KZ
bin
Негізгі бет
Қазірдің өзінде танымал
Тікелей эфир
Ұнаған бейнелер
Қайтадан қараңыз
Жазылымдар
Кіру
Тіркелу
Ең жақсы KZbin
Фильм және анимация
Автокөліктер мен көлік құралдары
Музыка
Үй жануарлары мен аңдар
Спорт
Ойындар
Комедия
Ойын-сауық
Тәжірибелік нұсқаулар және стиль
Ғылым және технология
8th Pay Commission Gets Cabinet Nod l দুগুণ হ'ব চৰকাৰী চাকৰিয়ালৰ দৰমহা ! N18V
9:25
City News | মহিলা উদ্যমিতা আঁচনিৰ বাবে ২ হাজাৰ কোটি টকাৰ অনুমোদন ৰাজ্যিক কেবিনেট
33:48
😺🍫 خدعة الشوكولاتة المذهلة لقطتي! شاهد كيف تعلمني قطتي القيام بها! 😂🎉
00:30
1% vs 100% #beatbox #tiktok
01:10
Sigma Kid Mistake #funny #sigma
00:17
伪装成一棵树整蛊妹妹,结果妹妹当场怀疑人生竟要揍我?【两只马儿-恶搞姐妹】
00:57
Assam Assembly Autumn Session | মন্ত্ৰী Chandra Mohan Patowary য়ে সদনত দেখুৱালে বুঢ়া আঙুলি। N18V
Рет қаралды 175,765
Facebook
Twitter
Жүктеу
1
Жазылу 3,6 МЛН
News18 Assam/Northeast
Күн бұрын
Пікірлер: 365
@binoynath9605
Жыл бұрын
পবিত্ৰ সদনত আজি চন্দ্ৰ মোহন পাটোৱাৰীয়ে বূঢ়া আঙুলি দেখুৱাইছে পৰবৰ্তী কালত এই জনাই লংপেন্টটোৰ চেইন খুলি সেইদালো দেখুৱাবলৈ কুণ্ঠাবোধ নকৰিব।
@pranjitroypranjitroy
Жыл бұрын
😂😂😂😂😂😂
@anupamphukan3617
Жыл бұрын
এইটো এটা জকৰ হে
@jitubprah
Жыл бұрын
ঘাঁহ নোখোৱা গৰু
@umeshchetiya1340
Жыл бұрын
Right
@dadugogoi5548
Жыл бұрын
এওঁৰ মন্ত্ৰীত্ব কাটি দিব লাগে। ক্ষমতাই মূৰত ধৰিলে। 🙏🙏🙏
@aminrahul1977
Жыл бұрын
Aibar Ticket 🎟️ Nidiye
@anilkumarkalita6774
Жыл бұрын
চন্দমোহন বুঢ়া গৰুহে " সুবিধাবাদী ভদ্ৰতা নজনা বিধায়কৰ মূখত মূতিব লাগিব ভোট বিচাৰি গলে "
@gitumanibarman6536
Жыл бұрын
Ehotok vote bisari gle mekhela glt db lage
@SaidulIslam-ey5kj
Жыл бұрын
পিছত বহি থকা কেইজনে হাঁহিছে নিলাজৰ দৰে
@monjulaborah8567
Жыл бұрын
সেইকেইটাও একেখন বিলৰ মাছ
@darpandeka5141
Жыл бұрын
পবিত্ৰ শব্দটোৱে শোভা নাপায় সেইখন সদন এতিয়া আৰু পবিত্ৰ হৈ থকা নাই । পবিত্ৰ ঠাইত কেতিয়াও এনেকুৱা অ পবিত্ৰ আচৰণ আমি দেখা নাই কোন তেওঁ কোনো এটা কাম কৰি দেখুৱাব নোৱাৰা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ।
@ranjitduttaey3967
Жыл бұрын
অসমত বৰ্তমান আৰাজকটা চলি আছে মন্ত্ৰী বিধায়ক সকলে দেখা ই দিলে, এই সকলে ভদ্ৰতা নাজানে যেনে মন্ত্ৰী পাটোৱাৰীয়ে ইয়াৰ প্ৰমান
@nkdas7082
Жыл бұрын
ইয়াকেই কয় Criminal Minister (CM) আৰু বাকীবোৰ Monkey of Local Alliance(MLA)
@nanimabora
Жыл бұрын
ভোট দিওঁতে এইবোৰ পৰা সাৱধান হব
@husnabegum132
Жыл бұрын
এইবোৰক আমিয়ে নিৰ্বাচিত কৰিছোঁ। সেইবাবে আমাৰ নিজাকে ধিক্কাৰ দিছোঁ।
@tarunborah4311
Жыл бұрын
চন্দ্ৰ মোহন পাটোৱাৰীৰ এজন অভদ্ৰ মন্ত্ৰী।
@junuchamua1648
Жыл бұрын
অধ্যক্ষজনেই অসভ্য গতিকে বাকীবোৰ কি ঠিক হব
@ajaykumarhazarika4422
Жыл бұрын
Bap Sai beta
@deepalideka718
Жыл бұрын
শগুন যিমান ওপৰলৈ গলেও তলৰ মৰাশ চাব নেৰে।যাৰ যি স্বভাৱ কত যাব।
@anilkumarkalita6774
Жыл бұрын
ইয়াৰ আঙুলি কেইটা কাটি দিব লাগে ! অভদ্ৰ ব্যৱহাৰ নাজানে নেকী ! অধ্যক্ষই কিয় চাচপেঞ্চ কৰা নাই ?
@Fffygg56
Жыл бұрын
পাটোয়াৰী আপোনাৰ বয়স হৈছে, অলপ সংযম ৰক্ষা কৰিবলৈ শিকক।
@nanimabora
Жыл бұрын
ভোট দিওঁতে এইটোক মনত ৰাখিব
@pratimasarma1737
Жыл бұрын
টকা ঢালি দিলে পাহৰি নাযায় যেন, ভোট বিচাৰি গ'লে এই কথা মনত ৰাখিব লাগিব সকলো ৱে।
@binapanitalukdarbinapanita2559
Жыл бұрын
Iar murat mutiba lage.akhabha sala
@ramenborah3207
Жыл бұрын
চন্দ্ৰ মোহনৰ অসভ্যালি ,লাজ নথকা জন প্ৰতিনিধি ।
@sadeksaikia8168
Жыл бұрын
এইটো এটা বান্দৰ হে ।মন্ত্ৰীৰ নামত কলংক।
@hrmusic4820
Жыл бұрын
বিকৃতি ঘটিছে ক্ষমতা ই মূৰত ধৰিছে
@handique6888
Жыл бұрын
বান্দৰ !
@nanimabora
Жыл бұрын
ভোট দিওঁতে ইয়াক মনত ৰাখিব
@ushadas1841
Жыл бұрын
চি কি এইবোৰ চলিছে,এই বান্দৰ টো কিয় মন্ত্ৰীসভাত ঠাই পালে
@khiroddeori1669
Жыл бұрын
আপোনাৰ ব্যৱহাৰেই আপোনাৰ পৰিচয়।
@techmasala3221
Жыл бұрын
বুঢ়া আঙুলি কাক দেখুৱালে, ৰাইজক নে?
@minudas7981
Жыл бұрын
অসমীয়াক ঠগি আন্দোলন কৰি বিদেশী খেদি ভাগৰ লাগিছে ।মাটি টকা ঘটি আছে । সবকে বুড়া আঙুলি 👍
@subratadey9156
Жыл бұрын
প্ৰশ্নৰ উত্তৰ দিবলৈ অপাৰগ হ'লে বিভ্ৰান্তিৰ স্ৰিস্তি কৰাৰ বাবে এনে আচৰণ। বিৰোধীৰ এই আচৰণ হ'লে অধ্যক্ষয় সদনৰ পৰা বাহিৰ কৰি দিলেহেতেন।
@jahangirmondal3354
Жыл бұрын
Right
@bagoulla2442
Жыл бұрын
অসম বিধান সভাত দক্ষ্য মন্ত্ৰী নায় ।
@rinagogoi2821
Жыл бұрын
হায় হায় আৰু কি বাকী থাকিল। লাজ নাই এইবোৰৰ
@harekrishnabora6743
Жыл бұрын
অসভ্য আচৰণ কৰা ব্যক্তিক ভবিষ্যতে কোনো কাৰণতে নিবাচিত কৰিব নালাগে৷
@nanimabora
Жыл бұрын
অসম মন্ত্ৰীসভাৰ কলঙকইত অধ্যায়
@balendas4259
Жыл бұрын
হোকা ধোৱা চন্দ্ৰ মোহন পাটোৱাৰী এইখিনি শিষ্টাচাৰেই নাজানে এও দেশ চলাব আহে ? অযোগ্য এম, এৰ, এ । অখিল গগৈৰ নখ এটাৰো সমকক্ষ নহয় পাটোৱাৰী ।। নতুনকৈ শিষ্টাচাৰৰ স্কুলত নাম ভৰ্ত্তি কৰক পাটোৱাৰীয়ে ।
@bipulrabha-xg7jr
Жыл бұрын
চন্দ্ৰৰ নিজা পোহৰ নাই দাম নোহোৱা এটা সৰু গ্ৰহ
@dilipgogoi9441
Жыл бұрын
অধ্যক্ষ জনে কি কৰা আছে ।
@anantaananta4232
Жыл бұрын
আমাৰ ককাই জিন্দাবাদ ৰাইজৰ দ'ল জিন্দাবাদ অশিল গগৈ জিন্দাবাদ জয় আই অসম ♥️
@BhumidharNath-im7ml
Жыл бұрын
চন্দ্র মোহন পাটোৱাৰী চুড়ান্ত অসৈভালি। এই অহংকাৰী চন্দ্র মোহনক সদৰ পৰা বাহিৰ কৰাৰ লগতে আঙুলি কেইটা কাটি পেলাই দিব লাগে।
@indreswarkaman1731
Жыл бұрын
দক্ষ চৰকাৰৰ দক্ষ নেতাৰ দক্ষ বাবু ৷ তাতকৈ আৰু কি দেখুৱাব ?
@kamalkalita338
Жыл бұрын
চন্দ্ৰ মোহন পাটোৱাৰীৰ মন্ত্ৰী হোৱাৰ অধিকাৰ নাই । তেওঁ মন্ত্ৰীত্ত তিয়াগ কৰিব লাগে । আৰু তেওঁ পাগলৰ পৰিচয় দিছে আমি পাগল হোৱা বুলিয়ে ভাবিছোঁ 🙏👍🏻
@hitenkalita3686
Жыл бұрын
অধ্যক্ষ আপুনি কিয় বহি আছে আপোনাৰ সদনত কি হৈছে তাক ভালকৈ চাওক এনে বেবস্হাই আপোনাক সেয়া কৰিব
@manjugohain6786
Жыл бұрын
X এইয়াই নেকি প্ৰবৃত্ত সদনৰ শাসকীয় পক্ষৰ শিষ্টাচাৰ ??!
@abdulchowdhury611
Жыл бұрын
Pl out of Assembly senior Ministers
@prafulladeka166
Жыл бұрын
সদন অপবিত্ৰ কৰা অপৰাধত অধাক্ষই ব্যাৱস্থা লব নোৱাৰিলে নিজৰ অপাৰাগতাৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি সদনৰ পবিত্ৰতা ৰক্ষা কৰা ভাল
@pradipchabukdhara1809
Жыл бұрын
গাহৰিৰ গৰালত গাহৰিৰ অসভ্য আচৰণ ৷
@gagantalukdar3201
Жыл бұрын
ভাগ্য ভাল ভৰি দুখন দাঙি বুঢ়া আঙুলি কেইটা নেদেখুৱালে 😂😂😂
@dreamwithxdk3901
Жыл бұрын
😂😂
@rimjimnath558
Жыл бұрын
অখিল গগৈ এজন দক্ষ বিধায়ক বুলি প্ৰমাণিত কৰি দিলে মন্ত্ৰী গৰাকীয়ে
@puspadhardowarah1932
Жыл бұрын
পতনৰ সময় আহি পৰিছে যে!!পতনৰ এয়ে লক্ষণ।
@digantachangmai1076
Жыл бұрын
চন্দ্ৰ মোহনে আজি আ এচ বা বিয়েৰ বহুত খালে যেন লাগিছে
@RejiaSultana-np5kh
Жыл бұрын
বেয়া কথা হৈছে।
@seutibhuyan
Жыл бұрын
লৰা হত ডাঙৰ হলে মন্ত্ৰী হবি আৰু বেলেগ মন্ত্ৰীৰপেণ্ট খুলিব
@utpalgoswami1990
Жыл бұрын
😅 পাটোৱাৰী বগৰা মানুহ নহয়নে ? বুঢ়া আঙুলি দেখুৱাই দিয়ে ৰল পিন্ধি থকা চোলা-পেন মে খুলি নিদিলে। নে কি কয়?
@rinagogoi2821
Жыл бұрын
অধ্যক্ষ এতিয়া কি কৰিব ?
@jahangirmondal3354
Жыл бұрын
Good Q
@binoynath9605
Жыл бұрын
কি লেওৰা কৰিব,বিৰোধীতা কোনোবা বিধায়কে এনেকুৱা আচৰণ কৰিলে লগে লগে বাহিৰ কৰি দিলহেতেন।তাৰ বাহিৰে কি জানে।।
@rohijuddin4215
Жыл бұрын
জন নেতা হৈ ভদ্ৰতা জনা উচিত।
@birenbharali4536
Жыл бұрын
সেই তো আগৰে পৰা অভদ্ৰ
@morisika4730
Жыл бұрын
দামি কাপোৰ পিন্ধিলে মানু্হ ভদ্ৰলোক হৈ নাযায়। কথা টে কটা যায় কথা টে বটা পায়।
@probinkumarkakati6151
Жыл бұрын
তাৰ আঙুলি কেইটা কাটি পেলাব লাগিছিল ?পতনৰ সময় আহিল ?
@mridulkumarborah4181
Жыл бұрын
Evergreen picture of Assam Assembly.
@অসমীয়াপৰিয়াল
Жыл бұрын
কোনো কাম নাইকীয়া মন্ত্রী এইজন, নাম নথকা মন্ত্রী, ।
@nirmalsaikia2075
Жыл бұрын
এই ধৰণৰ নেতাই গুৱাহাটীত মাছ বজাৰত বহি মাছ বেছিলে দেখিও ভাল লাগিব
@nilupawansaikia9577
Жыл бұрын
অধ্যক্ষ জনে কি কৰি আছে। কাম নথকা অধ্যক্ষ । BJP ৰ চামচা ।
@chitranath-x9s
Жыл бұрын
কালি মূখ্যমন্ত্রীয়ে অখিল গগৈক সদনত কথা কেনেকৈ কব লাগে তাৰ নীতি শিক্ষা দিছিল। কিন্তু আজি চন্দ্রমোহন পাটোৱাৰীয়ে বুঢ়া আঙুলি দেখুৱাৰ ক্ষেত্রত হিমন্ত বিশ্বশর্মা এণ্ড কোম্পানীয়ে কোনো ধৰনৰ প্রতিক্রিয়া নেদে খুৱালে ৷ শাসক হলে সকলো মাফ হয় নেকি ? বুৰঞ্জীৰ পাতত কলা অধ্যায় হিচাবে চিহ্নিত হৈ ৰব আঞ্চলিকতা বাদৰ পোচাক সোলোকাই পেলোৱা চন্দ্ৰমোনেৰ কথা ৷
@bkp9774
Жыл бұрын
তাৰ মুৰত মাল নাই, অতি ফালটো মানুহ এইটো। ঘৈনিএকে কেতিয়াবা ই এৰি দিব লাগিছিল।
@chetia847
Жыл бұрын
জ্ঞান নোহোৱা মন্ত্ৰী মুৰত ধৰিছে অসংকা ৰেৰে । জনতাই বুঢ়া আঙলি দেখুৱাব সময় আহি আছে ।
@HiteshDeka-hp7nf
Жыл бұрын
Akhal gogoi thanks and good,
@hiteshkalita9067
Жыл бұрын
চন্দ্ৰমোহনে পবিত্ৰ সদনত বুঢ়া আঙুলি দেখুৱালে।ভাগ্যভাল যে চন্দ্ৰ মোহনে নাঙঠ নহল
@ManasJyotidasTagar-se7di
Жыл бұрын
চন্দ্ৰ্মোহন পাতোৱাৰী তই এজন আজি আমাৰ বাবে এখন এৰাবাৰি।তোৰ বুৰা আংগুলি তোৰ চৰিত্ৰৰ গাত লগা কলা চিয়াঁহী।তই এতা বুৰা শগুন কংগ্ৰেছে এইবাৰ দিব তোক উপহাৰ দিব মৰা শেগুন
@jalaluddinahmed9888
Жыл бұрын
এইসকল মানুহৰ বাবেই বিধানসভাৰ পবিত্ৰতা নষ্ট হৈছে । মন্ত্ৰী হলেই নহব সদনৰ মৰ্যদা ৰক্ষা কৰিবলৈ জানিব লাগিব । মন্ত্ৰীৰ এনে আচৰন দূৰ্ভাগ্যজনক ।
@JayantiSaikia-qm6vj
Жыл бұрын
Patuaria babahar najana jodi gogoir para sikib laga.
@DinoChutia
Жыл бұрын
বিনাশ কালে বিপৰীত বুদ্ধি ।
@pgoswami5378
Жыл бұрын
ইগো মন্ত্ৰীৰ এলা আৰো কি হইল। সদনত থাকিয়া থাকিয়া বুঢ়া হৈয়া গেইল,কিন্তু নিজেৰ সন্মানটাকে ৰাখিবা নাজানিল। এংকা কৰিয়া আৰো বুঢ়া আংলি দেখায় না? ইগো অশিক্ষিত মাঞ্চিৰ লাগান কাজ কৰিয়া দেখাইল।চেহ..........।
@rupenchdeka6297
Жыл бұрын
এইবোৰৰ হাতত অসম
@jaduroy2449
Жыл бұрын
Right 100%
@samsulhaque4571
Жыл бұрын
বানদৰে নাৰিকলৰ মুলল নাজানে।এই জনোএজন বান্দৰ ।
@bikashsonowal1048
Жыл бұрын
বুঢ়া গৰুবোৰ পথাৰত চৰিবলৈ এৰি দিব লাগে।কাৰণ বুঢ়া গৰুৰ কাম নাই।
@abdulchowdhury611
Жыл бұрын
What was demerit againest minorities grand
@IftikharAhmed-ec8zu
Жыл бұрын
তিৰোতা মানুহে কাজিয়া লাগিলে এনেকৈ বুঢ়া আঙুলি দেখুৱাই।😂
@EtcAxom
3 ай бұрын
ক্ষমতাই মূৰত ধৰিছে।। জয় শ্রী ৰাম
@nkdas7082
Жыл бұрын
আজি বুঢ়া আঙুলি দেখুৱালে, কাইলৈ চেন্দেল বা জোটা হাতত তুলি ল’ব ৷ তেনেকুৱা মানুহক ভোট দি নিজকে মূৰ্খৰ পৰিচয় দিয়াৰ পৰা ৰাইজে বিৰত থাকে যেন ৷
@digantajyotibordoloi5528
Жыл бұрын
এই টু এখোব সৰা ই চন্দ্ৰত থাকিব লাগে ই কথা কব নাজানে পবিত্ৰ সদন নহয় এতিয়া কাজিয়া কৰা ঠাই
@upasanabindas6640
Жыл бұрын
ৰাইজ সচেতন হওক
@hiranyakumarbhuyan403
Жыл бұрын
শাসকীয় মন্ত্ৰী-বিধায়কে দিক-বিদিক হেৰুৱাই পেলাইছে ৷এই মন্ত্ৰীজনক সদনৰ পৰা বহিষ্কাৰ কৰা নহল কিয়?
@jatindranathsarma9392
Жыл бұрын
এই সকল মন্ত্ৰী,বিধায়কক আমিয়েই নিৰ্বাচন কৰি পঠাইছো,ইয়াতকৈ দুৰ্ভাগ্য কি হ'ব পাৰে।
@popingogoi2605
Жыл бұрын
গণ পৰিষদ পৰা বিজেপিলৈ গৈ অসমৰ হৈ কি কৰিলে সদনত গৈ বুঢ়া আঙুলিদেখুৱাবলৈ শিকিছেহে। লাজ লাগে এজন পতিনিধিক কেনে ধৰণৰ ব্যৱহাৰ কৰিব লাগে তাকো নিহিকিলে। অসমৰ ৰাইজক আপোনালোকে বুঢ়া আঙুলিৰ দেখুৱালে। অকল অখিল গগৈক দেখুৱা নাই। ছি ছি
@JayprioNath
Жыл бұрын
বিধানসভাৰ সভাত যোৱাৰ আগত বিধানসভাৰ নিয়ম নিতিৰ বিষয়ে জনা উচিত
@mukul589
Жыл бұрын
Suspend him... Runing.... Assembly...
@MonujchutiaMonujchutia-r7w
Жыл бұрын
অধ্যক্ষজনেই মহামুৰ্খ
@BiruRabha-qj7pm
Жыл бұрын
নিজৰ ব্যৱহাৰেই নিজৰ পৰিচয়
@priyagaming8309
Жыл бұрын
এইজাকৰ আচৰণ দেখিলে ভদ্ৰলোক যেন নালাগে। গোটেইজাক অপ্ৰবিত্ৰ, চুৰ, কেলেংকাৰী ব্যক্তি। 😊
@bigboss.3213
Жыл бұрын
এইজন অসমৰ ইতিহাসৰ আটাইতকৈ অপদাৰ্থ মন্ত্ৰী
@trishnakalita4154
Жыл бұрын
এই বুঢ়া মানুহ জনৰ এনেকুৱা আচৰণ হব লাগে নে বাৰু?
@harendranathkalita990
Жыл бұрын
এজন প্ৰতিনিধিৰ গুন্দাগিৰী আচৰণ।
@jhoondeka8568
Жыл бұрын
বুঢ়া মন্ত্ৰী একো নাজানে, হাৱাতে মন্ত্ৰী হৈ আছে
@aniramrabha3218
6 ай бұрын
বিধানসভাতোনো এনেকৈ বুঢ়া আঙুলি দেখুৱায় না ধেৎ.......!
@monjitgogoi4680
Жыл бұрын
মহা মূখ
@Abhichetia123
Жыл бұрын
গৰু এই টো মিয়া জাত পাত হয় ই মাক্কা
@KailashBarman-ej8md
Жыл бұрын
জন সাধাৰণৰ সমশ্যৰ কথাৰ কব নোৱাৰি সিংহ হ'ব বিচাৰিছে বুঢ়া আঙুলি দেখুৱাই।
@ushagoswami6751
Жыл бұрын
He is a unlimited person .
@krishanthakuryathakurya2412
Жыл бұрын
ভাল কৰিছে পাটোৱাৰীয়ে।
@firuzuddin9961
Жыл бұрын
Beleg dole kora hoi loge loge suspend hol hoi
@jaihind8229
Жыл бұрын
BJP hatao desh bachao.bjp hatao Assam bachao
@birenkurmi8464
Жыл бұрын
ৰাইজৰ প্ৰতিনিধিৰ এনে আচৰণ জনসাধাৰ এইয়ে প্ৰতিনিধিৰ আচৰণ
@monikaboruah2786
Жыл бұрын
Fatuaa manuh
@ferozali5414
Жыл бұрын
সকলো মন্ত্ৰী বিধায়ক আচৰণ বোৰ অক্ষুন্ন ৰাখক ধন্যবাদ।
@Gunajitdas-vn7wg
Жыл бұрын
8:18
@tapanbaishya9349
Жыл бұрын
Eiya ki kobo mama ji
@saharulchoudhury4258
Жыл бұрын
Proudy hoise
@pabindas6525
Жыл бұрын
পাটোৱাৰীয়ে বুঢ়া আঙুলি দেখুৱালে কেইজন মানে দাত উলিৱাই হাহিছে সেই কেইটাৰ লাজ চৰম নাই নে ?অসমত নিলাজ সন্মিলন পাতে যদি সেই নিলাজ কেইটাই নিলাজৰ বটা লাভ কৰিব
@nabatalukdar2776
Жыл бұрын
চাবলৈ লাজ লাগিছে ৷ ছিঃ..ছিঃ...
@PodumHazarika-y4l
Жыл бұрын
C M P.Anguli.Kati Dino Lage
9:25
8th Pay Commission Gets Cabinet Nod l দুগুণ হ'ব চৰকাৰী চাকৰিয়ালৰ দৰমহা ! N18V
News18 Assam/Northeast
Рет қаралды 4,6 М.
33:48
City News | মহিলা উদ্যমিতা আঁচনিৰ বাবে ২ হাজাৰ কোটি টকাৰ অনুমোদন ৰাজ্যিক কেবিনেট
News18 Assam/Northeast
Рет қаралды 542
00:30
😺🍫 خدعة الشوكولاتة المذهلة لقطتي! شاهد كيف تعلمني قطتي القيام بها! 😂🎉
PuffPaw Arabic
Рет қаралды 17 МЛН
01:10
1% vs 100% #beatbox #tiktok
BeatboxJCOP
Рет қаралды 67 МЛН
00:17
Sigma Kid Mistake #funny #sigma
CRAZY GREAPA
Рет қаралды 30 МЛН
00:57
伪装成一棵树整蛊妹妹,结果妹妹当场怀疑人生竟要揍我?【两只马儿-恶搞姐妹】
两只马儿—恶搞姐妹
Рет қаралды 44 МЛН
28:36
আহি আছে পঞ্চায়ত নিৰ্বাচন। কাৰ বাহুত কিমান বল প্ৰমাণ হ’ব পঞ্চায়ত নিৰ্বাচনত।
DY365
Рет қаралды 60 М.
10:01
বিজেপিৰ ৰাজ্যিক সভাপতি নিৰ্বাচন প্ৰায় চূড়ান্ত
ND24
Рет қаралды 857
20:15
Loksabha Election 2024 | কংগ্ৰেছে দখলত ৰাখিব পাৰিবনে নগাঁও? সুৰেশ বৰাৰ পক্ষত পৰিবনে সংখ্যালঘুৰ ভোট?
News18 Assam/Northeast
Рет қаралды 545 М.
7:22
“Jab Tak Main Zinda Hoon…” Assam CM Himanta Biswa Sarma vows to eradicate child marriage
ANI News
Рет қаралды 1 МЛН
4:19
Assam chief minister Himanta Biswa Sarma slams Chandra Mohan Patowary, know why?
Prag News
Рет қаралды 39 М.
17:50
Opposition Alliance : এনেকৈয়ে হ'ব নে মিত্ৰতা ? Assam Politics
News18 Assam/Northeast
Рет қаралды 51 М.
2:46
পৃথিবীর সামনে এক ফি/লি/স্তি/নি/র কান্না | PALESTINE | EKATTOR TV
Ekattor TV
Рет қаралды 851 М.
5:16
Congress Protest : কংগ্ৰেছৰ প্ৰতিবাদৰ পিছতে ৰাজভৱনৰ সমীপত BNSৰ ১৬৩ ধাৰা জাৰি। N18V
News18 Assam/Northeast
Рет қаралды 107 М.
58:19
রাষ্ট্র সংস্কার ও জামায়াতের ভবিষ্যৎ পরিকল্পনা | Bangladesh Jamaat-e-Islami | TBN Special | Ep 289
TBN24
Рет қаралды 230 М.
5:47
এইবাৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাক উভতি ধৰিলে ৰিপুণ বৰাই
Pratidin Time
Рет қаралды 196 М.
00:30
😺🍫 خدعة الشوكولاتة المذهلة لقطتي! شاهد كيف تعلمني قطتي القيام بها! 😂🎉
PuffPaw Arabic
Рет қаралды 17 МЛН