Ramen Baruah | ৰমেন বৰুৱাই ফোন যোগে কোৱা কি কথা শুনিছিল দ্বীপেন বৰুৱাই? N18V

  Рет қаралды 124,531

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Ramen Baruah | ৰমেন বৰুৱাই ফোন যোগে কোৱা কি কথা শুনিছিল দ্বীপেন বৰুৱাই? N18V
#news18assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#ramenbaruah #assamesemusicdirector #veteranmusicdirectorramenbaruah #dwipenbarauh
#news18assamoriginals #news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 30
@ristergamingristergaming1817
@ristergamingristergaming1817 2 ай бұрын
তেখেত যেন সোশৰীৰে সুস্থ শৰীৰে উভতি আহে তাকেইহে প্ৰাৰ্থনা জনালো ঈশ্বৰৰ ওচৰত।লগতে দ্বীপেন বৰুৱা দেৱক প্ৰশ্নৰ ওপৰি প্ৰশ্ন কৰি হাৰাশাস্তি নকৰে যেন বাৰে বাৰে।
@hiteshdas7174
@hiteshdas7174 2 ай бұрын
দ্বীপেন বৰুৱাক বাৰে বাৰে প্ৰশ্ন কৰি হাৰাশ্মান দি থকা হৈছে ।
@kalpanadeka6201
@kalpanadeka6201 2 ай бұрын
একে কথাকে বাৰে বাৰে,,
@bipulkumarnath1043
@bipulkumarnath1043 2 ай бұрын
বিখ্যাত সঙ্গীতজ্ঞ ৰমেন বৰুৱা কুশলে উলটি অহাৰ কামনা কৰিলোঁ ৷গুৱাহাটীলৈ গ’লই গাড়ীৰ পৰা ডিঙি মেলি সেই সংস্কৃতিৱান পৰিয়ালৰ পুৰণা গৃহটি সসন্মানে চাই যাওঁ ৷সুউচ্চ অত্যাধুনিক অট্টালিকাবোৰ নাচাওঁ দেই
@MohanBorah-tv5jo
@MohanBorah-tv5jo 2 ай бұрын
সৃষ্টিৰ কঠিয়া তলিত কৃস্তিৰ বীজ ৰপোন কৰি অসমৰ সংস্কৃতিক জীপাল কৰা এই বিখ্যাত সকল প্ৰতিজন অসমীয়াৰ হিয়াৰ আমঠু। তেখেত সোনকালে ঘৰলৈ ঘুৰি আহক আমি প্ৰত্যেকেই তাকে কামনা কৰো।
@umeshsarma4963
@umeshsarma4963 2 ай бұрын
I request the reporters not to disturb broken hearted Dwipenda . Let him live alone.
@NirmaliAcharjee-cl6ey
@NirmaliAcharjee-cl6ey 2 ай бұрын
হয় ঠিকেই কৈছে দ্বীপেন বৰুৱা দেৱে
@binapanipakghar5661
@binapanipakghar5661 2 ай бұрын
ভাল জ্যোতিষি এজনক সুধি লব পাৰে ।
@pompydevi769
@pompydevi769 2 ай бұрын
Kiman kostro pale nijor ghorkhon ari jabo pare . Jar logot hoise teuhe jane
@papumoran5681
@papumoran5681 2 ай бұрын
দ্বীপেন বৰুৱা দা আৰু তেখেতৰ ঘৰ টো নচতালজি এনে কুৱা ঘৰ আজি কালি নাইকিয়া হৈ চে
@manoveeborpuzari8656
@manoveeborpuzari8656 2 ай бұрын
বৰ অদৰকাৰী কথাবিলাক ত লাগি আছে
@kankanboruah6003
@kankanboruah6003 2 ай бұрын
বৰুৱা আপুনি কাৰ ভয়ত মুখবন্ধ কৰিব বিচাৰিছে,,,সম্পৰ্ক হেৰাই যোৱাটো ডাঙৰ নে নিজৰ ভাতৃ হেৰাই যোৱাটো ডাঙৰ
@dilipborgohain2529
@dilipborgohain2529 2 ай бұрын
ইমান - এজন মহান সহজ,সৰল মনুষ্যত্ব বোধগম্য থকা শিল্পী, সংগীত সাধনাৰ সাধক, ৰমেন খুড়াই যদি লুইতৰ বুকুত প্ৰাণ বিসৰ্জন দিছে। তেখেতে বহুত দিনৰ পৰা মানসিক অশান্তিত ভুগি আছিল। নিজৰ কন্যা যি চাৰিত্ৰিক বৈশিষ্ট্য তাকে দেখি তেখেত যথেষ্ট চিন্তিত আছিল। তেখেতে যদি আত্মহত্যা কৰিছে অন্তৰত বহুত দুখ পাইছোঁ।😮😮😮😮
@bibhadas5650
@bibhadas5650 2 ай бұрын
Akekhon ghorate thake Kintu ijone xijonor achinaki .kene poribesh hobo pare .
@achyutbharali3723
@achyutbharali3723 2 ай бұрын
Akhete kinu kobo aru. Jitu jane haituhe kobo paribo..
@basisthaacharya6590
@basisthaacharya6590 2 ай бұрын
কিবা এটা বুজি নোপোৱা ঘটনা। কি যে হ'ল!!!
@JLI321
@JLI321 2 ай бұрын
Sorkare hilpy hokolok pensonor byobosyha kra hole🎉
@astrologersaurabhsarmah6906
@astrologersaurabhsarmah6906 2 ай бұрын
Request to all news aa...aa...ghehai kua so called xangbaik...Dwipen daa k besike amoni kori nathakibo...relax hobo diok...pls...
@HemantaBora-dj4rb
@HemantaBora-dj4rb 2 ай бұрын
Apunaluke beleg news aji napalm? Gela gorut hogun pora Dore hol..aitu news.
@ranjanneog245
@ranjanneog245 2 ай бұрын
Tohoti suworor batcha mediabure kio manuhtuk kotha hudhi hudhi harrasment Kori asi be😮
@MoonMohan-j2p
@MoonMohan-j2p 2 ай бұрын
দ্বীপেন বৰুৱাই,চিতলমাচৰদৰে,লুটিমাৰি,মাৰি,কৰাকৈ,আছে।
@dipankarhazarika5213
@dipankarhazarika5213 2 ай бұрын
কেলে কামোৰি আছ বাৰু?
@nikunjasaikiasaikia4041
@nikunjasaikiasaikia4041 2 ай бұрын
জীয়েক সকলোৱে কিয় দেখিয়ে। জীয়েকে যদি মেডিচেন খাবলৈ কলে নাখাই তেতিয়া তাই অলপ দেউতাক খং কৰি কব লাগিব তাত অকণমান চিৰ বাখৰ হবই।
@masumabegumlaskar6527
@masumabegumlaskar6527 2 ай бұрын
Tekhtok basibo diok nohole ake obosta hobo bare bare khudh push kori harkhasti dise
@ShamerAli-u9x
@ShamerAli-u9x 2 ай бұрын
Bornilok arest korok
ДЕНЬ УЧИТЕЛЯ В ШКОЛЕ
01:00
SIDELNIKOVVV
Рет қаралды 4 МЛН
Flipping Robot vs Heavier And Heavier Objects
00:34
Mark Rober
Рет қаралды 53 МЛН
ДЕНЬ УЧИТЕЛЯ В ШКОЛЕ
01:00
SIDELNIKOVVV
Рет қаралды 4 МЛН