Assam Accord | ৰূপায়ন হ'ব অসম চুক্তিৰ ৬নং দফা! বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত অসমীয়াৰ সংজ্ঞা কি? N18v

  Рет қаралды 88,837

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Assam Accord | ৰূপায়ন হ'ব অসম চুক্তিৰ ৬নং দফা! বিপ্লৱ শৰ্মাৰ প্ৰতিবেদনত অসমীয়াৰ সংজ্ঞা কি? N18v
#News18Assamoriginals
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#assamaccord #assamcabinet #cmhimantabiswasarma #aasu #live #parthajyotiborah
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/des... এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 301
@ShidharthaMoran
@ShidharthaMoran 3 күн бұрын
1951 rআগতে অহা হলেও ,বিহাৰী,মাৰোৱাৰী,বাঙালী, বা যিসকলৰ একোখন কৈ নিজা ৰাজ্য আছে,তেওঁলোকক কেনেকৈ অসমীয়া বুলি স্বীকৃতি দিব,
@jintucreationxyz
@jintucreationxyz 2 күн бұрын
@@ShidharthaMoran bharotio manuh aji ahileo thakibo paribo.. tat amar apotti nai kintu lakh lakh oboidho bangladeshi.. muslim je ase seibur ki kobi..?
@mohi6554
@mohi6554 2 күн бұрын
​@@jintucreationxyzwhat about Bangladeshi bengali in assam
@ManipuriPodcastingChannel
@ManipuriPodcastingChannel Күн бұрын
​@@jintucreationxyz right
@papuldutta9971
@papuldutta9971 19 сағат бұрын
তেওঁ লোক ভাৰতীয়
@ratulgiri686
@ratulgiri686 4 күн бұрын
শুভেচ্ছা যাচিলো ধন্যবাদ
@pankajjyotiborah6023
@pankajjyotiborah6023 4 күн бұрын
এশ শতাংশ কাৰ্য্যকৰী হোৱাটো বিচাৰিছোঁ।
@SanjibbDubey
@SanjibbDubey 4 күн бұрын
Ka hobo homu 1971 ahisu na sakibo
@pranabbarman7753
@pranabbarman7753 4 күн бұрын
5i habo dukh Kori lav nai​@@SanjibbDubey
@pranabbarman7753
@pranabbarman7753 4 күн бұрын
​@@SanjibbDubeytor dekhun asmiya bhasa sudha a nahay
@Rahulcraft934
@Rahulcraft934 4 күн бұрын
Good dicission ami xantit thakibo parim axom khonot
@khayrulislam3130
@khayrulislam3130 4 күн бұрын
Xokolo Miya axomiya hoi Jar jar 1951 NRC t name ase
@mrahman9408
@mrahman9408 4 күн бұрын
Ase
@kkproduction4961
@kkproduction4961 3 күн бұрын
Keneke axomiya hbo... Goru khoa bandha kri goru bihu pati godhuli tulashi gosor talaot saki jolai nki Miya bore.....???
@ritupongogoi-nt3wl
@ritupongogoi-nt3wl 3 күн бұрын
😂😂😂😂😂
@trideepburagohain9857
@trideepburagohain9857 2 күн бұрын
TOHOTI bihu pat aru pitha bona aru Axomiya kotha pat
@poonampegu3945
@poonampegu3945 4 күн бұрын
Very good
@statusbazaar8762
@statusbazaar8762 4 күн бұрын
১৯৫১ চনৰ nrc থকা মিঞাও অসমীয়া তাৰ মানে ৮০ শতাংশ মিঞা অন্তর্ভুক্ত হব😂
@PRTECHNICALEARNING
@PRTECHNICALEARNING 3 күн бұрын
95% miyar 1951 ase
@roshidahmed1269
@roshidahmed1269 3 күн бұрын
এতিয়া ১৯৫১ চন ভিত্তি বৰ্ষ আন ফালে ২০১৪চন হ'ল কা এইবোৰ কেনে ধৰনৰ সিধান্ত হ'ব পাৰে এক পক্ষী য় সিধান্ত
@mrindia814
@mrindia814 4 күн бұрын
ঘেন্টা হ'ব 😅😂 ভেকু ভাওনা এইবোৰ 😂
@RitaChangmai-i7v
@RitaChangmai-i7v 4 күн бұрын
১৯৫১ চনহে হব লাগে ভাৰতৰ সকলো ৰাজ্য তে ১৯৫১ চন
@rupjyotisaikia2127
@rupjyotisaikia2127 2 күн бұрын
পুৱাৰ পৰা গধূলি লৈ যি সকলে অসমীয়া ভাষা কয় আৰু অসমীয়া সংস্কৃতিৰ লগত যি সকল সমৰ্পিত হৈ আছে সেই সকলেই অসমীয়া।
@PritamMandal-kh2ti
@PritamMandal-kh2ti 2 күн бұрын
আমি বাঙালি হলেও আমি অসমীয়❤❤❤❤ মই অসমীয়া ❤জয় ভাৰত❤❤❤জয় আই অসম ❤❤❤❤
@amritkalita7315
@amritkalita7315 4 күн бұрын
অসম চুক্তি ৫১চন ভিত্তি বৰ্খ হব লাগে ❤
@hridyanshugogoi2943
@hridyanshugogoi2943 3 күн бұрын
বৰ ভাল কথা ৰাতিপুৱাই। শুনি শুনি বহুত বছৰ পাৰ হল
@ezazulislam427
@ezazulislam427 3 күн бұрын
দুৰ্গম পাহাৰীয়া আৰু চৰাঞ্চলত ১৯৫১ ত NRC হোৱা নাছিল যে??
@anujkumarsaha0454
@anujkumarsaha0454 3 күн бұрын
Char anchal baad diya he
@sislam3179
@sislam3179 3 күн бұрын
90% muslim manuhor 1951 NRC ase !!
@Ajithazarika1976
@Ajithazarika1976 4 күн бұрын
2025 বৰ্ষতেই কেন্দ্ৰীয় চৰকাৰে প্ৰতিবেদন খনক সাংবিধানিক মৰ্য্যদা প্ৰদান কৰিব লাগে ।
@anujkumarsaha0454
@anujkumarsaha0454 3 күн бұрын
সুন্দৰ পদক্ষেপ, আমি অবিভক্ত গোৱালপাৰা জিলাৰ বঙালী সমাজে এই সিদ্ধান্ত সমৰ্থন কৰিছোঁ।
@bhasmazumdar9801
@bhasmazumdar9801 3 күн бұрын
এইটো যুক্তি হলনেকি আমি লাগিলে 26.চৰকাৰ ভাঙি দিম
@habibullahhoque5305
@habibullahhoque5305 3 күн бұрын
এইবিলাক নিৰ্বাচনী ভেকু-ভাওনা, নিৰ্বাচন গলে এইবিলাক আকৌ নাইকীয়া হ'ব
@achyotdewri3770
@achyotdewri3770 4 күн бұрын
অসমীয়া সংজ্ঞাটো খুন্দৰ কৈ উল্লেখ কৰিছে প্ৰতিবেদন খনত।১৯৫১ চনৰ পাছত অসমলৈ অহা বাংলাদেশী সকল অসমীয়া নহয়। ভাৰতীয় হে। শৰ্মা ডাঙৰীয়াৰ প্ৰতিবেদন খন অতি সোনকালে কাৰ্যকৰী কৰিলে খিলঞ্জীয়াৰ স্বাৰ্থ সুৰক্ষিত হব ।
@jintucreationxyz
@jintucreationxyz 4 күн бұрын
ভাৰতীয় কেনেকৈ হ'ল..?
@shillongteermakingnumbers5862
@shillongteermakingnumbers5862 3 күн бұрын
মূৰ্খ সুন্দৰ লিখিব নাজানা খুন্দৰ লিখি নিজকে অসমীয়া বুলি .....থাকা।
@pankajdutta9131
@pankajdutta9131 2 күн бұрын
বৰাক উপত্যকাৰ তিনিখন জিলাক সকলো সময়তে পৃথককৈ উল্লেখ কৰি কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দিক অসমৰ পৰা আঁতৰাই পঠিয়াব খোজা হৈছে নেকি? প্ৰয়োজন আছিল উক্ত জিলা কেইখনত বাস কৰি থকা অবৈধ অনুপ্ৰবেশকাৰীক চিনাক্ত কৰি নাগৰিকত্ব কৰ্তন কৰা! (কেৱল টকা উপাৰ্জন কৰিবলৈ ৰাজনীতি কৰা সকলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত হোৱা অনুপ্ৰবেশকলৈ চিন্তিত নোহোৱাটো স্বাভাৱিক!)
@anilgoswami2238
@anilgoswami2238 2 күн бұрын
আৰু তাৰ পিছত অসমৰ ৰাজ্য ভাষা বঙালী হ'ব। '২৭-৯-২০২৪।
@pankajdutta9131
@pankajdutta9131 2 күн бұрын
@@anilgoswami2238 শিলচৰৰ ১১ জন লোকৰ মৃত্যু হয় আৰু বাংলা অসমৰ ২য় চৰকাৰী ভাষাত পৰিণত হয়। পূব পাকিস্তান/বাংলাদেশৰ পৰা অহা অবৈধ প্ৰব্ৰজনকাৰীৰ বিৰুদ্ধে আৰু অসমৰ খিলঞ্জীয়াৰ অধিকাৰৰ বাবে নিজ ভূমিত প্ৰতিবাদ কৰি ৮৫৫+ জন লোক শ্বহীদ হ'ল কিন্তু কি পালে অসমীয়াই?
@krishnanandaroy1230
@krishnanandaroy1230 3 күн бұрын
এইটো হিমন্তৰ আগন্তুক ২০২৬ নে মুখৰি শৰ্মাৰ আৰু মাটিৰ খক
@prasantadutta4630
@prasantadutta4630 3 күн бұрын
It's a very good explanation. I loved it.
@JitenBorah-g7f
@JitenBorah-g7f 3 күн бұрын
অসমীয়াৰ সংগ্যা কেৱল খিলঞ্জীয়াৰ ক্ষেত্ৰতহে প্ৰযোজ্য হ'বলাগে
@kanaksonowal8602
@kanaksonowal8602 2 күн бұрын
😂😂😂😂 ১৯৭১ আহি আহি ২০১৪ হ'ল আৰু গৈ গৈ অসীমত হেৰাল সীমা ...........
@ekramulislam9264
@ekramulislam9264 Күн бұрын
ভাৰত স্বাধীন হোৱাৰ আগত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল?? কোনোবা আছেনে শুদ্ধ উত্তৰ দিবলৈ-
@PurehinduAssam
@PurehinduAssam 3 күн бұрын
Axomiya mane kun !! Axomiyai axomiya hoi...miya bongoli hbo nki..ki je kua tumi??!!!
@anilgoswami2238
@anilgoswami2238 2 күн бұрын
ভিত্তিবৰ্ষ সদায় ১৯৭১ চনৰ ২৫ মাৰ্চ, বাংলাদেশৰ জন্মৰ দিনত। ইয়াকে ঐতিহাসিক ত্ৰিপাক্ষিক অসম চুক্তিয়ে (১৯৮৫) কৈ আছে।
@Munuklg
@Munuklg 2 күн бұрын
যি কি নহওক 1951 চনৰ কেনেকুৱা documents লাগে? আৰু এইবোৰ কেনেকৈ পোৱা যাব। পুৰনি দিনত বহুতে ভোট দিয়া নাছিল স্কুল কলেজ তেনেকৈ নাছিল।এতিয়া কথা হ'ল সেইখিনিএ ক'ত পাব এইবোৰ documents? 1930 চনত অসমত জন্ম গ্ৰহন কৰা মানুহ জনৰ যদি জন্মৰ certificate নাথাকে যদি ৫২ ত ভোট ও নিদিলে তেওৰ কি হব?
@achyotdewri3770
@achyotdewri3770 4 күн бұрын
ধন্যবাদ পাৰ্থ ! খুউব খুন্দৰ ভাবে বিপ্লৱ শৰ্মাৰ কমিটীৰ প্ৰতিবেদন খন খুন্দৰ কৈ বুজাই দিয়াৰ বাবে ভাল লাগিছে।
@opvideo7029
@opvideo7029 3 күн бұрын
এইবোৰ কথা NRC হোৱাৰ আগতেই জাৰী হ'ব লাগিছিল । এতিয়া আকৌ NRC কৰিব লাগে ।
@tikendrathapa64
@tikendrathapa64 3 күн бұрын
খুউব ভাল হ'ব ।Double Engine চৰকাৰে কৰিব নোৱাৰিবনে?সদিচ্ছা লাগিব আৰু লাগিব দৃঢ়তা ।ণDocument rঅভাবত দুই এজন বাদ পৰিলেও একো নহয । কাৰণ তেওঁৰ নাগৰিকৰ অন্য সুবিধা বাহাল থাকিব । জয় আই অসম ।
@arunhatimuria9010
@arunhatimuria9010 3 күн бұрын
স টো কি লিখিছ
@prodyoutbhuyan5031
@prodyoutbhuyan5031 3 күн бұрын
অসম আন্দোলনৰ পাতনি মেলিছিল ১৯৫১ চনৰ পাছত অহা সকলো বাংলাদেশী বহিস্কাৰ হোৱাকলৈ। কিন্তু দুৰ্ভাগ্যক্ৰমে এচাম ক্ষমতালোভী ছাত্ৰ নেতাৰ তত্বাৱধানত ৮৫৬ জন জাতীয় শ্বহীদক অৱমাননা কৰি ১৯৭১ চনত পাছত অহা বিদেশী বহিষ্কাৰ হব লাগে বুলি প্ৰয়াত প্ৰধান মন্ত্ৰী ৰাজীৱ গান্ধীৰ লগত এক চুক্তি স্বাক্ষৰিত কৰিছিল, যিটো অসমবাসীয়ে সহজে মানি লব পৰা নাই। গতিকে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰোঁ - - - - ১৯৫১ চনক ভিত্তি বৰ্ষ হিচাবে লৈ অতিশীঘ্ৰে NRC গণনা কাম আৰম্ভ কৰিব লাগে আৰু ১৯৫১ চনৰ পিছত অহা সকলো বাংলাদেশীক ভোটাধিকাৰ, চৰকাৰী চাকৰি তথা যিকোনো ধৰণৰ চৰকাৰী সাহাৰ্য্য, ভূমি অধিকাৰ আদিৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত ৰাখিব লাগে। লগতে অতিশীঘ্ৰে CAA আইন কায্যৰ্কৰী কৰিব লাগে🙏🙏🙏
@pinkupatowary4905
@pinkupatowary4905 2 күн бұрын
Akol sakori, political power nhoi..... thika, business Xokolute lagibo.......baki north east state r dare
@ManikIslam-o1h
@ManikIslam-o1h 3 күн бұрын
NRC ত ইমান টকা খৰচ কৰাৰ মানে কি।মানুহক হয়ৰানি,লগতে উচ্চতম ন্যায়ালয়ৰ সিদ্ধান্ত বা ৰায় কি হব ।
@BubulNath-r9k
@BubulNath-r9k 3 күн бұрын
মোৰ সপুনৰ মুখ্যমন্ত্ৰী জন এইবাৰ হে পোৱা যেন লাগছে
@kamalmajhi8119
@kamalmajhi8119 3 күн бұрын
Electionলৈ কেই দিন আছে বাৰু?
@BjodredwarBora-ow3bl
@BjodredwarBora-ow3bl 3 күн бұрын
প্ৰতিটো দফা কয্যাকৰি হোৱা টো একান্ত বাঞ্ছনীয়।
@kalitakamal1859
@kalitakamal1859 3 күн бұрын
যদি ৰাজ্য চৰকাৰে ৰাজনৈতিক আৰু চাকৰিৰ অধিকাৰ সুৰক্ষিত কৰিব নোৱাৰিলে ৯০% কাৰ্য্যকৰী এ নহয় তেন্তে হ'ল কি?
@SamsuddinAhmed-gx4ss
@SamsuddinAhmed-gx4ss 2 күн бұрын
1951.Hola.welcome..kintu..katia.Hobo..2026.Agot.ne.. Pisot
@Arun-un5ix
@Arun-un5ix 2 күн бұрын
1985 Rajib gandhi Assam cukti pura pri aboido karon 1985 ot 1971 kunu Kam hobo noare karon samayar vitorot hobo lage
@binoykumardeka6100
@binoykumardeka6100 3 күн бұрын
আপোনাৰ পৰা বহুত নজনা কথা জানিব পাৰিলো।বহুত বহুত ধন্য বাদ।
@MunindraPathak-n3n
@MunindraPathak-n3n 11 сағат бұрын
Excellent lagil but wait karbo lagiba rupayan karibale
@iyiiyi6103
@iyiiyi6103 4 күн бұрын
Good step
@WrituponWritupon-ds9us
@WrituponWritupon-ds9us 4 күн бұрын
Must be 100%
@rafalemosey7021
@rafalemosey7021 4 күн бұрын
Miai mati kina ban kori dibo lage...Important bohut😶😶.. 1951 hobo lage nrc...😶
@DeepAhom-o1g
@DeepAhom-o1g 4 күн бұрын
Okol miyai kiyo...bohut jati ase.. axomiyar bade beleg kunu jatiye
@minudas7981
@minudas7981 7 сағат бұрын
👌 নমস্কাৰ 🙏🏻
@khanindradas4044
@khanindradas4044 2 күн бұрын
Jaldi jaldi koribo Lage assm sukti 6no dfa
@hemantakumarborooah1104
@hemantakumarborooah1104 4 күн бұрын
Very good decision of our beloved CM Sir.
@DBD-i8v
@DBD-i8v 3 күн бұрын
বন্ধ্যা ইণ্টাৰনেশ্যনেল স্কুল অসমীয়া মাধ্যমৰ হ'ব। চুক্তিৰ প্ৰথম পদক্ষেপ😅😅
@dhrubroxy3544
@dhrubroxy3544 Күн бұрын
Emn agor kagoj... Axomiya hokolor a ny sage 🙂
@kalpanahazarika7631
@kalpanahazarika7631 3 күн бұрын
বহুত ভাল সিদ্ধান্ত। ধন্যবাদ
@ganeshsarma706
@ganeshsarma706 Күн бұрын
অসম চুক্তি নালাগে আছু অগপ ক দিয়ক ।অসমৰ পুৰ্বপুৰুষে ছহিদ কুশল কোঁৱৰৰ ১৮৩০চনৰ পৰা আন্দোলন কৰি কৰি আহোম মোগল বংগৰ বৃটিছ ৰ সতে জুজি লোকপ্ৰিয় গোপীনাথ বৰদলৈ সীতানাথ ব্ৰহ্ম চৌধুৰী ৰূপনাথ ব্ৰহ্ম ফখৰুদ্দিন আলি আহমেদ বিষ্ণু ৰাভা ব্ৰজনাথ শৰ্মাৰ নেতৃত্বত জৱাহৰলাল নেহৰুৰ দিনতেই ১৯৫১চনত নাগৰিকত্ব পঞ্জীয়ন উলিয়ায় লৈছিল এতিয়াও সেই বংশৰ নাগৰিকত্ব পঞ্জীয়ন উলিয়ায় লৈ অসমীয়া জাতি গঠন কৰাত ব্ৰতী হ'ব লাগে বাকীবোৰ পিছত নিজেই ঠিক হৈ যাব।
@ekramulislam9264
@ekramulislam9264 Күн бұрын
ভাৰত স্বাধীন হোৱাৰ আগত অসমৰ প্ৰথম মুখ্যমন্ত্ৰী কোন আছিল??
@ramench.saikia8470
@ramench.saikia8470 4 күн бұрын
১৯৫১ চন হ'লে ভাল হ'ব। SC বিষয়টো সম্পৰ্কে চিন্তা কৰিব লাগে। অসমীয়া SC আৰু বঙালী SC বিষয়টো সম্পৰ্কে এটা সিদ্ধান্ত হ'ব লাগে।
@Bangalibabuofficial-sp3lq
@Bangalibabuofficial-sp3lq 3 күн бұрын
2014 লৈকে হব লাগিছিল 😊😊😊
@NumalKhangia
@NumalKhangia 4 күн бұрын
আগ ফালে মাৰো দাং পিছফালে ধুবাং বাং,,,
@pankajdutta9131
@pankajdutta9131 2 күн бұрын
বৰাক উপত্যকাৰ তিনিখন জিলাক সকলো সময়তে পৃথককৈ উল্লেখ কৰি কাছাৰ, কৰিমগঞ্জ, হাইলাকান্দিক অসমৰ পৰা আঁতৰাই পঠিয়াব খোজা হৈছে নেকি? প্ৰয়োজন আছিল উক্ত জিলা কেইখনত বাস কৰি থকা অবৈধ অনুপ্ৰবেশকাৰীক চিনাক্ত কৰি নাগৰিকত্ব কৰ্তন কৰা! (কেৱল টকা উপাৰ্জন কৰিবলৈ ৰাজনীতি কৰা সকলে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত হোৱা অনুপ্ৰবেশকলৈ চিন্তিত নোহোৱাটো স্বাভাৱিক!)
@pranitakeleng8056
@pranitakeleng8056 3 күн бұрын
Suvesya thakil25r agge hoba lage.
@Hkkkkhhhttffvhhhjnnn
@Hkkkkhhhttffvhhhjnnn 4 күн бұрын
1951 Right
@prasantakumarbhuyan8486
@prasantakumarbhuyan8486 10 сағат бұрын
Mama ari nidib 1951
@hemantapegu1053
@hemantapegu1053 2 күн бұрын
Rajnitik aru sakori khetrot khymota nai tente, ki hobo?
@anilthakuria5455
@anilthakuria5455 3 күн бұрын
Jai Khilangiya . Jai Mahasangha . Jai Bhumiputra Jai Ai Akhom.
@ArchanaBordoloi-m5b
@ArchanaBordoloi-m5b 3 күн бұрын
2026 elactionar bayta rany rin mafe lokhpaty baydio pmay aeybar 6 janajay natak natak natak😮😮😮😮😮
@mridusmitaray393
@mridusmitaray393 3 күн бұрын
Ruapyon korok nhole aami j asomia ku no astito nathakibo
@kalitakamal1859
@kalitakamal1859 3 күн бұрын
Kendriya sarkar r kam keita hoba goi ne ...
@ekramulislam9264
@ekramulislam9264 Күн бұрын
দূৰ পাগল
@akshaykonwar-x9u
@akshaykonwar-x9u 3 күн бұрын
1951 sukti lage amak baki eku nelage
@bhabanikumar7230
@bhabanikumar7230 3 күн бұрын
1951 bhitii borkho hobo lage
@akshaykonwar-x9u
@akshaykonwar-x9u 3 күн бұрын
Sob 100 lage eibur 80/70 bad dibo lge
@gyanendrakumarnath9292
@gyanendrakumarnath9292 3 күн бұрын
অতি সুন্দৰ🙏
@putalishyam2036
@putalishyam2036 3 күн бұрын
Our Assamese people who are residing in Namsai area of Arunachal Pradesh and are Indigenous people of that area because they were already residing there before the formation of Arunachal Pradesh even then they are not recognised as Arunachalee and not provided PRC till now.But in our case the emigrants and migrants from other countries and states like Bangladeshi, Nepali and Bihari, Bengali, Rajasthani, Gujrati etc.who love their own cultures and maintaining it are forcefully made as Assamese by we Assamese people which is not fair at all as per my opinion.. An Assamese will never become a Marathi , Bihari , Bengali , Mizo,khachi,Noga or an Arunachalee even if his or her family reside in their states for an indefinite period of time, is not it?
@DipakDhar-uy8wn
@DipakDhar-uy8wn 3 күн бұрын
খুব সুন্দৰ
@ranjandutta1141
@ranjandutta1141 3 күн бұрын
Aru kiman thakibo.
@ramanimohandeka2378
@ramanimohandeka2378 3 күн бұрын
অসমীয়াকোন ?ইয়াৰ সংঙ্গা ১৯৫১চন হোৱাটো খাটাং হবই লাগিব।
@anujkumarsaha0454
@anujkumarsaha0454 3 күн бұрын
হব হব
@KeshabChutia-f6l
@KeshabChutia-f6l 3 күн бұрын
Moi asomiya hoi ne nohoy
@mridultalukdar7913
@mridultalukdar7913 3 күн бұрын
সুন্দৰ
@akshaykonwar-x9u
@akshaykonwar-x9u 3 күн бұрын
1951hole tetiahe axomiya basibo nohle tripura honoi
@akshaykonwar-x9u
@akshaykonwar-x9u 3 күн бұрын
1951hole tetiahe axomiya basibo nohle tripura honoi
@shillongteermakingnumbers5862
@shillongteermakingnumbers5862 3 күн бұрын
চীন বিশ্বৰ ১নম্ভৰ হবলৈ গৈ আছে আৰু ভাৰত তলৰ পৰা ১ নম্বৰ হবলৈ ধৰিছে। ভাৰতক ১নম্বৰ কৰিব বিচাৰিছিলোঁ কিন্তু.....
@______________Ss23
@______________Ss23 3 күн бұрын
জয় আই অসম 🚩🇮🇳
@knowyourself5090
@knowyourself5090 4 күн бұрын
Most of the assamese dominated village don't have 1951 NRC...because it was incomplete and not covered all villages...
@travellingnortheastblog257
@travellingnortheastblog257 5 сағат бұрын
Most have 1961 as documents
@abadullah3503
@abadullah3503 3 күн бұрын
NATOK AROMVO HOL
@brojenborah1191
@brojenborah1191 Күн бұрын
We want100%reservation in all categories
@MridulAli-x2n
@MridulAli-x2n 3 күн бұрын
Aiboor sab natak karan 26ot Election paaisehije,
@birendoley4583
@birendoley4583 3 күн бұрын
1951 বেচ ভাল।
@MAA-dh2jr
@MAA-dh2jr 3 күн бұрын
Mama i tup diya nai to.hy to he asorit kotha hy
@JhnaKuli
@JhnaKuli 2 күн бұрын
Wel come to assam sukti rupayan 1951
@bimalmali4104
@bimalmali4104 4 күн бұрын
1951 hobo lage❤❤❤❤❤❤❤
@babughosh3863
@babughosh3863 3 күн бұрын
Thikei aache
@besharmycomedy
@besharmycomedy 3 күн бұрын
তুমিয়ে দেশ সাজিলা, তুমিয়েই চৰকাৰ বনালা, আৰু আজি সেই ৫ বছৰ আগতে অহা চৰকাৰে তোমাক certificate দিব তুমি কোন?😅😅😅😅
@ArchanaBordoloi-m5b
@ArchanaBordoloi-m5b 3 күн бұрын
100% save gard the amendment bill on assam ❤❤❤❤
@sunandaborah8177
@sunandaborah8177 3 күн бұрын
সময়ে কব
@mrfutsai8105
@mrfutsai8105 3 күн бұрын
অসমীয়াই অসমীয়াৰ শত্ৰু , কিয়নো সাম্প্ৰতিক সময়ত নিজ নিজ সন্তানক অসমীয়া মাধ্যমত নপঢ়াই ইংৰাজী মাধ্যমত পঢ়াই। এনেকৈ হলে অসমীয়া অসমীয়া বুলি চিঞৰি থাকি লাভ নাই । নিজৰ নামটো নিজৰ মাতৃভাষাত লিখিব নাজানে এইয়া কেনে উন্নতি । যদি কিবা ভুলকৈ কলোঁ তেনেহলে শুধৰাই দিব বুলি আশা থাকিল। ধন্যবাদ
@RanjanDas-bi8rq
@RanjanDas-bi8rq 3 күн бұрын
ললিপপ
@mojitmoran6399
@mojitmoran6399 3 күн бұрын
100 শতাংশ ৰাজনৈতিক আৰু চাকৰি অসমীয়া হ'ব লাগে। 1951 চনৰ পাছত অসমলৈ অহা বোৰ অসমীয়া নহয়।
@kukheswargogoi9117
@kukheswargogoi9117 3 күн бұрын
গোটেই খন চুক্তি বাদেই এটা দফাও সম্পূৰ্ণ কৈ পালন বা ৰূপায়ন হ'বলৈ ইমান দিন !
@jugalbaruah6541
@jugalbaruah6541 3 күн бұрын
What about the constitutional validity of this definition.
@BharatSaikia-nj5vn
@BharatSaikia-nj5vn 3 күн бұрын
খিলঞ্জীয়া অসমীয়াৰ কথা ক্ষুদ্ৰ স্বাৰ্থ আৰু ৰাজনীতি বাদ দি সকলোৱে ভাৱক ৷
@KeshabChutia-f6l
@KeshabChutia-f6l 3 күн бұрын
Asomor murkha monti kun? Moi Jinnah Ali e sudhisu
@KeshabChutia-f6l
@KeshabChutia-f6l 3 күн бұрын
Kiman nu aru tupi pindhim!
Electric Flying Bird with Hanging Wire Automatic for Ceiling Parrot
00:15
Шок. Никокадо Авокадо похудел на 110 кг
00:44
Electric Flying Bird with Hanging Wire Automatic for Ceiling Parrot
00:15