চলিলে ভাল,যদি নিয়মৰ পৰা বাহিৰত অতিৰিক্ত কৰে ৰাইজৰো অধিকাৰ আছে।
@zrchandanBakti
@zrchandanBakti 6 ай бұрын
অসম পুলিচ এইয়া কাৰ-কাৰখানা😡
@DaisyRabhaDaisyRabha
@DaisyRabhaDaisyRabha 6 ай бұрын
কেতিয়া যে মানুহবোৰৰ মন ভাল হব
@gaganbasu9286
@gaganbasu9286 6 ай бұрын
Smart Assam police
@sukbahadurlimboo2293
@sukbahadurlimboo2293 4 ай бұрын
অসমৰ আৰক্ষী দাদাগিৰি ,চি,ম চাৰ ‌
@hirashrva2638
@hirashrva2638 6 ай бұрын
Moi kintu poluwa nai dada😂🤣
@jintuboruah7242
@jintuboruah7242 6 ай бұрын
Salute to that Dada who take his bike key Balor police besi ktha nokobi kla
@manabdey5254
@manabdey5254 6 ай бұрын
Sabaas Asom police!
@KamalSharma-iu7bn
@KamalSharma-iu7bn 6 ай бұрын
Options 1.sakori loute ghus di loisile tare loan ami public bure bhori asu finer namot. 2.Nijor uporor officer jonok poisa dibo logiya ho every day. 3.poisa lua police jonor duty kori amoni lagise..furibo jabo poisa gutai ase. 4 corruption ketiyau hekh nhoi ami hadharon jonota hojak hbo hol.
@manasmedhi367
@manasmedhi367 6 ай бұрын
দিন বেয়া আছিল 😅
@aakashboom
@aakashboom 6 ай бұрын
Vdo bonabo laage
@HemantaChetia-d8y
@HemantaChetia-d8y Ай бұрын
Good dada
@AnantaDasDas-lb2zl
@AnantaDasDas-lb2zl 6 ай бұрын
আজৱ অসম বুলি এনেই নকওঁ তু
@dipachetri1758
@dipachetri1758 9 күн бұрын
তাৰ কথা 😅 তাক পইছা লাগে। ডিগবৈ পুলিচৰ এই দাদাগীৰি ৰাইজে মানি নলয়।
@ankudnath6893
@ankudnath6893 6 ай бұрын
#Assam CM
@namalchbasumatary577
@namalchbasumatary577 6 ай бұрын
Upai nai Mamar order ase Collection lagibo. Nohole sakorir kota ase.
@biplabmodakmodak986
@biplabmodakmodak986 6 ай бұрын
Axom police r full meaning hoise Ghosh khuwa police 🚨🚓
@mrinaldas2755
@mrinaldas2755 6 ай бұрын
Val korise anekuwa hbo lage
@ramanblast5061
@ramanblast5061 6 ай бұрын
কি হল...তাক থানাত যায় বহি ঠাকপু
@purnenduchanda2712
@purnenduchanda2712 6 ай бұрын
Mama r bhagin hoi🤣🤣🤣🤣🤣
@dilipmahanta8479
@dilipmahanta8479 6 ай бұрын
গৰুৰ পৰা ভাড়া লৈছে
@test-ix9im
@test-ix9im 6 ай бұрын
Sure poisa khaisa..... history t jona asa ehotor attitude n nature
@YuritheBoyka
@YuritheBoyka 6 ай бұрын
Aru bohut ulaise eneka police
@Rokcybhai-v7i
@Rokcybhai-v7i 6 ай бұрын
চুৰৰ জাত.....
@busylife1235
@busylife1235 6 ай бұрын
Suspend him...
@padmaluchanswargiary2851
@padmaluchanswargiary2851 6 ай бұрын
Ami army boror kam dekh rakhya kra aro police kam dukhiya srenir pra paicha lota ...
@rajaboro9965
@rajaboro9965 6 ай бұрын
Nilash police
@iqdestroyer1553
@iqdestroyer1553 6 ай бұрын
Salary napai nki aijone ........
@RupaDas-k4u
@RupaDas-k4u 6 ай бұрын
Moi iman bipodot porisilu pulise okamano help nokarile
@DilRahman-zu8ed
@DilRahman-zu8ed 4 ай бұрын
This is called smart police.
@KM-tc3oe
@KM-tc3oe 6 ай бұрын
NICE BJP SMART ASSAM POLICE
@pypypnpn4077
@pypypnpn4077 6 ай бұрын
Ki bjp kotha aahil ? Congress Akhil r manuh
@KM-tc3oe
@KM-tc3oe 6 ай бұрын
@@pypypnpn4077 Everything is controlled by BJP. YOU DON'T KNOW ??? WHERE ARE YOU LIVING BRO ?????
@pypypnpn4077
@pypypnpn4077 6 ай бұрын
@@KM-tc3oe pappu r samsa neki toi ne mugal r khoj ?
She made herself an ear of corn from his marmalade candies🌽🌽🌽
00:38
Valja & Maxim Family
Рет қаралды 18 МЛН
UFC 310 : Рахмонов VS Мачадо Гэрри
05:00
Setanta Sports UFC
Рет қаралды 1,2 МЛН
Support each other🤝
00:31
ISSEI / いっせい
Рет қаралды 81 МЛН
BSF BAND ASSAMESE BIHU SONG
3:50
Niranjan Narzari
Рет қаралды 74 М.
She made herself an ear of corn from his marmalade candies🌽🌽🌽
00:38
Valja & Maxim Family
Рет қаралды 18 МЛН