Рет қаралды 119,158
📌ৰহস্য আৰু সন্দেহৰ কবলত সুনীল গগৈ হত্যাকাণ্ড। ডিঙি কাটি জ্বলাই দিয়া মৃতদেহটো সুনীল গগৈৰ নহয়। চোমনিৰ মাজত তেন্তে কোনে কাক হত্যা কৰিলে? সুনীল গগৈয়ে জাহাংগীৰক ৫ লাখ টকা দিবলৈ থকা বুলি পৰিয়ালৰ দাবী। এতিয়া প্ৰশ্ন হয়- মিছা মাতিছে কোনে? এতিয়া অপেক্ষা DNAৰ প্ৰতিবেদনলৈ।
Like the official facebook page of News Live: / newslivetvofficial
Follow News Live on twitter: / newsliveghy
Connect to our instagram account: / newsliveghy
Visit our website for all news updates: newslivetv.com/