FINAL REPORT | অসমীয়াৰ বাবে আজি এক ঐতিহাসিক গৌৰৱৰ দিন | অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি |

  Рет қаралды 16,274

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

FINAL REPORT | অসমীয়াৰ বাবে আজি এক ঐতিহাসিক গৌৰৱৰ দিন | অসমীয়া ভাষাক ধ্ৰুপদী ভাষাৰ স্বীকৃতি |
লগতে চাওঁক দিনটোৰ বহু গুৰুত্বপূৰ্ণ খবৰ |
#assameselanguage #cmhimantabiswasarma #guwahatinews #assamweather
#news18assamnortheast #AssamNews #assamesenews #newsinassam #northeastnews #northeastindia
News18 Assam Northeast | Assam News | News in Assam | Assamese News | Northeast news | Northeast India |
প্ৰতিটো বা-বাতৰিৰ বাবে এতিয়াৰ পৰা উপলব্ধ News18 Mobile App । onelink.to/des... এই লিংকত ক্লিক কৰি ডাউনলোড কৰিব পাৰে News18 Mobile Appটো ।
News18 Assam is one of the Assam’s leading news channel. News18 Assam Northeast brings you the latest and live Assamese news from Assam and other Northeastern states with a complete package of Assam live news and current happenings of Northeast, national and global news in Assamese. News18 Assam Northeast is the quickest when it comes to deliver the latest updates and breaking news in Assamese.
দিনটোৰ প্ৰতিটো অসমীয়া খবৰৰ কাৰণে চাওক News18 অসম North East । প্ৰতিটো মুহূৰ্তৰ প্ৰতিটো শুদ্ধ খবৰৰ কেৱল News18 Assam North Eastত
Download our News18 Mobile App - onelink.to/des...
Please follow up page to watch live and breaking news with latest videos added very hour.
To subscribe our channel click here tinyurl.com/y5...
Please visit our website bit.ly/3g1dDtF for latest opinions and detailed news coverage, Pictures, Entertainment, Sports, Cricket and Lifestyle Updates.
Get latest news updates as they happen on your phone, Download our app: Android: bit.ly/2ussJls , iPhone: apple.co/2usJEEm
To subscribe our channel click here tinyurl.com/y5...

Пікірлер: 123
@mintusaikia8875
@mintusaikia8875 Күн бұрын
সুন্দৰ অনুভূতি। ভাল লাগিল।
@prodyoutbhuyan5031
@prodyoutbhuyan5031 Күн бұрын
অতি সুন্দৰ, মাননীয় প্ৰধানমন্ত্ৰী মোডী ডাঙৰীয়ালৈ অশেষ ধন্যবাদ আৰু আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ 🙏🙏
@BharatSaikia-nj5vn
@BharatSaikia-nj5vn Күн бұрын
আইৰ মুখৰ মৰমৰ মাত অসমীয়া ভাষা স্বীকৃতিয়ে মোৰ দেহ মন আজি উদবাউল হৈ পৰিছে আনন্দত ৷ ধন্যবাদ মোডী ডাঙৰীয়া ৷ অসমীয়া ভাষাৰ বাবে অসমীয়াই ভাষা আন্দোলন কৰিব লগা হৈছিল ৷
@pulinsharma8826
@pulinsharma8826 Күн бұрын
ধন্যবাদ মোডীৰ কৃতজ্ঞতাত স্হান পালে অসমীয়া ভাষা ।
@tanugogoi1305
@tanugogoi1305 21 сағат бұрын
চিৰ চেনেহী মোৰ ভাষা জননী অসমীয়া ভাষাই আজি ধ্ৰুপদী ভাষালৈ সীকৃতি পোৱাত অসমবাসীৰ আজি আমি প্ৰতিজন অসমীয়াই অতিকৈ গৌৰাম্বিত বুলি নিশ্চয়কৈ ক'ব পাৰো । কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ এই মহান আদৰণীয় ঐতিহাসিক পদক্ষেপক অতি আন্তৰিকতাৰে সশ্ৰদ্ধ প্ৰণাম ও অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ 🙏
@JohirulIslam-fb1en
@JohirulIslam-fb1en Күн бұрын
ভাল খবৰ।আপোনালোকে আগবাঢ়ি যাওক।
@GopalRoy-ff5dq
@GopalRoy-ff5dq Күн бұрын
জয় আই অসম। অসমীয়া ভাষা চিৰযুগমীয়া হওক।
@anitabora2238
@anitabora2238 Күн бұрын
Proud moment 4t Assamese language Thank u Himnt mama and.p m modi
@arcia84
@arcia84 Күн бұрын
ভাল কথা মোডীৰ দাঙৰিয়ালৈ ধন্যবাদ থাকিল
@RupkantaPathori-sk3ru
@RupkantaPathori-sk3ru 17 сағат бұрын
ঠিকেই আছে ইয়াৰ লগতে অসমীয়াৰ আৰ্থিক ভাবে উন্নতি হোৱাও আমি বিছাৰো ।
@shreddedface6039
@shreddedface6039 Күн бұрын
মোৰ মা অসমি আইৰ মুখৰ মাতটো দুহাজাৰ বছৰৰ পূৰনি হয়,গতিকে ভষাটিক চিকৃতিৰ বাবে সকলো লৈ সুভকামনা থাকিল।🙏🏿
@anupamklt266
@anupamklt266 Күн бұрын
Proud moment 4r Assamese language..
@abanidas6895
@abanidas6895 13 сағат бұрын
জয় আই অসম। ধন্যবাদ।
@mosumassamese4171
@mosumassamese4171 Күн бұрын
CM sir Zindabad❤😊
@mijanurmusiccompany4194
@mijanurmusiccompany4194 Күн бұрын
Very very good. এয়া হ'ল অসমৰ উন্নতি।অসম চৰকাৰ ধন্যবাদ ভাৰত চৰকাৰ ধন্যবাদ
@HaliramRabha-l2j
@HaliramRabha-l2j Күн бұрын
ধন্যবাদ মোডীৰ কৃতজ্ঞতাত অসমীয়া ভাষাই স্থান পালে।
@rimirabha7181
@rimirabha7181 20 сағат бұрын
বুহুত ভাল লাগিল মদি দাঙৰিৱা
@timpalgogoi5251
@timpalgogoi5251 Күн бұрын
ভাল পাইছো শমা মামাক জাতে বাংলা ভাষা লগত একো খেলী মেলী নাথাকে।
@RITULDeka-mk9wt
@RITULDeka-mk9wt 15 сағат бұрын
জয় আই অসম ।
@abhijitgogoi16
@abhijitgogoi16 23 сағат бұрын
অসমীয়া হিচাপে গৌৰৱান্বিত।
@mohanchutia9506
@mohanchutia9506 23 сағат бұрын
অতি সুন্দৰ প্ৰদক্ষেপ ধন্যবাদ।
@assamlover8084
@assamlover8084 Күн бұрын
ধন্যবাদ ছাৰ
@ajantasharma7949
@ajantasharma7949 23 сағат бұрын
অতি সুন্দৰ বাতৰি 🙏
@charudas947
@charudas947 Күн бұрын
Thanks honourable p m
@tumonbaruah-dg5wj
@tumonbaruah-dg5wj Күн бұрын
❤❤❤ ভাল লাগিল
@pabankumar4461
@pabankumar4461 20 сағат бұрын
অসমৰ সকলো ধৰণৰ শিক্ষানুষ্ঠানত অসমীয়া ভাষাৰ শিক্ষা ,তাৰ ৰূপতত্ত্ব পুংখানোপুংখকৈ শিকা আৰু শিকোৱাটোও বাধ্যতামুলক কৰিব লাগিব । বৰমুৰীয়া সকলৰ লৰা ছোৱালী বিলাকক অসমীয়া ভাষাৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ প্ৰচেষ্টা কৰিব লাগিব । অসমীয়া কিতাপ পত্ৰ পহাৰ মানসিকতা প্ৰস্তুত কৰিব লাগিব ।পৰীখি্খাত মাত্ৰ নম্বৰ পাবলৈ পহাৰ চিন্তা টোৰ পৰা মুক্ত কৰি তাৰ তাত্তিক চিন্তাত আত্মনিয়োগ কৰিলেহে বৰ্তমানৰ প্ৰজন্মৰ দাৰা অসমীয়া ভাষাৰ অস্তিত্ব থাকিব ।
@bhadreswarbora7107
@bhadreswarbora7107 15 сағат бұрын
অসম চৰকাৰৰ আৰু ভাৰত চৰকাৰ লৈ ধন্যবাদ ।
@RimaSonowal-g8r
@RimaSonowal-g8r 21 сағат бұрын
সুন্দৰ
@kanulalacharjee1557
@kanulalacharjee1557 18 сағат бұрын
অতি সুন্দৰ
@AmritaRay-jr8cv
@AmritaRay-jr8cv 14 сағат бұрын
জয় আই অসম
@achyotdewri3770
@achyotdewri3770 18 сағат бұрын
অতি সুন্দৰ !! অন্তৰৰ গভীৰতমৰ পৰা কৃত্জ্ঞতা জ্ঞাপন কৰিছো ভাৰতৰ প্ৰধান মন্ত্ৰী মাননীয় মোদী ডাঙৰীয়া আৰু অসমৰ মাননীয় মুখ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া লৈ । আমাক এতিয়া কোনেও হাঁহিব নোৱাৰে।
@rubulbaruah9669
@rubulbaruah9669 14 сағат бұрын
সুন্দৰ ❤
@harinathboruah8648
@harinathboruah8648 17 сағат бұрын
We are greatifull to respected PM,India. Salute.
@PADMAK-y8u
@PADMAK-y8u 16 сағат бұрын
প্ৰণাম জনাইছো, মোৰ ভাষা জননী লৈ ।
@Putulxyz
@Putulxyz Күн бұрын
🎉🎉🎉 dhonyabad .....
@barbideka9718
@barbideka9718 Сағат бұрын
ভাল খবৰ
@mohannath6515
@mohannath6515 Күн бұрын
জয় আই অসম মাতৃভাষা
@amiyamazudermazumder5301
@amiyamazudermazumder5301 20 сағат бұрын
বহুত ভাল লাগিল।
@kailashbharali5604
@kailashbharali5604 20 сағат бұрын
Ai mor sir senehi. Matri janani janmbhumi ai asami . Jay ai assam.
@jayantarabha4009
@jayantarabha4009 23 минут бұрын
হাঁহি হাঁহি হাঁহি আমি অসমীয়া অসমীয়া হৈ জীয়াইথাকিম জীয়াই থাকিব জয় আই অসম।
@kalpanagogoi3926
@kalpanagogoi3926 Күн бұрын
ধন্যবাদ সন্মনীয় সকলো মন্ৰী ডাঙৰীয়া লৈ
@mintudas7915
@mintudas7915 Күн бұрын
I love assamese language. And bangla language.
@BirenGogoi-dt1tb
@BirenGogoi-dt1tb 14 сағат бұрын
অতি সুন্দৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী লৈ অশেষ ধন্যবাদ থাকিল
@arunchandrasarkar8087
@arunchandrasarkar8087 15 сағат бұрын
চিৰ চেনেহী মোৰ ভাষা আজি জগতৰ মজিয়াত। আজি আমাৰ গৌৰৱৰ দিন। ভাষা আন্দোলনৰ শ্বহীদ ক শ্ৰদ্ধাৰে সুঁৱৰিছো। লগতে মাননীয় প্ৰধান মন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিলোঁ।
@MadhbBoruah
@MadhbBoruah 22 сағат бұрын
Dhanyabad CM and PM
@pankajdutta9131
@pankajdutta9131 Күн бұрын
নকল লিপিৰে সৈতে বঙালী ভাষা ধ্ৰুপদী (classical) ভাষা কেনেকৈ হব পাৰে। ✓ বাংলা ভাষা লিখিবলৈ বৰ্তমান ব্যৱহাৰ হৈ থকা লিপি মূলতঃ অসমীয়া লিপি। ✓ বাংলা ভাষা লিখিবলৈ ব্যৱহাৰ হৈ থকা লিপি মৌলিক অথবা নিজস্ব নহয়। অসমীয়াৰ ৰ টোক 'ব়' আৰু 'ৱ' আতৰাই বাংলা লিপি নামাকৰণ কৰা হৈছে ১৮৫৫ চনত (ঈশ্বৰচন্দ্ৰৰ বিদ্যাসাগৰ)। ✓বঙালে ইংৰাজ শাসনত লবী (lobby) কৰি অসমীয়াৰ প্ৰচলন বন্ধ কৰি দিয়ে যাতে নতুনকৈ (১৮৫৫) পোৱা লিপিৰ সৈতে বাংলা এটা মৌলিক আৰু পৰিপূৰ্ণ ভাষা হিচাপে স্বীকৃতি পায়। [পাছত আনন্দৰাম ঢেকিয়াল ফুকনৰ নেতৃত্বত অসমীয়া ভাষাৰ পুনৰ প্ৰচলন কৰা হয়। ] ✓ অসমীয়া লিপিৰ সৃষ্টি পঞ্চম শতিকাত (5th century).
@jagadishsarmah.3933
@jagadishsarmah.3933 Күн бұрын
Great 💯news 📰. Joi aai asom.
@chandrabijoyhazarika3867
@chandrabijoyhazarika3867 20 сағат бұрын
মাননীয় প্ৰধানমন্ত্ৰী আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ালৈ অন্তৰৰ গভীৰতৰ কোনৰ পৰা ধন্যবাদ আৰু সেৱা জনালোঁ।
@hemkantaborah7434
@hemkantaborah7434 18 сағат бұрын
অসমৰ পাট-মুগা শিল্পটো গুজৰাটী য়ে চুৰি কৰাৰ পৰা প্ৰতিৰোধ কৰিব লাগে।
@voice_of_Talukdar1
@voice_of_Talukdar1 Күн бұрын
অ, ভা, উ, সা, সভাৰ সেই সপোন আজি পূৰ্ণ উদয় হল শ্ৰদ্ধাৰ গণপ্ৰিয় মুখ্যমন্ত্ৰী জনাৰ ভাষাপ্ৰীতিৰ হতু। ধন্যবাদ, নমস্কাৰ।
@dipankarsarma8668
@dipankarsarma8668 13 сағат бұрын
শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ অশেষ ধন্যবাদ ❤🙏🏽
@DaulatPhukon-nz2pm
@DaulatPhukon-nz2pm Күн бұрын
মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক বহুত বহুত ধন্যবাদ।
@Shsbzyqn123
@Shsbzyqn123 23 сағат бұрын
Great achievment
@Shsbzyqn123
@Shsbzyqn123 23 сағат бұрын
Assamese is an independent language ,its glorification is our duty
@BHODRESWARBORA-y6l
@BHODRESWARBORA-y6l Күн бұрын
ধন্যবাদ সকলোকে।
@birendas8422
@birendas8422 Күн бұрын
Many many thanks to Norendra Modi sir thank you.
@biswajitkaptak4424
@biswajitkaptak4424 Күн бұрын
ধন্যবাদ
@nirmalsartschool6295
@nirmalsartschool6295 18 сағат бұрын
চিৰ চেনেহী মোৰ ভাষা জননী।🙏
@tigerbarhai2454
@tigerbarhai2454 22 сағат бұрын
Moja joi ai axom Tai language tu olop sabo lage
@gunakantabaruah6243
@gunakantabaruah6243 Күн бұрын
I am thankful.To Prime Minister of India.My Assamese language now will be recognised internationally for widespread publicity in various languages of this World.
@JayantaDas-ck8wr
@JayantaDas-ck8wr 23 сағат бұрын
Congretchulation
@darshanandhereverythingbhu7996
@darshanandhereverythingbhu7996 Күн бұрын
Upayukta dekhar pratinidhi thakile Assomiya aru Asom nissay hurakhit arú aguwai jaba, thank you CM of Assam & PM modi ji
@prashantamorang6971
@prashantamorang6971 15 сағат бұрын
Very good news
@KhitishDas-qh4kf
@KhitishDas-qh4kf Күн бұрын
যি কেইজন ব্যক্তিয়ে কৰিলে ‌ তেখেত সকললৈ ধন্যবাদ
@SyedShahjahanAhmed
@SyedShahjahanAhmed 4 сағат бұрын
Well come to my Assamese language .
@harrisnarahcreation3355
@harrisnarahcreation3355 6 сағат бұрын
Aru keidin manor pasot sage bikri jabo 🙏🙏🙏
@horishsonowal383
@horishsonowal383 23 сағат бұрын
Very nice DaDa.
@quithmarak8324
@quithmarak8324 Күн бұрын
Very good 👍
@DharaniDharDas-j2b
@DharaniDharDas-j2b 19 сағат бұрын
Jay ai assa
@jaangaonkhowa1824
@jaangaonkhowa1824 Күн бұрын
চিৰ চেনেহী মোৰ ভাষা জননী ধন্যবাদ মোদী ডাঙৰীয়া
@RITULDeka-mk9wt
@RITULDeka-mk9wt 14 сағат бұрын
চিৰ চেনেহী মোৰ ভাষা জননী ।
@aswinithakuria1990
@aswinithakuria1990 3 сағат бұрын
জই আই অসম প্ৰধান মন্ত্ৰী মোদী
@bhupenboruah3937
@bhupenboruah3937 13 сағат бұрын
Good
@brojenkhargharia15
@brojenkhargharia15 Күн бұрын
Assameya vashar baba dojona gurur sankor madhobor Boho abodan asa pahorela nohobo joi guru sonkor madhobo
@pankajdutta9131
@pankajdutta9131 Күн бұрын
(১) অসমীয়া ভাষা বঙালী ভাষাতকৈ হাজাৰ বছৰতকৈ বেছি পুৰণি। (২) বাংলা লিখিবলৈ ব্যৱহাৰ হৈ থকা বৰ্তমানৰ লিপি সৌসিদিনা ১৮৫৫ চনত ঈশ্বৰ চন্দ্ৰ বিদ্যাসাগৰে অসমীয়া লিপিৰ পৰা নকল কৰি লিখা [('ৰ' টোক ব় কৰিছিল) আৰু নতুনকৈ লিখা ব় আখৰতো 'ৱ' আখৰৰ সৈতে মিল থকাত বিভ্ৰান্তি হোৱাত 'ৱ' আখৰটো নোহোৱা কৰিলে)] (৩) 'ৱ' আখৰটো নোহোৱাৰ বাবে শিৱ আদি শব্দ বঙালীত শিব হৈ পৰে (দেৱনাগৰী লিপিতো 'ब'/'ব' আৰু 'व'/''ৱ' দুয়োটা বেলেগ আখৰ, য'ত শিৱক 'शिव' লিখা হয়, शिब নহয়।) বঙালীৰ নকল লিপিৰ সীমাবদ্ধতাৰ বাবে ই এটা পঙ্গু লিপি হিচাপে পৰিচিত হ'ল। (৪) হিন্দু ধৰ্মৰ যাগ-যজ্ঞত ব্যৱহাৰ হোৱা মন্ত্ৰ আদিৰ সিদ্ধিৰ ক্ষেত্ৰত ইয়াৰ সঠিক উচ্চাৰণ নিতান্তই প্ৰয়োজনীয়। আৰু বাংলা ভাষাই লিপি নকল কৰিবলৈ গৈ 'ৱ' আখৰটো নোহোৱা কৰাত 'শিৱ', 'শিৱায়' আদি শব্দ উচ্চাৰণ কৰিব নোৱাৰি ('शिवाय' শুদ্ধ, शिबाय ভুল)।
@RajuDas-b2i
@RajuDas-b2i Күн бұрын
No Bengali language Assamese language t koi old. Bengali r pora odiya language hoise. Bidyasagar e Modern bengali language sristi korisil. Kintu Ancient bengali language agor pora asil. Charyapada sobotkoi old bengali literature ( 10 th century). But Assamese language r developed hoisil 12 th century t. So bengali language is old.
@Nangkoi45
@Nangkoi45 Күн бұрын
@@RajuDas-b2i 🤣🤣🤣 Bengali pora odia hoise pagol.. Abar wikipedia t search kori sa toi Language vitorot 1 number odia , 2 number Assamese tar pisot ha Bongal buiso... Amak proof lage.. Without profft All - baal boki lav nai.. Wikipedia t proof kri thoise bengali sobtke younger hoi buiso . Bengali speaker besi karone classical Language pale sage,. Nohole odia and Assamese agot bengali Language Aku nohoi.. Bht notun Language aitu
@RajuDas-b2i
@RajuDas-b2i Күн бұрын
@@Nangkoi45 ki proof ase Assamese old buli. Moi tuk bengali old buli proof di dilu. Charyapada buddist text bengali language t asil. Toi ki proof dibi assamese language oldest buli????
@Nangkoi45
@Nangkoi45 Күн бұрын
​​​@@RajuDas-b2iproff lage tuk hun ramayan sanskrit and tamil r pisote axomia te Translet Hoisilu .. Tar pisot ha Bengali.. Aru kii proof lage tuk haa... ASSAMESE OLDER HOI BLI WIKIPEDIA T ARU KIMAN PROOF ASE SAI LO SABO NAJANO NII TOI.. JIMANE JIYE BHOki NATHKOK LANGUAGE E BHITOROT ODIA AND ASSAMESE OLDER AND SCRIPT BHITOROT ASSAMESE SCRIPT BESI OLDER... AXOM T THKI U TOHOTE AXOMIA TUK PURONA BLI MANIBO TAAN PAU.. KENEKE MANIBI TEJ BANGLADESH, R ASE..
@Amm23008
@Amm23008 Күн бұрын
😂😂😂😂 what's a joke,,,,drupodi bakha mane ki agot Jani lo laj pabi jahataha nokobi
@BharatPanging
@BharatPanging 23 сағат бұрын
Thank❤
@bipulborah4960
@bipulborah4960 22 сағат бұрын
সুন্দৰ পদক্ষেপ , নৰেন্দ্ৰ মোদী ডাঙৰীয়ালৈ কৃতজ্ঞতা জ্ঞাপন কৰিছো ... !
@hiranmayedeka2520
@hiranmayedeka2520 Күн бұрын
আমাৰ দেশৰ জনতাৰ মোভী ভগৱানৰ ৰুপ। মডী প্ৰধান মন্ত্ৰী হোৱাৰ পৰা আমাৰ দেশ খন আকাশলৈ লৈ গৈল। সচাকৈ মভী ভাৰতবৰ্ষৰ জনতাৰ ভগৱান। মভী যদি ভাৰতৰ প্ৰধান মন্ত্ৰ নহলেহেঁতেন তেতিয়াই হলে আমাৰ দেশ ইচলামিক দেশ হৈ গৈল হেতেন। মভী মডী নহয় মডীৰ ৰূপত ভগৱান ❤❤❤❤❤❤❤❤❤❤ অসমৰ জনতাৰ অতিমৰমৰ জনতাৰ হীৰা দাপোন সোণ মুকুটা হিমন্ত বিশ্ব শৰ্মা হিয়াৰ পৰা কৌটি বাৰ ধন্যবাদ মডীক হাজাৰ কৌটি বাৰ ধন্যবাদ। এতিয়া কংগ্ৰেছ উদ্দিন নেতা কেইজনে বা কি কয়। উদ্দিন নেতা কেইজন আ জিবন পৃথিৱীৰ মৰি গৈল। কাৰণ ৰাহুল গান্ধীৰ পৰিয়ালে দেশ চলোৱাৰ পৰা আমাৰ দেশ খন ইচলামিক দেশ বনোৱাৰ পৰা মভী ভগৱানৰ ৰুপ লৈ আহি দেশ খন বচালে। আমাৰ মডী আমাৰ দেশৰ ভগৱান হয়।❤❤❤❤❤❤❤❤❤❤❤
@pallabjyotimanta6103
@pallabjyotimanta6103 4 сағат бұрын
ফটোটো আনি ভগৱানৰ লগত মালা লগাই পূজা কৰি থাকা
@KasinathGohain
@KasinathGohain Күн бұрын
Dhanybd all BJP Sarkar
@jayantasarma6377
@jayantasarma6377 16 сағат бұрын
Thanks to Modi jee
@PriyankaBora-k9o
@PriyankaBora-k9o Күн бұрын
❤❤❤
@LokesworBorha
@LokesworBorha Күн бұрын
Thank. S. ❤ 8:57 9:06
@inglishvlogs1015
@inglishvlogs1015 Сағат бұрын
কোনো কামত নাহে, জুবিন দাই ইতিমধ্যেই কৈছে,
@AzaharAli-y8c
@AzaharAli-y8c Күн бұрын
🎉
@paddakantaBorah-nd5vb
@paddakantaBorah-nd5vb 15 сағат бұрын
অসমীয়া ভাষাক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ বাবে "চিৰ চনেহী মোৰ ভাষাজননী"হৈ মাননীয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী লৈ কোটি কোটি নমস্কাৰ জনালো।
@jagatgogoi3281
@jagatgogoi3281 18 сағат бұрын
অসমীয়া হিচাপে মূখ্যমন্ত্ৰী ডাঙৰীয়া আৰু মোদী ডাঙৰীয়ালৈ ধন্যবাদ জনাইছোঁ
@sibabhuyan3919
@sibabhuyan3919 23 сағат бұрын
ভাৰতৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক অশেষ ধন্যবাদ।
@harrisnarahcreation3355
@harrisnarahcreation3355 6 сағат бұрын
Dukh lagil kintu...Amar language tuk sikriti dibo logat hol ge nnn 😢😢😢🙏🙏
@mridulasonowal8626
@mridulasonowal8626 23 сағат бұрын
প্ৰধান মন্ত্ৰী মোদী ডাঙৰীয়া দেহলৈ শত কোটি আশী বাদ থাকিল 10:18
@KulenGogoi
@KulenGogoi 16 сағат бұрын
অসমৰ বাবে গৌৰৱৰ কথ। কিন্তু কংগ্ৰেছী বিলাকে ইয়াতো বিসংগতি ওলিয়াবলৈ বাট বিচাৰি দৌৰি ফুৰা দেখিবলৈ পোৱা গৈছে😂😂
@RupeshwarKalita
@RupeshwarKalita Күн бұрын
B j. P. Jindabad
@AmritKakati
@AmritKakati Күн бұрын
Purbanchal khilinjia khakolor tyagor sufol....
@MoniDas-rj1ry
@MoniDas-rj1ry 11 сағат бұрын
Light 🚨 বিল komaloey হল এইবোৰ কৰি লাভ নাই
@birenpegu6696
@birenpegu6696 23 сағат бұрын
Modi ji jindabad
@uttamhandique1723
@uttamhandique1723 Күн бұрын
Gourab anubhab karisu.
@BharatigayonGayon
@BharatigayonGayon Күн бұрын
Momta Bongupadhyae au aandulon nokorakoi pale sage
@manojswargiary1403
@manojswargiary1403 18 сағат бұрын
ধ্ৰুপদী মানে কি বুজাই মই বুজিব পৰা নাই। অনুগ্ৰহ কৰি কোনোবাই বুজাই দিব নে?
@funassam7015
@funassam7015 Күн бұрын
অসমীয়া ভাষা টো বাংলা ভাষাৰ পৰা শিষ্ট হৈছিল বাংলা ভাষাৰ পৰা সকলো copy past কৰিছে বাংলা ভাষা অসমীয়া ভাষাতকৈ বহুত পুৰণা ভাষা হিন্দুধৰ্মৰ আটাইবোৰ ৩০০০ পুৰণি শিলালিপি বাংলা ভাষাত লিপিবদ্ধ আছিল তাৰপিছত বাংলা ভাষাৰ পৰা অসমীয়াত লিখাৰ আৰম্ভ কৰিছিল
@Mynagogoi123
@Mynagogoi123 Күн бұрын
😂😂😂😂😂 prove kor sun...? Bangladeshi...
@Nangkoi45
@Nangkoi45 Күн бұрын
Waahh😂
@Sikic2
@Sikic2 Күн бұрын
hence prove they never support Assamese axom r hawa pani khai tahke lastot axomir mukhote muti diye aiburor nisina mnuhe...
@chiranjitsaha7072
@chiranjitsaha7072 13 сағат бұрын
Ki natun purana copy past sob bad de sabse bhal loga kothatu hol Axomiya and Bangali duitao je dhrupadi bhasar stan paise , Jai Aai Axom Jai Hind
@funassam7015
@funassam7015 13 сағат бұрын
@@chiranjitsaha7072 এটোহে ভাল লাগিল আপোনাৰ কথাটো
@AnupamTokbi
@AnupamTokbi Күн бұрын
Mahabharatar poncho0andovor bharjya dropodirr namere sikritidiat hosakoi gorovambitorkotha
@kailashbharali5604
@kailashbharali5604 19 сағат бұрын
Ain sarkarr dint abhelit hoi.asil . Modi sarkare pradhany dise ashes dhanybad.
@HirakantaKuli
@HirakantaKuli Күн бұрын
Mising bakha ketiya grihito koribo
@nktv7755
@nktv7755 Күн бұрын
😅
Minecraft Creeper Family is back! #minecraft #funny #memes
00:26
Стойкость Фёдора поразила всех!
00:58
МИНУС БАЛЛ
Рет қаралды 5 МЛН
Bike Vs Tricycle Fast Challenge
00:43
Russo
Рет қаралды 107 МЛН
Как подписать? 😂 #shorts
00:10
Денис Кукояка
Рет қаралды 8 МЛН
Pakhi || EP-52 || 04-10-2024 ||
18:17
Rengoni TV
Рет қаралды 63 М.
Minecraft Creeper Family is back! #minecraft #funny #memes
00:26