Conflict Between CM VS Ajmal | মুখ্যমন্ত্ৰীৰ মন্তব্যৰ প্ৰত্যুত্তৰ বদৰুদ্দিন আজমলৰ | Assam News

  Рет қаралды 944,788

News18 Assam/Northeast

News18 Assam/Northeast

Күн бұрын

Пікірлер: 270
@Fffygg56
@Fffygg56 Жыл бұрын
এই দুজনক এৰেষ্ট কৰি জেলত ভৰাই ৰাখিব লাগে।কাৰণ তেওঁলোকে অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট হোৱাৰ বাবে উছটনী দিছে। বাকী বিলাক বস্তুৰ দাম বঢ়া নাই নে ?? আজমল আৰু হিমন্ত ইটো সিটোৰ পৰিপূৰক । তেওঁলোকে জনা দৰকাৰ যে,অসমীয়া এটা জাতি, অসমীয়া এটা সংস্কৃতি, অসমীয়া এটা ভাষা, অসমত নিগাজী কৈ বসবাস কৰা সকলো ভাৰতিয় লোকেই অসমীয়া হয়, যদি অ ভাৰতীয় লোক অসমত আছে, চৰকাৰে কৰিছে কি।আজমল এতিয়া দূৰত নহয়, তেঁওলোকৰ আঠোৱাৰ তলত,।
@yuvraj7679
@yuvraj7679 Жыл бұрын
অৰুণোদয় আৰু ফ্ৰী চাউল বন্ধ কৰক।
@lnsarGamer861
@lnsarGamer861 Жыл бұрын
😂Blue❤❤¹ 22 2
@mdtajuddin3934
@mdtajuddin3934 Жыл бұрын
Yes
@nuruddin3106
@nuruddin3106 Жыл бұрын
MIM❤🎉UDF❤🎉
@luhitchangmai5891
@luhitchangmai5891 Жыл бұрын
আমি অসমীয়া 'আমি অসমিঞা নহয়
@saytanathtamuli9975
@saytanathtamuli9975 Жыл бұрын
অসমীয়া উলাই আহক আমাৰ মামা অদাৰ
@mohdjakir5686
@mohdjakir5686 Жыл бұрын
Mama আৰু আজমলৰ নাটক। ৰাইজে সকলো বুজি পায়। মাত্ৰ দুই এজনে পিচে পিছে ঘূৰি ফুৰা লোক আছে
@anilbora2237
@anilbora2237 Жыл бұрын
ভূপেন হাজৰিকাদেৱে বাৰে বাৰে সকিয়াই থৈ গৈছে যে অসমীয়াই নিজক নিচিনিলে অসম ৰসাতলে যাব। অসমীয়াই সদায় কাম কৰাৰ পৰা বিৰত থাকে আৰু আন্দোলন কৰা, প্ৰতিবাদ কৰা, হৈ হৈ হা হা কৰা আদিত ব্যস্ত থাকে। লাচিতৰ কথা কয় কিন্ত লাচিতৰ দৰে কামহে কৰিব লাগে।
@jaihind8229
@jaihind8229 Жыл бұрын
Aibilak netai loti poti khale ai dotai mitir ali ase
@prabinrabha6855
@prabinrabha6855 Жыл бұрын
😊❤
@NaraynPatok-qj5ko
@NaraynPatok-qj5ko Жыл бұрын
💪💪💪💪💪👿🔥 joi ai axom
@rahulchakroborty3364
@rahulchakroborty3364 Жыл бұрын
Zee Zee r, c
@rahulchakroborty3364
@rahulchakroborty3364 Жыл бұрын
Eee . .. ......
@satyamevajayate1274
@satyamevajayate1274 Жыл бұрын
সকলোৱে জানে এইখন ধুনীয়া নাটক বুলি। আৰু ৰাইজে সুন্দৰভাৱে উপভোগ কৰিছে। এই হিন্দু মুছলমানৰ ৰাজনীতি কামত নাহিব এইবাৰ।
@khirodhira3881
@khirodhira3881 Жыл бұрын
Rahu আৰু Ketu এই দুজনে অসম খন বৰ্বাদ কৰিব এদিন।
@ag5541
@ag5541 Жыл бұрын
অসমীয়া আৰু মীঞা প্ৰাথক্য আছে। শব্দ দুটা লক্ষ্য কৰক।
@javedrahman8147
@javedrahman8147 Жыл бұрын
But sound like same
@RinaBora-u9x
@RinaBora-u9x 20 күн бұрын
মন্ত্ৰী মহোদয় ঠিকেই কৈছে।
@meerakhanom532
@meerakhanom532 Жыл бұрын
Thank you sir
@shirajullaskar5293
@shirajullaskar5293 2 ай бұрын
Help poor people,not UCC,
@trailokyaroysinger9677
@trailokyaroysinger9677 3 ай бұрын
Great disison
@ranjondowarah9247
@ranjondowarah9247 Жыл бұрын
Good news H❤❤❤
@mridulchoudhury2504
@mridulchoudhury2504 Жыл бұрын
এইবোৰ জনপ্ৰতিনিধি সকোলৰ এক নতুন নতুন কৌশল কিবা এটা বিতৰ্কিত মন্তব্য কৰি জনসাধাৰণক ব্যস্ত ৰাখিছে গতিকে আপোনালোকে লাগি থাকক, তাতে আকৌ সন্মুখত লোকসভা নিৰ্বাচন অসমৰ সকলো বস্তুৱেই ক্ষন্তেকীয় যি সময়ত জোনমনি ৰাভাৰ হত্যাৰ বিৰুদ্ধে প্ৰতিবাদ চলি আছিল এক ৰাতিৰ ভিতৰতে মেট্ৰিক পৰীক্ষাৰ ৰিজাল্ট দি জোনমনি ঘটনা তল পেলালে কি হ'ল চি বি আই,চি আই ডি ৰ হাতত তদন্ত অৰ্পণ কৰিয়ে দায়িত্ব সামৰিলে নেকি তাৰ আগতে আছিল বাল্য বিবাহ
@AbdulKadir-cv3qz
@AbdulKadir-cv3qz 7 ай бұрын
🈷🚋📃⚫5. 6
@MuskanKumari-q9m8d
@MuskanKumari-q9m8d Ай бұрын
Bjp Bjp Bjp Bjp Bjp Bjp Bjp Bjp
@dimpidevi5051
@dimpidevi5051 Жыл бұрын
অসমীয়া কংগ্ৰেছৰ কাৰনে অসমত আজি এনেকুৱা অৱস্থাৰ সৃষ্টি হৈছে।
@K.G-z-I6b
@K.G-z-I6b Жыл бұрын
💯% Right
@shahficulislam8097
@shahficulislam8097 Жыл бұрын
Bahirir News sowa alop Youtubuth ..Artical19 . News olline india.Desh niti .
@rajeshpator1080
@rajeshpator1080 2 ай бұрын
CM jindabad
@videomixeditingofficial8367
@videomixeditingofficial8367 Жыл бұрын
Cm right kotai koise
@assamnewwaz2131
@assamnewwaz2131 Жыл бұрын
Thanks
@Abcdefghji000akdn
@Abcdefghji000akdn Жыл бұрын
Ajmol jii 🙏🙏🙏❤❤❤
@pranamiborah8460
@pranamiborah8460 2 ай бұрын
Toi miyai sage...
@jaihind8229
@jaihind8229 Жыл бұрын
বানপানী আৰু মূল্যবৃদ্ধিৰ আৰু নানা সমস্যাই ভৰি আছে এই কথা বিলাক তলত পেলাবৰ বাবে এই দুজন নেতাই কথা পাতি এইটো নাটক কৰি আছে। ৰাইজে চিন্তা কৰক এতিয়া।
@mofizulhoque1237
@mofizulhoque1237 Жыл бұрын
😂😂😂😂😂🎉😂😂😂😂 2:20
@mofizulhoque1237
@mofizulhoque1237 Жыл бұрын
La seva 😮😮😮😮😅😅ooijhhb
@shirajullaskar5293
@shirajullaskar5293 2 ай бұрын
Create job for all ,stop Arunodaya politics
@rebothazarika9501
@rebothazarika9501 Жыл бұрын
মামাই বহুত ভাল কথা কৈছে। ❤
@robinrobin7057
@robinrobin7057 Жыл бұрын
Mama tumar koti Mari dibo
@nirajgiri7694
@nirajgiri7694 Жыл бұрын
Assam govt is greet ❤❤❤
@ShajanKhatam-wm9qm
@ShajanKhatam-wm9qm 13 сағат бұрын
Muslim ha hum ❤❤❤❤❤❤❤❤❤❤❤❤❤❤
@bantidas2403
@bantidas2403 Жыл бұрын
কিয়,নোৱাৰিব,তেজৰ, শক্তি,সকলোৰেআছে,অসমিয়াৰো,আছে, ধন্যবাদ
@chwnoi7388
@chwnoi7388 Жыл бұрын
Miyai kheti nkori ki bal korib ...koriboi j lagib heikarine pare
@sahabuddinahmad8726
@sahabuddinahmad8726 11 ай бұрын
Best, of Saikiya sahab.
@IsnaraYesminIsnara
@IsnaraYesminIsnara 7 ай бұрын
Ajmol jindabad👍
@SanjibDas-lu6fv
@SanjibDas-lu6fv 2 ай бұрын
Very nice video
@pradipkalita3161
@pradipkalita3161 Жыл бұрын
সচাঁ কথা কবলৈ গলে অসমীয়া বেপাৰীতকৈ মিঞাই চব্জী কম দামতে বিক্ৰী কৰে
@ashasecurity4460
@ashasecurity4460 Жыл бұрын
There are Assamese, There are Indian
@protimadutta2890
@protimadutta2890 Жыл бұрын
200% সচা মিঞাই চবজি ক'ম দামত দিয়ে । লোতিপুতি খোৱা মাৰোৱাৰী বা অন্য বহি ৰাজ্যৰ বেপাৰীবোৰৰ ওপৰত ও চকু দিয়কচোন ।
@NilakantaSarmah-d4f
@NilakantaSarmah-d4f 2 ай бұрын
V6 UBi XD Dr Dr Dr Dr XD. Nu😊​@@ashasecurity4460
@abduljalil716
@abduljalil716 Жыл бұрын
সাংবাদিকৰ অনিৰপেক্ষ আৰু মনেসঁজা সংবাদেই সামাজিক ভাতৃত্বৰ এনাজৰী ছিঙাৰ মূল কাৰণ।।
@debenborsaikia4624
@debenborsaikia4624 Жыл бұрын
অসমীয়া / অসমিঞা দুইটা শব্দ দেখাত বেলেগ বেলেগ ৷
@jitubarman6162
@jitubarman6162 Жыл бұрын
এজন নিলাজে আনজন নিলাজৰ মুৰত চাবি পকাই দিয়ে আৰু পাগলৰ যি মন যায় সেয়ে বকিবলৈ ধৰে ৷
@jaihind8229
@jaihind8229 Жыл бұрын
Very good🌹🌹👍👍 comment
@MangolDas-x7w
@MangolDas-x7w Күн бұрын
Naci
@MahmudulIslam-ve4iw
@MahmudulIslam-ve4iw Жыл бұрын
Live in hailakandi district, from Karnataka India
@prasantadas5698
@prasantadas5698 3 ай бұрын
আমি কাম নকৰো মানে চাই ললে হল আজমলে😮
@subarnakalita2357
@subarnakalita2357 3 ай бұрын
Right CMSir
@ShantoDebnath-eq6ji
@ShantoDebnath-eq6ji 3 ай бұрын
আইনগতভাবে সর্ব যাকে ধর্ম রক্ষাতে সনাতন ধর্ম রক্ষাতে ওক্কো বুড়ি হট সরবরাহ সনাতনের নিজের জাতি ধর্ম রক্ষাতে সত্য রক্ষাতে আইন কত ভাবে পথ থেকে প্রতিহত করতে হবে
@saratdeori
@saratdeori 3 ай бұрын
❤❤❤
@lnl6069
@lnl6069 Жыл бұрын
Amak Dorkare nai. Eman kam kora manuhr...teulokr karane Amar Guwatit thoka thai nakiya korise...matir tolor pani naikiyo korise, bostur dam bahrise...Oxygen komise, Gos naikiya hoise... Aru Amar Okhomiya manuhr nijor nijir gaon ase, Nijor kam nije kore... Tenekoi Guwatito nijor kam nije korib...?Tetiya Traffic jam komib hob...thaki val lagib. Asolote Okhomiya manuhr kam korar karane nohoi...Okhomiya manuhr kam kora nam loi, Politis kori kori ahise, tenekoi Teulokr manuhr unnoti korise. Thoka ghar bandhise, bulding bandhise, Teulokr khubidhar babe dukan dise, Bazar bohuaise, gari Driver hoise...adi
@AkBasumatary
@AkBasumatary 3 ай бұрын
Good Loba.lage
@binodpegu9508
@binodpegu9508 Жыл бұрын
অসমীয়াৰ সজ্ঞা সতিক উওৰ আজমলৰ। বহোত বছৰ মুৰত ।
@Sanjoyhaz-xi9zk
@Sanjoyhaz-xi9zk 20 күн бұрын
Hi❤❤
@RahidulAli-b9t
@RahidulAli-b9t Ай бұрын
❤x
@minukhanom5662
@minukhanom5662 3 ай бұрын
মাননীয় শিলাদিত্র দেব শিক্ষিত মানুহৈ ভাষা অলপ ভালকৈ কবলৈ শিকক আপোনার ব্যাবহারেই আপোনার পরিচয় আমি পাই আছো
@ProfullaSaikiaOfficial
@ProfullaSaikiaOfficial 5 ай бұрын
আমিওঁ খাতি অসমীয়া//ছাৰে ঠিকেই কৈছে,আমি কাৰো আশাত থকা নাই,ছাৰে অসমীয়াৰ ক্ষেত্ৰত সক্তি প্ৰদৰ্শন কৰক ,নহলে অনাগত দিনত অসমীয়াৰ সক্তিহীন হোৱাতো নিশ্চিত।
@hamedali3043
@hamedali3043 Жыл бұрын
Jaihind ৰ সপক্ষত ময়ো comment দিছোঁ।
@bimaldoley3168
@bimaldoley3168 Жыл бұрын
অসম মিঞা নহয় অসমীয়াহে ,কাৰোবা মিঞাৰ আধিনত কোনো অসমবাসীয়ে জীয়াই থকা নাই। সেই কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ ইয়াৰে বিনম্ৰ অনুৰোধ জনালোঁ। কাৰণ মিঞা অসমৰ হৱ নোৱাৰে। তেতিয়ালৈকে মিঞা বিহাৰী, বঙালী, আৰু অসমৰ বিৰোধী জাতী থাকে তেতিয়ালৈকে অসম উন্নতি নহয়। সেয়ে অসমৰ জাতি জনজাতিৰ বিৰোধিতা কৰা সকলক অতি সোনকালে গ্ৰেপ্তাৰ কৰা যাওঁক।
@dipamonigogoi2880
@dipamonigogoi2880 Жыл бұрын
মুখ্য মন্ত্ৰী জিন্দাবাদ।
@kishanbora2248
@kishanbora2248 Жыл бұрын
এই 2তাৰ কাম নাই, ফালটো কথাত মাথা গৰম kori aasa
@azaad5550
@azaad5550 Жыл бұрын
Right
@Bipualgogoi
@Bipualgogoi 3 ай бұрын
মিয়া,ছুদোভাই
@saitendrabrahma9967
@saitendrabrahma9967 Жыл бұрын
CM Himanta hok koyato moi support korohung.
@preetamsingha1467
@preetamsingha1467 Жыл бұрын
Right decision
@ManjulaKalita-n2c
@ManjulaKalita-n2c Жыл бұрын
আমি অসমীয়া আমি কাম কৰিব পাৰু ধান কতা ঘৰ বনাব আমাৰ পৰা। শিকিছে। খেতি কৰা ছিমেত বালিৰ মুলৎ আমাৰ। পৰা শিকিছে মোখ‌ খোলিলে মিঞাই কি জানে খালি চুৰ। চুৰিমাৰে ৰেপ মৰম কাক কৈ অশৎ আমাৰ পৰা ইংৰাজী হিন্দী অসমীয়া জনাহৈছে😊।
@SaddamHussain-qs4if
@SaddamHussain-qs4if 3 ай бұрын
😳😳👈
@Mutassin
@Mutassin 3 ай бұрын
Shah rukh Khan Assam nice mann
@jurihandiquegogoi9173
@jurihandiquegogoi9173 Жыл бұрын
শ্বʼবাজী দেই
@MangaleBaro
@MangaleBaro 2 ай бұрын
🥺🥺🙌🙌🙌
@HdhhsHw-hr8yi
@HdhhsHw-hr8yi 3 ай бұрын
Silasddh cocor suna murto
@sumibora200
@sumibora200 Жыл бұрын
Hbs jindabad
@WakilAhmed-jp8gp
@WakilAhmed-jp8gp 3 ай бұрын
আগতে কি কৰি টিপ লাগে
@AmelaKhatun-mw7ec
@AmelaKhatun-mw7ec 7 ай бұрын
তোমালোকে ও খেতি কৰা, মাছ পালন, শিক্ষা,এইবোৰ বাজে কথাকৈ লাভ নাই, অসমক আগুৱাইলৈ যাওক, মিলা প্ৰিতিৰে মাজেৰে থাকক ,সুন্দৰ অসম গঢ়ি তুলক।
@crazygamer4661
@crazygamer4661 Жыл бұрын
বদৰউদিনক জেলত দিব লাগে 😍😍😍😍😍মূখ্য মন্ত্রীয়ে ঠিক কথাই কৈছে
@luckybhai6913
@luckybhai6913 Жыл бұрын
Mama💪💪
@Abcdefghji000akdn
@Abcdefghji000akdn Жыл бұрын
😂😂
@rajibvolvobusdriver6616
@rajibvolvobusdriver6616 Жыл бұрын
ajmol right ase
@jaanmoinavlogs
@jaanmoinavlogs Жыл бұрын
Akhomiya ulai ahok
@d_k814
@d_k814 Жыл бұрын
mama thike koise
@hodaboys9913
@hodaboys9913 7 ай бұрын
সাধাৰণ মানুহৰ মাজত নাটক কৰিছে নেকি
@motlebhussainmondal880
@motlebhussainmondal880 Жыл бұрын
Very hard to estimate internal moto of Bodorudin
@GanashKakati
@GanashKakati 3 ай бұрын
অসমীয়া মানুহ অস নহয়। মিয়া মানুহ মিয়াই। অসমীয়া আৰু মিয়া বহুত বেলেগ।অস+মিয়া বনালে নহব
@wahidurrahman1647
@wahidurrahman1647 Жыл бұрын
Eybor Ajmal aru himantar natok
@smilead6015
@smilead6015 Жыл бұрын
Mama sir apuni districkt akhnkoi miting patak assamiar. Ami xklo assamia aklog hoi mia xaklk khedib lgib..
@abdulhamidtalukdar9819
@abdulhamidtalukdar9819 Жыл бұрын
Shiladitya is a infirior Culprits in Assam He must be punished.I condemned his bokpass.😂😂😂😂😂😂😂
@bulbulhoque9542
@bulbulhoque9542 Жыл бұрын
All sir
@lachitphukan7495
@lachitphukan7495 Жыл бұрын
This is a political game
@iftajurahmed6485
@iftajurahmed6485 Жыл бұрын
মুচলমান ক মিয়া নহয় অসমীয়া হৈ জীয়াই থাকিবলৈ দিয়ক ।
@pranamiborah8460
@pranamiborah8460 2 ай бұрын
Tholua musolman aru Bangladesh r miyar logot parthoikyo ase
@mdtajuddin3934
@mdtajuddin3934 Жыл бұрын
No
@MahmudulIslam-ve4iw
@MahmudulIslam-ve4iw Жыл бұрын
Very hard to estimate internalmotoof badruddin
@MostufaAhamed-kq1se
@MostufaAhamed-kq1se Жыл бұрын
Ji
@dwijendas2512
@dwijendas2512 Жыл бұрын
Right CM sir
@EmranSahin-r1l
@EmranSahin-r1l 3 ай бұрын
ঘঙচ😅😅😅😅
@GunamoniBaishya
@GunamoniBaishya Жыл бұрын
Amak Mia nalage
@UpomaDas-z9b
@UpomaDas-z9b 11 ай бұрын
3:39
@Rashidul-o2j
@Rashidul-o2j 3 ай бұрын
Shiladitya siror bemar hoiche tekhetok TEZPUR hospital loi joya uchit nohole bemar val nohob,,,,,,,
@sahadevbasumatary219
@sahadevbasumatary219 Жыл бұрын
Devide Assam 50 50 we want bodoland .
@azaad5550
@azaad5550 Жыл бұрын
Good mama
@ghanakantagoyary7883
@ghanakantagoyary7883 3 ай бұрын
😮
@AkluMahato-p9h
@AkluMahato-p9h Жыл бұрын
Himu ko hatao
@ArizonaKhatun
@ArizonaKhatun 7 ай бұрын
Adab. Sa
@harmajali2551
@harmajali2551 Жыл бұрын
বদৰুদ্দিন এটা মুছমানৰ কলংক আৰু নটী হয় ইয়াৰ বাবে মোক জেলত দিয়ক পাৰে যদি মই কৈছো আজি বদৰুদ্দিন এজন মিঞা বাঙালী হয় আৰু মই অসমীয় মুছলিম হও গতিকে ইয়াৰ পৰা বদৰুদ্দিন মিঞাক অসমৰ পৰা ময়ে খেদিম ? আৰু এদৰেচ লাগে যদি কবা বদৰুদ্দিন আজমল ?
@Yousuf578
@Yousuf578 Жыл бұрын
Bhainchot, madarchot,kela bodaruddin ajamal to miai hoy mia mane je mohashay tohotar mohoshay hoy dangar mohoshay hahahaha
@fjsigdiggit1234
@fjsigdiggit1234 Жыл бұрын
Axom't Miya anibo nidiu, Ami AIUDF Axom'r pora ulai dim
@preambasumatary7597
@preambasumatary7597 Жыл бұрын
Akho+mia😅😅
@fazlehaque8622
@fazlehaque8622 Жыл бұрын
Kuv valo Kota boder uddin
@basirkhan9625
@basirkhan9625 Жыл бұрын
🎉
@chwnoi7388
@chwnoi7388 Жыл бұрын
Hiladirya Deb apuni thik koise
@DhirajMahato-w3t
@DhirajMahato-w3t Ай бұрын
Kon h bhai
@saahd6543
@saahd6543 Жыл бұрын
CM of Assam is doing very dirty politics
@meerakhanom532
@meerakhanom532 Жыл бұрын
Assam.Cm.go.to.jal
How Strong Is Tape?
00:24
Stokes Twins
Рет қаралды 19 МЛН
She made herself an ear of corn from his marmalade candies🌽🌽🌽
00:38
Valja & Maxim Family
Рет қаралды 16 МЛН
УДИВИЛ ВСЕХ СВОИМ УХОДОМ!😳 #shorts
00:49
Aadhar update mandatory or not ? how to update your aadhar card 2024
8:08
DIGITAL ASSAM 2.0
Рет қаралды 230 М.
Amer Al-Kazemi || Surah Yusuf
54:11
alhamdulillah
Рет қаралды 7 МЛН
How Strong Is Tape?
00:24
Stokes Twins
Рет қаралды 19 МЛН