কিয় মানসিক অস্থিৰতাত ভুগিছিল ৰমেন বৰুৱাই? ক’লে ভতিজী মনানী বেজবৰুৱাই

  Рет қаралды 86,453

News Live

News Live

Күн бұрын

📌কিয় মানসিক অস্থিৰতাত ভুগিছিল ৰমেন বৰুৱাই? ৰমেন বৰুৱাৰ মানসিক অস্থিৰতাৰ কথা ক’লে ভতিজী মনানী বেজবৰুৱাই।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/

Пікірлер: 212
@reetzdaxx5050
@reetzdaxx5050 Ай бұрын
ঠিকেই কৈছে কি ভূল কলেনো, গান বোৰ without permission remake কৰিছে কিমান কষ্ট পাইছে বুজায় হে buje
@babulsaikia462
@babulsaikia462 Ай бұрын
এইজনী ৰমেন বৰুৱাৰ ছোৱালীৰ হৈহে ওকলতি কৰি আছে। অ বুজিছো,,, ওকালতি কৰিলেহে লাভ হ'ব। দুখ বোলা বস্তু একেবাৰে নাই দে। সম্পত্তি মেইন।
@abhijitkakaty88
@abhijitkakaty88 Ай бұрын
ভতিজা এজনীৰ imen ওকালতি কীয় কৰিব লাগে। Property অংক আছে 😂😂😂 ন বাইদাই
@juribharali4638
@juribharali4638 Ай бұрын
কি আজে বাজে বকি আছে এইজনীয়ে?? খুড়াক নোহোৱা হৈছে সেই লৈ দেখোন অলপো দুখ নাই মনত!! মুখত হাঁহি লৈ কথা কৈ আছে!!
@PioramGogoi
@PioramGogoi Ай бұрын
Oso
@PioramGogoi
@PioramGogoi Ай бұрын
Sosssso
@PioramGogoi
@PioramGogoi Ай бұрын
Oosßssooosoooososssososooo
@PioramGogoi
@PioramGogoi Ай бұрын
OSßooooooooosßoooo
@PioramGogoi
@PioramGogoi Ай бұрын
Ooooo
@merryburagohain137
@merryburagohain137 Ай бұрын
আপুনি দেখোন সেইখন ঘৰৰপৰা কেতিয়াবাই গ'ল । ইলেক্ট্ৰনৰ পেকেট দিবলগীয়া অৱস্থা হ'লে ৰাইজক ক'ব লাগিছিল আকৌ। ঘৰখন নিজৰ বুজিছে। নিজৰ দেউতাকৰ হৈনো জীয়েক হৈ আপুনি কি কৰিছে 😅😅😅
@bivabarmanmoral7576
@bivabarmanmoral7576 Ай бұрын
অসমত শিল্পী ৰ আদৰ নাই। সঁচা কথা। মোৰ দেউতা কলিকতা ৰেডিঅ'‌ চেণ্টাৰৰ গায়ক আছিল।অৰুণ কুমাৰ বৰ্মন । আৰ্থিক অনাটনৰ মাজত বহুত শিল্পী আমাৰ মাজৰ পৰা নোহোৱা হৈ গৈছে। কোনেও বিচাৰ নকৰিলে মোৰ দেউতাকো। আপুনি ঠিক কথাই কৈছে।এই পৰিয়ালৰ আটাইলৈকে আমাৰ শ্ৰদ্ধা আছে। ৰমেন বৰুৱা দেৱ আমাৰ মাজলৈ সোশৰীৰে ঘূৰি আহক এয়েই পৰমেশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছো 🙏
@ranjitkrdutta1501
@ranjitkrdutta1501 Ай бұрын
ধ্বংসৰ কাৰণ এইবিলাক ।
@user-uz2td8wm6y
@user-uz2td8wm6y Ай бұрын
আজিকালি সংবাদ জগততেই হওক বা সাংস্কৃতিক জগততেই হওক নিজৰ ফুপুলা প্ৰচাৰ কৰি দপদপনি তুলি থকাবোৰ একোটাহঁত অন্তঃসাৰশূণ্য ব্লেকমেইলাৰ আৰু বেপাৰীৰ বাদে আন একো নহয়।
@akhildeka9696
@akhildeka9696 Ай бұрын
ফ্লেটৰ ভাগ পাব।চিন্তা কৰিব নালাগে
@kangkanmedhi
@kangkanmedhi Ай бұрын
এবাৰ ৰমেন খুৰা এবাৰ ৰমেন দা। কথা লাউপাত কচুপাত। আপুনি ছোৱালী ক support দিব হে আহিছে। শেষত যিটো হাঁহি মাৰিছে বুজিছো আৰু কি আন্তাৰিকতা আছে।
@bijumadutta8158
@bijumadutta8158 Ай бұрын
আপুনি কোৱা কথা বিলাক ভাল লাগিল।
@nityanandamahanta1849
@nityanandamahanta1849 Ай бұрын
সুন্দৰ কথা কৈছে
@PurabiKalita-g2u
@PurabiKalita-g2u Ай бұрын
Val kotha koise.
@rambalram2610
@rambalram2610 Ай бұрын
তেওঁলোকৰ বয়স আৰু তেওঁলোকৰ আৰ্থিক পৰিস্থিতিৰ ওপৰত কোনেও একো আলোকপাত কৰা নাই....😢😢😢😢 কিন্তু চবেই সমালোচনা কৰিছে নিজৰ সুবিধা অনুযায়ী.... 😮😮😮 প্ৰথমে তেওঁলোকৰ জোতা জোৰ নিজৰ ভৰিত সুমুৱাই চাওক, তেতিয়া বুজিব....😮😮😮😮 এনেই দহটা কথা TV news ত সংবাদ মেল পাতি TRP লোৱাটো কি বীৰত্বৰ কথা.....??? TV চেনেল কীতাই ৰাজ্য খন ধ্বংস কৰিছে....😮😮😮😮😮😢😢
@dibyajyotibhagawati5857
@dibyajyotibhagawati5857 Ай бұрын
তুমিয়েই main culprit . এইক arrest কৰিব লাগে ৷
@user-xs2ue1hs9w
@user-xs2ue1hs9w Ай бұрын
মোৰ মনৰ ভাব ৰমেন দা জীয়াই আছে
@smritirekhasaikia6119
@smritirekhasaikia6119 Ай бұрын
ভাল লাগিল কথাখিনি
@user-nx6cj4fq1l
@user-nx6cj4fq1l Ай бұрын
কেকোৰা অসমীয়া জাতি
@sureshchandradoley3814
@sureshchandradoley3814 Ай бұрын
কোনে কাক দিব পাৰেনো বাইদেউ মাতষাৰৰ বাহিৰে । ছোৱালী জনী দৰমহা পায় ঘৰখন চলাব পাৰি আৰু কি লাগে। আপোনাৰ দৰে এজনী ভদ্র মহিলাৰ কথা শুনি আচৰিত হৈছো।যিটো সময়ত আপুনি মৰ্মাহত হব লাগিছিল এই টো সময়ত আপোনাৰ চেকা ঢকাৰ অভিনয় যেন লাগে। আপোনাৰ কথাত সত্যতা নাই, মাথো নিজকে ধুৱা তুলসীৰ পাত।
@nirumahantadutta4701
@nirumahantadutta4701 Ай бұрын
মুঠতে যেই যি নক‌ওক, এজন সঙ্গীতশিল্পী মনত আঘাত পাই ঘৰখন এৰি আঁতৰি গ'ল, এতিয়া বাকীসকলে আৰামত খাই থাকক।
@moonmikalita
@moonmikalita Ай бұрын
অলপো দুখ নাই কথাবোৰ শুনিলেই গম পাই আচৰিত ... এজন স্বনামধন্য ব্যক্তি নাইকিয়া হৈছে সেইবোৰ চিন্তা নাই।
@salimdib1
@salimdib1 Ай бұрын
দুখৰ সময়ত সহজ সৰল পৰিয়ালতিক ইমান মানসিক অত্যাচাৰ কৰিব নালাগে।
@julideka9832
@julideka9832 Ай бұрын
এজন মানুহ হেৰাই গৈছে কিন্তু কেনেকৈ হাঁহিব পৰিছে বাৰু ।
@Ashu-ic6lv
@Ashu-ic6lv Ай бұрын
নাটক কৰিছে । এওঁলোকে এটা গেম খেলিছে । আৰু চৰকাৰৰ পৰা সাহায্য বিচাৰিছে।
@himashreedas4356
@himashreedas4356 Ай бұрын
Yes
@HiteshDeka-hp7nf
@HiteshDeka-hp7nf Ай бұрын
শেষত ৰমেন দা ৰে দুৰ্ভাগ্য বুলি কব লাগিব আৰু কাৰণ বৌ থাকিলে হেনো এনেকুৱা নহ'ল হেঁতেন
@anewhope9157
@anewhope9157 Ай бұрын
বাইদেউ আপোনাৰ contribution কি বাৰু! ইমান ফুটনি ভাল নহয়।
@iamspb3786
@iamspb3786 Ай бұрын
@@anewhope9157 তেওঁলোকৰ গোটেই বংশৰে "contribution" কি আছে ভালকে বুজিব পাৰিব যদি বিচাৰে … অপমানজনক মন্তব্য কৰি নিজক আৰু সৰু নবনাব
@hiragoswami4191
@hiragoswami4191 Ай бұрын
ঠিকেই কৈছে
@AnimaC19
@AnimaC19 Ай бұрын
এই জনী ও একেই পাগল ।এই খন মুখত মানুহ তম্ভিব পাৰেনে ?
@tomizurrohman8916
@tomizurrohman8916 Ай бұрын
Jiakor Baba Atamohitia
@CharbeshRabha-qk4ye
@CharbeshRabha-qk4ye Ай бұрын
আপুনি এবাৰ খুঢ়া এবাৰ দাদা আৰু হাহি হাহি কথা কই আছে যে তাৰ মান--------.
@rambalram2610
@rambalram2610 Ай бұрын
বাইদেউৰ কথা ১০১% মানি ললো... যি সকলে ডৰ. বেজবৰুৱা ২ বনাই ধন ঘটিলে তেওঁলোকে কমচে কম এই পৰিয়াল তুলৈ এটা মাননী আগ বঢ়োৱা উচিত আছিল... আৰু তেওঁলোকক যথা সম্ভৱ ক্ৰেডিট দিয়া উচিত আছিল... তেওঁলোকৰ সংগীত চুৰ কৰি খ্যাতি লাভ কৰিলে...😮😮😮😮 কিন্তু তেওঁ লোকলৈ মনত নপৰিল...😢😢😢 অতনো ভূঞাই জলা জুইত ঘি ধালিলে...😮😮😮 এটা নীলা সাংবাদিক....😮😮😮
@sujatasharma3681
@sujatasharma3681 Ай бұрын
Right
@pankajdaspankajdas4607
@pankajdaspankajdas4607 Ай бұрын
AEita dekhun tahator dukh bur raijek japi dib ulaisa.
@joonbhai-gg8tn
@joonbhai-gg8tn Ай бұрын
bhul bur suun ultai manuhok japi dise...imaan mukh suka manuhor logot kunu thakibo nuare hosa kotha..
@AnanyaBorah-xh5uq
@AnanyaBorah-xh5uq Ай бұрын
আপুনি সঠিক কথা কৈছে
@rupalidas9113
@rupalidas9113 Ай бұрын
Hoy
@mayabharalua9275
@mayabharalua9275 Ай бұрын
ঘৰৰ মানুহ এজন নোহোৱা হ'ল, এই মহিলা দুগৰাকীৰ মুখত এধানিও বেজাৰ নেদেখিলোঁ। বাঃ drinks টো এটা কথা হ'ল নেকি!
@rajivgogoiwarrens6290
@rajivgogoiwarrens6290 Ай бұрын
সকলোবিলাক কথা সত্য বুলি ধৰি লৈও এটা কথা কবলৈ বাধ্য যে আপোনালোকে অকণো দুখ প্ৰকাশ কৰা দেখা নাই। মাত্ৰ ব্যবসায়ৰ কথাহে। জীয়েকে দেউতাকক গালি গালাজ কৰা বাতৰিটো নুই কৰা নাই। অতানুৰ বিৰুদ্ধে মানহানি কেছ কৰক।
@Ulludin
@Ulludin Ай бұрын
Apuni kenekua hoi buji palu.. Mati dokhorot flat bonale bohut poisa pabo sinta nkribo baideo..
@ahedarrahman5277
@ahedarrahman5277 Ай бұрын
আপূনি ইমান দিনে কত আছিল । সত্ত কথা কোৱা বোৰে মদাহী ছোৱালী জনীক সৰচ দিব লাগিছিল নেকি ।
@iamspb3786
@iamspb3786 Ай бұрын
Internet সহজলভ্য হোৱাৰবাবে কিছুক্ষেত্ৰত বৰ অশান্তিকৰ হৈছে …এই যে এচাম জপিয়াই পৰে যি তি মন্তব্য দিবলে …সামান্য চিভিক চেঞ্চটো নায়েই …বছ জপিষাই পৰিব মন্তব্য দিবলে … ক'ত মাত মাতিব লাগে নালাগে সেইকনো নাজানে
@rambalram2610
@rambalram2610 Ай бұрын
অতনো ভূঞা এটা গৰু.....😮😮😮
@salimdib1
@salimdib1 Ай бұрын
সকলো পৰিয়ালৰ সময়ত ডাউনফল আহেই , তাক লৈ পৰিয়ালটোক ইমান এক প্ৰকাৰ অত্যাচাৰ কৰা হৈছে। আজিৰ মানুহে সেই বোৰ অলপ হৃদ্যঙ্গম কৰিব লাগে।
@soneswaribasumatary1328
@soneswaribasumatary1328 Ай бұрын
Usit uttar dise baideu .❤❤ 💯 🙏🏻
@DipakBhuyan-lj5en
@DipakBhuyan-lj5en Ай бұрын
বেয়া ছোয়ালি বুলি অনা নাই কিজানি বাইদেউ।ৰমেন দাৰ কিমান খবৰ লয় আপুনি ।
@SpaceIsAwesome035
@SpaceIsAwesome035 Ай бұрын
Right 🙏
@Suhashini_am83
@Suhashini_am83 Ай бұрын
ৰমেন বৰুৱা দেৱ হেৰুৱাৰ কাৰণে অলপ হলেও যদি দুখ প্ৰকাশ কৰিলেহেঁতেন তেতিয়া তেখেতৰ কথাবোৰ সচাঁ যেন লাগিল হেতেন।
@Ghbb2
@Ghbb2 Ай бұрын
আপোনাৰ trailor দেখি এ গম পোৱা গল অ cinema খন কেনেকুৱা আছিল আৰু মানুহ জনৰ কথা কোৱাৰ সলনি দেখোন music industry জ্ঞান হে দিলে চোন
@lulalu6707
@lulalu6707 Ай бұрын
এও লোভিয়া এওৰ কিবা হিছাব আছে নেকি বাৰু কি কয়
@Village.728
@Village.728 Ай бұрын
All right
@nirupamadohutia8540
@nirupamadohutia8540 Ай бұрын
Right kotha koise.
@devichanderi
@devichanderi Ай бұрын
ৰমেন বৰুৱাক ৰাইজে মৰম দিছে কিন্তু আপোনালোকে হে মূল্য নিদিলে
@jinalahon7148
@jinalahon7148 Ай бұрын
চিনেমাৰ History j koi ase Ramen daa j naikia hol tar sinta apunar nai mukhut why?
@user-wq3fr9yt7e
@user-wq3fr9yt7e Ай бұрын
Romen boruah herai gol , manuh bure bisorat nalagi homalusonat lagise je kio,
@user-wq3fr9yt7e
@user-wq3fr9yt7e Ай бұрын
Akhete cinema t loga nai hosa kotha koise
@bandanagayan1929
@bandanagayan1929 Ай бұрын
এই বদমাচ হয়
@user-zp7ck4bl9p
@user-zp7ck4bl9p Ай бұрын
Ai jonei mastermind,,,, kothate ulai porise,,,,,, asol topic or pora atorai nibo bisarise..... Disgusting 🙄🤔
@MinakshiChowdhury-u1f
@MinakshiChowdhury-u1f Ай бұрын
ভবিষ্যতত এই বৰুৱা বংশৰ বিশাল সম্পত্তি চৰকাৰে সংৰক্ষণ কৰি জীয়াই ৰাখক
@juthikagayan1348
@juthikagayan1348 Ай бұрын
মনত দুখভাৱ নায়েই একো৷এইসময়ত এইবোৰ কথা৷
@rupalidas9113
@rupalidas9113 Ай бұрын
দুখ আছে বাবে tu কথাবোৰ কৈছে কথাবোৰ সচাঁ হয়নে নিজৰ বিবেকক এবাৰ সোধক বেয়াকৈ মন্তব্য দিয়াৰ আগতে. বৰুৱা পৰিয়ালক কিবা সন্মান দিয়া বা আৰ্থিক অবস্থা কেনেকুৱা ধৰণৰ কোনোবাই ভাবিছে জানো
@nirmalipathak3571
@nirmalipathak3571 Ай бұрын
Baidew thike koise.gaanbilag remix hoi gol.
@ghanashyamrabha5171
@ghanashyamrabha5171 Ай бұрын
Ftuwa hy aijni
@pranatibaruah3467
@pranatibaruah3467 Ай бұрын
বিখ্যাত চিনেমা পৰিচালকৰ জীয়ৰী হিচাপে আপোনাৰ কথা খিনি শুনিভাল লাগিল
@AnantaDasDas-lb2zl
@AnantaDasDas-lb2zl Ай бұрын
এইখনেই কয় আজৱ অসম
@user-tg2li4uk2v
@user-tg2li4uk2v Ай бұрын
সেইজনক সম্পত্তি লোভ কথাতে বুজা গৈছে
@jbscreation132
@jbscreation132 Ай бұрын
Kor pora goi kot plege baru
@user-xo1ub5vo5f
@user-xo1ub5vo5f Ай бұрын
Baidew Half e soli jbo nee Full lgibo 😂 loi jau vavisu sualijnir krne Apuniu thkbo jdi Full e lgbo ske
@birajsarma4542
@birajsarma4542 Ай бұрын
Apuni santona dib nuwarile atiya buki ase
@user-tg2li4uk2v
@user-tg2li4uk2v Ай бұрын
চিনেমা চাই থকা যেন লাগিল danch এটা কৰক
@barasasaikia4671
@barasasaikia4671 Ай бұрын
Xosa kotha
@tridipborgohain3618
@tridipborgohain3618 Ай бұрын
মনামীয়ে উচিত কথা কৈছে
@suramanath5523
@suramanath5523 Ай бұрын
অকল তেখেতৰে দেউতাক নহয় আমাৰ সম্পদ , এনেকুৱা ছোৱালীৰ দৰকাৰ নাই । মদ খোৱা জেনীৰ হকে মাত মাতি লাভ নাই 😢
@dkalita1803
@dkalita1803 Ай бұрын
Mall nibo laga naki
@shobhabaruah6773
@shobhabaruah6773 Ай бұрын
Okritoigya Oxomia...Aasol kotha tu korbate thakil😢
@rishi5906
@rishi5906 Ай бұрын
Apuni main culprit bulie jen lagise.
@assamesesong5957
@assamesesong5957 Ай бұрын
একেবারে যুক্তিবাদী কথা। Intellectual property rights অসমত violation hoise aru respect kora huwa nai , এই bikhaye রাইজে ভাবিবর সময় হইসে।
@pankajdaspankajdas4607
@pankajdaspankajdas4607 Ай бұрын
Imn je baki asa that kot goli raije je eletrol dib lgiya hol
@minakshiborgohain7378
@minakshiborgohain7378 Ай бұрын
আপোনালোকৰ সন্ত্ৰাসবাদৰ বাবে সকলো ভিতিগ্ৰস্ত হৈ পৰিছে...একো ক'ব নোৱাৰা এটা অৱস্থা অসভ্যালিৰ এটা জোখত কৰা উচিত...
@aviltech8018
@aviltech8018 Ай бұрын
আনক দায় দিয়াতকৈ নিজে মাহত তিনি চাৰিবাৰ আহি অলপ সহায় কৰিব পাৰে দেখন
@parthapratimdas5581
@parthapratimdas5581 Ай бұрын
হব দিয়ক সঁচা কথা ওলোৱা বাবে এতিয়া লাজ পাইছে নেকি। গাত লাগিছে নেকি.... নে আপুনিও জঢ়িত আছে।
@kritikamalray6094
@kritikamalray6094 Ай бұрын
Pura hahi ase dekhun
@himashreedas4356
@himashreedas4356 Ай бұрын
সেনেকুৱা পৰিয়ালত জন্ম হৈ সা ৰে গা মা ও নাজানে,, মোৰ কপাল
@DharitrySharma
@DharitrySharma Ай бұрын
Any time ghor khonor prakhankha koriyei thakile. Kintu Ji jon manuh nuhua hol teo babe alopu monot dhukh kora nai. Mur budhere asol calprit ai gorakhiyei romen boruah jiyekor logot mili property r babe manuh jonok depression jab di atiya hukhar hahi marise.
@user-tg2li4uk2v
@user-tg2li4uk2v Ай бұрын
তোমাৰ লৰা টোক সম্পত্তি লগে বুলি কৈ দিয়ক
@horiprosadchintey1741
@horiprosadchintey1741 Ай бұрын
Stop search operation by the NDRF, SDRF, River Police Organization and Forcement of Government due to her comment. I hope she is waiting such opportunity that how can I express my opinion through News Media whereas my message will spread across the state.
@ujjalasaikia1904
@ujjalasaikia1904 Ай бұрын
I really feel for Dwipen da at this critical moment. Hope God will help him .
@jonachoudhuryuzir2437
@jonachoudhuryuzir2437 Ай бұрын
Akol suwali nahai apunio kom najai
@WrituponWritupon-ds9us
@WrituponWritupon-ds9us Ай бұрын
Magic of media , uncultured হৈ পৰিল ।
@mintu-moran-07
@mintu-moran-07 Ай бұрын
এই জনিয়ে মাৰিছে তাই বাপেক sp আছিলে তাই বাপেকক চিনি পাবলৈ তাই বাপেক মেতু আছিলে
@HemantaBora-dj4rb
@HemantaBora-dj4rb Ай бұрын
Danger cinema hoi gol. Script likha arombho korok
@CSaikia-mk7qc
@CSaikia-mk7qc Ай бұрын
Atmiyo hoiu apunar mnot nai kar namt korisil aru belegr pra eman akha kre
@junmonidutta8754
@junmonidutta8754 Ай бұрын
Ai joni amanuh hoi.
@user-fy6oq6uu7s
@user-fy6oq6uu7s Ай бұрын
Vl loganii
@MoonTalukdar-lv4nx
@MoonTalukdar-lv4nx Ай бұрын
Right
@kangkanmedhi
@kangkanmedhi Ай бұрын
Ki ঘটি বকি আছে। ইংলিছ গান কোন cinema ত আছে সেইসপা বকি থাকি লাভ নাই।
@ranjandasvarious....7424
@ranjandasvarious....7424 Ай бұрын
Mall loi jaouu neki 😊
@Ashu-ic6lv
@Ashu-ic6lv Ай бұрын
😁
@user-sy6nz2wi4u
@user-sy6nz2wi4u Ай бұрын
গাণ বেয়া হ'লে কি মানুহ নোহোৱা হৈ যায় নেকি?? পাকে প্ৰকাৰে কব খুজিছে নেকি যে আপুনি গানৰ টকা ল'ব।
@Ashu-ic6lv
@Ashu-ic6lv Ай бұрын
এইটোৱে মেইন কথা।
@rambalram2610
@rambalram2610 Ай бұрын
কথা সেইটো নহয়.... তেওঁলোকে গোটেই জীৱন অসমীয়া ভাষাৰ চিনেমা সংগীত কৰি দিলে...... শেষত কি পালে এইবোৰ কৰি...?? তাতকৈ ব্যৱসায় কৰি আৰু অধিক সফল হল হয়....??? তেওঁলোকৰ এই অৱস্থা দেখি আৰু কোনো অসমীয়া ভবিষ্যতে ভাষা টোৰ হৈ কাম কৰিবলৈ ওলাই আহিব নেকি...??? 😢😢😢😢 তেওঁলোকৰ কৰ্ম ৰাজিয়েই পুনৰ remix কৰি কোনোবাই কোটি টকা ঘটিলে.... তেওঁ লুকলৈ এবাৰও মনত নপৰিল......??? 😮😮😮😮😮
@JituRoy-mp4lm
@JituRoy-mp4lm Ай бұрын
Najanu dei ki hoise! Bhogobanehe janibo.
@Wednesdaytravelling
@Wednesdaytravelling Ай бұрын
Eneke bhal manuh ejon gol goi beya lagise 😢😢😢😢
@mintu-moran-07
@mintu-moran-07 Ай бұрын
ব্ৰজেন বৰুৱাৰ মেতু আছিলে
@bijoydas5841
@bijoydas5841 Ай бұрын
E aru akhJ oporot
@GolapBaro
@GolapBaro Ай бұрын
কথাবোৰ অন্য দিশলৈ নিবলৈ চেষ্টা কৰা হৈছে যেনহে লাগে
@maikelnarahoffical
@maikelnarahoffical Ай бұрын
Aijoniyei main kalpritjen lage
@KSC9353
@KSC9353 Ай бұрын
Gobhir rohosyo eta ase........ eibur geet maat kothaloi ei nirudekh ghotona hua nai.
@techieshots4320
@techieshots4320 Ай бұрын
Comment section dekhi gom pua jai axomot kio emn nibonua ase. Aag guri eku najana ke Okol blgok judge koribo jane 😆
@prativaadhikary8841
@prativaadhikary8841 Ай бұрын
কিমান বকিব পাৰে,ফ্লেটৰ চিন্তাত পাগল হল
@mintu-moran-07
@mintu-moran-07 Ай бұрын
ৰমেন বৰুৱাৰ জিয়েকে মদ খাই
@sikhasarma1389
@sikhasarma1389 Ай бұрын
Ratipuwa 8 bojat amar. Bhat hoi Kintu bornikai bisonar pora utthe Tai bole school t Kam kore
@karpurmanjuribaruah5475
@karpurmanjuribaruah5475 Ай бұрын
Xosa kotha....teur gaan bur bor miss use....
@kajalkumarmedhi4602
@kajalkumarmedhi4602 Ай бұрын
Well said baideu. Straight forward.
@examsahay4594
@examsahay4594 Ай бұрын
Mod ebotol loi jm ni
@BitdiyadhorPhukon
@BitdiyadhorPhukon Ай бұрын
right
大家都拉出了什么#小丑 #shorts
00:35
好人小丑
Рет қаралды 79 МЛН
Dad gives best memory keeper
01:00
Justin Flom
Рет қаралды 20 МЛН